shabd-logo

শ্রীকাশীনাথ ভামুলি ফুকন।

30 November 2023

8 দৰ্শন কৰা হৈছে 8

আসাম দেসব ডাঙ্গবিযা গণ প্রভৃতি বিসযাব নিবন্ধ ॥

সম্প্রতি মহুদানুসাবে, বিসযাব নাম লিখা জাই। জি জি একে মর্জাদাৰ সেই সকলক একে চেদব মাজতেই লিখা জাব; তাতে লিখাৰ আগ পাচ ক্রমে মর্জদাতো আগ পাচ আচে। সেই আগ পাচকে চেদে চেদেও, এবং চেদৰ মাজত লিখা সকলোতো বুজিব।

বুবা গোহাই, ও বব পাত্র গোটাই, বব গোহাই এই তিনি জনাব একে মর্জদা; কেকোবা দোলা আবো আন বাহৰ উকা, মাজ পিনে নালতে একো খানি গামো- চা বান্ধা, সোণৰ চুলাবে পানি জাপি, টুপি জাপি, পাখি বিচনি, দুখনব দৰে নাল লগা সুবর্ণীযা বিচনি, কেপ কৰা হলচা। কিন্তু ঘৈণী সকলে এই বোৰ দ্ৰব্যৰ একোকে নেপাই, কেবল পতিচাঙ্গি ও ডাল ববৈ লগা সোণব চলাৰে সিযা জাপি ইয়াকে পাই। এই তিনি জনাবে জি জনা বাজ মন্ত্রা হৈ, বাজতত অগ্ৰচৰ ৰূপে ফুৰে, ও জবাই চুকিযা নামক মানুহ এক হাজাব পাই, ইযাত বাজে একো লব নাই। সদিয়া খোআ গোহাই, সলাল গোহাই, মবঙ্গি খোআ গোহাই, এই তিনি জনাক দাতিয়লিয়া গোহাই বোলে। সি তিনি জনাতকৈ কিছুমান কম। বৰ বকয়া ও বৰ ফুকন দুযো সমান। কিন্তু গুআহাটি ডুব দেস কাৰণ, তাত বব ফুকনৰ কিছু এক্তিয়াৰ বর্হা; আৰু দুয়ো জনাব পরি চাঙ্গি ও বানতেবে আউঠি সিযা বব জাপি, রূপৰ চুলাবে পানি জাপি, কোন জনাক সোণব চুলাও দিএ; ও খেৰ পাখি বিচনি, টুপি জাপি, দীঘল নলিয়া পুৰনিয়াবে আগ খবা বিচনি, চাল কঠ বানতৰ মচুলা, কপৰ বেবি দিয়া লাখুটি। নাও বৈচা ফুকন, পানি ফুকন, ভিতকআল ফুকন, দুই ডেকা ফুকন, দুই দিহিঙ্গিয়। ফুকন, ন ফুকন, চেটিয়া ফুকন, এই ন জনাও সেই সমানেই; কিন্তু উকা বৰ জাপি। নেওগ ফুকন, নিয়াই সোধা ফুকন, চাঙ্গকঙ্গ ফুকন, এই তিনি সমান, ঐ ৯ জনাবে নিচিনা। নিবুকিয়াল বাজ খোৱা, বচা বাজ খোআ, দুই সমান। লোহাব ঢেকৰ লগা চাঙ্গি মাত্র পাই। দিহিঙ্গিয়া ৰাজ খোৱা ২, সলগুৰিয়া ৰাজখোআ ২, অভই পুৰিয়া বাজখোআ ৩, নামডঙ্গিয়া বাজ- খোআ, দিখৌ মুখিয়া বাজ খোআ, গজ পুৰিয়া বাজখোরা, দৈয়ঙ্গিয়া বাজখোরা ঘিলা ধৰিয়া বাজ খোআ, এই ১৪ জনা একে সমান; গুআহাটিত থাকিলে পহিচাঙ্গি পাই। দুই চেটিয়া পাত্র বকআ, দুই ঘৰ ফলিয়া বকআ, চাঙ্গকঙ্গৰ বৰুআ, এই ৮ জনা একে সমান। এই পর্জন্তে বাজুআ বিসয়া গল।

চোলা ধবা ফুকন খাব ঘবিয়া ফুকন, ঢেকিয়াল ফুকন, নাওসলিয়া ফুকন তামুলি ফুকন, এই ৫ জন্য সমান। কপথ চুলাবে পানি জাপি, পহিচাঙ্গি, খেৰ, টুপি জাপি, পাখি বিচনি, দাঘল নলিয়া ঘুবনিয়া বিচনি, কপেৰে বেৰি দিয়া লাখুটি চাল কঠ, এই সকল পাই। জদি খেব, বিচনি, টুপি নেপাই, তেতিয়া চোলা ধৰা খাৰ খৰিয়া, ঢেকিয়াল, এই তিনিয়ে পহি চাঙ্গি পাই; নাও সলিয়া ফুকন, তামুলি ফুকন, ছয়ে ঢেকৰ দিয়া চাঙ্গি হে পাই, চিবিঙ্গ ফুকন, কাথ বক, শুলপানি বৰুআ, এই তিনি সমান। কপৰ চুলাবে পানি জাপি, পড়ি চাঙ্গি, কপেবে বেবি বন্ধা লাখুটি, দীঘল নলিয়া ঘুবনিয়া বিচনি পাই। জাল ভাবি ফুকন, গন্ধিয়া বক, মজুমদাৰ বকআ, খনিকৰ বৰুআ, সেন চোআ বকআ, এই ৫ জনা সমান; ঢেকৰ দিয়া চাঙ্গি পাই। বঙ্গা জোআই সকল বিসই নেপাই থাকিলেও কপব চুলা, পহি চাঙ্গি আদি বৰ ভণ্ডাৰ বহুআ, তুল্য মর্জদা পাই; আক চাৰিও কোস বানত সিয়া কঠ লই; আৰু তিনি জনা ডাঙ্গবিয়াৰ লৰা গোহাই বোৰহলে কপৰ চুলা, ঢেকৰ দিয়া চাঙ্গি পাই, বহা কঠ ঐ বকম বানত সিয়া। চাঙ্গমাই বরুআ, তিপাময়া ৰাজখোৱা, হাতীবকআ ঘোৰাবৰুআ কুকুৰা ঢোআ বকআ, এই পাচ জন সমান। দোলা কাসবিয়া বকআ, ২ চাওডাঙ্গ বকআ, ২ জবাধৰা বকআ, বেজ বকআ, এই চই জনা সমান। দুলিয়া বকআ, ও দবব ধৰা বৰুআ কাঠ কাটিয়া বকআ, মলিয়া বকআ, ঘিও বকা, পাখি মৰিয়া বকআ, এই ৮ জন সমান। গঞ্জপুবিয়া বকআ, সিলাকুটি বৰুআ, চৰাই মৰিয়া বকআ, ধেনু চোচা বকআ, জুতকিয়া বকআ, দুঅৰি বকআ, এই চইজন সমান। এই পর্জন্ত ভিতকআল। বাই ডঙ্গিয়া ফুকন, পর্ববতিয়া ফুকন খঙ্গিয়া ফুকন চাৰিঙ্গিয়। ফুকন, তিপমিয়া ফুকন এই পাচ জন সমান। ঢেকৰ লগা চাঙ্গি পাই। ৰাইডঙ্গিয়া বকআ, পর্ববতিয়া বকম, খঙ্গিয়া বকআ, চাৰিঙ্গিয়া বরুআ, তিপমিয়া বরুম, এই পাচ জন সমান। নামৰূপিয়া বকআ, পুৰনি শেলিয়া বৰুআ, মাজু মেলৰ বৰুআ, সৰু মেলৰ বকআ, মাহি মেলৰ বকআ, ন মেলৰ বৰুআ, গাভক মেলৰ বকুআ, কলি চেঙ্গৰ বকআ, এনাই ঘৰিয়া বকআ, এই ৯ সমান। এই পর্জন্তে মেলডগিয়া। দেৱলিয়াৰ বকয়াহতক হলে সদবত সেরা চলোৱাহে বোলে। এই পর্জন্তে বিসয়াব তাবতম্য মর্জদা বুজিবব কাৰণ নাম লিখাগল ইতি।

