shabd-logo

|। অষ্টম আধ্যা ॥

29 December 2023

1 দৰ্শন কৰা হৈছে 1

তেতিয়া মই জেনেৰেল এছেমরি কলেজৰ তৃতীয় ধার্ষিক শ্রেণীত। "পলগ্রেভস্থ গোল্ডেন, ট্রেজাৰি অব, লিবিক্স" নামৰ ইংৰাজী কবিতাৰ সংগ্রহ মোৰ পাঠ্য। তাৰ উপৰি বাইৰন, শ্যোলি, কীটছৰ কবিতাবোৰ আৰু, কৰি ৰবীন্দ্রনাথ ঠাকুৰৰ কৰিতাযোৰ লিখিছোঁ। কবিতাৰ বৰণৰ জাকৰ ওপৰত জাক পৰি মোৰ মন একেবাবেই "প্রেমবস'ত আর্দ্র। মোব মনৰ বহল পথাৰখন বাইৰনৰ কবিতাই কোমলালে, শোলিৰ কবিতাই হাল বালে, কাঁটছব কবিতাই মৈয়ালে আৰু, ববীন্দ্রব কবিতাই এনে কৰিলে যে তাত লাহী ধানৰ কঠীয়াৰতো কথাই নাই, বিহমনা, কোটাকোৰা, পথৰুৱা বিহলগুনি আৰু চোৰাতকে আদি কৰি যিহবে গুটি হওক পৰিলেই, সিযেই ভৰভৰ কৰি গজি "মোক চা" কৈ উঠিব। বঙ্গালীয়ে কবৰ নিচিনা, তেতিয়া মোৰ মনৰ "অৱস্থা সঙ্গীন": অর্থাৎ বন্দকত "সঙ্গীন" (bayonet) চৰোৱা বিধৰ। সপোনত কেনেবাকৈ মই বিতচকু এযোৰ পালো। সেই অপৰূপে বিতচকুৰোৰৰ গণত মই জগৎ গোটেইখনকে দেখিবলৈ ধবিলো।

I slept and dreamt that life was beauty বিপিনেই চাই পঠিযাওঁ সেইপিনেই পুঞ্জীভূত সৌন্দর্ষা, স্তূপীকৃত মাধবো ৰাগীকৃত আন। জলত মধ, থলত মধ, মাস্হত মধ, ফলত মধু। আকাশে মধ বৰষিছে, বতাহে মধ, বলাইছে। মোৰ মনত প্রেৰ আৰ, ভাল পোৱা এই দুটাৰ chemical combination অর্থাৎ ৰাসায়নিক সংমিশ্রণ ঘটি ভবানক খেলি-মেলি লাগি পৰিল। এজনী চিলনীৰ দৰে এছাটি মলযা বতাহে, "চিলনীৰ জীয়েক'ৰ দীঘল চুলি যেন মোৰ দীঘল মনটো উৰাই নি ক'ৰবাত তুলিলে মন উধাও, উদাস হ'ল। ক্ষন্তেকে ক্ষস্তেকে তাৰ পৰিৱত'ন এবাৰ সি বঙৰ বহু-খৰা আৰু, চকু-চাওঁতেই অভাৱৰ তাড়নাত অথিৰ।

সুথ ভবা এ ধৰায়

মন বাহিৰিতে চাষ,

কাহাবে বসাতে চায় হৃদয়ে।

তাহাবে খুঁজিব দিক-দিগন্ত। মন উৰি গৈ কোনোবা নজনা-শূনা দেশত গুলাই মোৰে নিচিনা কোনোৰাই কত বীণ বাই প্ৰেমৰ সুমধুৰ সুৰেৰে নিজক মতলীয়া আৰু জগতক বলীয়া কৰিছে; মোবে নিচিনা কাৰ চকুৱে চিকুণ পুৱাৰ পোহৰ পোহৰাইছে, চাবলৈ ব্যাকুল হৈ উঠিল। যেমন দখিণে বায়, ছটেছে।

কে জানে কোথায় ফুল ফুটিছে।

তেমনি আমিও যাব

নাজানি কোথায় দেখা পাব! 

কাৰ সুধাঘৰ মাঝে

জগতেৰ গাঁত বাজে,

প্রভাত জাগিছে কাৰ নয়নে।

কাহাৰ প্ৰাণেৰ প্রেম অনন্ত!

তাহাবে খুঁজিব দিক-দিগন্ত। থকা ঘৰৰ তিনি মহলাৰ চালত উঠি অকলৈ নিস্তব্ধ নিশা পূর্ণিমাৰ জোনৰ ফালে অনিমেষে চাই থাকি টোপনিক ওচৰ চাপিবলৈ নিদিয়া হলোঁ। ফুল এটা হুটলি পালে, তাকে চকুৰ আগত লৈ ঘৰাই-পকাই তাৰ ৰেহ-ৰূপ চাই বঙত বিভোৰ হবলৈ ধৰিলোঁ। মোৰ গঢ গতি দেখি কোনোবাই "সেইটো কি?" বলি সুধিলে মই উত্তব দিওঁ,-

আমি স্বপনে বয়েছি ভোব

সখি, আমাৰে জাগাইও না।

মনত আছে, এদিন গুলোটা বথব দিনা শিৱালদহৰ ফালে বহা হাটৰপৰা ছটা পইচা দি তিনিজোপা গোলাপ-গছ কিনিলোঁ। তিনি অনা দুই পইচাৰে তিনিটা মাটিৰ "টব" বা "পট" (গামলা) আব্বু মাটি কিনি আনি সেই টবত গোলাপ তিনিজোপা বই পানী দি পতি কৰিবলৈ ধৰিলোঁ। গোলাপৰ ওচৰত বহি গোলাপক সোধো-

বল গোলাপ মোৰে বল,

তুই ফুটবি সখি কবে ?

চাঁদ হাসিছে সুধা হাস,

বায়ু, ফেলিছে মন্দ, শ্বাস,

পাখী গাইছে মধ, ববে,

তুই ফুটিবি সখি কবে?

এমাহমানৰ মৰত যেতিযা তাবে এজোপাই এটা কলি পেলালে মোৰ মহা আনন্দ, মহা উচ্ছাহ, যেন মই পুত্র-বন্ধুহে লাভ কৰিবলৈ গৈছোঁ। কলিটো ফুলিল। মেমেৰা গছৰ মেমেৰা কলি, মেমেব্য ফুল। কিন্তু হলে কি হব, তথাপি সি মোৰ চকুত পদ্মলোচন। মোৰ আনন্দৰ পাব নাই। ফুলটোৰে সৈতে বথা পাতোঁ আৰু, তাক চুই চুই মৰম কৰোঁ। এনেকৈ হাত লগাই মৰম কৰোঁতে এদিন তাৰ পাহিবোৰ পৰিল সৰি। মোৰ চকুত পানী ওলাই গ'ল। বুজিলোঁ মৰমৰ আলসুৱা বস্তুক এইদৰে দৌৰাখ্যা কৰিবলৈ গলেই এনে ফল হয়। থিব বৰিলোঁ আজিবপৰা মৰমৰ সমলক দূৰৰপৰাহে মৰম কৰিম। মনত খেলালে, জোন-তবাক এই দেখিয়েই আমি হাত লগাব নোৱাৰাকৈ ঈশ্ববে দুৰৈত থৈ দিছে। জোন তৰা মানুহৰ হাতে ঢুকি পোৱাহে"তেন, মানুহে দুদিনতে সিহ'তৰ কণ-কঠীয়া মাবিলেহেতেন। আমাৰ ভিতৰৰ কাজ ৱাসকলে নিশ্চয় তাত কল-কাৰখানা (workshop) বহুবাই নাগমাটি পোৰা চিমনিব ধোঁৱাৰে জোন আৰু তৰাক চুৱা চৰুৰ তলি যেন কৰি পেলালেহেতেন। যি হওক, মনৰ দুংখ মনতে গুপুত কৰি থৈ আকৌ ন ফুলৰ আশাৰে গোলাপ-গছ কেইজোপাত পানী-পুনি দি বন্ধ কৰিবলৈ ধবিলোঁ। এদিন আমাৰ দেশৰ এজন ব্যৱসায়-বাণিজ্য কৰোঁতা ভদ্রলোক বন্ধুবে মোৰ সৈতে দেখা কৰিবলৈ আহি, মোক সেই মেমেৰা গোলাপ গছ কেইজোপা এইদৰে "টব'ত বই যত্ন কৰা দেখি মিচিকিয়া হাঁহি মাৰি ক'লে, "বাৰ, এইকেইডাল টবত ইমানকে যত্ন কৰি বই কি লাভ হৈছে? ইয়াতকৈ যদি তিনিজোপা মচিব গছ ইয়াত বলাহে'তেন তেন্তে ভাত খাবলৈ দুটা-চাৰিটা মৰিচকে পালাহে'তেন।" কথাযাৰ মোৰ আমঠু সৰকি গল; ভাবিলোঁ কি unpoetic মন্তব্য। ইয়াৰ কিছুদিনৰ পিছত মোৰ ইমান আড়াল সত্বেও গোলাপ গছ কেইজোপা হালধীয়া পৰি মৰি গ'ল। ভাবিলো, গোলাপে ব্যৱসাযী বন্ধৰ সেই নিদাৰুণ, নির্মম মন্তব্য শুনি অভিমানত প্ৰাণ পৰিত্যাগ কৰিলে।

মোৰ তৰ-চেঙেলী মনটোক লৈ এইদৰে কলব-জপৰ কৰি থাকোঁতেই, এদিন দলগুন্ড শাল মাছ পৰাদি ঘপহ কৰে পাৰিলো-প্ৰেমত। নকলেও হব যে এজনী সুন্দৰীৰ। হাব, কি চকু, কি মুখ, কি চুলি। আহা কি বুংপ। অৱশ্যে সেই কালৰ মোৰ হৈহে। এই "হায়"। "হায়"। "আহা"। "ইহি"। বোৰ উচ্চাৰিত। ভাবিলোঁ, এই বস্তুটিকে আজি অত দিন মই হাবাহু ৰি খাই বিচাৰি ফুৰিছিলোঁ। তেতিয়াই ঠাকুৰ কবিৰ গান মোৰ মুখেদি ফুটি ওলাল-

আমাৰ পৰাণ যাহা চায়,

তুমি তাই, তুমি তাই গো।

তোমা ছাড়া আৰ এ জগতে

মোব, কেহ নাই কিছু, নাইগো।

মোৰ হৃদযত ভাবব লহৰী উঠিল। আন সকলো চিন্তা-চর্চা সেই লহৰীযে উল্টাই

নিলে। বংপহীৰ আগত নিবেদন জনালোঁ-

তোমাৰ সকলি ভাল লাগে

ওই বৎপৰাশি।

ওই খেলা, ওই গান, ওই মধ, হাসি

ওই দিয়ে আছ ছেয়ে জীৱন আমাবি,

কোথায় তোমাৰ সীমা ভুবন মাঝাৰে।

কিন্তু বংপহী নিমাত। অথচ বংপহীৰ মুখৰ ভাব-ভঙ্গীত মোৰ সকলো নিবেদনৰ

স'হাৰি পাওঁ। যি হওক, নিমাতী কন্যাৰ উদ্দেশ্যে ইংৰাজী, বঙ্গলা, অসমীয়া এই তিনি ভাষাত প্রেম-কবিতা (love pocm) ৰচনা কৰি মোৰ কলেজ ক্লাছৰ নোট লেখা এক্সছাইজ বহীকেইটা ভৰাই পেলালোঁ। তেতলাৰ চালত অকলে অকলৈ ভৰি চলাই জাত লগাই ইংৰাজী গান ধৰোঁ- Her hands are white as sdow

O white as snow 1

O Brignal banks are wild and fair

Greta woods are green 1 

এদিন "Her hands are white as snow" গাওঁতেই এজনে খুনি পিছফালে থিয় দি সুধিলে, "বোলো বৰুৱাদেও, কাৰ হেছ আৰ হোৱাইট এজ স্পো?" মই উচপ, খাই উভতি চাই লাজত বঙা পৰি পকা থেকেৰাটো যেন হলো। কিন্তু ততালিকে নিজকে চম্ভালি প্রকৃতিস্থ হৈ সেই প্রশ্নৰ উত্তৰ নিদি আন কথা উলিয়াই সেইটো ঢাকি পেলালো।

ইযাৰ পাছত ভাবিলো, মোৰ এই অমংলা কবিতাবোৰ মাহেকীয়া কাকতৰ পাতত তুলি অমৰ কৰি ৰাখিব লাগিল। মোৰ ৰচিত ইংবাজী কবিতা-বস্তুবোৰ (goms) কলৈ পঠিয়াম ভাবি নেপালো। অসমীয়াবোৰ "জোনাকা"লৈ পঠিওরাকে থিৰ কৰি হঠাৎ মনত পেলালে বদি মোৰ লগৰীযাসকলে এই কবিতাৰ ৰোগৰ বাতৰি পাই পং উলিয়াই লৈ মোক হাড়-ভঙা ঠাট্ট-তামাচা কৰে, তেনেহলে হৈছে আৰু। ইয়াকে ভাবি সেইফালে দুৱাৰ নেমেলাটোকে পিছত থিব কবিলো। দুৱাৰ নির্বি'ল্পে মেলিব পাৰি মাথোন এখন। সেইখন বঙ্গলা কবিতাবোৰলৈ। বোলো আঙুরা নাম এটা দি এটা দুটাকৈ বঙ্গলা মাহেকীয়া কাকত দুখনলৈ সেইবোৰ নপঠিয়াওঁ কিয়? এইটোকে সাৰোগত কৰি দিলো দুখন বঙ্গলা কাকতলৈ মোৰ দুটা প্রেমব কবিতা পঠিয়ায়। আঙুরা নাম ললো "শ্রীবঙ্গলাল চট্টোপাধ্যায়। এমাহ গ'ল, দুমাহ গ'ল মোৰ কবিতা-কোৱামণি দুধাৰিৰ কোনো উৱাদিহ নেপালো। কাকত দুখন আহিলেই আথেবেখে মেলো আৰু পাত লুটিনাই চাই মোৰ কবিতা-ভৈধাই দুটিব মখে নেদেখি জ'ই পৰি যাওঁ। অলপৰ পিছতে, অহা মাহত ওলাব বুলি আকৌ সাঁজাল ধৰো, কিন্তু "পুনদের পাপী, পুনকের দবিন্দ্র"।

শেষত সম্পাদক দুজনলৈ দুখন চিঠি লেখিলো মোৰ কবিতা পাইছেনে নাই? যদি পাইছে ছপা হবনে নহয? যদি নহয়, মোলৈ যেন ওলোটাই পঠিওৱা হয, কাৰণ মই তাব নকল ৰখা নাই। দুই সম্পাদকলৈ লেখা দখেন চিঠিৰ ভিতৰত দুটা ডাক-টিকট সুমাই দিলো। আৰু পূঃ বুলি তলতে এশাৰী যোগ কৰি দিলো যে মই তেওঁলোকৰ কাকতৰ গ্রাহক আৰু, হিতাকাঙ্ক্ষী।

