মোৱামৰীয়া-বিদ্রোহ।
১ম বিদ্রোহ।
তেওঁ কেনেকৈ নগৰৰ পৰাগৈ বব ধুমুহা বা বতাহ-বৰষুণ অনাৰ পূৰ্বেবই প্রকৃতিব মূর্ত্তি স্বভারতঃ শান্তিময়া, গছবিলাক জঠব, "নিবাতনিষ্কল্পমির প্রদীপাং” হৈ যেন সাবহিত মনে সম্ভাবিত ঘটনা ঘটাবৰ নিমিত্তে প্রকৃতিৰ সংঙ্কেত অপেক্ষা কৰি বৈহে থাকে! আহোম ৰাজ্যত মোৱামৰীয়া বিলাকে যি ধুমুহ। তুলিলে, স্বর্গদেউ কদ্ৰসিংহৰ ৰাজত্বই সেই ধুমুহাৰ প্ৰাক্কালৰ প্রকৃতিব এই শান্তিময়ী মূত্তি! কদ্রসিংহ স্বৰ্গদেউৰ দিনতে আহোম ৰাজ্যৰ ৰাজলক্ষীৰ পূৰ্ণ ভোগ, কদ্রসিংহ স্বর্গদেউরেই আহোম- ৰাজ্য গগনৰ মধ্যাহ্ন মার্তণ্ড। তেওঁৰ বাজ্যত কতো একো ব্যাঘাত নাই, অন্তবিপ্লব নাই, বহিবিবপ্লব নাই-বজা আৰু ৰাইজ উভয়েই ১৬১৭ পৰা ১৬৩৬ শকলৈকে এই ১৯ বছৰ নিৰুবেগে কাল কটালে। কদ্ৰসিংহ স্বৰ্গদেৱৰ বাজত্ব লৈ আমাৰ একো কথা নাই; বুৰঞ্জী পড়া পাঠক মাত্রেই জানে, গুৱাহাটীৰ উত্তৰ পাৰে মানৱলীলা সম্ববণ কৰেগৈ। তাত এতিয়া যি কল্লেশব শিৱ মন্দিৰ আছে, সেই শিৱমন্দিৰ এই মহাৰাজৰ মৃত্যু উপলক্ষেই তাত প্রতিষ্ঠিত হয়। কদ্রাসংহ স্বৰ্গদেৱৰ পাঁচ জন। কোঁৱৰ আছিল; তাবে জ্যেষ্ঠ শিরসিংহ, তদনুক্রমে প্রমথসিংহ, বৰজনা গোঁহাইদের (মোহনমালাদেউ), বাজেশ্বৰ সিংহ আৰু লক্ষ্মীসিংহ। কদ্রসিংহ স্বৰ্গদেৱৰ তিনি জনা কুরবী আছিল। প্রথম জনাৰ শিরসিংহ আক প্রমথসিংহ, মাজিউ জনাব মোহনমালাদেউ আৰু সক জনাৰ বাজেশ্বৰসিংহ আৰু লক্ষ্মীসিংহ স্বর্গদের। ভটিয়াই যাওঁতে নগৰত শিৱসিংহ গোঁহাই- দেৱক যুবৰাজ পাতি থৈ যায়। স্বর্গদেরব মৃত্যু হলে এই শিরসিংহ গোঁহাই দেরেই শিঙ্গবী ঘৰত উঠি, আহোম-মতে চুতনফা নাম গ্রহণ কৰি, পিতৃ সিংহাসন আৰোহণ কৰে। মৰিবৰ সময়ত ৰুদ্রসিংহ স্বর্গদেৱে কৈ যায় যে তেওঁৰ লৰাকেটাই যেন জ্যেষ্ঠানুক্রমে বাজ্য পায়। সেই নিমিত্তেইহে কদ্ৰসিংহ স্বৰ্গদেৱৰ কেউজন- কোঁৱৰেই ৰজা হব পাৰে। মোৱামৰীয়া আক্রমণৰ সূত্রপাত এই শিৱসিংহ স্বৰ্গদেৱৰ দিনতে হয়। শিৱসিংহ স্বৰ্গদেৱৰ ৰাজত্বৰ সকলোবিলাক কথাত আমাৰ মূল বিষয়ৰ সম্পৰ্ক নাই, আমি সেই নিমিত্তে আমাৰ লাগতিয়াল কথাখিনিহে উন্মুকিয়াই যাম। সেই সময়ৰ ৰাজত্বৰ পূৰ্ণ বিবৰণ জানিব খুজিলে, পাঠক সকলে এবাৰ বুৰঞ্জী পড়ি লব। শিরসিংহ স্বর্গদেরে ছমাহমান ৰাজত্ব কৰোঁতেই, গণক আক জ্যোতিষীয়া পণ্ডিত সকলে "স্বৰ্গদেৱৰ ছত্রভঙ্গ যোগ হৈছে" বুলি কলে। তাব শান্তিৰ নিমিত্তে স্বর্গদেরে দেবী-দেরালয়ত আৰু ব্রাহ্মণ-মহন্তবিলাকক বৃত্তি দিবলৈ ধৰিলে, আক নিজে ৰাজ্য-ভাৰ এৰি পাট-মাদৈ ফুলেশ্বৰী (এওঁৰ আন এটা নাম প্রমথেশ্বৰীও আছিল) কুঁৱৰীক সিংহাসনত বহুৱাই, ৰজা পাতি, স্বর্গদের উদংমুৰীয়া হৈ থাকিল। দৈবিক ৰূপে ছত্রভঙ্গ হলেহে নানাবিধ আপদ-বিপদ হব পাৰিব; সেই দেখি নিজেই ছত্রভঙ্গ কৰি, দৈবিক বিপদক আ'তৰাই, মহাৰাজে পাটমাদৈৰ বাজ্য-শাসন চাবলৈ ধৰিলে; কিন্তু তেওঁ যে ছত্রভঙ্গ হল, মহাৰাজে সেইটো কথা তর্কিবলৈকে নহল। ফুলেশ্ববী কুঁৱৰী এই দৰে বহি-ৰজা হল। কদ্ৰসিংহ স্বর্গদেরে নিজে বর্ত্তমান পবতীয়া গোঁসাইসকলৰ পূৰ্বপুৰুষ সকলত দীক্ষিত হয়, আৰু তেওঁৰ কোঁৱৰ- বিলাককো তেওঁলোকৰ শিষ্য হবলৈ কৈ যায়। সেই পিতৃমাজ্ঞা অনুসৰি শিরসিংহ স্বর্গদের পর্ববতীয়া গোঁসাইত দীক্ষিত হয়। মহাৰাজৰ ধৰ্ম্মৰ ওপৰত বৰ বিশ্বাস আছিল-সদাই একান্ত মনে দীক্ষামন্ত্র জপতে মহাৰাজে বহুত সময় কটাইছিল, প্রকৃত পক্ষে শিরসিংহ স্বর্গদের এজন ঘোৰ শাক্ত ৰজা আছিল। তেওঁৰ বাণী ফুলেশ্বৰী কুঁৱৰীৰ গোস্বামীৰ ওপৰত বৰ ভক্তি আছিল। মোরা- মৰীয়াকে আদি কৰি শঙ্কৰী পন্থাৱলম্বী মহন্তবিলাকে আকৌ গোসানী নেমানে। গোসানীৰ পূজ। কৰক ছাৰি গোসানীৰ আগত বলি কটা শুনিলে বা দেখিলেও চকুরে কাণে হাত দি, শ্রীবিষ্ণু সুৱৰি ফুলেশ্বৰী কুঁৱৰীৰ বৰ খং উঠিল। তাকে গ্রহণ কৰিব লাগে, বজাই দেখিব লাগে, ইয়াকে ভাবি, এবাৰ দুর্গোৎসৱ পূজালৈ সকলো শূদ্র মহাজন- বিলাকক নিমন্ত্রণ কৰোৱালে। ৰজাৰ আদেশ, ধৰ্ম্ম প্রচাৰত দিন কটোরা, নিচ্ছু মহস্তবিলাকে মুশুনি কেনেকৈ পাৰে? পূজালৈ সকলো আছিল। তাতে ফুলেশ্বৰী কুঁৱৰীয়ে ধৰি সকলোৰে কপালত বলি-কটা ছাগলি আৰু মহৰ তেজৰ ফোট দি, সকলোকে গোসানী সেৱা কৰাই, গোসানীৰ সিন্দুৰ ৫ চন্দনাদিৰ নিৰ্ম্মালি প্রসাদ কটিয়াই, নগুৰবৃত্তান্ত কৰিলে। শঙ্কৰ প্ৰচাৰিত নিয়ম মতে-
