আয়োজন দেখিয়ে সকলোৱে বুজিব পাৰিলে যে এইবাৰৰ জমিদাৰবাৰীৰ গানৰ আসন আগে হোৱাতকৈ বহুত ডাঙৰ আৰু বেলেগ হ'ব। বিৰাট ৰভা দিয়া হৈছে, বহুত মানুহ বহিব পৰাকৈ ঠাই উলিউল্লা হৈছে, গায়ক গায়িকা বহিবৰ কাৰণে ওখ মঞ্চ সজা হৈছে, ভালেমান পেট্রমাক্স লাইট অনোৱা হৈছে আৰু জমীদাৰ পৰিয়ালৰ আৰু অন্যান্য গণ্যমান্ত মানুহ বহিবৰ কাৰণেও সুকীয়া ব্যৱস্থা কৰা হৈছে।
গায়েনো অনা হৈছে দূৰ দূৰণিৰপৰা, নামকৰা গায়ক, তেওঁলোকৰ নাম ইতিমধ্যে মাসুহৰ মুখে মুখে প্রচাৰ হৈছে।
এটা কথা দেখি সকলোৱে আনন্দ পালে যে এইবাৰ আসবন ব্যৱস্থা কৰাত ডেকা জমীদার মোজাম্মিল চৌধুৰীয়ে নিজে দিহা পৰামৰ্শ দিছে।
চৌধুৰীয়ে বছা বছা ডেকা কিছুমানক বেলেগ বেলেগ দায়িবভাব দিছে, আৰু ডেকাইতেও আনন্দেৰে দায়িত্ব পালন কৰিছে।
বাপেক আৰু অন্যান্য বয়সস্থ লোকৰ পৰামর্শ অনুযায়ী মোজাম্মিলে পূর্বাপৰ নিয়ম অনুযায়ী তিৰোতা মানুহ বহিবৰ কাষণে বেলেগে পর্দা দি ঠাই ঠিক কৰিছে। সাধাৰণতে বুঢ়ী মাদুহু আৰু সক ছোৱালীহে এনে আসৰলৈ আহে। বোৱাৰী আৰু গাভৰু ছোৱালী অহাটো বাঞ্ছনীয় নহয়। কিন্তু জমীদাৰ হবিব কিব বিয়া চৌধুৰী অথবা মোজাম্মিল চৌধুৰী দুয়োৰো ইচ্ছা যে বোৱাৰী জীয়াবীহঁতেও আনন্দমেলাৰ ভাগ পাওক, সিহঁতো আহক।
এনেলবে তিৰোতাৰ কাৰণে শুকীয়া ব্যৱস্থা কৰাষ কাবণে গাঁৱৰ জীয়াৰী বোৱাৰীহঁতে বৰ ভাল পালে। ডেকা জমীদাৰৰ প্রতি সিহঁত কৃতজ্ঞ হ'ল, আৰু এওঁ জমীদাৰ হলেষে অচিৰে গাঁওখন নগৰ যেন হৈ পৰিব, সেই কথাও হর্যেবেই আলচ কৰিলে।
প্রত্যেকটো পেট্রমাক্স লাইটৰ দায়িত্বত হুটাকৈ ডেকা ল'ৰা বখা হ'ল। বাবৰকো ডেকাৰ ভিতৰতে ধৰি ডাকো এটা লাইটৰ ভাৰ দিয়া হ'ল। লগত আৰু এটা ল'ৰা দিলে, আৰু লাইটত কেনেকৈ পম দিব লাগে হুমাব খুজিলে কেনেকৈ কি কৰিব লাগে শিকাই দিয়া হ'ল।
বয়স অলপ কম বুলিয়েই বাবষক মাইকী মালুহ বহিবলৈ দিয়া আছুতীয়া ঠাইৰ ফালৰ লাইটৰ চার্জত দিয়া হ'ল। ৰাবৰে বৰ ভাল নেপালে। কালাম ছেখে কোৱা সত্ত্বেও আসবত তাক গান গাবলৈ দিবলৈ ডেকা জমীদাৰ অমান্তি হ'ল। এইবাবেও বাবব কিছু অসন্তুষ্ট হ'ল।
কিন্তু সি ভাল পালে যে সি গায়কবিলাকক ওচৰৰপৰা দেখিবলৈ পাব, আৰু মাজে মাজে সিখন গাঁৱৰ মৰীয়মকো একোষাৰ চাষ পাৰিব। সি সিখন গাঁৱলৈ গৈ বোবহান ছেখৰ ঘৰত সোমাই মৰীয়মক আসৰলৈ আহিবলৈ মাতিও আহিছে।
