shabd-logo

পুত্ৰৰ শোকত

11 January 2024

0 দৰ্শন কৰা হৈছে 0

সপ্তম অধ্যায়  

পুত্ৰৰ শোকত অধীৰ হৈ ৰজা শুদ্ধোদনে সুদীর্ঘ দিন অতি বেজাৰ মনেৰে কটাবলৈ ধৰিলে। তেওঁৰ মুখত মাত নাইকীয়া হ'ল। যশোধাৰায়ো সেই কেই বন্ধৰ বিধবা মানুহৰ দৰে মনৰ হখেৰে দিন নিয়াইছিল। দূৰ দূৰনীত উট চৰাই ঘুৰি ফুৰা উট যখীয়া আৰু বেহা বেপাৰ কৰি দেশে বিদেশে ঘুৰি ফুৰা মানুহ বিলাকৰ মুখে ক'ৰবাত সংসাৰ ত্যাগী বৈৰাগী এজন দেখাৰ কথা শুনিলেই ৰজাই তৎক্ষণাৎ ভূত পঠিয়াই দিছিল। সেই হুত বিলাকে নির্জন ঠাইত অকলশৰে থকা বহুত যোগী সন্যাসীৰ বাতৰি আনি দিয়েছি; কিন্তু কপিল। বাস্তুৰ উত্তৰা- ধিকাৰী সিদ্ধার্থৰ বাতৰি দিবহি নোৱাৰিলে। বজা শুদ্ধোদনৰ গৌৰব আৰু ভবিষ্যতৰ আশা, যশোধাৰাৰ প্ৰাণৰ ধন সিদ্ধার্থ চাগৈ এতিয়া কোনোবা দূষ বিদেশত সন্যাসী হৈ ঘুৰি ফুৰিছে। হয়তো তেওঁ সংসাৰৰ কথা তেনেই পাহৰিলে নাইবা মনৰ সম্পূর্ণ পৰিবৰ্ত্তন চ'ল বা মৃত্যু হ'ল, এনে বিলাক চিন্তাই বজা আৰু তেওঁৰ লুলক্ষনীয়া বোৱাৰীয়েকক তেনেই জুৰুঙ্গা কৰিলে।


বসন্ত কালৰ এটা দিন, আম গন্ধ বোৰৰ ওপৰ খনজ আমৰ মলে জাতি ধৰাত এটা রূপালী বহুণ উঠিছে। বাসন্তী সাজ পিন্ধি গোটেই পৃথিবী খনো পাট গাভৰু যেন হৈ পৰিছে। প্রমোদ উদ্যানত থকা পুখুৰীটোৰ বুকুখন এখন নির্মূল দাপোনৰ দৰে হৈ আছে। চাৰিও কাষে পদ্মম ফুল বোৰে পাৰি বাজি দিছে। সেই পুখুৰীটোলৈকে চাই অতীতৰ কথা সুর বি যশোধাৰা বহি আছে। তেওঁৰ মনত পৰিছে সিদ্ধার্থৰ সুকোমল হাত দুখনিৰ লগত তেওঁৰ হাত মিল খোৱা আৰু সিদ্ধার্থৰ ওঠৰ পৰশৰ মধু স্মৃতি। অতীতৰ মধু মাধবীৰ কথা সোর বোডে যশোধৰাৰ চকু ছুটি চলচলীয়া হৈ পৰিল। কোমল মুখখন শুকাই গ'ল আৰু বিষাদৰ ৰেখা বোৰ গালত জিলিকি উঠিল। লাহ বিলাহেবে চিকুন খোপা বন্ধা মিহি চুলিটাৰ গোটাই গোটাই বিধবা মানুহৰ দৰে মেৰিয়াইথলে। গাত অলঙ্কাৰ নাই। বেজাৰৰ চিন স্বৰূপে খহতা সূতাৰে বোরা শুধ বগাবস্ত্র পিন্ধি যশোধৰা সেইদিনা সেইদৰে পুখুৰা পাৰত বহি আছে।


নির্মূল প্রেমৰ বস্তি স্বৰূপ তেওঁৰ চকু দুটিৰ জেউত্তি নাইকিয়া হ'ল। চাৰিও ফালে উদ্দেশ্য বিহীন ভাবে চাষ্ট চাই চকুৰ জুৰণি নোহোরা হ'ল। সেইদিনা যশোধৰাৰ একাতে আছিল ঘনকৈ মুকুতা গথা এডাল ককালত পিন্ধা কৰধনি সিদ্ধার্থ ই সংসাৰ ত্যাগ কৰা সময়ত তেওঁৰ ককালত পিন্ধাই থৈ গৈছিল যশোধাৰাই মহার্ঘ বস্তুৰ দৰে সেই মালা ধাৰ সাঁচি থৈছিল, তাকে হাতত লৈ সেই নিশাৰ বিয়োগ কাহিনী সুর'ৰি সুৱৰি তেওঁ চকু-পানী টোকে। আন হাতে আছিল তেওঁৰ দিব্য কান্তিৰ অকনমান লৰাটোৰ নাম ৰাহুল, এতিয়া তেওঁৰ বয়স সাত বছৰ। বসন্ত কালৰ বিষিধ ফুল ফুলি জকমকাই থকা দেখি বাহুলে মাকষ কাষত বৰ ৰং মনেৰে নানা কথা কৈ আছে।


সেই পদ্মম পুখুৰীটোৰ পাৰত যেতিয়া মাক পুতেকে বহি কথা পাতি আছিল, বান্ডলে তেতিয়া পুখুৰীৰ মাজ বিলাকলৈ এমুঠি চাউল চতিয়ায়। আকাশেদি বেগাই উৰি যোৱা বগলী বোৰলৈ কাতৰ দৃষ্টিৰে চাই যশোধাৰাই কবলৈ ধৰিলে-"হে পাখা লগা উষশীয়া চৰাইবোৰ, তোমালোক গৈ যদি সেই ঠাই পাবগৈ পাৰা য'ত মোৰ জীৱন স্বামী লুকাই আছে, তেখেতক কৰাগৈ যে যশোধাৰা মৰিবলৈ আৰু বেছি দিন নাই। কৰাগৈ, হেনো মৰাৰ আগতে তেখেতৰ মুখৰ এষাৰ মাত আৰু হাতৰ এটি পৰশৰ বাবে যশোধাৰাই বাট চাই আছে।" এই দবে মাক পুতেকে আনন্দ আৰু বিষাদৰ মাজত থাকোতেই জন দিয়েক ৰাজ বিষয়া আহি সেই খিনিত উপস্থিত হ'লহি। তেওঁ বিলাকে কবলৈ ধৰিলে। "বাজ কুঁৱৰী হস্তিনাপুৰৰ পৰা কেইজনমান সদাগৰ আহিছে। সাগৰৰ পাৰৰ পৰা আৰম্ভ কৰি তেওঁ বিলাকে বহুত দেশ ভ্রমণ কৰি আহিছে। তেওঁ বিলাকে অনেক বহুমূলীয়া স্নধ্য আনিছে। সোণৰ পাৰি দিয়া ধুনীয়া ধুনীয়া জাল কাপোৰ, নানা প্রকাৰৰ ফুল জালি কটা পিতলৰ বাচন, হাতী দাঁত, সুগন্ধী মণ্ডল। ধুনীয়া ধুনীয়া চৰাই আৰু দুৰ বিদেশৰ ধন সোণ আদি অপাৰ বস্তু আনিছে। তাৰ উপৰি তেওঁবিলাকে এই আটাই বোৰ বস্তুতকৈয়ো ডাঙৰ এটা বার্তা আনিছে। তেওঁবিলাকে হেনো যুৱৰাঞ্জ সিদ্ধার্থক দেখি আহিছে। আমাৰ প্ৰভু-আমাৰ গৰাকী, কপিলা বাস্তুৰ ভবিষ্যতৰ আশ। সিদ্ধার্থক মুখা-মুখিকৈ দেখি আহিছে। আনকি আঠুকাঢ়ি সেরা জনাই আহিছে। তেখেত এতিয়। হেনো আচৰিত ধাৰ্ম্মিক লোক হ'ল। জ্ঞানী লোক সকলকো হেনো নতুন শিক্ষা দিছে, সর্ব-সম্মানিত হ'ল। তেখেত হেনো বুদ্ধ হ'ল। ঈশ্বৰৰ ককণাৰ দশে স্বর্গীয় প্রেমেৰে সোৱাদ মাতেবে তেখেতে মানুহক মুক্তিৰ পথ দেখুৱাইছে। আৰু শুন তেখেত হেনো এই ফালেই আহিব লাগিছে।