"অন্বা দেৱীদের, নকৰিবা সের, প্রসাদ নখাইবা, গৃহক নযাইব। ভক্তি হৈব ব্যভিচাৰ।"
বলেবে ইয়াৰ বিপৰীত আচৰণ কত্বাই, দুৰ্গতি কৰোৱাত মহন্তবিলাকৰ বৰ বেজাই হল। আৰু আন্ নিৰ্জ্জু শূদ্রমহন্তবিলাকে জানিবা "ৰজাৰ দণ্ডী, বনত বাস" ইয়াকে সু'ৱৰি, কাণমূৰ নেলাৰি মনে মনে থাকিল। কিন্তু মোৱামৰীয়া মহন্তৰ হলে বৰ অসহনি হল। কেনেকৈ ইয়াৰ পোটক তুলিব পাৰে, তেতিয়াৰে পৰা মোৱামৰীয়া মহন্তই ভিতৰে আলচ কৰিবলৈ ধৰিলে। মোৱামৰীয়া বিদ্রোহব এইয়ে প্রবল কাৰণ।
ইয়াৰ পাচত ফুলেশ্বৰী কুর'ৰীৰ পৰলোক হয়। স্বর্গদেৱে তেওৰ ভনীয়েক দ্রৌপদীক বিয়া কৰাই, মদাম্বিকা কুঁৱৰী নাম দি, বায়েকৰ দৰে ৰজা পাতে। এও বো অলপতে পৰলোক হলে সলাল গোঁহাইৰ জীয়েক অনাদৰীক বিয়া কৰাই স্বর্গদেরে সৰ্বেবশ্বৰী নামদি ৰজা পাতে। ইয়াৰ পাচত ১৬৬৬ শকত স্বৰ্গদেউৰ পৰলোক হয়। মহাৰাজ কদ্ৰসিংহৰ আদেশ অনুসৰি, এওৰ পুতেক বজা হব নোৱাৰিলে। শিৱসিংহৰ পাচত, ভায়েক প্রমথসিংহ ৰজা হয়। এও'ৰ দিনত আৰু মোৱামৰীয়াৰ একো উৎপাত নহল। ১৬৭৩ শকত এওৰ পৰলোক হলে এওঁৰ পাছত ৰাজেশ্বৰ সিংহ ৰজা হয়।
আমি এই খিনি কথা গোটেই চমু চপাই কলো। ইয়াৰ লগত আমাৰ একো সম্পর্ক নাই। ইয়াৰ বিস্তৃত বিবৰণ পাঠক সকলে বুৰঞ্জীত পঢ়িব। প্রমথসিংহ ৰজাৰ মৃত্যুৰ পাছত, কদ্ৰসিংহ স্বৰ্গদেউৰ আদেশ অনুসৰি তেওঁৰ তলতীয়া মাজিউজনা কুঁৱৰীৰ বৰজনা গোঁহাইদেউহে ৰজা হব লাগিছিল। কিন্তু সকতে বসন্ত ওলাই, তেওঁৰ শৰীৰ ক্ষত হোৱা গতিকে, তেওঁ ৰজা হব নোৱাৰিলে। ইয়াতে এও বিৰক্তহৈ, কিবা দ্রোহ আচৰণ কৰে বুলি, ৰাজেশ্বৰসিংহ স্বর্গদেরে সিংহাসনত বহিয়েই ককায়েক মোহনমালা দেউক বকতিয়াল বৰ বৰুৱাৰ পৰামৰ্শমতে ৰাজ্যৰ পৰা আতৰাই খেদায়। লতাকটা ৰণ, মণিপুৰীয়া ৰাজকন্যা কুৰঙ্গনয়নীৰ লগত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ বিবাহ, কীত্তিচন্দ্র বৰ বকরা, তেওঁৰ দ্বাৰাই বুৰঞ্জী নাশ, এই বিলাক এও'ব দিনতে হয়; ইয়াৰ বিস্তৃত বিবৰণ পাঠক সকলে -বুৰঞ্জীত পঢ়িব। মোহনমালাদেউক ভায়েকে ৰাজ্যৰ পৰা খেদাই দিলে। তেও মৰণান্তিক বেজাৰ পাই, তাৰ সোধ সোৱ ৰাবৰ মনেৰে মোৱামৰীয়া মহন্তৰ লগ লাগে। মোৱামৰীয়া মহন্তক ফুলেশ্বৰী কুঁৱৰীয়ে যি অপমান দিয়াইছিল, তেও' এনেই কেনেকৈ তাৰ শোধ তোলে, তাৰে ছেলু বিছাৰি ফুৰিছে, মোহনমালাদেউক লগ পাই, তেওঁৰ গা আৰু শকত হল। মালৌ পথাৰ নামেৰে ঠাই এডোখৰত শিষ্য- বিলাকৰ হতুৱাই বৰ ভেটি এটা সজাই, তাতে মোৱামৰীয়া মহস্তে নতুনকৈ সত্র এখন কৰিলে, আৰু সকলো শিষ্যবিলাকক সেই নতুন সতলৈ গোটাই নি, তেওঁৰ অপমানৰ প্ৰতিশোধ লবৰ নিমিত্তে, সকলোকে যোগ হবলৈ কলে।
যদিও প্রজা হৈ ৰজাৰ বিপক্ষে অস্ত্রলোরা ধৰ্ম্ম বিগর্হিত কার্য্য, গুৰু বাক্য লঙ্গন ততোধিক পাপ। তাতে গুৰুৰ অপমানৰ প্রতিশোধ লোৱাই উচিত, ইয়াকে ভাবি মোৱামৰীয়াবিলাকে বজাৰ বিপক্ষে গোট খাবলৈ ধৰিলে। ৰাজেশ্বৰসিংহ স্বর্গদেরে মন কথা হলে, মোৱামৰীয়াহতে যি জোপা বিষবৃক্ষৰ গুৰিত সাৰ দি, লাহে লাহে বঢ়াবলৈ ধৰিছিল, পুলিতে তাক নষ্ট কৰিব পাবিলেহেতেন। কিন্তু তেও'ব সুখভোগাভিলাষ কিছু বেচি আছিল। তেও সেইবিলাক বাহিৰৰ জঞ্জাললৈ সমূলি কাণ নকৰিছিল। মোৱামৰীয়াহঁতে বাধা নেপাই, সেনা গোটাই গোটাই, লাহে লাহে, নিজৰ পক্ষ বেছি শকত কৰিবলৈ ধৰিলে। ইতিমধ্যতে ৰাজেশ্বৰসিংহ স্বৰ্গদেৱৰ পৰলোক হয়, আৰু তেও'ব ভায়েক লক্ষ্মীসিংহই সিংহাসন আবোহণকৰে। এই ৰাজেশ্বৰসিংহ স্বৰ্গদেৱৰ দিনতে আহোম ৰজাবিলাকৰ সুখ অন্ত হয়।