এজন সম্পাদক নিশ্চয় অৰসিক বা বেসিক। তেওঁবপৰা উত্তৰ আহিল-"আপনাৰ কবিতাটি ছাপাইবাৰ অযোগ্য। ফেৰৎ পাঠাইলাম।" আনজন যে বসিক তাৰ ভুল নাই। তেওঁ লেখিলে-"আপোনাৰ কবিতাটি আমাৰ ৱেস্টপেপাৰ বাস্কেটে যন্ত্রপূর্ব'ক বেখে দিয়েছি। সেখানে থেকে তুলে নিয়ে আপনাৰ কাছে পাঠাতে কষ্ট হল। পাবিলাম না ক্ষমা কৰিবেন। আপুনি নিশ্চয় স্কুল কি কলেজের ছাত্র। কবিতা লিখিবাৰ বাথা প্রয়াস পৰিত্যাগ কবিয়া পাঠ্য পুস্তকে মনোযোগ দিলে বাধিত হব।" এই উত্তৰ পাই মই খঙত ঘৃতাহুতি হলো। ৰসিক সম্পাদকৰ ৰসটোপা চেপি উলিয়াই দিওঁ বুলি গালি পাৰি তেওঁলৈ এখন চিঠি লেখি দিলো। চিঠিব মর্ম' যে, তেওঁ কাকতৰ সম্পাদকতা কৰিবৰ উপযুন্ত নহয়। কাৰণ প্রকৃত কবিতা কাক কয় তেওঁ নুবুজে। তেওঁৰ কাকত ৰাজ্যৰ অপদার্থ প্রবশ্বেৰে ভৰপুৰ, সেই দেখি মই তেওঁৰ কাকতৰ পাতেৰে মোৰ জোতাৰ ধূলিহে মচোঁ, ইত্যাদি। সম্পাদকে মোৰ এই চিঠিৰ কোনো উত্তৰ নিদিলে। মই ভাবিলো মোৰপৰা এসেকা পাই সম্পাদকৰ বস শুকাল। কিন্তু সম্পাদকৰ বি হওক নহওক, এই ঘটনাৰ পিছত মই নিজেই দমি গলো, আৰু, মোৰেই কবিতাৰ ভমকটো শুকাল। আনফালে নিমাতী কন্যাৰ মাত উলিয়াব নোৱাৰিও হতাশ হৈ চে'চা পৰি গলোঁ।

এইখিনিতে ঘটনাটোৰ ভেদ ভোঁহাৰি দি কণ্ঠ যে-মই এদিন চানি বজাবত "ডছন'ৰ জোতা এযোৰ কিনিবলৈ গৈছিলো। জোতারালাই বোধকৰোঁ মোক ঠগাই জোতাৰ বেচ সবহকৈ লৈ মনত হয' লভি, ভৱিষ্যতত মোক আকৌ তেনেকৈ ঠগাবলৈ পাবলৈ আশা ৰাখি বাৰত আঁৰি থব পৰা বিলাতত ছপা হোরা এখন date calender অর্থাৎ তাৰিখৰ কাকত ব'টা বা টোপ দিছিল। কেলেণ্ডাৰখনত এজনী হস্ত্ৰী ইংৰাজী ছোৱালাৰ এটা ডাঙৰ ছবি আছিল। সেই ছবিব "প্রেমতে পৰি মই তিনি-চাৰি মাহমান ওপৰত ক্লোৱাব দবে ককবকাই ফুৰিছিলো। কিমধিকমিতি।

কলেজব তৃতীয় বার্ষিক শ্ৰেণীটো আন ছাতৰৰ পক্ষে কেনে হয় ক'ব নোৱাৰোঁ, কিন্তু মোৰ পক্ষে হলে সি মহ্য মস্কিলৰ ব্যাপাৰ হৈ পৰিছিল। তৃতীর বার্যি কত মই এটা অপৰূপে জন্তু হৈ পৰিছিলো, যাক ভুচৰ, খেচৰ, জলচব, স্থলচৰ, ইযাৰ কোনো পর্যায়ভুক্ত কবিব নোৱাবি বিশ্বচৰাচৰৰ বাহিৰত দবলগাঁরা হৈছিল। শোলি, বেইন, হিউম, বেস্থাম, কলডব, উচু, প্রভৃতি মেন্টেল, আৰ, নৰেল, ফিলচফিৰ পাতচেৰেক লুটিয়ায়েই মই আঁকোৱালে নোপোৱা দার্শনিক। এডেন স্মিথ আৰু ফচেটৰ পলিটিকেল ইকনমিৰ সূত্র গোটাচেৰেক মংখস্থ কৰিয়েই বিদদ্ধ পলিটিকেল ইকনমিস্ট। ইংৰাজ গ্রন্থকাৰৰ ৰচিত ইংলেণ্ড আৰ, ভাৰতবৰ্ষৰ বুৰঞ্জীৰ আধ্যাচেৰেক আয়ক কৰিয়েই প্রকাণ্ড হিন্টবিয়ান, বাক'ব বস্তুতাৰ দুর্গ' গোটাদিয়েক প্ৰফেছৰৰ নোটৰ সহায়েৰে "বম্বার্ড" কবিয়েই ৰাজনীতিবিদ পলিটিকেল ফিলচফৰ, মিল্টনৰ "পেবেডাইজ লন্ট"ব এডোখৰ মোৰ বিদ্যাবে "বিগেইন" কৰিবলৈ দরখাস্ত দাখিল কৰিয়েই মই মহাকবি হৈছিলো। শোলি, কাঁটছ, টেগৰৰ আহি'ত গাঁতি-কবিতা আৰু, খণ্ড-কবিতাত মোৰ পৰিবৰ মতলবব বাতৰিতো আগতে দিয়েই আহিছোঁ। মই কথাই কথাই উল্লিখিত গ্রন্থকাবসবলৰ দোহাই দিওঁ, আৰু, সেইসকলৰ মত আৰু কথাবোৰ মোব মন "বটতলা"ৰ সন্তা ছাপাখানাত, ছাপাখানাৰ ভূতৰ সহায়েৰে পাচিয়ে পাচিযে ভুলকৈ পুনর্মুদ্রিত কৰি নতুন তাঙ্গৰণ বুলি সকলোৰে আগত প্ৰকাশ কৰি আত্মপ্রসাদ লাভ কৰোঁ। মই সকলো কথাতে এনে opinionative অর্থাৎ নিজৰ মতত মই-বৰ-চন্দ্র হৈ উঠিছিলো যে আজিকালি সেইটো মনত পৰিলেও মোৰ ওকালি আহিব খোজে। স্বমতত অত্যাসন্ত আৰু, পৰমতত অসহিষ্ণু মই নিজক ভইব-লোক ভাবিবলৈ যৰিলো আৰু, লোকন সকলো কথাকে "ক্রিটিচাইজ (সমালোচনা) কৰি "এইস্যা নাহি হো সেন্তা", "তেইস্যা নাহি হো সেন্তা" আৰু নিজৰ মতানুযায়ীটো "অলবৎ হো সেঞ্জা” বুলি মবৰ মই-বৰ-পাগুৰি দুপিয়াবলৈ ধৰিলো। মুঠতে শর্মা ৰাজনীতিত বাক', পিট, ফক্স, দাদাভাই নৌৰজী, হুৰেন্দ্র বানার্জী; দর্শনত বেইন, হিউম, বেছাম, শ্যেলি; সমাজ-সংস্কাৰত ৰানাডে, কেশব সেন; স্ত্রী-শিক্ষাত ছিডনি স্মিথ গীতি- কবিতাত বাইৰন, শোলি, কীটছ, টেগব; আৰু, মহাকাব্যত মিল্টন, মধুসুদন হৈ নিজৰ মনৰপী মহাকাশত প্রকাশ হলোঁ। মোৰ মনত মিলটনৰ পেবেডাইজ লন্টৰ নিচিনা মহাকাব্য এখন ৰচনা কৰিবৰ মহাভাৱ এটাৰ সাঁচা-স'চিকৈয়ে 'পষঙ্গা' হ'ল। এদিন তুলাপাত কিনি আনি বহী এখন বান্ধি লৈ স'চা-স'চিবৈয়ে মই মাইকেলী ধবণেৰে অমিতাক্ষৰ ছন্দত মোৰ কল্পিত মহাকাব্যব একুৰি-ছঅবা পদব শাৰী লেখি পেলালো। আকাশ-লজ্জা কল্পনাৰ কাকিনী-তামোলৰ আগত লগা তামোলথোকাৰ পকা তামোল এটাৰ সেই বেটুটো মই ক'ত হেৰুৱালো ক'ব নোৱাৰো, আজি সেইটো বিচাৰি পোৱাহে"তেন জীবন-সোঁৱৰণৰ পাঠকসকলৰ চকুৰ আগতে সেইটো থৈ "মাইওচিন-শৃংগ"ৰ (Miocene Age) এই মহাকবিৰ মহাকাব্যৰ তামোলখোকা কেনেকুৱা হ'লহে'তেন তাৰ আভাস দিব পাৰিলোহে'তেন। শোক্সপীয়েৰৰ হেমলেট, কিং জন, হেন্দ্ৰাঁ আৰু, মিছামাৰ নাইটছ-ফ্লীম, কলেজত মোৰ পাঠ্য আছিল। ভাবিলো মযো তেনে অপূর্ব' নাট ঋনচেৰেক অসমীযাত ৰচনা কৰি অসমীয়া সাহিত্য-ভ'ৰালত বগমীয়া কাঁতি' থৈ ৰাম। ইয়াকে ভাবি, প্রথমতে হেমলেটৰ আহি'ত "হেমচন্দ্র" নাম দি নাট এখন লেখিবলৈ মনস্থ কবি, ভাৱৰীযা-ভাৱৰীয়ানীৰ নামবোৰ থিৰ কবি, প্রথম অঙ্কৰ দুটা কি তিনিটা দর্শ'ন লেখি পেলালোঁ। আকৌ ভাব-সাগৰত আন তো উঠিল, "হেমচন্দ্র"ক সেইখিনিতে 'দম' লবলৈ এৰি থৈ, মিছামাৰ নাইটছ গ্লীমৰ নিচিনা আন এখন নাট ৰচনাত হস্তক্ষেপ কৰিলো। এইখনৰ নামকৰণ কৰা হ'ল "দিনৰ সপোন"। ইয়াৰো এখুটুৰা বাছি থৈ এৰি আন কিবা এটা ঢোঁত খৰ মাৰি দিলো।

