shabd-logo

।। প্রথম আাখ্যা ।।

30 December 2023

0 দৰ্শন কৰা হৈছে 0

মোৰ জীবন-সৌরবণ, স্বাদশ বছৰৰ "বাঁহী"ৰ (১৮৪৪ লক) আহিন মাহৰ বঞ্চ সংখ্যাত লেখিবলৈ আযম্ভ কৰি প্রার মাহে মাহে লেখি, চতুর'শ বছবন (১৮৪৬ লক আহাৰ মাহৰ তৃতীয় সংখ্যাতে বন্ধ কৰিছিলোঁ। আব্দ নেলেখোঁ বুলি ভাবি মই এবি দিছিলোঁ। তাষ কারণ কেইবাটাও আছিল আম, আজিও যে সেইকেইটা নাইকিয়া হৈছে, এনে নহয়। তথাপি ঋবে এৰিলেও কর্প'টিয়ে নেষাৰ দৰে হৈছে দেখি লেখিবলৈ বহিলোঁ। তেতিয়াৰেপৰা আজিলৈকে মোৰ শুভাকাঙ্ক্ষী বন্ধুসকলৰ ভিতৰৰ অনেকে মোক নেৰা-নেপেৰাকৈ ধৰি আছে, 'লেখিবই লাগিব, নেলেখিলে আমি নেৰোঁ।' মোৰ অতি মৰণৰ শ্রদ্ধাস্পদ বন্ধু, এজনে অলপতে মোৰপৰা লেখিম এই প্রতিশ্রুতি লৈহে এৰিছে। অগত্যা লেখিবলৈ আকৌ আৰম্ভ কৰিলোঁ। অর্থাৎ কথাতে কোৱাৰ দৰে মই "পুনবের পাপী, পুনবের দবিত্র" হবলগীয়াত পৰিলোঁ যেতিয়া হোবাই যাওক। মোষ জীবন-বৃত্তান্ত শুনি কাৰ কি উপকাৰ হয়, হৈ খাওক, মোৰ আপত্তি নাই। পাতান-স্বৰূপে এইকেযাৰ কথাকে কৈ কাপ ধৰা গ'ল।

কলেজত শেহহোরা-১৮৯০ খৃীষ্টাব্দত মই কলিকতাৰ এছেমরি কলেজৰপৰা বি-এ পৰীক্ষা দি বৰমুৱা হৈ আমাৰ শিৱসাগবৰ ঘৰলৈ উভতি গলো। আন আন অসমীয়া ছাতৰৰ দৰে বছৰে বছৰে ঘৰলৈ যোৱাৰ অভ্যাস মোৰ নাছিল। একো একোটি পৰীক্ষাৰ পিছত অর্থাৎ দুবছরে দুবছবেহে মই ঘৰলৈ গৈছিলো। ঘৰলৈ মোব মধম কম আছিল বুলিয়ে তেনে কৰিছিলোঁ, সেইটো নহয়। মাথোন, অনর্থক ধন খৰচ হোৱাৰ ভয়। আব; এটি কাৰণ-পৰীক্ষা দি. আহৰি হৈ লৈ কলিকতাত থাকি কলেজৰ চাৰি দুবাৰ বাহিৰ ওলাই অ্যন আন উপযোগী জ্ঞান কাজি' লোয়ান লোড। কলেজৰ চাৰি দুৱাৰৰ ভিতৰত কলেজৰ কিতাপ আবু, কিতাপত ব্যাখ্যা দিয়া জ্ঞানত পকিও যে মানুহ মানুহ-দুর। হব নোকাবে, এই জ্ঞান সহজে মোৰ মনত উদয় হৈছিল।

শিৱসাগৰৰ ঘৰত মই এমাহমান থকাৰ পিছতে এদিন হঠাৎ মোষ নামে এখন টেলিগ্রাম অর্থাৎ বিজলেই ডাকব বার্তাৰ আহিল। মোৰ ককাইদেও এজনে বাটতে পিয়নৰ হাতৰপৰা টেলিগ্রামখন লৈ পড়ি, উধাতু খাই লবি আহি ক'লে, "Lakshmi you are graduated ।" অর্থাৎ "লক্ষী, তুমি গ্লেজরেট হ'লা, অর্থাৎ বিএ পৰীক্ষাত উঠিলা।", মই টেলিগ্রামখন হাতত লৈ পঢ়িলোঁ। তাত লেখা আছিল "Lakshminath and Kailash are graduated" কৈলাসচন্দ্র শর্মা বব্দয়া নগাঁৱৰ। মোৰ মনত উলাহষ কেনে তাব হৈছিল, অনুমানসাপেক্ষ। পিতৃত্বেরতা দুপৰীয়াৰ ভোজনৰ পিছত বরফৰৰ মুখৰ ব্যৰ্য্যস্নাত থকা পাটিত পখি আছিল। শবষটো তেওঁৰ কাণত গবিলর, তেওঁ একে চাবেই উঠি সোয়াই-শত সোমালগৈ খান তাত থকা খাপনাৰ ফালে মৰ থৈ সাপ্টাঙ্গে সেৱা কাঁখলে। থাপনা মানে কাঁন্ত'ন, বলম, ঘোষা, ৰত্নাবলী পূখি থৈ, তাৰ ওপৰত পাহে পাছে সোল আব্দ বৰুপৰ ফুল লগোয়া বগা কাপোৰ এখন দি ঢাকি খোরা বন্ধু। এই থাপনাই আমাৰ গোসাই ঘৰৰ ভিতৰত পূবফালে এমবেত সোঁ-মাজতে শ্রেষ্ঠ আসন সিংহাসন অধিকাৰ কৰি আছিল। থাপনাৰ সোঁফালে একে শাবীতে সুকীয়াকৈ শালগ্রামসমূহে ৰখা হৈছিল। আৰু তাৰ পুজা পিতৃদেবতাই নিতো নিজে কৰিছিল। থাপনাৰ বাওঁফালে এফে শাবীতে সুকীয়াকৈ ক'লা শিলৰ ভাঙষ কৃষ্ণমূর্তি' এটা ধোয়া হৈছিল; আব্দু সেই মুত্তিৰ পূজা আমাৰ ঘৰতে রাঞ্চন এজনৰ দ্বাৰাই দিনো নিয়মিতৰূপে কৰোক্স হৈছিল। মাহ-চাউল-কলৰ শৰাই সদায় থাপনাৰ সিংহাসনৰ আগত খোয়া হৈছিল। থাপনাৰ ফালে মুখ কৰি নাম গোৱাসকলে দিনো তিনি প্রসঙ্গ কৰিছিল। দেউতাই পূজা কৰি থাকোঁতেই নাম-লগোবাই থাপনাৰ আগত, কিছু, দুৰত বহি, হাতত ভোৰ- তাল লৈ দৈনিক প্রসঙ্গ অর্থাৎ নাম গোৱা আৰম্ভ কৰিছিল। আব্দ নামত যোগ দিয়া আন আন মানুহে দুফালে দুশাৰী হৈ সেই নাম গাইছিল। দেউতাই পুজো সাঙ্গ কৰি সোঁফালৰ নাম-গোৱাসকলৰ শৰীতে এমবে বহি, আগতে উগিত থকা কীৰ্ত্তন- ঘোষা পূখি মেলি তাৰপৰা কীৰ্ত্তন-ঘোষা লগাই দিছিল। সেই ঘোযা নাম লগোৱাৰ ভোষ-তালেৰে সৈতে আৰু, হুফালে দুশাৰী নাম-গোৱা ভকতৰ হাত- চাপৰিৰে সৈতে সমাপন হৈ প্রসঙ্গ কৰা হৈছিল। আমাৰ ঘৰত এইটো নিতা-নৈমিত্তিক ব্যাপাৰ আছিল আৰু, দিনো কম পক্ষে তিনিবাৰকৈ। এরে সংক্ষেপ বর্ণনা।

