shabd-logo

পাই-মালা।

6 December 2023

0 দৰ্শন কৰা হৈছে 0

সম্মান।

ঈশ্বর, পিতৃ-মাতৃ, শিক্ষক, দেশর অধিকার আক বুঢ়া লোক, এই সকল সন্মানর পাত্র।

যি আদি কাবণব পরা এই পবিদৃশ্যমান জগতব উৎপত্তি হৈছে, সেই কাৰণৰ নামেই ঈশ্বব। তেওঁ সকলোবে আদি, কিন্তু তেওঁর আদি নাই; সকলোবে অন্ত আচে, তেওঁব অন্ত নতি। তেওঁ দেরভাবে। দেরতা, বিধাতারো বিধাতা। ৰজাবো বজা আক সকলোবে, দষ্টি আক পালন কত্তা। এতেকে তেওঁক শ্রদ্ধা আক ভক্তি কৰা সকলোৰে উচিত। পৃথিবীত মানুক্ষব যত মাক্স লোক আছে, তেওঁ সেই সকলো বিলাকতকৈ অধিক ১০৯। সকলে। দেশব, সকলো জাতিব, সকলো ধৰ্ম্মব জ্ঞানী লোকবিলাকে তেওঁক বিশ্বাস আক ভক্তি কবে, আক যাব তেওত শ্রদ্ধা ভক্তি নাই, তাক নাস্তিক বুলি গিনায়। এতেকে তোমাৰ সমুদায় মন, বুদ্ধি আৰু শক্তিৰে তেওঁক শ্রদ্ধঃ আৰু ভক্তি কবিবা।

ঈশ্বৰৰ পাচতে পিতৃ মাতৃ আমাৰ মাননীয়; তেও বিলাকেই আমাক জন্ম দিছে, আক তেও লোকৰ পৰাই আমি এই বিচিত্র সংসাৰ দেখিবলৈ পাইছোঁইক। আমি যেতিয়া কেঁচুৱা আছিলোঁ, আমাৰ উঠি লবি ফুবিবর শক্তি নাছিল, তেতিয়া তেওঁ বিলাকে কত দুখ সহি, কোলাত লৈ আমাক তুলিছিল; আমি নেখালে তেও বিলাকৰ আহাবত কচি নহৈছিল; আমি গাত দুখ পালে বা নবিয়া পৰিলে শোকত বিহবল হৈ তেও বিলাকে আমাৰ আবোগ্যব নিমিত্তে যত্ন কৰিছিল; আন কি? আমাৰ কুশলব কারণে প্রাণকে উচগিছিল। আমি অলপ ডাঙ্গৰ হলত সিবিলাকে আমাক জ্ঞান বিদ্যা শিকাই ভাল লোক কৰিবৰ নিমিত্তে পাবে মানে যত্ন কৰিছিল, আৰু এতিয়াও আমি ধনী মানী যশ্যী হলে সিবিলাকৰ আনন্দৰ সীমা নেথাকে; কিন্তু আমাৰ দুর্দশ বা দুর্ভাগাৰ কথা শুনিলে মুখ মলিন, আক চকু লোতকেৰে পূৰ হয়; সেই পিতৃ মাতৃতকৈ মন্ত্যব ভিতবত আন কোনো আমাৰ অধিক মান্না নহয়। এতেকে আমি সদায় তেওঁলোকৰ গ্রাজ্ঞ। মানিব আক সিবিলাকক সন্মান কবিব পাওতক। আৰু তেও বিলাকৰ বুঢ়া কালত আমাৰ শক্তি অনুসাবে শুশ্রূষা কৰা আৰু পোহ পাল দি তেও বিলাকক সুখেবে বখাও আমাব কর্তব্য।

কণ। মানুহক যি জনে চকু দিয়ে, তেও যে কণাৰ পবম উপকাৰী আৰু মাধ্য, তাত একো সংশয় নাই। সেইরূপে শিক্ষকেও ছাতবক চকু দিয়ে। ছাতবে চকু থাকোতেও যি বস্তু নেদেখি আক সি কথা শুবুজি কণাৰ নিচিনা কৈ থাকে, অধ্যাপকব অনুগ্রহত চকু মুকলি হৈ তাক দেখিব আক বুজিন পরা হয়। এনে অধ্যাপকব প্রতি যি সম্মান নকরে, তার সমান অশলাগা মানুহ নাই। আমার শাস্ত্রত লিখা আছে সে, অধ্যাপকে যদি এটি মাথোন আগৰ ছাতবক শিকায়, তেও পৃথিবীত এনে বস্তু নাই, যাক দি ছাতবে সেই শিক্ষকব ধাব শুজিব পাবে। এতেকে তুমি তোমার শিক্ষকব প্রতি মান-সৎকার কবিবা, আক তেওব বশ চবা।

দেশব অধিকার সকল দুস্টর দমন, আক শিস্টব পালন করোতা। বি দেশব অধিকার নাই, শাসন করা নাই, সেই দেশ অবাগুক, আক সুমঙ্গা-বতাহত গুবিয়াল নথক। নাবর দবে অস্তিয। তাও সকলো মাশুকে সপ্রদান কৈ আপোনার উদ্ভাব দবে আচবণ করে। এই কাবণ নিজ বলেরে নোরাবিলে মাশুকর ধন প্রাণব বক্ষাই টান হয়, আৰু কাবো শুখ শান্তিও নেপাকে। কিন্তু দেশব অধিকাবে চষ্টক দমি সন্তক পালন করা কেতু কেও বাবো প্রতি অন্যায় কবিব নোরাবে আক শান্তি দেশত প্রবল হয়। এতেকে যিসকলব ভযত চোব, ডকাইত আৰু আন চুন্ট মানুহবিলাক শঙ্কিত হৈ থকাধ কারণে আমার ধন, প্রাণ, আক মান বক্ষ্য পৰিছে। আৰু আমি নির্ভয় মনেবে আছোতক, সেই শাসন কন্ট্রা সকল আমাৰ অৱশ্যে মান্য, আমি তেও লোকর শলাগ লব, আক সিবিলাকক সম্মান কবিব লাগে।

যি লোক তোমাতকৈ কোনো কথাত শ্রেষ্ঠ, তেরেই তোমাৰ মানা; বুঢা মানুহবিলাক তোমাতকৈ বয়সে শ্রেষ্ঠ, তেও বিলাকব কোনো জন তোমার জোষ্ঠ ভ্রাতৃব, কোনো জন মাতৃব, কোনো জন বা পিতৃব বয়সীয়া, আক কোনো জন তোমাতকৈ বহুদর্শী। এতেকে তুমি তেওঁ'বিলাকৰ প্রতি সমুচিত সম্মান কৰিবলাগে; আৰু সিবিলাক, নিঃকিন হলেও উপালভব যোগ্য নয়। 

নিৰ্ম্মলতা।

(Cleanliness)

