আমি ডিব্ৰুগড় পোৱাৰ দিনাই, বাতিৰে পৰা তাত বৰষুণৰ ওৰা পাতিলে। বৰণ চেলেংপেটেং বিধৰ নহয়, ভালকৈয়ে গা সর্বকি যোৱা। সেই লেলপেল, বৰষুণ পোন্ধৰ দিনমানলৈকে চলি সি আমাৰ তেজ-মঙহ হাড-মগজ, সোপাকে সেন্ডেটা লগাই পেলাইছিল। বৰষুণৰ দৌৰাত্ম্যত আমি ক'লৈকো হৃষ্টচিত্তেৰে ফ'ৰিবলৈ ওলাই যাব নোয়াবিছিলো। ফলত আমি বাজনৈতিক বন্দীব দবে একে ঠাইতে বন্দী হ বলোহক, অবশ্যে আজিকালি চকাৰ বাহাদুৰে শ্ৰেণীবিভাগ কৰাৰ দৰে এ- শ্রেণীব বন্দী নহয়, বাজবন্দীহে। কাৰণ চাৰি বেৰৰ ভিতৰতে আমাৰ আহাৰবিহাব আৰু, নিদ্রাসুখ নিশ্বিঘ্নে সম্পাদিত হৈছিল, এই নিমিত্তে যে সেইবোৰ বিষযৰ জইন্ট- হুপাৰিন্টেন্টে অথাৎ যুটীয়া তত্ত্বাবধায়ক আছিল আমাৰ জাঁ-জোঁৱাই। বেট বে বাচনীৰ ওপবত থং সর্বাদি, দিনৌ আমাৰ মুৰেৰ ওপৰত পানী বৰষা মেঘৰ ওপৰত আনি শাও বৰষি আমাৰ খং সাবিছিলো। কাইলে অ'ত ফবিবলৈ যান, পৰশ ইলৈ ত'ত চিকাৰ কৰিবলৈ যাম, তাৰ পিছ দিনা নারত উঠি গৈ ব্ৰহ্মপ, তৰ বালিত বালিভার খাম ইত্যাদি কথাব সাত হাল বাতিমৰি থাকি কটাইছিলো। কিনৃপুরা বষষণে বিধি- পথালি কৰি আমাক এহালো মাৰিবলৈ নিদিছিল। স্বগ'ৰ খবৰ অৱশ্যে নাজানো। শুনিছে। তাত হেনে। এজন ৰজা আছে, তেওঁব নাম ইন্দ্র। তেওঁ থকা পুৰীখনো হেনো সুন্দৰ আৰ, তাৰ নাম অমৰাবতী। বজা থাকিলেই ৰাজসভা থকাতো নস্তব পাত্র, মন্ত্রী, সভাসদ আব, টেকেলা-বেগুেনা এইবোৰো তেওঁষ থাকিবলগীয্য কথা। আৰু শুনিছো স্বর্গ'ৰ বজাই স্বৰ্গতো ৰাজত্ব কৰে আৰু পথিৱীব নবমানচরোবব ওপৰতো তেনেকুবা কিবা এটাকে কৰে। তোমাৰ মন গ'লে-তাক বাজত্বও বলিব পাৰা, Ruic বা শাসনো বুলিব পাৰা। শাসিত নব-মনিচে সদায ইবাৰ এইটো সিরাব সেইটো আমাক দিযা বুলি বাজাধিৰাজ ইন্দ্রক আমনি কৰি থকাটোও জানো। বোধকৰো নবমনিচৰ বৰ আমনিত তৎ নেপাই বাজাধিৰাজে এইবাৰ তেওঁৰ সভাসদ- বোৰ গোটাই বৰ ডাঙৰকৈ মেল এখন পাতিছিল। তাত আলোচ্য বিষয় আছিল, পৃথিৱীৰ নব-মনিচক তেওঁলোকে কি দিব পাৰিব, কি দিব