ডাঙ্গবিয়া সকল ঘৰৰ পৰা ওলালে আগত বিলতিয়া গায়নে গাই জাই, ও কালিয়াই কালি মাবি জাব পাই। বঙ্গা চুলিবে বৰচি, চুলি লগা দাবে লগত পালি ধবি জাব পাই; হাতি ঘোবাত বানত সিয়া জৰি ভৰিত নপুৰ ঘোবাত উঠা হাল- ধিয়া পাটব তলচা, হাতি উঠা কাপৰ, আগত দোলা চৈবে আগুআ জাব পাই; গৰৰ চকুৰ কিছু ভিতব সোমালে গায়নে কালিয়াই গাব বজাব নেপাই, বাটত সৰ্গদেৱেৰে দেখা দেখি হলে সর্গদেও হাতিত উঠি গলে ডাঙ্গবিয়াও হাতিত উঠি দেখা দিব পাই; সৰ্গদেও দোলাত বা ঘোৰাত গলে ডাঙ্গবিয়াও ঘোড়াত উঠি বা কেপ কৰা তলচাৰ মুবাত উঠি দেখা দিব পাই। আক বাজমাঁওদেও, বব জনা আইকুঅবী দেও পবতীয়া আই কুঅৰী দেও, এই কেই জনাক সর্গদেরব দবেই সকলোএ সম্মান কবে কিন্তু সিঙ্গবি যব উঠিলেহে ডান্সৰিয়া সকলে সেরা কৰে। দাতিয়লিয়া ডাঙ্গবিয়া তনি জনাবে বাটত সর্গদেও ভে'টার্ভে'টি হোআতো এই ক্রমেই আক চাবিঙ্গিয়া তিপমিয়া আদি মেল খোআ গোচাই দেও সকলেবে তিনিজনা ডাঙ্গবিয়া ভেটাভেটি হলে দোলাতে থাকি ডাঙ্গবিয়া সকলক গোটাই দেও সকলে বাট এবি দিব পাই। দাতিয়ালিয়া তিন জনাবে যদি যাই তিন জনা ভেটাভেটি চই, তেতিয়া গোহাই দেও সকলৰ দৰেই দাতিয়লিয়া তিনি জনাই গাই তিন জনাক বাট এবি দিব পাই। যদি দাতিয়লিয়া তিন জনাবে ঐ মেল খোআ গোহাই সকল ভোটাভোঁটি হই, তেতিয়া বাট এৰি দিয়া দি কৈ জাই। যি হেতু সর্গ দেরব নিজ ভাই বা পো এনে মেল খোআ গোহাই দেও সকলক সকলে বহাই গৌবব কবে। বব বকআ বব ফুকন প্রভৃতি চবাব ফুকন ও খেৰ বিচনি লোআচমুআ ফুকন আদি সকলোরে চাঙ্গিব পৰা নামি তিনি জনা ডাঙ্গবিয়াক দেখা দিব পাই; চাঙ্গি লুকাব পাই, এইরূপে ডাঙ্গবিয়া আহি বৰ দুআৰৰ মুখতে দোলা আবোআন দা জাঠি বৰচি আদি সকলা আহিলা এৰি, ৩ গচমান বঙ্গ। জাঠি বৰচিবে নগৰত সোমাই ওপৰত সোণৰ চুলাবে পানি জাপি ধৰি আহি বৰ চৰা উঠিলেই, বৰ বকআ মুখ্যে জি কেই জনা চৰাৰ ফুকন পুব ফালে বহি থাকে তাৰ পৰা উঠি চৰাৰ পচিম ফালে ফকামৰ কোঠা সোমাই বহেগৈ; বহোতে চালে সহিতে তিনি পনিয়া কঠব তলিয়বিখন গুচাই, এবং বানত মচুলা গুচাই, বৰ কাপোৰ একো খনকে ঘুবাই পকাই মঢ়লাকৈ লই; পাচে ডাঙ্গৰিয়া আহি যি খনিতে বহে, তাৰ পোনেই পানি পাচত লেকামেৰে বেলাত ভৰি ধুই বুলনি কাপোবত ভবি দি আহি তলাতে পিঠিয়া ওপৰত কেপ কৰা তলচা দিএ, তাতে বব গুটাতে পিঠি দি পচিম মুখে বঙ্গে; পিক চোবা পেলাবলৈ আগ ফালে চুপ কবা পাত দিয়ে। বব বকআকে আদিকৈ চৰাব ফুকন অথবা ঐ চমুআ ফুকনেই ডাঙ্গবিযা সকলৰ নিচেই ওচৰ চাপিব লাগিলে খেবত বহির পাই: কিছু দুব হৈ বহাত হলে চবাব ফুকন লোকে ঐ ক্রমে মেলা দুখনিয়া কঠতে কাপবব মচুলা লৈ বহে। ঐ চমুআ ফুকর্ম সকল দুখনিয়া চাল কঠন মুথাত বয়ে; সমইমতে বুধা গোচাই বব পাত্র গোটাই এই দুই ডাঙ্গবিয়া বহা গুটা দুটাব মাজ পোনে পচিম ফালে ফকামৰ কোঠাত চবাব ফুকনব সাবিতকৈ কিছু পঢ়িমলৈ হুহকি দুগনিয়া মেলা ঢাল কঠতো বহে। কিন্তু কাপবব মচলা নাই। যদি ডাঙ্গবিয়া আগতৈ বহাত বৰ বকআ বা চৰাৰ ফুকন কোনো জন। পাচে আহে, তেতিযা বব বকআ হলে ধৰা আৰ দি, ইকেই জনা হলে মানুহব আবতে চবাব দক্ষিণ টুপে ভবি সৃই, খেবত আঠু চোঙ্গাই চবাৰ মাজেই গৈ ঐ ক্রমে পচিম ফালে মেলা কণ্ঠত বহে গৈ।

কিন্তু সৰ্গদেৱৰ আজ্ঞাবে কটকি গৈ নেমাতিলে নগবলৈ ডাঙ্গবিয়া সকল নাহে; এবং সর্গদেরব আজ্ঞা নহলে কোনো বকর। ফুকন আদি সবকাবী কামব লোক ডাঙ্গবিয়া সকলৰ ঘৰলৈ যাব নেপাই। আক নিমন্ত্রণ মতে কার্জত ডাঙ্গবিয়া সকল আহিলে, বিদাইব সময়ত বটাৰে পাতলি তামোল বটা ঢকাবে ঢাকি ভিতৰ তামুলিএ সজাই দিএ, চেঙ্গদান ধৰাই নি ডাঙ্গবিয়া সকলক দিব পাই; তাকে দিলেই একখ্যনো বিলম্ব নকৰি ডাঙ্গবিয়া সকল উঠি জাব পাই। আৰু ডাঙ্গবিয়া সকল ভিতৰৰ বৰ ঘৰৰ টুপলৈ জাব পাই; পাচে ডাঙ্গবিয়া সকল ভিতৰ- লৈ জাই। জখলা মুখৰ মাটিতে সুদা লেকামেবে ভবিধুই সোমাই জাই; লগত খাটনিয়াৰে পাখি বিচনি খন নিএ, বৰ ঘৰ টুপতে তলচা দিয়ে, ডাঙ্গবিয়া তাতে বহে গৈ। এইরূপে সর্গদেরে ডাঙ্গবিরাবে কথা বার্ত্তা হোআত, বৰ গব টুপত সৰ্গদেও বহা কোঠালিৰ পুব ভাগব উত্তৰ ফাললৈ সোমাই, ৩ জন বব ভণ্ডাৰ বকঙ্গা বহে, এবং সেই মর্জদা পালে আনো বহে। এই তিনিব দক্ষিনে সেইটো কোঠাবে টুপৰে জোৰাৰ চতিৰ পুৰ মুৰৰ খুটাৰে পৰা টুপলৈকে জুবি উত্তবা দক্ষিনা সাবি কৈ চৰাৰ ফুকন সকল বঙ্গে। ঐ চমুআ ফুকন কেই হন। চলে সেই চগিবে পচিম মরু-পটাব ওচববে পৰা টুপলৈকে জবি উৎৰা দক্ষিণ। সাবিকৈ বতে। অঙ্গবিয়া সকল বহাত, সৰ্গদেৱৰ সমুগে ঐ চমুম্মা করুন সকলব ওচারে থণা পুর নৈ চবি শসা প'টমা সাবি কৈ উত্তৰ লৈ মৃগ কৈ টুগতে বতে। ৭০। লিখি। ও গনশ্চক্সা নিমিরা গচিম 'খন চালির শুলত বহিব পাই, বস্তু কেইটা লিগিরা মর্গদেরস চেলতে পাটর পচিম ফালে থাকে, টুপর সোসাব ঐ চতির দখিণ হৈ চুপ লৈ ওলাই বলি নেখাই। ইয়াতে যদি বব রনেল ৬ষ্ট, তেতিয়া কনে। প্রবনে মগদেও ওলাট সেট পাটও বঙি লেই ঐ চমগা সকন এজন্যই মেন মাতিবলৈ গুণ। নিগিস্তান গাজা কৈ, ওজা লিগিবাই কুরুবা ঢোন্সা বদাত আন্ডা কৈ কুকরা ঢোআা বরাই বা, বাটি ঘরত থকা কুরুবা ঢোগা বকা। ও পাচনি বরাত খাস্তা কই, গাছ বা বাট মতন ভিতর টুপর স্বাব চবা গুচাই দি.এ. পাচে বাগখা বনগা গমনি পাচনি ২০০৩ শমোখব কাচটি, চোন্সব বিচনি, পিক বান গাদি গৈ সগদেওর ৭৮বও চখে গে। তেতিয়া লিখিবা ওচৰত থাকিস নেপাই, কেবল তামনি গিগিরাট যায় লকার ওচবসে থাকে। আক ওজা লিগিবার লগতে "ককর। টোগা বড়থা বহে গ্নৈ; একক পড়িন গন চারিাস দক্ষিণ মবে সে এখনি ঢালি থাকে তাব তাতে নাপিতর ক্ষো এটা দৎ তিনি জন নাপিতে সহিতে গৈ রহিব পাই। পাচে ককবা ঢোগা বরা এটা গৈ বব বরুঙ্গা গএবঙ্গ চবাব ফুকন সকলক মেলগৈ জন্যই যানেগে; নেয় সবল গাছি বহিলে মজমদাবব বকআই ডাঙ্গবিবা সাও ঢগর পরা আনে নৈ, ডায়বিয়া সকল বচি লেখি মেল কবে। ডাঙ্গবিষা সকল চরাত বখেতে বব বন্ধস্য সততে অকণে বর্তোতে যি যি ঠাইত সতে, তাব এম পরে লিখা সাব। কিন্তু ডাঙ্গবিয়া সকলক বব ঘৰব টুপব পরা ও বেশিয়া ভিতগলে নিত্র, ভোঁতা সম্মদিয়ান মাশুৎ এগত জাব নেপাই; ভাচটি, চিনি, ওলচা, ইও বর ঘর চুপ০েতে থাহে। কুরুবা চোগা বদা কিম্বা বাঙ্গ ফলিয়া লিগিব। এটাই কেবল কাপর পন নি দিও, রাতে ডাঙ্গবিয়া বহেগৈ। ইতি।

