shabd-logo

মোৰ মাতৃমুখ দর্শন প্রথম আধ্যা

4 January 2024

0 দৰ্শন কৰা হৈছে 0

ডেৰকুৰি কি দুকুৰি বছৰৰ মূৰত এইবাৰ মোৰ মাতৃমুখ দর্শন ঘটিল। ইমান বছৰ মই মোৰ জীৱনটো বাহিবে বাহিবে কটায়েই বড়া কৰিলোঁ। কার্য'টো নিশ্চয আপচু। কিন্তু কিষ যে তেনে হৈছিল, তাৰ সন্তোষজনক কৈফিয়ৎ এই দিব নোৱাৰোঁ। মহাপুৰুষৰ কীৰ্ত্ত'নঘোষাত আছে,-

"নকৰিলো শিবে মাধরক নমস্কাৰ।

ইটো মাথাপোট মোৰ ভৈল মহাভাৰ ।।" ইত্যাদি পদবোবো মোব বিষযে খটাই চলাই দিব পাৰি, মাথোন মাধৱৰ ঠাইত মাতৃ শব্দটো বহুৱাই দিলেই হব। সিদিনা শিৱসাগবত বহা এখন সভাত মোৰ ডেকা বন্ধু এজনে মোৰ এনে আচৰণৰ বিষযে কাবণ এটা দিছিল, মই হেনো গল্প বা ওফোন্দ পাড়িহে এনে কবি আছিলোঁ। মই অরশ্যে তেও'ক তেতিয়াই কৈ দ্বিলৈ নহ'ল, যে "ৰামশ্চন্দ্র। সেইবোৰ একো নহয় দেওহে। গপো নহয় ওফোন্দো নহয়। হয় যদি ই এটা শাওপাতহে। শাওপাতত পৰিলে মানুহে পানীত এডিঙিলৈকে নামিও পিয়াহত শংকাই মবে। মহাত্মা কবাঁবে কৈছিল,-

পানীমে মীন পিয়াসী।

মোক শুনত শুনত লাগে হাসি।।"

শাওপাত-সন্নিপাতে পোৱা দুটা প্রাণীযে নৈখনৰ ইপাৰে এটা আৰু সিপাবে আনটো থাকি একেলগ হবলৈ নাপাই, ওৰেবাতি চিঞৰি কান্দি মবে। এনেকুৱা শাওপাততে পৰিযেই একণ্ঠা মাটিৰ নিমিত্তে দুই ভাষে কিলাকিলি মৰামবি গোচৰ ফৰিযাদ কৰি সর্বস্বান্ত হৈ মবে, তথাপি আপোচে মিতমাত কৰি মিলিঙ্গলি পৈতৃক সম্পত্তি খাইমেলি থাকিব নোৱাবে। এনে শাওপাতৰ নিমিত্তেই দুর্য্যোধনে পাঁচ পান্তরক পাঁচখন গাঁও দিষক ছাৰি বেজীৰ আগটোরে ঢাকিব পৰা মাটিকণ পর্যান্ত নিদিওঁ বুলি যাঁজ কৰি মবিল। শাওপাত বা খোদাৰ গজপত পৰি দুই ভাই হিন্দ মুছলমানে ফুটুকাৰ ফেন সোপা বা নকটা খেৰৰ নশ-মুঠিৰ ভাগ বিচাৰি, মিছাতে দন্দহাই কটাকটি কাঁৰ মৰি লোকৰ হাঁহিবাতৰ পাত্র হব লাগিছে, তথাপি তেওঁলোকৰ গালৈ চেতনা অহা নাই। মহুৰা আৰু বৃন্দাবনৰ মাজত ব্যৱধান ছমাইল কি দহ মাইল। বিধিৰ এনে বিধানতে পৰিবেই বান্দাবনচন্দ্রই এইফেৰাকে ডেই মহুবাৰ পৰা গৈ বৃন্দাবনত মাক-বাপেক আৰু গোপীসকলক দেখা দিব পৰা নাছিল। সাঁতোবা বিদ্যাত পানীৰ পোক যেন একোজন নিয়তিৰ হাতত পৰি একাঠু পানীত পৰি বুৰি মবে। বিধিলিপি অগ্রাহ্য কৰিব নোৱাৰিযে অমুক লক্ষ্যপতিযে ধনখৰচৰ ভযত লঘোনে থাকি আঠুমুৰীয়া চুবিয়া পিচ্ছি জীৱন কটায়। এনে শাওপাতৰ পাকত পৰিয়েই অমুক মাৰোৱাৰী মহাজনে ডাক্তৰক ভিজিট দিবৰ ভষত, ধন আব্দু নোটেৰে খুন্দা খাই থকা লোৰ পেৰাৰ সাঁচাষকাঠীটো নিজৰ গাৰুৰ তলত থৈ ডান্তৰক নামাতি লেকেটীযা নাঁরাত ভুগি মৰি যাব আব্বু, এনে গঢ়ব শাওপাতত পৰিয়েই ছল বুপ দম্মহা পোৱা অমুক ছবজজে খৰচৰ ভধত জাবকালি মাথোন ফটা কথা এখন গাত মেৰিয়াই লৈল্পেই চালপাৰাত বাঁহ জজমেন্ট লেখি জীৱন কটায়। সেইদেখি মুঠতে কওঁ যে মোৰ এই কার্য গপ, অহঙ্কাৰ, অভিমান বা ওফোন্দৰ শাৰীৰ নহয়। ই বিধিৰ বিতং বিধানং অনুষ্টৰ ফল, বলৱন্ত নিয়তিৰ নিয়মিত। বারণে কৰিবলৈ পাঙি থোৱা স্বর্গ'ৰ জখলাটো কৰিব নোৱাৰিলে, লোণ সাগৰখন সি'চি পেলাই, লঙ্কাৰ চাবিউফালে গার্থীৰৰ সাগৰখন বোৱাই আনিব নোৱাৰিলে, ঠিক এনেকুরা দৈবাৰু বলতেই।