যি নিৰ্ম্মল, সেয়ে শুদ্ধ। নিৰ্ম্মল শব্দে মল-নথকা বুজায়; 'শুদ্ধ' শব্দব অর্থ বেয়া বস্তুবে মিহলি নোহোৱা এতোকে ইয়াৰে। সেয়ে অর্থ, এই কাবণে শুদ্ধ বা শুচি ক্ষ লাগিলে নির্মূল হব লাগে। যি বস্তু মলিন সি অশুচি; আমি যদি সাত কলহে। নিজনি পানী মূৰত ঢালি কাকো নোজোৱাকৈ ঘৰৰ ভিতৰত সোমাই থাকে।, আৰু আমাৰ গা মলিন থাকে তেও আমি শুচি নহও। আৰু অকল গাটে। নির্মূল হলেই সকলো হল, এনে নহয়; আমার কাপোব, আসন, লোটা, বাটি, শয্যা আৰু ব্যৱহাব করা আন সকলো বস্তু নিক। হব লাগে; কিয়নো মলিন বস্তু মাত্রেই অপরিত্র। আমাৰ ঘৰ-চোতাল ছাই জাবৰ আৰু গোববেব পূব হলে আনবিলাক বস্তু নিৰ্ম্মল আৰু পৰিস্কৃত হলেও কোনো ফল নহয়। এতেকে আমাৰ গা আৰু কাপোৰ আদিৰ দৰে চোতাল ঘৰকে। নিকাকৈ ৰাখিব লাগে। নির্মূল হলে পবিত্র হোর। যায়, অকল সেয়ে নহয়। নিৰ্ম্মলতাৰ পৰা আমাৰ মন প্রফুল্ল হয়, আৰু গা ভালে থাকে। আমার গা কাপোৰ, ঘৰ-চোতাল আদি মলিন হলে সেই বিলাকৰ- পব। দুর্গন্ধ ওলাই মন সঙ্কুচিত কবে, আাক গাতো বোগ জন্মে। মলেই ৰোগৰ আকৰ। আমাৰ গাব ভিতবব পৰা নাক, মুখ, কাণ আৰু নোমৰ গুবিয়ে দি প্রতি উশাহতে কিছুমান দূষিত বস্তু অর্থাৎ মলি ওলাব লাগিছে, আক বাহিৰৰ ধূলি, মাটি পৰিও গাত মলি বন্ধ যায়; এতেকে নিতৌ অতি কমেও এবাব মুখ হাত আদি শৰীৰৰ সকলো ভাগ ধুই পৰিস্কাৰ কৰিব লাগে। কিন্তু গা ধোৱাৰ পাচত মলিন কাপোৰ পিন্ধিব, বা জেগেলা ঠাইত থাকিব লাগিলে গা ধুই নিকা হোৱাৰ একো সকাম নাই। এতেকে সেই বিলাকে। যেন মলি নথকা হয়, তালৈ যতন কৰিব লাগে। সেয়ে হলেই মন, গা দুয়ো ভালে থাকে। মলিন মানুহ সমাজৰ অযোগ্য আৰু তেও'ক সকলোরে ঘিণায়। এতেকে কোনো এজন জ্ঞানী লোকে কৈছে,- "নিৰ্ম্মলতা ঈশ্বৰ পৰায়নতা।" 

মিঠা মাত আক সদয় ব্যৱহাব।

(Sweet words and well behaviour)

১৮১

সকলোকে মিঠা মুখেৰে মাতিব লাগে। কর্কশ মাত কেরে ভাল নেপায: মিঠা কথাই হলে সকলোকে বশ ককে। আমার শ্রেষ্ঠ কি সমনীয়া মানুহৰ কথাকে নকও, আমাতকৈ নিহ মানুহকে। সাদবেবে কথা কোরাত একো জানি না, বব তাৰ বাবে আমি প্রশংসা হে পাওইক। কিন্তু বব ডাঙ্গৰ লোকবে। আনক কটু কথা কোরা অভ্যাস হলে তেও আটাইৰে অপ্রিয় হয়। সকলো মানুহ একে জাতিব জীর, কেরল কোনো বিশেষ কাবণব নিমিত্তে অরস্তাব চীন-ডেঢি হয, এই মায় প্রভেদ; এতেকে যি যেনে অংস্থাব মামুক্ত, তেওক তেনে অবস্থার উপযুক্ত সম্বোধন কবি মতাটো ভদ্রতা আৰু সুশিক্ষার চিন; কিন্তু হুটা মাত, যাব প্রতি প্রয়োগ কৰা যায়, সেই মাতে তেওব অসন্তোষ জন্মাইযে নেথাকে, যি সেই মাত ব্যৱহাৰ কবে, তেও বে। নীচতা আৰু শিক্ষাব অভার দেখায়। লোকে আমাক টেন্স। কথা কলে আমি ভাল পাও নে? তেওলোকেনো তেনে মাত কিয় ভাল পাব? এতেকে সকলোকে মিঠ। মুখেবে মতা উচিত।

লোকৰ দুখ দেখি মন কোমল হোরাব নাম দয়া। এই দয়। মাশুক্তব মনব এটি কোমল আৰু মধুব ভাব। সি মানুশুক দেৱতাব তুলা কবে, আৰু তাব অভাবত মানুহ পিশাচব সদৃশ হয়। যাব দযা নাই, তাব মন শিল বা কাঠব দবে টান, আক যাব হৃদয় কাঠ, সি মাহুত নামবে অযোগ্য। দয়াই তাক পাওতা আৰু দিও'ত। দুইকো বন্য কবে, কিন্তু তাব বিপবাত নিম্নবতায় তাক পাও তাক ক্লেশ দিয়ে, আক দিও তাকে। সকলোৰে গৰিহণাব পাত্র কবে। দয়ালু লোকৰ সকলো বন্ধু, নিঠুৰ মানুহক তাৰ পুত্র ভাস্যায়ো ভাল নেপায়। যি আনৰ প্রতি দয়া কৰে, সি দয়া পায়; কিন্তু নিষ্ঠুৰ মানুহ টানত পৰিলে তাক পুতৌ করে।ত। কেও নাই, এতেকে সকলোৰে প্রতি সদয় ব্যৱহার কথা উচিত। লোকে তোমাৰ প্রতি যেনে ব্যৱহাৰ কৰিলে তুমি ভাল পোৰাঁ, তুমিও লোকব প্রতি তেনে ব্যবঙ্গাব কৰিব লাগে; ঘাইকৈ কণা, গোবা, অসহায় আৰু আঙুন, এনেবিলাক মানুহব প্রতি দয়া কৰা, আৰু সাধ্য অনুসৰি সিবিলাকৰ সহায় হোৱা সকলোৰে উচিত। তেনে কোনো অৱস্থাত পবিলে তুমি লোকৰ পৰা সহায়তা নিবিচাৰিবা নে? তেন্তে এতিয়া তুমি তেনে বিলাক মানুহৰ প্রতি মন কোমল কর্ব। আক সিবিলাকব দুখ উপশম কবিবর নিমিত্তে দয়া মোনার মুব মেলা। তোমাৰ পৰিযাল আক আশ্রিত লোকৰ প্রতিও সদয় হোরা আক সিবিলাকক পোহ পাল দি সুখেৰে ৰখা উচিত, কিয়নো সিবিলাকব তোমাতে সর্বর ভাবসা, তুমি সিবিলাকৰ প্রতিও সদয় হবা।

