shabd-logo

কমলাকান্ত ভট্টাচার্য্য।

12 December 2023

0 দৰ্শন কৰা হৈছে 0

অসমৰ উন্নতি।

শিতানত আঁকা প্ররন্ধটি আজি আপোন দেশী ভাই সকলৰ ওচৰত আলচ পাতি চাও। "অসমৰ উন্নতি" এই কথাষাৰি এবাৰ উশাহ নিশাহত অন্য নিয়া কৰোঁতেই ওৰ পৰে। চিন্তাৰ বাটত হতাশে টানকৈ ভেঙ্গাৰ মাৰি আগচি ধৰে। শিক্ষিত ভাই বিলাকৰ ভিতৰত প্রায় যাৰে সৈতেই এই কথাৰ আলচ পতা যায়, মুখৰ পৰা ইয়াকেইহে শুনোইক যে "মানুহ তাকবীয়া, ধন নোহোর। অসমে কেনেকৈ উন্নতি সাধিব।" এই কথা দুটি কিমান সাকরা তাক এবাৰ দকৈ সমালোচনা কৰে।। অতিজৰে পৰা পৃথিবীৰ বুৰঞ্জী চালে দেখিমহঁক যে উন্নতি জখলাৰ খাপে খাপে উঠি যিবোৰ জাতিয়ে সভ্য আৰু পৰাক্রমি বুলি চিনাকি দিছে, সবহু ভাগ প্রায় মানুহতাকৰীয়া জাতিৰ ভিতবৰহে। আৰ্য্যবিলাকে যেতিয়া পঞ্চনদৰ পাৰত আহি বসতি পাতিছিলহি, তেতিয়া তেওঁবিলাকৰ মানুহ কিমান আছিল? বেবিলন, নিনেভ, কার্থেজ, মিছৰে অগাপিছাকৈ যেতিয়া পৃথিবীক পোহৰ কৰিছিল, তেতিয়া সিহঁতৰ মানুহ তাকৰ আছিল বুলি কলে কোনো অমান্তি নহব। প্রৱল প্রতাপী গ্রীছে যিদিনা ধবণি কঁপাইছিল সেই দিনা সিহঁতব লোকসংখ্যা বেচি নাছিল। ইউৰোপৰ সভ্যতাৰ আর্হি, জিকাক ৰমুৱা ৰোমানইতে ইতালীৰ পৰ্বতৰ টিঙ্গত পোনতে কোঠ পাতোঁতে, সিহঁতৰ মানুহ তিনি হেজাৰ মান আছিল বুলিহে বুৰঞ্জীত দেখা যায়। দৰাচলতে আজি কালিও দেখিছোঁইক যে লোক সংখ্যা কম থকা মানুহেইহে সভ্য আৰু উন্নত হব পাৰিছে। মহাদেশ আচিয়াৰ লোক সংখ্যাবে সৈতে ইউৰোপৰ লোকসংখ্যা তুলনা কৰি চালে সিকি এটাৰ মানুহহে ইউৰোপত ইব। কোমল বয়সীয়া জাপানৰ লোকসংখ্যা, মানুহেৰে ভৰা প্রাচীন চীনেৰে সৈতে দ্বিজালে জাপান কতবাত থাকেগৈ। ইংলণ্ডক কচিয়াৰ মানুহৰ লেখৰে সৈতে দ্বিজাব নোৱাৰি। এই দৰে পুৰণি কালৰে পৰা বুৰঞ্জী বিলাকে দেখুৱাই যে, চেক্সন, নৰমান যেতিয়াই যি জাতি উঠিছিল, পোনতে জনসংখ্যা কম আছিল। পর্তু গাল এদিন ইউৰোপৰ ভিতৰত প্রধান ক্ষমতাশালী আছিল। কিন্তু তাৰ জন সংখ্যা প্রায় অসমৰ সমানহে হব। এই বিলাক কথা পিটিকি চাই পৃথিবীত সৰগীয়া মানুহ থকা জাতিতকৈ কম জনসংখ্যাৰ জাতিয়ে উন্নতি কৰিব পাৰে যে, বাস্তৱিক সচা বুলি মানিব লগীয়া। গা ডাঙ্গৰ মানুহৰ দবে মানুক্ত সৰহায়া জাতিয়েই উন্নতি বাটত লৰিব নোৱাৰি পিছ পৰে। বহল, দীঘল ২৮ কোটা মানুহ থকা ভাবত বাজা খানক, সাগৰৰ দ্বাপ এটাৰ তিনিকোটী পঞ্চাশ লাখ মানুহেই তলতীয়া কৰি ৰাখিছে। সিহঁওৰ বল, বীৰ্য্য, পৰাক্ৰম দেখি আমি তধা লাগি চাই আর্চে।। এতেকে তাকৰীয়া মানুহ একো কথাৰ কথা নহয়। "যোগা-ভোগ্যা বস্তুন্ধবা।" যোগাতা- ইহে সাৰ কথা। ইউৰোপৰ সজাবলাও দেশখান অসমতকৈ অনেক গুণে সক আৰু তাৰ জনসংখ্যাও অসমৰে সৈতে প্রায় সমানতে হব। আক সেই দেশ উন্নতিৰ পক্ষেও ইউৰোপৰ আন আন দেশৰ পিছত পৰি থকা নহয়, ববঞ্চ সেই দেশ শুখী বুলিহে কোরা শুনো। তেনেহলে যোগ্যতাইহে আচল কথা।