বব বকঅ। ঘবব পৰা অহাত চফালে দুই সাসি টাঙ্গন ধবা আছে। আগ্রত কপব চুলাবে পানি জাপি, টুপি জাগি, খেস পাখি বিচনি, পাচনি ভঙিয়া বিচনি, সেই আগ খবা কপব বেৰি দিয়া লাখুটি, এই সকল লৈ শান্তি বব ও গাবর পদা মাটিএ নগৰ সোমাই; ওপষত পাচব পরা সব জাপি দদি আছে। বব চথা উঠি নিরু ঠাইত বহোতে পানি পাচত ভবি ধুই, তিনি গনিয়া মেলা ঢাল কঠত বানতব মচলা লৈ বহে। আগত পাতত বালি দিএ, তাতে পিক চোবা পেলাই। এই ক্রমেই সিকেই জ্বনা চৰাব ফুকনো আহি আপোন আপোন ঠায়ে ঠায়ে চৰাত বহে; কিন্তু ফুকন সকলব টাঙ্গন ধৰা নাই। আাক বৰ জাপি ভিতবলৈ নানে। জেতিয়া বৰ বকআ ও ফুকন সকল চাঙ্গলৈ জাব লগা হই, দোলা কাগবিয়া চৰাব টুপৰ সমুখে উজনিৰ টো খুটাত ধৰি ভবি ধুষ্ট, তামোলৰ হাচটি আপোনাৰ কঁকালতে খুচি লই, সোঁ হাতে পাখি বিচনি খনি লৈ সোমাই জাই। আক বাটত বৰ বৰুআ অহাত মেল খোআ গোহাই দেও সকলেবে এবং দাতিয়লিয়া গোহাই তিন জনাবে ভেটা ভোঁটি হলে, বৰ বকআ দোলাব পৰা নেনামে এবং ফুকন সকলো নে নামে; বাট এবি দিয়া দি কৈ জাই। ৰজা দেৱব নিচে পো বা ভাই এনে মেল খোআ গোহাই দেও হলে কিঢ় গৌবর বাতে। থেৰ বিচনি লোআ চমুআ ফুকন কেউ জনাবে ভেটা ভেটি হলে, বৰ বকশা বৰ ফুকনৰ আগত চমুআ ফুকন কেই জনা ঠাইতে পদূলি এটা সোমাই, তেনেই বব জাপিৰে ঢাকে; ই কেই জনা ফুকনৰ আগত চমুআ ফুকন সকল বাট এৰি দি আতবি জাই। এবং দাতিয়লিয়া তিনি গোহাই ও মেল খোআ গোহাই দেও সকলবে যদি চমুআ ফুকন ভোটাভোঁটি হই, দোলাৰ পৰা নামে দোলা ও কিছু কাসৰিয়া কৈ নিজাপি আব দিয়ে। বব ভণ্ডাব বকআ সকলে হলে বৰ বকআৰ আগত দোলা লুকাই নামি দেখা দিয়ে। মেল খোআ গোহাঁই ও দাতিয় লিয়া গোতাই দেও সকলৰ আগতো এয়ে ক্রম; চৰাব ফুকনৰ আগত হলে জাপি আব দি বাট এবি আতৰি জাব পাই; ইতৰ ফুকন বকআক চাঙ্গিবে জোআ চৰাৰ ফুকন লোকে দেখিবলৈ পাব নেপাই। ইতি।

চমুআ ফুকন কেইজনাই ঘৰৰ পৰা অহাত আগত ৰূপৰ চুলাবে পানি জাপি, টুপি জাপি, খেৰ, পাখি বিচনি, দীঘল নালেৰে ঘুবনীয়া বিচনি, ৰূপৰ বেবিৰে লাখুটি, ইয়াকে লৈ আহে। দোলা কাষৰিয়া চৰাৰ ট পৰ চৰাব ফুকনে ভৰি ধোআটো খু'টাৰ নাম পচিম ফালৰটো পুঁ'টাৰ গুৰিতে লাখুটি ধুই ভিতৰলৈ জাই। সেই ভবি ধোআব পিনে সেই চৰাব পচিম বাৰতে পানি জাপি আবি থই, বাটত অহাত তিনি বৰ ভণ্ডাব বকআৰে ভেটা ভেটি হলে, বকম একতিয়া হৈ ফুকনক বাট এবি দিব পাই। ইতৰ ফুকন বরুআই জাপি আব দি আতবি জাব পাই; আৰু বৰ ভণ্ডাৰ বকআ তিনিক ইতৰ ফুকন বকাই দেখা দেখি হলে, এফলিয়া হৈ বাট এবি দিব পাই। অপৰ এই চমু ফুকন কেইজনা জদি মাটিয়ে আহে, ওপৰত বধ জাপি ধবে ববথুন ও তান বদত তিনি বৰ ভণ্ডাব বকআ, এবং বকআ নামেৰে থাকিলে ঢেকিয়াল, ঢোলা ধবা, খাব ঘবিয়া, ইবিলাকেও মাটিয়ে অহাত বৰ জাপি ধরাই আছে। সদাই নোআবে, তদিতবে মাটিয়ে অহাত বব জাপি ধৰাব, নেপাই। আক তিনি বব ভণ্ডাব বকআবো ঐ যুবনিয়া বিচনি ও বেবি দিয়া লাখুটি আচে; এবং ভাঁবকা দুৱাবৰ বাজৰ চতিটোৰ পুববটোব পুটাতে তিনিও ভবি ধুই সোমাই গৈ। বৰ ঘবব টুপলৈ জাওতে তিনি জন্য ডাঙ্গবিয়া ও বব বরুআ বৰ ফুকন আদি চৰাব ফুকন ও খেব বিচনি লোঙ্গা চমু ফুকন, এই সকল আবঢবা খুনব পচিম মুবে ওলাই সোমাই; তিনি জনা বব ভণ্ডার বকআ গএবঙ্গ ইতব ফুবন বকআ ঐ ঢৰাব পুব মুবে ওলাই সোমাই। চবাত বব বকআ বহাত ওচবলৈ জাব লাগিলে, চমুআ ফুকন কেই জনাই তিনিখনিয়া ঢাল কঠব শুধতে বহে এবং বধ বকআব ফুকন কেষ্ট জনাক বহিন লৈ পাটি ঢবা দিএ। তদিতব ইতি। পানি চোআলৈ গলে চমু ফুকন বরুআই আঠুলৈ বহে।

আৰু বব ভণ্ডাব বকন্সা হলেই কপর চুল। পড়ি ঢাঙ্গি পাই, এই দুটা দ্রব্য লবলৈ জনাব নেলাগে; সোনব খাক ও টেমি লবলৈ জনাব লাগো আৰু চোলা ধৰা, খাব ঘবিয়া, ঢেকিয়াল এই তিনি বকআ হৈ থকাত হলে বব ভণ্ডাব বকআব তুল্যই। তিনি লবি গোহাঁই ও বঙ্গা জোঁআইক বাঙ্গকৈ নাও সলিয়া ফুকন, তামুলি ফুকন, এই কেইজনে কপব চুলাত বাজে বাজ দ্রব্যলৈ জনাব লাগে; দিলেহে লব পাবে; খেব বিচনি ও এইরূপ। ইতব সকলে হলে ৰূপব চুলালৈকে জনাব লাগে। অপব বব জণ্ডাব বকআর নামেৰে চমুআ ফুকন বকআ জন কিছুএ ভিতবলৈ জাঁওতে, বব ভণ্ডাব বকআই ভবি ধোআ গুটাটোর পশ্চিমটো গুটাতে ভবি ধোএ। ইতি।

