shabd-logo

। ষষ্ঠ আধ্যা।

1 January 2024

0 দৰ্শন কৰা হৈছে 0

১৮৯৪ শ্রীষ্টাব্দব ৩০ নবেম্বৰত কমলা তাতে ঢুকাল। এইদৰে দুবছৰৰ ভিতৰতে ডাঙৰীয়া গুণাভিবাম বৰুৱাৰ এতিয়া আমাৰ সকলোৰে তেওঁক সমুদ্র-যাত্রা (sea- মহাশয়ব জোঁরাযেক ডাঙৰ সেই জয়জয় মযময পবিবাৰটোত চাবিটা মৃত্যু। সন্তানৰ ভিতৰত ৰ'লগৈ জ্ঞানদাভিৰাম আৰু, স্বর্ণলতা। ঘাই চিন্তা হ'ল, কেনেকৈ জ্ঞানদাভিৰামক ৰক্ষা কৰা হব। trip) এটা দিয়াই থিব হল। লগত শিরনাথ শাস্ত্র। বিপিনবিহাৰী সৰকাবক দিয়া হ'ল। কাবণ ডাস্তব সৰকাবৰো গা দেযা আছিল। ব্রাহ্মসকলে ভাবিলে তুলসৰি লগত কলপটুৱাব মুঞ্জিব দবে তেওঁৰো পৰিৱর্ত'ন হওঙ্ক- বিশেষকৈ পবৰ খৰচতে। জ্ঞানব বাঈদেরেক কালীমাইচেনা পুতেক প্রিষনাথেৰে সৈতে তেতিয়া তেওঁলোকৰ লগতে আছিল। প্রিয়নাথক আমি জ্ঞানৰ লগত দিবলৈ মনোনীত কবিছিলোঁ। কিন্তু সেই দাবী ব্রাহ্মসকলব দ্বাবাই অগ্রাহ্য হ'ল। বি আই এছ, এন, কোম্পানীব লারাস্তা (SS Lawada) জাহাজত দ্বিতীয় শ্রেণীৰ কেবেরা দি জ্ঞানক বিপিন বাবুৰ সৈতে মাদ্রাজেদি বোম্বাইলৈ পঠিয়াই দিযা হ'ল। সেই যাত্রাত প্রায এমাহ লাগিছিল। তাৰ পিছত তেওঁ মুঙ্গেৰত থাকিবলৈ আহিল। গুৱাহাটীৰ শ্রীযুত ৰাধাকান্ত বৰুৱা তেতিবা মঙ্গেবত আছিল। প্রথমতে তেওঁৰ লগতে জ্ঞান ব'লগৈ। পিছত সুকীয়াকৈ ঘৰ এটা কেৰেয়া কৰি আছিল। তাত থাকোঁতেই জ্ঞানে শংনিবলৈ পালে যে য়ুৰোপৰপৰা শ্রীযুত বাধিকা ফকন কলিকতালৈ আহিছে, তেওঁলোকৰ বিষয়-সম্পত্তি হাতত লৈ "মেনেজ" কৰিবলৈ। ১৮৯৫ খ্রীস্টাব্দ এপ্রিল কি মে' মাহত জ্ঞান মুঙ্গেৰৰপৰা আহি শ্রীযত জগদীশ বসু, আব্বু তেওঁৰ পৰিয়ালেৰে সৈতে দার্জিলিঙলৈ যাব। তাৰ পিছত পোন্ধৰ বছৰ বযসত ১৮৯৫ শ্রীষ্টাব্দত জ্ঞানে বি আই এছ এন, কোম্পানীব 'ডনেবা' নামৰ জাহাজত উঠি বিলাতলৈ পঢ়িবলৈ যাব। বিলাতত শ্রীযুত জগদীশ বাবুরে জ্ঞানৰ পঢ়া-শুনাৰ বন্দবস্তু কৰি দিযাৰ কথা আছিল। কিন্তু বসুরে গা লাগি সেই কাৰ্যা কৰাতকৈ গা এবা দি ফ,বাহে দেখা গৈছিল। ডাস্তবৰ সূচনাতে (Suggestion) জ্ঞানে অক্সফোর্ড' বা কেম্ব্রিজত পঢ়া প্রস্তাবটো উলটি গৈছিল। সেইটো জ্ঞানৰ শিক্ষাৰ নিশ্চষ বিঘিনিজনকহে হৈ উঠিছিল। জ্ঞান বিলাতত থাকোঁতে এবাৰ কলিকতাত ডান্তব জগদীশ বসুরে বোক তেওঁৰ ঘৰলৈ মাতি নি, তেওঁৰ যে আবু, জ্ঞানৰ সম্পর্কে কোনো কার্য্য কৰিবৰ ইচ্ছা নাই, সেইটো মোক কৈ, সেই ভাৰ সম্পূর্ণরূপে যে মই লোৱা উচিত, তেনে প্রস্তাৱ কৰিছিল।

বিলাতত গা-ভাল নথকা বাবে, জ্ঞান ১৮৯৮ খ্রীষ্টাব্দত কলিকতালৈ উভতি আহে। তেওঁ কিছু, দিন হাওড়াৰ বোজমেৰি লেনৰ ঘৰত আমাৰ সৈতে থাকে আৰু তাৰ পিছত আমাৰ ঘৰৰ ওণ্ডষতে বেপ্টিঞ্চ লেনত সব, খষ এটা কেবেয়াকৈ লৈ থাকে। তাতে তেওঁ চাৰি-পাঁচমাহমান আছিল। স্বর্ণও প্রায় এমাহমান জ্ঞানৰ লগতে আছিলহি। তাৰু পিছত ২৫০ নম্বৰ গ্রেড ট্রাঙ্ক ৰোডত ঘৰ এটা লৈ জ্ঞান থাকেহি। ইয়াব কিন্তু, কালৰ আগতে হংগলী কলেজৰ প্রিঞ্চিপেল গুণী আৰু বিহ্বান শ্রীযুত ক্ষীৰোনচন্দ্র ৰায়চৌধুৰীৰে সৈতে স্বর্ণলতাৰ পুনবাৰ বিবাহ হৈছিল। শিয়ালদহ স্টেশানৰপৰা কিছু,নবতে হেবিছন ৰোডত ক্ষীৰোদ বাবুরে জ্ঞানৰ নিমিত্তে (অৱশ্যে জ্ঞানৰ টকাবেই। এটা পকাঘৰ সজায, তাতে ক্ষীবোদ বাবু, আব; প্রণ' কিছ, দিন আছিল। কাঁবোদ বাব, হংগলী কলেজৰ পৰা, কটকব বেভেলা কলেজৰ প্রিঞ্চিপেল হৈ বদলি হৈ যাব। এদিন হেবিছন বোডৰ ঘৰটোৰ তলত এদব মধ্য দেখি, স্বর্ণ'ৰ ভাত-বান্ধনি বামুণ- টোক ঘবটোৰ ৰখীয়া কৰি থৈ বর্ণ'ক মই আমাৰ ঘৰত থওঁহি। দু'দিনব পিছত তাতে সেই ৰখীয়া বাম্পটো প্লেসত মবে। তাৰ পাছত বর্ণ ছোৱালী দুটিৰ সৈতে কীৰোদ বাবুষ লগলৈ কটকলৈ গুচি যায়।