গৰম কালি চোকা ৰ'দৰ পৰশ লাগি হিমালয়ৰ হিমবোৰ গলিবলৈ ধৰোতে গঙ্গাৰ বুকত যেনেকৈ সোঁতৰ ঢৌ উঠে এই কথা শুনা মাত্রকে ঠিক সেই দৰে যশোধাৰাৰ ধমনীও আনন্দ। তেজৰ সোঁত বৈ গ'ল। তুই হাত যোৰ কৰি হাঁহি মুখেৰে কিবা কর কণ্ঠ হ'ল আৰু চকুত আনন্দৰ অশ্রু বিৰিঙি উঠিল! তেওঁ বিষয়া সকলক ক'লে "যাওক সেই সদাগৰ কিজনক মোৰ কাৰেঙলৈ মাতি আনক গৈ। পিয়াহত শুকাই যোরা কণ্ঠট পানী পিবলৈ বিচৰাদি মোৰ কাণেও তেওঁলোকৰ মুখৰ পৰা এই আশীষ বাণী শুনিবলৈ বিচাৰিছে। যাওক তেওঁ বিলাকক লৈ আহক গৈ। কব যদিছে তেওঁলোকে কোরা কথা সচা হয় তেনেহলে মই তেওঁলোকক বহুত ধন সোণ উপহাৰ দিম। ৰজাই পিন্ধা মাণিক মুকুতা দিম। শুদা ভৰিৰে অতি সন্তর্পণে সদাগৰ কেইজন সোণেৰে বন্ধোরা বাটেদি প্রমোদ ভরনলৈ গ'ল। তেওঁ বিলাকে কাৰেঙৰ জলমলীয়া কারুকার্য্য আক লিগিৰীবিলাকৰ সোন্দর্য্য দেখি বিমোহিত হ'ল। অভি মধুৰ মাতেৰে, ব্যগ্র চিত্তেৰে তেতিয়া ৰাজ কুঁরণী যশোধাৰাই সুধিলে- "আপোনালোক বস্তুত দূৰ দেশ ভ্রমণ কৰি আহিছে। শুনিছো অপোনালোকে মোৰ প্ৰভুক দেখি আহিছে। তেখেত হেনো জগৎ বৰেণ্য বৃদ্ধ হ'ল আৰু আপোনালোকে তেখেতক প্রার্থনা ক'ৰ আহিছে। ডাঙৰীয়াসকল কওক এই কথা সচানে? যদি সচা হয় আপোনালোক এই ঘৰৰ বন্ধু হ'ব। আমাৰ সকলোৰে আপোন হ'ব।" ত্রিপুৰ নামে সদাগৰ গুনে কালে! "বাজ কুঁৱৰী আমি সেই পবিত্ৰ গৰাকীক দেখি আহিছো। আমি তেখেতৰ চৰণত ধৰি সেরা জনালো, তেখেত এতিয়া বক্তাৰ বজাতকৈও ক্ষমতাশালী, ফন্তু নদীৰ পাৰত থকা বোধি বৃক্ষৰ গুলত কঠোৰ সাধন। কৰি তেখেতে দিব্য জ্ঞান লাভ কৰিলে আৰু সেই জ্ঞানৰ দ্বাৰাই পৃথিবী উদ্ধাৰ হব। তেখেত এতিয়া বুদ্ধ নামে খ্যাত হ'ল, এডিয়া তেখেতে মানুহক উপদেশ দিয়ে কথা কয় সকলো প্ৰকাৰ দুখ অশান্তিৰ অতীত অৱস্থাত তেখেত এতিয়া দেৱতাৰ দৰে হৈ পৰিছে। তেখেতৰ গাৰ বৰণ সোণ বৰণীয়া পৰিষ্কাৰ হৈ পৰিছে, দেখিলেই মনত ধাৰণা ওপজে যেন সত্যৰ আলোকত আলোকিত হোৱা এজন মহান কোনোবা। তাৰ উপৰি তেখেতে নগৰে নগৰে শান্তি লাভৰ উপায় আৰু পথৰ বিষয়ে প্ৰচাৰ কৰি ফুৰিছে। তেখেতে যলৈকে গৈছে ৬'তেই লোকাবণ্য হৈছে। হিল দ'ল ভাঙি মাহুহু উপচি পৰিছে। আমি নিজে গয়াত তেখেতৰ শ্রীমুখৰ অমিয়া বাণী শুনি আহিছো। বাৰিষাৰ আগতে তেখেত এই ঠাইলৈ আহিব বুলি কোরা শুনিলো।


এই কথা শুনি যশোধাবা আনন্দপ্ত অধীৰ ক'ল। উত্তৰ দিবলৈ উশাক সলাবলৈকে পাহৰি গ'ল। ব্যগ্র হৈ কলে- "বন্ধুসকল আপোনালোকৰ সৈতে আমাৰ চিৰ-কলীয়। বন্ধুত্ব হওক। আপোনালোকে মঙ্গল-দায়ক বাতৰি আনি দিলে। কিন্তু এই অঘদন ঘতিল কেনেকৈ জানে নে?"


তেতিয়া উল্লিক নামে আন এজন সদাগবে বিবৰি কবলৈ ধৰিলে। তেখেতে ধ্যান কৰি বহি থকা সেই নির্জন ফন্তু উপত্যকাৰ লোকসকলে যেনে দৰে সেই সিদ্ধি লাভৰ নিশা হোল ভয় লগা কাহিনী কৈ গৈছিল-সেই দৰেই বাজ কুঁৱৰীৰ আগত বর্ণাই কলে, কেনেকৈ সেই দিনা আকাশখন নাৰকীয় ছাঁয়া মূর্তি বোৰে ক'লা কৰি পেলাইছিল, কেনেকৈ ভূ'ইপৰদৰে উপত্যকা খন কপি গুমাই আছিল আৰু মাৰ (মৃত্যুৰ বজা)ৰ জেলগত  কেনেকৈ পানীত খলকনি উঠিছিল, তারৎ কথা ক'লে, তাব উপৰি কেনেকৈ সেই সকলো তেখেতে ধ্যানস্থ হৈয়েই জয় কৰিলে, কিমান উজ্জলহৈ ৰাতি পুরাল। সকলো মানুহ গৈ সেই গছৰ তলত প্রফুল্লিত চিত্তেৰে বহি থকা প্রভুক দেখা পাইছিল সেই কথাও ক'লে। কিন্তু সেই নিশা তেখেতে লাভ কৰা সোণালী বোজাই এটা তেখেতে ভালেদিন বুকত লৈ থাকিৰ লগীয়া হৈছিল। বুদ্ধই তাৰ পাছতো ধ্যানত উপায় বিচাৰিছিল কেনেকৈ তেখেতে লাভ কৰা অমূল্য চিন্তাবিলাক মানুহক বিলাই দিব পাৰি।


তেখেতে ধ্যানত চিন্তা কৰি আছিল! যিবিলাক মানুহে পাপক ভাল পায় সিবিলাক ইন্দ্রিয় সমূহৰ প্রবঞ্চনাৰ মাজত লিপ্ত হৈ থাকে। সহস্র ঝর্ণাৰ পৰা ভুলৰ পানীকেই পাণ কৰি থাকে। যাৰ চকু মেলি চাবলৈ মন নাই আৰু তেওঁবিলাকক বন্দি কৰি থোৱা জালখন ফালিবলৈ বল নাই। এনেবিলাক মানুহে কেনেকৈ তেখেতৰ নিদান নীতি গ্রহণ কৰিব? এনেদৰে ধ্যানত বহি থাকোতে প্রসব বেদনাত কোনোবাই চিয়ৰাদি এটা ধ্বনি শুনা গ'ল। যেন পৃথিবীয়েহে প্রসৱৰ বেদনাত বিননি তুলিছে-"নস্যামী অহম্ ভূ নস্যতি লোকা।" মই তেনে বিনাশ হলো পৃথিবী বিনাশ হ'ল-এই বিননিৰ পিঙ্কত ক্ষন্তেকপৰ নিমাত নিস্তব্ধ। ইয়াৰ পাছত পশ্চিমৰ এচাটি বতাহে এটা দীর্ঘ স্বাসৰ দবে ধ্বনি আনিলে। "স্ক্রয়তাম ধৰ্ম্ম ভগৎ" হে ভগরৎ আপোনাৰ ধৰ্ম্ম ব্যক্ত হওঁক। এই কথা শুনি গৰাকীয়ে চকু মেলিলে। কোনে তেখেতৰ প্রথম বাণী শুনা উচিৎ আৰু পিছত শুনিবলৈ কোন কোন অপেক্ষা কৰি থাকিব লাগিব সেই কথা লক্ষ্য কৰিলে। তাৰ পাছত এটি স্বর্গীয় হাঁহি বিৰিঙাই ক'লে- আ মই এতিয়া উপদেশ দিম যিজনে শুনিব তেওঁ প্রথমে নীতি শিক্ষা কৰি লওক।