বৰ চৰাত সৰ্গদেও বহাত জি কোঠাত সর্গদে ও বহে, সেই কোঠাব পবা দক্ষিণ লৈ মাজত একোঠা এবি, তাৰ ওচবব কোঠাত চতির তলতে দুই পুটাৰ মাজত পুব ফালৰ পৰা লালিকৈ বুবা গোহাই, বব পাত্র গোটাই, বব গোভাই, এই তিনি জনা বহে। সুদা মাটিতে আগ ফাললৈ পিকচোবা পেলায়। এব গোহাই ডাঙ্গবিয়াব বাম কাসবে পৰা সদিয়া খোআ, সলাল, মর্বাঙ্গ খোরা, এই তিনি বহে। কিন্তু কোনো সনয়ত ইয়াতে বিপৰীতো হই; কোনো সময়ত গোটেইটো চতিবে পুব খুটাবে পবা দক্ষিণ লৈ ক্রমে তিনটা খুটাত, বুবা গোহাই আদি তিনি জনা বহে। তেতিয়া সেইটো চতিৰে পচিমটো থুটাৰে পৰা দখিনলৈ লালিকৈ বৰ বৰুআ আদি ফুকন ৰাজ খোআ সকল বহে। এই ক্রমে বহাত দাতিয়লিয়া তিন জনা চবাবে দক্ষিণ টুপবে জোরাব চতিব পুববটো গুটাতে খাইলাতৰ গুটাতে, পবিয়াল ধবা গুটাতে, ক্রমে বহে। আক এই পিয় লালিবে বক্তাত জি জনা ডাঙ্গবিয়া জিতো গুটাত বহে, সৰ্গদেও নবক্ষাতো সেই জন। ডান্সদিয়। সেইটো খুঁ'টাতে বচে ডাঙ্গবিয়া সকল ঐ পথলিয়া দবে বঞ্চিলে, সেইটে। চতিবে পচিম ফকামর গ'টাবে পবা দক্ষিণলৈ সাবি কৈ দিবানিত বর ও ওমা খাদি চধাব ফুকন বাক্ত খোজা বহে। এই সকলব পাচত দেও ধাই, বাউলুস, চোটনা পাস বদ মা, ধস ফলিয়া বদ আ এই সকল বাহে। এই দখিন ফারন চবার সন্ডা বা বগাই নেওগ রুকনদ দ্বাসাই নিবোপন কবাই। সর্গ দেও বা বোতার উৎসব সোস্য ও ঔদন্সেয়াসে। কিন্তু ওচনতেন তামুলি লিগিব। বব ামলি, ও দিক দান ধরা, ঢোহর পোখা, পাচনি কদাচিত হাত বিচনি লোরা নিগিরা এই পাচ জন বয়ে গে; সেই অদক্স কোমর উত্তর কোঠাদ চতির তলতে সো মাসে বাট সাখি, বেশ বাড়লে পূর্ব কোমরে পন্য সেই চখির মরণ পুরটো গটাব ১৮ন খনিতে পার্টনি বসাটা যে বহে, গালেকে নানি হৈ বঙ্গা টুলি লগা ওই এক খন দাবে সাচনির পারে বহে। এশাড়ির পূরয় ফারে বিচ দক্ষিণ ফলিয়া হৈ চমঙ্গা পাচনি সল্য টো বহে। • বাচবে পাঁচন গোসয়ে পবা হবো আলেবে নিগিবা হতর পানি বতে। দেন এসেই পচিন ফাইল বালি তৈ বাচে চমগা ফকন বকআও কিচ বতে। ঐ গম'স নিগিয়া ১০ বঃাটো চতিয় পচিনটো ফক।মৰ পটাবে পৰা উতবলৈ লালি তৈ, ঐবব। চাণ সমখে খের চিনি লোরা চমুসা ফকন সকল বহে। ঐ সকনব বি. পাটও স্বচণ্ডার বরুম্য তিনি তন বতে। এই সকলব পোনেই উপন ফালে ২কামর কোঠাত পেত্র খোমা গোগই দেও সকল বহে। এাঁও বোষক মানত কৈ লৈ গুয়ো কানে চট্টগ্রা পাচনি ৬৩ এই কোঠাতে বহে। এই উত্তা। কোরার উত্তর গোয়াতে পচিন ফালে সর্গদেরর দোলা পষ্ট। পুবফালে গন্ধিয়া, ও মণিয়া হুরাপি, পেশ ভাবি, ঐ সকল নিম্ন কথম কবে। এই ফালব সভা পাচনি নবা করুবা চোগা বকথাই নিবোপণ কবে; খলার সভার নিবোপণ হলে ঢেকিযাল ফুকন বা বকা, শেলা কাসবিয়া বকন্সা, চাউডাঙ্গৰ বরুআ, এই সকলে কবে। কিন্তু ঢেকিয়া। রকন্স বা ফুকনেছে চবাহ দহিস পাবে; দোলা কাসবিয়া বকঙ্গা, ঢাউডাঙ্গব বৰকম্বা গলাগেহে বহিন পাই। আক সৰ্গদেও বহা কোঠাব পুৰ ফালৰ সকামব কোঠাত শলি দাবে বব তায়াল হত বহে। এই কোঠাৰ দক্ষিণ ফকামৰ কোঠাত উত্তৰ ফালে হেঙ্গদান ধবা ও দক্ষিণ ফালে সভা পণ্ডিত, এই সকল বহে। ইয়াব দক্ষিণ ফকামৰ কোঠাতে গনক জোতিসিয়া বহে, ইয়াব দক্ষিণ ফকামৰ কোঠাত কটকিহঁত বহে। ইয়াব দক্ষিণ ককামৰ কোঠাত কাকতিহঁত বহে। আক দক্ষিণ টুপব উজনি ফালে খাওন্দওঁত বহে। ভাটিৰ ফালে তিনজনা ডাঙ্গবিয়াব হাতি মুবিয়াহত বহে। ইতি

সততে সৰ্গদেও থকাত নগৰৰ বৰ চৰাটো সববকআ আদি চবাব ফুকন জনেক দুজন নবহি, উদঙ্গে থব নেপাই। জদি সৰ্গদেও অন্য নগৰ বা বাহবলৈ জাই তেতিয়া নগব জদিবা উদঙ্গেই তেও চবা উদঙ্গে নেগাকে নিয়াইসোধা ফুকনেই সততে সেই চবাত বহে। আক সেই ন'বলৈ বঙ্গাদেও নাহে মানে সেই ফুকনেই বব বকআব এক্তিয়াবি করম খনি চলাই। এই হেতুকে নিতে বর চৰাত বহাৰ ক্ৰম লেখা জাই। বৰপাত্র ডাঙ্গবিযা হাটে। টাতে সদাই বব বকআ বহে; কিন্তু বোজ বোগ দুপৰ মাবিলেই বব বরুআ চরাত বতে। দুপৰ চাৰি দণ্ড মাবিলেই পানি চোষালৈ গৈ জিবাই, তিনি পৰ মাৰিলেই আকও চৰাত বহে হি; গধুলি চাবি দণ্ড মাবিলেই উঠি জাই; মেলৰ নেওগ ববা ইত্যাদিএ বব বকশা বহাব পোনেই গলাত ছসাবি চৈ আঠলৈ বহি কথা জোগাই। আৰু বৰ বকআ নিতে পর্বত পানি চোআতে থাকি, বাতিপুরা চাবি ডবিয়াত বাজ ঘৰলৈ গৈ খাইবৈ দুপবত নগব সোমাইহি। চবাব ফুকন সকলে হলে থকুৰা দিয়া ঢবাবে চাবিও ফালে ঢাকি চৰাতে পব দিএ, বাজপোআবো এই ক্রম। আক নগৰৰ ভিতবব পালি সবত সোআ চাঙ্গ বা পিবা কোনেও লব নেপাই, মাটিব ভেটি কবি লই; কোনোরে তাতে কাঠব চলিয়া পাটকে লই; এবং আঠুআ লব নেপাই খবম পইজাব ইয়াকে। লব নেপাই, বুলনি ঢবাহে লই; চবিয়া পিক পেলোর। ইয়াকে। দাতৃব লবনেপাই। কাঠবেচে লব পাই। বেৰা- কাঁহি মাইহাম ইয়াত বেরভাব কবিব নেপাই, কাচব বান বা কাঁহি ইয়াত বেরহাব কবে। এবং ডবিকা দুআবৰ বাজ খনব বুজ বিচাবৰ কৰ্ত্তা বৰ বৰুআ, এই কাৰণ বৰ বকমাব নিত পব; ঐ দুআবব ভিতব খনিৰ বুজ বিচাবৰ কর্তা, ঢেকিয়াল বকআ, এওবো নিত পব আক চবাতে বৰ বকআ যিটো খুটাতে বহে, সেইটে। খুটাৰ দক্ষিন ফালে নাওবৈচা ফুকন বহে। ইয়াৰ দক্ষিনটো খুটাতে উত্তৰ ফালে ডেকা ফুকন, দখিন ফালে দিহিঙ্গিয়া ফুকন বহে; পচিম ফালে ঐ বববকা বহাগুটাটোৰ পচিমটো গুটাতে ন ফুকন বহে; এইটো খুটাৰ উত্তৰৰটো খুটাতে ভিতকআল ফুকন বহে ন ফুকন বহাটোব দক্ষিনটে। খুটাতে নেওগ ফুকন বহে; কিন্তু বব গুটাতকৈ ভিতৰ ফাললৈ আগবাহি ১০ সোমাই বৰবকআ আদি কোনো বহিব নেপাই, ঐ বব খুটাকে সীমা কৰি ফকামৰ খুটাত পথলিয়াকৈ মেলাকঠতহে বহে। আক দক্ষিন টুপৰ পুৰ ফালে টুপৰ জোবাব গুটাৰ দক্ষিন পুব কোনতে চান্সকম্ব ফুকন বহে; এ'ওবে দক্ষিনেই নিয়াইসোধা ফুকন বহে। এই টুপৰ জোবাব খুটা ও তাৰে ফকামৰ খুটা এই দুইব মাজতে থিয়কৈ এটিয়া কঠ মেলি ফকামব কোঠাতে বচা ও নিবুকিয়াল দুই বাজখোআ বহে। জেতিয়া গুআঙ্গাটিব ফুকন বাজখোআ সকল আহে, তেতিয়া চবাব দক্ষিন টুপব যবিয়াল ধবা গুটাব দক্ষিন টুপতে থিয়কৈ কঠ একোটা পাবি বাজখোআ সকল বহে। পানি ফুকন আদি ফুকন সকল মজদাব আগ পাচ ক্রমে উজনিয়া ফুকন সকলব মাঝে মাঝে বহে। দবঙ্গি বঙ্গা ও বাণি বজা আছিলে, দাতিয়লিয়া গোহাই তিনি জনা বহা দক্ষিণ টুপৰ জোবাব চতিব পুববটো খুটাতে বহে। আক নিতে চথাত বৰব৷ বহাত বব বকআর সমুখৰ উতব ফালব খুঁটাটোব দক্ষিনে ভিতব সোমাই ফকামৰ কোঠাত ডাঙ্গবিয়া সকলব এবং চাবি সত্ৰিয়াৰ খাটনিয়াব ও সভাপণ্ডিত দুই এক জন বহি কথা বার্তা জনাই। এই সকলৰ পুৰ ফালে সেই কোঠাতে ববাইতে খলাব পবা আগকবা কথাকে মুখ দি শুধি বুজাবব কাবণ সব কটকি এটা বহে। এইটো খুটাৰ ওচৰকৈ পিবালিতে মোটোকোরা চালতে বৰাকটকিটো বহে। পচিম ফালে ভিতকআল ফুকন বহাবে পবা দক্ষিণলৈ ফকামব কোঠাব মাজে মাজে বটকি দলৈ কাকতি হত বহে। ইতি বুবল্লিসাবে সষ্ঠ খণ্ডঃ।