মানুত্ব কথাকে নকও, ইতব জম্বব প্রতিও সদয় ব্যৱহাৰ কৰিব লাগে। মানুহব দাবে সিহতবো সুখ দুখ বুজিবৰ শক্তি আছে, আৰু সিহঁতে সুখ দুখ প্রকাশ কবিবও পাবে। এবাই চরাইব ঠেঙ্গত গুবী লগাই টানিলে সি যে চেটে কবি আটাহ পাবে, তাব দ্বারা সি কি বৃঙ্গায় সি যে জবাব সেই কাম্যৰ দ্বাৰা দুখ পাইছে, তাকে মাপোন কৈ তাক এবি দিবলৈ বাকুতি কবে। তেনে অৱস্থাত পৰিলে লবা বা ডাঙ্গৰ মানুহেও বাকুতি কবে কিন্তু সি মানুহব দবে পস্ট মাতেবে সেই কথা বাক্ত কবিব নোরাবে, এই মাস প্রভেদ। সেই দবেই আন কোনো জন্তুকে। আমি দুখ দিলে বা সি আহাৰ নেপালে নিজ মাতেবে তাৰ দুখ আমাক জনায়, তেতিয্য আমি তাব প্রতি গাওকান নকবি তাব দুখ গুচাব, বা তাক আহাব দিব লাগে, কিয়নো আমি তাতকৈ জ্ঞানী, আক সি আনাব অধীন, এতেকে আমি তাব ছপ বুজি দয়া নকবিলে তাব উপায নাই। তাব যে মানুহব সমান জ্ঞান আক পস্ট মাতেবে নিজ দুখ জনাবব শক্তি নাই, এই বাবেই আমি আক অধিককপে তাব প্রতি সদয় হোর। উচিত; কিয়নো তেনে শক্তি থকা হলে সি আমাব সমান হলর্ভেতেন সেই শক্তি নগব। হেতু সি আমাতকৈ নিকৃষ্ট, আৰু সি আমাৰ সমনীযাতকৈ অধিক দযাব পাত্র। এতেকে তুমি কোনে। জন্মৰ প্রতি নিষ্ঠব আচবণ নকবিবা, কিন্তু সকলোৰে দুখত পুতৌ কবিবা।

পৰিশ্ৰমৰ সুগুণ।

(Good effects of diligence)

সামুহে চৰাই-পহু-আদি সামান্য জন্তুৰ দৰে অনাযাসে আহাৰ নেপায, আক তেওঁৰ গাব আচ্ছাদন স্বভার জাত নহয; এতেকে জীৱন ৰাখিবৰ কাৰণে অত্যন্ত প্রয়োজনীয় অম্ল আক বস্ত্র, দুইশে পৰিশ্ৰমৰ দ্বাৰা উৎপন্ন কৰিব লাগে। এই কথাত ইতৰ প্রাণীতকৈ মানুহৰ অৱস্থা নিকৃষ্ট। কিন্তু মানুহে অভ্যাস আৰু যত্নব  দ্বাৰা বন্ধিত হোৱা যি মন বুদ্ধি পাইছে, তাব দ্বাৰায় তেওব সকলে। অভার দূব হয়। অন্ন-বস্ত্রাদি আরশ্যকায বস্তুর উপাঞ্জনব নিমিত্তে যত্ন কৰোতেই মন বুদ্ধি পৰিচালিত আক তীক্ষ্ণ হৈ মানুহ সকলে। জম্বতকৈ শ্রেষ্ট হৈছে, আক ইন্ডিযবিলাকক বশ কবি সিহঁতৰ দ্বাৰা আপোনাৰ কাম কৰাই লৈছে। মানুহৰ লাগতিয়াল বস্তুবিলাক পবিশ্রমব দ্বাবা উৎপন্ন কবিব লগীয়া নহৈ অন্যান্য জন্তব দবে অনায়াসে পাব পধ্যা হোরা হলে তেওব বুদ্ধি ইমান ঢোকা নহল চেতেন; এতেকে পরিশ্রমেই মানুহক ইতব জন্তুতকৈ শ্রেষ্ঠ কবিছে। এনে পৰিশমক দুঃখদায়ক বা স্ননার বিষয় বুলি ভবা বথ ভ্রমব কথা। যি পবিশ্রমব দ্বারা আমার জারনব উপায ভাত কাপোর অঙ্গী যায়, আক যাব অভারত আমি মনুষ্য হৈ থাকিব-আন কি জীৱনকে বাখিব নোৱাবোইক সেই পরিশ্রমলৈ গিন করাতকৈ, আক গিয়েব মানুতে আমার প্রাণ বক্ষার নিমিত্তে অন্ন বস্তু আজিবলৈ পরিশ্রম কবে, সেই বিলাকক তুচ্ছ ভবাতকৈ আৰু ডাঙ্গব ভ্রম কি আছে?

স্বরূপার্থত গোটেই এলেহুরা, অকামিলা আক অসাঠন কিছুমান মানুহত বাজে প্রায় সকলোরে কোনো এক প্রকাৰধ পরিশ্রম করে। খেতিয়কে খেতি কবি সকলোকে আাব যোগাইছে, তাঁতিয়ে কাপোৰ বৈ মানুভব শরীর ঢাকিছে, আন শিল্পকাবাকে আমার প্রযোজনায় নানা বিধব শিল্প কৰ্ম্ম কবি গামাব গভার গুচাইছে, আক সুখ বঢ়াইছে; গ্রন্ত কড়াই সাপোনাৰ মস্তিষ্ক ঘাটি অনেক প্ৰকাৰৰ জ্ঞানব বা আমোদর পুপি লিখি আমার জ্ঞান বন্ধিত করিছে; আক আমাক আনন্দ দিছে; বক্তাই থাক তেওঁব বিদয়াবিলাকে চুষ্টব দমন, শিষ্টব পালন কবি রাজ্য সুখিলকৈ বাখিছে। এই বিলাকৰ ভিতৰত এজনে পরিশ্রম কৰিবলৈ হেলা করা হলেও পুণিবাব এনে উন্নত অৱস্থা হওক ছাবি, মানুহৰ মতা কস্ট হল হেতেন। কিন্তু যি পরিশ্রমর দ্বারা জারনব উপায় অন্ন বস্ত্র উৎপন্ন হয়, সি সকলোতকৈ শ্রেষ্ঠ আক আরণ্যকায় আক গি লোকে সেই দুই বস্তু উৎপন্ন কবিবলৈ পৰিশ্রম কবে, তেওঁ সমাজব বব উপকাবা আৰু প্রয়োজনীয় অঙ্গ। এতেকে নাঙ্গলব খুটিত ধবি সি খেতি কবে, তেও লাখ- পতি বৰলোকতকৈ অধিক আদবব যোগ্য, আৰু সকলোবে কৃতজ্ঞতাব পাত্র।

পরিশ্রমৰ পবা আমাক লগা বস্তুবিলাক উৎপন্ন হয়, অকল সেয়ে নহয়, তাব দ্বাৰা শৰীৰ সঞ্চালিত কৈ দৃঢ় আৰু বলিষ্ঠ হয়, মনে। প্রফুর পাকে। ঘৰব ভিতৰত বৰ গাঁকত আউজি বহি থক। বরলোকৰ গাটোরেই মঞ্চ। ভাব, আৰু তেনে লোকে ছটা-মান খোজ কাঢ়িলেই ঘামি, ফোঁপাই বিতত হয়, আৰু সদায় গা বেয়া বুলি কয়; কিন্তু হাল কোব বাই ফুৰা চহাৰ গা আটিল লঘু আক নিৰোগী। এই কাবনে অন্নবস্ত্রব উপার্জন কব্বিৰ নিমিত্তে পৰিশ্রম কবা আন কি? নাঙ্গ'লব গুটিত ধবাও একো লাজব বা নিন্দাৰ কথা নহয়, ববং স্বাধীনতাক জলাঞ্জলি দি লোকৰ চাকৰ হৈ জীবিকা কৰাতকৈ এশ গুণে উত্তম আৰু প্রশংসনীয়।

কৃষি, বাণিজ্য আক অন্যান্য ব্যৱসায়।

(Agriculture, Trade and other occupations).

মানুহর জারন বাখিবব উপায় আতাব। খেতিব দ্বাবা সেই আহাব উৎপন্ন হয়। শৰীৰৰ নিমিত্তে আগৰ যেনে, কাপোৰে। তেনে প্রয়োজনীয়। সেই কাপোৰ ঘাইকৈ কপাহৰ পৰা হয়, কপাহে। খেতিৰ বস্তু। যি খেতিব পবা মানুহৰ অন্নবস্তুৰ উৎপত্তি হয়, আক যাব অভারত এই দুই ঘাই বস্তুৰ অভাৱ হৈ মানুহৰ প্ৰাণৰক্ষা টান হয়, সিনো কিমান প্রধান কার্য্য, তাক কৈ ওৰ পেলাব নোরাবি। আমি দেখিছো, কোনো ঠাইত দৈব্যাৎ একে লালীয়ে চূবন্ধৰ খেতি নহলে তাত আকাল হৈ হেজাব হেজাৰ প্রাণী যমৰ ঘৰলৈ যায়; এতেকে খেতিয়েই মানুহৰ জীৱন বক্ষাব ঘাই উপায়। পর্ববতৰ সমান সোণ থাকিলেও অন্ন নহলে মানুহৰ প্রাণ নবয়। যদি পৃথিবীৰ সকলো মানুহে খেতি কৰিবলৈ এবে, তেন্তে অন্নব অভারত একে দিনায় পৃথিবী নির্জ্জন হব। খেতিয়ে মানুহব প্রাণ বাখে অকল সেয়ে নহয়, মানুহক সভ্যও কৰে। যেতিয়া মানুহে খেতি কবিব নেজানিছিল, তেতিয়া তেও কেঁচা মঙ্গহ আৰু অপুনি হোরা ফল মূল, মাথোন খাই আৰু পহুব ছালেখে গা ঢাকি বনৰীয়া জন্তব দবে হাবিত বাস কৰিছিল। পাচত-খেতি কবি অন্ন উপার্জন কৰিবলৈ শিকিবৰ পৰাহে সভ্যতাই মানুহৰ লগ ললে। আৰু খেতিৰ উন্নতিৰ লগে লগে সভ্যতাও বাঢ়ি আহিল; এতেকে খেতিয়েই মানুহৰ ঘাই কাৰ্য্য। সেই খেতিলৈ আওাহেলা, বা তাক হীন কাম বুলি ঘিন কৰা মূর্খতাৰ চিন।' আমাৰ দেশব মানুহৰ কেনে ছবুদ্ধি! যি লোকে চাকৰি নকৰাকৈ গার'ত খেতি কবি পাই থাকে, অনেক মানুতে কাছাবাত এটা ক্ষুদ্র কাম রব্য মানুহব সমানো আদব নকবে। সকলেরেই গেতিক গিন ববি টকাচেবেক রূপব কাবণে আপোনাব স্বাধীনতাকে বিকিবলৈ ওলাব, আক তাকে করিব পারিলে আপোনাক কৃতকাস্য মানে। যেতিয়ালৈকে আমার দেশব মাম্ভতর এই ভ্রম গুগুচে, তেতিয়ালৈকে এই দেশব কুশা নহয়।

ওপবত দেখোরা গৈছে যে বুধিব দ্বার। মাণ্ডব জীবন বাখিবব উপান অগ্ন আস্ত বস্তুব উৎপত্তি ক্ষয়, কিন্তু বানিজ্য নজরেল এজনে উৎপন্ন ববা অন্ন আক বঙ্গ আন এজনে নেপাব। আক এই কথা সহজেই বুজিব পাৰি যে, পৃথিবার প্রভোক মানুহ পেতিতে নিযুক্ত হব নোরাবে, আক গবনে। থানত পেতিত আবদ্ধ তৈ পাকিলে সমাজর ভিতর নিমিত্তে আন আন বিপিনাক রানার আবশ্যক, সেইবিলাক কবে তো নঞ্চার গুণে মানু বিনাপর সুখ-শান্তি নখ্য। বাজার শাসন, বিদ্যাশিক্ষ। আক শিল্প-কল্প আদিত নিযুক্ত প্রবা মানুহবিলাকর পোঁত কবিবলৈ আজবি নাই; এতেকে বানিজ্ঞান অভার চোরাঙ্গনে তেও বিনাক ভাত বাপোবর দুখত পবি নিজ নিজ কান্য চলার নোবাবার কারণে সমাজর সব অনিস্ট চলছোতেন। আক এঠাইত উৎপন্ন পেতিব বস্তুবিলাক উৎপন্ন হোৱা ঠাইতে দৌলায়মান হৈ পাকি আন ঠাইব মানুক্ষব অপ্রাপ্য কোবাত যত মাটিম্পানা আদিব অবস্তাব প্রভেদব কাবণে যি শঙ্কৰ উৎপত্তি নহুন, সেই ঠাইব মানুহ তাব ভোগবপবা বঞ্চিত, আক সেই শস্ত অর্জ। মানুহবিলাকে তার গতিবিক্ত ভাগ বেচি ধন উপাগুন ববির নোরাবা হলহেঁতেন। আক যদিও পেতি অতি উত্তম কাব্য, তথাপি তার পণ্য উৎপন্ন বস্তুব দ্বাবাবে আমাৰ সকলো অভার পূব নশ্চয়, আমার স্তুপ বৃদ্ধির কারণে আন অনেক বস্তু লাগে। বানিজ্য নথকা গুলে নিলোকে সেইবিলাক আপুনি যুগুত কবিব নোরাবে, তেও অরশ্যে কস্ট পালে গোতেন।

বেচাব দ্বাব। বিদেশত চোরা অনেক বস্তু গামি পাওয়র, ৩দাবাও আমার শুখ বাড়ে। বানিজ্যব অভার তোরা চলে সেইবিলাক বস্তু পাব নোরাবাত আমি সেই পরিমাণে সুখৰপৰা বঞ্চিত হলোচকরেতেন। বিশেষ এজনে অর্থা বম্ব আন এজনে পাবৰ গাই উপায় ধন, এতেকে ধন নঙ্গলে মাশুক্ত বব দুখত পৰে। বানিজ্যৰ দ্বারা সেই ধনযো বৃদ্ধি হৈ মানুহ সুগীযা হয়। আমার নীতিশাসে কয় যে, (বানিজ্যে বসতে লক্ষ্মী) বেপাৰতে লক্ষ্যার নিবাস। এতেকে জনসমাজব উন্নতি আৰু সুখ বৃদ্ধিয়ে ঘাইকৈ বানিজ্যতে আশ্রায় কবে। যি দেশত যি পৰিমাণে বেপাব চলে, সেই, দেশব মানুহে সেই পৰিমাণে শুখীয়া হয়। আসামৰ মানুহে আন সভ্য দেশৰ মানুহৰ দবে বেপাৰব মোল নেজানে, এই কাৰণে ইয়াৰ মানুহ বিলাক নির্ধনী; যেতিয়ালৈকে তেও বিলাক বেপাৰত নিযুক্ত নহয়, তেতিয়ালৈকে দেশৰ উন্নতি হবৰ উপায় নোলায়।