ইবাৰ কিছু দিনৰ পিছত জ্ঞান আসামলৈ যায। পূজাৰ পিছত তেওঁ কাঁলক তালৈ উভতি আহি হাওড়াত আমাৰ বোজমেৰি লেনৰ ঘৰতে আমাৰে সৈতে থাকে। ১৯০৬ খ্রীস্টাব্দত তেওঁ বালিগঞ্জৰ ঝাউতলা ৰোডৰ ঘৰ এটালৈ উঠি যায়। সেই বছৰতে তেওঁৰ বিয়া হয়। মহর্ষি দেবেন্দ্রনাথ ঠাকুৰৰ বৰ পুতেক দার্শনিক পণ্ডিত শ্রীষত দ্বিজেন্দ্রনাথ ঠাকুবৰ মাজ; পুতেক শ্রীযুতে অৰুণেন্দ্রনাথ ঠাকুৰৰ বৰ জীয়েক শ্রীমতী লতিকা দেৱাঁবে সৈতে তেওঁৰ বিযা হয। মই সেই সময়ত শ্রীতে ভোলানাথ বৰুৱাৰ (বি বৰুৱা) সৈতে কাশ্মীৰত আছিলোঁ।

মোৰ ককাইদেও ডাক্তৰ গোলাপচন্দ্র বেজবৰুৱাই (ডাক্তৰ জি চি বেজবৰুৱা) বিলাতত ডান্তৰী (L. R. C. P আৰু L F. P. S.) পাছ কৰি, অনেক বছৰ দক্ষিণ আমেৰিকাৰ ডামৰাৰা নামৰ ঠাইত থকা মাৰা চহৰত চিভিল ছাজ্জ'ন হৈ কাম কৰিছিল। ১৫।১৬ বছৰৰ পিছত তেওঁ অৱসৰ লৈ তাৰ পৰা গুচি আহি হাওড়াত আমাৰ লগতে আছিল। হাওড়া মিউনিচিপেলিটিৰ তেওঁ হেলখ-অফিচাৰৰ কাম পাই কান কবিছিল। কিছুদিনৰ পিছত তেওঁ আমাৰ লগৰপৰা গৈ শ্রীবান জ্ঞানদাভিবামেৰে দৈতে হাওড়াতে গোলাবাৰী ৰোডৰ ৩৪ নম্ববৰ ঘৰ এটা সুকীয়াকৈ লৈ থাকেগৈ। তাতে মোৰ ককাইদেওৰ বিয়া হয়। তেওঁৰ বিয়াৰ পিছত ওপৰত কৈ অহা বেষ্টির লেনব ঘৰলৈ আহে। ১৯০০ চনব মাচ্চ কি এপ্রিল মাহত, মই যেতিযা শ্রীযুত ভোলানাথ বহুরাবে সৈতে একেলগে হাওডাৰ ডবচন, ৰোডত ঘৰ এটা কিনি তাক আব, ভালকৈ সজাই-পৰাই লৈ তাত থাকিবলৈ, যিদিনা "গৃহ প্রবেশ" উৎসৱ কৰো সেইদিনা তাত জ্ঞান আৰু তেওঁৰ ভগ্নীপতি ক্ষীৰোদ বাবু, উপস্থিত থাকি সেই উৎসৱত যোগ দি আমাৰ আনন্দ বন্ধন কবিছিল। আদি ব্রাহ্ম-সমাজৰ পণ্ডিত প্রিয়নাথ শাস্ত্রীয়ে সেই উৎসৱত ম্যপাঠ আদি কৰি সেই উৎসৱৰ কাৰ্য্য সম্পাদন কৰিছিল। ১৯০৮ জীষ্টাব্দত শ্রীযুত ভোলানাথ বৰুৱা যেতিয়া বিলাতলৈ যাবলৈ ওলাল, জ্ঞানক তেও'ৰ পদ-প্রদর্শক সহায়ক-স্বৰূপে তেও লগত লবৰ প্রস্তাব কৰিলত জ্ঞানো লগতে বিলাতলৈ গ'ল। অৱশ্যে জ্ঞানেও জাহাজৰ কেবেয়া ইত্যাদি নিজে বহন কৰিছিল। 

৩৮

মোৰ জীৱন সোঁৱৰণ

বি বৰুৱা বিলাতত প্রায় হুমাহমান আছিল। জ্ঞানে তাতে থাকি এইবাৰ বেৰিষ্টাৰী পৰীক্ষাত উঠি ১৯০৯ খ্রীষ্টাব্দত ডিচেম্বৰ মাহত কলিকতালৈ উভতি আহে।

মই গুণাভিৰাম বৰুৱা ভাঙবাঁযাৰ আৰু তেওঁৰ পৰিয়ালৰ বিষয়ে এইদৰে বহলাই লেখাৰ অভিপ্রায এযে যে কেনেকৈ বিধিৰ বিড়ম্বনাত এনে এটা শ্রেষ্ঠ আৰু, সুন্দব অসমীয়া পবিযাল অলপ কালব ভিঃবতে ভাগি-ছিগি গ'ল, সেইটো সকলোকে জনাব লাগে। আমি কর আশা করিছিলোঁ, আমার আলা ঈশ্ববৰ অলঙ্ঘ্য বিধানত অনেকখিনি ছেদ হ'ল। পুনবাব কওঁ, ভাঙবীযা গুণাভিৰাম বৰুৱাই অশ্বতঃ আব, দহ বছৰমান জীয়াই থাকি দেওঁৰ অৱসব কালব সুখে-শান্তি ভোগ কবিবলৈ যদি পালেহেতেন দেওঁ অসমীযাব মঙ্গলব অর্থে' আবু, ঘাইকৈ অসমীয়া সাহিতাব অর্থে কিমান কাম কৰি গ'লহেতেন, সেইটো সহজতে অনুমান কৰিব পাৰি। তেওঁৰ এটাইকেইটি ধুনীয়া পুতেক যদি কলিতে শুকাই নগৈ, সবি নপৰি জীয়াই থাকিলে- হোঁতেন, আমি আৰু দুটি অসমীযাৰ আদবৰ ধন জে বৰুৱা পালোহেঁতেন বলি মোর বিশ্বাস। ঈম্পবধ অশেষ কৃপা যে কোনোমতে ঢুকে-কোণে লাগি থাকি জ্ঞানদাভিৰাম বৰুৱা ৰ'ল যিজনেই আজি অসমীযাব আদবৰ আৰু গৌবরব না। "প্রিঞ্চিপেল জে বব,রা। তেওঁ তেওঁৰ ববণীষ পিতদেৱতাৰ ওথ মন আৰু বহুল বেদষব প্রকৃত উত্তৰাধিকাৰী নহয়নে? গোটেই আসামত উঠা প্রতিধ্বনিয়ে কৈছে, "হয়।" ঈশ্বৰে তেওঁক দাঁর্ঘজীবি কবি কুশলে ৰাখক, ঈশ্ববৰ চৰণত এই জীবন- সোঁৱৰণৰ লেখকৰ এযে আন্তবিক প্রার্থনা।