নোৱাৰিব, কি দিয়াটো উচিত আৰু কি দিয়াটো অনুচিত। অথবা দিব লগীয়াটোও কি উপায়েবে নিদিষ্য হ'ব পাবে। কোনে জানে কিজানি এইবাৰ সাতোখন সর্গ'ৰ পৰা প্রতিনিধি নমাৰ খেলুরৈসকলক মাতি আনি মেলখন ডাঙবকৈয়ে পাতিছিল। শুনিছে। সবপূর্বাব সুৰেশ্বৰসকলৰ পেটত সুৰা আৰু সৰ্বসূৰা নোহোৱা গুবভোজন নপৰিলে, তেওঁ- লোকৰ ভাবনা চিন্তাবোৰত খেলিমেলি লাগি পৰে, মুখ ভালকৈ মেল নাখায আৰু, মেল খালেও জিভা ভালকৈ দোবোল নাথায়। আমাৰ ভাতৰ পাতত কথা নিষিদ্ধ; কিন্তু তেওঁলোকৰ ভাতৰ পাততহে বৰমণ্ডহৰ বৰমেলখন সিদ্ধ হয়। সেইদেখি ইন্দ্র মহাৰাজে, আমি ডিব্ৰুগড় পোৱা সময়তে সুৰপুৰীৰ খেলুৱৈসকলৰ নিমিত্তে বৰ- ভোজৰ আয়োজন কৰিছিল যেন পাওঁ। আমাৰ ডিব্ৰুৰ গমন আৰু, ইন্দুৰ ভোজৰ আযোজন এই দুটো একো সময়তে পৰাটো কাকতালী সংযোগ বুলিয়েই ধৰিব পাৰি। দ্বগ খনৰ আয়তন কিমান, কব নোৱাৰো আৰু সেই বৰভোজব কোন বস্তু ক'ত থৈছিল, তাকো ক'ব নোৱাবো। আমি তাহানি কলিকতাত থাকোঁতে দেখিছিলো, ডাঙৰ বিয়া সবাহত নিমশ্রিতসকলক পুরাই বুরাই সংকলমে কার্য সমাধা কৰিবৰ নিমিত্তে কর্ম ক্যাই আহল-বহল ভাঙৰ ঘৰ ভেবোণীয়াকৈ লৈ ডাঙৰ বভা পাতি সভা কবে। ডিব্ৰুগড়ত ববষণৰ কোব দেখি অবস্থাতে মোক মনত খেলাইছিল যে ইন্দ্রদেরৰাজে তেওঁৰ ভোজত ব্যরহার্য' পানাৰ বৰজকাটো ডিব্ৰুগডতে পাতিছিল। ইন্দ্রৰ কেইকুৰি পানীভাৰী আছে, সম্ভেদ নাজানো। কিন্তু কার্য' দেখি কুৰিব কথাই নাই, লাগচেবেকৰ ওপৰেহে থকা যেন লাগে। যদি এই অনুমান সাঁচা তেন্তে কি কম, কি শুনিবা।গুৰিপৰুৱাৰ লানি যেন হৈ সেই ভার্যাঁবোৰে ভাবে ভাবে অবিবাম পানী আনি সেই ডিব্ৰুগডত বহরা জকাত ঢালিছিল। অৱশ্যে এইবোৰ অনুমানৰহে কথা। এনে শাবীৰ কথাব সাঁচামিছা কোনো বাপৰ পোৱে প্ৰমাণ কৰিব নোৱাবে।