কৃষি বানিজ্য আক অন্যান্য ব্যৱসায় (সমাপ্ত)।

খেতি আক বেহাত বাঙ্গে আইনব ব্যবস্থা দিয়া, চিকিৎসা করা, কাপোৰ বোরা পাচি খবাহি সজা, সুতার, কমাব, কহাব, সোনাবি, বাড়ৈ বা আন শিল্পীব কাৰ্য্যকৰা আদি অনেক স্বাধীন ব্যবসায় আছে, আক সেইবিলাকৰ দ্বাৰা সুসভ্য দেশবিলাকত বহুলোকে জীবিকা কবে আক সুখে স্বচ্ছন্দে থাকে। প্রত্যেক মানুহে এই সকলোবিলাক ব্যবসায় জানিব বা কৰিব লাগে এনে নহয়; কিন্তু আপোনাৰ সুচল, বুদ্ধি আৰু ইচ্ছা অনুসাবে এই বিলাকব ভিতবব কোনো এটা বা অধিক ব্যবসায় জনা সকলোবে উচিত, আৰু তদ্বার। মানুহব সুখ আক দেশবো শ্রীবৃদ্ধি হয়।

সাধাৰণ কথাত কোৱা যায় যে, "হাবিব বিদ্যা শিকিলেও কালে উপকাৰ হয়।" কিন্তু আমাৰ দেশৰ চাকৰিব দ্বাৰা জীবিকা উলিওৱা বৰলোক সকলে এই হিত বাক্যলৈ মন নকৰি পাচি-খবাহি-সজা আদি হাতৰ কামবিলাকক নীচ কার্বা বুলি ঘিনায়; ই যে তেও বিলাকৰ ভ্ৰম, তাক তলত লিখা সত্য ইতিহাসটিৰপৰা বুজিব পাৰি। জন্মাণী দেশৰ কোনো এজন ধনী আৰু ডাঙ্গৰলোকে ধন আক বিষয় অনিত্য, এতেকে দুখত পৰিলে উপজীব্য কৰিবৰ নিমিত্তে কোনো এটা হাতৰ বিদ্যা জনা উচিত। ইয়াকে বুজি তেনে বিদ্যা শিকাত উৎসাহ দিছিল। তেওঁ'ব এজনী সুন্দৰী আৰু বিদ্যারতী কন্যা আছিল। পাচে বিষয় আৰু সম্পত্তিৰে তেও'ব সমান আন এজন বৰলোকৰ পুতেক এটিয়ে সেই ক্যাব রূপ গুণৰ দ্বাৰা মোহিত হৈ তেওঁৰ পিতাকৰ আগত বিয়াৰ প্রস্তাৱ কৰাত সেই বুঢ়া ভদ্রলোকে ডেকাক সুধিলে বোলে "মোৰ জীক সুখেৰে বাখিবৰ কাৰণ তোমাৰ কি উপায় আছে ?" এই কথাত ডেকা আচৰিত হৈ কলে, তেওঁ ববলোকৰ লৰা, তেওৰ ধন সম্পত্তি অলেখ, একোৰে অভার নাই; এতেকে তেওব ভাৰ্য্যাক সুখেৰে ৰখা একে। টান কথা নহয়। তাতে ভদ্রলোকজনাই উত্তৰ কৰিলে যে সেই কথা সঁচা; কিন্তু ধন সম্পত্তি অনিত্য, দেশব বিভ্রাট হৈ কেতিয়া নাশ পায়, তার একো নিশ্চয নাই; এতেকে দুখত প্রবত্তিবব কাবণে এটা হাতব বিদ্যা নিশিকিলে সেই ছোৱালী পাবলৈ তেও আশা কবিব নোরাবে। ঘুশ তেওব জীয়েকক বিয়া কবিবলৈ ইমান ব্যস্ত হৈছিল যে, তেনে কোনো এক বিদ্যা শিকিবর কারণে তেও চমাহ কাল খুজি কলে, বোলে সেই কালব ভিতবত তেও অবশ্যে কুতকানা হব। তাতে বুচা ভদ্রলোকে সন্তোষ পাই মান্তি হল। ডেকাই বিদায় লৈ ঘৰলৈ গল।

ছমাহৰ মুৰত ডেক। উলটি আহি পরীক্ষাদ দ্বারা দেখালে যে, তেওঁ পাচি- সঙ্গা বিদ্যাত বৰ পাৰ্গত হৈছে; তাতে সেই ভদ্রলোকে বর বঙ্গেবে জীয়েকক তেওঁলৈ বিয়া দিলে। তার কিছু কালর পাচত বাজাব বিভ্রাট তৈ সেই ডেকাব আক তেওঁৰ শহুবেকর সকলো ধন-সম্পত্তি বোল, আন কি? উপর্জাব্যব উপায়েই নাইকিয়া হল। তেতিয়া সেই গুৰাষ্ট পাচি-খদাচি সাজি বেচিবলৈ ধবিলে আৰু তেওঁব পাচি আনতকৈ ভাল কোরা কেতু সেই কার্নাব পবা বব লাভ হৈছিল আৰু তেও তাৰ খাবায়ে নিজৰ আক শতবেকর, উইবো পবিয়ালব উপজীব্য ঢলাই- ছিল। এইরূপে তেওঁ বুড়া হৈ কালব চাতত প্রাণ নোশোধাৱালৈকে দুযোঘব মাশুহক প্রতিপাল কবি আছিল। পাচি সক্তা বিদ্যা নজনা হলে তেওঁব যি গতি হলহেতেন, তাক অনায়াসে বুজিব পাবি। এতেকে চাঙব বিদ্যা যে মাশুক্রব বব প্রযোজনীয়, তাত সংশয় নাই।

অঙ্গ পর্বিচালনা।

(Physical exercise).

যাৰ গা নিৰ্বল আক কর্ণীয়া, তাব কোনো সুখ নাই, আৰু জীরনেই অসার্থক, ইয়াক সকলোরেই জানে; এতেকে শবাব যেন সবল আক নিৰোগী হয়, এইটো সকলোবে বাঞ্চা; কিন্তু কি প্রকাবে সেয়ে হব পাৰে, আমাৰ দেশব সহব ভাগ মানুহে তাক গমি নেচায়, আক নেজানে। শবীব বলিষ্ঠ কৰিবব থাই উপায় শাৰীৰিক পৰিশ্রম। সেই পৰিশ্ৰম নকৰা মানুহৰ গা আটিল নহয়, সি কেতিয়াও বলরান হব নোরাবে। কোমল বস্তু যে বলরান্ নহয়, তাৰ দৃষ্টান্ত দেখাওঁতে লৰা আৰু বয়সীয়। সানুহব তুলনা দিলেই হয়। বয়সীয়া মানুহতকৈ লৰাৰ গা কোমল, এতেকে ডেকাতকৈ লবা নির্বর্বল।