শম্ভুচন্দ্র মুজী'ৰ "বেইজ এন্ড ৰায়েৎ আৰু, বাবিষ্টৰ প্ৰফেছৰ এন, এন ঘোষৰ "ইন্ডিয়ান নেশান" নামৰ কাকত দুখনৰ ইংৰাজী লেখাৰ গঢ় মোৰ বৰ ভাল লাগিছিল। দুইখন কাকতৰ মই গ্রাহক হৈ ললো আৰু তাৰ ইংৰাজী বাক্যবচনবোৰ যথাসাধ্য মুখস্থ কৰিবলৈ ধৰিলো। মনে মনে থিৰ কৰিলো যে বি-এ পাছ কৰি অ'তাই তেনে গঢ়ৰ এখন সাদিনীয়া অসমীয়া ইংৰাজী বাতৰি কাকত উলিয়াই দিম তাব নাম থম "অসমীয়া"-"The Assamese"। এইখিনিতে কওঁ যে মই সুবেন্দ্র বাবৰে বৰ admirer (ভত্ত) আছিলো। মহাবাণীৰ বৰ নাতিয়েক প্রিঞ্চ এলবট ভিক্টৰৰ ভাৰত- আগমণৰ উপলক্ষে কোনো এটা ভাল কার্য' কৰিবৰ নিমিত্তে বেতিয়া কলিকতাত আন্দোলন উপস্থিত হ'ল, তেতিয়া এন-এন, ঘোষৰ 'ইন্ডিয়ান নেশানে', দুৰেন্দ্র বাবৰে "লেপাৰ এছাইলাম" স্থাপন কৰিবৰ প্রস্তাৱৰ বিৰুশ্বাচৰণ কৰি বাজী পোৰা আৰু, বাইজী নচুৱাৰ প্রস্তাৱ সমর্থন কৰিবলৈ ধৰিলে। সেই দেখি এন এন ঘোষৰ ওপৰত মোৰ খং উঠিল আৰু তেওঁৰ কাকতৰ ওপৰত থকা মোৰ ভক্তিৰ কজুৰফেৰা উতি গ'ল। মই "ইন্ডিয়ান নেশান" কাকতৰ গ্রাহকৰ শাৰীৰপৰা নাম কটালো। শম্ভু মুজী'ৰ কাকতৰ বিষয়তো সেই কথাই ঘটিল। এইখিনিতে অবাস্তবতারে কওঁ যে শুনিছিলো, শম্ভু মুখজাঁয়ে ওৰে-ৰাতি কানিব টিকিৰা পূৰি, তেওঁৰ "বেইজ এন্ড ঝারেং"-কাকত লিখে আৰু, বেলি দু'পবলৈকে শুই থাকি আবেলিৰ পৰা সজাল ধৰি ৰাতি কাকত লেখিবলৈ সাজ হয়। শুনা কথা, সাঁচা-মিছা নাজানো। মোৰ একো একোবাৰ মনত খেলাইছিল যে শম্ভু মুজী'ৰ নিচিনা বাঞ্ছকবনীয়া ইংৰাজাঁ লেখিবলৈ দুই-চাইটা কানিৰ টিকিবা পুৰিব লাগিব। কিন্তু বাস্তরিকতে কানি খোৱাটো বৰ হেয কার্য' বুলি মোৰ সদায় ধাৰণা, সেই দেখি, সেই সঙ্কল্প nebulous অর্থাৎ এৱা অৱস্থাতে এৰি, কাৰ্য'কালত যি হয় এটা কৰা যাব বুলি থৈছিলো। এতিযা এন, এন, ঘোষন লগতে শম্ভু মধুজাঁকো বিদাষ দি মোৰ "অসমীয়া'ৰ ইংৰাজীৰ গঢ়ৰ ফালে সতা-কথা এবি দিলো। দর্শ'ন-শাস্ত্ৰৰ তর্ক'ত মই দুই মু,নিহে আঁকোৱালি নোপোৱা ইমান ভাঙৰ তাকি'ক হৈ পৰিছিলো যে মোৰ তক'ৰ বা'মবলীত তেত্রিশ কোটি দেৱতাৰে সৈতে হিন্দুৰ ঈশ্বৰ, মাইকেল গেত্তিয়েল আবু মোল্লা মৌলাধবে সৈতে হজৰত মহম্মদৰ আল্লা হো-আকবৰ আৰু, ভার্জি'ন মেৰীৰ সৈতে যীশু খ্রীষ্টব "গ্রেট ফাদাৰ গড'ৰ সিংহাসন উৰি গৈ বিশ্বস্বান্ডব ভিতৰত থাকিবলৈ ঠাই নাপাই বাহিৰৰ ক'ৰবাত পৰিছিলগৈ। সৃষ্টি কৰিলে ঈশ্ববে, ঈশ্ববক কৰিলে কোনে? এই প্রশ্নব উত্তর মোক কোনেও দিব নোৱাবিলে দেখি মই, ঈঘন আছে যদি ধ'তে মন ত'তে থাওক, তেওঁক আমাক নেলাগে বলিনিদ্ধাস্ত কৰি ওফোন্দ পাতি ফুৰিবলৈ ধৰিলো। কলিকতা চহৰৰ য'তে যি বিষয়ৰ public lecture অর্থাৎ সর্ব সাধাবণব উপস্থিতি-প্রার্থ'ক বা বৰণেই হওক, ত'তে শর্মা টো টো কৰে ওলাইছিলগৈ ভাল কথাবোব নোট বক এটাত সংক্ষেপটক টুকি আনি ঘৰত পাগু, লিছিলহি; আৰু বস্তাৰ যিবোৰ কথা তেওঁৰ মনে-চিতে নাখাইছিল, সেইবোৰৰ বিষয়ে তুম'ল আলোচনাৰ ধোঁৱা উবাই দি তেওঁৰ মেছবাসী লগৰীয়াসকলৰ চকু ধরেলি-কু'বলী কৰি দিছিল। বস্তুতা হৈছিল, ব'দেই হওক আব, বস্তু, তাৰ ভিতৰৰ ভাল