মই ডিব্ৰুতে দুদিন থকাৰ পিছতে গুৱাহাটীত টেপা খাই থকা আৰু এৰি অহা জব আকৌ মোৰ গাত লঞ্চিল। সি তাব কপ'টিক মোৰ গাত চৰিবলৈ এৰি থৈ গৈছিল বুলি মই আগৰ প্ৰৱন্ধত কৈ আহিছোঁ। কোনে জানে-হযতো পাপিষ্ঠ কপ'টিযে মোব গাত চবি সুবিধা দেখি গুৱাহাটীতে এবি থৈ অহা সেই তাৰ জৰ ব্যক বিজুলী বাতৰি দি মাতি আনিলে? বিৰা গমনৰ দিনবাৰ চোৱাৰ দৰে এই জবব নাই। তাক ঔ বুলিলেই হ'ল আৰু সি লৰি আহি গা জবি বহেহি। জী-জোরায়ে আমাক তেওঁলোকৰ মাজত পাই আনন্দব প্রেবণাত দিনৌ আমালৈ হাঁহ মাৰি ভাত খুৱাবৰ আযোজন কৰিছিল। সঙ্গীসকলে তাৰ সম্ব্যৱহাৰ কৰে, কিন্তু মই বেচেৰাই কোনো দিনা এটেপা-আদু টেপা খাওঁ, কোনো দিনা ভাতব পাতৰ আগত বাঁহ ঢোপালি বাওঁ, সেপ ঢোকে। আৰু এৎপশ্চাৎ উঠি গৈ শযন কৰোঁ। বন্ধু-বান্ধর, মিতিব-কুটুমাৰ পৰাও সততে ভোজনব সাগ্রহ নিমন্ত্রণ পাওঁ, কিন্তু মোৰ স্বাৰাই নিমন্ত্রণ বক্ষণহে হয, ভক্ষণ নহয়, কাকণ মই যে অক্ষম অর্থাৎ Hors do combat থেবোগেবোকৈ কোনো দিনা তেনে নিমন্ত্রণলৈ যাওঁ, কোনো দিনা নাযাওঁ আব, গলেও আহাবৰ আযোজনৰূপ। নৈৰ পাৰতে বহি তাৰ ফেনফোতোকৰ চাই থাকো, নহলে কোঁৎবাবা তাৰে দুচল,-এচল পানী পান। কৰোঁ। নাইবা শিৰত লওঁ আৰ, মোৰ আগতে সেই ওফোন্দা লৈয়ে মোব Patronage অর্থাৎ অনুগ্রহ নিগ্রহ লৈ Cate নকৰি অর্থাৎ অপেক্ষা নাৰাখি বেগেৰে দুইপাব ছাদি বৈ গৈ থাকে। এনেকুৱা অবস্থা হৈছিল বোৰ।
দুর্গাপূজাৰ দিনচেৰেকৰ আগতে আমি ডিবুব, পাইছিলো। ডিগবীয়া ৰাইজৰ উছাহ আনন্দৰ কল্লোলৰ মাজত থিয়েটাৰ গান-বাজনা ইত্যাদিৰে পূজা মহাসমাৰোহেৰে সম্পাদিত হৈ গ'ল। নবিয়া গাবেই দুদিন এদিন মই তেওঁলোকৰ আন'দব ভাগ লৈছিলোঁ, কিন্তু গাত নবিয়াৰ বাজে গজালি মেলি মোক বিকল কবি পেলাইছিল। চৌদিশে উবি ফংবা আনন্দৰ ফটকা পখিলাবোৰৰ লগতে নিবানন্দব মহ কেইটাই মোৰ গাত শং ফুটাই কোনকোনাই কুবিছিল। বি হওক হর্ষ-বিষাদব সানমিহলিতে মোৰ ডিব্ৰুগীয়া দিন কেইটা এক প্ৰকাৰে কাটি গল।
