shabd-logo

॥ পঞ্চম অধ্যা।

1 January 2024

0 দৰ্শন কৰা হৈছে 0

কলিকতাৰ মোৰ জীৱনত এটি বিশিষ্ট অসমীয়া পৰিবাৰৰ প্রভাৱ বৰকৈ পৰিছিল। সেই পবিবাৰৰ শিষৰ মুকুট আৰু আসামত সর্বজনবিদিত ব,বজীবিজ্ঞ পুরুষ ডাঙৰীয়া ৰায়বাহাদুৰ গুণাভিৰাম বা আছিল। তেও দীর্ঘকাল আসামত, সৰহকৈ নগাঁৱত, একস্ট্রা এছিস্টেন্ট কমিছনাৰৰ কাম কৰি ১৮৯০ খ্রীষ্টাব্দত অৱসৰ লৈ কলিকতাত থাকিবলৈ আহে। কি সদানন্দময় পুৰুষ আছিল সেইজন। অবসৰৰ দিনাৰেপৰা ঐশ্বৰৰ ইজ্জাত তেও'ৰ কপালত এটাৰ পিছত এটাকৈ লেখাৰি নিছিগাকৈ খেন পাৰিবাৰিক দুর্ঘটনা ঘটিছিল, মনত পৰিলে আমঠু কলা পৰি আছে। আমি দেখি আচবিত মানিছিলোঁ, তেও" এনে মহা-বিপদবোৰ প্রশান্ত মনেৰে সহি গৈছিল। এদিনলৈকে তেও'ব আনন্দময় মুখত আমি বিষাদৰ ছাঁ স্পষ্টকৈ পৰা দেখিবলৈ নাপাইছিলো। গাঁতাত স্থিতপ্রজ্ঞ মানুহৰ যি সংজ্ঞা দিছে অনেকখিনি তেওৰ গাতে আমি তেনে লক্ষণ দেখিবলৈ পাইছিলো; যেনে-

দুঃখেবন্ন দ্বিগ্নমনাঃ সুখ্যে, বিগতঙ্গ হাঃ।

বাঁতৰাগ-ভয়-ক্রোধঃ স্থিতধীষ্ম, নিব,চ্যতে। বাস্তৱিকতে, মোৰ জীৱনত এনে আনন্দময় অথচ স্থিতধী পুরুষ মই আগেরে দৈয়াংহে দেখিবলৈ পাইছিলো। ১৮৯০ খ্রীষ্টাব্দৰ ৩১ মার্চ'ত তেও চৰকাৰী কামৰপৰা অৱসৰ গ্রহণ কৰে। সেইদিনাই কলিকতাত তেও'ব একমাত্র জোঁৱায়েক ডান্তৰ নন্দকুমাৰ বায়ব মৃত্যু হয়। পহিলা এপ্ৰিলৰ দিনা এই শোকৰ বাতৰি আসামত তেওলোকৰ কাণত পৰে। তেও'ন অতি মৰমৰ একেজনী জীয়েক স্বর্ণ'লতা অকালতে বিষৱা হ'ল।

ইয়াৰ পিছত বৰুৱা ডাঙৰীয়া সপৰিবাৰে কলিকতালৈ আহি সুখেৰে জীৱন-বাপন কৰিবলৈ আশা কৰি ভাল থৰ এটা কেৰেয়া কৰি লৈ থাকিবলৈ ধৰিলে আব্দু ল'ৰাকেইটিক স্কুলত পঢ়িবলৈ দিলে। প্রথমতে মই ডাঙৰীয়াৰ সহধৰ্ম্মি'ণীক ল'ৰা- ছোৱালীকেইটিৰে সৈতে কলিকতাৰ মানিকতলা ট্রীটৰ ঘৰ এটাত দেখোঁ। সেইজনা সাদৰী মিষ্টভাষিণী মহিলাৰ স্মৃতি-পট মোৰ অন্তৰত আজিও মচ নোখোৱাকৈ আছে। আমাৰ বংশৰে সৈতে তেওঁৰ সসক' আছিল আৰু সম্বন্বত মই তেওঁৰ মোমায়েক হওঁ দেখি মোক মোমাইদেও বুলি মিঠা সম্বোধন কৰিছিল। মাণিকতলা স্ট্রীটৰ ঘৰৰপৰা উঠি আহি তেওঁলোক ২৬ নম্বম স্কট, লেনত থাকেহি। তাতে ১৮৯২ খ্রীষ্টাব্দৰ মাৰ্চ মাহৰ ২৬ তাৰিখ শনিবাবৰ দিনা এই মহীয়সী মহিলাৰ মৃত্যু ঘটে। মৃত্যুষ অলপ পাছতে মই তাত উপস্থিত হৈ সেই শোকাবহ দৃশ্য দেখিবলৈ পালোঁ। মোৰ চকুৰপৰা সৰ সৰ কৰে লো ওলাবলৈ ধৰিলে। দেখিলোঁ মৃতু্যুলখ্যাত পৰি থকা মাকৰ লৱটোৰ ভৰিৰ ওপৰত মুৰটো দি পৰি স্বর্ণলতাই বিনাই কান্দিব লাগিছে আৰু, ল'বাকেইটিয়ে ফেক বিষব লাগিছে। ভাঙবীয়া গুণাভিৰাম বৰুৱা নিস্পন্দ নির্বাক। 

