ভাৰতত বৃটিছ সম্রাটৰ ৰাজত্ব।
বংগদেশ, অসমত বৃটিছৰ হৈ শাসন কৰিছে ভাবতীয় শাসকে। বংগত ফজলুল হকে, অসমত চাৰ চাহুল্লাই।
বংগদেশত প্রাদেশিক চৰকাৰৰ তলত একাধিপত্য চৰকাৰ চলিছে নাৱাব আৰু জমীদাবব। বৃটিছৰ শাসন কটকটীয়া: জমীদাৰ-নারাবে সময় মতে প্ৰজাৰপৰা খাজনা আদায় কৰি চৰকাৰ ঘৰত জমা দিব নোৱাৰিলে জমীদাৰী নিলামত যায়, ধনী জমীদাবে কম ধনী জমীদাৰৰ জমীদাবী কিনি লয়। জমীদাৰী যাবে হয়, প্রজাও তাবে হয়। মাটি আৰু প্রজা উভয়েই জমীদাৰৰ সম্পত্তি।
অসমত ভাটি ফালে দুখনমান সক ডাঙৰ জমীদাৰী। বাকী অংশত বায়তৱাৰী ব্যৱস্থ।। মৌজাদাৰ তহচীলদাৰ গাঁওবুঢ়াই প্রজাৰ খাজানা তুলি চৰকাৰৰ ঘৰত জমা দিয়ে। খাজানা দিব নোৱৰা জনৰ মাটি ভেটি নিলাম ক্রোকত যায়, গরু ছাগলী কাঁহী বাটি, সাঁচভীয়া আ-অলংকাৰ বেচি খাজানা আদায় কৰিব লাগে। দুখীয়া খেতিয়কৰ কাৰণে মৌজাদাৰৰ টেকেলা সাক্ষাৎ যমদূত। গাঁওখনত পাক এটা মাৰিলে আলু কচু লাও বেঙেনা শাক মাছেবে টেকেলাব ফেনা ওফন্দি উঠে। খেতিয়ক মাটিৰ মালিক হয়নে নহয়, তাব প্রমাণ হয় খেতিয়কে বছৰেকীয়া খাজানা আদায় দিলেনে নাই তাৰ ওপৰত। আচলতে মাটিৰ প্রকৃত মালিক চৰকাৰছে, খেতিয়ক হৈছে মাটিৰ পট্টাখনৰ মালিক।
এফালে দাবোগা আৰু পুলিছ, আনফালে মাটিহাকিম (এছ ডি ছি) আক মণ্ডল কানুনগোয়েই হৈছে খেতিয়ক বাইজৰ প্রকৃত চৰকাৰ। মোকর্দমা নেলাগিলে গাঁৱৰ খেতিয়ক বাইজন নসবত থকা হাকিম মূল ফৰ লগত কোনো সম্পর্ক নাই। খাকী হাফপেন্ট আৰু থাকী কামিজ পিন্ধা, মূৰত ৰঙা পাণ্ডবী মবা কন্ট্রবল গাঁরব ৰাইজৰ ত্ৰাসৰ বস্তু, মাহিলী দৰমহা তিনিটকা, যদিও পুলিছয পাৱাৰৰ সীমা কোনেও ক'ব নোৱাৰে, যি পুলিছে গাঁৱৰ গাঁওবুড়া আৰু কেতিয়াবা মৌজাদাৰৰ পুতেককে। 'বেছ' (এবেষ্ট) কদিব পাবে। পুলিছৰ শক্তি আৰু মাহাত্ম্যক কোনে স্বীকাৰ নকৰি পাৰে?