বলবান মানুহ উৎসাহী আক সাহিয়াল হয়, আৰু বৰ পৰিশ্ৰমৰ কামো অনায়াসে কবিব পাবে। নির্বল মানুক্ত এলেকরা, ভয়াতুব; আস্ক অলপ পরিশ্রম হোরা এটা কাম কবিলেই শ্রান্ত হয় বা কবিবই নোৱাৰে। দুর্বল মানুহক বোগেও অতি শীয়ে পাড়ে। আটিল গাবে, বলৱন্ত মানুহক নবিয়াই সিমান কণ্ঠ দিব নোরাবে। এই কারণেই আপোনাৰ শবাব দৃঢ় আৰু বলিষ্ঠ কৰা উচিত; তাকে কৰিব লাগিলে নিতো উত্তমরূপে অঙ্গ বিলাকক পৰিচালনা কৰিব লাগে। হাত, ভবি আক গা এই বিলাকক চলাই থাকিলে সিহতে আটমাবে, লগ্ন আক কার্য্য কৰিবব যোগা হয়, আতাবেও শীয়ে পাক পায়, আক তেজ মা'স তৈ গোটেই গালৈ ঢলি যায়; তাতে গা পুষ্ট আক সবল হয়। কিন্তু যি অঙ্গকে চলোরা নেযায়, সিয়েই দুর্বল আক অকর্ম্ম। হয়। অনেকেই উর্দ্ধ-বাত্ত সন্তাসী দেখিছে। তেনে মানুহে হাত এটা ওপবলৈ দাঙ্গি লচব নকবাকৈ থকাত সেইটো ভাত একেবাবেই অকামিল। হৈ পবে। কিন্তু সদায় কাতুৰা মাৰি থকা কমাধব হাত বলরান আাক টান। ইয়াব দ্বাৰা বুজা যাব পাবে যে, যি মানুহে যি পৰিমাণে অঙ্গ বিলাক চলায়, সেই পৰিমাণে তাব গা দৃঢ় থাক সবল হয়। অঙ্গ চালনার অনেক উপায় আছে; প্রথম ব্যায়াম, যাক হিন্দী ভাষাত "কুস্তা" বোলা যায়; কিন্তু নিশিকিলে তাক কৰিব নোরাবি, এতেকে সি সকলোবে সাধ্য নহয়। তাত বাজে নাও বোরা কোৰমবা খোজ কাঢ়ি ফুবা, ভটাগুটি, ঢোপ, বা বল খেলোরা আদি শাবাবিক পরিশ্রমৰ কাম অনেক আছে। সেই বিলাকৰ ভিতবব নি যিটো পাবে, তাক নিতৌ এই পরিমাণে কৰা উচিত, যেন গাব সকলো অঙ্গ পবিচালিত হয়, অথচ নিজে সহির পধাতকৈ অধিক শ্রম নহয়।

যিবিলাক মানুহ কামত নিযুক্ত হৈ সদায় ফুৰি থাকে, সেই বিলাকতকৈ যি সকলে লিখি পঢ়ি বা এনেই গবত বহি থাকি কাল খেদায়, সিবিলাক ওপৰত কোৱাৰ দবে শাৰীৰিক পৰিশ্রম কৰিবব অধিক আৱশ্যকত পবে। গাব অঙ্গ নচলাই সদায় মনটো চলাই থাকিলে শৰীৰ আৰু মন দুয়ো অতি শীয়ে নিস্তেজ আৰু জীর্ণ হয়। এতেকে মনেবে শ্রম করা লোকবিলাকে গাৰেও শ্রম কৰিব লাগে। কোনো এজন জ্ঞানী বৈছো কৈছে যে, নিৰ্ম্মল বতাহ, বিশুদ্ধ পানী আৰু শাৰীৰিক পৰিশ্রম, এই তিনিয়েই মানুহৰ গাই চিকিৎসক। 

সজ লোকন কর্ত্তব্য কৰ্ম্ম।

(Duties of the goal)

১৮৯

সকলো জন্তুতকৈ মানুহবিলাক অধিক সঙ্গ প্রিয়, এতেকে তেওঁবিলাকে অকলশণীয়া অৱস্থাক ভাল নেপায়, আক অনেকে গোট পাষ্ট সমাজ পাতি থাকে। সিবিলাকৰ অভারো অনেক, সেই বোধ পূর্বাবলৈ যত্ন কৰিব লাগে। কিন্তু একে জনব যন্ত্রৰ দ্বাৰা সেই সকলোবিলাক পূর্ব নহয়, আৰু অন্যায় নানা প্রকাবন দুগ কস্ট গুচোরাও টান; এতেকে আনব সাহাস্যর আবশ্যক। এই কারণে সঁজ লোকে আপোনার শক্তি অনুসৰি সঙ্গীবিলাকর সহায়তা করে। বলাব পৰা নির্ববলীর বক্ষাব, মাক পবব অন্ত্যায় আচবণৰ পৰা দৃগ পোরা লোকৰ প্রতি ন্যায় বিচারব নিমিত্তে সঙ্গ করাও সঙ্গ লোকন কর্তৃব্য কশ্ম। ঢানও পবা মানুহক চিত পরামর্শ দি বা অন্য কোনো প্রকাবে সহায়তা কবি তবে পবা উদ্ধার আক সমাজব অহিতকাবী মানু বিলাকে যেন বক্তাব পথা উচিত দণ্ড পায় তালৈ চেস্টা করিবব নিমিত্তে সঙ্গ লোকে সদায় সস্টম হৈ থাকে। তেওঁ পবব ধন, ধান, গন্ধ, মত, মাটি, বারী বা ভানা কোনো বস্তুলৈ লোভ কবি বা আন কোনো প্রকারে লোক অঙ্কিত নকবে, কিন্তু পাবে মানে হিতকেহে চিন্তে; আক কৃস্টট কপটক গিনায়। সঙ্গীবিলাকৰ দুজন বা অধিক লোকৰ মাজত বিবাদ বা বিবোধ তলে তেওঁবিলাকব পুনৰ মিল কবিবলৈ যত্ন করাকে। তেনেলোকে আপোনাৰ কর্তৃব্য বুলি জানে; আক দুখীয়াকো পুতৌ, আক নবিয়াব চিকিৎসার উপায় করাত বা মবা গবায়াক প্রবোধদিয়াত কেতিয়াও পবাঃমুখ নহয়, তাত বাজে ভিত উপদেশ দি আৰু আপোনাব সজ আচৰণৰ আহি দেখাই সকলোকে সাধু কধিবলৈ যত্ন করা আদি পরোপকাবব কামত তেওঁ অতিশয় আনন্দ পায়। দি এইবিলাক কার্য্যর বিরুদ্ধ আচরণ কবে, সি সঙ্গ লোক নচয়।