পুতেক কমলা আৰু জ্ঞান তেতিয়া সব, ল'খা। স্কুলৰপৰা আহি সিহতে দেখিলে যে সিহতৰ মাতৃদেবী আব, ইহুসংসাৰত নাই। ডাঙৰীয়াৰ অন্তৰ যদিও শোকৰ শেলত থকা-সৰকা হৈছিল, তথাপি তেও অচল অটল। ধৈর্য্য তেওৰ অসীম! প্ৰাহ্ম সমাজৰ আচাৰ্যা পণ্ডিত শিবনাথ শাস্ত্রী প্রভৃতি রাহ্মাসকলে মৃতকৰ পর বেড়ি বহি আছে। এজনে ব্রাহ্মসঙ্গীত গাইছে-

ঐ যে দেখা যায় আনন্দধাম,

ভবজলধিৰ পাৰে।

ব্রাহ্মসকলে পৰামৰ্শ কৰি এখন গৰুৰ গাড়ীৰ ওপৰত শরটো তুলি নিমতলা ঘাটত পুৰিবলৈ লৈ গ'ল। ডাঙৰীয়াই "নিবাত নিষ্কম্প তত্ত্ব'ৰ দৰে চাই আছিল মাথোন, সেই বন্দবস্তুত একো হস্তক্ষেপ নকৰিছিল। মই বেজাৰ মনেৰে স্বস্থানলৈ উভতি আহিলোঁ। ডাঙৰীয়াই গৃহিণীক নবিয়াত কলিকতাৰ ডাঙৰ ডাঙৰ ডাস্তব আৰু, গঙ্গাপ্রসাদ জাৰু, স্বাৰকা নাথ কবিৰাজ প্রভৃ‌তিৰ দ্বাৰাই চিকিৎসা কৰোৱাইছিল; জল- বায়ু, পৰিবর্ত'নৰ নিমিতে গিৰিধি প্রভৃতি ঠাইত ফৰাই আনিছিল। কিন্তু কালৰ হাতৰ- পৰা তেওঁক তেওঁ বক্ষা কৰিব নোৱাৰিলে। আজিকালি য'ত বঙ্গবাসী কলেজ হৈছে সেই ২৬ নম্বৰ স্কটচং লেনৰ খবতে ডাঙৰীয়ানীয়ে ইহসংসাৰ পৰিত্যাগ কৰি ডাঙৰীয়াক সেই বুড়া বয়সত অকলশৰীয়া কৰি আৰু, ল'ৰা-ছোৱালীকেইটিক নিঠৰুৱা কৰি গুচি গ'ল। আমি তেতিয়া ৩ নম্বৰ ওণ্ড বৈঠকখানাত আছিলো। সেই বিপদৰ কেইদিন সব, ল'ৰা কমলা আব, জ্ঞানে গছলি আমাৰ তাত খাইছিলগৈ।

ইয়াৰ কিছুদিন পিছত আমি ৩ নম্বৰ ওল্ড বৈঠকখানাৰ থৰ এৰি দিলত ডাঙৰীয়া গুণাভিৰাম বৰুৱাই সেই ঘৰটো লৈ তাতে থাকেগৈ। মাইচেৰেক তাতে তেওঁলোক সুখেৰে আছিল, আকৌ বিপদে তেওঁলোকৰ লগ ললেগৈ। ডাঙৰীয়াৰ বৰ ল বাটি কৰুণা তাতে জন্মত পৰিল। আকৌ ভাঙৰ ডাঙৰ ডাঙৰ আৰু, কবিৰাজব সমাৰোহ ঘটিল। ডাক্তৰ দেবেন্দ্রনাথ বায়, জহুন্দিন, মেকগুনেল্ড ইত্যাদি। মেকুডনেল্ডে কৰুণাক সমুদ্রত ফুৰাই আনিবলৈ পৰামর্শ' দিলত, ডাঙৰীয়াই শ্রীতে আনন্দচন্দ্র আগৰৱালাক (তেতিয়া কলেজৰ ছাত্র পিছত ৰায়বাহাদুৰ লগত দি কৰুণাক জাহাজেৰে বন্দালৈ পঠিয়াই দিলে। জাহাজত অহা-যোহা কেখেয়া আদি ২৫০ টকা দি দুইকো পঠিওয়া হ'ল। যিদিনা কৰুণাক জাহাজত তুলি দি তেওঁ বৰ্ম্মালৈ পঠিয়ালে সেইদিনা ডাঙৰীয়াৰ অপাৰ আনন্দ। আচৰিত কথা, যি কেইদিন কণা জাহাজত আছিল, করুণাৰ জৰ হোৱা নাছিল। যাওঁতে চাৰিদিন, আহোঁতে চাৰিদিন। বেঙ্গনত থাকোঁতে কৰুণাৰ গা ভালে আছিল। কিন্তু উভতি কলিকতা পালতে আকৌ সেই আপদাঁরা জবে করলাক ধৰিলে। তাৰ পিছত কৰুণাক লগত লৈ ডাঙৰীয়া পূব্দপ্রিয়ালৈগ'ল। সেই কালত পুলিয়া বেঙ্গল-নাগপুৰ বেল কোম্পানীৰ এটা উঠি অহা স্টোন আব্দু স্বাস্থ্যকৰ ঠাই। তাতো একো উপকাৰ নোহোৱা দেখি, তেওঁ কৰুণাক মৎপুৰলৈ লৈ গ'ল। ৩ নম্বষ গুপ্ত বৈঠকখানাৰ ঘৰতে তেওঁৰ বাকী ল'ৰা দুদুটি আৰু জীয়েক আছিল। পিছত কমলা আব্বু, জ্ঞানকো মল্পেবলৈ লৈ যোৱা হ'ল। কিছুদিনৰ পিছত কমলা আব্দ জ্ঞান উভতি আছি, আমাৰ লগতে শোভাৰাম বসাক লেনৰ ঘৰত থাকেহি। মহুঙ্গবতে ১৮৯৩ খ্রীস্টাব্দৰ ১২ জুলাইত কণাৰ মৃত্যু হয়। কৰুণাৰ মৃত্যুৰ পিছত ডাঙৰীবা আমাৰ লগত শোভাৰাম বসাকৰ লেনত দুদিনমান থাকেহি। শ্রীযুত নবীনৰাম ফকেনো তেতিয়া তাতে আছিলাহ। কণাক যমৰ বুকুত দি ডাঙৰীয়া যেতিষা আমাৰ কাষত ওলালহি, তেতিয়া আমি ভাবিছিলো এনে পুত্র-শোক পাই অহা তেখেতৰ মুখলৈ আমি পোনে পোনে চাবই নোৱাৰিম। কিন্তু আমি দেখি অবাক হলোহক, তেখেতৰ মুখত বিষাদৰ কালিমাৰ সাঁচকে নাই। সেই চিবস্থাযী সদানন্দ মুখ আগত বস্তু'মান। তেতিয়াও তেখেতৰ মুখত কথাই কথাই হাঁহি আবু, খুহুটীয়া কথা অনর্গল চলিছে। কি আচৰিত সংযম। আজিও মোৰ মনত আছে, এদিন শ্রীযুত নবীন ফুকনৰ মুখখন তেওঁ গোমঠা দেখি ফকনক গাড়ী এখনও তুলি লগত লৈ গৈ গ্রেট ইস্টার্ণ' হোটেলৰপৰা পাঁচ টকা দি চাবে পাঁচ টকা বেচব গোটাচেবেক কামিজ কিনি দি তেওঁৰ মুখলৈ প্রসন্নতা আনিছিল আবু, আগেযেও হেনো কেইবাবাৰো ডাঙৰীযাই তেনে উপায়কে অবলম্বন কৰিছিল। ডাঙৰীযাৰ প্ৰভার যে কাবো মুখেত তেওঁ বেজাৰৰ ভাব দেখিব নোৱাবিছিল।