সপ্তম খণ্ড।

বৰ সবাহত মহন্ত সকলব নির্মালি লোআত সৰ্গদেও বৰ চৰাব বহা কোঠাৰ অগ্নিকোনৰ পুটাতে সককৈ ভেটি এটি কবাই তাতে দস্তুব মতে বহে। চাবি সত্রিয়া সকলে সর্গদেরব সিবতে নির্মালি দিয়েছি-তাতকৈ নাম সকলে হাতত দিএহি। তাতকৈ নাম সকলে ভকতৰ হাতৰ পৰা আপুনি নিৰ্ম্মালিৰ সবাই নি আগ বহাই দিএহি, সর্গদেরে সেই সবাইব পবা আপোন হাতে লই; তাতকৈ নবম সকলে নিলগতে দেখা দি আসিবাদ কৰে। সৰ্গদেৱব পাচনিহাঁতে নিৰ্ম্মালিৰ সৰাই আনি আগ বহাই দিএহি, সর্গদেরে আপোন হাতে লই। আৰু চাৰি সত্রিয়া অধিকাৰ হলে সর্গদেরব আগত বহিবলৈ কলাপাতৰ ওপৰত বগা কামলি পাই; ডেকা অধিকাৰে জোব বলাপাত পাই। বব চবাত হলে উতব টুপৰ পৰা একোঠা সেমাই, তাতে ঢাবি কঠতে কাপৰৰ তলচা বৰগাক লৈ বহে। ইতৰ সকলে কামলি দিলেহে পাই; নিদিলে কোনো সকলে কলাপাত পোআও- আচে। নোপোআও আছে। এবং সর্গদেরক সাখ্যাত কৰাত চাবি সত্রিআক বাপু, তাতকৈ নাম মহন্ত, তাতকৈ নাম মেধি, এই এমে বোলে। বৰবকআব তাবে ঢোকৰ ধৰা বৰাৰ দ্বাৰা চলাচল কবে। এই মহন্ত সকল গুআঙ্গটিত হলে সত্রিয়া বকআ এটা বৰ ফুকনব তাতে থাকি চলকব কবে। পদদতিয়া গোসাঁই সকলক গব ভিতবলৈ অনাত সৰ্গদেৱৰ দুলিয়াই পড়ি চাঙ্গিবে বা বিদেশী নলকিবেই আনে, আগত বাখব পতা সোনব চুলাবে পানি জাপি আনে। দৃআধব মুখব বাগুলিৰ ভিতৰ দুঙ্গাব যবব বাহিবে সেই খনিতে সেই চাঙ্গি এবে; তাতে ঘোৰাত উঠি বানত সিয়া বৰজাপি ওপরত ধবাই গোসাই ঘবব জখলা মুখব চাউডাঙ্গ চৰাৰ ওচবলৈকে আছি, তাতে গোবাব পথানামি পইজাবেবে জখলা মুখলৈ গৈ, তাতে পইজাব পিক পেলোআ ডাবব এবি, গোসাই ঘবব টুপতে বঙ্গা গঙ্গাত বতে গৈ। আগতে কাসবিয়াকৈ বিম্মালিব সবাই ও উপহাবৰ সবাই থই; এক কাসৰে তাওকিনে গামোচাই গই। পাচে সর্গ দেও আতি সেই টুপতে বানতত বহি, গোসাইক সেরা কবে। গোসায়ে মুবতে নিম্নালি দি ধৰি সৰ্গদেৱক আশীর্ববাদ কবে। এনেতে চৌলাধবা সুকনে, জদি ফুকন নেথাকে, গোসাই ঘবিয়া কৰ্ম্ম কাবক ফুকনেই গোসাইক ভেটাই, গাৰু ঘৰত সততে গোসাই বহাত ওপৰত পানকটা চন্দোআব হবে। পহু মবিয়া গোসাই সকলবো এয়ে ক্রম; কিন্তু সোনৰ চুলাৰ বাখব, ও ঐ চন্দোখার, বহাত বঙ্গা কামাল, ও নলকি, এই কেই বিধ নাই; বগা কামলিতকে বহে। আক পর্ব্বতিয়া গোসাই গৰব নাতি গোসাইবো পরতিয়া গোসাইব দবেই ক্রম। এই নাতি গোসাই গববে পঞ্চ মবিয়া গোসাই সকল সিস্থ্য। এই হেতুকে ঐ তাবতম্য পাকিল, এবং বাজ গবত কদাচিত একত্রে বহা হলেও মাজত ঠকুবা লগা আবঢ়বা দিএ।