কোনো দেশর জাতিয়েই পোনতে ধনী নাছিল। আস্য বিলাকো এসময়ত গবষীয়া আৰু চহা আছিল। জ্ঞানব আলোচনা কবি ২ শেহত তেওঁ বিলাক উচ্চ জাতি হৈ পৰিল। অসম দেশৰ ধন নাই বুলি ভাবি চিন্তি উন্নতিলৈ পিঠি দি বন্ধি থকা আমাৰ যুগুত নে? ইয়াক আমার কানি বাগিব দোষ শুবুলি কি বুলিম? অৱশ্যে ভাবতত আন আন প্রদেশত যেনে ধনী মানুক্ত আছে অসমত তেনে নাইকিয়া বুলি মানিব লগীয়া। কিন্তু মানুহৰ অৱস্থাবে সৈতে মিলাই চালে ভাবতবসত আন আন দেশৰ মানুহতকৈ অসমীয়া বায়ত বৰ সুখী বুলি দেশ-দেখা মানুহে কয়। আন কি কোনো কোনো বাজ চলোরা ডাঙ্গর ডাঙ্গৰ হাকিম বিলাকৰ মুখতো তেনে কথা শুনোর্ধক। ইয়াৰ কাৰণ আন একো নাই, অসমীয়া মানুষ কেরল একাল ভৰাল নোহোৱা কথাটিকেইহে ধৰিম। অসমীয়া মানুহক যি অর্থেবে সুখী বুলি ধৰিম, নগা, ডফালাকনো তাতকৈ বেছি সুখা নোবোলো কিয়? উন্নতিৰ অর্থ যি জাতিয়ে বুজ নেপায়, সেই জাতিব অৱশ্যে একালো নাই ভৰালো নাই। উন্নতি যদি মানুহৰ লাগতিয়াল বুলি ধৰা নেযায়, তেন্তে মানুহ আৰু পশুৰ একো প্রভেদ নাই বুলি কৈ বহি থাকিব লাগে। প্রসিদ্ধ দার্শনিক বিলাকে কয় যে, কোনো জাতিৰ উন্নতি নেথাকিলে ধ্বংশ চমু চাপে। সঁচাকৈয়ে আমিও পুৰাণ আদি পাঠ কৰি জানিব পাৰোহঁক যে একেদবে অসভ্যারস্থাত থকা অনেক অসভ্য জাতি আজি কালি আৰু দেখিবলৈ নাইকিয়া হল।

ভাৰতবৰ্ষৰ আন আন দেশৰ বায়ততকৈ অসমীয়া মানুহ শুখে থকার মূল কাবণ, অসমৰ মাটি বৰ সাকরা, আৰু মানুহতকৈ মাটি অনেক গুণে সবহ। অসমীয়া  মানুহক ধান থিনি অঞ্জিব পাৰিলেই একো নেলাগে; কাৰণ অসমখান প্রকৃতিৰ ধনৰ ভৰাল, মানুহে যিহকে খোজে তাক গা খৰছ কৰিলেই পায়। মাছ, শাক দুৱাৰ মুখতেই, আনি চকত পেলাই দিলেই হল। বিশেষকৈ যি জাতিয়ে অভাবৰ বুজ নেপায় আৰু আন এটা সভ্য জাতিৰ ভালটো দেখি তাৰ আর্হি লব নোখোজে অথবা নিজৰ ভাল কাম জগতৰ আন জাতিক দেখাই সলাগ লবৰ ইচ্ছা নকৰে, সেই জাতিব মানত দুখেই বা কি সুখেই বা কি। ঘৰ নেসাজি থকা বনৰীয়া মানুহ বিধে ঘৰ নোহোৱাৰ দুখ কি বুজ পাব? অসমীয়া মানুহক আমি এতিয়া যেনে অৱস্থাত সুখী দেখিছোঁ, বুঢ়া সকলে হলে এতিয়াৰ দিনক বিষদৃশ দিন বুলিহে কয়। তেনে- হলে এইটো মানিব লগীয়া যে অসমীয়া মানুহৰ আগৰ কেতবোৰ সুখ এতিয়া লাহে লাহে আঁতৰ হৈছে। অসমীয়া মানুহৰ এতিয়া যি খিনি সুখ আছে, আগলৈ যে ই নেথাকিব তাৰ কোনো ভুল নাই। অসমৰ সাকরা মাটি পবি নেথাকিব যে তাৰ লক্ষণ এতিয়াৰ পৰাই দেখা গৈছে। সোবোপা হোরাব ফল অসমীয়া মাশুহে অলপতে ভোগ কৰিবলৈ পাব: অসমৰ মাটি যে কেতিয়াও পৰি নেথাকে, এইটো ধৰা বন্ধা কথা। যেতিয়া গরুকো ঘাহ কিনি