কোনো মানুহক সবাহলৈ নিমন্ত্রণ কৰা আৰু তাক ঢেকেলা লগাই ধৰাই লৈ যোৱা, এই দুটাৰ ভিতৰত প্রভেদ বিস্তৰ। নিমন্ত্রণ পাওঁতাজনৰ সবাহলৈ যাবৰ মন থাকিলেও আব, সবাহত তেওঁৰ অপাৰ আনন্দ লাভৰ সম্পূর্ণ আগন্তুক থাকিলেও, অনেক সময়ত এলাহ, ভাগৰ, থেৰোগেৰো ইত্যাদি এশ এটা মনে গড়া আহকাল তাৰ ভিতৰত সোমাই সেইবোবে জমূৰি দি ধৰি গোটেইখন খেলিমেলি লগাই তাত ব্যাঘাত জন্মায়। কিন্তু তেওঁক ধাঁৰ লৈ যাবলৈ অহা টেবেলাৰ লাখুটিৰ আগত সেই মকবাজালবোৰ আব, থাকিব নোৱাবে। যাম, যোৱাটো উচিত, গলে ভাল, নোযোৱাটো বেয়া ইত্যাদিবোৰ যদিও খুনপেচ মৰা গাভৰুৰ দলৰ দৰে তথাপি হামি, হেকটি, ভাগৰ, খৰচৰ ভব প্রভৃতি নিগনি, শলিয়া, বিছা, ঢেলা, পইতাচোৰাৰ হঠাৎ তেওঁলোকৰ আগত আবির্ভার হ'লে, সেই দলটি সঙ্করতঃ ছেদেলি-ভেদেলি হব। "আহিবই লাগিব, এবণ নাই" এইধাৰ "আহক, অহা উচিততকৈ" নিশ্চয় বলী। মাতৃভূমিবে এই চিৰপ্ৰৱস, ৱাক সদাষ মাতি আছিল, কিন্তু সেই মতা ৰাজহুৱা ডাক। এই ডাক যদিও বিৰাট তথাপি সি নিন্দি' আকৃতি গ্রহণ কৰি মোৰ আগত দেখা দিয়া নাছিল দেখি তাৰ শক্তি মোৰ পক্ষে বিক্ষিপ্ত আব্দ দুদর্শ'ল হৈ আছিল। বিষ্ণু সম্বব্যাপী সম্ব স্থিত ব্যাপ্ত অৱস্থাত এই বিভূৰ শান্ত যদিও বিৰাট মহান, তথাপি সর্ব সাধাৰণ বিষয়ী সংসাৰীৰ পক্ষে সি কাঁণ। কিন্তু যেতিয়া তেওঁ ভণ্ডৰ আহ্বানত নির্দিষ্ট মুর্তি পৰিগ্ৰহ কৰি বাহিৰ হয, তেতিয়া সি ঘোষ নৰসিংহৰূপী: হিবণ্যকশিপুৰ কালান্তক আৰু, গ্রহহ্লাদব প্রশান্ত পুৰুষে তেতিয়া সেই শক্তি অগ্রাহ্য অমানাৰ স্ফটিকৰ গুপ্তৰ বাহিৰত। মাতৃৰ ব্যাপ্ত অশৰীৰ ডাকে তেতিয়া মণ্ডি পৰিগ্ৰহ কৰি বাজ হ'ল, তেতিযা আৰু এই অধম সন্তানৰ মৰে তেওঁৰ চৰণত ভঙ্গি গদগদ ভাবে স্বভারতে নত হৈ পৰিল। তেতিয্য এলাহ, অমনোযোগ, শৈথিল্য, সকলোবোৰ নৃসিংহৰ আগত দৈত্যেন্দ্রৰ নিচিনা ক্ষুদ্রাতিক্ষুদ্র হৈ পৰিল।