৭৫

বিসয়া পতাব স্থানব নিয়ম।

তিনি জনা ডাঙ্গবিয়া পাতিব লাগিলেই, বব চৰাৰ উতব টুপৰ ঘৰিয়াল ধবা খু'টাতে ধৰাই বা ওচৰতে পিয় কৈ সৰ্গদেৱৰ আজ্ঞা শুনালেই কাপৰ দিএ, তাতে ডাঙ্গবিয়া বহে, অন্য বোৰ মানুহ দস্তব মতে আইলৈ বহে। পাচে কথা সুমুআ সকলে কব লগা তারত কথা কই; তাতে ডাঙ্গবিয়াই প্রত্যুত্তব প্রার্থনা সর্গদেরলৈ সেই কথা সুমুআ সকলৰ দ্বাৰাই জনাই। বহে গৈ; কিন্তু কোনো জনা তাব পৰা উঠি চৰাৰ মাজৰ নিজ ঠাইত তলচাত নিজ ঠাইত নবহি, সেই উঠাতেই বাজ ঘবলৈ জাই গৈ। যাওতে যদি পূর্ববে পবা অনাই প্রস্তুতে থই, দোলাত জাবগৈ পাই; জদি দোলা প্রস্তুতে নেথাকে, ৰাজসালব ঘোবা দিএ, তাতে উঠি ঘবলৈ যাই। দাতিয়লিয়া তিনি জনাক চবাব দক্ষিণ টুপব ঘবিয়লধবা পুঁটাব কাসবতে সি তিনি জনাক ক্রমেই পাতে। বৰ বকআ বব ফুকন আদি গুআহাটিয়া উজনিয়া দুয়ো দল চুবাব ফুকনক পাতিব লগাত প্রথমে সপত গৃআই; এই সপত গৃউঙ্গা কবম প্রথমেই ডাঙ্গবিয়া ৩ জনা ও দাতিয়লিয়া তিন জনা এই চই জনাতো আচে। পাচে বব বকআ বহা খুটাব চতিটব সো মাজতে সৰ্গদেৱৰ আজ্ঞা শুনালেই খেব দিএ, তাতে আঠুলৈ বহে। অন্য মানুহো আঠুলৈ বহে। পাচে কথা সুনুজা সকলে কব লগিযা খনি কই; তাকে শুনি হোগা জনাই প্রত্যুত্তৰ প্রার্থনা সৰ্গদেৱলৈ জনাযেই নিজ ঠাইত দত্তব মতে বহে গৈ। আৰু ডাঙ্গবিয়া সকলব এজনা জিয়া হৈ থকাতে এজনাক পাতির লাগিলে, বৰ কটকি এটা গৈ আগৈএ ঘবতে সৰ্গদেৱৰ আঞ্জাবে ডাঙ্গবিয়া ভাঙ্গি দোলা আবো আন কাহি আনিলেতে পাচে এজনাক পাতিব পাই। কিন্তু তিনি জনা ডাঙ্গবিয়াৰপবা বৰবকআক বাজকৈ দুয়োদল চৰাব ফুকন পর্জন্তে পাতিব লগা হলেই বববকআ চৰাত বহি থকাতেহে পাতিব পাই। আক এই পজান্তে পতাত পাতিবলৈ জোআ ধকআ ফুকন এতিয়াকৈ জাব নেপাই; মজুমদাৰ বরুআ, ও খেব বিচনি পোআ চমু ফুকন, আন ফুকন বরুমও জাক পাঁচে, মুঠে দুই তিনি ঢাবি ইমান বকআ ফুকন কথা সুনাবলৈ জাই। বাজখোআ সকলক হলে, চৰাৰ দক্ষিণ টুপে কথা শুনাই পাতিএই বা নৌ পার্তোতেই বৰবকআ জতে থাকে ততে গৈ, কথ্য সুমুআ গৰাকিয়ে বববকআত জনাই থৰ পাই। চেটিয়া পাত্র বকআ ঘৰ ফলিয়া এই দুইক টুপৰ জোবাব পচিম ফালৰ ফকামৰ কোঠাত পাতে, ঐ টুপেেত চাঙ্গকঙ্গ বকআ হঁতকো পাতে। ঐ তিনি জনা ডাঙ্গবিয়াৰে পৰা দুয়ো দল চৰাৰ ফুকন পর্জন্তে কথা শুনাই পতাতেহে অকলেই বা লগেবেই মজুমদাৰ বকআই কথা সুনুআ নিয়ম; তদিতবক হলে অন্য ফুকন বকআইও কথা শুনাই। কদাচিত মজুমদাৰৰ বকআকো পাঁচে। থেৰ বিচনি পোৱা চমুআ ফুকন সকলক চৰাৰ উত্তৰ টুপে পাতে; পাচে বৰবকআত কৈ থইগৈ। তিনি বৰভণ্ডাৰ বকআ, জালভাবি ফুকন, গন্ধিয়া বকআ, মজুমদাৰ বকআ, খনিকৰ বকআ, সেনচোআ বকআ, দুই দোলা কাসৰিয়া বকন্স, তিপমিয়া ৰাজখোআ, হাতি বৰুআ, ঘোবা বকআ, এই সকলক দোলা কাসবিয়া চবাব টুপতে পাতে। দুই চাউডাঙ্গৰ বকআক উজনি জখলা মুখব চাউডাঙ্গব চৰাত পাতে। বৰরাট ঘৰৰ মাজ কোঠা চাঙ্গবু ওপৰতে কুকুৰা চোন্স বক, পাচনি বৰা, বব তামুলি, এই সকলক পাতে; এই ঠাইতে কুকুবা চোরা ববা এটাই দুঅবি বকআটো পাতি বাজ 'দুআবতকৈ দিএগৈ। বৰ বাট ঘবৰ পেটে পুব ফালে চান্সমাই সালৰ নিচাঙ্গতে চাঙ্গ মাইবকআ, জবাধবা বক, বেজরকআ, এই সকলক পাতে। তিনি ছলিয়া বকআক নেওগ ববাইতকো সর্গদেরব দোলা ঘৰত পাতে। এতদ্ভিন্ন বিসয়া খনি এবং মেলডগিয়া ফুকন বকম্বা খনিকো ডাবকা জুমাবাত পাতে। দেৱলিয়া সেরা চলোমা ইতক ঐ দুআবব বাজ খনিতে পাতে। ঐ ঠাইতে হাজবিক। ইকো পাতে। মেলডগিয়াৰ টেকেলাৰ বকসা, নেওগ, বৰা, এই বোদক লেখাক কুকুৰাচোআ ববাই নিজ মেল ঘব কিম্বা দোলা ঘবতে নিজমেলব আইকুঅবাদেও বা গোহাই দেৱব আজ্ঞাবে পাতে। কুকুৰা চোখৰ নেওগববা এই বোবক বব বাটঘৰতে ওজা লিগিৰাই সৰ্গদেৱৰ আজ্ঞাবে পাতে। ঢাউডাঙ্গব সইকিয়া ববা কতক ঐ ঢাউ- ডাঙ্গ চবাতে পাতে; দোলাকাসবিয়া ধবা ও বব নেওগ ইতক ঢেকিয়াল বকআ দোলা কাসনিয়া বকসাব পালিৰ মুখব ওলাই বহা ঘবটিতে পাতে। আঞ্চ মেল ডগিয়া ও বববকমা, বৰফুকন, ও ডাঙ্গবিয়া সকলব বিসই, ও বিলাতত বাজে নেওগ, টেকেলা ববা বোর সর্গদেরব আজ্ঞাবেহে হই। হাতি ঘোবাব দুই বববব। গুআহাটিব দুষ্ট বৰববা উজনিবো দুই বহুমা ববা, এই বোব সর্গদেরব আজ্ঞাবেহে হই। কিন্তু কাবিব সইকিয়া খনি মাত্র উজনিয়াৰ বৰবকআই পাতে, ভাটিব খনি বব ফুকনে পাতে। জুবাব ববা খনি গামেলৰ বক। ফুকনেই পাতে।

সর্গদেরে চলে জি বকমে দণ্ড ডাঙ্গবিয়া সকলে ধুমেবে পুন্দি তজবিজ মতে অপবাধিক দণ্ড কবাব নিয়ম। কৰাৰ ইচ। হই তদঞ্চপে কবে, ইয়াত নিয়ম নাই। প্রাণ মাবে, ও তোম বান্ধি পানিত ডুবাই প্রাণ মাবে, অন্য প্রকাবে এবং অস্ত্রাঘাতে প্রাণ মাৰিব নেপাই। আক চকু কাইে, নাক কান কাটে, আড়ব ঘিলা কাছে। বৰবকআই হলে তেওকে মুখ্য কবি ফুকন বকআ বাজখোআই আপোন আজ্ঞাবে পতা ভঙ্গা কৰিব পৰা বিসয়া ও তাতকৈ নাম পাইকান, এই সকলক নাক কান কাটে। ইয়াতকৈ ওপৰ লোকক সর্গদেরব আজ্ঞা পালেহে গতা গবাল, কোব, ঢকা এনে দণ্ড কৰিব পাবে। চবাৰ ফুকন খেৰ বিচনি পোআ চমুআ ফুকন, বৰভণ্ডাৰ বৰুআ আদি মেল ডগিয়া ফকন বকলা পর্জন্ত, এই সকলে হলে বব বকআর দবেই দণ্ড কবে। কিন্তু নাক কাটিব নোআবে। আৰু টেকেলা ছলিয়া এই দুই খেলত বাজেহে পবা খনি দণ্ড কবিব এনে দণ্ডহে কবিব পাবে। পাবে। এই খেলব মানুহক গতা গবাল, কোব, ঢকা, দুবদেসাধিকাৰ কাবণ বৰ ফুকুনে হলে ডাঙ্গবিয়া সকলব দবেই ডণ্ড কবে। ঢোৰক হলে কাটে; ও অস্ত্ৰবে প্ৰাণ মৰা দণ্ড, উজনিত হলে ঢাউডান্সে কবে, ভাটিত হলে বৰকে কবে, 'ইতি।

বববরুআ ফুকন আদি ফুকন বকআতকৈ এই সকলৰ স্ত্রীব মর্জদ। কিচু অধিক; এইহেতু তাকে। লেখা জাই। এই সকলব ঘৈনীএক ইতক সর্গদেরব ঘবত অমুক ফুকননি বা বকআনি বোলে। ডাঙ্গবিয়া কেইজনাব হলে অমুক ডাঙ্গবিয়াব ঘৈনি বোলে। ডাঙ্গবিয়া বোবব ঘৈনি সকলব পড়ি চাঙ্গি, আক নগবৰ ভিতবলৈ যেতিয়া জাই, ববগুন বা বদ নির্বাবনাথে সকদৈয়া সিয়া জাপি মুৰত লৈ, উজনি পন চাউডান্সব দুআাবে সোমাই সেই ফালব ঢাউডাঙ্গৰ চবাতে বহেগৈ। লগৰে বমুখ এজনাএ কলাপাত দুখন নিব পাই, তাকে পাবি দিয়ে, তাতে ঘৈনি বহে। কুাধা বোৰৰ ঘৰলৈ গলেও সেই ক্রমেই পাত দিএ। তাতে বহে। বৰ বকআ, বৰ ফুকন, কিম্বা চৰাৰ ফুকন অথবা থেথ বিচনি পোআ চমুআ ফুকন, এই সকলৰ বকমানি বা ফকননি সকল জোগাতো পর্তি ঢাঙ্গিবেই গৈ, নগব সোমোআত মাটিয়ে মুবত সিয়া জাপি লৈ, ঐ দুআবেষ্ট সোমাই ঐ চৰাতে ডাঙ্গবিয়া সকলব ঘৈনি সকলৰ নাম হৈহে এখনিয়া কলাপাতত বহে। এই ক্রমেই চমুআ ফুকননিহতো ক্রমে নাম সাবিত বহে। কুঅবা সকলব ঘৰতো এই ক্রমেই এখনিয়া পাতত বহিবলৈ দিএ; তদিতব ফুকননি বকমানি বহাত পাত নাই। মাটিতেহে বহে। ঐ উজনিখন ঢাউডাঙ্গব দুআবকে কালুগয়া দুআথকো বোলে। লিগিৰি দুআধো বোলে, মাটি ঘবব দুঙ্গাবো বোলে। নামনি খন চাউডাঙ্গৰ দুআৰকে কমলা ববিয়া দুআৰো বোলে। গোসাঁই ঘৰব দুআবে। বোলে। দোলা কাসবিয়া চৰাব টুপৰ সমুখব খনকে উ'বিক। দুআৰ বোলে। নগৰৰ বাজে গৰৰ পুবৰ খনকে পানি দুআর্ব বোলে; দখিনব খনকে বৰ দুআব বোলে। পচিমব খনকে ন দুআব বোলে। উতব ফালে দুআৰ নাই। পিচ ফাল দেখি ঘব কাষেঙ্গ বোলে। আকজে ঐ সিয়া জাপি লই, তাতে বানতব ওপৰত অনেক ববনীয়া হুতা এবং কপ সোণৰ গুণাবে বন কৰা বৰ ২ জৰু লগাই, ওপব টুপত পোআল মনিৰে গথা ডাল পাত লগোআ সোনব চলাতে গচ কবি দিএ। এই কপে সোণৰ চুলাবে সিয়া জাপিকে ডাঙ্গবিয়া বোৰৰ ঘৈনি সকলে ও বৰ বৰুআ, ও বৰ ফুকন চবাৰ ফুকন চমুআ ফুকন, এবং তিনি বব ভণ্ডাৰ বৰুআ, এই সকলৰ থৈনি বোবেও লই। কিন্তু দুই একখান বনব তাবতম্য কৰি চুলাও জক লই, আত বাজে চমু জ্বালভাবি ফুকন আদি ৫ জন, ও মেল ডগিআবো ফুকন কেই জন, এই সকলব ঘৈনি বোৰেও সমই মতে তাবতম্য কপে ঐ চুলাও লই, জক লই। ইতব সকলব ঘৈনি বোবে ঐ চলাতে ডাল পাত হিনকৈ চপা একো পাত লই। লগোআ লোআও আচে। লব নোপোন্সও তদিতব সকলে কপবে চপা আচে। ইতি বুবল্লি সাবে সপ্তম খণ্ডং।