খুৱাব লাগিব, অসমীয়া ভাইসকল, তেতিয়া কি উপাই কৰিবা? সাত সাগৰ, তেব নৈ পাব হৈ ইংবাজইতে অসমব মাটিত এনেকৈ চাহা বাৰি পাতিব বুলি অসমীয়াইতে কেতিয়াবা সপোনতো দেখিছিলানে? আগৰ কেতখিনি কথা মনত কৰি আমি এতিয়া বুঢ়াবিলাকক গালি পাৰোঁ; কাৰণ তেও'বিলাকৰ দিনত ইংৰাজে ২০০ আঢ়ৈ টকা একৰত মাটি যুগমীয়া পট্টাদি বেচিছিল, তেও বিলাক এনে কণা আছিল যে সেই কথা নেদেখিলে। "বুঢ়াইতে সেই সুচল আৰু সুযোগতে যদি কিছুমান মাটি কিনি থৈ গলহেঁতেন আজিকালিৰ লৰা বিলাকলৈ বৰ এটা সুখৰ উপায় হল হেতেন।" বুঢ়াবিলাকক গালি পৰা লৰাহঁতেও এতিয়া মন কৰি চাবা যে এতিয়াও কেতবোৰ শুচল আমাৰ চকুৰ আগতে পৰি পৰি আছে, যাক আমাৰ তললৈ মন কৰা চকু বিলাক ফুটাই নেদেখি বহি আছোহক। এনে এটা দিন আহিবইয়ে আমাকে। আমাৰ পাছৰ লৰা বিলাকে, আমি বুঢ়াহঁতক গালি পৰাতকৈ, টান গালি পাৰিব। তলগুণা ডাঙ্গৰীয়া সকলে অৱশ্যে ঢুকি পাব পাৰিছে যে অসমলৈ কি কঠিন দিন আহিব লাগিছে। প্রায় চাৰিও ফালৰ সাকর। মাটিৰ এতিয়াই আধ্যা পৰিলহি। বঙ্গালী কুলিৰ গাঁৱে সামৰি লব ধৰিছে। অসমলৈ বেলগাড়ি হোৱাৰ অলপো পলম নাই। যেতিয়া কাকতি ফবিশ্বৰ নিচিনা চাৰিও ফালৰ বিদেশী মানুহ গৈ অসমৰ মাটিত হেতা ওপোৰা লগাব, অসমীয়াই তেতিয়া পৰৰ ভোটকে। হেকরাব হেন পাইছো। এতিয়া এঘব মানুহৰ ভাই ভাই বেলেগ হলে মাটিৰ নাটনি পৰিলে এডোখৰ ভাঙ্গি লব পাৰিছে, তেতিয়া মাটি ইস্তাফা দিয়াৰ ফল হাতে হাতে মিলিব। বর্ত্তমান অসমৰ ভাল মানুহ বিলাকৰ অৱস্থালৈ মন কৰি চালে চকুব পানী ওলাই। এনে এঘৰ ভাল মানুহ নাই বিদেশীয়ে যাক ধকরা করা নাই। ভাল মানুহ বিলাকৰ অবস্থা দেখি এনেটোহে ঠাৱৰ কৰিব পাৰি যে আংলৈ আৰু অসমৰ ভাল মানুহৰ সচকে নেথাকিব। কুল মান বেচি পেট প্রৱৰ্ত্তাবৰ উপায় ধৰিব লাগিব।

পৃথিবীৰ বুৰঞ্জীয়ে ফট্‌টীয়াকৈ দেখুৱাই দিয়ে যে সবহ মামুক্ত থকা ঠাই এডোখৰত মানুহে আচল বিচল পালেই আন এডোখৰ তাকৰীয়া মানুহ থকা ঠাইলৈ গুচি যায়। পাছে সিয়ত সভ্য আৰু পৰাক্ৰমা ছাতি হলে সেই ঠাইৰ নিঃকটায়। নিজাপি মাশুক্ত বিলাকক তলতীয়া কবি নিজব শ্রেষ্ঠতা বঢ়াই শেহত মহা উন্নত জাতিত পৰিণত ভয় গৈ। শিবফুটা জাতিতো হয় ন জাতিৰ লগত মিহলি তৈ জাতীয়তা লোপ কৰে, নহয় লাহে লাহে নির্ববশ হৈ পৰে। ইয়াৰ প্রমান আমা জাতি আক ভাৰতব শিৰফুটা অনায্য জাতি; বোমানকৃত আক ইটালি দেশব চেবাইন জাতি; ইউৰোপৰ সভ্য জাতি আৰু আমেৰিকাৰ আদিমবাসী ইত্যগাদ। যি বিলাক ঠাই প্রকৃতিৰ সোণৰ ভৰাল, সেই বিলাক যে পবি নেথাকে আৰু তাত গৈ যে আন দেশৰ মানুতে বসতি তাৰ প্ৰমাণ ওপৰত লেখা বিলাকেই যথেস্ট হৈছে। পাতি উন্নতি সাধন কবে কিমান দূৰত ইউৰোপ কত এতেকাতে এতিয়া আমাৰ অসম- অস্ত্রেলিয়া দ্বাপ, পাঠক এবাৰ দকৈ গমি