"নেদেখিয় দৈত্যেন্দ্রক ন,সিংহৰ পাশে।

লুকাই পতঙ্গ যেন অগনিত জাসে ।।" দুর্গা পূজাৰ বহুত বেল কোম্পানীয়ে যাত্রীক ভেৰোণৰ সুবিধা কৰি দিয়া ২য়-৭ সুবিধাকে লৈ ১৮৩০ খৃষ্টাব্দৰ ১৯ ছেপ্টেম্বৰত অসমলৈ বুলি যাতা কৰি আমি সম্বল- পুৰ এৰিলোঁ। লগত মোৰ সহধর্মিণী আৰু সৰুটী কন্যা। মানুহৰ মুখে মুখে প্রচলিত একাষাৰ সংস্কৃত শ্লোক আছে যে "পথে নাৰী বিবন্ধি'তা।" কব নোৱাৰা সেই শ্লোক কোনে কৰিছিল। মই তাৰ অনুশাসন মানি নচলোঁ। নিশ্চয় শ্লোক কবেতিাই তিব্বতাক গলগ্রহ ভাবি সেই ক্লোক ৰচনা কৰিছিল। হব পাবে, নানা কাৰণত শ্লোক বচকৰ তেনে অৱস্থাত দূৰয়স্থ্য ঘটিছিল। সেইদেখি ক্লোক ব্যক পুতৌৰহে যোগ্য, খঙৰ নহয়। মই কওঁ মোৰ বহ, দর্শ'নত "পথে নাৰী বিবঞ্জিতা" নহয সম্পজিতাহে। বয়বস্তু, দেখাশ, না, লাগিলে ৰেলৰ টিকট পর্যন্ত কিনা, ঘণ্টাই ঘণ্টাই ফলটো, পিঠাখন চাহপান ঢোপা যাতনাই খুৱাই বাটৰ ভোকক ৰেলৰ খোটালীৰ ভিতৰৰ পৰা গতিযাই উলিয়াই দিযা, শরলৈ পাটীখন পাৰি দিযা, গাটো মৰেৰ তলত গুজি দিযা, আরণ্যক হলে বিছনীবে মংৰৰ ওপৰত বিছি ঘামৰ কণকঠীয়া মৰা ইত্যাদি এশ এটা সব, বৰ কাম বেলৰ পথত আমাৰ তেওঁব স্বাবাই সুসম্পাদিত হৈ যাত্রা সুখাতিসূখকব নোৰ পক্ষে সদাষ হয়। সেইদেখি মই কবলৈ বাধা যে মোৰ পক্ষে নাবী পথত যে গলগ্রহ নহযেই ববং গলৰ মালাহে হৈ পবে আব, কবিতা কৰি কলে, সিয়ো মালতীৰ মালা।