এতিয়া আগৰ কথালৈ যাওঁ। পিতৃদেবতাই গোসাঁই-শষত থাপনাৰ আগত সাষ্টাঙ্গে প্রণিপাত কৰাৰ পিছত, গোসহি-খৰৰ ভিতৰতে আবি খোয়া বর্ষকাংশন, যাক নাজ-প্রসঙ্গৰ অস্তুত বজোৱা হয়-নিজেই বজাবলৈ ধৰিলে। তাৰ পিছত তেওঁ বাহিবলৈ আহি মোৰ মুখত হাত দি মোক আশীর্বাদ কৰিলে আৰু আদৰ কৰি মনে পূন্ডিলে। দেখিলোঁ তেওঁৎ চকু সেমেকা। পিতৃদেবতা গহীন-গম্ভীৰ প্রকৃতিষ লোক আছিল। তেওঁ নিজৰ পুতেক এজনৰ মৃত্যু-লয্যাষ কাষত বহি উচ্চেঃস্বরে ঐশ্বৰৰ নাম সোঁহবাও'তেও তেও'ষ চকুত পানী এটোপাকে দেখাৰ কথা আমি কোনেও ক'ব নোৱাৰোঁ। সেই দেখিয়েই সেইদিনৰ এই কথাই মোৰ মনত ইমানকৈ সাঁচ বহুৱালে।

সেই সময়ত অসমত বি-এ "পাছ" কৰাটো অসাধাবণ ব্যাপাষ আছিল সুবিখ্যাত জন্মগ্রাথ বৰুৱাই তেতিয়া অসমত বি-এ জগন্নাথ। যদিও আনন্দবাম বৰুৱা তেওঁৰ আগেয়েই বি-এ হৈছিল, তথাপি আনন্দবামে চিভিল চার্ভি'চ "পাছ" কবি "চিভিলিয়ান" হৈছিল দেখি সেই সব, খ্যাতি তল পৰি, তেও'ষ চিভিলিয়ান" বন খ্যাতি ওপষ উঠিছিল আব্, সেই দেখিয়েই অসঙ্গত প্রথম বি-এ "পাছ" বুলি জগন্নাথ বা "বি-এ জগন্নাথ" নায়েবে বিখ্যাত হৈছিল। মোৰ আগেয়ে অবশ্যে জনেকে বি-এ "পাছ" কাঁধছিল; আব্দু তেও'লোক লেখত যদিও পৰি মধ্য বিষব লাছিল, তথাপি সেই সময়লৈকে বি-এ "গাছ" নামব পদার্থ'টো অপদার্থ'ত পড় নাছিল। আজিকালি দুখৰ কথা আৰু, কি কম, কোনে নিব? আগতে দেখিছে যে একোজন ডেকাই প্রাণ পাত কৰি বি-এ মহলাত চাকৰি এটা পাবলৈকে। হাবাহুৰি খাই ফুৰি অকৃতকার্য্য হয়। গয়র্ণমেন্টে বি-এ পাছক চৰকাৰী চাকৰি স্ব-ইচ্ছাতে বাচিছিল। চাকৰি নহয়-এক। এছিস্টেশ্চব পদ অৱশ্যে "প্রবেশ্যনেৰি"। নহয়, দুবাৰ সেই পদ যাাঁচছিল। কিন্তু মই নললোঁ। কৰিলোঁ নে "আহাম্মকী"কে কৰিলোঁ, আজি মই নকও'। লোকে মোৰ ভাষন বিষয়ে কি বিশ্লেষণ কৰি থৈছে, মই ক'ব নোহাৰোঁ। কিন্তু মই নিজে যিটো কৰি থৈছোঁ, সেইটো শুধেই হওক বা অষেই হওক, মই কও'। যথা-মই গোঙোৰা প্ৰভারষ মনুষ্য। স্বাধীনতা-হাঁনতাতকৈ মোৰ মৃত্যু শ্রেষ্ঠতম বুলি মই সদায় ভাবি আহিছোঁ। মোৰ তেতিয়া অন্তৰৰ গুঢ়াতিগুহা প্রদেশৰপৰা এই ভাব আৰু, সঙ্কল্প ওলাইছিল যে মই স্বাধীনভাৱে পৰিশ্ৰম কৰি এমুঠি ভাত খাম, পৰৰ গোলামী কবি নহয়। তেনেহলেই মই তাঁৰ যাম। স্বাধীন ব্যৱসায় বা চেষ্টাত গ্রই যদি বৰ ভাঙন হব পাৰোঁ ভালেই, নহলে নাই। তথাপি পেটে-ভাতে খাই থাকি তেনে জীয়ন যাপন কৰাটোৱেই মোৰ উচ্চ আকাঙ্ক্ষা আছিল; আব্দ আজিও আছে। সেইদেখি মই আসাম গবর্ণমেন্টৰ বচা চাকৰি নললোঁ।