ইংৰাজী etiquette অর্থাৎ দন্ধুবত দোবস্ত নোহোরা বঙ্গালীযে কোনো নতুন মানুহেৰে সৈতে দেখা হলে "মহাশয়েৰ নামটা কি?" "মহাশয়েব নিবাস কোথায় ১* "কি করেন?" "কত মাহিয়ানা পান?" ইত্যাদি অশিষ্ট (rude)-অৱশ্যে কোনো বেয়া অভিপ্রাযেৰে বা বৃক্ষ হবৰ মনেৰে নহয় প্রশ্ন কৰি আলাপ-পৰিচয়টো জমজমাই লব খোজে; কাৰণ তেনে কৰাটোত থে কোনো অন্যায় বা অসঙ্গতি আছে, সেইটো তেওঁলোকৰ মনত নেখেলাষ। নতুন চাহাব এই লেখকে কোনো কোনো নির্বাহ বঙ্গালী ভদ্রলোকৰপৰা তেনে প্রশ্ন শুনি কিলাবলৈ কেইবাবাৰো উঠাও মনত আছে। পৰাপক্ষত সেই দেখি বেলত বা ট্রেমগাড়ীত লবোঁতে তেওঁ কোনো বঙ্গালী ভদ্রলোকেৰে সৈতে কথা নাপাতিছিল আৰু কোনোবাই তেওঁৰে সৈতে কথা পাতিব খুজিলেও তেওঁ এনে গোমোঠা-মরা হৈছিল যে কথা পাতিব খোজোঁতাই আৰু, কথাৰ লৰাই লৈ এখোজো তেওঁৰ ফালে আগ বাঢ়িব নোৱাৰিছিল। এদিনৰ আৰু এটা ঘটনাৰ পিছত তেওঁৰ এই গঢ়ে আৰু ভীষণ মূর্তি ধৰিলে। গধূলি "হাৱা খাব'ৰ মনেৰে এদিন তেওঁ কলিকতাৰ গোলদীঘিৰ পাৰৰ বেঞ্চ এখনত অঞ্চলে বহি আছে। এনেতে এজন আদহীয়া বঙ্গালী ভদ্রলোক আহি তেওঁ বহি থকা বেঞ্চখনৰ এমংবে বহিলহি। বাবুজনৰ গাত নয়নচুক কাপোৰৰ হাত-কটা ফতুরা চোলা ক'কালত ক'লা পাৰি দিয়া মিহি চুবিষা; বুকুৰ সব, জেপ বা মোনাত সোণৰ ঘড়ী-চেইন; আধা-পকা আধা-কোঁচা চুলিৰে মবটো ভালকৈ সেগুঁতা ফলা; হাতত হাতী-দতিব বেকোৱা মৰেৰে মিহিকৈ পালিছ কৰা কাঠব লাখুটি এডাল। অলপৰ পিছতে তেওঁ মোৰ ফালে চাই আলাপ লগাই দিলে, "তুমি কোন কলেজে পড় ?" "কোথায় থাক?" "কত দিন বাড়ী যাওনি?" মই অনিচ্ছাপূর্ব'ক এটা এটাকৈ উত্তৰ দি আছোঁ আব, তেওঁ প্রশ্নব বাতল,গুটি এটা এটাকৈ মোৰ ফালে মাৰি আছে। আৰু দেখিলো, তেওঁ প্রশ্নৰ লগে লগে অলপ অলগকৈ মোৰ ফালে আগবাঢ়ি আহিব লাগিছে। মই বিৰম্ভ হৈ "আব আপনার প্রশ্নের জবাব দিতে পাবব না, মাফ করবেন মশায" বুলি ঘপহ, কবে উঠি গোলদীঘিব বাগিচাৰ দ রাবব বাহিব পালোঁগৈ। তেওঁ "বাগ করলে কেন? শনে যাও, শানে যাও।" বালি মোক মতা মোৰ কালত যিমান পৰিল, সিমান বেগেবে মই ভোঁ-ভোঁ কবে গুচি আহি আমাৰ "মেন্ড" পালোঁহি। এই ঘটনাৰ পিছত এমাহনানলৈকে আব, মই গোলদীঘির পাৰলৈ যোৱা নাছিলো।

এবাব মই কলেজব বন্ধত ঘবলৈ গৈছিলো। বন্ধ বল শ্রীযুত হেমচন্দ্র গোস্বামাও মোব সহযাত্রী। মোৰ চাহাবী মিজাজব অন্ত নাই। গোসাঁই সারধান কবি দিলো, তেওঁ যেন বেলগ।ড।ত কোনো বঙ্গালীৰ সৈতে বন্ধ। নাপাতে। গোর্সাবে বন্ধাব বাঞ্চ্য বর্ণে বর্ণে প্রতিপালন ববিলে। দুয়ো শিবায়দা স্টেশানত বেলগাড়া৬ উঠিলোঁ। সেই কালত সাবাঘাটত দখন বেগোভী প্লেটফর্ম'ব দুবাসে কলিকতার ফালবপৰা অহা সাত্র।লৈ বাট চাই থকা নিয়ম আছিল। এখন অসমলৈ সাবু, তানখন দাঞ্জি লিপ্তব ফাললৈ যাগ। আমি বাতি ৮ কি ৯ মান বজাত সেইখিনি তাই বাকো একো নামাতি নবলি এফালৰ এখন ট্রেইনর এখন গাড়।ত উঠি, দয়ো দাঋা বেন্ড বাধিকাৰ ববি দাইবে। বিছনা মেলি লৈ দীঘল হৈ পবিলোঁ। মোবখন বিছনা ও ববপবা ওলমা "বাঙ্ক'ত। মোবতো উৎকৃষ্ট চাাবী মূর্তি' আব, মিজাজো তথৈবচ। সেইদেখি মইতো গাড়ীৰ ভিতৰত থকা বঙ্গালী সহযাত্রা দুজনেবে সৈতে কাব্যালাপৰ আদান-প্রদান নকৰিলোঁবেই, গোসাঁইও প্রিয় বন্ধব নেতৃত্বত নিম্নাত নিস্তব্ধ। ওবে বাতি বেল- গাড়ী শৈা গৈ বৈ বৈ পরা এটা স্টেশ্যনত ব'গে। চাহব চেষ্টাত চকু মেলি উঠিলো। গোসাঁইক সুধিলোঁ, "এইটো কি স্টেশান" গোসাঁধে কি ক'লে বুজিব নোৱাবিলোঁ। বাস্তৰপৰা নামি আহি বাহিবলৈ মুব উলিয়াই চাওঁ-দেখোন কিবা অচিনাকি স্টেশান এটা, নামটো হলুদিঘাটা। গোসাইক সুধিলোঁ, এইটো স্টেশ্যন দেখোন আমি আগেযে অহা-যোৱা কৰোঁতে দেখা নাছিলোঁ। তেওঁ মিচিকিয়া হাঁহি মাৰি ক'লে, "আমাৰ যি হবলগীয়া হ'ল, আমি ভুলকৈ দার্জিলিঙৰ কাষ পালোঁহি।" মই শোৱাৰপৰা উঠাৰ আগতে তেওঁ মৎবিহিত নিয়ম ভঙ্গ কৰি সহযাত্রী বঙ্গালী যাত্রী দুজনেৰে সৈতে কথা পাতি সেইটো জানিব পাৰিছিল। মোৰ চাহাবী মুখ লুকাই একশমান হ'ল। আমাৰ বিপদ বুজিব পাৰি, বাঙ্গালী ভদ্রলোক দুজনে ক'লে, "আপনাৰা এইখানেই নেমে যান, গাড়ী প্রায় দশ মিনিট দাঁড়াবে। অমুক সময় দাজ্জিলিং থেকে একখানা গাড়ী আসবে। সেই গাড়ীতে ফিৰে বাবেন। স্টেশ্যন মাষ্টাৰকে আপনাদের ভুলেৰ কথা বল্লোই স্টেশান মাষ্টাৰ certify কৰে দেবেন, আৰ ভাড়া লাগবে না।" এইবুলি তেওঁলোকৰ এজন আমাৰ লগতে গৈ স্টেশ্যন মাষ্টৰক সেই কথা কৈ আমাক বিনা-কেৰেয়াত সাৰাঘাটলৈকে উভতি বাবলৈ অনুবোধ কৰিলে। আমি গাড়ীৰপৰা তাতে নামি কেবা ঘণ্টা ৰৈ থাকি সেইৰূপেই আমাৰ এই হাঁহি উঠা ওলোটা যাত্রা সমাপণ কৰিলোঁ। জীৱনত মোৰ উন্ন চাহাবাঁয়ে এই প্রথম ঢকা খালে, মোৰ শিক্ষা হ'ল নে নহ'ল ক'ব নোৱাৰোঁ, কিন্তু হোৱাটো হলে উচিত আছিল। গোসাঁয়ে পিছত অনেক লোকৰ আগত মোৰ এই কথা কৈ অনেক দিনলৈকে মোক জোকাই বং কৰিছিল।