কলিকতা যুনিভাছি'টিৰ হাতত শেষত এইদৰে মাৰ খাই ধিক্কাৰ লাগি সেইফালে আব, যাখ নকৰোঁ বুলি প্রতিজ্ঞা কবিলোঁ, আবু, স্বাধীনভারে বারসাষ-বাণিজ্য- বাণ্ডিকে ধর্ষি জীবন কটাবলৈ সম্বল্প কৰিলো। শ্রীযুত ভোলা নাথ বৰুৱাক মোৰ মনৰ কথা এদিন কলতে পেওঁ মোক আকোরাল মাৰি ধৰিলে। তেওঁৰ সৈতে লগলাগি বারসায কৰাকে স্থিব কৰি একান্তমনেৰে মই কাৰ্যাত লাগি গলোঁ। তেওঁ গা ভাল পাই (১৮৯৩ খ্রীষ্টাব্দত) নৰিষাৰপৰা উঠি সৰু-সুৰা ব্যৱসাযত ধৰিছিল। প্রথমতে কলিকতাৰ মেক লিউড, (Mc-Leod) কোম্পানীৰ তেওঁ বাৰচেৰেক গাবো পর্ব তৰপৰা অলপ-অচৰপ কপাহ আনি বেচিছিল। তাৰ পিছত "বি বাদাছ" নাম দি, কলিকতাৰ বঙ্গলা বাতৰি কাকত সঙ্গীরনীত বিজ্ঞাপন দিছিল যে, বি. রাদাছ কোম্পানীযে চেগুণ কাঠৰ চ'তি, বৰগা, চৌকাঠ ইত্যাদি যাক লাগে, সোনকালে আৰু, সম্ভাত যোগাব। তেওঁৰ এই উদ্যম সফল নহ'ল। তাৰ পিছত তেওঁ ই আই আবৰ আছান্দোল স্টেশানত সব্দ দমহলাঁয়া ঘৰ এটা কেৰেয়াকৈ লৈ তাতে অসমৰ চাহ খুৰাকৈ বিক্রী কৰাত ধৰিছিল। চাহৰ লগতে দুইচাৰিডাল কাঠো বিক্রী কৰিবলৈ লৈ থৈছিল। বন্ধুবিহাৰী কৰ নামৰ বঙ্গালী এজনক মাহে টকাচেৰেক দম্ম'হাত সেই ব্যবসাবৰ কাৰ্য্যত তেওঁ ৰাখিছিল। তাৰ পিছত বেঙ্গল নাগপুৰ স্টেশান গুইলকেৰ আব, মনোহৰপুৰত সৰু-সুৰাকৈ বেলৰ স্লিপাৰৰ ব্যবসায় কৰিবলৈ মনস্থ কৰি তেওঁ গরণ মেন্ট ফৰেণ্ট ডিপার্ট মেন্টৰপৰা তাকবীয়াকৈ গছ "বয়েলটীত" বন্দবন্ত কৰি লৈ সেই কাৰ্য্যত হাত দিছিল। সেই কার্য্যত তেওঁক সহায় কৰিবলৈ তেওঁলোকৰ বংশবে গোপীনাথ ববুরা নামৰ এজনক আনি, শোভাৰাম বসাকৰ লেনৰ ঘৰতে আমাৰ লগতে থৈছিল। তেতিযাৰ "জোনাকী" কাকত পঢ়োতাসকলে দেখিছিল যে মাহদিযেক গোপীনাথ বৰুৱাক মই "জোনাকী'ত "জোনাকী"ৰ প্রকাশক বুলি জাননী দিছিলোঁ। গোপীনাথ ববুরাক গ্রাহকলৈ "জোনাক" পঠিওরা আব, তাৰ হিচাপ ৰখা আদি কামত নিযুক্ত কবিছিলোঁ। তাৰ পিছত গোপীনাথক বি ববুরাই গুইলকের আব; তার পিছ ননোহৰপুৰৰ তেওঁৰ ব্যৱসাযত সহায় কৰিবলৈ লৈ গ'ল। তাৰ পিছতে মই বি এবুবাৰ ব্যৱসাযৰ ভিতৰত প্ররিস্ট।

আমাৰ কাঠৰ বারসাব লাহে লাহে ভাল হৈ আহিবলৈ ধৰিলে। বি বৰুৱাই সম্বন্ধও তেওঁৰ ভাগিনিষেক একজিকিউটিভ ইঞ্জিন।যাব বলিনাবাযণ বৰাৰ ভাবেক শ্রীযুত মহীনাবাযণ বৰাক গুৱাহাটীৰপৰা আনিলে। মহ নাৰাযণো মোৰ লগতে শোভাবান বসাকৰ ঘৰতে কিছু দিন ব'লাহ।

কিছুমান দিনৰ পিছত বি বৰুৱা আৰু মই শোভাবান বসাক লেনৰ ঘৰ এবি দি ১৪ নম্বৰ গোপালেনব ঘব এটালৈ উঠি গলোঁ। মোৰ গ. হিণীকো তেওঁলোকৰ জোডাসাঁকোৰ ঘৰ ৬ নম্বৰ দ্বাৰকানাথ ঠাকুৰব লেনৰপৰা তালৈ লৈ আহিলোঁ। গোপীকৃষ্ণ পালব লেনৰ আমাৰ ঘবটো দুমহলীয়া আৰু ডাঙৰ আছিল। তাত কোঁয়া দুটা ফাল বা বিভাগ আছিল। ৰাজবাটৰ ফালে সমুখৰ ফালটোত বি. বৰুৱা আব্বু ভিতৰ ফালে আমি থাকিবলৈ ললোঁ ললোঁ। আমাৰ খোৱা-বোৱা একেলগে চলিল। ইতিমধ্যত মহীনাবাধন বৰাক মনোহৰ স্টেশানত থাকি কাম কৰিবলৈ পঠোৱা হ'ল। মোৰ কাৰ্যা হ'ল কলিকতাৰ ফালে ব্যবসায়ব সকলো কাম দেখা। মাজে মাজে অৱশ্যে বি. এন. আব লাইনত থকা আমাৰ ব্যৱসাযৰ স্টেশানবোৰলৈকো মই গৈছিলোঁ। বি বৰুৱাই লাইনৰ ফালে সকলোবোৰ ঠাইত ঘুৰি ফুৰিবলৈ ধৰিলে। দিনে দিনে আমাৰ ব্যৱসাযে ঠন ধবি আহিবলৈ ধৰিলে।