দেখা। বাসাৰ উচিত হৈছে, যে যাতে আমি আমাৰ নাম বংশ লোপ নকৰো। কথা দেখি যি কথা নলয় তাক অজলা বা মুর্খ শুবুলি কি বুলিব পাবি? অসমীয়াত অফলা হৈয়েই থাকিব নে? ইমান দিন শুই শুষ্ট থাকি আমি যি কৰিব লগীয়া কৰিছোঁইক; আক যেন শুই থাকি বোপা ককার ভেটা মাটি হেকরাই, তেওঁলোকৰ নাম বংশ লোপ নকৰোঁ, আধা ইয়াবেইছে চেস্টা কৰে।। হেজাবো ক্রোশ দূৰব মাধোরাবীয়ে অসমত কি প্রভুত্ব পাতিছে! অসমৰ পৰ্বতবিলাকৰ মূল্যবান বস্তু বৰৰ এঠা, মৌ-শিতা হাতী-দাঁত আদিৰ বেপাৰ আমি পৰক দিলো। যবব মূল্যবান গহনাপাতি পৰক দি নিজে তাষ ধকরাহৈ বহি আছো। এতিয। অসমীয়াইত, আক এবাৰ কবানে " উদৰ সাত পুৰুষ গল কেচা মাছ খাও'তেই, আমাক সেই সোপা কথা কেলৈ লাগিছে। বুঢ়াকলীয়া কপট সংস্কাৰ বিলাক নেৰিলে আমি নিশ্চয় একেবাৰে তললৈ যামইক। একতাৰ বল নেবান্ধিলে আমি নিজৰ বা জাতিৰ একো উন্নতি সাধিব নোৱাৰিম যে এই কথা সাৰোগত মানি লোৱা। স্বদেশৰ দূৰৱস্থাৰ বিষয় বেছি কথা দেখাবলৈ গলে মনক হতাশ ডাৱৰে ঢাকি ধৰেহি, এতেকে কথা বঢ়োৱাৰ কাম নাই, ভালনো কেনেকৈ হব পাৰে তাকহে আলচো। অসম দেশ সোণব দেশ, যত প্রকৃতিয়ে সোণৰ ভবাল সাজি থৈছে, আমি অসমীয়া তেনে দেশৰ মানুহ হৈ কিয় দুর্ণীয়া? দুৰৱস্থা নিবাৰণ কৰিবৰ আমাৰ একোটো উপায় নাইনে?

অসমৰ আগৰ জনা চীফ কমিশানৰ মহামতি শ্রীযুত এলিয়ত চাহাবে তেওঁৰ বার্ষিক বাইজীয়া ৰেপটত প্রকাশ কৰিছিল যে, অসম দেশখান এনেদেশ মনুহব দুৱাৰৰ মুখতে সোণ বিলাক পৰি পৰি আছে, অজলা অসমীয়াঁতে তাক বুটলিবলৈ বুজ নেপায়। এই কথাষাৰ এজন দেশৰ গৰাকীয়ে কেনে সোণ ৰূপৰ মুখেৰে কৈ গৈছে। আমাৰ অৱস্থা উন্নতি কৰিবলৈ আমাক কি লাগে? আমাক ৰাজহুরা মুঠ লাগে। অসমীয়া যদি একে মুঠিৰ মানুহ হব পাবে, তেন্তে অসমক কিহে নাটে। অকল বিদেশৰ চাউল খিনিকেই অসমলৈ অহা বন্ধ কৰিব পাৰিলেই অসমীয়াৰ ধন কোনে খায়? অসমক একমুঠীয়া কৰাৰ উপায় কি? কিছুমান নিঃস্বার্থ ভারব উপযুক্ত লোক।

আজিকালি লেখা পড়া জনা বিদ্বান মানুচর মুখে প্রায় ইয়াকেইছে শুনা যায় যে, "সময় হোরা নাই সময় হলে আপোনা আপোনি উন্নতি হব।" এই কথা ফাকি আলোচনা কৰিবলৈ যাওঁতে যোধোনা এটা মনত পৰিল। ভোকত ভিনিহিদেওৰ প্রাণ যায়, গুলশালায়েকে কয় বোলে "আচোক বাবিধা কাটোক পাত, বৈ যা ভিনিহি খাই যা ভাত।" সময় এটা আমি নিজে পাতি লোরা কথা। ইয়াৰ আচল নাম অনন্ত। সময়ৰ অহা যোৱা কৰিবলৈ হাতো নাই ভৰিও নাই। কেতবিলাক ঘটনাৰ সলনা সলনিয়েই আমাক সময় বুলি চিনাকী দিয়ে। সময়ক মানুহে যেতিয়াই টানি আনিব তেতিয়াই আহিব। আজি ধৰি আমি উপযুক্ত হলেই আমালৈ ভাল সময় আহিব। সময় আহিবলৈ বাট চাই থকা মানুহ বিধৰ কথা কেনে অপকাৰী, তাৰ দৃষ্টান্ত স্বরূপ বুঢ়া মানুহ এটাৰ সাধু কথা