১৮৯৪ খ্রীষ্টাব্দৰ মার্চ মাহৰ ২৫ তারিখে, শনি কি ৰবিবাৰে, বায়বাহাদুৰ গুণাভিৰাম বৰুৱাৰ ৮ নম্বৰ কলেজ স্কোরাৰব ঘবত মৃত্যু হয়। তেওঁ প্রায় ২১ দিন জবত ভুগিছিল। চিকিৎসাৰ কোনো অপ্রতুল নহৈছিল। ডান্তৰ মেকডনেল্ডেও চিকিৎসা কৰিছিল। কলিকতাবাসী কোনো কোনো অসমীযা ছাতৰে তেওঁৰ নবিয়াত পৰ দিছিল। ময়ো এবাতি-দুৰাতি সেই কার্যা কৰিছিলো। অখণ্ডনীয় বিধিৰ লিখন, তেওঁ আৰ, আৰোগ্য নহ'ল। কলিকতাবাসী অসমীয়া ছাতবসকলে তেওঁৰ শর কান্ধত লৈ নিমতলা ঘাটত দাহ কৰি আহিলগৈ। অৱশ্যে সমবেত ব্রাহ্মসকলে আগৰ দবে, অর্থাৎ তেওঁৰ গৃহিণীৰ শরটো গাড়তি তুলি নিয়াৰ দৰেব নিবৰ যে প্রস্তাব নকৰিছিল এনে নহয়; কিন্তু এইবাৰ তেনে প্রস্তার অসমীয়া সকলৰ দ্বাৰাই অগ্রাহা হ'ল। চৰকাৰী কামৰূপৰা অৱসৰ লৈ এইজন পুৰুষ যদি অন্ততঃ আব্, দহ বহুবমান জীয়াই থাকিলহে'তেন, তেওঁৰ দ্বাৰাই অসমৰ অনেক হিতকার্য্য সাধিত হ'লহেতেন- ঘাইকৈ সাহিত্য ক্ষেত্রত। "জোনাকী" আবু, "বিজলী'ত তেওঁ নিয়মমতে প্রব্য লিখিছিল। "জোনাকাঁ"ত ওলোৱা "আগৰ দিন এতিয়াৰ দিন" প্রব্য যদি আৰু কিছুদিন তেওঁ লেখি যাব পাৰিলেহেতেন, তেন্তে বুবলী সম্পর্কীয় অনেক নতুন কথা তেওঁ আমাক দি যাব পাৰিলেহে 'তেন। তেওঁ চৰকাৰৰ ঘৰৰ কামৰপৰা অৱসৰ লোৱা কালৰ সুবিধা অসমীয়াই হেপাহ পলুৱাই লবলৈ নাপালে তেওঁ অৱসৰৰ শান্তি- সুখ ভোগ কৰিবলৈ নাপালে। নিষ্ঠুৰ কাল তাৰ বাদী হ'ল। আসামৰ কপালেই এনে দুর্ভগাঁয়া। সেই কালৰ ভিতৰতে, বিলাতৰপৰা কলিকতালৈ অহা Opium Commission অর্থাৎ কানি-প্রচলন-বহিতৰ বিষয়ে তদন্ত কৰিবলৈ অহা কমিটিৰ হাতত তেওঁ কানি বৰবিহৰ বিপক্ষে এখন অভিমত লেখি দিছিল। অভিমতখন লেখি এই লেখকক তেওঁ এবাৰ পঢ়িবলৈকো দিছিল। তেওঁ লেখা "কঠিন শব্দৰ বহুস্য ব্যাখ্যা পড়ি অসমীয়া কোন আছে যে আনন্দ উপভোগ নকৰাকৈ থাকিব পাৰে? তেওঁৰ আনন্দময় মনৰ সি এটা সৰু উই মাথোন। তেওঁষ উদাষ অন্তঃকৰণে সব,-বৰ সকলোৰে সৈতে ব্যৱহাৰত পার্থক্য নকৰিছিল। বিদেশত অসমীয়া মানুহ এটা দেখিলেও তেওঁ দুই হাত মেলি আঁকোৱালি ধৰিছিল-তেহেলৈ সেইজন ভাঙবেই হওক বা সামান্য মানুহেই হওক। এবাৰ তেওঁ পশ্চিমত ফুৰোঁতে বেলত এজন সাধাৰণ গাৱলীয়া অসমীয়া মানুহে দেখি, আনন্দত উত্তাহল হৈ দুই হাত মেলি সেইজনক আঁকোৱাল মাৰি ধৰি কথাবার্তা হৈ আনন্দ পাইছিল আব্ৰুদ সেই কথা মই তেওঁৰ নিজৰ মুখৰপৰাই শুনিছিলোঁ। সকলোৱে দেখিছে, কলিকতাৰ ঘোঁৰাৰ গাড়ীৰ মুছলনান গাৰোৱানে ভেৰোললৈ খাপ দি গাড়ী ৰখা ঠাইত (stand) থাকোঁতে এটা ম,ছলমান ধপাত বেচোঁতাই দীঘল নল লগোরা গুবগুৰাঁ এটাত ধপাত লগাই গাৰোৱানবোৰক ঘুরাই ফুৰি সিহ'তৰপৰা একোটাকৈ পইচা লয়। এদিন আমাৰ ডাঙৰীয়াই খোজ কাঢ়ি হেৰিশ্যন বোর্ডেদি যাওঁতে তেনে গাড়ী বথা ঠাই এখনৰ কাষ পালত, সেইদৰে ধপাত বেচোঁতা এটাই ভাঙবীযাৰ দাঁঘল ডাঢ়ি দেখি, তেওঁক তাৰ ধর্মাবলম্বী বুলি ভাবি, গ,কবোঁধ নলটো তেওঁফালে আগবঢ়াই দিছিল। ৰহসাটো ততালিকে বর্নজ, হাঁহি সেই নলিচাড়াল হাতেবে ধৰি মুখৰ ফালে মিছাকৈ টোঁৱাই, তাক নিৰাশ নকৰি পইচা এটা দি গুচি গল। সেই ঘটনাটো তেওঁ নিজেই বড়িয়াকৈ ৰং দি আমাক কৈ হহৱোইছিল; আৰু, নিজেও নথৈ হাঁহিছিল। এনেজন "প্রশান্ত পুষে আনন্দময়" আছিল আমাৰ গুণাভিৰাম বৰুৱা ডাঙৰীয়া।

ৰাষবাহাদুৰ ডাঙৰীয়াৰ মৃত্যুৰ পিছত বজনীনাথ খায়ে (Mr. R N. Ray) কমলা আৰু জ্ঞানক স্বর্ণ ৰে সৈতে তেওঁৰ "বিব্লিট" (The Retreat) বোলা ঘৰলৈ লৈ যাব। বজনীনাথ যায় বায়বাহাদুৰ ডাঙৰীষাৰ জোঁবায়েক ডাক্তৰ নন্দকুমাৰ ব্যয়ব ককায়েক। তেওঁ গরণ'মেণ্টৰ এজন ডাঙৰ বিষযা আছিল। এইডোখৰ কালতে এটা গলাগোপা (rumour) ওলাই আমাৰ মনত বৰকৈ কষ্ট দিছিল-বিশেষকৈ ডাঙৰীবাৰ বিধরা জীয়েক বর্ণ'ক আৰু তেওঁৰ সৰু, ভায়েক দুটিক। সেই গলাগোপাত ওলোৱা কথাটো প্রকৃততে সাঁচা নে মিছা মই ভালকৈ ক'ব নোৱাৰোঁ। কিন্তু ৰাববাহাদুৰৰ পৰিয়ালৰ হিতাকাঙ্ক্ষী বঙ্গালীসকলেও খুনিবলৈ পাইছিল। গলাগোপাটো হৈছে- ৰাববাহাদুৰৰ বংশৰে গণ্য-মান্য মানুহ এজনে হেনো আদালতত গোচৰ এটা কৰি চেস্টা কৰি চাবলৈ গৈছিল, যাতে ডাঙৰীয়া গুণাভিৰাম বৰুৱাৰ সৈতে তেওঁৰ গৃহণীৰ বিবাহটো আইনমতে অসিদ্ধ প্রমাণিত হয়। তেনেহলে ডাঙৰীয়াৰ টকা-কডি বিষয়- সম্পত্তিৰ উত্তৰাধিকাৰী কমলা আৰু জ্ঞান নহৈ তেওঁলোক হব পাৰে। ডাঙৰীয়াই কোনো উইল কৰি যোৱা নাছিল। বোধকৰোঁ তেওঁ সমাজিকতো ভবা নাছিল যে তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ বিষর-সম্পত্তি লৈ এনেকুৱা কোনো কথা উঠিব পাৰে। বাবু, দুর্গামোহন দাস ডাঙৰীয়াৰ পৰিয়ালৰ এজন বিশিষ্ট বন্ধু, আছিল। তেওঁ হাইকোর্ট'ৰ এজন ডাঙৰ উকীল আছিল।