লক্ষনীসিংহ স্বৰ্গদেৱৰ বাল্যকালত বহুত বিপদ যায়। কদ্রসিংহ স্বর্গদের যেতিয়া গুৱাহাটীলৈ ভটিয়াই যায়, তেতিয়াই তেওঁৰ সক জনা কুঁৱৰীৰ গৰ্ভত এও' বাটতে, কালশিলা নামেৰে ঠাই এডোখৰত বাহৰতে ওপজে। সেই দেখি এও'ৰ নাম এটা কালশিলীয়া গোঁহাইদের আছিল। এও দেখাত কলা আছিল দেখি, বাপেকে এও'ক বৰকৈ মৰম কৰা নাছিল, আন আন ডাঙ্গবীয়াসকলেও তেওঁক বৰ ভাল নেপাইছিল। কিন্তু পঢ়াশালি এখনৰ অধ্যাপক এজনে এও'ক বৰ আদৰ কৰিছিল আৰু গোঁহাইদেৱে সেই অধ্যাপকৰ পঢ়াশালিতে লেখা-পড়াও শিকিছিল। ভট্টাচাৰ্য্য জনৰ নাম ৰমানন্দ শৰ্ম্মা। লক্ষ্মীসিংহ ৰজা হৈ পৰ্বতৰ ফালে নগল, আৰু এই সম্পর্কে বাপেকৰ আদেশলৈ বৰকৈ কাণ নকৰিলে। ৰমানন্দ বাপুরে পড়ুৱাই শুনাই বিপদৰ কালত তেও'ক বৰ সহাই কৰিছিল দেখি, স্বৰ্গদেৱ তেও'তে দীক্ষিত হল, আৰু তেতিয়াৰে পৰা তেও লোকক 'নগোঁসাই' নাম দি বহুত বৃত্তি -বুৰঞ্জীত পঢ়িব। মোহনমালাদেউক ভায়েকে ৰাজ্যৰ পৰা খেদাই দিলে। তেও মৰণান্তিক বেজাৰ পাই, তাৰ সোধ সোৱ ৰাবৰ মনেৰে মোৱামৰীয়া মহন্তৰ লগ লাগে। মোৱামৰীয়া মহন্তক ফুলেশ্বৰী কুঁৱৰীয়ে যি অপমান দিয়াইছিল, তেও' এনেই কেনেকৈ তাৰ শোধ তোলে, তাৰে ছেলু বিছাৰি ফুৰিছে, মোহনমালাদেউক লগ পাই, তেওঁৰ গা আৰু শকত হল। মালৌ পথাৰ নামেৰে ঠাই এডোখৰত শিষ্য- বিলাকৰ হতুৱাই বৰ ভেটি এটা সজাই, তাতে মোৱামৰীয়া মহস্তে নতুনকৈ সত্র এখন কৰিলে, আৰু সকলো শিষ্যবিলাকক সেই নতুন সতলৈ গোটাই নি, তেওঁৰ অপমানৰ প্ৰতিশোধ লবৰ নিমিত্তে, সকলোকে যোগ হবলৈ কলে।
যদিও প্রজা হৈ ৰজাৰ বিপক্ষে অস্ত্রলোরা ধৰ্ম্ম বিগর্হিত কার্য্য, গুৰু বাক্য লঙ্গন ততোধিক পাপ। তাতে গুৰুৰ অপমানৰ প্রতিশোধ লোৱাই উচিত, ইয়াকে ভাবি মোৱামৰীয়াবিলাকে বজাৰ বিপক্ষে গোট খাবলৈ ধৰিলে। ৰাজেশ্বৰসিংহ স্বর্গদেরে মন কথা হলে, মোৱামৰীয়াহতে যি জোপা বিষবৃক্ষৰ গুৰিত সাৰ দি, লাহে লাহে বঢ়াবলৈ ধৰিছিল, পুলিতে তাক নষ্ট কৰিব পাবিলেহেতেন। কিন্তু তেও'ব সুখভোগাভিলাষ কিছু বেচি আছিল। তেও সেইবিলাক বাহিৰৰ জঞ্জাললৈ সমূলি কাণ নকৰিছিল। মোৱামৰীয়াহঁতে বাধা নেপাই, সেনা গোটাই গোটাই, লাহে লাহে, নিজৰ পক্ষ বেছি শকত কৰিবলৈ ধৰিলে। ইতিমধ্যতে ৰাজেশ্বৰসিংহ স্বৰ্গদেৱৰ পৰলোক হয়, আৰু তেও'ব ভায়েক লক্ষ্মীসিংহই সিংহাসন আবোহণকৰে। এই ৰাজেশ্বৰসিংহ স্বৰ্গদেৱৰ দিনতে আহোম ৰজাবিলাকৰ সুখ অন্ত হয়।
লক্ষনীসিংহ স্বৰ্গদেৱৰ বাল্যকালত বহুত বিপদ যায়। কদ্রসিংহ স্বর্গদের যেতিয়া গুৱাহাটীলৈ ভটিয়াই যায়, তেতিয়াই তেওঁৰ সক জনা কুঁৱৰীৰ গৰ্ভত এও' বাটতে, কালশিলা নামেৰে ঠাই এডোখৰত বাহৰতে ওপজে। সেই দেখি এও'ৰ নাম এটা কালশিলীয়া গোঁহাইদের আছিল। এও দেখাত কলা আছিল দেখি, বাপেকে এও'ক বৰকৈ মৰম কৰা নাছিল, আন আন ডাঙ্গবীয়াসকলেও তেওঁক বৰ ভাল নেপাইছিল। কিন্তু পঢ়াশালি এখনৰ অধ্যাপক এজনে এও'ক বৰ আদৰ কৰিছিল আৰু গোঁহাইদেৱে সেই অধ্যাপকৰ পঢ়াশালিতে লেখা-পড়াও শিকিছিল। ভট্টাচাৰ্য্য জনৰ নাম ৰমানন্দ শৰ্ম্মা। লক্ষ্মীসিংহ ৰজা হৈ পৰ্বতৰ ফালে নগল, আৰু এই সম্পর্কে বাপেকৰ আদেশলৈ বৰকৈ কাণ নকৰিলে। ৰমানন্দ বাপুরে পড়ুৱাই শুনাই বিপদৰ কালত তেও'ক বৰ সহাই কৰিছিল দেখি, স্বৰ্গদেৱ তেও'তে দীক্ষিত হল, আৰু তেতিয়াৰে পৰা তেও লোকক 'নগোঁসাই' নাম দি বহুত বৃত্তি আদেশ মতে মোহনমালাদেউহে সিংহাসনৰ ন্যায্য অধিকাৰী, লক্ষীসিংহই তেও ক ছাঁত পেলাই সিংহাসন গ্রহণ কৰাত যি অন্যায় আচৰণ কৰিছে, সেই অন্যাইৰ প্রতিবিধানেই এই যুদ্ধ যাত্ৰাৰ উদ্দেশ্য। এই বিলাকৰ ভূপাই বৰবৰুৱাই তেও'ৰ জোঁৱায়েক ডেকাফুনক সৈন্ন কিছুমান দি মোৱামৰীয়াৰ লগত যুদ্ধ কৰিবলৈ পঠালে। এই ডেকাফুকনৰ নাম কি কতো পোরা নগল। কিন্তু এওঁৰ লগত মোৱামৰীয়াহঁতৰ ঘোৰতৰ যুদ্ধ লাগে। মোৱামৰীয়াহঁতৰ দুৰ্দ্দম্য প্রতিশোধ তোলাৰ আশা, মোহনমালাদেৱক ৰাজ্যৰ পৰা খেদি তেওৰ ন্যায্য সিংহাসন কাড়ি লোৱাৰ কৈতর, ৰাজকীয় সৈন্তৰ মান মৰ্য্যাদা ৰক্ষা কৰাৰ নিমিত্তে প্রাণ পণ, এই এটাই বিলাক উত্তেজিনী প্রবৃত্তি লগ লগাত, ৰজাৰ নগৰৰ সম্মুখতে ভয়ানক ৰূপে যুদ্ধ হল। মোৱামৰীয়া খোৰামৰাণৰ ঘৈনীয়েকৰ নাম আছিল ৰাধাকক্মিনী। খোৰামবাণে যুদ্ধলৈ অহাত এইকো লগত লৈ আহিছিল। এইৰ লগত, এইৰ পুতেক ৰমাকান্তও আহিছিল। যুদ্ধত এই তিকতাজনীয়ে, মোৱামৰীয়া পক্ষক বহুত সহায় কৰিলে। এই নিজ হাতে ধেনু, কাঁড় চলাবলৈ ধৰিলে। আহোমৰ সেনাবিলাকে কেতিয়াও বণক্ষেত্রত তিকতাক দেখা নাই। ৰাধাকক্মিনীক এই যুদ্ধ ক্ষেত্রত দেখি, সিহঁত স্তম্ভিত হল, তাতে তাই অসাধাৰণ নৈপুণ্যেৰে ধেনু, কাড় চলোরা দেখি, ৰাজকীয় স্যৈবিলাকৰ মহা ত্রাস হল। যুদ্ধত বজাৰ সৈন্য- বিলাকে বন্দুকৰ গুলি চলাইছিল; বাধ্যকক্সিনী বৰ চতুৰা আছিল, যুদ্ধৰ চাতুৰ্য্য জনাৰ গতিকে, তাইৰ গাত কোনেও হিলৈৰ গুলি লগাব নোৱাৰিলে। ইয়াতে ৰাজকীয় সৈন্যবিলাকৰ মাজত কোনোবাই ঢৌ তুলি দিলে যে ৰাধাকক্সিনীয়ে আচল পাতি বন্দুকৰ গুলি ধবে; সাক্ষাৎ বণচণ্ডী বাধাকক্মিনী হৈ, আহোমৰ সৈন্যৰ লগত যুজ কৰিছেহি। এই কুসংস্কাৰমিশ্রিত ভয় পৰিব্যাপ্ত হৈপৰাত ৰজাৰ সেনা ভাগিবলৈ ধৰিলে। জোৱায়েক পৰাস্ত হোৱা দেখি বৰবকরা নিজেই যুদ্ধলৈ ওলাল, কিন্তু মোহনমালাদেউক মোৱামৰীয়াবিলাকৰ নায়ক দেখি ৰাজবংশৰ ৰক্তপাতত আশঙ্কা কৰি বৰবকরাই যুদ্ধ নকৰিলে। মোৱামৰীয়াবিলাকে ছল পাই বৰবৰুৱা, মাছৰীয়াল বৰজনা গোহাঁই, ভগী বুঢ়াগোহাঁই, কেউজন ডাঙ্গৰীয়াকে বন্দী কৰি, পুৰণি আক্রোশ মিটাই, বৰবৰুৱাক সপৰিবাৰে, নাঁচা শালত দি বধিলে, আন আন ডাঙ্গৰীয়া বিলাককো আন আন উপায়েৰে বধ কৰিলে!
এই যুদ্ধৰ পাচত, মোৱামৰীয়াবিলাকে লগ লাগি খোৰামৰাণৰ পুতেক ৰমা- কান্তক আহোম সিংহাসন দিলে। বাঘমৰাণ, কীৰ্ত্তিচন্দ্র বৰবৰুৱাৰ বিষয়ত বৰবৰুৱা হল। সোহনমালাদেৱে তাতে মৰাণাস্তিক বেজাৰ পাই কামৰূপলৈ গুচি গল। তেওঁৰ লৰা এটিয়ে, ১৮৪১।৪২ সনলৈকে কাশীত চৰকাৰৰ ঘৰব পেন্সন ভোগ কৰি আছিল, তাৰ পাছত কি হল কব নোৱাৰি। মোৱামৰীয়াবিলাকে সিংহাসন দখল কৰিয়েই বাজ ভণ্ডাৰ লুটিবলৈ ধৰিলে। বাঘমবাণে ৰাজেশ্বৰ সিংহ স্বৰ্গদেৱৰ কুৱ'ৰী মণিপুৰীয়া কুৰঞ্জনয়নীকে। (বা মগলৌ কুৱ'ৰী) এই সময়তে বন্দি কৰি নিয়ে। শ্রীযুত গুণাভিৰাম বৰুৱাই তেওঁৰ বুৰঞ্জীৰ ১৪২ পিঠিত লেখে, যে মোৱামৰীয়াবিলাকে মহাৰাজ লক্ষনী সিংহক জয়সাগৰৰ দলত বন্দি কৰি থয়। কিন্তু গ্রন্থাস্তবত পায়, যে মহাৰাজ পলাই গৈ ওচৰৰ হাবিত লুকাই আছিল। (জয়সাগৰৰ দলৰ ওচৰতো থাকিব পাৰে)। মোৱামৰীয়া বিলাকে বাণী জয়মতী কুর'ৰীক বন্দীকবে। কুর'বীয়ে জানে মহাৰাজ কত পলাইছে, কিন্তু মোৱামৰীয়াহঁতক নকয়। মোৱামৰীয়াহঁতে কুর'ৰীক নানাবিধ অমানুষিক অত্যাচাৰ কৰি, নানাবিধ ভয় দেখুৱাই সোধে, সতী, সাধ্বী, ৰাণীয়ে নিজৰ পতিৰ দুর্গতি হয় বুলি, তত্রাচ মোৱামৰীয়াহঁতক ৰজা লুকাই থকা ঠাইৰ কথা কৈ নিদিলে। এদিন মোৱামৰীয়াহঁতে জয়মতী কুৱ'ৰীক বেতেৰে কোৰাইছে। কুর'ৰীয়ে যন্ত্রণা সহিব নোৱাৰি, চিয়ৰত দশোদিক খলক্ লগাইছে; মহাৰাজে লুকাই থকা ঠাইৰ পৰা সকলো শুনিছে, আৰু শতবাৰ নিজৰ জীৱনক ধিক্কাৰ দি, নিজৰ মঙ্গহকে নিজে খাই শুনি আছে। মোৱামৰীয়াহঁতে শুধিছে, “বজা কর্ত আছে ক, তোক একো নকৰোঁ, নকলে কাটি কাটি কলাখাৰ ঘঁহিম, জীয়াই জীয়াই কুকুৰেৰে খুৱাম।" তত্রাচ সাধ্বী তিকতাই গিৰিয়েকৰ কথা নকলে। সকলো জ্বালা যন্ত্রণা নিজৰ শৰীৰতে ললে, তেও গিৰিয়েকক ৰক্ষা কৰিলে। সেই দিনা ৰাতি দুপৰ নিশা সকলো শুলে, মহাৰাজ লুকাই থকা ঠাইৰ পৰা ওলাই আহিল, আৰু সহ্য নহল, নিজৰ নিমিত্তে নিজৰ প্রাণাধিকা কুর'ৰীক পাষণ্ড মোরামবীয়াইতে এনে অত্যাচাৰ কৰিছে, তিকতাৰ জীৱন দি, কিনি লোৱা জীৱনৰ মূল্য কি? ইয়াকে ভাবি জয়মতী কুৱ'ৰীৰ ওচৰলৈ গল। কুর'বীৰ প্রাণ ওষ্ঠাগত। মহাৰাজে জয়সাগৰৰ পৰা পানী নি কুৱ'ৰীৰ মুখত দিলেগৈ, কুৱ ৰীৰ মুখত মাত ওলাল, চকু মেলি চাই দেখে, যাব নিমিত্তে ইমান যন্ত্রণা সহিছে, পাষণ্ড মোৱামৰীয়াহঁতৰ পৈশাচিক অত্যাচাৰকো তুচ্ছ কৰিছে, সেই মহাৰাজেই সম্মুখত। জয়মতী কু'ৱৰীৰ জীৱ উৰি গল। লাহে লাহে কবলৈ ধৰিলে "মহাৰাজ! বান্ধি বাড়ি নষ্ট নকৰিব। এই খিনি দিন গল, আৰু মই এটা দিন থাকিম, মোক কাইলৈ সিহঁতে নিশ্চয় মাৰিব; আজি আপুনি কেলেই মোৰ ইমান যন্ত্রণা ব্যর্থ কৰিবলৈ আহিছে। মই মৃত্যুৰ সময়ত আপোনাৰ শ্রীচৰণ (ৰজাৰ চৰণ ছুই) দেখা পালোঁ মোৰ এইয়ে পৰম ভাগ্য, কিন্তু আপুনি যাওক, ইয়াত নেখাকিব। মোৱামৰীয়াহঁতে যি কৰিছে মোকে কৰোক। মোৰ আগত আপোনাক, মোক কৰা অত্যাচাৰেৰে উৎপীড়ন কৰিলে মই কেনেকৈ চাই থাকিম। ময় সিহঁতৰ বেতৰ কোবো সহিব পাৰিছোঁ, কটাঘাত কলাখাৰ ঘঁহাও সব পাৰিছোঁ, কিন্তু আপোনাৰ দুৰ্গতি দেখিব নোৱাৰিম।" জয়মতীৰ জিবাই আৰু দোবোল নেখালে। মহাৰাজে চকু লো টুকি টুকি কবলৈ ধৰিলে, "বাণী, মোৰ জীৱনত শতবাৰ ধিক; নিজৰ তিকতাক যি পাষণ্ডই এনে যন্ত্রণা দিয়াই জীয়াই থাকিবৰ ইচ্ছা কৰে, যমৰ নৰকতো তাৰ ঠাই নাই। ময় আজি নিজেই মোৱামৰীয়াক ধৰা দিম।" লাহে লাহে এই দৰে কোৱামেলা কৰি থাকোতেই পূবে বগা ডাঁৰ দিলে, ৰাতি যায় যায়। জয়মতীয়ে বজাৰ ভৰিত ধৰি কাতৰ কণ্ঠে কাকৃতি কৰি কবলৈ ধৰিলে "মহাৰাজ ! পলাওক পলাওক। ইহঁতে এতিয়া সাৰ পাব। মোৰ অন্তিম সময় ফেৰি আপুনি আপোনাৰ মঙ্গল দেখিয়েই কটাবলৈ দিয়ক।” লাহে লাহে মোর মিবীয়াহঁতে সাৰ পালে
জয়মতীয়ে আকৌ কাকৃতি কৰিবলৈ ধৰিলে। বন্দীশালত মানুহৰ সহাঁৰি পাই মোরাম- ৰীয়াহঁতে হাই কৰি উঠিল। জয়মতীৰ কাকৃতিত মহাৰাজ আকৌ বনত লুকাবলৈ গল। ৰাতি পুরাল। সেই দিনা আকৌ মোত্র' মিৰীয়াহঁতে জয়মতীক গিৰিয়েকৰ কথা সুধিলে। ফল সেই একেই। জয়মতীয়ে আৰু ৰজাৰ কথা নকলে, কিন্তু সেই শেষ সময়ত মোৱামৰীয়াহঁতক যি কেইএষাৰ কথা কৈছিল, সেই কথা কেফাঁকি সাবিত্রী বা দময়ন্তীৰ যোগ্য; আমাৰ গহনা দিব নোৱাৰিলে, গিৰিয়েকৰ খোৱাভাত অখারনি কবোরা তিকতাবিলাকে, সেই কথা কেফাঁকি এবাৰ পঢ়ি চাব। জয়মতীয়ে কলে "মোৱামৰীয়া, তহঁতে তিকতাই গিৰিয়েকক কি ভাবেৰে দেখে, বুজ নেপার। মোক কাটি কাটি খাৰনি ঘঁহ, কুকুৰেৰেও খুৱা, কিন্তু ময় জীয়াই থকাত কেনেকৈ মোৰ স্বামী দেৱতাৰ অমঙ্গল চিন্তিম। মোক কাটিবি বুলি ভয় দেখুৱাই, মোৰ মুখৰ পৰা কথা উলিয়াব নোৱাৰ, তহঁতৰ চেষ্টা বৃথা। মোক শীঘ্রে কাটি পেলা, কিন্তু মই মহাৰাজৰ কথা নকওঁ, মোৰ পৰা তেওঁৰ চুলি এডালৰো অপকাৰ হবলৈ নিদিওঁ।” জয়মতীৰ কথা শুনি মোৱামৰীয়াহত ক্রোধান্ধ হৈ তেওঁক কাঁচি পেলালে। কাটি কাটি লোণ ঘঁহিলে, কুকুৰেৰে খুৱালে !! এই দৰে জয়মতীক হত্যা কৰিলে, তেও তেও মহাৰাজৰ কথা নকলে, কেবল মৰিবৰ সময়ত মুখত "মহাৰাজৰ চৰণ চাই চাই মৰিবলৈ নেপালো!" এই কথা এষাৰ অস্ফুটৰূপে শুনা গৈছিল।
ইয়াৰ পাচত মহাৰাজ ধৰা পৰে, মোৱামৰীয়াহঁতে খঙ্গত মহাৰাজক আন একো বিশেষ দণ্ড নকৰিলে বুলি, বেতেৰে বৰকৈ কোবাইছিল। তেতিয়াৰে পৰা বেতৰ কোবৰ সোৱাদ পাই মহাৰাজে মানুহক বেতেৰে কোবোৱাবলৈ এৰিলে।
ইয়াৰ পাছত মোৱামৰীয়াহঁতে নিকপদ্রৱে ৰাজ্য শাসন কৰিবলৈ ধৰিলে। ৰমাকান্তৰ নামেৰে মোহৰ ওলাল। আহোম বজাবিলাকৰ মোহৰ আঠচুকীয়া আছিল, কিন্তু মোৱামৰীয়াহঁতে নচুকীয়া মোহৰ মাৰিবলৈ ধৰিলে। মোৱামৰীয়া মহন্তৰ ক্ষমতা এতিয়া অপ্রতিহত হৈ উঠিল। লক্ষ্মীসিংহ স্বর্গদেরে মোৱামৰীয়াহঁতক সিংহাসনত দেখি, কষ্ট পাই ইফালে সিফালে নিজৰ দেশৰ মানুহক নিজৰ দুৰ্দ্দশা দেখুৱাই ভিতকরাল ভাবে সহায় খুজিবলৈ ধৰিলে।