ভাৰ পাছত তেখেত তাৰ পৰ্য পৰ্বতৰ দাতিয়েদি বাৰাণসী লৈকে আহিল। তাতে তেখেতে পাঁচজনক যন্ম উপদেশ দিলে। কেনেকৈ জন্ম আৰু মৃত্যুৰ বিনাশ কৰিব পাৰি, কেনেকৈ পূর্ব্ব জন্মৰ কৰ্ম্ম-ফলৰ বাহিৰে এই জন্মত অন্য একো ভাগ্য নাই। নিজে সৃষ্টি কৰি লোৱাৰ বাহিৰে আন নৰক নাই। কামনা বাসনা দমন কৰি পবিত্র জীরন যাপন কৰা সকলৰ নিমিত্তে ওপৰত একো স্বর্গ নাই-এনেবিলাক উপদেশ সেই পাঁচ জনক তাতে দিলেহি। তেখেতে প্রথন উপদেশ দিয়াৰ দিনা বহাগৰ পোন্ধৰ দিন আৰু সিদ্ধি লাভ কৰাৰ নিশা পূর্ণিমা আছিল।


ঋষি সকলব ভিতৰত কোণ্ডিল্যই প্রথমে চাৰি সত্যৰ গৰাকী হয় আৰু নতুন পথত প্রবেশ কৰে। তেখেতৰ পাছত ভদ্রক, অশ্বজিত, বাসর, মহানাম এই চাৰি জনেও বুদ্ধৰ চৰণত শৰণ লৈ ধৰ্ম্ম গ্রহণ কৰে। যি ঠাইত প্রথমে তেখেতে ধৰ্ম্ম প্ৰচাৰ কৰে সেই ঠাই বাৰাণসীৰ ওচৰত থকা সাৰঙ্গনাথ বা সামনাথ। আমাৰ গৰাকীয়ে কোৱা আশীষ বাণী শুনি যশ নামে যুবৰাজ এজনে লগত চৌরঙ্গ জন বিষয়া লৈ শষণ লবলৈ আহিল। যেয়ে তেখেতৰ নতুন ৰাণী শুনে সেয়ে শান্তি আৰু জ্ঞানৰ নতুন দিন আহিল বুলি আনন্দিত হয়। ঝষণাৰ পৰা পানীৰ ঝিৰ- ঝিৰণি ওলাই শুকান বালিত থকা ঘাইনি আৰু ফুল গছবোৰত পৰাৰদৰে তেখেতৰ শাস্তি বাণীয়ে বাধিবলৈ ধৰিলে। শ্রোতাৰ অশান্ত হৃদয়ত শাস্তি

এই ষাঠিজনক প্রভুরে শখণ দি কামনা-বাসনা দমনত পৰিপূৰ্ণ আৰু ইন্দ্রিয় সমূহৰ পৰা মুক্ত কৰি চাৰিউ ফালে নির্ব্বাণ লাভৰ উপদেশ দিবলৈ পঠিয়াই দিলে। জগত বৰেণ্য প্রভু বৃদ্ধ তাৰ পাছত ঋষি পতন আৰু সাৰনাথ এৰি দক্ষিণ ফালে অভিট আৰু বিম্বিসাৰৰ ৰাজ্যৰ ফালে গ'ল। তাত তেখেতে বহুত দিন ধৰ্ম্ম উপদেশ দান কৰিলে, দয়াৰে পৰিপূৰ্ণ নীতি জ্ঞান লাভ কৰি ৰজা বিম্বিসাৰ আৰু তেওঁৰ প্রজাবৃন্দই তেখেতৰ মত গ্রহণ কৰিলে। তাৰ উপৰি বজাই আমাৰ গৰাকীৰ হাতত জল ঢালি দি বেণুবন নামে বাঁহ গছেৰে সুশোভিত উদ্যান এখন দান কৰিলে। সেই উদ্যানত বিচিত্র সৰোবৰ, মনোৰম গুহা আৰু চালে চকুৰোৱা সেউজীয়া বাঁহৰ দলিচা পৰা কানন পথ আছে। তাতে ৰজাই এটা শিলত কটাই এই কথাখিনি প্রতিস্থা কৰিলে।

যে ধৰ্ম্ম হেতুগ্মভবা

যেসান হেতুন তথাগত

অহ যেসান চয নিষোধ

এরন রাদি মহা পমানো।

১১৫

জীৱনৰ হেতু আৰু গতি কেনেকুরা এই কথা তথাগতই প্রকাশ কৰিলে, জীৱনৰ দুখ নিৰোধৰ উপায় আৰু মুক্তিৰ পথ আমাৰ প্রভুরে দেখুৱাই দিলে।

হৈছিল। কথিত আছে যে সেই উদ্যানত এখন ডাঙৰ ধৰ্ম্ম-সতা সেই সভাত মহা গুৰু বুদ্ধই জ্ঞান আৰু জ্ঞানৰ ক্ষমতাৰ বিষয়ে কথা কৈ শুনোতা সকলৰ হৃদয় জয় কৰিছিল। তাতে ন শ লোকে তেখেতৰ শৰণাগত হৈ গৰাকীয়ে নিজে পিন্ধাৰ নিচিনা হোলধীয়া কাপোৰৰ দুখনীয়া সাজ পিন্ধে। তেওঁলোকে বুদ্ধৰ জ্ঞান প্ৰচাৰ কৰিলে, এই প্রার্থনাটোৰেই তেখেতে তেখেতৰ সেই কথা সমাপ্ত কৰিছিল।

সব পাপসস, অকবণম কুশনসস, উপসম্পদা

যা চিত্ত পাৰিয়োদপনম্, এতান বুদ্ধাহু শাসনম্।

সকলো পাপ কৰ্ম্মই অকৰণীয়, কুশল কৰ্ম্মবিলাকেই শ্রেষ্ঠ সম্পদ দিয়ে। নিজৰ চিত্তৰ ওপৰত অধিকাৰ ৰাখিবা, এয়ে বুদ্ধৰ অনুশাসন।

সদাগৰ কেইজনে যেতিয়া সকলো কথা হৈ অটালে তেতিয়া যশোধৰাই সুধিলে:-"কিন্তু মোৰ প্ৰভু কোন বাটে আহিব? সদাগৰ কেইজনে কলে এই নগৰৰ পৰা যাঠি যোন দূৰত থকা ৰাজ গৃহৰ পৰা সোণ নৈৰ দাতিয়েদি এটা পোন বাট এই ফালে আছে। আমি দিনে আঠ ক্রোশ কৈ আহোতে আহোতে আমাক এক পষ লাগিল।

এই কথা শুনি বজাই উচ্ছ বিষয়া সকল আৰু নজন বেলেগ বেলেগ ছত পঠিয়াই দিলে, প্রত্যেক ভুত জনকে এই কথা কবলৈ ক'লে, "আজি সাত বছৰ কাল আপোনাৰ অভাবত থাকি থাকি ৰজা শুদ্ধোদন চিতাৰ কাষলৈ যাওঁ যাওঁ হৈছে। এতিয়ালৈকে আপোনাৰ অনুসন্ধান কৰিয়েই আছে। তেখেতে আপোনাক মিনতি কৰি জনাইছে যেন আপুনি আকৌ উলটি গৈ সিংহাসন গ্রহণ কৰি বাট চাই থকা ৰাজ্য খনক শান্তি দিয়ে। নহলে ৰজা মৰিব -আপোনাৰ মুখ দেখা নেপাব।

লগে লগে যশোধাৰায়ো ন জন আশ্বাৰোহী ছুত পঠিয়াই দিলে। গৈ পাই সিদ্ধার্থক এই কথা কবলৈ কৈ পঠিয়ালে- 'আপোনাৰ গৃহৰ ৰাজ-কুঁৱৰী বাহুলৰ মাক আপোনাৰ মুখ দর্শনৰ কাৰণে আশা কৰি ৰৈ আছে, যেনেকৈ জোনৰ পোহৰত নিশা ফুলা ভেট ফুল পাহে জোনৰ কাৰণে বাট চাই থাকে, সেই দৰেই যশোধাৰায়ো আপোনালৈ বাট চাই আছে। আপুনি যদি হেৰোরা খনিত কৈও অধিক কিবা পাইছে তেস্তে যশোষাবায়ো তাৰ ভাগ বিচাৰিছে আৰু ৰাহুসৰ বাবেও লাগিব। কিন্তু বেচিাধান আপোনাৰ নিজৰ হৈয়েই থাকিব।" আটাইবিলাক ঘোৰাত উঠি চেকুৰ মেলিলে। যি সময়ত বুদ্ধই সেই বেসুবনত বহি ধৰ্ম্ম উপদেশ দি আছিল তেনে সময়তে গৈ আটাইবিলাক স্থত তাত্র উপস্থিত হ'লগৈ। তেখেতৰ বাণী শুনি প্রত্যেক জনেই কবলৈ যোৱা কথ। পাহৰি গ'ল। আনকি বজা শুদ্ধোদন আৰু ৰাজ-কুঁৱৰী যশোধাৰাৰ কথাও তেনেই পাহৰিলে। আটাই- কেউঞ্জন ছতে ৰ লাগি গৰাকীৰ ফালে চাই থাকিল। সেই পরিত্র ওঠ ছুটিৰ পৰা ওপোরা বাণী শুনি আটাইবিলাক ভেবা লাগিল। কেনে গহীন গম্ভীৰ পৱিত্র দীপ্তিময় কথা, তৃত কেইজনো বুদ্ধৰ বাণী শুনি কোনেও নজনাকৈ হাজাৰ হাজাৰ শৰণাথীৰ লগত মিলি গ'লগৈ। কোনো উলটি নোযোরা দেখি ৰাজ-সভার প্রধান বিষণা উদয়াক পঠিয়াই দিলে। সৰুকালত উদয়া সিদ্ধার্থৰ লগৰীয়া আছিল। তেওঁ গৈ যেতিয়া বেহুবনৰ ওচৰ পালেগৈ তেতিয়া কাণত কপাহ গুজি কাণেৰে হুগুনা হৈ ৰ'ল আৰু কো কো করে গৈ গুদ্ধোদন আৰু যশোধাৰাৰ বার্তা বুদ্ধক দিলেগৈ।