এদিন তেওঁ ৰজনী বায়ৰ ঘৰলৈ গৈ ঋণ লতাক ক'লে, "স্বর্ণ', তোমাদেৰ কোনও ভয় নেই। তোমাৰ ভাইদেৰও ভয় নেই। আমি তোমাদেৰ ইস্টেটৰ এড, মিনিট্রেশনেব বন্দোবস্ত কৰেছি।" বাস্তবিক তেওঁ তাকে কৰিছিলো। এনে বিষয়ত দুজন দুজন জামিন (sur.ties) বা সাক্ষীষ আবশ্যক। এজন তেওঁ নিজে হৈছিল আৰু, আনজন শ্রীযতে জগদীশ বসুক (Sir Jagadish Bose) তেওঁ কৰি দিছিল, যদিও ছাব জগদীশ সেই কাৰ্য্যৰ নিমিত্তে ইচ্ছুক নাছিল, কিন্তু দুর্গামোহন বাবুৰ অনুৰোধত মান্তি হবলগীয়াত পৰিছিল। হাইকোর্ট'ৰ ৰেজিণ্ডাৰ মিষ্টাৰ বেল চেম্বৰক দুর্গামোহন দাসে তালৈকে লৈ গৈ স্বর্ণক চিনাক্ত কৰি দিছিল আৰু কাকতত বর্ণ'ৰ চহাঁ দিয়াইছিল। দুর্গামোহন বাবুৱে তেওঁৰ মাতাৰ দিনলৈকে গুণাভিৰাম বৰুৱা ভাঙবীয়াৰ বিষয়-সম্পত্তি সুকলমে "মেনেজ" কৰি আছিল।

ইয়াৰ কিছুদিনৰ পিছত চিৰকাল রংবোপ-প্রবাসী শ্রীতে ৰাধিকাৰাম ফকন কলিকতাত ওলালহি। জনশ্রুতি যে তেওঁ বৰুৱা ডাঙৰীয়াৰ বিষয়-সম্পত্তি "মেনেজ" কৰিবলৈ, হাতত লবলৈ আহিছিল। কিন্তু দুর্গামোহন দাস এনে ক'কিলা-দাৰৰ পক্ষে ম'হৰ শিং। গতিকে ডাঙৰীয়াৰ বিষয়-সম্পত্তি লৈ আৰু কোনো গোলমাল নুঠিল।

কিছুদিনৰ পিছত স্বর্ণ'ক ১৩ নম্বৰ কৰ্ণ বালিছ খুঁটিত থকা "রাহ্ম গাল' ছ স্কুল"এ তেওঁৰ দুজনী জীয়েকৰ সৈতে থোৱা হ'ল আৰু কমলা আৰু জ্ঞানক সাধাৰণ ব্রাহ্ম- সমাজৰ কাষত থকা "ব্রাহ্ম বইজ বোর্ডিং হাউছ" থোৱা হ'ল। দুখৰ কথা যেলবা দুটি "ব্রাহ্ম বইজ বোর্ডিং হাউছ'ত থকাৰ এসপ্তাহমানৰ পিছতে কমলা জজ্বৰত পৰিল। মই সততে ল'বা দুটিৰ আব্বু স্বর্ণ'ৰ বুজ-বাজ কৰিবলৈ গৈ আছিলোঁ। মোৰ আজিও মনত আছে, এদিন মই গ'লতে মোক কমলাই কান্দোনমুত্রা হৈ ক'লে, "এইবাৰ মোৰ পাল।" কথাষাৰ শুনি মোৰ হিয়া ভাগি গ'ল। তথাপি মই যি পাৰোঁ কমলাক সান্ত্বনা দি কথাষাৰ উবাই দি কমলাৰ মনৰপৰা সেইটো ভাব গুচাবলৈ চেস্টা কাঁৰলোঁ, কিন্তু বেচ বুজিব পাৰিলোঁ বেচেৰীৰ মনৰপৰা সেই ভাব নগ'ল। ডান্তৰ নীলৰতন সৰকাৰ আৰু ডান্তৰ প্ৰাণকৃষ্ণ আচাৰ্য্যৰ পৰামৰ্শ মতে কমলাক আৰু জ্ঞানক দাঞ্জি'- লিগুলৈ পঠিয়াই দি, "লুই জুবিলি ছেনিটৌৰয়ম'ত থোৱা হ'ল। তাত কমলাৰ বিশেষ উপকাৰ নোহোৱা দেখি, দুইকো কলিকতালৈ আনি বিঞ্জি'তলাত বাবু পার্শ্বতী দাসৰ (পূর্ণিয়াব এজন উকীল) ঘৰ এটাৰ দুটা খোঁচালী আৰু "বাথৰুম" এটা কেৰেয়া কৰি লৈ তাতে থাকিবলৈ দিয়া হ'ল। ডান্তৰ কুম্বিৰ (Crombie) চিকিৎসা চলিল। চিকিৎসাত কোনো উপকাৰ হোৱা নেদেখি ভান্তৰ কুম্বিৰ পৰামর্শ মতে কমলাক এটোৱালৈ (Etawah) পঠিয়াই দিয়া গ'ল। লগত দাৰোৱান ৰামভৰোসাক দিয়া হ'ল আৰু, ব্রাহ্ম ভদ্রলোক এজনক কুৰি টকা দৰমহাত নিযুক্ত কৰি পঠিওৱা হ'ল। এটোৱাৰপৰা কমলা বম্বেলৈ গ'ল। ৰজনী ৰায়ৰ পৰামৰ্শ মতে তাত কমলা ডান্তৰ আত্মাৰাম পাণ্ডুৰঙৰ চিকিৎসাৰ অধীনত ৰ'ল। তাত তেতিয়া আমাৰ শ্ৰীযুত মথুৰামোহন বৰুৱা আৰু শ্রীযুতে জয়কৃষ্ণ দাসে ভান্তৰী পঢ়িছিল। তেওঁলোকেও কমলাৰ বুজ-বাজ লৈছিল। কিন্তু একোতেই একো নহ'ল। বম্বেৰপৰা কমলাক আকৌ লৈ আহি কলিকতাৰ ভবানীপুৰত জন্মদ বাবুৰ বজাৰৰ ওচৰত ঘৰ এটাত থোৱা হ'ল। তাত প্রায় চাৰি মাহ থৈ কমলাক হোমিওপাথি, এলোপাখি, কবিৰাজী চিকিৎসা কৰোৱা হ'ল। কলিকতাৰ ডাঙৰ কবিৰাজ দ্বাৰকানাথ ভিষগ্‌গ্ৰত্ব সেনব চিকিৎসাও চলিল। রিত্বে সেকলোবোর ব্যর্থ' হ'ল। 