এফাকিৰ টোকা দিলোঁ। মৰাণ ভগনব দিনত দেশত মহাআকাল হওঁতে এঘৰ গৃহস্থই হেনো গোলাম এমথাক আন এখান গাওঁৰ পৰা ধান কিনি আনিবলৈ পঠিয়াইছিল। বাতি বৰষুণ অনাৰ, বাবে নৈৰ পানী ডাঙ্গৰ হলত গোলামইতে কিনা ধানৰ ভাৰ কানতলৈ ঠিক কৰিলে যে, নৈৰ পানী শুকালে পাৰ হোৱা যাব। বিধাতাৰ ইচ্ছাত সাত দিন লালিকৈ বৰষুণ হব ধৰিলে। গোলামহঁতে নৈ শুকাবলৈ বাট চাই থাকোঁতে সিফালে গৃহস্থ মানুহ ঘৰ ভোকলঘোনত মৰি উছন হল। শাওণত মাটি শুরুই আঘোণত ধান চলাবলৈ বিচাৰ কৰাৰ দৰে সময় আহিবলৈ বাট চাই থকা মানুহ বিধব কথা হৈছে। অৱশ্য এইটো মানো যে লাগনি গছৰ পুলিটি কই তাত বাককৈ সাব দিলেহে এদিন ডাঙ্গব হৈ গুটি ধৰিব। উন্নতিও তেনেকুরা আমার কর্তব্যকাম এতিয়া যিবিলাক আছে, তাক নকবি সময় আহোক, আমাৰ পাছৰ পুরুষে কবিব এই বুলি বহি থকা উন্নতি আশাব লক্ষণ নহয়। শুদা ভবালটো পৈ গলে, সময়ে তাক ভবাই নিদিয়েছি। পাছত লবা চোৱালীয়ে খাবলৈ নেপাই নমবিবনো কিয়? উন্নতি বোপাককাৰ দিনৰে পবা মূলধনৰ নিচিনা সঞ্চিৎহৈ আহিছে। মূলধন নেণাকিলে উন্নতি কথা বব টান। তাতেছে বক্তৃত সমালোচক বিলাকে আজিকালি গধুবকৈ ভাবি চিন্তি কষ যে, ভাবত বাসায়ে ভাল বিষয়ব পৈতৃক সংসাৰৰ ভবালটো ভাঙ্গি আগৰ বস্তু বিলাক পেলাই দি অকল উপস্থিত সময়ব নতুন বস্তু ভধাবলৈ নকৈ ভবাল সাজিবব কাম নাই। আগৰ পুৰণি ভৰালক সময়র লাগতিয়াল বোব ওমাই সুমাই পূর্ণ করা। পিছলৈ তেকে এনেকৈ লাহে লাহে মূলধন বাড়ি যাব। আৰু উন্নতিব গুবি শকত হব। এপিনে আগব গিনি এবি নতুনক ধবিলে যেনে উন্নতিৰ গুবি শকত হব নোৱাৰে; আনপিনে পুৰণিৰ লগত নতুন মুণ্ডুমুরালেও উন্নতিব গুবি শকত মহয়। আমাৰ অসম দেশব এতিয়া কিছুমান উপযুক্ত লোকে এনেদবে জাতীয় উন্নতিব গুবি শকত কৰিবলৈ ককালত কাপোড় বান্ধি পুরুষার্থ কৰিব লাগে। কথাতে কয় বোলে ইপুবীত দিলেকে সি পুবীত পায়। কার্য্যৰ ফল শেহলৈ। বর্তমান যি যেনে কাম কৰিম তাৰ ফল আমি ভোগ কৰিবলৈ নেপালেও পিচৰ পুরুষে পাবই পাব। জ্ঞান বোলা, ধৰ্ম্ম বোলা পূর্বর পুঞ্চষে আমালৈ যেনে আড্ডি থৈ গৈছে বর্তমান আমি তাক তেনে ভোগ কৰিবলৈ পাইছো। এই বাবে বর্ত্তমান সময়ৰ কৰিব লগীয়া কাম, বর্তমান পুকষে কৰি থৈ নগলে পিছৰ পুরুষ মহাড়গত পবে আক নির্বংশ তৈ নাম হুমাববো সম্ভব। সময় আমালৈ সদায় আতি আছে, আমি এতিয়া যিটো সময়ৰ ওপথত থিয় দি আছো সেইয়েই আমাব সময়। এই সময়ত আমাৰ কৰিব লগিয়া যি কাম তাক নকৰা, সোৰোগা হৈ লৰা তিবোতাক প্রতিপাল নকৰি বহি থকাব দবে, মঞ্চাপাপ। পিঞ্জৰ পুরুষলৈ খাট কাম কৰি থৈ যোৱা মানুহৰ জাঁরনব উদ্দেশ্যষ ভিতৰত এটি প্রধান কাম। মানুহক ঈশ্ববে সমাজ, গাও-ভূই পাতি আক জাতায়তা বান্ধি থাকিবলৈ দিছে। সমাজ বা জাতিৰ দুখ সুখ সকলোরে সমানে ভোগ কবে। সমূহ-শুখ-শুচল বড়োরা আক ৰক্ষা কৰা ক্ষমতাটোকেই জাতীয় জীৱন বোলে। এই জাতীয় জীরন গঢ়া আক বড়োরা অকল এটা দুটা মানুহৰ কাম নহয়। জাতিটোৰ সক বৰ সকলো মানুহেই লাগতিয়াল। তু'হ পতান বুলি কাকে পেলানি যাবলৈ দিব নোৱাৰি। 