অখণ্ড, প্রবলপ্রতাপী বৃটিছৰ শক্তি।
অখণ্ড ভাৰতবর্ষ, অখণ্ড নারাব জমীলাৎ জোতদাৰৰ শাসন আক শোষণ।
আৰু অখণ্ড ভাবতীয় কৃষকৰ জীৱনতবা ভূখ। দিল্লীত ভাৰত চৰকাৰ থাকে।
কলিকতাত থাকে বংগদেশৰ চৰকাৰ।
আক চিলগুত থাকে অসম প্রদেশেৰ চৰকাৰ।
দিল্লীৰপৰা কলিকতালৈ বেল চলে, আৰু কলিকতাৰপৰা ৰাণাঘাট পোড়াদহ, ঈশ্ববদি, সান্তাহার, পার্বতীপুর, লালমণিবহাট আক গোলকগঞ্জ হৈ গুৱাহাটী, তিনিচুকীয়া ডিগবৈ, লিড়লৈ বেল চলে। আনহাতে আসাম বেংগল বেলে ঠেঙলি মেলিছে লামডিং বদপুষ ছিলেট ঢাকা হৈ চাঁদপুৰ চিটাগাং পর্য্যন্ত।
ব্রহ্মপুত্রত জাহাজ চলে-কলিকতা ঢাকাবপৰা মাল বোজাই নিয়। জাহাজ-কয়লা নিমখ ডাইল কাপোৰ। উজনিৰপৰা বোজাই কবি খানে চাহপাত ধান। বঙালী আাক এংল' ইন্ডিয়ান ড্রাইভাবে •বেল চলায়। ঢাকা মৈমনচিং চিটাগাং চাঁদপুষৰ বিয়াইতে জাহাজব চোকে খালাছী কবে।
বেল জাহাজ সকলোরে বৃটিছ চনকারব বাজউড়াললৈ ভাবকন খেতিয়কৰ বন্ধুৱাৰ ধনীৰ দুখীয়াৰ ঘামেবে অর্জন কৰা উৎপাদনৰ সাবখিনি কড়িয়ায়।
অসমত তেতিয়া ব্রহ্মপুত্র আৰু বৰাকৰ পাবে পাবে সক সক নগৰ-ডিব্ৰুগড় যোৰহাট তেজপুৰ গুৱাহাটী ধুবুৰী চিলচন ছিলেট। খাছীয়া জয়ন্তীয়া পাহাৰৰ টিভত ভূস্বর্গ চিলঙত বৃটিছ অসমৰ সুষম্য বাজাধনী, ধনী চৰকাৰী আমোলা, মন্ত্রী সভাসদব বাসস্থান আক কার্য্যক্ষেত্র।
ব্রহ্মপুত্র উপত্যকাৰ গাঁও নগৰ গঢ়ি তুলিছে ব্রহ্মপুত্রৰ সোঁত আক গতিয়ে। অগ্নিগড়, ভুৱনেশ্বৰী, নেতাই ধুবুনীক বলে নোয়াবি বৰলুইতে সেৱা কৰি নিজৰ বাট উলিয়াই বৈ গৈছে। কিন্তু ডিবুক, মাজুলী, নগাঁও, গোৱালপাৰাক চল পালেই ব্রহ্মপুত্রই হেঁচি ঠেলি উটাই ঢৌৱাই বুৰাই নাকনিকাননি কৰিছে। তথাপি অসমৰ খেতিয়ক বাইজে লুইতক এবি আঁতবি থাকিব নোৱাৰে, বৰলুইতৰ উপৰিও নৈ উপনৈ জান জুৰিব পাৰে পাৰে কৃষকৰ স্থায়ী অস্থায়ী ঘর্ষ, গাঁও, স্থায়ী অস্থায়ী সংসাৰ।
খেতিয়কৰ অসম দুখন।
এখন বাৰিষাষ, এখন খৰ্যালিব,। জুয়োখন অসমকে ভাতে পাতে
বৰলুইতে, অন্তান্ত নৈৰোৰে।
মান ভগনত অসমত বহুত মাজুজ মবিল। মাৰি মৰকত বছবি বহুত মানুহ মৰে। বাণ বৰষুণেও বছৰি কিছু সামৰে। নগৰবোৰত থলুরা পক্ষরা মানুহ খুপ খায়। ঘৰৰ ওপৰত ঘৰ সাজে, বাবিবা কালিব পৰুৱাৰ দবে লাক বান্ধি থাকে। গাঁৱৰ ল'ৰাই চাকৰি লৈ চাকৰি বিচাৰি নগৰলৈ আহে। দিনৰ দিনটো অফিছে অফিছে, ডাঙৰ মানুহৰ পছলিয়ে পছলিয়ে আলিয়ে আলিয়ে খুবে। গধূলি ভোকে লঘোনে, হেলাই হেকাই খুবি আহে।
