উঠা প্রাণেশ্বৰ,
শ্রুতি সুখকৰ,
কৰিয়া সাদব, শুনোরা বাৰেক মোক।
চোৱা চকু মেলি,
নকৰিবা বেলি,
কৰিছে। কাতৰ
শ্রীমুখৰ স্বৰ এ
বোধ-ঠেস ঠেলি,
যাই প্রাণ গেলিএ
উঠি কৰা কেলি পাহৰোহো যত শোক ॥
২
অনাথিনী কৰি,
কিবা দোষ ধবি,
গৈলা পৰিহৰি,
দাসী ৰৈলে। পড়িএ
বাবেক সুর' বি, কিয়নো নোচোরা ফিৰি।
দিবস-শর্বববী,
বোৱাৰী জীয়ৰী,
চিয়বি চিয়বি,
বাগৰি বাগবিএ
কান্দে সব সৰি, শুনি প্রাণ যায় মৰি ।
৩
হেনয় নিদয়,
কৰিছো বিনয়,
হইয়া সদয়, বাৰেক দাসীক চাই।
সংসাৰত ময়,
পুত্র কন্যা লই,
নহবা বান্ধয়
পৰাণে নসয়এ
একেশ্বৰী হই,
কাৰনো আশ্রয় এ
লইয়া সময়, কটাম দিয়া উপায় ॥
R
উঠা শীঘ্র কৰি
নাথাকাহা পবি
মাটিত বাগৰি,
চৰণত ধৰিএ
মাতিছে। পামৰী, উঠ। উঠা মোৰ প্ৰাণ।
সুখতে বন্ধিত,
কোমল তুলিত,
দেখো সুললিত,
শুইছিলা নিত এ
কিনো বিপৰীত, বিধি কৰিলি বিধান ॥
পৰৰ সুখত.
তোৰ অন্তৰত,
হিংসাৰ জুই যত এ-
সুখ কৰি নষ্ট, শুখী ভাব বিধি তয়।
জ্বলে অবিৰত,
ধিক তোৰ প্রাণে,
ধিক তোৰ মানে,
ধিক তোৰ জ্ঞানে,
যতেক বিধানে এ
পৰত্ৰীয়ে হানে, নিতান্তে যাৰ হৃদয় ॥
৬
সংসাৰ কাননে,
আমি দুয়োজনে,
আনন্দিত মনে,
নিশঙ্ক জীরনে এ
ফুৰিছিলো যেনে, হৰিণ হৰিণা দুই।
কেতিয়াও কাব,
নকবো এবাব,
একো অপকাৰ,
তই দুৰাচাৰ এ
সুখত আমাৰ, কেলেই স্থালিলি জুই।
9
কি লাভ লভিলি,
কিয় নেমাৰিলি এ
থাকিলোহো ময়,
ভেল যেন হয় এ
অনাথা কৰিলি, ময় অভাগিনীক কিয়?
এটাক বধিলি,
ইটোক এৰিলি,
শূন্য হৃদি লই,
প্রাণ নিলি তয়,
দেহ আছে বই, কেলেই তাকো নিনিয়!
৮
সকলোরে কয়,
বাৰী হলু ময়,
মৰিল বান্ধয়,
পৰাণে নসয় এ
ভাবোতে। নির্দয়, গালি দিছে যেন মোক।
হেন দুর্বচন,
অবিশ্বাসী মন,
শুনিও শ্রবণ,
নহয় ভগন এ
আছয় জীরন, হবি! সহি এত শোক।
সংসাৰ সুখৰ ঠাই।
সংসাৰ সুখৰ ঠাই
যি বিচাৰা তাকে পায়, দুঃখ চালে, দুঃখ পায়,
সুখৰো অভাব নাই
সংসাৰত একো নাই, বোলে নজনাই
কি বিষম কথা আই।
সংসাৰত সুখ নাই!
আকাশত সুখ পায়?
পাতাল সুখৰ ঠাই?
সমব যন্ত্রণা পুৰী নৰক নে ভাই?
সংসাবে সুখৰ ঠাই,
ধুকপ জানিবা ভাই,
খঙ্গো আছে বঙ্গো পায়,
ৰোগবো আছে উপায়,
মৃত্যু আছে মাৰে সঁচা, পুশু ওপজায়, এটাই বা শুখ পায়,
দুঃখ ভুঞ্জিলে এটাই,
এটাই লভিলে ছাই,
আনেটাই ৰত্ন পায়,
বহুরূপী সংসাৰ সুখৰ সাৰ ভাই!