মধীয়মৰ বয়স এঘাৰ বাৰ বছৰৰ বেছি হোৱা নাই। লহপহকৈ বাড়িলে.কি হ'ল।
মৰীয়ম নিশ্চয় আসবলৈ নহাকৈ নেথাকে।
খেতিখোলা কৰা মানুহ, দিনৰ দিনটো পথাৰত কটোৱা মানুহ। গতিকে গানৰ আসব মগ নিবৰ বাদে অর্থাৎ সন্ধিয়া লাগি ভগাক পাছতে আৰম্ভ হ'ব আৰু স্থপৰ ৰাতিৰ আগে আগে ভাগিব। এইবাদ গায়ক কেইবাজনো আহিব। তিনি দিন আসব চলিব-সকলো নাজুহে সকলো গীত কথা শুনিবলৈ পাব। মালুহবোৰক বেছি ৰাতিলৈ বহুৱাই ৰাখিলে পাছদিনা পথাৰ কাম খতি হ'ব।
প্রথমৰ হৃদিন গানৰ আসন অতি হুকলমে হৈ গ'ল। কেইবাজনো বিখ্যাত বাউলে বাউল মুর্শিদা গালে, মিঠা মাত, করুণ সুষ, দার্শনিক ভাবৰ কথা-সকলো মিলি সকলো মানুহক অভিভূত কৰি ৰাখিলে। গীত শুনি কোনোবাই নিবরে হুমুনিয়াহ কাঢ়িলে, কাৰোবাৰ চকুৰপৰা লোতক বাগৰি আহিল, কোনোরে কাষজনক ফুচফুচাই গীতৰ অর্থ বুজাই ক'বন যত্ন কৰিছিল। বাউল মুশিদ। ভাটিয়ালীৰ ভাষা কৃষকব মুখৰ ভাষা, তাৰ বর্ণনা কৃষকৰ চিনাকি পৃথিৱীৰ বর্ণনা; এবাৰ শুনিলে কাণ টানি নিয়ে, মন হৃদয় টানি নিয়ে।
প্রথমৰ ছুদিন জমীদাবৰ ঘৰৰ বয়সস্থসকল আহিল, গাঁৱৰো বুঢ়াসকল আহিল, কিন্তু তৃতীয় দিনা ৰাতি বয়সস্থসকলৰ দুই এজনহে আহিল। সেই দিনা প্রধানকৈ আহিল গাঁৱৰ জীয়াৰী বোৱাৰীহঁত আৰু ডেকা দেমেহুরাইত।
অন্ত্যান্ত ব্যৱস্থা আন দুদিনৰ নিচিনাই থাকিল।
আসব ভাগো ভাগো হৈ আহিছিল। এনেতে এটা সমনীয়া ল'ৰাই আহি কাণে কাণে কিব। এটা কৈ বাৰৰক একাষলৈ মাতি নিলে।
কিছু পৰৰ মুৰত বাবৰ আৰু ল'ৰাটো অদৃপ্ত হৈ গ'ল। দুই
এজনৰ বাহিৰে কথাটো কোনেও মন নকৰিলে।
আজি শেষৰ দিনা ৰাতি কিবা গণ্ডগোল হ'ব পাৰে বুলি কোনো কোনোরে আশংকা কৰিছিল। কিন্তু গান শুনাত ব্যস্ত থকাৰ, কাৰণে সেই কথা কোনেও মনত ৰাখি নথৈছিল।
আন্ধাৰ বাতি। কৃষ্ণ পক্ষ। জোন এতিয়াও ওলোৱা নাই। হয়তো শেহ ৰাতি ওলাব। গায়কজনে কিবা এটা জনপ্রিয় মুর্শিদা গীত গাইছে। সকলোরে স্তক, তন্ময় হৈ শুনিছে। বাবৰ আক জাফর ইয়োটা আন্ধাৰৰ মাজেদি হাতত সাৰে ভৰিত সাবে খবখেদাকৈ জমীদাৰ বাৰীৰ পিছফাললৈ আগ বাড়িলে। হুয়োটাৰে হাতত হুডাল শকত শকত বাঁহৰ টোকোন।
বভাতলব লাইটৰ পোহৰ গাত নেপেলোৱাকৈ সিহঁত আগ
বাড়িছিল। "এই-কোন কালে?" এটাৰ চেপা প্রশ্ন। "এইফালেই। জমীদাৰবাৰীৰ পিছফালে।"-উত্তৰ।
"তই নিজে দেখিছ?"