24
প্ৰবন্ধ
মোৰ জীৱন-সোঁৱৰণ
0.0
পৰম পূজনীয় আই, উচ্ছ্বর্গা শ্রীমতী ঠানেশ্ববী দেরীব কব কমলত পৰম পূজনীয় পিতৃ দেৱতাৰ এই সংক্ষিপ্ত জীবন-চৰিত অর্পণ কৰিলোঁ। লক্ষীনাথ
1

॥ দ্বিতীয় আাধ্যা ॥

27 December 2023
0
0
0

লধীমপুৰ। তেজপুৰৰপৰা পিতৃদেৱতা লখীমপুবলৈ বদলি হ'ল: আব্বু আমি ছাঁবোৰো লগে লগে লখীমপুত্র পালোঁহি। আহিয়েই আমি কাব থৰত উঠিছিলোঁ মনত নাই, কিন্তু দেউতাই দহ-বাৰ দিনৰ ভিতৰতে ঢোল, ঢাপ, টাটী, চকোয়াৰে সম্পৰ্ণে' ক

2

। তৃতীয় আধ্যা।

27 December 2023
0
0
0

পিতৃদেৱতা লখীমপুৰৰপৰা গুৱাহাটীলৈ বদলি হয়। অসম-বুবলী লেখক কাশীনাথ তামুলী ফুকনৰ জ্যেষ্ঠ পুত্র, গুয়াহাটী নিবাসী শ্রীযুত কমলানাথ ফুকনৰ ঘৰত আমি উঠিলোঁহি। ফুকনৰ ঘৰৰে সৈতে বেজবৰুৱাৰ ঘৰৰ ঘনিষ্ঠ সম্মস্থ পুৰণি

3

। চতুর্থ আষ্যা।

27 December 2023
0
0
0

অসম ৰজাৰ ৰাজধানী ৰংপুৰ বা শিৱসাগবৰ দশ্য অসম ৰাজপ্ৰতিনিধিৰ চহৰ পাৱাহাটীৰ দৃশ্যতকৈ সুকাঁধা। গুৱাহাটীৰ গাত লুইতৰ বিহা মেখেলা, ডিঙিত পর্ব তব সাতসৰাঁ হাৰ, মৰত ভুবনেশ্বৰীৰ ধৱল কিবাঁটি, বহুত উমানন্দ আৰু, উর্

4

পঞ্চম আধ্যা

28 December 2023
0
0
0

শিৱসাগৰলৈ আহি মই শ্রীহত গঙ্গাগোবিন্দ ফুকন ডাঙৰীয়াক (Mr. G. G. Phookan) দেখোঁ। তেওঁ তেতিয়া শিৱসাগৰত একটা এছিস্টেন্ট কমিশানৰ। শিৱসাগবৰ বৰ বীৰ পাবৰ বঙলা এটাত তেওঁৰ থকা ঠাই আছিল। ফুকনৰ ঘৰৰ সৈতে আমাৰ ঘৰব ব

5

॥ ষষ্ঠ আধ্যা ॥

29 December 2023
0
0
0

পণ্ডিত বামকুমাৰ বিদ্যাবত্ব নামেবে এজন ব্রহ্মধর্ম প্রচাবক বঙ্গালীয়ে ব্রাহ্মধর্ম প্ৰচাৰ কবিবৰ নিমিত্তে অসমৰ জিলাই জিলাই বক্তৃতা দি ফুৰিছিল। বিদ্যাবস্থ "সাধাৰণ ব্রাহ্ম-সমাজৰ প্ৰচাৰক আছিল। তেওঁ স্কুলোদব আ

6

॥ সপ্তম আধ্যা ||

29 December 2023
0
0
0

কলিকতাৰ কালীঘাটত থাকি মোৰ পঢ়িবৰ দিহা হ'ল। কালীঘাটত হালদাৰ উপাধিকাৰী বঙ্গালী বামুণ এঘবত মোৰ নিবাসস্থান থিৰ কৰা হ'ল। এনে বন্দবস্তুৰ মানে-যাতে মই অসমীয়া ছাতৰৰ "মেছত থাকি জাতরূপে মোত অৱতাৰ হোৱা শিশুটিক বধ