বি, এন আৰ অর্থাৎ বেঙ্গল-নাগপুব বেলৰ কাৰসোগোডা জংছন সম্বলপুৰব পৰা ৩১ মাইল দূৰত্ব। গধুলি চাৰে পাঁচ বজাত সম্বলপুৰৰ বেলত উঠি দুঘণ্টামানৰ মৰেত ঝাৰসোগোড়া পোৱাগৈ যায। তাত চাবে সাত বজাত কলিকতাৰ ফালে যোৱা বোম্বাই মেল গাড়তি উঠিব লাগে। কিন্তু সেইদিনা আমাব কপালত দুর্গতি লেখা আছিল, গতিকে ডাক-গাড়াঁবে সৈতে আমাৰ বাহি নাহিল। আমি ঝাৰসোগোডা পোৱাৰ আগতে বোম্বাই মেইলে আমাৰ বুকুত বিৰহৰ অগনি জ্বালি দি গুচি গ'ল। ডাকগাড়ী হেৰুৱাই আমি না-জল না-স্থলত পৰিলো। আমাৰ সম্বলপুৰব গাডাযে যে পলম কৰি আহি মেইল ধৰিব নোৱাৰিলে, তাকে গুণি-গাথি আমাৰ বিলাই- বিপণ্ডিৰ কাৰণে সম্বলপৰৰ গাড়ীক পাৰো মানে গালি পাৰি কাৰসোগোডা স্টেছনতে বাহ আছোহ'ক। এনেতে কোনোবাই কলে যে বাতি দুই কি তিনিমান বজাত এখন পেছেল্লাৰ গাড়ী ঝাৰসোগোড়াৰ পৰ্য কলিকতালৈ যায, সেইখনতে আমাৰ যোৱা উচিত। নিৰূপাৰ হৈ টোপনি ক্ষতি কৰি খাপ দি সেই শেহবাতাঁরা গাড়ীখনতে উঠিলোহক। ফলত, ৰাতিব বাকীডোখৰ আৰু, পিছদিনাৰ গোটেইটো দিন, সেই ঢেকেৰ, ঢেকেৰ, পেছেজাৰ গাড়ীতে খপি কুৰি তাৰিখে বাতি আঠমান বজাত কলিকতা পালোঁগৈ। বাটত আমাৰ অনাহাৰ বুলিলেও সবহকৈ বড়াই কোৱা নহয। যাওঁতে মনত পেলাইছিল যে হিচাপৰ বহীত ইমান বছবব বাকী পৰি থকা আউসী, একাদশী- বোৰে সিহ'তৰ পাওনা হাচিল কৰিবলৈ যেন হাতত ঝামটাঙোন লৈ কাবুলীৰ দৰে আমাৰ গাড়ীৰ থোঁটালীৰ দুৱাৰমুখত থিয় হৈ আছে আবু, লাখুটিৰ আগৰে বাকী পাওনা আদায় কৰি লৈহে উভতি যাব। আচলতে মেইল গাভীত মাখোন ৰাতিটো গৈ পুরাই কলিকতা পামগৈ বুলি আমি লগত খাবলৈ প্রায় একোকে নিয়া নাছিলোঁ। 