22
প্ৰবন্ধ
অসমীয়া সাহিত্যৰ চানেকী
0.0
ভাৰতব উজ্জ্বল বহু চাব আশুতোষ মুখাজিব বহু চেষ্টাৰ ফলত্ব কলিকতা বিশ্ববিদ্যালয়ে যেতিয়। ভাৰতীয ভাষ। বিলাকক এম, এ মহলাত ঠাই দিলে, তেতিয়া ভাৰতৰ আন আন ভাষ্য বিলাকৰ লগত অসমীয়া ভাষাকে। সেই শাবিত বহুৱাবলৈ অসমীয়া ভাষা আৰু আসামৰ উচ্চশিক্ষাৰ পৰম বন্ধু চাব আশুতোষ মুখাজিয়েই প্রথমে প্রস্তার কবে। যদিও সেই প্রস্তাবত বিশ্ববিজ্ঞালয়ৰ আন আন বঙ্গালী কণ্ঠ। সকলে বহুত হকাবধ। কৰিছিল তথাপি আসাম-বন্ধু মুখার্জি মহোদযৰ অহে। পুৰুষাৰ্থত তেখেতৰ চেস্টা ফলরতা হল আৰু অসমীয। ভাষাই বিশ্ববিদ্যালয়ব সর্বোচ্চ মহলাত ভাৰতৰ আন আন ভাষাৰ লগত ঠাই পালে। ১৯১৮ চনত "চেডলাব কমিচনৰ" লগত চাৰ আশুতোষ মুখার্জি মহোদয় যেতিয়া গুৱাহাটীলৈ যায় তেতিয়। গুরাহাটীত তেখেতে আসামৰ কেইবাজনা গণ্য মান্ড সাচিত্যিক আক শিক্ষিত মানুতব লগত অসমীয়া ভাষা বিশ্ববিদ্যালয়ৰ এম. এ মঙ্গলাও তোলাৰ সম্বন্ধে আলোচনা কৰে, আৰু সেই উদ্দেশ্যে অসমায়া ভাসাৰ গাদিবে পর্ব। বর্তমান সময়লৈকে প্রধান প্রধান লিখক সকলৰ লিখাব পৰা অলপ অলপ তুলি গোটাই এখন পুথি যুগুত কৰা স্থিৰ হয়। সেই গুক কামৰ ভাব আমার প্ররাণ সাহিত্যিক, আসামর একমাব প্রত্নতত্ববিদ, পণ্ডিতপ্ররব শ্রীযুক্ত হেমচন্দ্র গোস্বামা দেৱক দিনা হয়। গোসাইদেরে বহু পৰিশ্রম কবি ১৯২১ চনত সেই পুপি গোটাই বিশ্ববিস্থ্যালয়ৰ হাতত দিয়েহি। সেই সময়তে আসামৰ কৃতা সন্তান ভাবত বিখ্যাত দর্গার ভোলানাথ বকরাই এই পুথি চপাবলৈ বিশ্ববিদ্যালযক দহাতেজার টকা দিবলৈ প্রতিশ্রুত হয়, আৰু তাৰ ছহেজাৰ তেতিয়াক বিশ্ববিদ্যালযক দিয়ে। সেই টকাবে বিশ্বদ্যিালয়ে নিজৰ প্ৰেচতে পৃথি ছপাবলৈ আৰম্ভ কৰে। আস্ত সেই ঢপা কাস।ব তত্বাবধান কৰিবলৈ বিশ্ববিজ্ঞ্যালয়ৰ পৰা আমাৰ ওপৰত ভাৰ দিয়া হয়। গোটেইখন পৃথি তিনি সণ্ডকৈ ভাগোরা হৈছে। আদিৰে পৰা ইংৰঙ্গী ১৫ শতিকাৰ শেহলৈকে প্রথম এপণ্ড, ১৬ শতিকাৰ আৰম্ভবে পৰা ১৮ শতিকাৰ শেহলৈ দ্বিতীয। খণ্ড, আক. ১৯ শতিকাৰ আৰম্ভৰে পৰা বৰ্ত্তমান সময়লৈ তৃতীয়া খণ্ড। প্রত্যেক খণ্ডই প্রায় ৭০০ পিঠিৰ একোখন বৃহৎ পুথি হব।
1

অসমীয়া সাহিত্যৰ চানেকি।

28 November 2023
0
0
0

  সুর্য্য খড়ি দৈবজ্ঞ। [এই লিখক জনৰ জন্মভূমি মঙ্গলদৈ আছিল। তেওঁ ইংবাজী ১৮ শতিকাৰ শেহ ভাগত জন্মগ্রহণ কৰিছিল। তেওঁ সেই কালৰ এজন বিখ্যাত পণ্ডিত আছিল। তেওঁ অসমীয়া ভাষাত দৰঙ্গবাজবংশাৱলী আৰু সংস্কৃত ভাষাত ব

2

রতিকান্ত দ্বিজ।

29 November 2023
1
0
0

এই জন কবি মঙ্গলদৈ অঞ্চলৰ এজন ব্রাহ্মণ আছিল। তেওঁৰ পূৰ্ব্বপুৰুষ আদিৰ বিষয়ে কোনো কথা এতিয়াও জানিত্ব পৰা নাই তেওঁ দৰঙ্গ ৰজাৰ সভাৰ এজন বিখ্যাত পণ্ডিত আছিল। তেও গড়ঙ্গনাৰায়ণ ৰজাৰ আদেশত “ৰাজবংশাৱলী" নামেৰে এ

3

পশু ৰাম দ্বিজ।

30 November 2023
0
0
0

ধৰ্ম্ম পুৰাণ। দ্বিজ সকলোরে একদিনা সুবেকত, কৰিলেক ধৰ্ম্ম প্রশ্ন ব্যাসৰ আগত ॥ দ্বিজগণ নিগদতি ব্যাস মুনিবৰ। পূণ্যতো উত্তম পুণ্য উত্তম ধৰ্ম্মৰ । কোন নামে হস্ত ইহু কাহাক আচবি, অক্ষয় স্বর্গক পারে পাপক সংহ

4

শ্রীকাশীনাথ ভামুলি ফুকন।

30 November 2023
2
0
0

আসাম দেসব ডাঙ্গবিযা গণ প্রভৃতি বিসযাব নিবন্ধ ॥ সম্প্রতি মহুদানুসাবে, বিসযাব নাম লিখা জাই। জি জি একে মর্জাদাৰ সেই সকলক একে চেদব মাজতেই লিখা জাব; তাতে লিখাৰ আগ পাচ ক্রমে মর্জদাতো আগ পাচ আচে। সেই আগ পাচ

5

অৰুণোদয়।

1 December 2023
0
0
0

জাত্রিকব জাত্রা। The Pilgrim's Progress. এই জগতব অবণ্যৰ মাজে মই ফুৰি জাওতে জি এখন ঠাইত এটা গাঁত আচিল, এনে ঠাই পালোঁহি। তাতে পৰি সুই থাকোঁতে এক সমাজিক দেখিলোঁ। গাত ফটাচটা কাপব পিন্ধি, আপোনাৰ ঘৰৰ ফালল

6

শ্রীযুত বাবু আনন্দিৰাম ফুকন কর্তিক।

1 December 2023
0
0
0

এই অসম দেশ নিবাসি লোক সকলে স্বদেশত বাজে পৃথিবীত আন আন যি সকল বব সব দেশ আছে তাৰ একো কথাৰ ভু নেপাই, সেই হেতুকে সিবিলাকে আপোনাৰ দেশ অতি চৰ অৱস্থাত আছে বুলি নেজানে, এতেকে সম্প্রতি পৃথিবীব ভিতৰত অতি আচবিত

7

নিলিবাম ফেয়াবউবেল

2 December 2023
2
0
0

History of Hindustan, From the Dig Dorson. গজনিৰ বাদস্যা মহমদব দোআবাই হৃষ্ট কবাব পরা মচলমান লোকৰ বাজ্য নস্ট কবি ইংলণ্ডিযাবিলাকৰ বাজ্য পাপন তোমালৈকে হিন্দুস্থানব বৃবঞ্জি ইযাত আক পাচতো লিখা জাব। জি নান

8

যজ্ঞৰাম দেওলাই বৰুৱা।

2 December 2023
1
0
0

আহোম ভাষার পর। ভঙ্গা পুৰণি বৃবঞ্জা। কোচবণ:-লালি বাইচান (১৪) সকত চূড়-কুড়ম আক ডেপু নামে দুজন কোচ বজাৰ সেনাপতিযে আতি শলা পালেছি, আমার লোকেও গৈ শলাত থাকিল গৈ। পাচে সিহঁত দুযো লুইতে উজাই দিখৌ মুখ পালেহি।

9

পূর্ণানন্দ ডেকা বৰুৱা।

4 December 2023
0
0
0

১৮৫৮ সন পবহিতৈষিতা অর্থাৎ পরোপকাব "নোপকাবাং পরোধম্মঃ”। আসাম দেস হিতৈসিনি সভাব বচনাব সাব সংগ্রহ। জি দেসৰ মানুহব বুদ্ধি বৃতি অলপমান মার্জিত হৈছে, আাক জি দেসব মানুহৰ কিঞ্চিত ধর্মাধর্মব বোধ আঢ়ে, তেওঁবি