এটা নে এটা কামত কোনোটো লাগতিয়াল হবই হব। বাটে বাটে মাগি ফুৰা মগনীয়াইও কাম কৰি খাবৰ শক্তি নোহোরা মানুহ বিধক পতিহা কৰিবলৈ সংসাৰক শিক্ষা দিছে। "চক্রবৎ পৰিবৰ্ত্তন্তে দুঃখানিচ সুখানিচ;" সুখ কাৰো চিৰকলীয়া নহয়। কাকো কোনেও পতিহা নকৰিলে অর্থাৎ ইটোরে সিটোৰ বিপদৰ ভাৰ লোৱালুই নকৰিলে আজি ধৰি সংসাৰ শ্মশানশালী। আজি ধবি মানব সমাজ তপত মকভূমি। দুখী মগনীয়া বিলাকে সহানুভুতিব জরনী শক্তিৰ গুড়িত জীপ দি দুখত পৰা মানুহক সভায় কৰিব লাগে বুলি দিনো সংসাৰী মানুহক সোঁৱৰাই দিছে। মন কৰি চালে সংসাৰৰ সকলোৱেই সকলোকে উপকাৰ কৰিছে, সকলোৱেই সকলোলৈ কাম কৰিছে। জাতীয় জীৱনৰ কাৰ্য্য বিলাক ছেবেলি বেবেলি হলেই তাৰ গুড়িত পোকে ধৰে। এই বাবে প্রত্যেক জাতিতেই মহাপুরুষ বিলাকে মাজে মাজে জন্মগ্রহণ কৰি মনুষ্য সমাজৰ কাম বিলাকক নিয়মত বান্ধি অঁতালগাই পৈ যায়হি। এনে নোহারা হলে পৃথিবীৰ পৰা কেতিয়াবাই মানব সমাজ লয় পালে হেতেন। সেই মহাপুকষে যেতিয়া যি যি জাতিত জন্মগ্রহণ কৰে, দৃষ্টান্ত দেখুৱাই পৃথিবীক বুজায় যে, মানব জাতীৰ হৃদয় দয়। মমতা, প্রেম, ভক্তিৰ থকা ঠাই। মানুহ অকল নিজৰ নিমিত্তে জনম ধৰা নাই, মানুহ মানুহৰ নিমিত্তে জনম ধৰিছে। গৰু ছাগলীৰ দবে খাই বই পেট ভবোরাই জীৱনৰ উদ্দেশ্য নহয়। যি জাতিৰ মানুহে এনে ওখ ভাব ঢুকি পাইছে সেই জাতিয়েই জাতি। আমাৰ শিক্ষিত অসমীয়াৰ ভিতৰত জনচেৰেক ওলাই দেশৰ কল্যাণ সাধি স্বর্গীয় জীৱনৰ চানেকি ৰাখিব নোৱাৰেনে? ধাম্মিক যেনেকৈ ধাৰ্ম্মিকৰ নিমিত্তে হোৱা নাই, তোমালোক শিক্ষিত বিলাকো তেনেকৈ শিক্ষিতৰ নিমিত্তে হোৱা নাই। ধাৰ্ম্মিক যেনে পাপীৰ জন্য তোমালোকো তেনে মূর্খৰ জন্য। ধার্ম্মিকে যেনেকৈ ধৰ্ম্মলাভ কৰি অজ্ঞানী পাপীক তৰিবৰ বাট নেদেখোরা মহাপাপ, তোমালোকেও শিক্ষা লাভ কৰি পণ্ডিত হৈ মূর্খক শিক্ষা নিদিয়া মহাপাপ। ভাবি চোরা অসম দেশৰ নিমিত্তে তোমালোক- কিমান জগৰীয়া; আজি কালি বহুত শিক্ষিতৰ ধাৰণা এই যে, অসমৰ উন্নতিৰ চেষ্টা এতিয়া বৃথা; দেশৰ মানুহ শিক্ষিত হোৱা নাই। মই এই কথাৰ উত্তৰত তেও লোকক সোধো যে তেওলোকে শিক্ষা বঢ়োৱাৰ কি উপায় কৰিছে? শিক্ষা অকল কিতাপ পড়া আৰু লেখিব জনাই শিক্ষানে। আৰু গোটেই জাতিটেই লৰাৰ পৰা তিৰোতালৈকে কেতিয়াবা লেখা পড়া জনা হোৱাৰ সম্ভৱনে? এই দুটি কথাৰ মীমাংসা মুর্ত্তি ছটিয়ে চকুৰ আগত থিয় দি দুইটি সাকরা কথা নহয় বুলি সমিধান দিয়ে। যেই সেই শিক্ষাৰেই গুড়ি হৈছে ধৰ্ম্ম। ধৰ্ম্মই