বি. এল. পৰীক্ষা পাছ কৰাৰ পিছতে কলিকতাৰ হাইকোর্ট'ত উকীল হব পৰান নিমিত্তে মই বিপন কলেজৰ ল ক্লাছত নাম লগালোঁ। আৰু লগতে প্রেছিডেন্সি কলেজত এম. এ. পৰীক্ষাৰ নিমিত্তে পঢ়িবলৈ ধৰিলোঁ। অর্থাৎ একে দলিতে পাৰোঁ যদি দুটা চৰাই মাৰোঁ, এই ফন্দি। ওপৰৰ কথাৰ কোবত ক'বলৈ পাহৰিছোঁ যে, আসাম গরণ'মেন্টে চা চাকৰি মই নোলোৱা বাবে, মোৰ পিতৃদেয়তা আৰু, থাইকৈ বৰ ককাইদেও গোবিন্দ বেজবৰুৱা মোৰ ওপৰত যথেষ্ট বিষস্ত হৈছিল। কিন্তু গোঙোষাতো গোঙোৰাই। সি শূনে কাৰ কথা? যাওক।

হাইকোর্ট'ত টুইডেল, নামেৰে এজন এংলো ইন্ডিয়ান উকীল আছিল। যোগাৰ-যা কৰি মই তেওঁৰ "আর্টিকোল ক্লাক" হলোঁ; যাতে নি, এল, পৰীক্ষাত উঠি হাইকোর্ট'ৰ এডভোকেট হোৱাত পলম নঘটে। মোৰ দিন আনন্দেৰে যাবলৈ ধৰিলে। টুইভেল বুঢ়া মানুহ। বড়াই মোক মৰম কৰি আইনৰ কাম-কাজ শিকাবলৈ ধৰিলে। কিন্তু দুখৰ কথা কি কন। মই ছমাহমান তেওঁৰ তলত কাম শিকাৰ পিছতে বড়া মৰি থাকিল। তাৰ পিছত, হাইকোর্টন নামজলা উকীল, দিগম্বৰ চাটুজ্জীব ওচৰ চাপি, তেওঁৰ আর্টিকেল ক্লার্ক' হলোঁ। তেওঁৰ ঘৰ কলিকতাৰ ভবানীপুষত আছিল। মোৰ কপালৰ কথা আৰু কি কম? মোৰ কপালেই নিশ্চয় বেয়া; আব্দ দিগম্বষ বাবুৰ কপালক্ষন নিশ্চয় ভাল। তেও তাৰ কিছু দিনৰ পাছতে হাইকোর্ট'ৰ জজন চকীত উঠিল। মোৰ মনত বিষাক্ত লাগিল। বোলে, "আইৰ কবলৈ যাম, দুই হাতে খাম: বিযতাই বোলে মই তোব পিছে পিছে যাম।" এই কথা তেতিয়া মোৰ মনত পৰিল। তথাপি শর্মা "নছাবত্তি নহটকি।" ইফালে বি, এল, পৰীক্ষালৈ বীতিমতে পড়ি আছিলোঁ। তেতিয়া মই দিনো হাইকোর্ট'লৈ গৈছিলো। হাইকোর্ট'ৰ জজব আদালতত