10

হেমচন্দ্ৰ বৰুরা।

6 December 2023
0
0
0

কোরা ভাতুবী। কোৰখনিয়া সত্ৰৰ গোবন্ধনদেউ আতা পৰম বৈষ্ণর, কংশ বঙ্গাব চন্দন-যোগাতী কুঁঙ্গী-বাইৰ বংশত জাত, সাক্ষাত গুৰুজনব পৰা পৰমাৰ্থৰ ভাগ-পোৱা গোপীনাথদেউ মাতাৰ পৰিনাতি। ঘোষা, কাউন, বত্বারলা, এই তিন খানি

11

পাই-মালা।

6 December 2023
0
0
0

সম্মান। ঈশ্বর, পিতৃ-মাতৃ, শিক্ষক, দেশর অধিকার আক বুঢ়া লোক, এই সকল সন্মানর পাত্র। যি আদি কাবণব পরা এই পবিদৃশ্যমান জগতব উৎপত্তি হৈছে, সেই কাৰণৰ নামেই ঈশ্বব। তেওঁ সকলোবে আদি, কিন্তু তেওঁর আদি নাই; সকলো

12

গুনাভিৰাম বৰুৱা।

7 December 2023
0
0
0

সৌমার ভ্রমণ। এই অসম দেশ আমাৰ মাতৃভূমি। আমি ইয়াতেই উপজিছো। ইয়াতেই শিক্ষা পাইছো। এই দেশব নামেই আমি সংসার হাটত বিকা হই আছো। জননী যেনে আদবনীয়া আক পূজনীয়া এই আমাৰ জন্মভূমিও আমাৰ পক্ষে তেনে মৰম আৰু সেরাব থ

13

বমাকান্ত চৌধুৰী।

7 December 2023
0
0
0

অভিমন্যু বধ কাব্য। প্রথম সগ। দশ দিন যুদ্ধ কৰি ভীষ্ম মহাবলা যেতিয়া শুইল। বাৰে শৰ আসনত, মহাৰণী পাণ্ডবেও, আনন্দ মনেৰে, বঙ্গাইল। ঢাক, ঢোল, শিক্ষা, কৰতাল, জগঝম্প, ভেৰি, দবা। আপুনি শ্রীচাৰ, নিজ বাস্থ্য শঙ

14

বঘুদেৰ গোস্বামী।

8 December 2023
0
0
0

আত্ম পৰিচয়। মহাদি দিপক তাতে কৰিয়া শকত। বিন্দুগঞ্জ দিয়া পাচে কৰিয়া যুগুত ॥ মিথুন মাসৰ জানা ৰোহিনীক পাই। সমাপতি ভৈল শাস্ত্র পদ সমুদাই। আমি অল্পমতি হুয়া বচিলে। পয়াৰ। গোবিন্দৰ লীলা বুলি কবিয়ো আদৰ। জখলাবন

15

ইন্দিলৰ বৰুৱা।

8 December 2023
0
0
0

জীৱনাদর্শ। মহাবাজ। বুদ্ধিস্বর্গ নাবায়ণ। বৃদ্ধিস্বর্গ আসামৰ এজনা ক্ষমতাপন্ন বাঙ্গা আছিল। ১৪৭৪ শকত (১৫৫২ খৃঃ অব্দ) এওঁৰ জন্ম হয়। ১৫৩৩ শকত এওঁর পিতা গোঁড়াবাজা স্বর্গী হলত এওঁ বাজা হল। আহোম মতে এও'ব নাম

16

কালি ৰাম বৰুৱা।

8 December 2023
0
0
0

কামাখ্যা কামাখ্যা (কাম + আখ্যা) কাম শব্দে ইচ্ছা আখ্যা শব্দে নাম। যাব নাম হৈছে কাম, এতেকে কামাখ্যা। প্রলয় কালত এই জগত এনে প্রকৃতিত লীন আছিল যেই প্রত্যক্ষ অনুমান আক শব্দ এই তিনি প্রকাৰ প্ৰমাণৰ বিষয় নাছ

17

গোপীনাথ চক্রবর্তী।

9 December 2023
0
0
0

কলঙ্ক ভঞ্জন। কৃষ্ণের চরণ ধবি, বোলে বাধা বজেশ্ববা শুনাচে মুবলা দাবী, মোর মনো দুঃখ। গাও ত সিগিলা আছে গিরি, সকলে বলে বাচরা ভিবি, এই দুঃখে উল্যারা নবো মুখ। যদি ফুৰিবা যান্ড করবো বাড়া, আতিল যেঢ় বব গ

18

বলিনাৰায়ণ বড়া।

11 December 2023
0
0
0

উচ্চশিক্ষা। আসাম ভাৰতবৰ্ষৰ পিচ পৰিণাকা প্রদেশবিলাকৰ ভিভবত গল্প। বাস্তবিকে যি দেশত সুশিক্ষিত, ধনী আক ব্যবসায়ী মাশুহব সংখ্যা তাকৰ সি আজি কালিৰ সভ্য আৰু আগবাঢ়া দেশবিলাকৰ সমকক্ষ হব নোৱাৰে। অসমীয়া মানুহ অ

19

মাধবচন্দ্ৰ বৰদলৈ। (বায়বাহাদুৰ)

11 December 2023
1
0
0

অসমীয়া সাতকাণ্ড ৰামায়ণ। BIR BIKRAM LIBRARY. E Agartala w অতিপূর্বের গোটেই অসম দেশকে কামৰূপ বুলিছিল ইয়াৰ সীমা পূবে দিকৰাই আক পশ্চিমে করতোরা, সুতৰাং বর্ত্তমান সময়ৰ ব্ৰহ্মপুত্ৰৰ উপত্যকা প্রদেশ খণ্ডকে ক

20

কমলাকান্ত ভট্টাচার্য্য।

12 December 2023
1
0
0

অসমৰ উন্নতি। শিতানত আঁকা প্ররন্ধটি আজি আপোন দেশী ভাই সকলৰ ওচৰত আলচ পাতি চাও। "অসমৰ উন্নতি" এই কথাষাৰি এবাৰ উশাহ নিশাহত অন্য নিয়া কৰোঁতেই ওৰ পৰে। চিন্তাৰ বাটত হতাশে টানকৈ ভেঙ্গাৰ মাৰি আগচি ধৰে। শিক্ষি

21

কমলাকান্ত ভট্টাচার্য্য।

12 December 2023
0
0
0

অসমৰ উন্নতি। শিতানত আঁকা প্ররন্ধটি আজি আপোন দেশী ভাই সকলৰ ওচৰত আলচ পাতি চাও। "অসমৰ উন্নতি" এই কথাষাৰি এবাৰ উশাহ নিশাহত অন্য নিয়া কৰোঁতেই ওৰ পৰে। চিন্তাৰ বাটত হতাশে টানকৈ ভেঙ্গাৰ মাৰি আগচি ধৰে। শিক্ষি

22

পূর্ণিমাৰ ৰাতিলৈ চাই।

12 December 2023
0
0
0

জোনাক বাতিটা রূপহী কাটিী শুরায় জগত কিনো বিতোপন, নিচুক জগত নিদ্রাৰ কোলাত এনেনো গভীব নিদিলে আশ্রয় আজি কিয় মন নেষাও টোপনি কোনে মন্ত্র মাতি হবিলে চেতন কি কারণে আজি টোপনি নাই, শান্তি কোলা পাতি ম

---

এখন কিতাপ পড়ক