মানুহক ৰীতি, নীতি, চৰিত্ৰ সকলোকে শিক্ষাদিয়ে। ধার্ম্মিক হোজা, চহা, গাও লীয়া মানুহ এটী বিশ্ববিদ্যালয়ৰ ওখ মহলাত উঠ। বেয়া চৰিত্ৰৰ অধৰমী ডাঙ্গৰীয। এজনতকৈ চেজাবো গুণে জ্ঞানী আৰু শিক্ষিত। আমাৰ অসমৰ ধৰ্ম্মৰ গুডি আজি কালি বৰ হেলেকা হৈছে, সাধুলোক কেইজন মানে টান কৰিবৰ চেষ্টা কৰক। অসমক চৰিত্ৰৰ বিষয় বব দুর্বল বুলি কলে বিবেচনা কৰে। মোক দেশী ভাই সকলে দায় নধবিব। বিত এটা আমাৰ বৰ বেয়া সংস্কাৰ আছে। পৈতৃক সংস্কাৰ বুলি বেয়া বিলাকক বখা কোনো মতে বিধি নহয়। বেযাক ধ্বংশ কৰি তাৰ শুদা ঠাইত ভাল সুমুৱাতে উচিত। যিবোৰ সংস্কাৰ বা অভ্যাসে আমাৰ জাতীয চৰিত্র বা জীৱনক কলঙ্কিত কবে, সেই বিলাক বৰ অপকাৰী, তাক গুচাবলৈ শিক্ষিত সকলে প্রাণ পবিভ্রামে যতন করা। বিহুৰ ছবিটো আঁকি এবাৰ চকুৰ আগত উলিযালে কেনে নাক কটাৰ সমান লাজে ধবে, শিক্ষিত ডেক। সকল এবাৰ ভাবি চোরাচোন। বিদেশী বিলাকে বিহু দেখি আমাক বব নিন্দা কৰে। আক অসমৰ তিৰোতাৰ সতীত্বৰ বিষয় তেও লোকে সজাত নেমানে। স্বরূপকৈযে মামুতে ঘাইকৈ বাহিৰটোহে চায়। শিক্ষিত ডেকা সকল, এই কু অভ্যাস গকাৰ বাবে তোমালোকে জগবীযা নোহোরানে, জাতি সমাজৰ পৰা কু অভ্যাস আৰু আচৰণ বিলাক গুচালেই জাতিক প্রকৃত শিক্ষা দিয়া হল। ওপৰে ওপৰে হেজাৰ লেখা পড়া শিকাক শিক্ষা নোবোলে। লেখা পড়া শিকিলেই যে কু অভ্যাস মানুহে এড়িব পাৰে এনে নহয়।

কোনো মানুহৰ মুখে শুনো যে বিত্ত গুচাব নেলাগে, ই আমাৰ স্বাভারিক আমোদ। সকলো জাতিৰ ভিতৰতেই এনে বিধ বঙ্গ ধেমালি আছে। যি জাতিষ বঙ্গ ধেমালি নাই সেই জাতি নীবস। বঙ্গ ধেমালি আমাক নেলাগে বুলি মই নকওঁ। কিন্তু যি বঙ্গ ধেমালিৰ পৰা অপকাৰ তেনে বঙ্গ ধেমালিক দলিয়াই পেলোর। যুগুত। যদি সোধা বিহুৰ পৰা আমাৰ কি অপকাৰ আছে? ইংৰাজৰ নিচিনা সভ্য জাতিৰ ভিতৰতো নিলাজ বঙ্গ ধেমালি আছে। যি জাতিত বসিকতা নাই সেই জাতি সঙ্গীর নহয়। অরশা ইংৰাজৰ ভিতৰত নিলাজ বঙ্গ ধেমালি পাকিব পাৰে, কিন্তু বিত্তৰ দৰে কুৎসি আকাৰৰ নহয়। ৰসিকতাক নির্দোষী ভাৱেৰে থাকিবলৈ ঠাই দিলে জীৱনক সঙ্গীর কৰি ৰাখে। এটাই কথাৰেই সীমা আছে, সীমাৰ বাজ কৈ যিহকেই যাবলৈ দিয়া যায় তাৰ দ্বাৰাই অপকাৰহে হয়। টানি নিয়া কথা বিলাকৰ বান্ধ বিমান টান ইংৰাজৰ বা আনৰ বেয়া এটা থকা দেখি যে, আমাৰ বেয়াটো ৰাখিবলৈ সেইয়েই হাইকোর্টৰ নজীৰৰ দৰে হল এনে নহুপ্ত। ভালক সকলো জাতিৰে পৰা বুটলী লবা, বিশেষকৈ মনক লোভৰ ফাললৈ কৰিব পাৰি তিমান উপকাৰহে। 