মোকদ্দমাৰ বিচাৰ, উকীল আৰু, বেৰিষ্টাৰৰ বস্তুতা আৰু "চরাল জবাব" অতি মনোযোগেৰে মই শুনিছিলোঁ। কাৰণ মোৰ হেপাহ হৈছিল, হওঁতে ময়ো যেন এদিন, সেই কালত প্রসিদ্ধ ডব লিউ, চি, বানুজ্জাঁ, মনোমোহন ঘোষ, স্যাৰ গ্রিফিথ ইভান্ড, এল, পিউ, আনন্দমোহন বোস আৰু কোনোবা কাচিৎ হাইকোর্টলৈ অহা লালমোহন ঘোষ আখ, উকীলৰ ভিতৰত স্যাৰ ৰাসবিহাৰী ঘোষ, ডাক্তৰ গব্দদাস বালুজ্জী প্রভৃতি বিখ্যাত আইনজ্ঞসকলৰ নিচিনা হব পাৰোঁ। এডভোকেট জেনেবেল স্যাব চাল'চ পল, স্টেন্ডিং কাউন্সিল ফিলিপ্স বেবিটাৰবোৰৰ ভিতৰত "বাঘ" (tiger) নামত খ্যাত জেক্সন, বেৰিষ্টাৰ ইভাণ্ডৰ ভায়েক বেৰিষ্টাৰ পিউ, ইত্যান্ত্রিৰ মোকন্দ'মা পৰিচালনাৰ আব; তর্কাতকি' মই নথৈ উপভোগ কবি শিকিবলৈ চেষ্টা কৰিছিলো। তেতিয়া উঠি অহা বেবিষ্টাৰ মিষ্টৰ এছ পি. সিংহ (পিছত লড' সিংহ), মিষ্টব এ. চৌধুরী (পিছত স্যাব আশুতোষ চৌধুবী জজ), ব্যোমকেশ চক্রবত্তী, এইসকলেও মোৰ মনোযোগ বৰকৈ আবর্ষ'ণ কৰিছিল। পিছৰ কালত হাইকোর্ট'ত নাম-জালা বেৰিষ্টাৰ বি. চি. মিত্র (পিছত স্যাব বিনোদচন্দ্র মিত্র) আব্দু তেওঁৰ ভায়েক প্রভাসচন্দ্র মিত্র (স্যাৰ প্রভাস মিত্র) মোৰ লগৰীয়া আৰু, সমনীয়া আছিল। তেষাঁ মোৰ মনোযোগ সিমানকৈ আকর্ষণ কৰা নাছিল। সেই কালত হাইকোর্ট'ৰ "বাৰ" উজ্জল নক্ষত্ৰসকলৰ পূপি আছিল আব; তুলনাত "বেঞ্চ" হাঁন পোহৰ আছিল। মোৰ সেইডোখৰ হাইকোর্টীয়া জীরনত ঘটা অনেক ঘটনাব ভিতৰত হাঁহি উঠা সব, ঘটনা এটা আজিলৈকে ভালকৈ মোৰ মনত আছে। হবি চাটুঞ্জী নামেৰে হাইকোর্ট'ৰ উকীল এজনেৰে সৈতে মোৰ মধ্যম বৰুমৰ চিনা-পৰিচয় হৈছিল। এদিন হাইকোর্ট'ৰ ঘুমহলাৰ বাৰাস্তাত টইলি ফুৰিছোঁ, এনেতে তেও'ক দেখা পালো। মই আগ বাঢ়ি গৈ তেও'ক মোৰ নমস্কাৰ জনাই, কথা কবলৈ ধৰিলো। তেও' মোৰ মখেৰ ফালে ৰ লাগি এনেকৈ চাই ব'ল যে তেও' যেন মোক কেতিয়াও দেখা নাছিল। তেও'ৰ তেনে ভাবলৈ-মন নিদি, মই হাঁহি হাঁহি অনর্গল কথা কৈয়ে গৈছোঁ। শেষত তেও' মোক ক'লে, "মলায় মাফ করবেন, আমিতো আপনাকে চিনি না। আপনি হয়তো আমাকে আমাৰ ভাই মনে করছেন। আমাৰ ভায়েৰ নাম হবি। আমাৰ নাম হব:" এই বুবুলি তেও' মোক তাতে এৰি গুচি গ'ল। মই লাজতে তলমূৰ কৰিলো। আৰু তেওৰ ওচৰত ক্ষমা মাগিবলৈকো সময় নাপালো। পিছত খুনিবলৈ পালো যে হৰি আৰুং হব চাটুজ্জী দুয়ো সচাকৈরে য'জা। আৰু দুরো হাইকোর্ট'ৰ উক'ল। তেনে ভুল মোৰ পূর্ব'ত্বর্তী পূর্বপুৰুষ অনেকে হেনো কৰিছিল। বহুস্যটোৰ সম্ভেদ পাই মোৰ মনে ঠন ধৰিলে। ভাবিলো, হবি-হবৰ লাঁলান কথা এনেকুয়াই হয়।

এই কথা লেখি যাওঁতেই আন এনেকুৱা ঘটনাবে কথা এটা মনত পৰিছে; তাকে এইখিনিতে কৈ থওঁ। সেই কালত মোৰ থিয়েটাৰ চারা বায়ুও চুচুখীয়া বিধব নাছিল। কেতিয়াবা কেতিয়াবা সেই চুচু বাঁয়া বারেই বাঢ়ি গৈ, আমাৰ পূব'বঙ্গ- দেশীয় লোকসকলেৰে সৈতে মোক সমানে উৰাই নিয়াত ত্রুটি নকৰিছিল। আজি-কালিব কথা মই কর নোৱাৰোঁ। কিন্তু তেতিয়া দেখিছিলোঁ পূর্ববঙ্গীয়সকলৰ অনেক কলিকতাত থিয়েটাৰ চাবলৈ বুলি আহি দিনৰ দুই-তিনি বজাত শিয়ালদহ বেলৰ স্টেশ্যনত নামি, ভেৰোণীয়া গাড়ীত উঠি পোন পডিয়েদি গৈ কলিকতাৰ উত্তৰ অঞ্চলত থকা "ষ্টাব", "বেঙ্গল" আৰু "নেশ্যনেল" নামব থিয়েট।বত নামি, টিকিট কিনি, তাত দিনৰ চাৰি বজাৰপৰা (ঘাইকৈ শনিবৰীয়া দিনত) আৰম্ভ হোৱা থিয়েটাৰত বহি, এটাৰ পাছত এটাকৈ নাটৰ ভাওনা হেপাহ পলুৱাই চাই, পিছ দিনাৰ পুৱাৰ কুকুৰা ভাবৰ সময়ত থিয়েটাৰৰ ভাওনাৰ ওৰ পৰিলে তাৰপৰা ওলাই আহি "লার্ড'ক্লাছ" ভেৰোণীয়া গাড়ী এখনত উঠি, গঙ্গাস্থান কৰি, আকৌ শিয়ালদহলৈ গৈ, তেও'লোকৰ "নিজ বাসভূমি'ব ফালে গতি কৰা ৰেলত উঠিছিল। ময়ো কোনোবা-কাচিৎ সেই "ওথ আছি" আগত লৈ ওবে বাতিটো থিয়েটাৰ চাই, পিছদিনা পুরা আমি থকা মেছ বা ছাত্রাবাসত ওলাইছিলোঁহি। তেনে "সদ কৰ্ম্ম'ৰ অনুতাপত দ্বন্দ্ব হৈ" পোম্বৰ দিনমান থাকি, আকৌ যে তেনে কর্ম' নকৰিছিলো, এনে নহয়। মোৰ বুজন-নিগত মনৰ স্বভার আছিল অনুতাপত পোৰা আৰু, কিছু, কালৰ পিছত সময়ৰ জীপ পাই আকৌ ঠন ধৰি উঠা। তেতিয়া ভাবিছিলো, এও'লোক পূর্ববঙ্গীয় low-lander (লো-লেণ্ডাৰ); মই তাৰো ওপৰৰ highlander (হাই-লেণ্ডাৰ); মই হু'হকিম কিয়? পন্মাতকৈ পাটকাই ওখ।