প্রায় এই বাবে বুলিছোঁ যে দিনো চাৰি সাজকে খাই বদ অভ্যাসত পৰা আমাৰ লগত যি আছিল, সি নিঃ+ৰস সন্ধিৰ "ৰ'ৰ আগৰ পৰা বিসর্গ লোপ হৈ নীৰস হোৱাৰ নবে এসাজতে নীষস হৈলুপ্ত হৈ গ'ল। পেছেলাৰ গাড়ীত ডাইনিং কাৰ নাথাকে। বাটৰ দুঠাইত এঠাইত যি "বিফ্লেছমেন্ট বক্স" আছে, সেইবোবে পেছেলাৰ গাড়ীৰ অধীনতা স্বীকাৰ নকৰে। তথাপি গাড'ক কৈ খৰগ পুৰ আব, চক্ৰধৰপুৰ বিরুেজমেন্ট কনব মেনেজাৰলৈ মই টেলিগ্রাফ কৰিলো, যাতে আমালৈ অলপ আহাবৰ আযোজন কৰি থয। কিন্তু ক'ৰ ঢৌলগ্রাম ক'লৈ গল, তাৰ কণ্ডা কৰ্ম্ম' কৰণ অধিকৰণসকলেহে জানে। সেই দুই ঠাইতে বিফ্লেজমেন্ট কমৰ মেনেজাবে আমালৈ একো আয়োজনকে নকৰি, টেলিগ্রাফ নাই পোৱা বুলি কৈ গা সাবিলে; যদিও আমি আমাৰ পেটৰ ভোকক তেনেকৈ কিবা এটা কৈফিয়ৎ গি গা সাৰিব নোৱাৰিলোহ'ক। ফুটা নারত চিৰচিৰকে পানী সোমোৱাদি ওৰে দিনটো আমাৰ পেটত ডোকে চিৰাচৰাই আছিল। নাৱৰীয়াই নাৱৰ ফটোত ফটা ক্যনিৰ সোপা দিযাদি স্টেছনত বিক্ৰী কৰা কচুৰি, শিঙৰা এসোপাকৈ কিনি লৈ আমি যদিও ভোকৰ ফুটাত সোপা দিবলৈ ধবিলো, কিন্তু গাখীৰৰ হেপাহ ঘোলে কেনেকৈ পল,রাব তেনে অৱস্থাৰেই ভোকত লেকাত লাগি গৈ আমি ৰাতি কলিকতা পালোঁগৈ। য'ত উঠিলোঁগৈ, তাত লৰালৰিকৈ ভাত আৰু মাহব আল্লা বন্ধাই খাই পেটক প্রবোধ দি সেই ৰাতিৰ নিমিত্তে শুই থাকিলোঁহক। কবলৈ পাহৰিছো যে বাটত আমাৰ অশান্তি বাহিবে ভিতৰে সমানে চলিছিল। মর্গানষাৰে বাটৰ এফালৰ পৰা আৰম্ভ কৰি ঘৰে ঘৰে মাগি পইচা বুটলি ফৰাদি পেছেজাৰ গাড়ীযে প্রায় সকলো স্টেছনতে ৰৈ বৈ যাত্রী বুটলি ফবে। আমি ঝাৰ- সোগোড়াৰ পৰা যাওঁতে আমাৰ দ্বিতীয শ্রেণীৰ খোটালীত আন কোনো নাছিল। কিন্তু লাহে লাহে আমাৰ গাড়ীখনে দুজন এজনকৈ যাত্রী বুটলি আমাৰ খোঁটালী ভৰাই পেলালে। আটাইতকৈ আহুকালৰ কথা হৈছিল, বাটৰ এটা স্টেছনত। উঠিব নোরাবা বৰ নবিয়া পৰা ল'ৰা এটাক মাক-বাপেকে কোলাত লৈ, দুটো-তিনিটা মানুহৰে সৈতে আমাৰ খোঁটালাঁত সোমালাহ। ল'ৰাটোক কলিকতাত চিকিৎসা কৰাবলৈ লৈ গৈছিল। তেওঁলোক সোমায়েই খোটালীটোব খিড়াকি দুরাববোব মাৰি দিলে, ফলত, যাৱাঁৰে খুন্দ খোৱা খোটালাঁটো চিষাজদ্দৌলাৰ অকুপ যেন হ'ল। ভদ্রতা আৰ, পৰহিতৰ অনুৰোধত আমি জুল, ম নীৰৱে সাহবলগাঁয়াত পৰিছিলো। 

24
প্ৰবন্ধ
মোৰ জীৱন-সোঁৱৰণ
0.0
পৰম পূজনীয় আই, উচ্ছ্বর্গা শ্রীমতী ঠানেশ্ববী দেরীব কব কমলত পৰম পূজনীয় পিতৃ দেৱতাৰ এই সংক্ষিপ্ত জীবন-চৰিত অর্পণ কৰিলোঁ। লক্ষীনাথ
1

॥ দ্বিতীয় আাধ্যা ॥

27 December 2023
0
0
0

লধীমপুৰ। তেজপুৰৰপৰা পিতৃদেৱতা লখীমপুবলৈ বদলি হ'ল: আব্বু আমি ছাঁবোৰো লগে লগে লখীমপুত্র পালোঁহি। আহিয়েই আমি কাব থৰত উঠিছিলোঁ মনত নাই, কিন্তু দেউতাই দহ-বাৰ দিনৰ ভিতৰতে ঢোল, ঢাপ, টাটী, চকোয়াৰে সম্পৰ্ণে' ক

2

। তৃতীয় আধ্যা।

27 December 2023
0
0
0

পিতৃদেৱতা লখীমপুৰৰপৰা গুৱাহাটীলৈ বদলি হয়। অসম-বুবলী লেখক কাশীনাথ তামুলী ফুকনৰ জ্যেষ্ঠ পুত্র, গুয়াহাটী নিবাসী শ্রীযুত কমলানাথ ফুকনৰ ঘৰত আমি উঠিলোঁহি। ফুকনৰ ঘৰৰে সৈতে বেজবৰুৱাৰ ঘৰৰ ঘনিষ্ঠ সম্মস্থ পুৰণি