ৰাঘমৰাণে মগলৌ কুৱ'ৰীক (ৰাজেশ্বৰ সিংহ সৰ্গদেৱৰ মণিপুৰীয়া রাণী কুৰঙ্গনয়নী) যে লৈ গৈছিল, এরে'ই এই সময়ত প্রধান সহায় কৰে। সকলো ভগনীয়া বিষয়াবিলাকে লগলাগি এও'ৰ লগত ৰাঘমৰাণক মাৰিবৰ নিমিত্তে গুপ্ত মন্ত্রণা পাতিবলৈ ধৰিলে। আহোমৰ বৌৱেকক বখা নিয়ম আছে। বকরা ফুকন সকলে তাকে ভাবি কুর'ৰীলৈ কৈ পঠালে যে তেও যদি কিবা ষড়যন্ত্ৰ কৰি ৰাঘক মাৰিব পাৰে তেনেহলে মহাৰাজ লক্ষ্মীসিংহে তেও'ক ৰাখি কুৱ'ৰা পাতিব। মগলৌ কুর'ৰীয়ে এই কথাত ভোল গৈ মন্ত্রণাকাৰিবিলাকলৈ কৈ পঠালে, যে চতৰ বিহুত মোর মিবীয়াহতক নবগৰালে অন্য সময়ত বিশেষ উপায় নাই। বাণীয়ে মন্ত্রণা সাজিলে, যে বিহুত ৰাজদর্শন বা হুছৰি গোৱা আমাৰ দেশৰ প্ৰচলিত নিয়ম। এতিয়া মোৱামৰীয়াইত আমাৰ বজা। চতৰ বিহুত হু'ছবি গোৱাৰ ছলেবে, শকত শকত মানুহ কিছুমান ভিতৰি অস্ত্র শস্ত্ৰেবে সজ্জিত হৈ আহিলেই মোৱামৰীয়াহঁতক নিপাত কৰা যাব পাৰিব। মগলো কুর'ৰীৰ মন্ত্রণাত সকলো আশ্বস্ত হৈ চতৰ বিহুত এই দৰে ভিতৰি অস্ত্র শস্ত্ৰেৰে সজ্জিত মানুহ এজাকে বাহিৰে ঢোল টকালৈ ৰাঘৰ ঘৰত হু'ছৰি গাবলৈ যায়। কোনো কোনোৱে ভাৰ-ভেটি লৈ ৰজা দৰ্শন কৰিবলৈ গৈছিল বুলিও কয়। এই সময়ত ৰমাকান্ত নামতহে ৰজা আছিল, মূল ৰাঘমৰাণেই। আমাৰ বজাৰ ফলীয়া মানুহবিলাকে ৰাঘৰ চোতালত ঢোল টকা বজাই হু'ছৰি গাবলৈ ধৰিলে গৈ। মগলৌ কুৱ'ৰীয়ে আমাৰ ছদ্মবেশী সেনা যোৱা গম পাই সারধান হল। ঢোল টকাৰ বাজনা শুনি ৰাঘই কুৱ'ৰীক বৃত্তান্ত সুধিলে। কুর'ৰীয়ে কলে যে "এই সকল আমাৰ দেশৰ ভদ্রলোকৰ লৰা। আমাৰ দেশত বিহুত বঙ্গা বা ডাঙ্গৰলোকৰ ঘৰত হ'ছবি গাই আশীৰ্ববাদ কৰা নিয়ম আছে। আপোনাসকলেই এতিয়া ৰজা দেখি আপোনাসকলৰ আগত হু'ছৰি গাবলৈ আহিছে।" বাঘই পাচে কুর' বাঁক সুধিলে যে এতিয়া মই কি কৰিম। কুর'ৰীয়ে ছল পাই, তামোলপান এশৰাই লৈ, তেও'লোকৰ আশীর্ববাদ লবলৈ কলে। ৰাঘই তদ্রূপে সোণৰূপ এচক, আৰু তামোল পান এশৰাইলৈ আশীর্ব্বাদ লবলৈ ওলাল। তেওৰ হাতত তৰোৱাল এখনি আছিল। কুর'ৰীয়ে অস্ত্রখনি দেখি বাঘক কলে, আশীর্বাদ লবলৈ ভকতৰ আঁগলৈ অস্ত্রলৈ যোৱা অযুগুত। ৰাঘই শুনি অস্ত্রখন কুর'বীকে খবলৈ দি, হুছবিৰ আগত আঠুকাঢ়ি সেৱা কৰিবলৈ গল। বাঘই আঠু কাঢ়োত্বেই কুর'ৰীয়ে ৰাধক সেই অস্ত্ৰেৰেই তাৰ কলাফুলতে ঘা মাৰিলে। ৰাঘক হামখুবি খাই পৰা দেখি আমাৰ ফালৰ ছদ্ম বেশী সৈঞ্চই বেৰি ধৰিলে। পাছে নাহৰণোবা, বমাকান্ত সকলোকে আমাৰ মানুহে বিচাৰি বিচাৰি, যাকে যতে পালে, ততে কাটিলে। অধিকাংশ মৰাণ এই বাব কটা যায়। যি দুটা এটা বল, সিহঁত পলাল।
এইদৰে মোর মিৰীয়াবিলাকৰ নিপাত হয়। এই কার্য্যত কুরৈ গয়া ঘনশ্যাম নামেৰে মানুহ এটাই মহাৰাজ লক্ষীসিংহক বৰ সহায় কৰিলে। এনে কি, এই ঘনশ্চামৰ সহায় নোহোরা হেঁতেন যে মহাৰাজে মোর মিয়বীয়াহতক অন্ত কৰিব পাৰিলে হেঁতেন এনে আশা কৰাই টান। মহাবাজ লক্ষীসিংহ আকৌ আহোম সিংহাসনত বহি বজা হল, আৰু বিপদৰ সময়ত ঘনশ্যামৰ পৰা মহৎ উপকাৰ পোৱা বাবে তেও'ক প্রধান মন্ত্রী বুঢ়া গোঁহাইৰ বিষয় দি, ৰাজ্যৰ গুৰিয়াল স্বরূপ কৰি ৰাখিলে। মহাৰাজে বাজ্য লোৱাৰ পাচতো বুঢ়া গোহাইয়ে বহুত মোৱামৰীয়াক ধৰি ধৰি মাৰিলে আৰু নিজৰ ফালৰ মানুহৰ হতুৱাইও যতে যতে পাৰিলে ততে মবোরালে। ভয়ত মৰাণহতে পাছে ডফলা পাহাৰৰ ফালে পলাল। এনে কথা শুনিবলৈকো পায়, যে এদিন বুঢ়া গোঁহাইয়ে, বাজ্যৰ ওচৰত যি বিলাক মোৱামৰীয়া আছিল, সিহঁতক মতাই আনি, ভোজ খুরাই, শেহত সিহঁতৰ হতুৱায়ে বৰ খাল এটা খনাই, সেই খালত সিহঁতকে পুতিলে।
মোৱামৰীয়াৰ প্ৰথম আক্রমণৰ পাছত, এই দৰেই ঘনশ্যাম বুঢ়াগোঁহাইৰ ছল চক্রান্তত, মহাৰাজ লখনীসিংহে পুনব সিংহাসন পায়, আৰু কিছুমান দিনৰ নিমিত্তে দেশত শান্তি হয়।
স্তুতি।
নিৰাকাব হ'য়ো যেয়ে শৰীৰীৰ দবে, সংসাবৰ সব কাৰ্য নিৰম্ভৰ কৰে, চকু নাই দেখিছে সকল, আকাশ পাতাল জলস্থল,
কাণ নাই সকলো শুনিছে, হাত নাই সকলো ধৰিছে, ভৰি নাই সর্ববত্রতে কৰিছে গ্লমন, ভজা তাঙ্ক ভজা সদা হই শুদ্ধ-মন। সংসাবক জানন্ত যি জনে, কিন্তু তাঙ্ক কোনেও নাজানে, পুরুষ প্রধান হেন জন, সৃষ্টি স্থিতি প্রলয় কাৰণ, ভজা ভাই! তাঙ্ক সদা হই শুদ্ধ-মতি, বোলা সদা " প্রক্তো! মোষ গুচোরা দুর্গতি।'