তেতিয়া নম্রভারে প্রভুরে যুৰ দোরাই সকলোৰে আগতে ক'লে। নিশ্চয় মই যান, এইটো মোৰ ইচ্ছাৰ ভিতৰত আছিলেই, তাৰ উপৰি তালৈ যোৱাতো মোৰ কৰ্ত্তব্যও। কোনো মানুহেও যেন নিজৰ পিতৃ মাতৃক সম্মান কৰিবলৈ নেপাহৰে। তেখেত সকলেই জীৱন ধাৰলৈ দিয়ে আৰু তেখেত সকলৰ পৰাই জীয়াই থকাৰ উপায় পোরা হয়। এই জীরন সুনিয়ন্ত্রিত হলে আৰু মৃত্যু নহয়। নির্বিঘ্নে মানুহে আশীষ দায়ক নির্ব্বাণ লাভ কৰিব পাৰে। অতীতৰ হৈ যোৱা পাপ প্রক্ষালন কৰি নতুন পাপ যোগ নিদিলে দয়া আৰু প্রেমন বলেৰে পূৰ্ণ হৈ মানুহে সেই নির্ব্বাণ স্বন্দ্বপ শান্তি লাভ কৰিব পাৰে। ৰজাক জানিবলৈ দিবা আৰু ৰাজহুর'বীক শুনিবলৈ দিবা যে মই অলপতে সেই ফালে গৈছো।

এই কথা শুনি কপিলাবাস্তুত আনন্দৰ সোঁত কৈ গ'ল আৰু যুৱৰাজক স্বাগত সম্মান জনাবলৈ উখল মাখল লাগিল। নগৰলৈ সোমোৱা দক্ষিণ ছরাবত উজ্জ্বল তোড়ন সজোরা হ'ল ফুলেৰে সজ্জিত কৰি বিতোপন ভাবে সেই তোড়ন তৈয়াৰ কৰা হ'ল। আলি-বাটত নিম আৰু আমৰ সুগন্ধি পাতবোৰ পাৰি দিয়া হল আৰু অগক, চন্দন আদি সুগন্ধ বাটৰ ধুলি চতিয়াই দিয়া হ'ল। গোটেই নগৰীত পাতাকাবোৰ উৰিবলৈ ধৰিলে। যিদিনা সিদ্ধার্থ আহি নগৰত সোমাবহি সেই দিনা দাঁতবোৰত সোণ খটোরা অসংখ্য হাতী রূপালী হাওদাৰে সৈতে শোভাযাত্রা কৰিবলৈ যুগুত কৰা হ'ল। ঠায়ে ঠায়ে ঢোল নাগৰা বাদক বিলাকক ৰখা হল। সিদ্ধার্থ আহি নগৰ সোমোরা যাত্রকে "সিদ্ধার্থ আহিল, সিদ্ধার্থ আহিল বুলি ঢোল নাগেৰা বজাবলৈ আদেশ দিয়া হ'ল। বা-বিষয়া সকলে ধুপ ধুনা বস্তি অলাই সম্বর্দ্ধনা জনাব, নাচনী ছোৱালীবোৰে ক'ত ক'ত নৃত্য-গীতেৰে ফুল চতিয়াব তাৰো ব্যৱস্থা কৰা হ'ল। যুবৰাজ আহি নগৰ সোমালে যাতে চাৰিউফালে আনন্দ উৎসবৰ হব নৰে আকাশ সুখৰিত হয় আৰু বাট-পথ ফুলেৰে আঠুরনীয়া হয় সেই সকলো যুগুত হ'ল। কাপলাবাস্তুৰ সকলো প্রজাই কে তয়। আছি ৰাজপুত্র নগৰ সোমাবছি আৰু কেতিয়া ঢোল নাগবাৰ শব্দই সিদ্ধার্থ আছিল বুলি ঘোষণা কৰিব এই আশাত কাণ ঠিয় কৰি বৈ আছে।