3

। চতুর্থ আষ্যা।

27 December 2023
0
0
0

অসম ৰজাৰ ৰাজধানী ৰংপুৰ বা শিৱসাগবৰ দশ্য অসম ৰাজপ্ৰতিনিধিৰ চহৰ পাৱাহাটীৰ দৃশ্যতকৈ সুকাঁধা। গুৱাহাটীৰ গাত লুইতৰ বিহা মেখেলা, ডিঙিত পর্ব তব সাতসৰাঁ হাৰ, মৰত ভুবনেশ্বৰীৰ ধৱল কিবাঁটি, বহুত উমানন্দ আৰু, উর্

4

পঞ্চম আধ্যা

28 December 2023
0
0
0

শিৱসাগৰলৈ আহি মই শ্রীহত গঙ্গাগোবিন্দ ফুকন ডাঙৰীয়াক (Mr. G. G. Phookan) দেখোঁ। তেওঁ তেতিয়া শিৱসাগৰত একটা এছিস্টেন্ট কমিশানৰ। শিৱসাগবৰ বৰ বীৰ পাবৰ বঙলা এটাত তেওঁৰ থকা ঠাই আছিল। ফুকনৰ ঘৰৰ সৈতে আমাৰ ঘৰব ব

5

॥ ষষ্ঠ আধ্যা ॥

29 December 2023
0
0
0

পণ্ডিত বামকুমাৰ বিদ্যাবত্ব নামেবে এজন ব্রহ্মধর্ম প্রচাবক বঙ্গালীয়ে ব্রাহ্মধর্ম প্ৰচাৰ কবিবৰ নিমিত্তে অসমৰ জিলাই জিলাই বক্তৃতা দি ফুৰিছিল। বিদ্যাবস্থ "সাধাৰণ ব্রাহ্ম-সমাজৰ প্ৰচাৰক আছিল। তেওঁ স্কুলোদব আ

6

॥ সপ্তম আধ্যা ||

29 December 2023
0
0
0

কলিকতাৰ কালীঘাটত থাকি মোৰ পঢ়িবৰ দিহা হ'ল। কালীঘাটত হালদাৰ উপাধিকাৰী বঙ্গালী বামুণ এঘবত মোৰ নিবাসস্থান থিৰ কৰা হ'ল। এনে বন্দবস্তুৰ মানে-যাতে মই অসমীয়া ছাতৰৰ "মেছত থাকি জাতরূপে মোত অৱতাৰ হোৱা শিশুটিক বধ

7

|। অষ্টম আধ্যা ॥

29 December 2023
0
0
0

তেতিয়া মই জেনেৰেল এছেমরি কলেজৰ তৃতীয় ধার্ষিক শ্রেণীত। "পলগ্রেভস্থ গোল্ডেন, ট্রেজাৰি অব, লিবিক্স" নামৰ ইংৰাজী কবিতাৰ সংগ্রহ মোৰ পাঠ্য। তাৰ উপৰি বাইৰন, শ্যোলি, কীটছৰ কবিতাবোৰ আৰু, কৰি ৰবীন্দ্রনাথ ঠাকুৰৰ

8

।। প্রথম আাখ্যা ।।

30 December 2023
0
0
0

মোৰ জীবন-সৌরবণ, স্বাদশ বছৰৰ "বাঁহী"ৰ (১৮৪৪ লক) আহিন মাহৰ বঞ্চ সংখ্যাত লেখিবলৈ আযম্ভ কৰি প্রার মাহে মাহে লেখি, চতুর'শ বছবন (১৮৪৬ লক আহাৰ মাহৰ তৃতীয় সংখ্যাতে বন্ধ কৰিছিলোঁ। আব্দ নেলেখোঁ বুলি ভাবি মই এবি

9

॥ দ্বিতীয় আধ্যা ।।

30 December 2023
0
0
0

মই বি, এ, পৰীক্ষাত উঠাৰ পিছৰপৰা এটা মধুৰ নে কটুৰ, বিপদেই নে সম্পদেই, -ভালকৈ কব নোৱাৰো, "এৰেবিয়ান-নাইটছ" অত লেখা সাউদ বাগদাদৰ চিন্দবাদ চেইলৰৰ কান্ধত উঠা মানুহটোৰ দৰে, মোৰ কাশ্বত উঠিল, তাক একোপধ্যেই দলি

10

॥ তৃতীয় আধ্যা ॥

30 December 2023
0
0
0

এই আধ্যাৰ ভিতৰ,বা কথালৈ যোৱাৰ আগতে আগৰ আধ্যাৰ ভিতৰত ঘোৰতে কোৱা কথা এটাৰ মংকলি ব্যাখ্যা স্নেহাস্পদ শ্রীমান জ্ঞানদাভিৰাম বৰুৱাৰ (জে-বৰুৱা বেৰিটাব) পৰা পাইছোঁ। তেও' লিখিছে- "আপোনাৰ বিধাৰ সময়ত মোৰ পিতৃদে