""
"আহ।"
সিহঁত আৰু কিছু দূৰ আগ বাঢিল, সম্মুখলৈ চালে। আন্ধানত লুকাই সিহঁতে লক্ষ্য কৰিলে হুটা মানুহ আক দুজনী ছোৱালী। জমীদাৰবাৰীৰ পকা ৱালৰ পিছফালৰ হুৱাবমূখৰ ওচৰত, মানুহ হুটাই ছোৱালী দুজনীক ভিতৰলৈ নিবৰ কাষণে টানিছে। ছোৱালী হজনীয়ে অসহায়ভারে প্রতিবাদ কৰিছে।
"সেইটো মোজাম্মিল নেকি?"
"আক কি? চিনিবপৰা নাই নেকি?"
"আনটো-?"
"লগত যে আহিছিল?"
নিস্তব্ধতা।
"সেইজনী মৰীয়ম হয়তো?"
"মৰীয়মকো চিনিবপৰা নাইনে?"
"ইজনী?"
"ভালকৈ ধৰিব পৰা নাই, চক্রিকা নাইবা বোকেরা হ'ব一"
"বেগাই ব'ল, ভিতৰলৈ সুমুৱাই নিবলৈ নৌ পাওঁতেই সিহঁতক বচাৰ লাগিব, কাঢ়ি আনিব লাগিব।"
"কেনেকৈ আনিবি?"
"তই এজনীক ধবিধি মই এজনীক ধৰিম। কোনোবাই হুকাবধা কৰিব খুজিলে-লাঠি। মূৰ ফাটি যোৱাকৈ মাৰিবি।"
"আছ।"
আন্ধান। জমীদাবষ দালানৰ ওপৰ মহলাৰ খিৰিকীৰ পর্দা ভেদি অহা অতি ক্ষীণ আৰু দুর্বল পোহৰ।
বাবৰ আৰু জাফৰে হাতত লাঠিকেভাল ভালকৈ খামুচি ধৰি বেগ দি আগ বাড়িল। ছোৱালী দুজনী ভিতৰ সুমাই নি ৱালৰ গুৱাৰ বন্ধ কৰি দিলে সিহঁতক ৰক্ষা কৰাৰ আৰু কোনো উপায় নেথাকিব। "এই এব" এটা কর্কশ চেপা মাত বাৰৰৰ ডিঙিৰপৰা ওলাই
আহিল, জাফৰেও একে ৰকমৰ কিবা এটা ক'লে।
হঠাৎ মোজাম্মিল আৰু আনটো ডেকাই ছোৱালী দুজনীৰ হাত এৰি দিলে।
"আহ-" বাববে মবীয়মৰ হাতখনত খামোচ মাৰি ধৰিলে,
জাফনে আনজনী ছোৱালীক টান মাৰি ওচৰ চপাই আনিলে। মোজাম্মিলইত প্রথমতে হতভম্ব হৈছিল যদিও পাছ মুহূর্ততে ডেগাৰ উলিয়াই বাবৰহঁতক আক্রমণ কৰিবলৈ সাজু হ'ল-"ছালা কুত্তাৰ বাচ্ছা-" মোজাম্মিলে হুংকাৰ মাৰিলে।
মুহূর্ততে মৰীয়মৰ হাত এবি দি দুয়োহাতে লাঠি উঠাই বাবৰে গাৰ বলেৰে মোজাম্মিলৰ মূৰত মাৰ শোধালে।
"আঃ!" কৰি মোজাম্মিল পৰি গ'ল।