7

|। অষ্টম আধ্যা ॥

29 December 2023
0
0
0

তেতিয়া মই জেনেৰেল এছেমরি কলেজৰ তৃতীয় ধার্ষিক শ্রেণীত। "পলগ্রেভস্থ গোল্ডেন, ট্রেজাৰি অব, লিবিক্স" নামৰ ইংৰাজী কবিতাৰ সংগ্রহ মোৰ পাঠ্য। তাৰ উপৰি বাইৰন, শ্যোলি, কীটছৰ কবিতাবোৰ আৰু, কৰি ৰবীন্দ্রনাথ ঠাকুৰৰ

8

।। প্রথম আাখ্যা ।।

30 December 2023
0
0
0

মোৰ জীবন-সৌরবণ, স্বাদশ বছৰৰ "বাঁহী"ৰ (১৮৪৪ লক) আহিন মাহৰ বঞ্চ সংখ্যাত লেখিবলৈ আযম্ভ কৰি প্রার মাহে মাহে লেখি, চতুর'শ বছবন (১৮৪৬ লক আহাৰ মাহৰ তৃতীয় সংখ্যাতে বন্ধ কৰিছিলোঁ। আব্দ নেলেখোঁ বুলি ভাবি মই এবি

9

॥ দ্বিতীয় আধ্যা ।।

30 December 2023
0
0
0

মই বি, এ, পৰীক্ষাত উঠাৰ পিছৰপৰা এটা মধুৰ নে কটুৰ, বিপদেই নে সম্পদেই, -ভালকৈ কব নোৱাৰো, "এৰেবিয়ান-নাইটছ" অত লেখা সাউদ বাগদাদৰ চিন্দবাদ চেইলৰৰ কান্ধত উঠা মানুহটোৰ দৰে, মোৰ কাশ্বত উঠিল, তাক একোপধ্যেই দলি

10

॥ তৃতীয় আধ্যা ॥

30 December 2023
0
0
0

এই আধ্যাৰ ভিতৰ,বা কথালৈ যোৱাৰ আগতে আগৰ আধ্যাৰ ভিতৰত ঘোৰতে কোৱা কথা এটাৰ মংকলি ব্যাখ্যা স্নেহাস্পদ শ্রীমান জ্ঞানদাভিৰাম বৰুৱাৰ (জে-বৰুৱা বেৰিটাব) পৰা পাইছোঁ। তেও' লিখিছে- "আপোনাৰ বিধাৰ সময়ত মোৰ পিতৃদে

11

॥ চতুর্থ আধ্যা ॥

1 January 2024
0
0
0

(এই আধ্যা আৰম্ভ কৰাৰ আগতে আব; এটা শুধবলী ব্যাপাৰ সমপস্থিত। এইবাৰ আমাৰ গৃহিণীব ফালৰপৰা। তেও' ইমান দিনে মোৰ জীৱন-সোঁৱৰণৰ দ্বিতীয আধ্যা পঢ়িছিলনে নাই মোৰ জনা নাছিল। আজি বাহু মই লিখিবলৈ কাপ ধৰিছো মাথোন, এন

12

॥ পঞ্চম অধ্যা।

1 January 2024
0
0
0

কলিকতাৰ মোৰ জীৱনত এটি বিশিষ্ট অসমীয়া পৰিবাৰৰ প্রভাৱ বৰকৈ পৰিছিল। সেই পবিবাৰৰ শিষৰ মুকুট আৰু আসামত সর্বজনবিদিত ব,বজীবিজ্ঞ পুরুষ ডাঙৰীয়া ৰায়বাহাদুৰ গুণাভিৰাম বা আছিল। তেও দীর্ঘকাল আসামত, সৰহকৈ নগাঁৱত, এ

13

। ষষ্ঠ আধ্যা।

1 January 2024
0
0
0

১৮৯৪ শ্রীষ্টাব্দব ৩০ নবেম্বৰত কমলা তাতে ঢুকাল। এইদৰে দুবছৰৰ ভিতৰতে ডাঙৰীয়া গুণাভিবাম বৰুৱাৰ এতিয়া আমাৰ সকলোৰে তেওঁক সমুদ্র-যাত্রা (sea- মহাশয়ব জোঁরাযেক ডাঙৰ সেই জয়জয় মযময পবিবাৰটোত চাবিটা মৃত্যু। সন্ত

14

।। সপ্তম আধ্যা ||

1 January 2024
0
0
0

গোপীকৃষ্ণ পাল লেনৰ ঘৰৰপৰা আমি বলবাম দে ঔটৰ ঘৰ এটালৈ উঠি গলো। এইটো ঘৰও আহল-বহল আৰু ডাঙৰ আছিল। তাত থাকোঁতে আমি সব, গাড়ী এখন আৰু ঘোঁৰা এটা কিনি ললোঁ। নিজব গাড়তি উঠি অফিচলৈ যোৱা আৰু আলৈ তলৈ গৈ গা ঘেলোরাত

15

॥ অষ্টম আধ্যা ।

3 January 2024
0
0
0

মাণিকচন্দ্র বা কোম্পানীৰ ভোলানাথ বৰুৱাই গুৱাহাটী পৰিত্যাগ কৰি আহি কলিকতাত যে কাঠৰ ডাঙৰ ব্যৱসায় কৰিছে, সেই খবৰটো কণাকশি হৈ আসামত ওলালগৈ। শ্রীযুত মাণিকচন্দ্র বৰুৱাৰ ব্যবসায়ত শ্রীভূত ভোলানাথ বৰুৱা যদিও দ