আগতে উনুকিয়াই আহিছোঁ পিদেৱতাই দ.ই পুতেক গোবিন্দ আৰু, গোলাপক কলিকতাত পঢ়িবলৈ পঠিয়াইছিল। গোলাপ ককাইদেও বগাঁয়া। কলিকতাত সততে তেওঁৰ গা বেয়া হৈ থকা লেখি তেওঁক কলিকতাত থাকি পঢ়াৰপৰা এৰুৱাই নি লাহে লাহে আসামতে কামকাজ এটাৰ দিহা কৰাটো ভাল হবনে নহয দেউতাই বিবেচনা কৰি আছিল, এনেতে এটা ডাঙৰ কাৰণ ওলাই দেউতাৰ দোদুল্যমান মনক দৃঢ় কৰি দিলে। ঘুনুক ঘানাককৈ বাতবি ওলাল, যে দীননাথ বেজবৰুৱাৰ পুতেক গোলাপে মনে মনে কলিকতাৰ মেডিকেল কলেজত ভত্তি' হৈ ডাক্তৰী পঢ়িছে। পুতেকৰ এনে অভাৱনীয় ব্যৱহাৰত দেউতা স্তম্ভিত হ'ল। ডাক্তৰাঁ পঢিলে মৰ্য শ কাচিব লাগিব। মৰা শ কটা ছিঙা কবিলে হিন্দুৰ, বিশেষকৈ বামুণৰ জাত যায়, এই মত আৰু, বিশ্বাস আসামত দৃঢ়মূল। একালত বঙ্গদেশতো এনেকুৱাই আছিল। সেইদেখি প্রথমতে যিজন বঙ্গালী হিন্দ, ছাতবে সাহ কৰি কলিকতাৰ মেডিকেল কলেজত ভত্তি' হৈ কার্য'ত হস্তক্ষেপ কৰিছিল তেওঁব উৎসাহ আব্, সম্মানব অর্থে' ফ'ট' উইলিয়েম দুর্গৰপৰা বৰটোপ এজাঁই মৰা হৈছিল। সেই ছাতৰজনৰ নাম মধুসুদন। দেউতাই পুতেকক ডাক্তৰী পঢ়িবলৈ অনুমতি নিদিয়াটো হর নিশ্চষ; ববং তেওঁৰ বিনা অনুমতিত পতেক তেনে কার্য কৰিবলৈ গলে চূড়ান্ত অঘটন ঘটাব, এই কথা দুই পুতেক গোবিন্দ আৰু গোলাপে ভালকৈ জানিছিল; সেইদেখি এই কার্য' তেওঁলোকে অতি সংগোপনে কবিবলৈ গৈছিল। কিন্তু এনে খবৰৰ মুখত সোপা দি বাখিবৰ সাধা কাব? দেউতাই তৎক্ষণাৎ গোলাপ ককাইদেওক ঘৰলৈ উভতি যাবলৈ আদেশ দি পঠিয়ালে। নিৰুপায় গোলাপ অচিবতে শিরসাগবত ওলালগৈ। পিতৃদেৱতাই পুতেকক আৰু, কলিকতালৈ নপঠিযাবলৈ থিৰাং কৰি পৰাচিত কৰাই শুদ্ধ কৰি লৈ শ্রীভুত গঙ্গাগোবিন্দ ফুকন ডাঙৰাঁযাৰে সৈতে পৰামৰ্শ কৰি গোলাঘাটত এটা ইংৰাজী স্কুল পতাই তাৰ হেড্‌মাষ্ট্ৰৰ পতাই দিয়ালে। ফুকন ডাঙৰীয়া তেতিয়া গোলাঘাটত হাকিম হৈ আছিল। স্কুলব লাগ বাম্ব নোহোৱা অৱস্থাৰ গতিকে গোলাপ ককাইদেওব স্কুল মাষ্টৰীয়া জীবনব অচিৰতে ওৰ পৰিল। শিৱসাগৰত পিতৃদেৱতাৰ সিংন্দুৱাৰ আৰ, ৰজাবাৰী নামেৰে দুখন চাহ বাগিচা  সুবিধাপ্রদৰূপেই বিৰাজিত হ'ল; এই ফলং-ফলে-ফলানি একেবাৰেই ৰাশিচক্রৰ মেঘৰ ঘৰত ডেৰ বছৰ আছিল। কলেজৰ তৃতীয়-বার্ষি'কাঁয়া জীৱনত মোৰ এনে জয় জয়-ময-ময় অবস্থা। নীতি-

শাস্ত্রই বচন এফাঁকি মাতি থৈছে-

যৌৱনং ধন-সম্পত্তিঃ প্রভুত্বমবিরেকতা

এবৈকমপানর্থাণ কিম, তত চতুষ্টয়ম।

যৌৱনৰ কথা যদি সোধাঁ, তেন্তে কওঁ যে সেই সময়ত সি দুই পাৰ বুৰাওঁ বুৰাওঁ। ধন-সম্পত্তিৰ লেখতো পালাযেই-আলিবাটৰ কাষৰ গতিত থকা এটকা ৰূপৰ সত্ৰাধিকাৰ ডেও দিয়া ভেকুলীব দবে। আব, বাস্তরিকপক্ষত পড়াশলীয়া ছাতৰ এটাৰ পক্ষে কমেই বা কি? প্রভুত্বটো কিহৰ বুলি প্রশ্ন করা যদি কওঁ যে, লোকে মানক ব্য নামানক, নিজব মনতে নিজে মই-ববচন্দ্র। অবিবেকতা, অর্থাৎ বিবেকতাৰ অভাৱত স্বভার আঁকোৱালো নোপোবাটো হোৱাণ কথাতো ওপবত কৈ আহিছোঁবেই। সেইদেখি মই সোধোঁ, এই চাবিটা অনত্থ'ব ভিতৰত কোনটোর মই দুঃখীষা, বাইজসকল, তোমালোকে কথাটো দকৈ বিবেচনা ববি চাই কোরাহকচোন। মই কওঁ এককব কথাণে নালাগে চতুষ্টযং একত্রং বর্তমানং ইতি ভাবঃ। এনে মই কলিকতা হেন চহৰৰ ডঃগ্রান নামব খাবত পবিবলৈ বাট বিচাৰি ঘাম টিযাই ফুৰিব লাগিবনে বিষন, ঈশ্বৰব অন, গ্লতে মই থাকেবোৰঃপয় অনেক আঁতবত আছিলো। গবিডোখবত অটল চবিত্তবান পিতৃদেবতাৰ কংকটাযা নাতি আব, ধর্ম'-শিক্ষাৰ বাম্বোনি মোবো উলামালা গছোবাকুব, বাট লবাব নোকবো কাব থৈছিল। সেই সংনিবাস। ছাতব বন্ধু,সবলেই এই কথাত মোব ফালে সম১: মোব সংপঠ। আং বিষ্ণু সুখব আচল কথা, সাল। দিব বলি মোব বিশ্বাস। ম.ঠতে এইফেবা কলেই হব যে, এই বাবে অ্যাম খবা "মেছ" অর্থাৎ ছাত্রাবাসটোবে ানো কাবোব" বা "পিটাটোনিক" এই ickname 'থাৎ উপল কা নাম পোৱাটোও জানো।