জাকবেও আনটোৰ কঁকালতে এক মাৰ নাৰি বগৰাই দিলে। "ছালা গুণ্ডাহঁত-" বাবৰে ক'লে। আৰু এক মুহূর্তও ভাত নবৈ হয়ো ছোৱালী ছজনীৰ হাতত ধৰি পথাৰৰ মাজে মাজে দৌৰিব ধৰিলে।
প্রায় হুমাইল সিহঁতে দৌৰিলে, এবাৰো পিছলৈ ঘুৰি নোচোৱাকৈ। ছোৱালী দুজনী সিহঁতৰ সমানে দৌৰিব নোৱৰা হ'ল। সিহঁত বাবে বাবে পিছ পৰি যাব ধৰিলে। চপবানি, উলুরনি, পথকরা আলি, খাল-আন্ধাৰত একো নেদেখি, সিহঁতে মাথোন গীতৰ আসব বছ। ঠাইৰ বিপৰীতে গভীৰৰপৰা গভীৰভৰ আন্ধাৰৰ মাজলৈ দৌৰিছে, কোন কালে গৈছে সিহঁতে একো স্পষ্ট ধাৰণা কৰিব পৰা নাই।
অৱশেষত সিহঁতবো ভাগৰ লাগিল।
তৰাব পোহৰত দেখিলে সিহঁত আছি ভাঠ হাবি এখনৰ কাষ পাইছেছি। এইফালে মানুহৰ খৰবাৰী নাই। হাবিখনৰ একাষে বৈ গৈছে নৈখন।
আন্ধাৰতে সিহঁতে চাৰিওটা মুখামুখিকৈ দিয় হ'ল। "অলপ বহো, মই আৰু দৌৰিব নোয়াবো" কোপাই কোপাই মৰীয়মে ক'লে।
"কেলেই গৈছিল মোজাম্মিলৰ লগত? ছালী হাবামজাদী।" ক্রুদ্ধভাবে মৰীয়সে চিয় বি উঠিল, "গালি নেপাবিধি জানিছ। জমীদাৰৰ বেটাই টানি লৈ গ'লে কি কৰিম?"
"অন্ত্যক যে টানি নিব নোৱাৰিলে তহঁতক কেনেকৈ নিব পাৰিলে?" জাফৰ ক্রুদ্ধ মাত।
চফিকাই ক'লে, "আমাৰ পিয়াহ লাগিছিল। দুয়োজনীয়ে পানী
খাবলৈ উঠি আহিছিলোঁ, আমি অহা যে কোনোবাই চাই আছিল আমি কেনেকৈ জানিম? সিহঁতে আমি পুখুৰীৰ দলঙৰপৰা উঠি আহোঁতেই আমাক হাতত ববি টানি লৈ গ'ল।
"তহঁতে চিয় বি নিদিলি কেলেই? চুপচাপ লগে লগে গ'লি যে?"
"চিয়'বিব খুজিছিলোঁ। ছুবি দেখুৱাই ক'লে, চিয় বিলে জান মাদিম।"
"ছালা হাবামজাদা জমীদাৰৰ বাচ্ছা ডেগাৰ দেখুৱাইছিলি।
মূৰ ফালি দিছো।" বাববে ক'লে।
"মোজাম্মিল মৰি যাৰ নেকি?" সবীয়মে ভয়ে ভয়ে স্থধিলে। "দবদ লাগিছে যদি যা অলপ খবৰ খাতি কৰি খেদমত কবগৈ- বাববে ক'লে।
জাফবে ক'লে "বাতি পুৱাবলৈ কিজানি আৰু বেছি সময় নাই আামি বার্ত ব'ল-"
"ক'লৈ যাবি?"