22
প্ৰবন্ধ
অসমীয়া সাহিত্যৰ চানেকী
0.0
ভাৰতব উজ্জ্বল বহু চাব আশুতোষ মুখাজিব বহু চেষ্টাৰ ফলত্ব কলিকতা বিশ্ববিদ্যালয়ে যেতিয়। ভাৰতীয ভাষ। বিলাকক এম, এ মহলাত ঠাই দিলে, তেতিয়া ভাৰতৰ আন আন ভাষ্য বিলাকৰ লগত অসমীয়া ভাষাকে। সেই শাবিত বহুৱাবলৈ অসমীয়া ভাষা আৰু আসামৰ উচ্চশিক্ষাৰ পৰম বন্ধু চাব আশুতোষ মুখাজিয়েই প্রথমে প্রস্তার কবে। যদিও সেই প্রস্তাবত বিশ্ববিজ্ঞালয়ৰ আন আন বঙ্গালী কণ্ঠ। সকলে বহুত হকাবধ। কৰিছিল তথাপি আসাম-বন্ধু মুখার্জি মহোদযৰ অহে। পুৰুষাৰ্থত তেখেতৰ চেস্টা ফলরতা হল আৰু অসমীয। ভাষাই বিশ্ববিদ্যালয়ব সর্বোচ্চ মহলাত ভাৰতৰ আন আন ভাষাৰ লগত ঠাই পালে। ১৯১৮ চনত "চেডলাব কমিচনৰ" লগত চাৰ আশুতোষ মুখার্জি মহোদয় যেতিয়া গুৱাহাটীলৈ যায় তেতিয়। গুরাহাটীত তেখেতে আসামৰ কেইবাজনা গণ্য মান্ড সাচিত্যিক আক শিক্ষিত মানুতব লগত অসমীয়া ভাষা বিশ্ববিদ্যালয়ৰ এম. এ মঙ্গলাও তোলাৰ সম্বন্ধে আলোচনা কৰে, আৰু সেই উদ্দেশ্যে অসমায়া ভাসাৰ গাদিবে পর্ব। বর্তমান সময়লৈকে প্রধান প্রধান লিখক সকলৰ লিখাব পৰা অলপ অলপ তুলি গোটাই এখন পুথি যুগুত কৰা স্থিৰ হয়। সেই গুক কামৰ ভাব আমার প্ররাণ সাহিত্যিক, আসামর একমাব প্রত্নতত্ববিদ, পণ্ডিতপ্ররব শ্রীযুক্ত হেমচন্দ্র গোস্বামা দেৱক দিনা হয়। গোসাইদেরে বহু পৰিশ্রম কবি ১৯২১ চনত সেই পুপি গোটাই বিশ্ববিস্থ্যালয়ৰ হাতত দিয়েহি। সেই সময়তে আসামৰ কৃতা সন্তান ভাবত বিখ্যাত দর্গার ভোলানাথ বকরাই এই পুথি চপাবলৈ বিশ্ববিদ্যালযক দহাতেজার টকা দিবলৈ প্রতিশ্রুত হয়, আৰু তাৰ ছহেজাৰ তেতিয়াক বিশ্ববিদ্যালযক দিয়ে। সেই টকাবে বিশ্বদ্যিালয়ে নিজৰ প্ৰেচতে পৃথি ছপাবলৈ আৰম্ভ কৰে। আস্ত সেই ঢপা কাস।ব তত্বাবধান কৰিবলৈ বিশ্ববিজ্ঞ্যালয়ৰ পৰা আমাৰ ওপৰত ভাৰ দিয়া হয়। গোটেইখন পৃথি তিনি সণ্ডকৈ ভাগোরা হৈছে। আদিৰে পৰা ইংৰঙ্গী ১৫ শতিকাৰ শেহলৈকে প্রথম এপণ্ড, ১৬ শতিকাৰ আৰম্ভবে পৰা ১৮ শতিকাৰ শেহলৈ দ্বিতীয। খণ্ড, আক. ১৯ শতিকাৰ আৰম্ভৰে পৰা বৰ্ত্তমান সময়লৈ তৃতীয়া খণ্ড। প্রত্যেক খণ্ডই প্রায় ৭০০ পিঠিৰ একোখন বৃহৎ পুথি হব।
1

অসমীয়া সাহিত্যৰ চানেকি।

28 November 2023
0
0
0

  সুর্য্য খড়ি দৈবজ্ঞ। [এই লিখক জনৰ জন্মভূমি মঙ্গলদৈ আছিল। তেওঁ ইংবাজী ১৮ শতিকাৰ শেহ ভাগত জন্মগ্রহণ কৰিছিল। তেওঁ সেই কালৰ এজন বিখ্যাত পণ্ডিত আছিল। তেওঁ অসমীয়া ভাষাত দৰঙ্গবাজবংশাৱলী আৰু সংস্কৃত ভাষাত ব

2

রতিকান্ত দ্বিজ।

29 November 2023
1
0
0

এই জন কবি মঙ্গলদৈ অঞ্চলৰ এজন ব্রাহ্মণ আছিল। তেওঁৰ পূৰ্ব্বপুৰুষ আদিৰ বিষয়ে কোনো কথা এতিয়াও জানিত্ব পৰা নাই তেওঁ দৰঙ্গ ৰজাৰ সভাৰ এজন বিখ্যাত পণ্ডিত আছিল। তেও গড়ঙ্গনাৰায়ণ ৰজাৰ আদেশত “ৰাজবংশাৱলী" নামেৰে এ

3

পশু ৰাম দ্বিজ।

30 November 2023
0
0
0

ধৰ্ম্ম পুৰাণ। দ্বিজ সকলোরে একদিনা সুবেকত, কৰিলেক ধৰ্ম্ম প্রশ্ন ব্যাসৰ আগত ॥ দ্বিজগণ নিগদতি ব্যাস মুনিবৰ। পূণ্যতো উত্তম পুণ্য উত্তম ধৰ্ম্মৰ । কোন নামে হস্ত ইহু কাহাক আচবি, অক্ষয় স্বর্গক পারে পাপক সংহ

4

শ্রীকাশীনাথ ভামুলি ফুকন।

30 November 2023
2
0
0

আসাম দেসব ডাঙ্গবিযা গণ প্রভৃতি বিসযাব নিবন্ধ ॥ সম্প্রতি মহুদানুসাবে, বিসযাব নাম লিখা জাই। জি জি একে মর্জাদাৰ সেই সকলক একে চেদব মাজতেই লিখা জাব; তাতে লিখাৰ আগ পাচ ক্রমে মর্জদাতো আগ পাচ আচে। সেই আগ পাচ

5

অৰুণোদয়।

1 December 2023
0
0
0

জাত্রিকব জাত্রা। The Pilgrim's Progress. এই জগতব অবণ্যৰ মাজে মই ফুৰি জাওতে জি এখন ঠাইত এটা গাঁত আচিল, এনে ঠাই পালোঁহি। তাতে পৰি সুই থাকোঁতে এক সমাজিক দেখিলোঁ। গাত ফটাচটা কাপব পিন্ধি, আপোনাৰ ঘৰৰ ফালল