কিন্তু গাঁৱত মামুহৰ হেঁচা নকমে, ঘবে ঘবে কেঁচুয়া ওপজে- ভিনিকুবি বহুবীয়াৰ পৰা ঝুরি বহুবীয়ালৈকে সকলোত্রে বিয়া কৰায়। খেতিৰ পথান লেবাড়ে, ভড়াল ডাঙন নহয়, খাওঁতা বাড়ে, ভাত খোৱা মুখৰ সংখ্যা বাড়ে।
তথাপি তেতিয়াও অসমৰ নগাঁও, লক্ষীমপুষ, নবং, কামরূপ আক গোৱালপাৰা জিলাত পৰি আছিল বিস্তব অনাবাদী মাটি, জলাহ মেটেকানি, হাবিয়নি, নৈষ চৰ-চাপৰি। ভাত থাকে মাছ কাছ বনবীয়া জঙ্ক চৰাই। তেনে কিছুমান ঠাইত কোনো-কাহানিও মাল্লহুব ভৰিখোজ পৰা নাছিল। খৰালি কিছুমান জলাহ পিতনি মেটেকানি গুকায়, বাবিদা আকৌ পানীৰে ভৰি পৰে-সাগৰ যেন হয়। বাদিবা পানীৰে আধা ডুব যোৱা হাবিবোবো খৰালি শুকায়। ক'ববাজ বৈ যায় একোখন বিল, ক'ৰবাত ৰৈ যায় পানীৰ ডোবা, কুষ, ছোঙা। মাজে মাজে বনৰীয়া জন্তু অহাযোৱা কৰা ৰাট ওলায়, বনৰীয়া হাতী ম'হ গাহৰি হৰিণাপহু সেইবোৰ বাটেদি অহাযোৱা কবে, মানুহ অহাযোরা নকৰে, নোয়াবে। সাপ বাঘ বান্দব শিয়ালব ৰাজহুত নব-মনিষ সোমাব নোৱাৰে।
কিমান হাজাৰ বছৰ এই পিতনি, এই অবণ্য, এই হাবিব মাজন বিল, এই হাতীপটি এনেকৈয়ে আছে কোনোয়ে ক'ব নোয়াবে। যিবোৰ হাবিতলীয়া জাক হাবিকাষৰীয়া মানুহ, নৈপৰীয়া মাদুহ, তেওঁলোক যি আবাদী মাটি আছে তাতেই সন্তুষ্ট। নতুন হাবি ভাঙি, পিতনি পুতি বসতি থাপন কৰাৰ দৰকাৰ তেওঁলোকে উপলব্ধি নকৰে; পিতৃপুৰুষৰ পৰা পোৱা মাটি কেডাকে ভগাই মেলি, দন কাজিয়া কবি তেওঁলোক বর্তি থাকে। আর্জন কমি আায়ে, খারৈয়া খাচি আছে, তেওঁলোকে একো নকৰে।
পাবো পাহাৰৰ দক্ষিণত বংগদেশৰ মৈষনচিং জিলা-খেতিয়কৰ জিলা, পাকৈত নারৰীয়াৰ জিলা, প্রতি বছবে অহ্মপুত্রৰ বামে চৌরাই চকরা পড়ুয়াকে নহয়, দূবষ গাঁরকো পানীষে বুঝোরা জিলা, চ'তব শেখুব কালবৈশাীরে চাহিমুহি সুচবি সামৰি থবেযানীয়ে ধূলিভাক্ত কথা জিলা।