সকলোতকৈ আগ ধৰি সম্বন্ধনা জনোৱাৰ আশাত যশোধাৰ্য গৈ সেই পশ্চিম দুৱাৰৰ তোড়নও ৰৈ আছে গৈ। ওচৰতে নিগ্রোধ নামে এখন মনোৰম উদ্যান, খাজুৰ, নাৰিকল আৰু বেল গছৰ ছাঁ পৰা সেই উদ্যান খনত একা বেকা বাটবোৰ, ফল ফুলৰ গৎবোৰ খাৰু ডুবৰী বনৰ শয্যাবোৰ চাই থাকিলে চাই থাকিবষ মন যায়, উদ্যানখনৰ পৰা কিছু দূৰত নীহকুলীয়া মানুহবোৰ থকা জুপুৰী ঘৰৰ এখন গাওঁ। উচ্চ শ্ৰেণীৰ মানুহক স্পর্শ কৰা নাইবা উচ্চ সমাজত ফুৰা অধিকাৰ সিহঁতৰ নাছিল। যুরবাজ আহি নগৰ সোমোৱাৰ দৃশ্য চাবলৈ গছৰ ডালত উঠি নাইবা বহুত আতৰত ৰৈ সিহঁতো উদগ্রীর হৈ আছে। এই দৰে বাট চাই থাকোতে থাকোতে দেখিলে তকলা কৈ মুৰ খুবোরা গাত হালধীয়া কাপোৰ পোৱা কোনোবা এজন বৰ ধীৰে ধীৰে সেইকালে আহিছে। আশ্রমবাসী তপস্বীবিলাকৰ দৰে আৰু হাতত এটা মাটিৰ পাত্ৰ লৈ অহা সেই জনৰ লগত হালধীয়া সাজ পিদ্ধা আৰু দুজন আহিছে। কিন্তু হাতত ভিক্ষা পাত্র লোরা জন দেখাত দেৱতাৰ দৰে, গহীন গম্ভীৰ আৰু খোজ কাটল বিলাকো অতি ধীৰ। তেখেত অহাৰ লগে লগে তেখেতৰ পবিত্র দৃষ্টিৰ মধুৰতাই সকলোকে বিমুগ্ধ কৰিলে। তেখেতৰ ভিক্ষা পাত্রত ভিক্ষ। দি মুখলৈ চাওঁতে সকলো আচৰিত হ'ল। কোনে! কোনো দীঘল দি মাটিত পৰিল। কোনোরে আক কিবা দিব লগা বন্ধু আনিবলৈ লৰি গ'ল। কোনোরে দিবলৈ একো নাই বুলি বেজাৰ কৰিলে। ল'ৰা ছোৱালী, ডেকা, বুড়া, দলে দলে আহি তেখেতৰ পিছ ললেছি। ইঞ্জনে সিজনক কাণে কাণে সুধিবলৈ ধৰিলে এখেত কোন? কোন? এনেকুরা ঋষি আগতে দেখিছিলানে বাৰু? যেতিয়া তেখেত নিঃশব্দে আহি সেই তোড়নৰ কাষ পালেহি তেতিয়া সকলো কথা প্রকাশিত হ'ল। যশোধাৰা তেখেতৰ সমুখত ঠিয় দি কাতৰ কণ্ঠেৰে মাত দিলে-"প্রভু সিদ্ধার্থ এই বুলি বৰ ডাঙৰকৈ চকু ছুটা মেলি হাতযোৰকৈ উচুপি উচুপি কান্দি বুদ্ধৰ চৰণত যশোধাৰা বাগৰি পৰিল। কিছু দিনৰ পাছত যেতিয়া এই শোকাতুবা বাজ কুর'ৰী গৰাকীয়ে বুদ্ধৰ উপদেশ লাভ কৰি নিৰ্ব্বাণ লাভৰ পথ অনুসৰণ কৰিলে তেতিয়া এজন শিষ্যই বৃদ্ধক সুধিলে "সকলো প্ৰকাৰ সম্ভোগ বাসনাৰ পৰা যুক্ত হৰলৈ ব্রত লৈয়ো আগেয়ে আপুনি কেনেকই যশোধাৰাৰ প্ৰেমত মুগ্ধ হৈছিল।" ক্ষুদ্র প্রেমৰ পৰাই মহান প্রেমৰ জন্ম হয়। সারধান হবা-ইন্দ্রিয় প্ৰভাৰৰ পৰা মুক্ত হৈ যেন আত্মাক কলুষিত নকৰা। তোমালোক মুক্ত আৰু স্বাধীন, সেই স্বাধীনতাই বিকাশ লাভ কৰিব জ্ঞানৰ কৌশলেৰে ধীবে ধাঁৰে জয় লাভ কৰিহে। মই তিনিটা স্তৰত সুদীর্ঘ কাল কঠোৰ সাধনা কৰাৰ পাছতহে বোধিসত্ব লাভ কৰিছো। প্রথমটো স্তব হ'ল দৃঢ় সঙ্কল্প, দ্বিতীয়টো অভ্যাস, তৃতীয়টো হ'ল বাছনি (নিয়োগ)। মই তেতিয়া সঙ্কল্পৰ স্তৰত আছিলো। কল্যাণ কামনা কৰি জ্ঞানৰ অন্বেষণত আছিলো। তেতিয়া মোৰ চকুত ঢাকণি আছিল। শুনা এই প্রসঙ্গত বহু যুগৰ অতীত কাহিনী এটা কওঁ। সাগৰৰ উপকূলত মই ৰাম নামে এজন সদাগৰ আছিলো আৰু দক্ষিণ ফালে ধন ৰত্নেৰে উপচি থকা লঙ্কাৰ ফালে সদায় চাই আছিলো। সেই সময়তো যশোধাৰা মোৰ লগত আচিল। সাগৰৰ পাৰত এখন গারভ আমি ছয়ে। বাস কৰিছিলো। সেই সময়ত তেওঁৰ নাম আছিল লক্ষ্মী। আমি তেতিয়া বৰ দুখীয়া আছিলো। মোৰ মনত আছে জীবিকাৰ কাৰণে মই বেপাৰ লৈ ঘুৰি ফুৰিব লগীয়া হৈছিল। তেতিয়াও তেওঁ মোক জলে স্থলে ফুবিদলৈ হাক দিছিল আৰু সতৃষ্ণ নয়নেৰে মোক অনুৰোধ কৰিডিল মই যেন আতৰি নেযাওঁ। মানুহে যাক ভাল পায় তাক এৰি থৈ কেনেকৈ যাব পাৰে এই বুলি তেওঁ কন্দনামুরা হৈভিল। তথাপিও মই সাহস কৰি সাগৰত মাণিক বিচাৰিবলৈ ওলাই গৈছিলো। সাগৰৰ গৰ্ভত থকা প্রাণীবোৰৰ লগত যুদ্ধ কৰি বতাহ ধুমুহা আদি বিপদৰ মাজতো নেৰা নেপেৰা চেষ্টা কৰি, এটা বহু মূলীরা মাণিক (দেখিবলৈ জোনটোৰ দৰে উজ্জ্বল) পালোঁ। সেই মাণিক কোনো ৰজাই দেখাহেঁতেন ৰাজ ভড়াল উদং কৰিও কিনিলে হেতেন। বহুত দিনৰ পাছত মই উলটি আহি ঘৰ পালোহি। আহি দেখিলো দুর্ভিক্ষ হৈ গার'ত হাহাকাৰ লাগিছে। মই আহি ঘৰৰ দুৱাৰ মুখ পাওঁতে নৌপাওঁতেই মোৰ সৰ ভোক লাগিল। সেই বহুমূলীয়া মাণিকটো ককালত আঁটি আঁটি বাছি থৈছিলো। দেখিলোগৈ মোতকৈও বেডি ভোকত কাতৰ হৈ লক্ষ্মী মৃত প্রায়; মুখত মাত নাই। তেতিয়া মই চিয় বিবলৈ ধৰিলো:-"কোনোবাই খাবলৈ এসাজ আহাৰ দি লক্ষ্মাৰ প্ৰাণ ৰক্ষা কৰিলে মই তেওঁক এটা বহুমূলীয়া বস্তু দিম। লক্ষ্মীক আহাৰ দিয়া আৰু মোৰ এই জোন যেন মালিকটো লৈ যোরা। এই কথা শুনি এজনে তেওঁৰ সর্বশেষ আহাৰ তিনি সেৰ আটা আনি মোক দিলেহি মই তেওঁক মাক্কিটো দি দিলো।

লক্ষ্মী জীলে, গাত বল পাই হুমুনীয়া এটা পেলাই মোক ক'লে:-"আছ। আপুনি মোক সচাকৈয়ে ভাল পায়", সেই জন্মতো মই হৃদয় আৰু মনক শাস্তি দিবৰ কাৰণে নোৰ মটৰ মাহটো অর্থাৎ মটৰ মাহৰ সমান মাণিকটো ব্যয় কৰিলো, কিন্তু এই বাৰ লাভ কৰা বিশুদ্ধ মাণিক বোৰ সেই বাৰতকৈও গভীৰ পানীৰ পৰা পাইছো, বাৰট। নিদান আৰু কুশল নীতি। এই বিলাক কাহানিও কেতিয়াও বায় কৰিব নোৱাৰি। কেতি- য়াও মোলান নপৰে আৰু ইয়াক বিনামূল্যে বিতৰণ কৰিলেই ইয়াৰ সৌন্দৰ্য্য প্রকাশ হয়। যেনেকৈ ক্ষুদ্র ক্ষুদ্র উই বোৰে অকন অকন মাটি তুলি একোটা হাফলু সাজে আৰু হৰিণীৰ খোজৰ সাচত এটোপ এটোপ কৈ পৰা নিয়ৰৰ টোপাল বোৰো শেষত গৈ অপাৰ সাগৰৰ পানীত পৰেগৈ, সেই দৰেই মোৰ সেই জন্মৰ সেই ক্ষুদ্র মালিকটোৰ দান এই জন্মত আহি অমূল্য দানত পৰিণত হ'ল; আৰু সেই দৰেই প্রেনো ইন্দ্রিয় সমূহৰ পীড়াৰ পৰা মুক্ত হৈ ক্ষুদ্র প্রেম বিৰাট প্ৰেমত পৰিণত হ'ল।

আগৰে পৰা মধুৰ ভাবে পৰিচালিত তৈ থকা যশোবাষাই অতি শান্ত ভাবেই নির্ব্বাণৰ পথত আগবাঢ়িব পাৰিলে।

কিন্তু সিদ্ধার্থই মুৰ পুৰাই তকলা হৈ সাধু সন্ন্যাসীৰ দবে হালধীয়া সাজ পিন্ধি আহিছে আৰু হাতত ভিক্ষা পাত্র লৈ আহিছে বুলি শুনি বজাৰ বৰ খং উঠিল আৰু তেওঁৰ অম্ভবত থকা পুত্র স্নেহ আঁতৰি গ'ল, শুদ্ধোদনে তিনিবেলি মাটিত পুরাই নিজৰ বগা চুলি উদ্বালিবলৈ ধৰিলে। ৰজাৰ ক্রোধ দেখি পাৰিষদ বর্গ ভয়ত কপিবলৈ ধৰিলে, যুদ্ধলৈ যোৱা ঘোৰাটোৰ পিঠিত উঠি উন্মত্ত ভাবে আলি-বাটেদি বেগেৰে যাবলৈ ধৰিলে, বক্তা আহিছে সেরা জনোরা এই কথাষাৰ কবলৈকো প্রজা সমূহৰ সময় নহৈছিল। এইদৰে ৰজা গৈ পশ্চিম দুৱাৰৰ ওচৰ পোৱাৰ আগেয়ে এটা বিৰাট জন সমাবেশ দেখা গ'ল। মানুহৰ হেচাত হেন্দোলদোপ দলদোপ হৈ বাট পথৰ চিন নাইকিয়া হল, এই জন সমুদ্ৰৰ আগত বুদ্ধ। ক্রোধত উগ্র যুক্তি হৈ ৰজা গৈ ওচৰ পোৱা মাত্রকে বুদ্ধৰ পবিত্র দৃষ্টি বৃদ্ধ বজাৰ। চকুত পৰিল গৈ, বুন্ধৰ দৃষ্টি পৰাৰ লগে লগে বজাৰ খং ৰাগ মুহূৰ্ত্ততে নাইকিয়া হ'ল আৰু তেওঁৰ চকু বুদ্ধৰ চৰণৰ ফালে ঢাল খালে, লাজ অপমান সকলো পাহৰি বজা ঘোৰাৰ পৰা মাটিলৈ নামিল। যুবৰাজক সেই বেশত দেখা পাই আৰু তেওৰ বুদ্ধত্বৰ মহিমা জানি বজাৰ মন গম্ভীৰ হ'ল, পার্থিব ঐশ্বর্য্য বিভুতিতকৈয়ো ডাঙৰ গৌৰবৰ অধিকাৰী হৈ, বাজাধিৰাজৰ দৰে পাছে পাছে লাখ লাখ মানুহ বিস্ময় বিমুগ্ধ।