মই কলিকতাৰ "ঠাকুৰবাৰীত" বিয়া কৰাইছিলো। খুব সম্ভর এই বাবেই কলিকতাৰ অভিজাত শ্ৰেণীৰ সৰহ ভাগ লোকৰ ঘৰ-দুৱাব মৌলৈ মুকলি হৈছিল। অনেকৰে সৈতে মোৰ ভালকৈ চিনা-পশ্চিযো হৈছিল আৰ, তেওঁলোকৰপৰা মই আদব- সাদৰো পাইছিলো। বি. বৰুৱাই মোক তেওঁৰ নিজা ভায়েক বুলি সকলো ঠাইতে চিনাকি দিছিল। প্রথমডোখৰত সেই কথাকে যদিও মোৰ অলপ-অচপ খোকোজা লাগিছিল, তাৰ পিছত সেইটো মোব সহজ হৈ গল আৰু মযো সেই সম্বন্ধকে ভালকৈ মানি চলিবলৈ ধাঁবলো। সেই সূত্ততে ওপৰত কোৱা অভিজাত শ্রেণীৰ দুৱাৰো তেওঁলৈকো মুকলি হৈ পৰিল। ব্যৱসায়ৰ সম্পর্কত বা মানুহক এনেই দেখা-শুনা কৰা সম্পর্ক'ত আমি দুযো সদাষ একেলগে ফুৰিছিলো। কলিকতাৰ নিমতলাও কাঠৰ গোলাবোৰৰ ঘাই ঠাই। সেই গোলাবোৰৰ সৰহ ভাগেই তেতিয়া কাঠৰ ব্যবসায়ী গিবশিচন্দ্র বোসৰ তলতীয়া আছিল। বাস্তৱিকতে চেগুণ কাঠৰ ব্যৱসায়ত গিৰীশ বাবু তেতিয়া একছত্রী ক্ষমতাশালী বজা আছিল বুলিলে বঢ়াই কোৱা নহয। গিৰীশ বাবুৰ দিহা আৰু পৰামর্শ আনবোৰ কাঠৰ ব্যৱসায়ীয়ে মানি চলিছিল। গিৰীশ বাবুই প্রথমতে কলিকতাৰ সুপ্রসিদ্ধ তাৰকানাথ প্রামাণিকৰ পুতেক কালীকৃষ্ণ প্রামাণিকৰ "ফার্ম'ত" সামান্য চাকৰি কৰিছিল। তাৰ পাছত লাহে লাহে সুকীয়াকৈ নিজৰ বুদ্ধি আৰু, কপালৰ বলত তেনে অৱস্থা পাইছিলগৈ। বি বৰুৱাই তেওঁৰ সৈতে চিনাকি হৈ লৈ, তেওঁৰ সম্পর্ক'তে অলপ-আবপ কাঠৰ ব্যৱসাযত হাত দিলে। বি. বৰুৱা আৰু তেওঁৰ লগত মই গিৰীশ বাবুৰ কাষত গিৰীশবাবুষ কাঠব গোলাত বহিছিলোঁগৈ। বি বৰুৱাই মোক গিৰীশ বাবুৰ আগত তেওঁৰ নিজা ভায়েক বুলি পৰিচিত কৰিছিল। শ্রীযুত কালীকৃষ্ণ প্রামাণিকেৰে সৈতেও আমাৰ ভালকৈ চিনাকি হৈছিল। প্রামাণিক আন আন ব্যৱসায়ৰ লগতে জাহাজ মেৰামত কৰা "ডক" এটা হাওড়াত আছিল। "ডক "টোৰ নাম কেলিডনিষা ডক (Caledonia Dock)। ঢকব মেনেজাৰ বৰ চাহাবজন য়ুৰোপীয়। এছিষ্টেন্ট মেনেজাৰ আছিল এজন বাঙ্গালী, তেওঁৰ নাম বাবু, অতুলকৃষ্ণ ঘোষ। অতুল বাবুৰ নিচিনা ওথ মনৰ অমায়িক আৰু পৰোপকাৰ। মানুহ বিবল। কলিকতাৰ সুবিখ্যাত "গাইনোকোলজিস্ট আৰু ধাত্রী-বিদ্যাত অপ্রতিদ্বন্দী ডাস্তব ছাব কেদাবনাথ দাস (যাৰ অলপতে মৃত্যু হ'ল) অতুল বাবুৰ নিজ। ভাগিনিষেক আছিল। অচিবতে অতুল বাবুৰ সৈতে আমাৰ ঘনিষ্ঠ বন্ধুত্ব সঙ্ঘটিত হ'ল। সুবিধা পালেই মই কেলিডনিয়া ডকলৈ গৈ অতুল বাবুৰ কাষত বাঁহ তেওঁৰে সৈতে কথাবার্তা পাতি আনন্দ উপভোগ কৰিছিলোঁ আৰু বি বন্ধুরাও কলিকতালৈ আহিলেই আমি দুয়ো লগলাগি গৈছিলো। বুড়া কালীকৃষ্ণ প্রামাণিক আৰু তেওঁৰ তিনি পুতেক আদুতোষ, প্রমথ আৰু মন্মথ প্রামাণিকৰে সৈতেও আমাৰ বস্তুত্ব হৈছিল। মাজে মাজে আমি কালীকৃষ্ণ প্রামাণিকৰ ঘৰলৈ গৈছিলোঁ। তেওঁলোকৰ প্রকাণ্ড ঘৰ কলিকতাৰ কাসাৰী- পাডাৰ বাৰাণস। ঘোষৰ স্ট্রীটত। কাল কৃষ্ণ প্ৰামাণিকৰ মোৰ প্ৰতি কথাবার্তা বৰ স্প্রেংসস্তক আছিল। তেরো জানিছিল যে ভোলানাথ আৰু লক্ষক্ষ্মীনাথ দুয়ো ককায়েক ভায়েক। প্রামাণিকেৰে সৈতে আমাৰ অলপ-অচৰপ ব্যৱসায়ৰ সম্পর্ক' লগাই লোৱা হ'ল।

আমাৰ প্রথমডোখৰ ব্যৱসায়-জীবনৰ পাঁচ বছবমানলৈকে, কলিকতাত আমাৰ নিজৰ গাড়ী, ঘোঁৰা আৰু, কেবাণী-মহবীৰ অন্তিত্ব সমূলি নাছিল। আমি "নিতাই গৌব দুইভাবে" নিতৌ টেমগাড়ীত বা পদব্রজে ফৰিছিলাঁ। দুয়ো সকলোবোৰ ঠাইলৈকে একেলগে গৈছিলোঁ। বি বৰুৱাৰ গাত থাকী কোট (ডিঙ্গি নোখোলা) আব, পটলং, মুৰত ক'লা বা ছাই-বৰণীয়া টুপী এটা, হাতত ছাতি এটা আৰ, মোৰ মাবৰ পৰা ভৰিলৈকে পুত্ৰা য়ুৰোপীয সাজ। বি. বৰুৱাই টেনবপৰা নামি পদব্রজৰ আশ্রয় ললেই তেওঁৰ মুখত এই গানটো ওলাইছিল-