স্টাৰ থিয়েটাৰত এজন ভাল "এক্টব" অর্থাৎ ভারবীয়া আছিল। তেওৰ নামটো মই পাহৰিলো। কিন্তু উপাধিটো হলে মনত আছে। তেওৰ উপাঙ্গিটো চাটুঞ্জী। মুঠতে মোক চাৰিওফালে চাটুজ্জীবেই পাইছিল বুলিব লাগে। তাৰ কাৰণ, তেতিয়া মোৰ সাৰুৱা মনত ওলাইছিল যে চাটুজ্জীও বাশাপ গোৱৰ মানুহ; আব; মোখো গোৱটো কাশ্যপ। ইংৰাজীত কবৰ নিচিনা-"Like attracts like" আনন্দ অসমীয়াত কৰৰ নিচিনা "চোৰেহে চোৰৰ ঠেং দেখে।" এতেকে সগোত্র জাতি-ভায়ে মোৰ মন নাটানিব কির? ঈশ্বৰৰ ৰাজ্যত কোনো প্রাণী ডাঙৰ-সৰু নহয়; সকলো এক হিচাপে সমান। সকলোৰে হৃদয়ত একেজন পৰমাত্মা নানাংপে আছে। সেই দেখি আমাৰ কাঁত্ত'ন-ঘোষাত কৈছে-

কুকুৰ শৃগাল গন্দ ভৰো আত্মা ৰাম। জানি জানি সবাহাঙ্ক কৰিবা প্রণাম।

কুকুৰৰ গোত্র কি? আনে নাজানিলেও মই জানো। কাশ্যাপৰ পত্নীসকলৰ নাম-অদিতি, দিতি, দন,, কান্ঠা, কুকুৰৰ গোত্র কাশ্যপ। অবিষ্ঠা, সুখসা, ইলা, মূনি, রুখবশা, তামা, সুতি, সমমা আৰু, তিমি। সৰমাৰপৰা সাবমেয়। অর্থাৎ বাপদবোৰ সৰমাৰ পুত্র। কুকুৰো সাবমের। বিমান দুষতে থাকক কুকুবে একেদিনাই গঙ্গাস্নান কৰি আহিব পাৰিলেহে'তেন, যদি তান সগোধ জ্ঞাতি-ভাইবোবে বাটতে তাক লগ পাই আমান নকৰিলেহে'তেন। এইটো মই মনে পাতি কোরা কথা নহর; আমাৰ আসামত পুর্বাণ কালৰেপৰা চলি অহা প্রবাদ। সেই দেখিহে মোৰ সগোত্র কাশ্যপ-গোয়ার। চাটুঞ্জী জ্ঞাতিবে সৈতে মাজে মাজে মোর বাটকেৰা লাগিছিল। স্টান থিয়েটাৰৰ ভাববীয়া চাটুজ্জজিন "কমিক, এক্টৰ" অর্থাৎ বেমেলাঁয়া ভাও দিয়াত বৰ পটু আছিল। ধেমেলীয়া ভাওৰ ফালে সদায় মোৰ পক্ষপাত থকা কথাটো আনে নাজানিলেও মই জানোঁ। সেই দেখি মই সেই চাটুজ্জীৰে সৈতে মাজে সময়ে চিনাকি হৈছিলো। এদিন কলিকতাৰ শ্যামবজাৰ খুঁটিত থকা, মোৰ বঙ্গালী বচ্ছ, এজনৰ ঘৰত বহি মই কথা-বার্তা পাতি থাকোঁতেই ষ্টাৰ থিরেটাবৰ চাটুজ্জী ভাৱৰীয়াক তাতে ওলোৱাগৈ দোঁখছিলো। তেও' আগেয়ে মোৰ চিনাকি ভাবি, মই তেও'ৰে সৈতে কথা কবলৈ ধৰিলো আৰু সেই কথাৰ মাজত স্টাৰত তেও' বিতোপন ভাও দিরাৰ কথা উলিয়ালো। তেও' অবাক হৈ মোৰ মূত্ৰ ফালে চাই আছিল। মোৰ কথাৰ সোঁত বন্ধ হলত, তেও লাহেকৈ উঠি গুচি গ'ল। বাবৰ সময়ত কৈ গ'ল', "মলায়, আপুনি ভুল কষেছেন, আমি ষ্টাবে এক‌টিং কৰি না।" মই কাঁহ পৰি জীণ গলো। পিছত মোষবজেনে ক'লে যে "থিয়েটাৰত একটিং কৰাজন এও নহয়; এও' তেও'ব ভায়েক, আব, দুয়ো য'ঙ্গা। আপুনি কৰাৰ নিচিনা ভুল অনেকে কৰে।" মই উলাহ পাই মোৰ বন্ধুকে প্রশ্ন কৰিলো, "এও'লোক দুইজনৰ ঘৈণীয়েক দুজনীয়ে এনে আহকাল চন্ডালে কেনেকৈ?' বস্তুৰে হাঁহি উত্তৰ দিলে-"প্রথমেই সেই বিষয়ে অনেক কমেডি অব এবচ' হৈছিল; তাৰ পিছত দুইজনৰ গাত বেলেগ বেলেগ চিন-চাবৰ দিহা কবি সেই শ্রম-বঙ্গব সমাধান কৰা হ'ল।" আমাৰ "প্রম-বঙ্গ" নাটৰ কামবুপীয়া নিবন্ধন আব্বু মায়াপুৰীয়া নিষজনৰ কথা মোৰ মনত পৰিল।