বৃষ্টি পড়ে বাৰিষাই,
সদাই মাটি তিয়াই, বদত পুশু শুকাই পূর্ববরত হই যায়, সচা হয় জাৰকালি বৰ জাবো পায়,
বঙ্গা বদ ফেৰি ভাই
কিরূপে পাহৰা যায়? কেনেকই দিয়া এড়ি? সুখ দুখ সমভাগে সংসাবে সদাই।
জুহালৰ জুই ফেৰি,
8
সকলোৰে ভাগ্যে নাই, মনে তাক পতিয়ায়,
মুখে কৰি "হায় হায়"
বার কাঢ়ে সর্বদাই
অসুখীয়। যত সবে সঁচা কথা ভাই, কিন্তু "কিয়াবাত হাই কত জনে ৰিঙ্গিয়াই, মন দিলে শুনা যায়,
মজা কৰ দুনিয়াই"
সংসাৰত ভৰা সব, শুদা একো নাই।
৫
কিনো নাই সংসাবত,
ধান হয় পথাৰত,
শক্তি আছে শৰাবত,
খেতি কৰা মনোমত, খাই লই সুখ কৰা কেলেই কাতৰ? বচনা বসাল কৰা বিবিধ বস্তুৰে ভৰা, সংসাবে "সুখৰ সাৰ শহুৰৰো ঘৰ!"
বিচাৰি গোটাই লোরা, ভোকে পেট ভৰি খোৱা
প্ৰাণৰ সঙ্গিনী আছে সদাই 'ন' নহে বাহি
সন্তান কোলাত নাচে,
মুখত মধুৰ হাঁহি
গজেন্দ্র গতিৰে চলে শৰীৰ দোলাই!
সুখ-সাৰ বাচি বাচি,
হাতে তুলি যাচি যাচি,
হেনয় প্রিয়াক দিয়া জুড়াই তাপিত হিয়া! অসাৰ চিন্তাত আছো সনক ডুবায়।
'নকৰা সংসাৰ সুখ,
ধৰ্ম্ম কৰা যাব দুখ, সংসাব এবিয়া যাব।,
সংসাৰ ধৰ্ম্মৰ ঠাই,
মুনি সবে কয় ভাই, ঈশ্বৰৰ নাম ধৰি জপা মালাগুটি।
দূৰ হব দুঃখ সব,
অন্তে স্বর্গলাভ হব,
(সুখ ভৰা ঠাই পাবা)
"এটি" হই যোগ ধৰা নেবাঞ্ছিবা "দুটি।'
৮ ব্রহ্মাণ্ড যদি কম্পিত, পলোৱা সংসাৰ এৰি অৰণ্যৰ মাজে
দেখিছা বজাবো দুখ, কত নবাবৰ সুখ,
কেৰাণীৰ ঢিলিকিত,
নেবাঞ্ছিবা তাৰ পদ,
লভিবাহা সুসম্পদ,
কেৰাণীৰ লেখনীত, জি আছে, দূৰ হোৱা, পৰিবা সি ভাঁজে।
কেৰাণীৰ আঙ্গুলিত,
পায় যেনে লটা ঘটা,
আছে তেনে সুখ চটা
(কেবাণীৰ দুখ ভাই
পোড়া পেট হস্তে পায়)
আজলি ভৰাই নিয়ে মাহ পূর্ব হলে।
চকিত আউজি হায়
নিত্যে কেৰাণী ককাই
চকুৰ পলকে ভাই
কতনো "খিতাব "পায়,
'দেউতা'' স্বর্গদেউ' প্রভু' কত জনে বোলে।
ভৰিত কতয় ধৰে,
'কেওঁ মেও' কতো কবে,
আনন্দে কেৰাণী বাবু
মন কবে হাবু কাবু,
কেৰাণী নহলে কোনে হেন সুখ পায়?
জানিলে সকলো পায়,
নেজানিলে একো নাই,
জানিলে বুজিবা ভাই।
সংসাৰে সুখৰ ঠাই,
বহিব জানিলে মাটিতেই পীৰা পায়,
চাউলো জানিলে খাব চিবা হই যায়।