কৰি লৈ অহা বুদ্ধক দেখি ৰজাও অবাক হ'ল। তেতিয়া ৰজাই মাত দিলে "মহান সিদ্ধার্থ আজি আহি আকৌ তেওঁৰ ৰাজ্যত প্রবেশ কৰিলেহি, যাৰ জীৱন ঈশ্বৰৰ জীৱনৰ দৰে সেই জন এইদৰে ভিক্ষা পাত্র লৈ, হালধীয়া সাজ পিন্ধি মুৰ খুৰাই আহিল কিয়? মোষৰ পুত্র এই ৰাজ্যৰ অধিকাৰী আৰু শাক্য- ৰজা সকলৰ উত্তৰাধিকাৰী তুমি এই বেশেৰে কিয়? তুমি তোমাৰ পূৰ্ব্বাপৰ মৰ্য্যাদা অনুযায়ী হাতত উজ্জ্বল অস্ত্র লৈ অশ্বাৰোহী, পদাতিক আদি বিবিধ অণুচৰৰ সৈতে আহিব প্লাগিছিল। চোঁৱা মোৰ সৈন্য সামন্ত সকল বাটৰ কাষত বৈ আছে। সমগ্ৰ নগৰীৰ প্রজাবৃন্দ বৈ আছে। তুমি ইমান দিন আমাক বেঙ্গাৰত থৈ ক'ত আড়িলা। ইমান দিন যশোধাৰাই বিধবা মানুহৰ দৰে বাস কৰিছে। গীত বাদ্য শুনা নাই, অলঙ্কাৰ পিন্ধা নাই আৰু কোনো উৎসবত যোগ দিয়া নাই। তেওঁবিলাকে আজি হালধীয়া সাজ পিন্ধা দেখি সন্তাপ পাইছে। পুত্র কিয় এই বেশ?

বৃদ্ধৰ পৰা উত্তৰ আহিল "মোৰ পিতৃ এইটো মোৰ জ্ঞাতিষ বাঁতি।"

আচৰিত হৈ ৰজাই ক'লে:-"তোমাৰ জাতি? যোরা এশ পুৰুষৰ ভিতৰতো এই বংশৰ কোনো ৰাজ পুত্রই এনে কৰা নাই।"

গৰাকীয়ে উত্তৰ দিলে-মানবী জাতি নহয়। মই যি জাতিৰ কথা কৈছো সেই জাতি চকুৰে নেদেখি। সেই সকল বুদ্ধ। তেনেকুরা বুদ্ধ আগেয়েও আহিছিল আগলৈকো আহিব। মই সেই সকলৰ এজন। তেখেত সকলে আগেয়ে ফি কৰিছিল এতিয়া ময়ো তাকে কৰিছো। আজি এতিয়া যিটো ঘটিছে আগেয়ে এনে ঘটিছিল। এই দুৱাৰতে এজন যোদ্ধা বেশী ৰজাই এজন সন্ন্যাসী বেশী যুবৰাজক লগ পোৱা উচিত এনে ঘটনা আগেয়েও হৈছিল। প্রেম আত্ম সংযমৰ দ্বাৰাই ক্ষমতাশালী ৰজাতকৈও ডাঙৰ ক্ষমতা লাভ কৰি জগতৰ পৰিত্ৰাতা জনে যুব দোরাব লাগে-এতিয়া মই যেনেকৈ মোৰ মুৰ দোৱাইছো। হৃদয়ত থকা সকলো বিষয় আৰু নম্র ভাবেৰে মই আপোনাৰ সুক্ষ্ম ঋণৰ বাবে শ্রদ্ধা জনাইছো। মই লাভ কৰা ৰত্নৰাজিবে সৈতে আজি মই এই ওলগ জনাইছো।

আনন্দিত হৈ ৰজাই সুধিলে 'কি ৰত্নৰাজি?' গৰাকীয়ে অতি নম্র ভাবে ৰজাৰ হাতত ধৰি সেই বিৰাট শোভা যাত্রাৰ লগত আগ বাঢ়িল। ৰজা আৰু কুরবী যশোধাৰা এফালেদি এদতীয়া হৈ বুদ্ধৰ ওচৰে ওচৰে গৈ আছে। গৈ থাকোতে বুদ্ধই ৰজাক কৈ গৈ আছে শান্তি আৰু পবিত্রতা লাভ কৰিবলৈ কেনেকৈ চলিব লাগে। যি চাৰিটা মহা সত্যৰ মাজত সাগৰ সঙ্কুল জ্ঞান লুকাই আছে সেই কথা আৰু আঁঠটা পথ ইত্যাদিৰ কথা আৰু নির্ব্বাণ প্রাপ্তিৰ সকলো উপায় কলে। এইদৰে কৈ আহোতে আহোঁতে ৰাজ কাৰেঙৰ ওচৰ পালেহি। বুদ্ধৰ বাণী শুনোতে শুনোতে যশোধৰাৰ মৰম লগা চকু ছুটিত নতুন জ্যোতি তিৰবিৰাই উঠিল। শুদ্ধোদনে বুদ্ধৰ ভিক্ষা পাত্রটো নিজ হাতত লৈ অমীয়া বাণী পান কৰি কৰি সেইখিনি পালেছি। সেই নিশাই ৰজা আৰু বোৱাৰীয়েক ভুয়ো বুদ্ধৰ অনুশাসন মতে শান্তিৰ পথ গ্রহণ কৰিলে।

সেই সংসাৰ ত্যাগ কৰি ওলাই যোৱা মাজ বাতিৰ স্মৃতি আৰু এই প্রবেশৰ স্মৃতি বুদ্ধৰ জীৱন সোঁৱৰণত কেনে অতুলনীয়। 

34
প্ৰবন্ধ
এচিয়াৰ জ্যোতি।
0.0
১৮৭৯ চনত প্ৰথম প্ৰকাশিত ছাৰ এডউইন আৰ্নল্ডৰ মহাকাব্যিক কবিতা 'দ্য লাইট অৱ এছিয়া' হৈছে বুদ্ধৰ জীৱন আৰু বাৰ্তাৰ আখ্যান। ই দ্ৰুতগতিত এক বিশাল অনুভূতিলৈ পৰিণত হৈছিল আৰু যোৱা ডেৰ শতিকা ধৰি সমগ্ৰ বিশ্বতে ই শক্তিশালীভাৱে অনুৰণন কৰি আহিছে।
1

এচিয়াৰ জ্যোতি (তথাগত বুদ্ধৰ মহান ত্যাগৰ অমৰ কাহিনী) প্রথম অধ্যায়।

6 January 2024
0
0
0

যি জন বুরবাজ সিদ্ধার্থ, গৌতম, শাক্যসিংহ আদি নামেৰে পৰিচিত হৈছিল-বিজন পৃথিবী আৰু স্বৰ্গ আৰু নৰকত অঙ্কুপম, যি জন সর্বব-সন্মানিত আটাইতকৈ জ্ঞানী। অতি ভুলব, অতি দয়ালু, নির্ব্বাণ আৰু নীতিধৰ্ম্মৰ শিক্ষাদাতা-

2

এচিয়াৰ জ্যোতি।

8 January 2024
1
0
0

তেতিয়া এগৰাকী সখীয়ে উত্তৰ দিলে- "ধুনীয়া কোঁৱৰ! প্রথমে আমাৰ ৰাজধানী আছে, মন্দিৰ, ৰাজ-উদ্যান, কুঞ্জবন, তাৰ পাছত শস্যৰ পথাৰ। তাৰ পাছত খাল-ডোং, স্কোপা, জুপুৰী ভৰা বহুল মুকলি পথাৰ। তাৰ পৰা গৈ পাব গৈ ৰজা বি

3

চতুর্থ অধ্যায়

8 January 2024
1
0
0

যিটো হ'ব লগীয়া আছিল সেইটোরেই হ'বৰ সময় ওচৰ চাপি আছিল। প্রভু বুদ্ধৰ সংসাৰ ত্যাগৰ দিন পালেহি। সেই সোণালী ঘৰখনত বিষাদৰ বিননি উঠিল। বজা শোকত মৰহি গ'ল আৰু কপিলাবাস্তু সকলো প্রজ্ঞাই হাঁয়! হায়! কৰিলে। চ'ত মা