ক'লৈ যাব তেতিয়ালৈকে সিহঁতে ভবা নাছিল। আক্ষাবতে ইটোৱে সিটোৰ মূখ চোৱাতুই কৰিলে।
সবীয়মে এজনী বয়সীয়া মাকুহে কোরাদি 'ক'লে, "জমীদাবব বেটাৰ মূৰ ফালিছ, এতিয়াই তহঁতক বিচাৰি জমীদাৰৰ মানুহে পিয়া পি দিব। বাতি পুরালে কোনো সাৰিব নোৱাৰিম, আন্ধাৰে মুগ্ধাৰেই আমি ইয়াৰ পৰা যাওঁ ব'ল, পলম নকৰিবি।"
"যাবি ক'লৈ?" জাফৰে ক'লে।
চফিকাই ক'লে, "কল্যাণপুৰ গাঁৱত আমাৰ বৰ জেঠাইৰ ঘৰ, ইয়াৰপৰা কিজানি তিনি মাইল হ'ব। আমাক তালৈকে লৈ ব'ল, তাৰপৰা কাইলৈ আমি ঘৰলৈ কাৰোবাৰ লগত আহিব পাৰিম।"
"তাৰ পাছত?" জাফৰে সুধিলে। "তহঁত ছটা পলাব লাগিব। ধৰা পৰিলে নবিধি। জমীদাবব বেটাক মাৰি সাৰিব পাৰিম বুলি ভাবিহনেকি?"
মৰীয়মে ক'লে, "আমাৰ যি হ'বলগীয়া আছে হ'লহেঁতেন, তহঁতেনো মারপিট কৰিবলৈ গ'লি কেলেই? এতিয়া যে কি হ'ব!" বাববে ক'লে, “মনটো তাতে লাগি থাকিলনেকি? যার যদি ব'ল আকৌ জমীদাৰৰ ঘৰত থৈ আহোগৈ।"
জাকবে ক'লে, "চুপতি খ এতিয়া বাবন। আমি ইয়াৰপৰা যাওঁ ব'ল। কল্যাণপুৰলৈকে যাওঁ, আমাৰ মাজু মোমাইৰ পুতেক এটা 'সেইফালেই আছে। চফিকা-"
"কি?"
"তহঁতক তাতে থ'লে ঘৰলৈ কিবা কৈ আহিব পাৰিবি নহয় ?" "পাবিদ, কিন্তু বাবাই মোক খুব মৰিয়াব" মাতটো তাইৰ কান্দো কান্দো।
"বাপেৰে যাবে, মা'বে মাষে মাবক, তহঁতক যে বচাই আনিব পাৰিলোঁ সেয়ে বহুত। আমাৰ যি হয় হ'ব, এভিয়া ব'ল।"
আড্ডাবতে সিহঁতে চাৰিওফালে চালে।
এতিয়াহে সিহঁতে দেখিলে আকাশখনত বহুত ভবা আাছে। তাৰপৰা জান নেজান পোহৰ নিগৰি আহিছে। হাবিশ্বমদ যুকব পৰা এটা গছ পাড আৰু বনবীয়া ফুলৰ মিহলি গোজ বতাহুত উবি আহিছে! বতাহজাক শান্তভায়ে বলিছে। তাৰ বুকুত এতিয়াও অলপ অলপ কুরলী আছে। ভবিষ তলব মাটিবোৰ শুকান, নবাবোন জছি গৈছে।
এহাল চৈধ্য-পোন্ধৰ বহুবীয়া ল'বা, দুজনী এখান বাব বন্ধনীয়া ছোৱালী! তেতিয়াও গানব আসবদ দূৰণীয়া হুদ গুনা গৈছে- অস্পষ্ট কোমল করুণ।
চাৰিওটাৰে বুকুবোৰ ভয় আৰু আশংকাত চুক চুক কঁপিছে। কিন্তু এটা বীৰত্বৰ কাম কৰাৰ আনন্দত সিহঁত উত্তেজিত হৈ পৰিছে। বিশেষকৈ বাবৰ।
"ব'ল-"
"কোন কালে যাবি?"