মাজত গাৰো পাহাৰৰ ওখ প্রাচীৰ, আৰু বৰলুইতৰ ভটিয়নী সোতৰ হেঙাৰ। তথাপি ঊনবিংশ শতিকাৰ সপ্তম অষ্টম দশকৰ পৰা মৈমনচিত্তৰ, নোৱাখালীৰ ভূমিহীন কৃষকে জমীদাৰৰ উৎপীড়নৰ পৰা ৰক্ষা পৰাৰ আশাত আৰু খেতিৰ মাটি পোৱাৰ আশাত সক সক দল বান্ধি অসমৰ মাটিত আশ্রয় ল'বলৈ আৰম্ভ কৰিছিল। লগত আনিছিল নিজৰ ভাষা, নিজৰ গীত মাত, নিজৰ দাৰ্যি আৰু নিৰ্য্যাতনৰ কাহিনী, নিজৰ ধর্ম, বীতি নীতি, ভাল আক বেয়া সংস্কাৰ। বহুতেই, প্রায় সকলোরেই-পিছলৈ এৰি থৈ আহিছিল পুরুষ পুৰুষৰ জীৱনক ছুই ছুই ৰূপ লোৱা শেষ নোহোৱা সাধুকথাৰ স্মৃতি-অাৰু অনিশ্চিত ভৱিষ্কৃতৰ নিৰাধাৰ স্বপ্ন।
সিহঁতে খেতিৰ মাটি বিচাৰি আহিছিল, জীয়াই থকাৰ এক নিশ্চিত অৱলম্বন বিচাৰি আহিছিল। সবহভাগেই আছিল সম্পূর্ণ নিঃস্ব নিঃসম্বল দৰিদ্র। সবহভাগেই আছিল নিৰক্ষৰ আৰু অশিক্ষিত। কিন্তু প্রায় সকলোরেই আছিল ধর্মভীক, ধার্মিক; ধৰ্মকাৰ্য্য সমাপনৰ ক্ষেত্রত গোড়া। আক কর্মঠ খেতিয়ক।
ঘৰত বোরা লুভী ভূখন, যগা কপাহী কাপোৰৰ টুপিটো, এটা বনিয়ন বা কুর্তা, দা'খল, হুটা ব. এটা এলুমিনিয়মৰ ডেচি কেৰাহী বাচনবাটিৰ টোপোলা কান্ধত লৈ সিহঁতে চিনাকি গাওঁ, চিনাকি 'দেশ' এবি আচামলৈ বুলি যাত্রা কৰিছিল-কোনোবাই কোনোবা বেলষ্টেচন পাবলৈ মাইলৰ পিছত মাইল খোজ কাঢ়িছিল, বাটত কোনোবা গছৰ তলত বাতি কটাইছিল, টোপোলা বান্ধি অনা চাউল মুড়ি চিবাৰে ভোক মাৰ নিয়াইছিল। হাঁহ কুকুৰা ছাগলী বেচি গোটোৱা পইচাকেটাবে বেলৰ তৃতীয় শ্রেণীব টিকেট কিনিছিল, আক পাৰিলে লুকাই চুৰকৈ বা গার্ড, টিটি ইক অলপ পইচা দি বিনা চিকেটে বেলত উঠিছিল, আক হ'তে ধবা পেলাই নমাই দিয়ে তাতে নামি পৰিছিল।
88
অচিনাকি নতুন দেশত, অচিনাকি বেল ষ্টেচনত নামি শংকা, সন্দেহ, আশা নিবালাবে, অচিনাকি মানুহৰ গাঁয়লৈ গৈছিল-আজয় বিচাবি।
আচামৰ মানুহে এই মানুহখিনিৰ চিনাকি দিছিল-মিয়া বুলি, আক ঢাকা চাঁদপুৰ বৰিশাল নোয়াখালী কুমিল্লা ছিলেট য'বেপবা নাহক-সকলোকে বুলিবলৈ লৈছিল 'মৈমনচিল্কীয়া'।
কপর্দকহীন নিঃসম্বল এই মিয়াহঁতৰ কোনোবাই দিয়া ভাতমূর্তি বা ভড়ালৰ আগ বা মাবল ঘৰৰ পিষালীব আশ্রয়কণৰ কাষণে দিবপৰা ধনবিত একো নাছিল, আছিল কেরল কায়িক শ্রম দিব পৰা তীখা যেন কঠিন দেহাব শ্রমশক্তি। তাকেই সিহঁতে দিছিল, হাতত অনা দাখনৰ সহায়ত, কোনোৰা গৃহস্থৰ কোবখনৰ সহায়ত সিহঁতে অসমৰ মাটিৰ বুকত শহু উৎপাদনৰ কামত লাগিছিল, ক্রমে লাগি পৰিছিল পথাৰৰ খেতিৰ কামত-লোকৰ মাটিত কালোয়া কবি।