প্রেছিডেন্সি কলেজত আমাক ইংৰাজী সাহিত্য পড়ুৱাইছিল সুবিখ্যাত প্রফেছষ চার্লচ টনিয়ে (Tawnoy): তেও' কেনে বিদ্বান আৰু, নামখলা প্রফেছৰ আছিল, 'সেই কালত কলিকতা জুনিভাবছিটিৰে সৈতে সম্বন্ধ থকা সকলো মানুহে জানিছিল। আজিও টনি চাহাবৰ নাম কলিকতাত অনেকে পাহৰা নাই। শোক্সপীয়েৰ পঢ়াও'তা অধ্যাপক তেতিয়া তেওৰ সমনীয়া কোনো নাছিল। তেও' ক্লাছলৈ আছি, চকীখনত বাঁহ কাৰোফালে কেৰাহিকৈ নাচাই অনর্গল পড়াই গৈছিল। ভাল ছাতৰে তেও দিয়া "নোট" লেখি গৈছিল। ফাকিদাৰবোৰে সেই "নোট" পিছত হস্তগত কৰিবলৈ মনতে পাঙি খৈ কোনোরে টোপনিয়াই, কোনোরে আনৰ ফালে চাই ফিচিন্তা-ফিচিৎ কবি, কোনোৱে আকাশ-পাতাল ভাবি সেই ঘণ্টাটো কটাই দিছিল। মই অৱশ্যে এই পিছৰ দলৰ ভিতৰত নাছিলোঁ; কাৰণ মই আচহুৱা আৰু মোৰ স্বভাবো তেনে নাছিল। ক্লাছত মোৰ সহপাঠীসকলৰ ভিতৰত জোড়াসাঁকোষ বিখ্যাত ঠাকুৰ পৰিয়ালন দুজন ভেকা আছিল। এজনৰ নাম ক্ষিতীন্দ্রনাথ ঠাকুর, আনজনৰ নাম সুধীন্দ্রনাথ ঠাকুষ। তেতিয়া তেও'লোকেৰে সৈতে মুখে দেখা-দেখি চিনাকিৰ বাহিৰে মোষ বিশেষ ঘনিষ্ঠতা নাছিল। বিধিৰ বিধানত কিছু দিনৰ পাছত তেওলোক দুয়ো মোব brother-in-law অর্থাৎ জেঠেবাঁৰ ঠাই অধিকাৰ কৰিলে আৰু মই তেও'লোকষ পৰিব।ব-ভুক্ত হলোঁ।

মই আইন পঢ়িছিলো বিপন কলেজত। আমাৰ এজন অধ্যাপক আছিল বিখ্যাত বিখান পণ্ডিত কৃষ্ণকমল ভট্টাচাৰ্য্য। তেওৰ স্বাস্থ্য ভাল নাছিল। তেওৰ উপা মুখেটো ৰ'দৰ দৌৰাত্মাৰপৰা সৰুৱাবৰ নিমিত্তে তেওঁ কেনেকৈ ব্যগ্ন হৈ ক্লাছৰ খোঁটালীৰ ভিতৰলৈকে ছাতিটো মেলি দুৰৰ ওপৰত বনি সোমাইছিল, সেইটো মোৰ আজিলৈকে মনত আছে। "হিন্দু, ল'ত অভিজ্ঞ গোপালচন্দ্র সম্বকাষ শাস্ত্রীয়ে আম, গুরুদাস বানুজী'য়েও (পিছত জস্টিচ স্যাৰ গুৰুদাস বন্দ্যোপাধ্যায়) আমাক মাজে মাজে পঢ়বাইছিল। 

24
প্ৰবন্ধ
মোৰ জীৱন-সোঁৱৰণ
0.0
পৰম পূজনীয় আই, উচ্ছ্বর্গা শ্রীমতী ঠানেশ্ববী দেরীব কব কমলত পৰম পূজনীয় পিতৃ দেৱতাৰ এই সংক্ষিপ্ত জীবন-চৰিত অর্পণ কৰিলোঁ। লক্ষীনাথ
1

॥ দ্বিতীয় আাধ্যা ॥

27 December 2023
0
0
0

লধীমপুৰ। তেজপুৰৰপৰা পিতৃদেৱতা লখীমপুবলৈ বদলি হ'ল: আব্বু আমি ছাঁবোৰো লগে লগে লখীমপুত্র পালোঁহি। আহিয়েই আমি কাব থৰত উঠিছিলোঁ মনত নাই, কিন্তু দেউতাই দহ-বাৰ দিনৰ ভিতৰতে ঢোল, ঢাপ, টাটী, চকোয়াৰে সম্পৰ্ণে' ক

2

। তৃতীয় আধ্যা।

27 December 2023
0
0
0

পিতৃদেৱতা লখীমপুৰৰপৰা গুৱাহাটীলৈ বদলি হয়। অসম-বুবলী লেখক কাশীনাথ তামুলী ফুকনৰ জ্যেষ্ঠ পুত্র, গুয়াহাটী নিবাসী শ্রীযুত কমলানাথ ফুকনৰ ঘৰত আমি উঠিলোঁহি। ফুকনৰ ঘৰৰে সৈতে বেজবৰুৱাৰ ঘৰৰ ঘনিষ্ঠ সম্মস্থ পুৰণি

3

। চতুর্থ আষ্যা।

27 December 2023
0
0
0

অসম ৰজাৰ ৰাজধানী ৰংপুৰ বা শিৱসাগবৰ দশ্য অসম ৰাজপ্ৰতিনিধিৰ চহৰ পাৱাহাটীৰ দৃশ্যতকৈ সুকাঁধা। গুৱাহাটীৰ গাত লুইতৰ বিহা মেখেলা, ডিঙিত পর্ব তব সাতসৰাঁ হাৰ, মৰত ভুবনেশ্বৰীৰ ধৱল কিবাঁটি, বহুত উমানন্দ আৰু, উর্

4

পঞ্চম আধ্যা

28 December 2023
0
0
0

শিৱসাগৰলৈ আহি মই শ্রীহত গঙ্গাগোবিন্দ ফুকন ডাঙৰীয়াক (Mr. G. G. Phookan) দেখোঁ। তেওঁ তেতিয়া শিৱসাগৰত একটা এছিস্টেন্ট কমিশানৰ। শিৱসাগবৰ বৰ বীৰ পাবৰ বঙলা এটাত তেওঁৰ থকা ঠাই আছিল। ফুকনৰ ঘৰৰ সৈতে আমাৰ ঘৰব ব