24
প্ৰবন্ধ
মোৰ জীৱন-সোঁৱৰণ
0.0
পৰম পূজনীয় আই, উচ্ছ্বর্গা শ্রীমতী ঠানেশ্ববী দেরীব কব কমলত পৰম পূজনীয় পিতৃ দেৱতাৰ এই সংক্ষিপ্ত জীবন-চৰিত অর্পণ কৰিলোঁ। লক্ষীনাথ
1

॥ দ্বিতীয় আাধ্যা ॥

27 December 2023
0
0
0

লধীমপুৰ। তেজপুৰৰপৰা পিতৃদেৱতা লখীমপুবলৈ বদলি হ'ল: আব্বু আমি ছাঁবোৰো লগে লগে লখীমপুত্র পালোঁহি। আহিয়েই আমি কাব থৰত উঠিছিলোঁ মনত নাই, কিন্তু দেউতাই দহ-বাৰ দিনৰ ভিতৰতে ঢোল, ঢাপ, টাটী, চকোয়াৰে সম্পৰ্ণে' ক

2

। তৃতীয় আধ্যা।

27 December 2023
0
0
0

পিতৃদেৱতা লখীমপুৰৰপৰা গুৱাহাটীলৈ বদলি হয়। অসম-বুবলী লেখক কাশীনাথ তামুলী ফুকনৰ জ্যেষ্ঠ পুত্র, গুয়াহাটী নিবাসী শ্রীযুত কমলানাথ ফুকনৰ ঘৰত আমি উঠিলোঁহি। ফুকনৰ ঘৰৰে সৈতে বেজবৰুৱাৰ ঘৰৰ ঘনিষ্ঠ সম্মস্থ পুৰণি

3

। চতুর্থ আষ্যা।

27 December 2023
0
0
0

অসম ৰজাৰ ৰাজধানী ৰংপুৰ বা শিৱসাগবৰ দশ্য অসম ৰাজপ্ৰতিনিধিৰ চহৰ পাৱাহাটীৰ দৃশ্যতকৈ সুকাঁধা। গুৱাহাটীৰ গাত লুইতৰ বিহা মেখেলা, ডিঙিত পর্ব তব সাতসৰাঁ হাৰ, মৰত ভুবনেশ্বৰীৰ ধৱল কিবাঁটি, বহুত উমানন্দ আৰু, উর্

4

পঞ্চম আধ্যা

28 December 2023
0
0
0

শিৱসাগৰলৈ আহি মই শ্রীহত গঙ্গাগোবিন্দ ফুকন ডাঙৰীয়াক (Mr. G. G. Phookan) দেখোঁ। তেওঁ তেতিয়া শিৱসাগৰত একটা এছিস্টেন্ট কমিশানৰ। শিৱসাগবৰ বৰ বীৰ পাবৰ বঙলা এটাত তেওঁৰ থকা ঠাই আছিল। ফুকনৰ ঘৰৰ সৈতে আমাৰ ঘৰব ব

5

॥ ষষ্ঠ আধ্যা ॥

29 December 2023
0
0
0

পণ্ডিত বামকুমাৰ বিদ্যাবত্ব নামেবে এজন ব্রহ্মধর্ম প্রচাবক বঙ্গালীয়ে ব্রাহ্মধর্ম প্ৰচাৰ কবিবৰ নিমিত্তে অসমৰ জিলাই জিলাই বক্তৃতা দি ফুৰিছিল। বিদ্যাবস্থ "সাধাৰণ ব্রাহ্ম-সমাজৰ প্ৰচাৰক আছিল। তেওঁ স্কুলোদব আ

6

॥ সপ্তম আধ্যা ||

29 December 2023
0
0
0

কলিকতাৰ কালীঘাটত থাকি মোৰ পঢ়িবৰ দিহা হ'ল। কালীঘাটত হালদাৰ উপাধিকাৰী বঙ্গালী বামুণ এঘবত মোৰ নিবাসস্থান থিৰ কৰা হ'ল। এনে বন্দবস্তুৰ মানে-যাতে মই অসমীয়া ছাতৰৰ "মেছত থাকি জাতরূপে মোত অৱতাৰ হোৱা শিশুটিক বধ

7

|। অষ্টম আধ্যা ॥

29 December 2023
0
0
0

তেতিয়া মই জেনেৰেল এছেমরি কলেজৰ তৃতীয় ধার্ষিক শ্রেণীত। "পলগ্রেভস্থ গোল্ডেন, ট্রেজাৰি অব, লিবিক্স" নামৰ ইংৰাজী কবিতাৰ সংগ্রহ মোৰ পাঠ্য। তাৰ উপৰি বাইৰন, শ্যোলি, কীটছৰ কবিতাবোৰ আৰু, কৰি ৰবীন্দ্রনাথ ঠাকুৰৰ

8

।। প্রথম আাখ্যা ।।

30 December 2023
0
0
0

মোৰ জীবন-সৌরবণ, স্বাদশ বছৰৰ "বাঁহী"ৰ (১৮৪৪ লক) আহিন মাহৰ বঞ্চ সংখ্যাত লেখিবলৈ আযম্ভ কৰি প্রার মাহে মাহে লেখি, চতুর'শ বছবন (১৮৪৬ লক আহাৰ মাহৰ তৃতীয় সংখ্যাতে বন্ধ কৰিছিলোঁ। আব্দ নেলেখোঁ বুলি ভাবি মই এবি

9

॥ দ্বিতীয় আধ্যা ।।

30 December 2023
0
0
0

মই বি, এ, পৰীক্ষাত উঠাৰ পিছৰপৰা এটা মধুৰ নে কটুৰ, বিপদেই নে সম্পদেই, -ভালকৈ কব নোৱাৰো, "এৰেবিয়ান-নাইটছ" অত লেখা সাউদ বাগদাদৰ চিন্দবাদ চেইলৰৰ কান্ধত উঠা মানুহটোৰ দৰে, মোৰ কাশ্বত উঠিল, তাক একোপধ্যেই দলি

10

॥ তৃতীয় আধ্যা ॥

30 December 2023
0
0
0

এই আধ্যাৰ ভিতৰ,বা কথালৈ যোৱাৰ আগতে আগৰ আধ্যাৰ ভিতৰত ঘোৰতে কোৱা কথা এটাৰ মংকলি ব্যাখ্যা স্নেহাস্পদ শ্রীমান জ্ঞানদাভিৰাম বৰুৱাৰ (জে-বৰুৱা বেৰিটাব) পৰা পাইছোঁ। তেও' লিখিছে- "আপোনাৰ বিধাৰ সময়ত মোৰ পিতৃদে

11

॥ চতুর্থ আধ্যা ॥

1 January 2024
0
0
0

(এই আধ্যা আৰম্ভ কৰাৰ আগতে আব; এটা শুধবলী ব্যাপাৰ সমপস্থিত। এইবাৰ আমাৰ গৃহিণীব ফালৰপৰা। তেও' ইমান দিনে মোৰ জীৱন-সোঁৱৰণৰ দ্বিতীয আধ্যা পঢ়িছিলনে নাই মোৰ জনা নাছিল। আজি বাহু মই লিখিবলৈ কাপ ধৰিছো মাথোন, এন