ক্রমে সিহঁতৰ কোনো কোনোরে হুর্গম পিতনি, মেটেকানি আক অগম্য বনাঞ্চলত খেতিব মাটি ভাঙি উলিইয়াত লাগিছিল। খৰালি পাম পাতিছিল, বাৰিষাৰ বানে উটাই নিছিল। লক্ষীমপুৰ নগাঁও দবং কামরূপ গোৱালপাৰাৰ মাজেদি বৈ যোৱা বৰ লুইত ব্রহ্মপুত্রব বালি চাপৰিয়েই আছিল সিহঁতৰ নতুন 'দেশ', নতুন মাতৃ, নতুন জীৱনদায়িনী ধাত্রী।
সক সক মানুহৰ দল-বিক্ষিপ্ত বিচ্ছিন্নভারে ঋতুরে ঋতুরে সর্ব সাধাৰণৰ অলক্ষিতে এনেদবে আছি আছি, অসমৰ নগৰ চহৰৰপৰা দূৰত পৰি থকা গাঁৱৰ ওচবে পাঁজবে বহুা পাতি, পাম পাতি, সক গাঁও পাতি এচাম নতুন খেতিয়কৰ আবাসভূমি বচনা কৰিছিল। ৰাম বৰষুণ বুমুহা মহামানীৰ লগত অবিবাম যুজ কবি কবি জীয়াই থকাৰ সংগ্রাম কৰিছিল। 'রক্ত' হ'লেই, সময় হ'লেই, বেলিৰ ফালে চাই, গার আন্দাজড পদাব, চোতাল, ভিতৰ বাছিব ব'তেই নেথাকক অজু কবি নামাজ পড়ি লৈছিল, বমজান মাহত বিলব ফিনটো যোজা ৰাখিছিল, আাক দিনৰ দিনটো কাম কৰিছিল। মাটিন বুকত জীবন আছে, জীৱনৰ অক্ষয় প্রতিশ্রুতি আছে, নির্ভয় আছে, বিচাৰিব জানিলে মাটিয়ে সকলো দিয়ে-ভাত পানী সোণ ধন ঐশ্বর্য্য সম্পদ।
সিহঁতে বিচাৰে, দুয়ো হাতে বিচাৰে। জুয়ো হাত পাতি লয় মাটিৰ-প্রকৃত্তিব অকৃপণ দান।
এইয়া এদিনৰ কথা নহয়।
এবছৰ দুবছৰৰ কথা নহয়।
এক পুৰুষ, দুপুৰুষৰ কথা নহয়। এইয়া বছৰ বছৰৰ মাজেদি বাগৰি অহা এক দীঘলীয়া পৰিক্রমা, জীৱনৰ সন্ধানত দেশ এবি দেশাস্তবলৈ প্রব্রজনন এক শেষ নোহোৱা সাধুকথা।
প্রথম মহাসমৰ শেষ হ'ল। দেখত অসহযোগৰ বিপ্লৱ হ'ল, আন্দোলন হ'ল, সাম্রাজ্যবাদৰ সিংহাসনৰ খুটাৰ তলত ভূ'ইকঁপৰ কঁপনি অনুভৱ হ'ল, বিলাতত খুবণীয়। মেজমেল হ'ল, ভাৰতত স্বায়ত্ত শাসন হ'ল।
আসাম-বেংগল বেল চলি থাকিল, ব্রহ্মপুত্রত জাহাজ চলি থাকিল, দবিজৰ ওপৰত শোষণ নিপীড়ন চলি থাকিল।
তাৰ লগে লগে চলি থাকিল ভাগ্যান্বেষী অনা-অসমীয়াৰ অসমলৈ অহাৰ অবিৰাম সোঁত। তেতিয়াও ভাবতবর্ষ এখন দেশ। বংগদেশ, বিহাৰ, উড়িয়া, অসম তাবেই একোখন প্রদেশ। প্রত্যেক প্রদেশতে নিজ নিজ সুকীয়া চৰকাৰ থাকিলেও, সকলো প্রাদেশিক চৰকাব কেন্দ্রীয় চৰকাৰৰ তলত। মেপত প্রতিখন প্রদেশৰ সীমাৰেখা একা আছে, মাটিৰ বুকত সেই সীমারেখা আঁকিছে নদী, পর্বত, কোনো স্থায়ী প্রাকৃতিক ছেদচিহ্নই। এঠাইব মানুহ অন্য এঠাইলৈ বোৱাত প্রশাসনীয় বাধা নাই, আছে ভৌগোলিক