5

॥ ষষ্ঠ আধ্যা ॥

29 December 2023
0
0
0

পণ্ডিত বামকুমাৰ বিদ্যাবত্ব নামেবে এজন ব্রহ্মধর্ম প্রচাবক বঙ্গালীয়ে ব্রাহ্মধর্ম প্ৰচাৰ কবিবৰ নিমিত্তে অসমৰ জিলাই জিলাই বক্তৃতা দি ফুৰিছিল। বিদ্যাবস্থ "সাধাৰণ ব্রাহ্ম-সমাজৰ প্ৰচাৰক আছিল। তেওঁ স্কুলোদব আ

6

॥ সপ্তম আধ্যা ||

29 December 2023
0
0
0

কলিকতাৰ কালীঘাটত থাকি মোৰ পঢ়িবৰ দিহা হ'ল। কালীঘাটত হালদাৰ উপাধিকাৰী বঙ্গালী বামুণ এঘবত মোৰ নিবাসস্থান থিৰ কৰা হ'ল। এনে বন্দবস্তুৰ মানে-যাতে মই অসমীয়া ছাতৰৰ "মেছত থাকি জাতরূপে মোত অৱতাৰ হোৱা শিশুটিক বধ

7

|। অষ্টম আধ্যা ॥

29 December 2023
0
0
0

তেতিয়া মই জেনেৰেল এছেমরি কলেজৰ তৃতীয় ধার্ষিক শ্রেণীত। "পলগ্রেভস্থ গোল্ডেন, ট্রেজাৰি অব, লিবিক্স" নামৰ ইংৰাজী কবিতাৰ সংগ্রহ মোৰ পাঠ্য। তাৰ উপৰি বাইৰন, শ্যোলি, কীটছৰ কবিতাবোৰ আৰু, কৰি ৰবীন্দ্রনাথ ঠাকুৰৰ

8

।। প্রথম আাখ্যা ।।

30 December 2023
0
0
0

মোৰ জীবন-সৌরবণ, স্বাদশ বছৰৰ "বাঁহী"ৰ (১৮৪৪ লক) আহিন মাহৰ বঞ্চ সংখ্যাত লেখিবলৈ আযম্ভ কৰি প্রার মাহে মাহে লেখি, চতুর'শ বছবন (১৮৪৬ লক আহাৰ মাহৰ তৃতীয় সংখ্যাতে বন্ধ কৰিছিলোঁ। আব্দ নেলেখোঁ বুলি ভাবি মই এবি

9

॥ দ্বিতীয় আধ্যা ।।

30 December 2023
0
0
0

মই বি, এ, পৰীক্ষাত উঠাৰ পিছৰপৰা এটা মধুৰ নে কটুৰ, বিপদেই নে সম্পদেই, -ভালকৈ কব নোৱাৰো, "এৰেবিয়ান-নাইটছ" অত লেখা সাউদ বাগদাদৰ চিন্দবাদ চেইলৰৰ কান্ধত উঠা মানুহটোৰ দৰে, মোৰ কাশ্বত উঠিল, তাক একোপধ্যেই দলি

10

॥ তৃতীয় আধ্যা ॥

30 December 2023
0
0
0

এই আধ্যাৰ ভিতৰ,বা কথালৈ যোৱাৰ আগতে আগৰ আধ্যাৰ ভিতৰত ঘোৰতে কোৱা কথা এটাৰ মংকলি ব্যাখ্যা স্নেহাস্পদ শ্রীমান জ্ঞানদাভিৰাম বৰুৱাৰ (জে-বৰুৱা বেৰিটাব) পৰা পাইছোঁ। তেও' লিখিছে- "আপোনাৰ বিধাৰ সময়ত মোৰ পিতৃদে

11

॥ চতুর্থ আধ্যা ॥

1 January 2024
0
0
0

(এই আধ্যা আৰম্ভ কৰাৰ আগতে আব; এটা শুধবলী ব্যাপাৰ সমপস্থিত। এইবাৰ আমাৰ গৃহিণীব ফালৰপৰা। তেও' ইমান দিনে মোৰ জীৱন-সোঁৱৰণৰ দ্বিতীয আধ্যা পঢ়িছিলনে নাই মোৰ জনা নাছিল। আজি বাহু মই লিখিবলৈ কাপ ধৰিছো মাথোন, এন

12

॥ পঞ্চম অধ্যা।

1 January 2024
0
0
0

কলিকতাৰ মোৰ জীৱনত এটি বিশিষ্ট অসমীয়া পৰিবাৰৰ প্রভাৱ বৰকৈ পৰিছিল। সেই পবিবাৰৰ শিষৰ মুকুট আৰু আসামত সর্বজনবিদিত ব,বজীবিজ্ঞ পুরুষ ডাঙৰীয়া ৰায়বাহাদুৰ গুণাভিৰাম বা আছিল। তেও দীর্ঘকাল আসামত, সৰহকৈ নগাঁৱত, এ

13

। ষষ্ঠ আধ্যা।

1 January 2024
0
0
0

১৮৯৪ শ্রীষ্টাব্দব ৩০ নবেম্বৰত কমলা তাতে ঢুকাল। এইদৰে দুবছৰৰ ভিতৰতে ডাঙৰীয়া গুণাভিবাম বৰুৱাৰ এতিয়া আমাৰ সকলোৰে তেওঁক সমুদ্র-যাত্রা (sea- মহাশয়ব জোঁরাযেক ডাঙৰ সেই জয়জয় মযময পবিবাৰটোত চাবিটা মৃত্যু। সন্ত

14

।। সপ্তম আধ্যা ||

1 January 2024
0
0
0

গোপীকৃষ্ণ পাল লেনৰ ঘৰৰপৰা আমি বলবাম দে ঔটৰ ঘৰ এটালৈ উঠি গলো। এইটো ঘৰও আহল-বহল আৰু ডাঙৰ আছিল। তাত থাকোঁতে আমি সব, গাড়ী এখন আৰু ঘোঁৰা এটা কিনি ললোঁ। নিজব গাড়তি উঠি অফিচলৈ যোৱা আৰু আলৈ তলৈ গৈ গা ঘেলোরাত