16

॥ নবম অধ্যা।।

3 January 2024
0
0
0

১৯০০ খ্রীষ্টাব্দৰ ১৭ নবেম্বৰত কলিকতাৰ জোড়াসাঁকোৰ ঘৰত মোৰ দ্বিতীয়জন। জোৱালী শ্রীমতী অৰুণাৰ জন্ম হয়। সুভি তেতিয়া তাতে আছিল। অনুগাৰ জন্মৰ পিছদিনা পুৱা মই জোড়াসাঁকোলৈ গলতে, লৰি আহি সবভিয়ে মোক কলে, -"চোৱাচ

17

। দশম আধ্যা ।।

3 January 2024
0
0
0

১৯০২ খ্রীস্টাব্দতো বি. বৰুৱাৰ লগত মোৰ ব্যৱসায়-জীবন কেনে আছিল, তাৰ চানেকিও মোৰ ডায়েৰিব পৰা অলপ-অচৰপ আজি এই অধ্যায়ত দিলোঁ। মই বি. বৰুৱাৰ লগ এবি অহাৰ পিছত যিবোৰ মানুহে যাবে কথা শুনি হওক-মোষ বিষয়ে মতামত প

18

ন্যায়ৰ ৰূপান্তৰ: ভাৰতৰ হিট-এণ্ড-ৰাণ আইনত ভাৰতীয় ন্যায় সংহিতাৰ প্ৰভাৱ

3 January 2024
0
0
0

পথ সুৰক্ষা বৃদ্ধি আৰু হিট-এণ্ড-ৰানৰ ক্ষেত্ৰত জবাবদিহিতা নিশ্চিত কৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে ভাৰতে ভাৰতীয় ন্যায় সংহিতা, ২০২৩ৰ অধীনত এক যুগান্তকাৰী আইন প্ৰস্তাৱ কৰিছে।এই প্ৰস্তাৱিত আইনখনে

19

পৰিশিষ্ট মোৰ মৃগয়া

3 January 2024
2
0
0

মোৰ জীৱনৰ আগছোৱাত যদি কিবা এটা কাম বৰকৈ বেয়া লাগিছিল সেইটো মৃগয়া; যাৰ ভিতৰত জীবহত্যা ব্যাপাৰটো বোল অনা বর্ত্তমান। সৰুৰেপৰা জীবহত্যা আব্দ জীৱৰ প্ৰতি নিষ্ঠুৰতা মই দেখিব নোৱাৰিছিলোঁ। তাহানি আমাৰ ঘৰত ৰান্

20

মোৰ মাতৃমুখ দর্শন প্রথম আধ্যা

4 January 2024
0
0
0

ডেৰকুৰি কি দুকুৰি বছৰৰ মূৰত এইবাৰ মোৰ মাতৃমুখ দর্শন ঘটিল। ইমান বছৰ মই মোৰ জীৱনটো বাহিবে বাহিবে কটায়েই বড়া কৰিলোঁ। কার্য'টো নিশ্চয আপচু। কিন্তু কিষ যে তেনে হৈছিল, তাৰ সন্তোষজনক কৈফিয়ৎ এই দিব নোৱাৰোঁ। ম

21

দ্বিতীয় আধ্যা

4 January 2024
0
0
0

একৈশ ছেপ্টেম্বৰ তাৰিখে শিয়ালদহ স্টেছন এৰি বাইশ তাৰিখে গুৱাহাটী পালোগৈ। ব্ৰহ্মপুত্ৰ পাৰ হোৱা জাহাজখন পাণ্ডুঘাটৰ ওচৰ চাপিলতে আমাক লৈ যাবলৈ অহা মোব অতি প্রিয দুজন মানুহৰ দুখন হাঁহিমুখ দেখি আমাৰো মুখত হাঁ

22

তৃতীয় আধ্যা

4 January 2024
0
0
0

আমি ডিব্ৰুগড় পোৱাৰ দিনাই, বাতিৰে পৰা তাত বৰষুণৰ ওৰা পাতিলে। বৰণ চেলেংপেটেং বিধৰ নহয়, ভালকৈয়ে গা সর্বকি যোৱা। সেই লেলপেল, বৰষুণ পোন্ধৰ দিনমানলৈকে চলি সি আমাৰ তেজ-মঙহ হাড-মগজ, সোপাকে সেন্ডেটা লগাই পেলাই

23

চতুর্থ আধ্যা

4 January 2024
0
0
0

অক্টোবৰ মাহৰ ১৫ তাবিখে ডিব্ৰুগড় এৰি শিৱসাগৰলৈ যাবলৈ ওলালো। বাহন মটবগাড়ী। ৰথখন আমাৰ জোঁৱাই শ্রীমান বোহিণীকুমাৰ বৰুৱা বোপাৰ আব, সাৰথিও তেরেই। যাত্রী মই, নোৰ সহধর্ম্মিণী, মোৰ ছোৱালী দুজনী আৰ; শ্রীমান যতী

24

সপ্তম আধ্যা

5 January 2024
0
0
0

বাইশ অটোবৰৰ দিনা যোৰহাটৰ পৰা উভতি গৈ আকৌ শিৱসাগৰব ঢাকবঙাল ঠাই ললোঁগৈ। দেখিলোঁ ডাকবগুলাৰ ভাল খোটবলি দুটা কোনোবা দুজন অধিকাব- ভুপ্ত হৈ আছে। খানহামাক সুধিলোঁ, সেই খোটালি দুটাত কোন আছে? খানছামাটো অম্মীষা।

---

এখন কিতাপ পড়ক