চল ৰে মন যাই ৰে কাশী বাবা বিশ্বনাথকে দেখে আসি। 

কাশী গেলে দেখতে পাব,

কত শত যোগী ঋষি। মানুহক নানা কৌশলেৰে বশ কৰা বিদ্যাত বি বৰুৱা বৰ পটু আছিল। বেঙ্গল টিম্বাৰ ব্রেডিং কোম্পানীৰ ফৰেষ্ট মেনেজাৰ আছিল মিষ্টাৰ হুইফিন (FD Whillin)। তেওঁৰ হেতু কোৱাটাৰ আছিল বি. এন আবৰ ৰঘুনাথ পালী বা পানপোছ ষ্টেশানত। তাত হুইফিন বব চাহাব আৰু ছোট চাহাব বাইট (C. H. Write) আৰু দুই-চাবিজন ঘুবোপীয় এছিপ্টেন্ট। হইফিন, "আমীৰী মিজাজ ব চাহাব আছিল। টকাটো ভঙাবলৈ দিলে, ভাত যদি খুচুৰা পইচা থাকে, আনকি বাব আনাও, তেওঁ সেইবোৰ নতুই তাতে এৰি থৈ সিকিটো লৈ গুচি আহিছিল। তেওঁৰ এই প্ৰভাৱৰ সুবিধা তেওঁৰ চাকৰ-নাকৰ আৰু কেৰাণী বাবু, সকলে নলৈ নেৰিছিল। পানপোছাত তেওঁ থকা ঘৰ আৰু ঢোলটো তেও ৰম্যপূবী কবি ৰাখিছিল। বিলিয়ার্ড খেলা টেবুলকে আদি কৰি সকলোবোৰ বিলাতী খেলাৰ আহিলা-পাতি তেও' তাত ৰাখিছিল। সততে বঙালী যুৰোপীয়সকলৰ ভোজ আব, নতা চলিছিল। ঢোলৰ ভিতৰতে সৰু-সুব্য "জুরলজিকেল গার্ডেন" অর্থাৎ বনৰীযা জীবজন্তু বথা "চিবিধাখানা" তেওঁ কৰিছিল। কলিকতাৰ জাদি'ন কানাৰ কোম্পানী (Zardine Skinner & Co), বেঙ্গল টিম্বার কোম্পানীৰ মেনেজিং এজেন্টছ" কলিকতাৰ হেড অফিচত বেঙ্গল চিশ্বাৰৰ বৰ চাহাব আছিল স্টুরার্ড (G.R. Steward)। বি বৰুৱাই লাহে লাহে হইফিন ঢাহাবক সন্তুষ্ট কৰি বেঙ্গল টিঘাৰৰ তলত ঠিকাদাৰ হৈ বেঙ্গল টিম্বাৰত স্লিপাৰ যোগ্যবলৈ বন্দবস্ত কৰিলে। 'ফাইনে맹' (Finance) অর্থাৎ জঘল লোরা আবু, স্লিপার কটোর। প্রভৃতি সকলো খৰচ বেঙ্গল টিম্বাবে সপ্তাহে বি বৰুৱা কোম্পানীক দিবলৈ ধৰিলে। চন্দননগৰ নিবাসী বাবু, বটকৃষ্ণ পাল নামেবে বঙ্গালী এজনে বি এন. আব লাইনত ঠিকাদাৰী কবি কিছুদিন স্লিপাৰৰ কাম কৰি আছিল। তেও'কবি বৰুৱা কোম্পানীৰ তলত ঠিকাদাৰ (sub- contractor) কৰি লোৱা হ'ল আৰুব্দ বি. বৰুরো কোম্পানীযে "ফাইনেন্ড" কৰিবলৈ ধৰিলে। বটুবাবু, কর্মক্ষম আৰু উপযুক্ত ব্যৱসাযী মানুহ আছিল। তেও'ক পাই আমাৰ কামৰ বৰ সুবিধা হ'ল। মুঠতে বেঙ্গল টিম্বাবে আমাক "ফাইনেঞ্চ" কৰে আৰ, আমি বট, বাবুক আৰু আন আন সব, সব, ঠিকাদাৰবোৰক 'ফাইনেন্ট" কৰোঁ আব, সেইদৰে সংগ্ৰহ কৰি পোৱা স্লিপাৰ বেঙ্গল টিশাবক যোগাওঁ। এনে প্রণালীবে কাম চলি আমাৰ ব্যৱসায় বাড়ি আহিবলৈ ধৰিলে। গাংপুৰ এখন "ফিউডেটেৰি স্টেট"। গাংপুৰৰ ৰজাবে নৈতে ভালকৈ চিনাকি হৈ বন্ধুতা কবি, বি বৰুয়াই তেওঁৰ স্টেট। শাল কাঠৰ ভাল জজ্জ্বল এখন বন্দবস্ত কৰি ললে। বট, বাবুক সেই জন্মলত কাম কৰিবলৈ দিয়া হ'ল। বি বৰুৱা বি এন. আব লাইনত দিনে-ৰাতিয়ে টাকুৰী ঘুৰাদি ঘূৰিবলৈ ধৰিলে। মই ঘাইকৈ, কলিকতাৰ মুৰোপীষ আৰু দেশী ব্যৱসায়ীসকলৰ "ফাৰ্ম্ম"বোৰত ঘূৰিবলৈ ধৰিলোঁ। জান্দি'ন কোম্পানীৰ অফিচলৈ যোৱাটো মোৰ দৈনিক কাম আছিল। দুপৰীয়া একমান বজাৰপৰা কাঠৰ ব্যৱসায় কৰোঁতা দেশী মহাজনবোৰ জান্দি'নব বেঙ্গল টিম্বাৰ অফিচত গোট খায়গৈ। বিপিনবিহাৰী দাস তাৰ। হেড, বাবু, আছিল। বিপিন বাবুৰ অফিচৰ খোঁটালীটোত বিপিন বাবকে বেড়ি সকলোবোৰ বাঁহছিল আৰু তাত কাঠ নামৰ ৰাজ-ভগনৰ কথাৰ পৰা আৰম্ভ কৰি কলথোকা বাদুলীযে খোৱাৰ শাৰীৰ সকলো চর্চা চলিছিল। বিপিন বাবুৰ কাষৰ "আড্ডা" তিনিমান বজাত ভাঙি আমি "গিলেণ্ডৰ আববুথনট কোম্পানী "ব কাঠব ডিপার্টমেন্টও বহিছিলোঁগৈ। তাৰ ৰে বাবু, আছিল ক্ষের বাবু। তেওঁৰ ওচৰত কিন্তু বিপিন বাবুৰ কাষত হোরাব নিচিনা "মজলিছ' নজমিছিল। অবশ্যে কিছু, দুব যে নহৈছিল এনে নহয়, কিন্তু সিমান সবহ নহৈছিল। তাব পিছত জজ হেন্ডেছ ন, মেকেঞ্জি লায়েল, ইত্যাদি কোম্পান।ব অফিচলৈ গৈ, আমি পাঁচনান বজাত ঘবাঘাব গৈছিলোঁহক। তেতিয়াও বি বন্ধুরা কোম্পানীব নিজৰ নিজব গাড়ী-ঘোব। নাছিল। কলিকতাৰ অফিচ নিজৰ থকা ঘৰতে আব, আব; অফিচ কেৰাণ।-মহবী-বিবাজ্জত।

দুদুবছবমান আমি গোপীকৃষ্ণ পালব লেনত থকাৰ পিছত আমি তাবপবা বলব।ম দেব ঐটিৰ ঘৰ এটালৈ উঠিগলো। কলিকতাব আমাৰ হেড অফিচৰ হিচাপ-কিতাপ ৰথা আব্, আন আন সব,-বৰ সকলো কাম অবল নোৰ দ্বাৰাই সম্পাদিত হৈছিল। পানপোছব বৰ চাহাব হইফিন, আব, তেওঁৰ এছিস্টেন্টবোবলৈ, আন কি হুইফিন চাহাবৰ হেড, ক্লাক বাবু, শ্যামলাল বানুঞ্জ লৈকো, সততে ফল আব, শাক-পাচলিৰ "ডালি" কাঁলকতাৰপৰা পঠোৱা হৈছিল। মই ব্লেমত উঠি নিউ মার্কেট নাইবা বববজাবব পোস্ট বজাবলৈ গৈ, কি খবালি কি বাবিধা, বাশি ফল আৰু শাক-পাচলি কিনি কুলীৰ হতুৱাই পাচিত ভবোৱাই ওপৰত থৈলা দি সিধাই, তাৰ ওপৰত নিজ হাতে নাম লিখি, কুলীৰ মুৰত তুলি দি, কুলীব লগতে খোজ কাঢ়ি গৈ হাওড়া স্টেশ্যনত "বংক" কৰি দি ঘৰলৈ আহিছিলোঁ। এনে কাৰ্য্য মাহেবত মই দহ-বাৰ বাৰ কৰিছিলোঁ। একো একোদিনা সেই কার্যা কৰিবলৈ পবাই ওলাই গৈ, আবেলি তিনি- মান বজাতহে মই ঘৰলৈ উভতি আহিছিলো। বি এন আবব মুখাঁয়াল ফিবিঙ্গি বা যুবোপীধান কৰ্মচাৰীসকললৈকো বি বৰুবাব আদেশনতে এনে "বাঙ্কেট" পঠোৱা হৈছিল। ববদিন অর্থাৎ শ্রীস্টনাচব সমযতে সেইটো বহৎ ব্যাপাৰ হৈ উঠিছিল। নিউ মার্কে'টব "কেক", ফল আব, কবি আদি শাক-পাচলিৰ "বাঙ্কেট' পঠোবাৰ অন্ত নাছিল। এইবোৰ কাৰ্য্য মই অতি আনন্দ মনেবে আৰু অদনা উৎসাহেৰে কৰি গৈছিলোঁ, কাৰণ মোৰ দঢ় ধাৰণা হৈছিল যে এইবোৰ আমাৰ ব্যৱসায় গাঁট ডাঙৰ কৰিবৰ নিমিত্তে অত্যাবশ্যকীয়। আকৌ কওঁ, মোক এইবোৰ কাৰ্যাত সহায় কৰিবলৈ কেৰাণী বা চাপ্ৰাচী এটাও তেতিয়া কলিকতাত আমাৰ নাছিল। কম খৰচতে যাতে আমাৰ ব্যৱসায় চলে সেইটোৱেই মোৰ প্রধান ইচ্ছা।