11

॥ চতুর্থ আধ্যা ॥

1 January 2024
0
0
0

(এই আধ্যা আৰম্ভ কৰাৰ আগতে আব; এটা শুধবলী ব্যাপাৰ সমপস্থিত। এইবাৰ আমাৰ গৃহিণীব ফালৰপৰা। তেও' ইমান দিনে মোৰ জীৱন-সোঁৱৰণৰ দ্বিতীয আধ্যা পঢ়িছিলনে নাই মোৰ জনা নাছিল। আজি বাহু মই লিখিবলৈ কাপ ধৰিছো মাথোন, এন

12

॥ পঞ্চম অধ্যা।

1 January 2024
0
0
0

কলিকতাৰ মোৰ জীৱনত এটি বিশিষ্ট অসমীয়া পৰিবাৰৰ প্রভাৱ বৰকৈ পৰিছিল। সেই পবিবাৰৰ শিষৰ মুকুট আৰু আসামত সর্বজনবিদিত ব,বজীবিজ্ঞ পুরুষ ডাঙৰীয়া ৰায়বাহাদুৰ গুণাভিৰাম বা আছিল। তেও দীর্ঘকাল আসামত, সৰহকৈ নগাঁৱত, এ

13

। ষষ্ঠ আধ্যা।

1 January 2024
0
0
0

১৮৯৪ শ্রীষ্টাব্দব ৩০ নবেম্বৰত কমলা তাতে ঢুকাল। এইদৰে দুবছৰৰ ভিতৰতে ডাঙৰীয়া গুণাভিবাম বৰুৱাৰ এতিয়া আমাৰ সকলোৰে তেওঁক সমুদ্র-যাত্রা (sea- মহাশয়ব জোঁরাযেক ডাঙৰ সেই জয়জয় মযময পবিবাৰটোত চাবিটা মৃত্যু। সন্ত

14

।। সপ্তম আধ্যা ||

1 January 2024
0
0
0

গোপীকৃষ্ণ পাল লেনৰ ঘৰৰপৰা আমি বলবাম দে ঔটৰ ঘৰ এটালৈ উঠি গলো। এইটো ঘৰও আহল-বহল আৰু ডাঙৰ আছিল। তাত থাকোঁতে আমি সব, গাড়ী এখন আৰু ঘোঁৰা এটা কিনি ললোঁ। নিজব গাড়তি উঠি অফিচলৈ যোৱা আৰু আলৈ তলৈ গৈ গা ঘেলোরাত

15

॥ অষ্টম আধ্যা ।

3 January 2024
0
0
0

মাণিকচন্দ্র বা কোম্পানীৰ ভোলানাথ বৰুৱাই গুৱাহাটী পৰিত্যাগ কৰি আহি কলিকতাত যে কাঠৰ ডাঙৰ ব্যৱসায় কৰিছে, সেই খবৰটো কণাকশি হৈ আসামত ওলালগৈ। শ্রীযুত মাণিকচন্দ্র বৰুৱাৰ ব্যবসায়ত শ্রীভূত ভোলানাথ বৰুৱা যদিও দ

16

॥ নবম অধ্যা।।

3 January 2024
0
0
0

১৯০০ খ্রীষ্টাব্দৰ ১৭ নবেম্বৰত কলিকতাৰ জোড়াসাঁকোৰ ঘৰত মোৰ দ্বিতীয়জন। জোৱালী শ্রীমতী অৰুণাৰ জন্ম হয়। সুভি তেতিয়া তাতে আছিল। অনুগাৰ জন্মৰ পিছদিনা পুৱা মই জোড়াসাঁকোলৈ গলতে, লৰি আহি সবভিয়ে মোক কলে, -"চোৱাচ

17

। দশম আধ্যা ।।

3 January 2024
0
0
0

১৯০২ খ্রীস্টাব্দতো বি. বৰুৱাৰ লগত মোৰ ব্যৱসায়-জীবন কেনে আছিল, তাৰ চানেকিও মোৰ ডায়েৰিব পৰা অলপ-অচৰপ আজি এই অধ্যায়ত দিলোঁ। মই বি. বৰুৱাৰ লগ এবি অহাৰ পিছত যিবোৰ মানুহে যাবে কথা শুনি হওক-মোষ বিষয়ে মতামত প