আৰু প্রাকৃতিক বাধাছে। এইবোৰ বাধা অতিক্রম কৰি অসমৰ মাটিৰ বুকলৈ পুষ বংগব মিয়াইত আহি থাকিল। ক'ৰবালৈ আছিল একোটা পবিয়াল, পুকষে তিৰোতাই ল'ৰাই ছোয়ালীয়ে। ক'ৰবালৈ আছিল একোখন গাঁৱৰ একোটা চুবুৰিৰ সকলোটি মানুহ। নতুন গাঁও পাড়ি বহিলছি। ক'ৰবাত বেলেগ বেলেগ ঠাইব মিয়া আহি বাটত লগ লাগি নতুন গাঁও পাতিলেহি।
অসমৰ বস্তুতে ক'ব নোৱাৰিলে, বহুতে নেদেখিলে, বহুতে দুবুজিলে সিহঁত অহাত কোনোরে যেয়া নেপালে। বছতে ভাল পালে সন্তাত কামনা' বিচাৰিলেই পোষান কাবপে, দিলৰ দিনটো মৰিকৰি পথাৰত কাম কৰি দিয়া এবিধ নতুন খেতিয়ক পোৱান কাৰণে। বান ধৰষুণৰ লগত যু'জিয জনা, বনবীয়া জন্তুৰ লগত ৰু'জিব জনা, কঠিন মাটিৰ বুকৰ পৰা কোমল শস্ত্র উৎপাদনৰ কৰিষ জনা, নিৰক্ষৰ নিষর ধর্মভীক নতুন প্রতিবেশী পোৱাৰ কাৰণে।
এই মিয়াহঁতৰ অসমত থিতাপি হোর। কার্য্যই যে কোনেও গম নোেপাৱাকৈ অসমৰ অর্থনীতিত এক ৰূপান্তৰ সংঘটিত কৰিবলৈ ওলাইছে সেই কথাত বহুতে বুজিব নোৱাৰিলে।
নগৰ চহৰৰ শিক্ষিত অসমীয়া মধ্যবিত্ত তেতিয়া বেল, ভাষষব চৰকাৰী কাৰ্য্যালয়ত কাম কৰা বঙালী' চৰকাৰী কেবেলী মহবী কেটাৰ প্রভার প্রতিপত্তির বিকদ্ধে নিষ্ফল আস্ফালন কৰাত ব্যস্ত। পূব বংগৰপৰা ক্রমবর্ধমান সংখ্যাত এইসবে অসমলৈ মানুহ আহি থকাৰ সম্ভাব্য ৰাজনৈতিক প্রতিক্রিয়াব সম্পর্কেও তেতিয়া কোনেও নেভাৰিলে।
কিন্তু ক্রমে সেই সময়ৰ ৰাজনীতিবিদসকল এই প্রব্রজনন বাজনৈতিক তাৎপর্য্য সম্পর্কে সজাগ নছৈ নেখাফিল। কোনো কোনোরে অসমৰ ভরিগুত্তন সম্পর্কে আশংকিত হৈ মৈমনচিণ্ডীয়ান এনেদবে অসমলৈ অবাধে আহি থকাত বাধা দিয়াৰ প্রয়োজন বোধ করিলে। কোনোবাই সংখ্যা নিয়ন্ত্রণন পরামর্শ দিলে। কোনোবাই এই বহিবাগত বিলাকৰ কাষণে ঠাই নির্দিষ্ট কবি সীমা নির্ধাবণ কথাব দাবী জনালে। কোনোবাই লাইন ছিষ্টেমৰ ব্যৱস্থা কৰাৰ ওপৰত গুরুত্ব দিলে। অসমৰ বনাঞ্চল ৰক্ষা কৰিবষ কারণে, অসমৰ অনাবাদী ভূখণ্ডক ভৱিষ্যতৰ অসমীয়া কৃষকৰ কাৰণে সংৰক্ষিত কৰি ৰাখিবন কাৰণে, অসমৰ জনসংখ্যা অস্বাভারিকভারে বৃদ্ধি পোৱাত বাধা দিবৰ কাৰণে, মৈমনচিত্তীয়া অসমলৈ জধেমধে আহি থকাৰ বিৰুদ্ধে ৰাজনৈতিকভাৱে আৰু সাধাৰণভারেও এই মানুহবিলাকৰ বিৰুদ্ধে জনমত গঢ়ি তোলা হ'ব ধৰিলে, বহুতে মৈমনচিভীয়া