অনেকে জানে আৰু বঙ্গদেশত প্রত্যেক শিক্ষিত পৰিয়ালৰ মানুহে জানে যে মোৰ দহধর্মিণী বন্ধন-বিদ্যাত পৰিপক্ক। সৰুৰেপৰা সেই কাৰ্যালৈ তেওঁৰ মনৰ ঢাল। নতুন মাল-মঙ্গলাব সংযোগ-বিয়োগ কৰি তেও' সেইকালত অনেক বন্ধন-প্রণালী উদ্ভাবন কৰিছিল। তেওঁ যেতিয়া আমাৰ গোপীকৃষ্ণ পালৰ লেনৰ ঘৰলৈ আহিল, প্রভারতে আমাৰ খোৱা-লোৱাৰ উন্নতি শ্রেষ্ঠৰপৰা শ্রেষ্ঠতম হৈ পৰিলগৈ। যদিও আমাৰ সাধাৰণ ৰকমৰ ভাত-ৰান্ধনি এটা আছিল, তাকে হাতত লৈ, তেওঁ দিনো ইংৰাজী আৰু, দেশী বন্ধা-ব‍্যাব সুখাদা আহাৰ প্রস্তুত কৰিবলৈ ধৰিলে। বি. বৰুৱাই সুবিধা দেখি, আমাৰ বারসাধব সম্পকী'র্য বহুলোকসকলক নিমন্ত্রণ কবি আমাব ঘৰত খুৱাই সম্বোধ প্রদান কৰিবলৈ ধবিলে। আমাব ছাব-কষ্টেীৰ বাব, আব, তেওঁৰ কাৰ্য্যকাৰসকলব ভূষি-ভোজন মাহেকত নিনি-চাবিবাৰকৈ আমাৰ থবান চলিছিল। মাঠতে কলিকতাত আমাৰ বাবসায়ব সম্পর্ক'ও মোৰ গহিণী সম্পকাৰ: আব: মাষই ছোট চাহাব, মধেই মেনেজাব, মযেই একাউন্টে'ট, মযেই কেবাণী ইত্যাদি। অর্থাৎ বঙ্গলা ভাষাত করব দবে "জুতো সেলাই থেকে চণ্ডীপাঠ পর্যান্ত।" এদিনলৈকে তেনে কাৰ্যাত মোৰ আষ, মোব গাহিণীৰ মনত বিৰক্তিৰ ভাব নৃপজিছিল। শব কাবণ, বি. বৰুৱা আমাৰ নিবহ-নিপানী ভাই, তেওঁব বারসাম্বেই আমাব বারসাব, তেওঁৰ মঙ্গলেই আমাৰ মঙ্গল। মুঠতে, ভোলানাথ আবু, লক্ষ্মীনাথ হবি-হৰ আত্মা। বাস্তরিকতে বারসাষত অসমীযাৰ নাম কলিকতাৰ ফালে সম্বতোভারে যাতে ভাঙৰ হৈ উঠে, এযেই আছিল মোৰ মনৰ প্ৰবল আকাঙ্ক্ষা।

ওপৰত গাংপুৰৰ বজাৰ কথা উল্লেখ কৰি আহিছোঁ। সেই কালত এই ফালৰ উত্তিষা বজাবোব ইংৰাজ আমোলৰ সভাতাৰ হিচাপৰ ঢাপর সিমানকৈ উঠা নাছিল। তেও লোকষ যদিও ইংবাজ আব, ঘাইকৈ বঙ্গালীক অনুকৰণ কৰিবলৈ চেষ্টা দেখা গৈছিল, তথাপি তেওলোক অনেক ওলত পৰি আছিল। আজি-কালি অবশ্যে সেই অৱস্থাৰ সলনি হৈ আহিছে। গাংপুৰব বজাবে সৈতে যেতিযা আমাৰ জনা-শুনা হ'ল আৰু তেওৰ ষ্টেটৰ জন্মলত আমাৰ কাম চলিল ৰজাক আব; তেওৰ পুতেকহ'তক চেও- লোকৰ লগৰীষা দল-বলেৰে সৈতে বি বৰুৱাৰ ইচ্ছা, বজাক ভালকৈ বশ কৰাটো আৰ, বজাক ৰাজকুমাৰবোৰেৰে সৈতে বর্তমান প্রণালীৰ সভাতা শিকোরা। সেই কাৰ্যাৰ ভাৰ মোৰ আৰু মোৰ গৃহিণীৰ গাত পৰিছিল। মোৰ গাহিণী বান্ধনি- ঘৰত আৰু মই বাহিৰত। আমি প্রাণ টাকি অতিথি-সেরা কৰিছিলোঁহক। ৰজাৰ পুতেক এজাক। বজাৰ বৰপুতেক, মাজ, পুতেক, বৰমাজ, সমাজ, ইত্যাদি। ববপুতেক যত্রবাজ "টিকাযেৎ" বোলা হৈছিল। তাৰ পিছত এজন এজনকৈ এনে- বোৰ নাম যথা-“মাজন,ন,", "ভলকুন,ন," ইত্যাদি অনেক "মুন"। মৰেত গণাৰ বন-কবা মখমলব টুপী, গাত গুণাৰ বন-কৰা মখমলৰ চোলা আব, ঠেঙাবে সৈতে বজাই সম্মানবন্দেবে পৰিবতে হৈ যেতিয়া প্ৰথমতে আমাৰ গোপীকৃষ্ণ পালৰ লেনব ঘৰত প্ৰৱেশ কৰিলেহি, আমাৰ ওচৰ-চুব, বীযা বঙ্গালীসকলে উদগ্রায় হৈ আমাৰ ঘৰৰ ফালে দৃষ্টিপাত কৰিবলৈ ধৰিলে। তেওলোকৰ গৃহৰ অঙ্গনাসকলে ঘৰৰ খিড়িকাঁৰ জিলমিলি ঘনে ঘনে মেলি আবু, জপাই, জপাই আব্দ মেলি জমি জমি নেত্রপাত কৰিবলৈ ধৰিলে। ল'ৰা-ছোৱালীৰ ভিতৰৰ ভাঙবোবে সবুবোৰক এইদবে কোৱা মোৰ কাণত পৰিছিল, "আৰে ভাই পড়া দেখছিস না এটা যাত্ৰাৰ দল।। 

আজকে এদেব বাড়ীতে যারা হবে। হৈ হৈ ব্যাপাৰ বৈ বৈ কাণ্ড হবে। আজ বারে দেখা যাবে এখন।"

এই সকলোবোযকে খুরাই-বরাই মই লগত লৈ দিনৌ কলিকতাত দেখ বাবলগীয়া ঠাইবোৰ দেখবোই ফৰিছিলোঁ। বছৰি এনেকুৱা "উৎসর" তিনি-চাৰি বাৰকৈ সম্পাদিত হৈছিল।

"Out of evil cometh good" বুলি এষাৰ ইংৰাজী প্রচলন আছে। গহিণীৰ বিশাল বিপুল বন্ধন-কাৰ্য্যৰপৰা এটা ডাঙৰ উপকাৰ হ'ল। তেও'ব দ্বাৰাই "আমিষ ও নিৰামিষ আহাৰ" নামৰ বৰ তিনি "ভলিউম" অর্থাৎ তিনিষণ্ড বন্ধা-বঢ়াব কিতাপ ৰচিত হ'ল। আজিও গোটেই বঙ্গদেশত সেই কিতাপ প্রচলিত। তাৰ আগেযে তেনে কিতাপ বঙ্গদেশও নাছিল বুলিলেই হয়। তাব আগতে বিপ্রদাস মুখৃজ্জী' নামেবে এজনে "পাক-প্রুণাল।" নানেৰে সৰ কিতাপ এখন ৰচনা কৰিছিল যদিও "আমিষ ও নিৰামিষ" কিতাপেৰে সেইখনৰ তুলনাই নহয়।

আমি গোপীকৃষ্ণ পাল লেনৰ ঘৰত থাকোঁতেই, আমেবিকাৰপৰা ডাস্তব গোপালচন্দ্র বেজবৰুৱা ( Dr G C. Bezbaroa) আহি আমাৰ লগতে কিছুদিন আছিল। তাৰ পিছত তেও'S S Moricy নামৰ জাহাজত, কলিকতাৰ গার্ডেন বিচপবপৰা কুল ব তত্ত্বাবধায়ক ডান্তবশ্বৰূপে কুলী লৈ আকৌ আমেৰিকালৈ যায। প্রাধ এবছৰ কি ডেৰ বছৰৰ মৰতহে তেও বিলাতেদি ঘুৰি আকৌ আমাৰ ঘৰলৈ আহে। অৱশ্যে তেতিযা আমি গোপীকৃষ্ণ পাল লেনৰ ঘৰত থকা নাছিলোঁ। তাৰপৰা ২৭ নম্বৰ বলৰাম দে খুঁটিৰ ঘৰ এটালৈ উঠি আহি, তাতে এবছৰমান থাকি হাওডালৈ উঠি গলো।