"হাবিব কাবে কাষে গৈ থাকো, ভয় লাগিছে নেকি?" বাবর্ষে
সুধিলে।
"তহঁত আছ নহয়-" মবীয়মে ক'লে।
সিহঁতে হাবিখনৰ কাষে কাষে যাব ধৰিলে, বাবষে ধৰিছে মবীয়মষ ভাত, আৰু জাকবে চফিকাৰ।
এডোখৰ নির্দিষ্ট গন্তব্য ঠাইলৈ যাবৰ সিদ্ধান্ত কবি সিহঁত কেন কিছু নির্ভয় হ'ল, কল্যাণপুৰ গাঁও পালেই যেন সিহঁতৰ সমম্মাষ সমাধান হৈ বাষ।
যাতিষ আন্ধাৰখিনিয়েও সিহঁতক নির্ভয় দিলে।
"চব ছোৱালীৰ হাত এনেকুৱা কোমল হয়নেকি বে?" বাববে
স্থবিলে। সি মধীরমৰ হাতখন নিজৰ হাতৰ মুঠিত ধবি সাহিছিল। ট্রান যাবি মবীয়মে হাতখন এফল্লাই নিলে। "নিলাজটো ক'ববাধ, কি যে কথাটো সুধিছে।" মবীরমে ক'লে।
কাষে কাষে আছি থকা চফিকাই মদাহুদক চিকুট মাৰি দিলে। ফোনে চিকুটিলে বুজিব নোয়াসি মবীয়মে কৈ উঠিল, "এনেকৈ গুচি নহা হ'লে জমীদাৰৰ ঘৰত দাৰামচে শুই থাকিব পাৰিলোঁহেঁতেন 1"
বাবৰৰ খং উঠাবৰ কাৰণেই ভাই সেইদৰে ক'লে।
"জাকব, ইহঁতক জমীদাৰৰ ঘৰত থৈ আহোগৈ ব'ল।" হাৰিত বনকুকুৰাই ডাক দিলে, হঠাৎ আটাইকেটা সন্ত্রস্ত ছৈ উঠিল। ৰাতি পুৱাবলৈ আৰু বেছি সময় নাই।
“এই চফিকা, জেঠায়েৰৰ ঘৰলৈ আৰু কিমান দূৰ আছে? আমি ঠিকেই আহিছোতো? কিজানিবা ক'ৰবাত ওলাওঁগৈ।"
"আক বেছি দূৰ নাই, আমি আলিবাট উঠিব পাৰিলেই হয়। তেতিয়া আৰু বেছি দূৰ নেথাকে।"
পিছে জেঠায়েৰক কি বুলি ক'বি?"
"ফাকিফুকা দিবলৈ নাই, সঁচা কথা কৈ দিম। যি কৰে কৰিব। আমি সৰু মানুহ, জনাজানি হ'লে আমাৰ বদনাম নহয়, জমীদাৰৰ পুতেকহঁতৰহে হ'ব।" মৰীয়মে ক'লে।
বাবৰে ক'লে, "আমি কিন্তু তহঁতক এঘৰত থৈয়ে পলাব লাগিব। নহ'লে আমাৰ বিপদ হ'ব।"
জাফৰে একো নক'লে।
"ক'লৈনো পলাবি তহঁত। ইয়াত ক'ত লুকাই থাকিবি?" এই গোটেইখন জমীদাবন জমীদাবী, চফিকাই ক'লে।
"বাৰু আমাৰ কথা তহঁতে নেভাবিলেও হ'ব। পলাই সাবো ধৰা পৰো যি হয় আমাৰ হ'ব, তহঁত দুজনী কিন্তু ইয়াতে থাকি নেযাবি। কাইলৈ যেনেতেনে ঘুৰি যাবি, নহ'লে বিচবাবিচবি লাগিব।"
সিহঁত আছি আছি এটা আালিবাটত উঠিলছি। ইফালে সিফালে চাই দেখিলে পশ্চিমব জাকাশত এফালি ক্ষীণ জোন ওলাইছে। আাক তাৰ পোহৰ লাহে লাহে পৃথিৱীলৈ নামি আহিছে।