আকাশ পৃথিবী সব স্থানে, ব্যাপি আছে প্রতি প্রাণে প্রাণে, শৰীৰৰ প্রতি লোম-কূপে, ব্যাপি আছে অনন্ত-স্বরূপে, মহা-শক্তি ৰূপে থাকি প্রতি পদার্থত, সংসাবৰ ক্রিয়া-কাণ্ড চলায় সতত। হেন মহা-পুৰুষক নিতো, উপাসনা কৰা শুদ্ধ-চিত্তে, ভজি তাঙ্ক শুদ্ধ করা মন, কবা তাব মহিমা কীর্ত্তন। বোল। "মূৰ! সদা তাঙ্ক কৰা প্ৰণিপাত, "অন্তব, সোরবা তাঙ্ক পূজা কৰা হাত!" বিষয়াৰ শবীবে থাকয়, বিষয়-বিকাৰে নোচোৱয়, (পড়ুম-পাতৰ পানী-প্রায় ভিন্ন রূপে থাকে এক ঠাই) যিবা মহা-পুৰুষক ভজা তাঙ্ক নিত্যে, ভজা ভাই! পবিত্র-অন্তৰে ভক্তি-বিত্তে।
স্তুতিত সন্তোষ নাই যাব,
নোহোরয় গালিতো বিকাব,
সমভারে আছে সর্ববদাই,
চেতনতো অচেতন প্রায়,
সেই মহাপুৰুষক ভজা নিতো নিতো, ভজা ভাই পবিত্র-অন্তৰে হৃষ্ট-চিত্তে।
ইন্দিয়াদি কৰিয়া দমন,
বিষয়ক কৰিয়া বঞ্চন, উপাসিয়া যাক শুখ পায়, পবিত্র আনন্দ লভে, ভজা ভাই! তাক,
ধার্ম্মিক সকলে সর্ববদায়,
বোলাগ "সুমতি বুদ্ধি দিয়োক আমাক।"
গ্রীষ্টিয়ানে পূজে "শ্রীস্ট" বুলি,
বাইবেল-সুব তুলি "তুলি,
"বিচমিল্লা" "মহম্মদ" নামে,
ভক্তিভারে পূজিছে "ইস্লামে"
"ৰাম-কৃষ্ণ” বুলিয়া বৈষ্ণর হিন্দু পূজে,
শাক্তই সেরিছে বুলি "মাগো দশভুজে!"
"ৰণচণ্ডা "লোল-জিহব।" নামে,
বণুরাই পূজিছে সংগ্রামে,
"লাঙ্গামাৰ।" "বৰমানী আই" কছাৰিয়ে পূজে সর্ববদায়,
"লঙ্গদেও " "জাৰী" আদি নানা সম্বোধনে,
অৰণ্যতে গাৰোয়ে পূজিছে হৃষ্ট-মনে।
ধনবানে পূজে অর্থ দিয়া,
নৈবেজাদি বলি নিবেদিয়া,
দুখীয়াই পূজে খুদে কণে, ভিকহুয়ে মাগি অনা ধনে,
পক্ষী সকলেও সেরে নানা বোল বুলি,
বৃক্ষ সবে জড়-ভাবে মূৰ তুলি তুলি!
মাখিমৰা মসী-জীবী আমি, কিহেবে পূজিম বিশ্বস্বামি, পৰৰ কৃপাত কৰি জীৱনক-দান, কষ্টে-সৃষ্টে দিন কাটো-যুগৰ সমান। হাতত হাঁহব পাখী লই, ঘঁহি ঘঁহি মন-কথা কই, অন্তৰৰ দুখীয়া ভাৱেবে, দুখী আমি পূজিম সাদবে, ইয়াত সন্তুষ্ট হই জগতৰ নাথ, কার্য্যত শকতি দিবা দৃঢ়তা কথাত।
অন্তৰতো সাৰ নাই তাতে, অসাৰ জীৱনো পৰ-হাতে,
দুপব-নিশা।
১
কতো সাব-সুৰ নাই
জানিবা মৰাৰ প্ৰায়, দুখীয়া শয্যাত পৰি মাজে মাজে ঘৈনী আই টোপনি ভাঙ্গিব বুলি হৃদয়-বতন
নিদ্রাব কোলত সব প্রাণী অচেতন।
নানাবিধ চিন্তা কৰি,
দুখীয়া গৃহস্থ শোরে চিন্তাকুল মন।
কন্দা লৰা নিচুকায়,
পুত্রমুখে স্তন ধৰি
মুখে গুন্ গুন্ কৰি গৃহস্থৰ পাশে শয্যা কৰিছে শোভন।
গৃহকৰ্ম্ম হাতসাবি
যত বোৱাৰী জীয়াৰী,
সাধু কথা শুনি শুনি ভাগৰ পলাই,
কথা শুনা সাঙ্গ কৰি
বিবিধ মেলত ধৰি
লাহে লাহে ভাগকরা দেহক শুরায়।
মাজে মাজে দুখীয়াই
সপনত বত্ন পাই
আনন্দত টোপনিতে হাহে মিটিকাই,
সাব পাই খেপিয়াই
হাত মেলি মেলি চাই
নেপাই একোকে শোকে বুকু ভুকুরায়।
মাজে মাজে চেগ বুজি
বাবে কাণে শুজি গুজি,
চুৰ কৰিবৰ মনে চোৰ বপুৰাই,
গৃহী সব শুইছেনে
সাবে আছে, মনে-মনে
সহাৰি বুজিয়া ফুৰে আহে আৰু যায়!
চকুত টোপনি নাই
ফুৰে ধুম্ খুলিবাই
কাক মাৰে কেনে কৰি চিস্তিছে উপায়,
প্রভু-ভক্ত ঢেকুৰাই
লগপালে প্রাণ যায়,
অর্থ আশা পৰি হৰি কতোবা পলায়।
গছৰ ডালত থাকি ডৌকাৰ আড়লে ঢাকি,
কপোত কপোতী দুয়ো-কণিক উমাই মহা সুখে নিদ্রা যায়,
আনো পক্ষী সমুদায়, কেরল কোঢ়াল কৰে যতেক ফে চায়।
গালিকে পাৰিছে কিবা
মাত-বোল শুশুনিবা
আন পক্ষী সকলক শুনায় শুনায়?
প্রকৃতিৰ সুশোভন
মূর্ত্তি কৰি নিৰ্বীক্ষণ,
আনন্দে মজিয়া কিবা ঈশ গুণ গায়?
৫ যতেক জোনাকীকুল
আনন্দতে বিয়াকুল,
উড়ে ঘূৰি ঘূৰি ঘনে, উঠে ঘনে নাই:
জোনৰ জোনাক চাই
আপোনাকো গোহবাই
নিজকো একণ জোন বুলি ওফোন্দায়! পর্ববতৰ কেউ-কাষে,
উড়ি ফুৰে মহোল্লাসে,
দেখিলে সি সৌন্দর্য্যক মনত খেলায়,
প্রকৃতি-দেবীৰ খোপাত,
শোভা কবে অসংখ্যাত সোণৰ কুসুম যেন চকু চমকায়!