4

পঞ্চম অধ্যায়।

9 January 2024
0
0
0

ৰজা বিম্বিসাৰৰ বাজধানী ৰাজগৃহৰ চাৰিউপিনে বেৰি থকা পার্চোটা পর্ব্বত আছিল। বৈভাৰ, বিপুল্ল, তপোবন, শৈল-গিৰি আৰু ৰত্ন-গিৰি। বৈভাৰ সেউজীয়া ঘাঁহ আৰু খাজুর গছেৰে ভবা। বিপুল্লৰ নামনিয়েদি ক্ষীণ সৰস্বতী নৈ বৈ গ

5

৬৪ অধ্যায়

9 January 2024
0
0
0

অৱশেষত যি ঠাইত বিজুলী চমকৰ দৰে অমৰ জ্যোতি আহি সিদ্ধার্থৰ হিয়াত দেখা দিলে, এতিয়া সেই ঠাইৰ কথা কোরা হওক। গঙ্গাৰ পাৰে পাৰে গৈ সেউজীয়া পৰ্ব্বত মালাৰ মাজেদি ওলাই অহা দুখন সৰু নৈ-এখনৰ নাম নৈষজনা আক আনখনৰ ন

6

সপ্তম অধ্যায়

10 January 2024
0
0
0

পুত্ৰৰ শোকত অধীৰ হৈ ৰজা শুদ্ধোদনে সুদীর্ঘ দিন অতি বেজাৰ মনেৰে কটাবলৈ ধৰিলে। তেওঁৰ মুখত মাত নাইকীয়া হ'ল। যশোধাৰায়ো সেই কেই বন্ধৰ বিধবা মানুহৰ দৰে মনৰ হখেৰে দিন নিয়াইছিল। দূৰ দূৰনীত উট চৰাই ঘুৰি ফুৰা উট

7

অষ্টম অধ্যায়।

10 January 2024
0
0
0

কালীৰ পৰা গৰুগাড়ীৰে পাঁচ দিন উত্তৰ পূৰ ফালে গলে এখন বৰ বহল মুকলি পথাৰ পোৱা হয়। খরস্রোতা কোহান নৈৰ পাবত থকা সেই পথাৰখনৰ পৰা উত্তৰ ফালে চালে অমল ধরল হিমালয় পর্বতৰ বাহুৰ শিং যেন জোঙা টিংযোৰ চকুত পৰে। গোট

8

পুত্ৰৰ শোকত

11 January 2024
0
0
0

সপ্তম অধ্যায়   পুত্ৰৰ শোকত অধীৰ হৈ ৰজা শুদ্ধোদনে সুদীর্ঘ দিন অতি বেজাৰ মনেৰে কটাবলৈ ধৰিলে। তেওঁৰ মুখত মাত নাইকীয়া হ'ল। যশোধাৰায়ো সেই কেই বন্ধৰ বিধবা মানুহৰ দৰে মনৰ হখেৰে দিন নিয়াইছিল। দূৰ দূৰনীত উট চ

9

কালীৰ পৰা গৰুগাড়ীৰে

11 January 2024
0
0
0

অষ্টম অধ্যায়।   কালীৰ পৰা গৰুগাড়ীৰে পাঁচ দিন উত্তৰ পূৰ ফালে গলে এখন বৰ বহল মুকলি পথাৰ পোৱা হয়। খরস্রোতা কোহান নৈৰ পাবত থকা সেই পথাৰখনৰ পৰা উত্তৰ ফালে চালে অমল ধরল হিমালয় পর্বতৰ বাহুৰ শিং যেন জোঙা টিং

10

চাৰি

15 January 2024
0
0
0

আয়োজন দেখিয়ে সকলোৱে বুজিব পাৰিলে যে এইবাৰৰ জমিদাৰবাৰীৰ গানৰ আসন আগে হোৱাতকৈ বহুত ডাঙৰ আৰু বেলেগ হ'ব। বিৰাট ৰভা দিয়া হৈছে, বহুত মানুহ বহিব পৰাকৈ ঠাই উলিউল্লা হৈছে, গায়ক গায়িকা বহিবৰ কাৰণে ওখ মঞ্চ সজা হ

11

পাঁচ

15 January 2024
0
0
0

ভাৰতত বৃটিছ সম্রাটৰ ৰাজত্ব। বংগদেশ, অসমত বৃটিছৰ হৈ শাসন কৰিছে ভাবতীয় শাসকে। বংগত ফজলুল হকে, অসমত চাৰ চাহুল্লাই। বংগদেশত প্রাদেশিক চৰকাৰৰ তলত একাধিপত্য চৰকাৰ চলিছে নাৱাব আৰু জমীদাবব। বৃটিছৰ শাসন কটকট

12

সাত

15 January 2024
0
0
0

বাবৰ আৰু জাফৰে মৰীয়ম আৰু চফিকাক জেঠাইৰ ঘৰত চমজাই এক অনির্দিষ্ট পথত খোজ আগবঢ়ালে। আজিলৈকে জমীদাবন ঘৰৰ চাকৰ চাকৰৰ এটিলৈও কোনোরে আঙুলি এটা টোওরা নাই, তেনেস্থলত জমীদাৰৰ মূৰত টোকোনৰ দাষ পোষাই কোন সাৰি যায়?

13

আই

16 January 2024
0
0
0

মাল্লহ সৰহ নহয়, দুখন গাঁৱৰ ১টা মানুহ। এটা পৰিয়ালৰ তিনিটা-মাক বাপেক আৰু এজনী ছোৱালী, সিহঁতৰ সক ডাঙৰ তিনিখন ভাৰত ঘৰৰ বয়বস্তু লামলাকটু সকলো বান্ধি কান্ধত লৈছে। মাক আৰু ছোৱালীজনীৰ গাইপতি একোটাকৈ কাপোৰকানি

14

দ্বিতীয় ভাগ ন

16 January 2024
0
0
0

দক্ষিণৰ আকাশৰ বুকত ক'ৰবাৰপৰা আহি মেঘবোৰ ৰূপ খাইছেহি। আকাণৰ নীলাই দূৰণিত-হাবিয়নিজৰাৰ সিপাৰে- মাটি ছুইছেহি। গঙাচিলনি, শৰালি আৰু বনৰীয়া ৰাজহাহবোৰ অলসভাৱে শূণ্যত উৰি ফুৰিছে। সিহঁতৰ পাখিৰ কঁপনিয়ে কোনো ৰাইক

15

17 January 2024
0
0
0

খৰালিৰ দিনবোৰ লাহে লাহে শেষ হৈ আহিল। আকাশৰ বুকত উৰি ফুৰা মেঘবোৰ ডাঠ আৰু ক'লা হৈ আহিল। গছব কুঁহিপাতবোৰ ঘন সেউজীয়া হৈ আহিল। প্রথমে দিনবোৰ আৰু ক্রমে ৰাতিবোৰ গৰম হৈ আহিল। শালি আৰু মৰাপাটৰ খেতিৰ কাৰণে যোজ

16

দহ

17 January 2024
0
0
0

চাৰিটা বছৰ পাৰ হৈ গ'ল। খবালি গ'ল, বাৰিষা গ'ল। বাৰিষা গ'ল, খৰালি গ'ল। ইয়াৰ মাজতে এবছৰ ডাঙৰ বান নাহিল। সেইবাৰ খেতিও ভাল হ'ল। বাকীকেবছৰ বববান আহিল, খেতি বাতি নষ্ট কৰিলে, ঘৰ দুৱাৰ ভাঙিলে, গৰু ম'হ উটাই ন

17

এঘাৰ

17 January 2024
0
0
0

দৰকাৰী কথাটো এদিন জব্বাৰে বাবৰক ক'লে। কেইবা দিনো চেষ্টা কৰিও বাবৰক অকলে লগ ধৰাৰ সুবিধা কৰিব নোৱৰাৰ কাৰণে মাঘ ফাল্গুন দুমাহত কথাটো কোরা নহ'ল। ইতিমধ্যে গাঁও জুৰি চাৰিওফালে যুদ্ধৰ বাতৰি বিয়পি পৰিব ধৰিলে

18

বাৰ

19 January 2024
0
0
0

ৰূপহী গাঁৱত এখন ডাঙৰ ৰাজহুৱা সভা হৈছিল। চৰকাৰৰ ফালৰপৰা জাননী দি কেইবাখনো গাঁৱৰ মানুহ গোটাইছিল। মন্ত্রী আহিছিল, আৰু বহুত ডাঙৰ মানুহ আহিছিল। নেচনেল ৱাৰ ফ্রন্টৰ অফিছাৰ আহিছিল। কেইবাজনো নেতাই ৰাইজক বুজাই