সিহঁতৰ খোজ ধীৰ হৈ আছিল। সিহঁত এটা অভাবনীয় পৰিস্থিতিত পৰিছে আৰু সিহঁতে কি কৰিব কি নকৰিব একো বিষাং ঋষিব পর্যা নাই। বিমানে সিহঁত গাঁওখনৰ ফালে আগ বাঢিল আৰু যিমানে পোহৰ হৈ আহিব ধৰিলে বিমানে সিহঁতৰ আশংকা বাড়ি আছিল।
ক্রমে পূবৰ আকাশত ধলফাট দিলে, পোহৰ বিয়পি পৰিষ ধৰিলে। ইটোৱে সিটোৰ মুখ দেখা পালে, সিহঁতে এনে ধষণে ইটোৱে সিটোলৈ চালে যেন কোনোটায়ে কোনোটাকে চিনিব পৰা নাই। সিহঁতৰ মুখবোৰ শুকান, চুলি আউলি বাউলি, ভৰিত ধূলি মাটি সমগ্ৰ শৰীৰত ক্লান্তিৰ ছাপ।
বাবৰে ক'লে, "তহঁতক থৈয়ে আমি পলাম। আমাৰ ঘৰত ক'ৰিগৈ, চিন্তা কৰিবলৈ মানা কৰিবি।"
"ঘৰলৈ নেযাবি নেকি?"
"মৰিবলৈ যাবলৈ কৈছ নেকি? মোজাম্মিল মনেনে বাচে ঠিক নাই। মাৰিলেতো সাংঘাতিক কথা হ'ব। আমাৰ ৰাধৰহঁতক যে কি কৰিব ক'ব পৰা নাই।"
সিহঁত আহি এঘৰৰ পছলিমূৰত ৰ'লভি। সেইটোরেই চফিকাব জেঠায়েকৰ ঘৰ। "চিনি পাইছনে? এইটোরেই হয় তো?"
"-"
"তেনেহ'লে কাৰোবাক মাত।"
হয়তো বাহিৰত মানুহৰ মাত শুনিয়ে, নাইবা সদায় সোনকালে উঠাৰ অভ্যাসবশতঃ সেই সময়তে এজনী আদহীয়া মালুছে হুয়ান মুখত মনীয়সহঁতক দেখি মানুহজনীয়ে অলপ উচপ খালে, তাৰ পাছত সিহঁতৰ ফালে চাই লৈ ক'লে, "কোন তহঁত? ক'বলবা আহিছ?"
"মইহে জেঠাই, মোক চিনি পোৱা নাইনেকি? মই চফিকা"
"চফিকা? চাওঁ কোনজনী?" মানুহজনীয়ে চফিকা আাক মবীরমব সুখলৈ আকৌ এবাৰ ভালকৈ চালে, "এথ্য আই চিনিবই পৰা নাছিলোঁ, পিছে এইজনী কোন, আফ ইইভ ছটা? গাছ, আাহ, ভিতৰলৈ আহ, ইমান দোকমোকালিতে আহিলি ক'ৰপৰা? মই অজু কৰি আহি ফজৰৰ নামাজ কেই বাকাত পড়িলেও তহঁত ভিতৰতে বহুগৈ যা-"
বাবৰহঁতে মুখ চোয়াচুই কৰিলে। এইদবে, ইমান পুরাতে ক'ৰবাৰপৰা আহি ওলোৱাটো যেন একো অস্বাভাৱিক বা নতুন কথা হোৱা নাই। ক্রমে পোহৰ স্পষ্ট হৈ অহা দেখি জাফবহঁত সজাগ আৰু সন্ত্রস্ত হ'ল। আৰু পলম কৰিবৰ উপায় নাই।
বাবৰে ক'লে, "ইহঁত জেঠাইহঁতৰ ঘৰলৈ আহোঁ বুলিলে দেখি লৈ আহিলোঁ, হ'ল নহয়? তহঁত তেনেহ'লে থাক, আমি যাওঁ-"
"হেব' কলৈ যায়, বহু, কিবা জা-জলপান এটা খা, কাহিলী পুরাতে আহি ওলাইছহি, গুদা মুখে যাবিনে? যা, তহঁত দুজনী আকৌ চোতালতে থৰ লাগিলি কেলেই?"