12

॥ পঞ্চম অধ্যা।

1 January 2024
0
0
0

কলিকতাৰ মোৰ জীৱনত এটি বিশিষ্ট অসমীয়া পৰিবাৰৰ প্রভাৱ বৰকৈ পৰিছিল। সেই পবিবাৰৰ শিষৰ মুকুট আৰু আসামত সর্বজনবিদিত ব,বজীবিজ্ঞ পুরুষ ডাঙৰীয়া ৰায়বাহাদুৰ গুণাভিৰাম বা আছিল। তেও দীর্ঘকাল আসামত, সৰহকৈ নগাঁৱত, এ

13

। ষষ্ঠ আধ্যা।

1 January 2024
0
0
0

১৮৯৪ শ্রীষ্টাব্দব ৩০ নবেম্বৰত কমলা তাতে ঢুকাল। এইদৰে দুবছৰৰ ভিতৰতে ডাঙৰীয়া গুণাভিবাম বৰুৱাৰ এতিয়া আমাৰ সকলোৰে তেওঁক সমুদ্র-যাত্রা (sea- মহাশয়ব জোঁরাযেক ডাঙৰ সেই জয়জয় মযময পবিবাৰটোত চাবিটা মৃত্যু। সন্ত

14

।। সপ্তম আধ্যা ||

1 January 2024
0
0
0

গোপীকৃষ্ণ পাল লেনৰ ঘৰৰপৰা আমি বলবাম দে ঔটৰ ঘৰ এটালৈ উঠি গলো। এইটো ঘৰও আহল-বহল আৰু ডাঙৰ আছিল। তাত থাকোঁতে আমি সব, গাড়ী এখন আৰু ঘোঁৰা এটা কিনি ললোঁ। নিজব গাড়তি উঠি অফিচলৈ যোৱা আৰু আলৈ তলৈ গৈ গা ঘেলোরাত

15

॥ অষ্টম আধ্যা ।

3 January 2024
0
0
0

মাণিকচন্দ্র বা কোম্পানীৰ ভোলানাথ বৰুৱাই গুৱাহাটী পৰিত্যাগ কৰি আহি কলিকতাত যে কাঠৰ ডাঙৰ ব্যৱসায় কৰিছে, সেই খবৰটো কণাকশি হৈ আসামত ওলালগৈ। শ্রীযুত মাণিকচন্দ্র বৰুৱাৰ ব্যবসায়ত শ্রীভূত ভোলানাথ বৰুৱা যদিও দ

16

॥ নবম অধ্যা।।

3 January 2024
0
0
0

১৯০০ খ্রীষ্টাব্দৰ ১৭ নবেম্বৰত কলিকতাৰ জোড়াসাঁকোৰ ঘৰত মোৰ দ্বিতীয়জন। জোৱালী শ্রীমতী অৰুণাৰ জন্ম হয়। সুভি তেতিয়া তাতে আছিল। অনুগাৰ জন্মৰ পিছদিনা পুৱা মই জোড়াসাঁকোলৈ গলতে, লৰি আহি সবভিয়ে মোক কলে, -"চোৱাচ

17

। দশম আধ্যা ।।

3 January 2024
0
0
0

১৯০২ খ্রীস্টাব্দতো বি. বৰুৱাৰ লগত মোৰ ব্যৱসায়-জীবন কেনে আছিল, তাৰ চানেকিও মোৰ ডায়েৰিব পৰা অলপ-অচৰপ আজি এই অধ্যায়ত দিলোঁ। মই বি. বৰুৱাৰ লগ এবি অহাৰ পিছত যিবোৰ মানুহে যাবে কথা শুনি হওক-মোষ বিষয়ে মতামত প

18

ন্যায়ৰ ৰূপান্তৰ: ভাৰতৰ হিট-এণ্ড-ৰাণ আইনত ভাৰতীয় ন্যায় সংহিতাৰ প্ৰভাৱ

3 January 2024
0
0
0

পথ সুৰক্ষা বৃদ্ধি আৰু হিট-এণ্ড-ৰানৰ ক্ষেত্ৰত জবাবদিহিতা নিশ্চিত কৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে ভাৰতে ভাৰতীয় ন্যায় সংহিতা, ২০২৩ৰ অধীনত এক যুগান্তকাৰী আইন প্ৰস্তাৱ কৰিছে।এই প্ৰস্তাৱিত আইনখনে

19

পৰিশিষ্ট মোৰ মৃগয়া

3 January 2024
2
0
0

মোৰ জীৱনৰ আগছোৱাত যদি কিবা এটা কাম বৰকৈ বেয়া লাগিছিল সেইটো মৃগয়া; যাৰ ভিতৰত জীবহত্যা ব্যাপাৰটো বোল অনা বর্ত্তমান। সৰুৰেপৰা জীবহত্যা আব্দ জীৱৰ প্ৰতি নিষ্ঠুৰতা মই দেখিব নোৱাৰিছিলোঁ। তাহানি আমাৰ ঘৰত ৰান্

20

মোৰ মাতৃমুখ দর্শন প্রথম আধ্যা

4 January 2024
0
0
0

ডেৰকুৰি কি দুকুৰি বছৰৰ মূৰত এইবাৰ মোৰ মাতৃমুখ দর্শন ঘটিল। ইমান বছৰ মই মোৰ জীৱনটো বাহিবে বাহিবে কটায়েই বড়া কৰিলোঁ। কার্য'টো নিশ্চয আপচু। কিন্তু কিষ যে তেনে হৈছিল, তাৰ সন্তোষজনক কৈফিয়ৎ এই দিব নোৱাৰোঁ। ম

21

দ্বিতীয় আধ্যা

4 January 2024
0
0
0

একৈশ ছেপ্টেম্বৰ তাৰিখে শিয়ালদহ স্টেছন এৰি বাইশ তাৰিখে গুৱাহাটী পালোগৈ। ব্ৰহ্মপুত্ৰ পাৰ হোৱা জাহাজখন পাণ্ডুঘাটৰ ওচৰ চাপিলতে আমাক লৈ যাবলৈ অহা মোব অতি প্রিয দুজন মানুহৰ দুখন হাঁহিমুখ দেখি আমাৰো মুখত হাঁ

22

তৃতীয় আধ্যা

4 January 2024
0
0
0

আমি ডিব্ৰুগড় পোৱাৰ দিনাই, বাতিৰে পৰা তাত বৰষুণৰ ওৰা পাতিলে। বৰণ চেলেংপেটেং বিধৰ নহয়, ভালকৈয়ে গা সর্বকি যোৱা। সেই লেলপেল, বৰষুণ পোন্ধৰ দিনমানলৈকে চলি সি আমাৰ তেজ-মঙহ হাড-মগজ, সোপাকে সেন্ডেটা লগাই পেলাই

23

চতুর্থ আধ্যা

4 January 2024
0
0
0

অক্টোবৰ মাহৰ ১৫ তাবিখে ডিব্ৰুগড় এৰি শিৱসাগৰলৈ যাবলৈ ওলালো। বাহন মটবগাড়ী। ৰথখন আমাৰ জোঁৱাই শ্রীমান বোহিণীকুমাৰ বৰুৱা বোপাৰ আব, সাৰথিও তেরেই। যাত্রী মই, নোৰ সহধর্ম্মিণী, মোৰ ছোৱালী দুজনী আৰ; শ্রীমান যতী

24

সপ্তম আধ্যা

5 January 2024
0
0
0

বাইশ অটোবৰৰ দিনা যোৰহাটৰ পৰা উভতি গৈ আকৌ শিৱসাগৰব ঢাকবঙাল ঠাই ললোঁগৈ। দেখিলোঁ ডাকবগুলাৰ ভাল খোটবলি দুটা কোনোবা দুজন অধিকাব- ভুপ্ত হৈ আছে। খানহামাক সুধিলোঁ, সেই খোটালি দুটাত কোন আছে? খানছামাটো অম্মীষা।

---

এখন কিতাপ পড়ক