24
প্ৰবন্ধ
মোৰ জীৱন-সোঁৱৰণ
0.0
পৰম পূজনীয় আই, উচ্ছ্বর্গা শ্রীমতী ঠানেশ্ববী দেরীব কব কমলত পৰম পূজনীয় পিতৃ দেৱতাৰ এই সংক্ষিপ্ত জীবন-চৰিত অর্পণ কৰিলোঁ। লক্ষীনাথ
1

॥ দ্বিতীয় আাধ্যা ॥

27 December 2023
0
0
0

লধীমপুৰ। তেজপুৰৰপৰা পিতৃদেৱতা লখীমপুবলৈ বদলি হ'ল: আব্বু আমি ছাঁবোৰো লগে লগে লখীমপুত্র পালোঁহি। আহিয়েই আমি কাব থৰত উঠিছিলোঁ মনত নাই, কিন্তু দেউতাই দহ-বাৰ দিনৰ ভিতৰতে ঢোল, ঢাপ, টাটী, চকোয়াৰে সম্পৰ্ণে' ক

2

। তৃতীয় আধ্যা।

27 December 2023
0
0
0

পিতৃদেৱতা লখীমপুৰৰপৰা গুৱাহাটীলৈ বদলি হয়। অসম-বুবলী লেখক কাশীনাথ তামুলী ফুকনৰ জ্যেষ্ঠ পুত্র, গুয়াহাটী নিবাসী শ্রীযুত কমলানাথ ফুকনৰ ঘৰত আমি উঠিলোঁহি। ফুকনৰ ঘৰৰে সৈতে বেজবৰুৱাৰ ঘৰৰ ঘনিষ্ঠ সম্মস্থ পুৰণি

3

। চতুর্থ আষ্যা।

27 December 2023
0
0
0

অসম ৰজাৰ ৰাজধানী ৰংপুৰ বা শিৱসাগবৰ দশ্য অসম ৰাজপ্ৰতিনিধিৰ চহৰ পাৱাহাটীৰ দৃশ্যতকৈ সুকাঁধা। গুৱাহাটীৰ গাত লুইতৰ বিহা মেখেলা, ডিঙিত পর্ব তব সাতসৰাঁ হাৰ, মৰত ভুবনেশ্বৰীৰ ধৱল কিবাঁটি, বহুত উমানন্দ আৰু, উর্

4

পঞ্চম আধ্যা

28 December 2023
0
0
0

শিৱসাগৰলৈ আহি মই শ্রীহত গঙ্গাগোবিন্দ ফুকন ডাঙৰীয়াক (Mr. G. G. Phookan) দেখোঁ। তেওঁ তেতিয়া শিৱসাগৰত একটা এছিস্টেন্ট কমিশানৰ। শিৱসাগবৰ বৰ বীৰ পাবৰ বঙলা এটাত তেওঁৰ থকা ঠাই আছিল। ফুকনৰ ঘৰৰ সৈতে আমাৰ ঘৰব ব

5

॥ ষষ্ঠ আধ্যা ॥

29 December 2023
0
0
0

পণ্ডিত বামকুমাৰ বিদ্যাবত্ব নামেবে এজন ব্রহ্মধর্ম প্রচাবক বঙ্গালীয়ে ব্রাহ্মধর্ম প্ৰচাৰ কবিবৰ নিমিত্তে অসমৰ জিলাই জিলাই বক্তৃতা দি ফুৰিছিল। বিদ্যাবস্থ "সাধাৰণ ব্রাহ্ম-সমাজৰ প্ৰচাৰক আছিল। তেওঁ স্কুলোদব আ

6

॥ সপ্তম আধ্যা ||

29 December 2023
0
0
0

কলিকতাৰ কালীঘাটত থাকি মোৰ পঢ়িবৰ দিহা হ'ল। কালীঘাটত হালদাৰ উপাধিকাৰী বঙ্গালী বামুণ এঘবত মোৰ নিবাসস্থান থিৰ কৰা হ'ল। এনে বন্দবস্তুৰ মানে-যাতে মই অসমীয়া ছাতৰৰ "মেছত থাকি জাতরূপে মোত অৱতাৰ হোৱা শিশুটিক বধ

7

|। অষ্টম আধ্যা ॥

29 December 2023
0
0
0

তেতিয়া মই জেনেৰেল এছেমরি কলেজৰ তৃতীয় ধার্ষিক শ্রেণীত। "পলগ্রেভস্থ গোল্ডেন, ট্রেজাৰি অব, লিবিক্স" নামৰ ইংৰাজী কবিতাৰ সংগ্রহ মোৰ পাঠ্য। তাৰ উপৰি বাইৰন, শ্যোলি, কীটছৰ কবিতাবোৰ আৰু, কৰি ৰবীন্দ্রনাথ ঠাকুৰৰ

8

।। প্রথম আাখ্যা ।।

30 December 2023
0
0
0

মোৰ জীবন-সৌরবণ, স্বাদশ বছৰৰ "বাঁহী"ৰ (১৮৪৪ লক) আহিন মাহৰ বঞ্চ সংখ্যাত লেখিবলৈ আযম্ভ কৰি প্রার মাহে মাহে লেখি, চতুর'শ বছবন (১৮৪৬ লক আহাৰ মাহৰ তৃতীয় সংখ্যাতে বন্ধ কৰিছিলোঁ। আব্দ নেলেখোঁ বুলি ভাবি মই এবি

9

॥ দ্বিতীয় আধ্যা ।।

30 December 2023
0
0
0

মই বি, এ, পৰীক্ষাত উঠাৰ পিছৰপৰা এটা মধুৰ নে কটুৰ, বিপদেই নে সম্পদেই, -ভালকৈ কব নোৱাৰো, "এৰেবিয়ান-নাইটছ" অত লেখা সাউদ বাগদাদৰ চিন্দবাদ চেইলৰৰ কান্ধত উঠা মানুহটোৰ দৰে, মোৰ কাশ্বত উঠিল, তাক একোপধ্যেই দলি

10

॥ তৃতীয় আধ্যা ॥

30 December 2023
0
0
0

এই আধ্যাৰ ভিতৰ,বা কথালৈ যোৱাৰ আগতে আগৰ আধ্যাৰ ভিতৰত ঘোৰতে কোৱা কথা এটাৰ মংকলি ব্যাখ্যা স্নেহাস্পদ শ্রীমান জ্ঞানদাভিৰাম বৰুৱাৰ (জে-বৰুৱা বেৰিটাব) পৰা পাইছোঁ। তেও' লিখিছে- "আপোনাৰ বিধাৰ সময়ত মোৰ পিতৃদে

11

॥ চতুর্থ আধ্যা ॥

1 January 2024
0
0
0

(এই আধ্যা আৰম্ভ কৰাৰ আগতে আব; এটা শুধবলী ব্যাপাৰ সমপস্থিত। এইবাৰ আমাৰ গৃহিণীব ফালৰপৰা। তেও' ইমান দিনে মোৰ জীৱন-সোঁৱৰণৰ দ্বিতীয আধ্যা পঢ়িছিলনে নাই মোৰ জনা নাছিল। আজি বাহু মই লিখিবলৈ কাপ ধৰিছো মাথোন, এন