6

শ্রীযুত বাবু আনন্দিৰাম ফুকন কর্তিক।

1 December 2023
0
0
0

এই অসম দেশ নিবাসি লোক সকলে স্বদেশত বাজে পৃথিবীত আন আন যি সকল বব সব দেশ আছে তাৰ একো কথাৰ ভু নেপাই, সেই হেতুকে সিবিলাকে আপোনাৰ দেশ অতি চৰ অৱস্থাত আছে বুলি নেজানে, এতেকে সম্প্রতি পৃথিবীব ভিতৰত অতি আচবিত

7

নিলিবাম ফেয়াবউবেল

2 December 2023
2
0
0

History of Hindustan, From the Dig Dorson. গজনিৰ বাদস্যা মহমদব দোআবাই হৃষ্ট কবাব পরা মচলমান লোকৰ বাজ্য নস্ট কবি ইংলণ্ডিযাবিলাকৰ বাজ্য পাপন তোমালৈকে হিন্দুস্থানব বৃবঞ্জি ইযাত আক পাচতো লিখা জাব। জি নান

8

যজ্ঞৰাম দেওলাই বৰুৱা।

2 December 2023
1
0
0

আহোম ভাষার পর। ভঙ্গা পুৰণি বৃবঞ্জা। কোচবণ:-লালি বাইচান (১৪) সকত চূড়-কুড়ম আক ডেপু নামে দুজন কোচ বজাৰ সেনাপতিযে আতি শলা পালেছি, আমার লোকেও গৈ শলাত থাকিল গৈ। পাচে সিহঁত দুযো লুইতে উজাই দিখৌ মুখ পালেহি।

9

পূর্ণানন্দ ডেকা বৰুৱা।

4 December 2023
0
0
0

১৮৫৮ সন পবহিতৈষিতা অর্থাৎ পরোপকাব "নোপকাবাং পরোধম্মঃ”। আসাম দেস হিতৈসিনি সভাব বচনাব সাব সংগ্রহ। জি দেসৰ মানুহব বুদ্ধি বৃতি অলপমান মার্জিত হৈছে, আাক জি দেসব মানুহৰ কিঞ্চিত ধর্মাধর্মব বোধ আঢ়ে, তেওঁবি

10

হেমচন্দ্ৰ বৰুরা।

6 December 2023
0
0
0

কোরা ভাতুবী। কোৰখনিয়া সত্ৰৰ গোবন্ধনদেউ আতা পৰম বৈষ্ণর, কংশ বঙ্গাব চন্দন-যোগাতী কুঁঙ্গী-বাইৰ বংশত জাত, সাক্ষাত গুৰুজনব পৰা পৰমাৰ্থৰ ভাগ-পোৱা গোপীনাথদেউ মাতাৰ পৰিনাতি। ঘোষা, কাউন, বত্বারলা, এই তিন খানি

11

পাই-মালা।

6 December 2023
0
0
0

সম্মান। ঈশ্বর, পিতৃ-মাতৃ, শিক্ষক, দেশর অধিকার আক বুঢ়া লোক, এই সকল সন্মানর পাত্র। যি আদি কাবণব পরা এই পবিদৃশ্যমান জগতব উৎপত্তি হৈছে, সেই কাৰণৰ নামেই ঈশ্বব। তেওঁ সকলোবে আদি, কিন্তু তেওঁর আদি নাই; সকলো

12

গুনাভিৰাম বৰুৱা।

7 December 2023
0
0
0

সৌমার ভ্রমণ। এই অসম দেশ আমাৰ মাতৃভূমি। আমি ইয়াতেই উপজিছো। ইয়াতেই শিক্ষা পাইছো। এই দেশব নামেই আমি সংসার হাটত বিকা হই আছো। জননী যেনে আদবনীয়া আক পূজনীয়া এই আমাৰ জন্মভূমিও আমাৰ পক্ষে তেনে মৰম আৰু সেরাব থ

13

বমাকান্ত চৌধুৰী।

7 December 2023
0
0
0

অভিমন্যু বধ কাব্য। প্রথম সগ। দশ দিন যুদ্ধ কৰি ভীষ্ম মহাবলা যেতিয়া শুইল। বাৰে শৰ আসনত, মহাৰণী পাণ্ডবেও, আনন্দ মনেৰে, বঙ্গাইল। ঢাক, ঢোল, শিক্ষা, কৰতাল, জগঝম্প, ভেৰি, দবা। আপুনি শ্রীচাৰ, নিজ বাস্থ্য শঙ

14

বঘুদেৰ গোস্বামী।

8 December 2023
0
0
0

আত্ম পৰিচয়। মহাদি দিপক তাতে কৰিয়া শকত। বিন্দুগঞ্জ দিয়া পাচে কৰিয়া যুগুত ॥ মিথুন মাসৰ জানা ৰোহিনীক পাই। সমাপতি ভৈল শাস্ত্র পদ সমুদাই। আমি অল্পমতি হুয়া বচিলে। পয়াৰ। গোবিন্দৰ লীলা বুলি কবিয়ো আদৰ। জখলাবন

15

ইন্দিলৰ বৰুৱা।

8 December 2023
0
0
0

জীৱনাদর্শ। মহাবাজ। বুদ্ধিস্বর্গ নাবায়ণ। বৃদ্ধিস্বর্গ আসামৰ এজনা ক্ষমতাপন্ন বাঙ্গা আছিল। ১৪৭৪ শকত (১৫৫২ খৃঃ অব্দ) এওঁৰ জন্ম হয়। ১৫৩৩ শকত এওঁর পিতা গোঁড়াবাজা স্বর্গী হলত এওঁ বাজা হল। আহোম মতে এও'ব নাম

16

কালি ৰাম বৰুৱা।

8 December 2023
0
0
0

কামাখ্যা কামাখ্যা (কাম + আখ্যা) কাম শব্দে ইচ্ছা আখ্যা শব্দে নাম। যাব নাম হৈছে কাম, এতেকে কামাখ্যা। প্রলয় কালত এই জগত এনে প্রকৃতিত লীন আছিল যেই প্রত্যক্ষ অনুমান আক শব্দ এই তিনি প্রকাৰ প্ৰমাণৰ বিষয় নাছ

17

গোপীনাথ চক্রবর্তী।

9 December 2023
0
0
0

কলঙ্ক ভঞ্জন। কৃষ্ণের চরণ ধবি, বোলে বাধা বজেশ্ববা শুনাচে মুবলা দাবী, মোর মনো দুঃখ। গাও ত সিগিলা আছে গিরি, সকলে বলে বাচরা ভিবি, এই দুঃখে উল্যারা নবো মুখ। যদি ফুৰিবা যান্ড করবো বাড়া, আতিল যেঢ় বব গ

18

বলিনাৰায়ণ বড়া।

11 December 2023
0
0
0

উচ্চশিক্ষা। আসাম ভাৰতবৰ্ষৰ পিচ পৰিণাকা প্রদেশবিলাকৰ ভিভবত গল্প। বাস্তবিকে যি দেশত সুশিক্ষিত, ধনী আক ব্যবসায়ী মাশুহব সংখ্যা তাকৰ সি আজি কালিৰ সভ্য আৰু আগবাঢ়া দেশবিলাকৰ সমকক্ষ হব নোৱাৰে। অসমীয়া মানুহ অ

19

মাধবচন্দ্ৰ বৰদলৈ। (বায়বাহাদুৰ)

11 December 2023
1
0
0

অসমীয়া সাতকাণ্ড ৰামায়ণ। BIR BIKRAM LIBRARY. E Agartala w অতিপূর্বের গোটেই অসম দেশকে কামৰূপ বুলিছিল ইয়াৰ সীমা পূবে দিকৰাই আক পশ্চিমে করতোরা, সুতৰাং বর্ত্তমান সময়ৰ ব্ৰহ্মপুত্ৰৰ উপত্যকা প্রদেশ খণ্ডকে ক

20

কমলাকান্ত ভট্টাচার্য্য।

12 December 2023
1
0
0

অসমৰ উন্নতি। শিতানত আঁকা প্ররন্ধটি আজি আপোন দেশী ভাই সকলৰ ওচৰত আলচ পাতি চাও। "অসমৰ উন্নতি" এই কথাষাৰি এবাৰ উশাহ নিশাহত অন্য নিয়া কৰোঁতেই ওৰ পৰে। চিন্তাৰ বাটত হতাশে টানকৈ ভেঙ্গাৰ মাৰি আগচি ধৰে। শিক্ষি

21

কমলাকান্ত ভট্টাচার্য্য।

12 December 2023
0
0
0

অসমৰ উন্নতি। শিতানত আঁকা প্ররন্ধটি আজি আপোন দেশী ভাই সকলৰ ওচৰত আলচ পাতি চাও। "অসমৰ উন্নতি" এই কথাষাৰি এবাৰ উশাহ নিশাহত অন্য নিয়া কৰোঁতেই ওৰ পৰে। চিন্তাৰ বাটত হতাশে টানকৈ ভেঙ্গাৰ মাৰি আগচি ধৰে। শিক্ষি

22

পূর্ণিমাৰ ৰাতিলৈ চাই।

12 December 2023
0
0
0

জোনাক বাতিটা রূপহী কাটিী শুরায় জগত কিনো বিতোপন, নিচুক জগত নিদ্রাৰ কোলাত এনেনো গভীব নিদিলে আশ্রয় আজি কিয় মন নেষাও টোপনি কোনে মন্ত্র মাতি হবিলে চেতন কি কারণে আজি টোপনি নাই, শান্তি কোলা পাতি ম

---

এখন কিতাপ পড়ক