ভালেমান বছৰব মৰেও মই অসমলৈ গৈছিলো। সেইদেখিয়েই বোধকৰো মোৰ প্ৰদেশী বন্ধু-বান্ধৱৰ মোলৈ আগ্রহ অশেষ হৈছিল। তেওঁলোকে সভা সমিতি পাতি মোক নবিয়া পাটীৰপৰা টানি নি সেইবোবত থিয় কৰি দিছিল। মধ্যে সবমৰ অত্যাচাৰ অতি প্রণ্টাচণ্ডেৰে সহ্য কৰিছিলো। বন্ধুবৰ শ্রীযুত প্রভাতচন্দ্র দাস ডায়বে প্রায দিনৌ আহি মোক অতি যতন কৰি চিকিৎসা কৰিছিল আৰ, তেও'ব যত্নতে মই লাহে লাহে গা-তঙাই উঠিলো। মোৰ কৃতজ্ঞতাৰ আঁজলিৰ বাহিৰে মই উঠি অহ। মনোভিৰাম ডান্তাব বন্ধুজনলৈ আৰু একো নাই।
ডিব্ৰুগডত গোটাচেবেক কথাই নোক বৰ সন্তোষ দিছিল। তাবে দুটা এটাৰ বিষষে কওঁ। প্রথমতে মই আনন্দ-বিমিশ্রিত আচৰিত হৈ পৰিছিলো ডিব্ৰুগড়ব অসমীযা তিৰোতাসকলৰ গঢ়গতি আৰ, কাৰ্য্য কলাপ দেখি। তেওঁলোক মই তাহানি এৰি থৈ অহা অসমব, মহৰ দযাত আব, চেচু'কৰ ছাত বঢা চুকৰ বোৱাৰীৰ শাৰীত আবং নাই। শিক্ষা-দীক্ষা আৰু বাজরা কায্যাদিত তেওঁলোক অগ্রণী। সকলে। সজ কার্য্যত পুৰুষৰ সমকক্ষ হ'বলৈ তেওঁলোকৰ আগ্রহ প্রদীপ্ত। ৰক্ষণশীল সমাজে তেওঁলোকৰ ভবিত পিন্ধোরা শিকলি-তেহেলৈ সেই সোণৰে হওক বা লোৰে হওক তেওঁলোকৰ ভিতৰব অনেকে ছিপ্তিছে আৰু বাকী সকলেও ছিঙিবলৈ যত্ন কৰিছে। দেশৰ সেৱাত তেওঁলোকে পুৰুষৰ শাৰীত ঠাই লৈছোঁহ আৰু, অনেক বিষয়ত শামংক- খুজীযা পুৰুষতকৈ আগবাঢ়িছে বুলি ক'লে বড়াই কোৱা নহয়। ডিব্ৰুগডত সভা- সমিতি পতাত তেওঁলোকেই আগবন্পূৱা হৈ পৰিছে আৰু, ৰক্ষণশীল শাৰীৰ পুৰুষ চুবত ভেকুৰিছে। মাজতে বিমোৰ অৱস্থাত পৰি অসমীযা তিতা শিপিনীসকলে তেওলোকৰ অঙ্গৰ ভূষণ বোরাকট। পৰিহাৰ কৰিছিল। ডিবুব গডীযা নতুন তৰপৰ মহিলাসকলে তাক আকৌ সাদৰেৰে হাতত তুলি লৈছে। তেওঁলোকৰ বিনন্দীয়া মুখ মলিয়ন কৰোঁতা কাণ্ডজ্ঞানহীন পদকি তেও'লোকে পৰিহাৰ কৰিছে। আব্দু বাহিৰলৈ গলে ওৰণীৰ সর্ব গ্লাসী গ্রহণৰপৰা বিমুক্ত হৈ মনোজ্ঞ আংশিক গ্লাস গ্রহণ বৰণ ক'ৰছে। নিন্দকে সমালোচকৰ সপ্তা সমালোচনাবোৰ, সমালোচকব আজিকালি অবারহার্য'। দ'তৰ জোলোঙাত সুমাই থবলৈ তেও'লোকে তেওলোকৰ মনৰ বলেৰে পৰোক্ষভাৱে সমালোচকক অনুজ্ঞা কৰিছে। সভা-সমিতিত তেওঁলোকে পুৰুষৰ আগত ওলাই একে শাৰীতে। বা সমুখতে বহি প্রজা সাধাৰণৰ মঙ্গলামঙ্গলৰ বিষয়ত স্বাধীন মতামত প্রকাশ কৰিছে, অথচ তেওলোকৰ প্ৰীসুলভ গাম্ভীর্য। আব; কমনিৱতাৰ এচুলিমানকো হ্রাস হ'বলৈ তেওলোকে দিয়া নাই। দুজনা এজনাই সভাত উঠি এনে সুন্দৰকৈ বস্তুতা কৰিছে যে অনেক নামজলো বস্তা পুৰুষকো তেওঁলোকে সেই বিষল্পত চেৰ পেলাইছে। ৰামমোহন বারৰ স্মৃতিসভাত মোক সভাপতিৰ আসন দিয়া হৈছিল। তাত কল্যাণাঁয়া শ্রীমতী যোগদা দেবাঁয়ে যিটি বস্তু তা অনগ লভারে দিলে, মই শুনি সাঁচাকৈয়ে পুলকিত হৈ পৰিছিলোঁ আৰু মোৰ দেশৰ এজনা সম্ভ্রান্ত মহিলাৰ সেই বিষয় ও নৈপুণ্য দেখি নিজকে গৌৰৱাশ্বিত বিবেচনা কৰিছিলো। মই ডিবক্স, পোৱাৰ দ্বিতীয় কি তৃতীয় দিনা জবত শোৱাপাটীত পৰি কে'কাই আছো, এনেতে বালিকা স্কুলব প্রধান-শিক্ষয়িত্রী আয়,স্মতী শ্রীমতী গৌৰীপ্রভা চলিহাই লগত একুবিমান ছোৱালী ছাত্রী আব্দু তেও'ব সহযোগী শিযিশ্রী জনচেৰেকক লৈ মোব আগত ওলালগৈ। তেওলোকৰ মোৰ প্রতি কি দযা আব; কি আগ্রহ। তেও'লোকব মুখত অনারশাকীব সংকোচ নাই, তেওঁলোকে তেওঁলোকবে দেশৰ এই চিৰ প্রৱসরাক সাক্ষাৎ কৰি সমাদৰ কৰি সম্মানিত কৰিবলৈ আহিছে আৰু পাবিলে তেও'ক তেওঁলোকৰ স্কুললৈ আদবি গৈ তেওৰ মুখব পৰা দাষাৰ-চাবিষাৰ কথা শুনিবলৈ ইচ্ছা কৰিছে। কি সুখকব দশা। কি সংন্দৰ ব্যৱহাৰ। শ্রীমতী গৌৰীপ্রভা আইদেওক অৱশ্যে তেও কলিকতা কলেজ। পড়াবে পবা মই জানো, আব, নোস নিজৰ জাঁৰ নিচিনাকৈ তেওঁক স্নেহ কৰো। গৌৰ। চন্দ্রমাক মাজত লৈ তেওঁৎ সহযোগী নক্ষত্রধূপিনী শিকত্ৰিবী আৰু, ছাত্র সকলে যেতিয়া মোৰ আগত উপস্থি হ'লহি, জৰত চেপেটা লাগি থকা মই জবেব অত্যাচাৰলৈ ক্ষন্তেকৰ নিমিত্তে পাহবি বিমল আনন্দ অনুভর কৰিছিলোঁ। ইয়াৰ কিছ, দিনব পিছত তেওঁলোকৰ স্কুললে মই গৈ স্কুল চাই আৰু, তেওঁলোকৰ কাৰ্যা দেখি অতি সন্তোষ পাইছিলো। স্কুল: তেওঁলোকে বাঞ্ছকরনীয়া বৰূপৰ ব'টা এটিত যি কাকত এডুংখবি মোক দিছিল, সেই বাঁটাটি আব, কাকতখাঁবযে সদাষ মোক সম্বোষ দি থাকিব। ডিব্ৰুগডৰ সম্ভাব্ম্ব মহিলাসকলৰ সভাতো এই লেখকক যিখন অভিনন্দন পত্র মুগাব কাপোৰৰ ওপৰত ছপাই দিছিল, সেইখনো নিশ্চয এই লেখকৰ পক্ষে অতি আদবৰ সমল হৈ সদায তেওঁৰ হাতত থাকিব।