15

॥ অষ্টম আধ্যা ।

3 January 2024
0
0
0

মাণিকচন্দ্র বা কোম্পানীৰ ভোলানাথ বৰুৱাই গুৱাহাটী পৰিত্যাগ কৰি আহি কলিকতাত যে কাঠৰ ডাঙৰ ব্যৱসায় কৰিছে, সেই খবৰটো কণাকশি হৈ আসামত ওলালগৈ। শ্রীযুত মাণিকচন্দ্র বৰুৱাৰ ব্যবসায়ত শ্রীভূত ভোলানাথ বৰুৱা যদিও দ

16

॥ নবম অধ্যা।।

3 January 2024
0
0
0

১৯০০ খ্রীষ্টাব্দৰ ১৭ নবেম্বৰত কলিকতাৰ জোড়াসাঁকোৰ ঘৰত মোৰ দ্বিতীয়জন। জোৱালী শ্রীমতী অৰুণাৰ জন্ম হয়। সুভি তেতিয়া তাতে আছিল। অনুগাৰ জন্মৰ পিছদিনা পুৱা মই জোড়াসাঁকোলৈ গলতে, লৰি আহি সবভিয়ে মোক কলে, -"চোৱাচ

17

। দশম আধ্যা ।।

3 January 2024
0
0
0

১৯০২ খ্রীস্টাব্দতো বি. বৰুৱাৰ লগত মোৰ ব্যৱসায়-জীবন কেনে আছিল, তাৰ চানেকিও মোৰ ডায়েৰিব পৰা অলপ-অচৰপ আজি এই অধ্যায়ত দিলোঁ। মই বি. বৰুৱাৰ লগ এবি অহাৰ পিছত যিবোৰ মানুহে যাবে কথা শুনি হওক-মোষ বিষয়ে মতামত প

18

ন্যায়ৰ ৰূপান্তৰ: ভাৰতৰ হিট-এণ্ড-ৰাণ আইনত ভাৰতীয় ন্যায় সংহিতাৰ প্ৰভাৱ

3 January 2024
0
0
0

পথ সুৰক্ষা বৃদ্ধি আৰু হিট-এণ্ড-ৰানৰ ক্ষেত্ৰত জবাবদিহিতা নিশ্চিত কৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে ভাৰতে ভাৰতীয় ন্যায় সংহিতা, ২০২৩ৰ অধীনত এক যুগান্তকাৰী আইন প্ৰস্তাৱ কৰিছে।এই প্ৰস্তাৱিত আইনখনে

19

পৰিশিষ্ট মোৰ মৃগয়া

3 January 2024
2
0
0

মোৰ জীৱনৰ আগছোৱাত যদি কিবা এটা কাম বৰকৈ বেয়া লাগিছিল সেইটো মৃগয়া; যাৰ ভিতৰত জীবহত্যা ব্যাপাৰটো বোল অনা বর্ত্তমান। সৰুৰেপৰা জীবহত্যা আব্দ জীৱৰ প্ৰতি নিষ্ঠুৰতা মই দেখিব নোৱাৰিছিলোঁ। তাহানি আমাৰ ঘৰত ৰান্

20

মোৰ মাতৃমুখ দর্শন প্রথম আধ্যা

4 January 2024
0
0
0

ডেৰকুৰি কি দুকুৰি বছৰৰ মূৰত এইবাৰ মোৰ মাতৃমুখ দর্শন ঘটিল। ইমান বছৰ মই মোৰ জীৱনটো বাহিবে বাহিবে কটায়েই বড়া কৰিলোঁ। কার্য'টো নিশ্চয আপচু। কিন্তু কিষ যে তেনে হৈছিল, তাৰ সন্তোষজনক কৈফিয়ৎ এই দিব নোৱাৰোঁ। ম

21

দ্বিতীয় আধ্যা

4 January 2024
0
0
0

একৈশ ছেপ্টেম্বৰ তাৰিখে শিয়ালদহ স্টেছন এৰি বাইশ তাৰিখে গুৱাহাটী পালোগৈ। ব্ৰহ্মপুত্ৰ পাৰ হোৱা জাহাজখন পাণ্ডুঘাটৰ ওচৰ চাপিলতে আমাক লৈ যাবলৈ অহা মোব অতি প্রিয দুজন মানুহৰ দুখন হাঁহিমুখ দেখি আমাৰো মুখত হাঁ

22

তৃতীয় আধ্যা

4 January 2024
0
0
0

আমি ডিব্ৰুগড় পোৱাৰ দিনাই, বাতিৰে পৰা তাত বৰষুণৰ ওৰা পাতিলে। বৰণ চেলেংপেটেং বিধৰ নহয়, ভালকৈয়ে গা সর্বকি যোৱা। সেই লেলপেল, বৰষুণ পোন্ধৰ দিনমানলৈকে চলি সি আমাৰ তেজ-মঙহ হাড-মগজ, সোপাকে সেন্ডেটা লগাই পেলাই

23

চতুর্থ আধ্যা

4 January 2024
0
0
0

অক্টোবৰ মাহৰ ১৫ তাবিখে ডিব্ৰুগড় এৰি শিৱসাগৰলৈ যাবলৈ ওলালো। বাহন মটবগাড়ী। ৰথখন আমাৰ জোঁৱাই শ্রীমান বোহিণীকুমাৰ বৰুৱা বোপাৰ আব, সাৰথিও তেরেই। যাত্রী মই, নোৰ সহধর্ম্মিণী, মোৰ ছোৱালী দুজনী আৰ; শ্রীমান যতী

24

সপ্তম আধ্যা

5 January 2024
0
0
0

বাইশ অটোবৰৰ দিনা যোৰহাটৰ পৰা উভতি গৈ আকৌ শিৱসাগৰব ঢাকবঙাল ঠাই ললোঁগৈ। দেখিলোঁ ডাকবগুলাৰ ভাল খোটবলি দুটা কোনোবা দুজন অধিকাব- ভুপ্ত হৈ আছে। খানহামাক সুধিলোঁ, সেই খোটালি দুটাত কোন আছে? খানছামাটো অম্মীষা।

---

এখন কিতাপ পড়ক