৬
ধীৰ বায়ু ধৰে তান,
জিলীএ কৰিছে গান, শুনি জগতৰ যেন প্রাণী সমুদায়, মোহ গই নিদ্রা যায়,
কাবো গাত তত নাই, হাই-উৰমিৰে ভৰা বিশ্ব মৃতপ্রায়!
চাতক চাতকী সুখে,
আকাশত উর্দ্ধমুখে, জোনব সিমল কবে শৰীব বুবাই জুবাইছে মন প্রাণ অমৃত কৰিছে পান, বেত্র ভৰি চোৱা সবে নয়ন জুড়ায়!
গাঁৱলীয়া বোৱাৰী'
১ ফেচাই উকলি দিলে পূবে বগার্ডাৰ, বাহিবে পোহৰ কিন্তু ভিতবে এন্ধাৰ, কু-কু-কু-কু-কু-কু বুলি, কুকুৰাই কণ্ঠ তুলি, গুৱাল ৰজনী বুলি জগালে জগৎ, গাঁৱলীয়া বোৱাৰীৰ শাহলাদ মনত।
২
শীতৰ অমোঘ অস্ত্র নিহালি পেলালে, বুকৰ কেঁচুৱা এড়িলেক ডালে পালে, বিসর্জ্জিলা এলাহক সাপটিলা শুকাৰ্য্যক, নিদ্রাগতা কার্য্য-মূৰ্ত্তি যেন সাৰ পালে, গৃহলক্ষনী সাৰ পালে অথবা কপালে!
৩ হাতত বাড়নি লই চোতাল সাৰিছে, বাহি চোতালত লোকে ভৰি দিলে পিচে জানো অমঙ্গল হয়, মনত সদাই ভয়,
ভয়ে ভীতা বোৱাৰীয়ে শুখ পৰিহৰি, গৃহকর্ম্মে বন্দী হল সুখ কাতি কৰি! 8
গাঁৱলীয়া বোৱাৰীব অন্তৰ এন্ধাৰ, শিক্ষাৰ পোহৰ নাই যত কুসংস্কাৰ, কুসংস্কাবে বশ হই, শাহু আইৰ বাক্য লই, সাংসাৰিক কাষ কবে এলাহ নকৰি, কাৰ্য্য-ক্ষম নাই গাঁৱলীয়া সৰিবৰি!
৫ কাষত কলহ লই জাব তুচ্ছ কবি, (শীতত রূপয় কিন্তু দেহ থৰথৰি,) ধীৰে ধীৰে যাই হায়! মুখত কথাটি নাই দুৰন্ত শীততে গই পানী তুলি আনি, বাহি বন সাঙ্গ কবে আল্য নেমানি!
৬
কোমল শৰীৰ কেনে লার্য-ললিত, নীরবে কাঠিন্ত সহে দেখি আচৰিত, কঠিন কোমলে মিলি, অপৰূপ ৰূপে খেলি, গাঁৱলীয়া গৃহস্থৰ সংসাৰ উজলি, গ্রাম্য-বধূ শোভে যেন মেঘত বিজলি!
মহর্ষি মনুৰ সংহিতাৰ স্থবচন (গৃহিনীৰ কাৰ্য্য) গাঁৱে কৰিছে পালন, যত গ্রাম্য-বধূচয়; অন্তৰত ঘোৰ ভয়, শাস্ত্র উপদেশ পালা হিন্দুৰ ধৰম, নেপালিলে পাপ হয় ঘোৰ কুকৰম!
শিক্ষা নাই অন্তৰত নানা তর্ক তুলি,
প্রধানতঃ সুশৰাৰে দুঃখ পায় বুলি, গ্রাম্য বোৱাৰীয়ে ভাই পৰিশ্রমে নেকেঁকায়, বঙ্গমনে পৰিশ্ৰম কৰিছে সতত, ভাতে যেন কার্য্য লাগি আছে অবিবত!
৯
গৃহকর্ম্ম সাঙ্গ হল সময় বুজিলে, নীৰবে চেঁচা পানীকে মূৰত ঢালিলে, বোৱাৰীৰ ভাগো, ভাই, তপতোরা পানী নাই, কোমল শৰীৰে পুনঃ কঠিন প্রহাৰ, কোমলে কঠিনে মিলে দেখা আৰ বাৰ!
۰
কুসাজে লারন্য-রূপ ঢাকিব নোৱাৰে, চাকিয়ে আপুনি পোহৰাই অন্ধকাৰে, ৰূপহ শৰীৰে ভাই, যোগীনী সাজ পিন্ধাই কোমলত কবে পুনঃ কঠিন মিলন, গ্রাম্য-গৃহ এই দৰে কৰিছে শোভন!
১১
কার্য্য-ক্ষম, পৰিশ্রমী শৰীৰ শকত, কেতিয়াও নিবিয়লে অলপ জহত,
শকত শৰীৰে হয়,
শক্তিমন্ত সুতনয়, পৰিশ্ৰমী মাইকীৰ পৰিশ্ৰমীসুত, আটিল শৰীৰ দেহ বহু বলযুত!
শিক্ষা নাই অন্তৰত নানা তর্ক তুলি,
প্রধানতঃ সুশৰাৰে দুঃখ পায় বুলি, গ্রাম্য বোৱাৰীয়ে ভাই পৰিশ্রমে নেকেঁকায়, বঙ্গমনে পৰিশ্ৰম কৰিছে সতত, ভাতে যেন কার্য্য লাগি আছে অবিবত!
৯
গৃহকর্ম্ম সাঙ্গ হল সময় বুজিলে, নীৰবে চেঁচা পানীকে মূৰত ঢালিলে, বোৱাৰীৰ ভাগো, ভাই, তপতোরা পানী নাই, কোমল শৰীৰে পুনঃ কঠিন প্রহাৰ, কোমলে কঠিনে মিলে দেখা আৰ বাৰ!
۰
কুসাজে লারন্য-রূপ ঢাকিব নোৱাৰে, চাকিয়ে আপুনি পোহৰাই অন্ধকাৰে, ৰূপহ শৰীৰে ভাই, যোগীনী সাজ পিন্ধাই কোমলত কবে পুনঃ কঠিন মিলন, গ্রাম্য-গৃহ এই দৰে কৰিছে শোভন!
১১
কার্য্য-ক্ষম, পৰিশ্রমী শৰীৰ শকত, কেতিয়াও নিবিয়লে অলপ জহত,
শকত শৰীৰে হয়,
শক্তিমন্ত সুতনয়, পৰিশ্ৰমী মাইকীৰ পৰিশ্ৰমীসুত, আটিল শৰীৰ দেহ বহু বলযুত!
অসভ্যশাহুৰ গালি নীৰৱে শুনিছে, জেশাহু ননন্দ মাত নীবরে সহিছে, ছনাই উত্তৰ দিব টান কথা বা বুলিব, সামাধ্য গতিকে মনে হেন ভাব নাই, মৃদুভাবে সহি সহি সময় কটাই!
১৭
শলবক বুঢ়া ঠেৰা বুলি নিগিণায়, দুঃখত জীয়াৰী যেন বস্ শুশ্রূষায়। গাঁৱলীয়া বোৱাৰীব, শহুৰ আৰু শাশুৰীৰ, বিপদে পুতউ কৰ। কর্ত্তব্য কৰম। অসভ্য গতিকে নাই অন্তৰে মৰম ।
১৮
অসভ্য মুখব মাত কদাপি মুশুনি, কথা কয় যেন ভোমৰাৰ গুগুনি। সভা নহে শিক্ষা নাই, তথাপি শিক্ষিতা আই, গাঁৱলীয়া বোৱাৰীএ নাৰীৰ উত্তমা, পতিব্রতা গ্রাম্য বধূ বুধ-মনোৰমা।