12

॥ পঞ্চম অধ্যা।

1 January 2024
0
0
0

কলিকতাৰ মোৰ জীৱনত এটি বিশিষ্ট অসমীয়া পৰিবাৰৰ প্রভাৱ বৰকৈ পৰিছিল। সেই পবিবাৰৰ শিষৰ মুকুট আৰু আসামত সর্বজনবিদিত ব,বজীবিজ্ঞ পুরুষ ডাঙৰীয়া ৰায়বাহাদুৰ গুণাভিৰাম বা আছিল। তেও দীর্ঘকাল আসামত, সৰহকৈ নগাঁৱত, এ

13

। ষষ্ঠ আধ্যা।

1 January 2024
0
0
0

১৮৯৪ শ্রীষ্টাব্দব ৩০ নবেম্বৰত কমলা তাতে ঢুকাল। এইদৰে দুবছৰৰ ভিতৰতে ডাঙৰীয়া গুণাভিবাম বৰুৱাৰ এতিয়া আমাৰ সকলোৰে তেওঁক সমুদ্র-যাত্রা (sea- মহাশয়ব জোঁরাযেক ডাঙৰ সেই জয়জয় মযময পবিবাৰটোত চাবিটা মৃত্যু। সন্ত

14

।। সপ্তম আধ্যা ||

1 January 2024
0
0
0

গোপীকৃষ্ণ পাল লেনৰ ঘৰৰপৰা আমি বলবাম দে ঔটৰ ঘৰ এটালৈ উঠি গলো। এইটো ঘৰও আহল-বহল আৰু ডাঙৰ আছিল। তাত থাকোঁতে আমি সব, গাড়ী এখন আৰু ঘোঁৰা এটা কিনি ললোঁ। নিজব গাড়তি উঠি অফিচলৈ যোৱা আৰু আলৈ তলৈ গৈ গা ঘেলোরাত

15

॥ অষ্টম আধ্যা ।

3 January 2024
0
0
0

মাণিকচন্দ্র বা কোম্পানীৰ ভোলানাথ বৰুৱাই গুৱাহাটী পৰিত্যাগ কৰি আহি কলিকতাত যে কাঠৰ ডাঙৰ ব্যৱসায় কৰিছে, সেই খবৰটো কণাকশি হৈ আসামত ওলালগৈ। শ্রীযুত মাণিকচন্দ্র বৰুৱাৰ ব্যবসায়ত শ্রীভূত ভোলানাথ বৰুৱা যদিও দ

16

॥ নবম অধ্যা।।

3 January 2024
0
0
0

১৯০০ খ্রীষ্টাব্দৰ ১৭ নবেম্বৰত কলিকতাৰ জোড়াসাঁকোৰ ঘৰত মোৰ দ্বিতীয়জন। জোৱালী শ্রীমতী অৰুণাৰ জন্ম হয়। সুভি তেতিয়া তাতে আছিল। অনুগাৰ জন্মৰ পিছদিনা পুৱা মই জোড়াসাঁকোলৈ গলতে, লৰি আহি সবভিয়ে মোক কলে, -"চোৱাচ

17

। দশম আধ্যা ।।

3 January 2024
0
0
0

১৯০২ খ্রীস্টাব্দতো বি. বৰুৱাৰ লগত মোৰ ব্যৱসায়-জীবন কেনে আছিল, তাৰ চানেকিও মোৰ ডায়েৰিব পৰা অলপ-অচৰপ আজি এই অধ্যায়ত দিলোঁ। মই বি. বৰুৱাৰ লগ এবি অহাৰ পিছত যিবোৰ মানুহে যাবে কথা শুনি হওক-মোষ বিষয়ে মতামত প

18

ন্যায়ৰ ৰূপান্তৰ: ভাৰতৰ হিট-এণ্ড-ৰাণ আইনত ভাৰতীয় ন্যায় সংহিতাৰ প্ৰভাৱ

3 January 2024
0
0
0

পথ সুৰক্ষা বৃদ্ধি আৰু হিট-এণ্ড-ৰানৰ ক্ষেত্ৰত জবাবদিহিতা নিশ্চিত কৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে ভাৰতে ভাৰতীয় ন্যায় সংহিতা, ২০২৩ৰ অধীনত এক যুগান্তকাৰী আইন প্ৰস্তাৱ কৰিছে।এই প্ৰস্তাৱিত আইনখনে

19

পৰিশিষ্ট মোৰ মৃগয়া

3 January 2024
2
0
0

মোৰ জীৱনৰ আগছোৱাত যদি কিবা এটা কাম বৰকৈ বেয়া লাগিছিল সেইটো মৃগয়া; যাৰ ভিতৰত জীবহত্যা ব্যাপাৰটো বোল অনা বর্ত্তমান। সৰুৰেপৰা জীবহত্যা আব্দ জীৱৰ প্ৰতি নিষ্ঠুৰতা মই দেখিব নোৱাৰিছিলোঁ। তাহানি আমাৰ ঘৰত ৰান্

20

মোৰ মাতৃমুখ দর্শন প্রথম আধ্যা

4 January 2024
0
0
0

ডেৰকুৰি কি দুকুৰি বছৰৰ মূৰত এইবাৰ মোৰ মাতৃমুখ দর্শন ঘটিল। ইমান বছৰ মই মোৰ জীৱনটো বাহিবে বাহিবে কটায়েই বড়া কৰিলোঁ। কার্য'টো নিশ্চয আপচু। কিন্তু কিষ যে তেনে হৈছিল, তাৰ সন্তোষজনক কৈফিয়ৎ এই দিব নোৱাৰোঁ। ম

21

দ্বিতীয় আধ্যা

4 January 2024
0
0
0

একৈশ ছেপ্টেম্বৰ তাৰিখে শিয়ালদহ স্টেছন এৰি বাইশ তাৰিখে গুৱাহাটী পালোগৈ। ব্ৰহ্মপুত্ৰ পাৰ হোৱা জাহাজখন পাণ্ডুঘাটৰ ওচৰ চাপিলতে আমাক লৈ যাবলৈ অহা মোব অতি প্রিয দুজন মানুহৰ দুখন হাঁহিমুখ দেখি আমাৰো মুখত হাঁ

22

তৃতীয় আধ্যা

4 January 2024
0
0
0

আমি ডিব্ৰুগড় পোৱাৰ দিনাই, বাতিৰে পৰা তাত বৰষুণৰ ওৰা পাতিলে। বৰণ চেলেংপেটেং বিধৰ নহয়, ভালকৈয়ে গা সর্বকি যোৱা। সেই লেলপেল, বৰষুণ পোন্ধৰ দিনমানলৈকে চলি সি আমাৰ তেজ-মঙহ হাড-মগজ, সোপাকে সেন্ডেটা লগাই পেলাই

23

চতুর্থ আধ্যা

4 January 2024
0
0
0

অক্টোবৰ মাহৰ ১৫ তাবিখে ডিব্ৰুগড় এৰি শিৱসাগৰলৈ যাবলৈ ওলালো। বাহন মটবগাড়ী। ৰথখন আমাৰ জোঁৱাই শ্রীমান বোহিণীকুমাৰ বৰুৱা বোপাৰ আব, সাৰথিও তেরেই। যাত্রী মই, নোৰ সহধর্ম্মিণী, মোৰ ছোৱালী দুজনী আৰ; শ্রীমান যতী

24

সপ্তম আধ্যা

5 January 2024
0
0
0

বাইশ অটোবৰৰ দিনা যোৰহাটৰ পৰা উভতি গৈ আকৌ শিৱসাগৰব ঢাকবঙাল ঠাই ললোঁগৈ। দেখিলোঁ ডাকবগুলাৰ ভাল খোটবলি দুটা কোনোবা দুজন অধিকাব- ভুপ্ত হৈ আছে। খানহামাক সুধিলোঁ, সেই খোটালি দুটাত কোন আছে? খানছামাটো অম্মীষা।

---

এখন কিতাপ পড়ক