খেতিয়ক দলে দলে অসমলৈ আহি বসতি কৰিবলৈ লোৱাত অসমত মুছলমানৰ সংখ্যা বৃদ্ধি কৰাৰ গোপন ষড়যন্ত্র দেখা পালে। অসমৰ 'প্রধানমন্ত্রী' চাৰ চাহুল্লা আৰু বংগদেশৰ প্রধানমন্ত্রী ফজলুল হক, নিজামুদ্দিন আদি লগ লাগি, অসমক মুছলমান সংখ্যাগৰিষ্ঠ প্রদেশ কৰিব খুজিছে বুলি মুকলি সমালোচনা আৰু অভিযোগ উত্থাপন কৰা হ'ব ধৰিলে। চৰকাৰে লাইন ছিষ্টেম প্রৱর্তন কৰিবলৈ বাধ্য হ'ল। অসমত মৈমনচিঙীয়াৰ সন্যাই এক গুৰুত্বপূৰ্ণ ৰাজনৈতিক সমস্তাৰ আকাব ধাৰণ কৰিলে। মৈমনচিঙীয়াই থলুৱা ৰাইজৰ ওপৰত কৰা নানা অপকর্মৰ কাহিনী প্রচাৰ হ'ল। তেওঁলোকৰ বিৰুদ্ধে এক বিদ্বেষৰ মানাভাব ক্রমে প্রকট হৈ উঠিব ধৰিলে।
এই সকলোবোৰৰ মূলত আছিল অসমৰ আত্মৰক্ষাৰ প্রশ্ন, অসমৰ গতিহীন স্থবিৰ অর্থনীতিলৈ অহা পৰিৱর্তনৰ সম্ভাব্য পৰিণামৰ বিষয়ে অনিশ্চিত ধাৰণা, লগে লগে চৰকাৰে কৃষকৰ সংস্থাপনৰ কোনো নির্দিষ্ট নীতি অনুসৰণ নকৰাৰ অৱকাশতে এই বহিৰাগত সকলক নিজ নিজ বাজনৈতিক স্বার্থ পূৰণৰ কাৰণে অস্ত্রৰূপে ব্যৱহাৰ কৰাৰ আঁচনিও কোনো কোনো বাজনীতিবিদে নকৰি নেথাকিল।
এনেকৈয়ে ভাবত আৰু অসমৰ বাজনীতি চলি থাকিল। 'আচাষ- বেংগল' বেল চলি থাকিল। খোজ কাঢ়ি আক বেলে জাহাজে বগাই অসমলৈ মৈমসচিন্তীয়া অস্থা চলি থাকিল।
১৯০০-১৯১০-১৯২০-১৯৩০-১৯৩৬।
ঊনৈছশ ছয়ত্রিছ চন।
ইতিমধ্যে লক্ষীমপুৰ, দৰং, নগাঁও, কামৰূপ জিলাব, গোৱালপাৰা জিলাব বহু অনাবাদী হাবিতলীয়া মাটিত সৰু ডাঙৰ বহু মৈমনচিভীয়া তাত থিতাপি হৈ বহিছে। কেতিয়াবা এনেদৰে খিতাপি হৈ বহি লোৱ। মৈমনচিত্তীয়ায়েই নিজৰ খেতি পথাৰত কাম কৰিবৰ কাৰণে নিজৰ 'দেশৰ' মানুহ অনাই পথাৰ সমাৰত খটুৱাইছে। নিজৰ পথাবব উপৰিও, থলুবা অসমীয়া মানুহৰ ঘৰত আৰু খেতি পথাৰতো সিহঁতে কাম কৰাত ধৰিছে।
অসমত মৈমনচিন্ডীয়াই ইছলামপুৰ, দৌলতপুষ, ছোভানপুৰ, মানিকাৰ চৰ, ভাচানীৰ চৰ পাতি বহিছে।
অসমত খেতিৰ মাটি আছে-
অসমৰ উৰ্ধৰা মাটিত সোণৰ শন্ত ফলাব পৰা সাব আছে- অসমত ছয় ঋতুৰ বৈচিত্র্য আৰু সৌন্দর্য্যৰ মাজত বিধে বিধে খেতি কৰাৰ সোণালী সুযোগ আছে।
লুইতৰ বৰবানত কোমল সাকরা পলস আশীর্বাদ আছে-
অম্ল একো নেলাগে।
লাগে প্রকৃত কৃষকৰ আশাগুধীয়া শ্রম আক চেষ্টা।
নাঙলৰ কালত সোণৰ চেঁকুৰা ওলাব, ধানৰ থোকৰপৰা সোণ্ডব
নিয়ৰ সবিব।