19

তেৰ

19 January 2024
0
0
0

হাটত বাববে ভালেমান চিনাকি মানুহক লগ পালে। প্রায় সকলোৰে মুখত একেটা কথাৰে আলোচনা-যুদ্ধ লাগিছে, জাপানৰ লগত আমাৰ দেশৰ যুদ্ধ লাগিছে। চৰকাৰে কৈছে যুদ্ধত সকলোৱে সহায় কৰা, কংগ্ৰেছে কৈছে সহায় নকৰিবা। বাবৰে আৰ

20

তেৰ

19 January 2024
0
0
0

জববাৰে খেতিবাতিও কৰা নাই, মিলিটাৰীৰ চাকৰি বা ঠিকাদাৰীও কৰা নাই। সি কিন্তু কিছু টকা কৰিছে। একো নকৰাকৈ সি কেনেকৈ টকা কৰিছে সেইটো বহুতৰে গুণাগথাৰ বিষয় হৈছে। মানুহে কোরাকুই কৰিছে যে বাতি বিয়লি তাক মিলিটা

21

চৈধ্য

22 January 2024
0
0
0

ভালেমানে কথাটো কৈছে। আনকি এদিন নে দুদিন মোবাৰক মাষ্টৰেও কৈছে। বাবৰে কথাটোত সিমান গুৰুত্ব দিয়া নাছিল। গুরুত্ব দিবলগীয়া কথাও নহয়। কিন্তু সেইদিনা ঈদৰ নামাজ পঢ়ি আহি বাবৰ যেতিয়া কাপোৰ কানি পিন্ধি গাঁৱব অন

22

পোন্ধৰ

22 January 2024
0
0
0

যুদ্ধখনে বহুতৰে বহুত দুর্গতি আনিলে। বহুত শাস্তিবে থকা মানুহৰ লটিঘটি হ'ল। বহুত ভৰগাঁও এৰি মানুহ উঠি যাবলগীয়া হ'ল-গাঁৱত যুদ্ধৰ বিমানঘাটী হ'ল, মিলিটাৰী কেম্প হ'ল, স্কুল কলেজৰ ঘৰবোৰ মিলিটাৰী হস্পিতাল হ'ল।

23

বোল

22 January 2024
0
0
0

ছবিফ গাঁওবুঢ়া হঠাৎ অসুস্থ হৈ পৰিল অব, কাহ, গাৰ বিষ। গাঁওবুঢ়াৰ টান বেমাৰ হোৱাৰ কথা কোনোষে ক'ব নোৱাৰে। বব বেছি কেতিয়াবা পানীলগা অৰ হোৱাৰ বাহিৰে অল্প কোনো টান বেমাৰ গাঁওবুঢ়াৰ হোৱা নাই। কিন্তু এইবাৰ গ

24

সোতৰ

22 January 2024
0
0
0

নারেবে নৈ পাৰ তৈ, মাজে মাজে খোজ কাঢ়ি, আফ এডোখষ কোনোবা মিলিটাৰী ঠিকাদাৰ এটাৰ ট্রাকেবে আহি ছদিনৰ মূর্বত বাববহঁত ঘৰ পালেহি। গোটেই বাটছোৱা যাবৰৰ মনটো আনন্দ কৃর্তিত আছিল। বাটৰ কষ্টবোৰ তাব কষ্ট কেন নেলাগিল।

25

উদ্দেশ

23 January 2024
0
0
0

ট্রাক এখনত বেত আৰু বাঁহ ভৰাই লৈ এদিন বাবৰ জাগীৰোডৰ ফালৰপৰা আহিছিল। গিবীণ মাষ্টৰৰ ঘৰৰ আগত গাড়ীখন ৰাখি সি সোমাই গ'ল, আজি কিছুদিন সি এইকালে আহিলেও, মাষ্টৰণী বাইদেউৰ খবৰ কৰিব পৰা নাই। মাষ্টৰণী ঘৰতে আছিল।

26

বিশ

23 January 2024
0
0
0

কলিকতা মহানগৰীৰ অলিয়ে-গলিয়ে পূব বংগৰ ভোকাতুৰ মানুহৰ অভূতপূর্ব ভিষ। য'তে ত'তে খাবলৈ নেপাই মৰা মানুহৰ মৰা শ। এই মানুহবোৰক কিবা খাবলৈ দি জীয়াই ৰখাৰ সমস্থাটোতকৈ চৰকাৰৰ ডাঙৰ সমস্যা হৈছে য'ত ত'ত মৰি পৰি থকা

27

একৈশ

23 January 2024
0
0
0

আকাশখন নতুন। একৈশ ডাৱৰৰ চপৰাবোৰত কৰোবাৰ ঘন ক'লা চুলিৰ আউলি বাউলিব কোমল ছাপ। বহুত ডাৱৰ, সিহঁত ক'ৰবাৰপৰা আহি আহি প খাইছেহি। মেঘৰোবৰ বুকত যেন বুজিব নোৱৰা কিছুমান কথাই গান হ'বৰ কাৰণে উখল-মাখল লগাইছে। ব

28

বাইশ

24 January 2024
0
0
0

ট্রাকখন আকৌ পিছবেলা আহিব। মিলিটাৰী মাল বোজাই কৰি আনি বাবৰকো লৈ যাব। আগবেলাটো বাবৰৰ হাতত আছে। ৰাতিপুৱা শুই উঠি, চাহু তাহ খাই, বাবৰ গাঁওবুঢ়াৰ ঘৰলৈ, অর্থাৎ বাবৰৰ নিজৰ ঘৰলৈ গ'ল। গাঁওবুঢ়াৰ স্বাস্থ্য আ

29

তেইশ

24 January 2024
0
0
0

মৰীয়মে বিয়াৰ কথা কয়, কামৰাণে বিয়াৰ কথা কয়, গাঁওঢ়াই বিয়াৰ কথা কয়, আনকি কেম্পত ঠিকাদাৰ ভূমিধৰ শৰ্মায়ো বিয়াৰ কথা কয়। বর্তমানত বাবৰৰ কাৰণে যেন একমাত্র কৰিবলগীয়া কাম বিয়া-আৰু একো নাই। টকা পইচাও হৈছে, ঘৰবাৰ

30

চৌবিশ

24 January 2024
0
0
0

মাত্র দুদিনৰ অসুখ-গ্রহণী, তেজ গ্রহণী, তাতেই জালাল বুঢ়া ঢুকাই থাকিল। বিশেষ চিকিৎসা কৰোৱাৰ সময়েই নহ'ল। প্রথম দিনা মুছলিমাই ঠেকেৰা পানী আৰু কিবাকিবি খাবলৈ দিছিল। দ্বিতীয় দিনা ইব্রাহিমে ডাক্টৰ মতাইছিল। কি

31

পঁচিশ

24 January 2024
0
0
0

কথাটো স্পষ্ট হৈ পৰিল, আৰু এই বিষয়ে কাৰো সন্দেহ নেথাকিল যে ছবিফ গাঁওবুঢ়া আৰু সৰহ দিন নিজীয়ে। বাবকেও এই কথা বুজিব পাৰিলে। প্রায় সকলোৱে বাবৰক পৰামর্শ দিলে. যে গাঁওবুঢ়াৰ জীৱনৰ শেষ ইচ্ছাটে। পূৰণ কৰাটো তা

32

ছাব্বিশ

24 January 2024
0
0
0

বহুতে ভাবিছিল-নহ'ব, বহুতে আশা কৰিছিল নহওক, আৰু সর্বসাধাৰণে কামনা কৰিছিল-যিমান সোনকালে হয়-হওক।। হ'ল। কিছু অপ্রত্যাশিতভাবেই যুদ্ধখন বিশ্বজোবা দ্বিতীয় মহাসমৰখন এদিন শেষ হৈ গ'ল। কিয়, কেনেকৈ, ক'ত যুদ্ধখন

33

সাতাইশ

24 January 2024
0
0
0

বিধানসভাৰ সাধাৰণ নির্বাচনৰ দিন ওচৰ চাপি আহিল। দেশ জুৰি উখল মাখল হুলস্থুল বাড়ি আহিল। কলেজ স্কুলৰ ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি সকলোৰে মুখত কেৱল নির্বাচনৰ কথা, ভোটৰ কথা, কংগ্ৰেছৰ কথা, মুছলিম লীগৰ কথা। নিতৌ

34

আটাইশ

24 January 2024
0
0
0

বতৰ বৰ ভাল আছিল। খেতি বৰ ভাল হৈছিল। বাববে নতুনকৈ সজোৱা উড়ালটো গুটি আৰু গছি ধানেৰে উপচি পৰিছিল। অতদিনে তাৰ ধান গাঁওবুঢ়াৰ উড়ালতে থৈছিল। ঠিকাদাৰীত লাগি থকাৰ কাৰণে সি খেতিত বৰকৈ লাগিবও নোৱাৰিছিল। এই এই ব

---

এখন কিতাপ পড়ক