ডিবুবু গডৰ থিয়েটাৰ অৰ্থাৎ ৰঙ্গশালৰ বিষয়ে একেধাব কর্ত। ডেকাসকলৰ উদ্যনৰ ফলত বঙ্গশালটি সুদর্শন হৈ পৰি সি ডিব্ৰুগডৰ সমাপ্তি বৃদ্ধি কৰিছে। সভা-সমিতি, থিয়েটাৰ, যাত্রা, গান, ভাবনা প্রভৃতি এই ঘৰতে হয়। থিযেটাবৰ চিত্রপটবোৰ অসমীযা চিত্তবিদ, ডেকাসকলৰ দ্বাৰাই আঁকা হৈছে আৰ, সেইবোৰ কলিকতাব ব্যয়সাষী নিপুণ চিত্তবিদৰ চিত্ৰতকৈ কোনোগুণে হীন নহয। নাট্যকলাত ডিব্ৰুগডৰ সম্ভ্রান্ত ঘৰব ডেকাসকলে আশাততিভারে উন্নতি লাভ কৰিছে দেখি মোৰ মনত হর্ষ' উপজিছিল। পেইন্টিং আব, ফটোগ্রাফীত স্নেহাস্পদ মুস্তানাথ বৰদলৈব কৃতিত্ব লেখত লবলগীষা। থিবেটাৰৰ ভালেমান দশ্যপট তেওঁৰ হাতৰ। তেওঁৰ স্টুডিওলৈকো আমি গৈছিলো। তাত তেওঁৰ হাতৰ চিত্ৰবোৰ দেখি বৰ সন্তোষ পালোঁ। তেওঁ যদি সেই স্টুডিও অর্থাৎ চিত্রশাল আনি কলিকতাত পাতি বহে, তেন্তে তেওঁক সেই কাৰ্য্যত চেৰ পেলোবা লোকৰ লেখ সবহ নহ'ব। ডেকাসকলে পূজাৰ সময়ত কেইবাখনো নাটৰ অভিনয় কৰিছিল। অবশ্যে এটাইবোৰ দেখা কপালত নঘটিল। কিন্তু বিকেইটা দেখিলোঁ, তাতে মোৰ অশেষ সন্তোষ লভিছিল। সাজসজ্জা, চিত্রপট, ভাবপূর্ণ' অভিনয়, সুশ্বৰ সঙ্গীত আৰু, মনোজ্ঞ নৃত্যত তেওঁলোকৰ বৈশিষ্ট্য দেখা গৈছিল। কালত তেওঁলোকে যে আব; উন্নতি কৰিব তাত সংশয় নাই। চিত্রকলাবিদ শ্রীযুত মুস্তানাথ বৰদলৈৰ কৃতিত্ব "কমিক একটিগুতো" অর্থাৎ হাসাবসব ভারতো পৰিস্ফুট। ভান্তৰ শ্রীতে প্রভাতচন্দ্র দাস আৰু, জনাদধেকব অভিনব কলিকতাৰ থিযেটাবৰ বিখ্যাত অভিনেতা সকলতকৈয়ো কোনো গুণে কম হয়। মাথোন এটি কথা ডিব, বগৰব।যা ডেকা বন্ধ, সকলব জনাই থওঁ, যেন তেওঁলোকর যত্নত মৌলিক অসমীয়া নাটব অভিনয় সবই হব। অৱশ্যে তেনে নাটকব যে আটক, সেইটো জানে। যি হওক, ভৱিষ্যতলৈ সেই আচক গুচিব বুলি আশা কবিলে।। বিদেশ নাটক অসম।