বাবৰে আকৌ ক'লে, "আমাৰ অলপ জন্ত্রী কাম আছে জেঠাই। আমি নবহো, ইহঁত দুজনী থাকিল। অথনিকৈ কাৰোবাৰ লগত পঠিয়াই দিবা ঘৰলৈ।"
"এঃ আজি আহি পাইছেহি এখোন, এইজনী কাৰ ছোৱালী বুলিলি? তহঁত ৰ'ব নোৱাৰ যদি যা, ইহঁতক মোৰ যেতিয়া মন যায় পঠিয়াম।"
বাববে ক'লে, "আমাৰ পলমহে হৈছে। আমি বাওঁ মৰীয়ম চফিকা।"
জাকবে সককৈ ক'লে, "কিবা উপায়ে তহঁত ইয়াত থকাৰ খবৰটো ঘৰলৈ পঠিয়াবি। নহ'লে বিচৰাবিচবি লাগিব। আমি এতিয়া যাওঁ।" জেঠাই পুখুৰীৰ ফালে গ'ল।
সৰীয়ম বাবৰৰ সন্মুখলৈ আহিল।
"তই ক'লৈ যাবি?"
"ক'ব নোৱাৰোঁ।
"আকৌ কেতিয়া খুবি আছিবি?"
ক'ব নোৱাৰোঁ।"
"গাঁৱলৈ এতিয়া খুবি নেযাবি।"
"নেযাওঁ।"
"ঘৰত তোৰ কথা সুধিলে কি বুলি ক'ম?
"যি মন যায় ক'বি।"
অলপ পৰ মনে মনে থাকি তাই ক'লে, "মোষ কাৰণে তোষ খব এৰিব লগা হ'ল, মোৰ বেয়া লাগিছে।"
"জলপান-তলপান খা গৈ, ভাল লাগিব।"
"যাঃ।"
জাকবেও চফিকা আক মবীয়মবপবা বিদায় ল'লে। সিক'লে, "আমি ক'ৰবাত নমৰোঁগৈ, তহঁতে চিন্তা নকবিধি। আছে হ'ব। মোজাম্মিলটো মৰিলেছে বিপদ হ'ব। কপালত বি নহ'লে একো নহয়, তহঁত থাক তেনেহ'লে।" বাবৰ আৰু জাকৰ খুবিল। পূব কালে কাঠনিখনৰ সিপাৰে বেলিৰ মুখ দেখা গৈছে। পোছষ
বিয়পি পৰিছে, আৰু ৰৈ থকা নিৰাপদ সহয়।
জেঠাই পুখুৰীৰপৰা অজু কৰি খুবি আহিল।
"এ-কিনো আলহীৰ নিচিনাকৈ চোতালতে খিয় দি লাহু। আছ আছ ভিতৰলৈ আহ, আমাৰ খবৰ মানুহবোৰো থাক, বেলি দুপৰলৈকে টোপনিয়েই নেভাগে।"
কৈ কৈ জেঠাই ভিতৰলৈ সোমাই গ'ল।
বাবৰ আৰু জাফৰেও মৰীয়ম আৰু চফিকাৰপৰা বিদায় লৈ চোতালৰপৰা বাহিৰ ওলাই আছিল।
চুলটুলীয়া চডুবে ছয়োজনীয়ে সিহঁত যোৱাৰ ফালে চাই থাকিল। সিহঁতৰ ফালে ঘুষি চাবলৈ বাবষহঁতবো বেয়া লাগিল।
সিহঁতে পবন্ধুজীয়াকৈ পছলিটো পাৰ হৈ পখাখে পথাৰে খোজ দিলে।