18

ন্যায়ৰ ৰূপান্তৰ: ভাৰতৰ হিট-এণ্ড-ৰাণ আইনত ভাৰতীয় ন্যায় সংহিতাৰ প্ৰভাৱ

3 January 2024
0
0
0

পথ সুৰক্ষা বৃদ্ধি আৰু হিট-এণ্ড-ৰানৰ ক্ষেত্ৰত জবাবদিহিতা নিশ্চিত কৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে ভাৰতে ভাৰতীয় ন্যায় সংহিতা, ২০২৩ৰ অধীনত এক যুগান্তকাৰী আইন প্ৰস্তাৱ কৰিছে।এই প্ৰস্তাৱিত আইনখনে

19

পৰিশিষ্ট মোৰ মৃগয়া

3 January 2024
2
0
0

মোৰ জীৱনৰ আগছোৱাত যদি কিবা এটা কাম বৰকৈ বেয়া লাগিছিল সেইটো মৃগয়া; যাৰ ভিতৰত জীবহত্যা ব্যাপাৰটো বোল অনা বর্ত্তমান। সৰুৰেপৰা জীবহত্যা আব্দ জীৱৰ প্ৰতি নিষ্ঠুৰতা মই দেখিব নোৱাৰিছিলোঁ। তাহানি আমাৰ ঘৰত ৰান্

20

মোৰ মাতৃমুখ দর্শন প্রথম আধ্যা

4 January 2024
0
0
0

ডেৰকুৰি কি দুকুৰি বছৰৰ মূৰত এইবাৰ মোৰ মাতৃমুখ দর্শন ঘটিল। ইমান বছৰ মই মোৰ জীৱনটো বাহিবে বাহিবে কটায়েই বড়া কৰিলোঁ। কার্য'টো নিশ্চয আপচু। কিন্তু কিষ যে তেনে হৈছিল, তাৰ সন্তোষজনক কৈফিয়ৎ এই দিব নোৱাৰোঁ। ম

21

দ্বিতীয় আধ্যা

4 January 2024
0
0
0

একৈশ ছেপ্টেম্বৰ তাৰিখে শিয়ালদহ স্টেছন এৰি বাইশ তাৰিখে গুৱাহাটী পালোগৈ। ব্ৰহ্মপুত্ৰ পাৰ হোৱা জাহাজখন পাণ্ডুঘাটৰ ওচৰ চাপিলতে আমাক লৈ যাবলৈ অহা মোব অতি প্রিয দুজন মানুহৰ দুখন হাঁহিমুখ দেখি আমাৰো মুখত হাঁ

22

তৃতীয় আধ্যা

4 January 2024
0
0
0

আমি ডিব্ৰুগড় পোৱাৰ দিনাই, বাতিৰে পৰা তাত বৰষুণৰ ওৰা পাতিলে। বৰণ চেলেংপেটেং বিধৰ নহয়, ভালকৈয়ে গা সর্বকি যোৱা। সেই লেলপেল, বৰষুণ পোন্ধৰ দিনমানলৈকে চলি সি আমাৰ তেজ-মঙহ হাড-মগজ, সোপাকে সেন্ডেটা লগাই পেলাই

23

চতুর্থ আধ্যা

4 January 2024
0
0
0

অক্টোবৰ মাহৰ ১৫ তাবিখে ডিব্ৰুগড় এৰি শিৱসাগৰলৈ যাবলৈ ওলালো। বাহন মটবগাড়ী। ৰথখন আমাৰ জোঁৱাই শ্রীমান বোহিণীকুমাৰ বৰুৱা বোপাৰ আব, সাৰথিও তেরেই। যাত্রী মই, নোৰ সহধর্ম্মিণী, মোৰ ছোৱালী দুজনী আৰ; শ্রীমান যতী

24

সপ্তম আধ্যা

5 January 2024
0
0
0

বাইশ অটোবৰৰ দিনা যোৰহাটৰ পৰা উভতি গৈ আকৌ শিৱসাগৰব ঢাকবঙাল ঠাই ললোঁগৈ। দেখিলোঁ ডাকবগুলাৰ ভাল খোটবলি দুটা কোনোবা দুজন অধিকাব- ভুপ্ত হৈ আছে। খানহামাক সুধিলোঁ, সেই খোটালি দুটাত কোন আছে? খানছামাটো অম্মীষা।

---

এখন কিতাপ পড়ক