যালে ভাঙি অবন য়া বঙ্গশালাত অভিনষ বৰাটোত অনেকে দায ধবে। মধ্যে তেনে কাৰ্যাত বৰ এন্তোষ পাওঁ, এনে নহয। কিন্তু বিদেশ। ভাষাৰ নাটক একেবাবেই আমাৰ বঙ্গশালাব বাহিব কৰি দিয়াটোৰো মই বিবোধ।। অরশ্যে যদি তাব অনুবাদ প্রকৃত অসমীযাৰ অন, পাদ হে অসনীযাঁৰ পেটত সিজাগ যোৱা হব। ভাল বিদেশ। নাটাব উৎঞ্চন্ট ভাবসম্পদেবে অসমীয়া সাহিতাব সৌন্দর্য। বড়োরাটো অতি শোভন কথা, যদি সেই ভাবসম্পদক বাযেবগুলুরা অসমীয়া নকৰি আচল অসমাখা কবি দিয়া যায়। ভাবতব নানা দেশব পৰা মানুহ আহি অসম: বসতি কৰিছে। যদি সেইবোৰে অসমক সর্বতোভারে বর্ষণ কবি অসমীয়া হৈ যাষ তাৰ দ্বাৰাই অসমৰ আপদ নাবাড়ি সম্পদ হে বাড়ির। এনে গড়েবেই পূর্বণি বালৰে পথ্য অসম পৰিপুস্ট হৈ আহিছেও। কিন্তু অসম যাৰ বেসবাহত যদি কোনোবাই অসমীযাব দবে চাপবি বজাই বা তাল লৈ নাম নাগাই খোল বৰতাল লৈ-
"নযাল দযাল, দযাল বলে ডাকবে বসনা। যাবে ডাকলে হৃদয শাতল হবে যাবে যম যন্ত্রণা ।"
এনে বণ্ডলুরা সংকান্ত'ন মেলি দিয়ে, তেন্তে সি অসম যাব বৰসাহত হাহৰ মাজত কাউব। হৈ পৰি খেলিমেলিহে লগাব, শোভা নকবে Hybrid অর্থাৎ এথাকেচেলরা গান মিহলি আহাৰে পেট গোমাই তাত বিপ্লরবহে সৃষ্টি কৰিব, শান্তি সৃষ্টি নববে। এই কথা মনত ৰাখি আমাৰ নাটাকাৰসকলে বিদেশী নাটৰ অসম।যা ভাঙনি কবিবলৈ গ'ল মঙ্গল, নতুবা অমঙ্গল। তাহানি কলিকতানিবাসী জনচেবেক অসমীয্য ছাতৰে লগ লাগি ছেক্সপিযেবব Comedy of Errors অসমীয়ালৈ ভাঙি তাৰ নাম শ্রমবঙ্গ দি অভিনয় কৰিছিল। অনুবাদকৰ লেখত যদিও এই লেখক পৰা নাছিল, তথাপি তেওঁৰ হাত যে সেই অনুবাদকব ওপবত নুফুৰিছিল এনে নহয়। মোৰ বিশ্বাস, ইবোজা নাটৰ সেই অনুবাদ একেবাৰেই অসমীযা হৈ পৰি অসমীয্য সর্ব সাধাৰণৰ মন হৰণ কৰিব পৰা হৈছিল। এতিযাও নতুনকৈ উঠি অহা ডেকাসকলে তেনে গড়েবে বিদেশী নাট অসমাঁধালৈ ভাঙি তাক অসমীযা সাজপাৰ পিন্ধাই বঙ্গশালত তুলি দিলে, আমাৰ আসোরাহ ধৰিবলৈ একো নাথাকিব। *