বেয়াক পেলাই দিবা। সভ্য জাতিৰ নাচ, গান আৰু অসমৰ বিহু দুইকো কল্পনাৰে দুজনী ছোৱালী সাজি চকুৰ আগত পিয় কবিলে দেখা যায় যে, আগৰ জনীয়ে যেন সুন্দৰ কাপোড় কানি আৰু অলঙ্কাৰ পিন্ধি, কাণত মিঠা লগা গীত গাই পিৰ ভাৱেবে নাচিছে। শেহৰ জনী (বিহুরে) কুরূপা আক নাঙ্গঠ হৈ দেওদি ফুৰিছে। সঁচাকৈয়ে বিহুত যেনে নিলাজ কথা বোৰ বকে, শুনিলেই কাণত হাত দি শ্রীবিষ্ণু শু'রবি পলাব লাগে। এই বিলাক অসভ্য কাণ্ড আমাৰ বৰ লাজ অপমানব কথা। নিলাজ কথা বিলাকে যে, কিমান কু অভ্যাস বঢ়াব পাবে, তাক লেখিবলৈ গলে ওব নপবে। পাঁচ ছই বছবীয়া গাও'লীয়া লৰাবিলাকৰ মুখতো বিহুৰ গীত, নিলাজ কথা শুনা যায়। পাঠক, এনে জাতিৰ চৰিত্ৰলৈ এবাৰ মন কবা। চৰিত্ৰ জাতীয় জীৱনৰ আন আন সজুলিবিলাকৰ ভিতৰত এটি প্রধান বস্তু। স্কুলৰ ছাত্ৰবিলাকক বিভরে বব অনিস্ট কৰিছে। অধ্যাপক সকলে যেন তালৈকে এবাব মনযোগ দিয়ে। অসম স্বাধীন থাকোঁতে বিহুৰ দ্বাৰাই অপকাৰ নহব পাবিছিল, কাবণ তেতিয়া সমাজ বান্ধ আক বাজঈড় এনে কটকটীয়া আছিল যে কোনো এটাৰে সৈতে কোনো এজনীৰ বাদ অপবাদ উঠিলেই সমাজে আৰু ৰজাই বব টানকৈ দড়িছিল। সেই বাবে তেতিয়াৰ দিনত বিহু যদিও নিলাজ কাম, তথাপি এক প্ৰকাৰ নির্দোষী আমোদ আছিল। ইংৰাজ গবর্ণমেন্টৰ দিনত সকলো নিজ ইচ্ছাৰ কথা। তাতে অসমত বিদেশী মানুহ বিলাক বেছিকৈ সোমোৱাত বিহু দিনৌ দিনৌ এটা অনিষ্টৰ ঘৰ হৈ উঠিছে। শিক্ষিত ভাই সকল, বিহুৰ সলনি উপকাৰী ধেমালি এটা সুমুৱাই, বিহুক সোনকালে আঁতৰাবব চেষ্টা কৰা।

ধৰ্ম্ম বলেৰে বলী নোহোৱাকৈ পৃথিবীত আজিলৈকে কোনো জাতি সভ্য, উন্নত, আক প্রতাপী হব পৰা নাই যে পৃথিবীৰ বুৰঞ্জীয়ে তাৰ সাথী। মূল কথা, অসমৰ গুৰি ধৰ্ম্মেবে শকতকৈ বন্ধোরা নহলে অসমীয়া মানুহে যে জাতীয়তা বক্ষা কৰি পৃথিবীত আন সভ্য জাতিৰ লগত উধাব পাৰিব এনে মনে নধৰে বুলি সকলো কৃতবিঘ্ন চিন্তাশীল লোকে স্বীকাৰ কৰিব। অসমীয়াৰ ধৰ্ম্ম কি, এই কথাটো পৰ্য্যালোচনা কৰিবলৈ যাওঁতে বিবেকে মাত লগাই কলে যে "একো নাই"। বাস্তরিকেই ভাবি চাবলৈ গলে অসমৰ কুসংস্কাৰ বিলাক এৰি একো ধৰ্ম্মই নাই। শ্রীযুত সোণাৰ চাঁদ ডেকা বৰুৱাৰ "বাহিৰে ৰংচং ভিতৰে কোৱা ভাতুৰী" পুথিয়েই হে অসমৰ বেদ বা ধৰ্ম্ম শাস্ত্র। ঈশ্ববত পিতৃত্ব আৰু মানুহত ভাতৃত্ব (Fatherhood of God and brohterhood of mankind) ভাব যি জাতিৰ ধৰ্ম্মই স্থাপন কৰিবলৈ শিক্ষা দিয়া নাই, সেই জাতিয়ে কেতিয়াবা একতা লাভ কৰি উন্নতি সাধিৰ পাৰিব বুলি মনে ধৰে নে? যি আগ্যজাতির পরিম ধম্ম পৃথিবীৰ সকলো জাতিৰ ধৰ্ম্মৰ গুৰি বুলি কলেও বড়া কথা কোরা নহয়, তেনে উদাব আৰু পরিত্র ধৰ্ম্মক অসমৰ গোসাই আক মহন্ত সকলে কুসংস্কাৰ বোকাবে লেটিপেটি কবি পেলাইছে। ধৰ্ম্ম শিক্ষা দিয়া গুকবিলাকের হৈয়ে জাতিব নেতা। ভাল মাক বাপেকৰ হাতত যেনেকৈ লৰা ছোৱালীব ভবিষ্যত জারনব ভালব আহি চৈ পবে শিক্ষিত, বিজ্ঞ, স্বার্থহীন, ঈশ্বর বিশ্বাসী, ধাম্মিক ধম্ম শিক্ষকবিলাকৰ দ্বাৰাও জাতিব জাতীয় জীৱন তেনেদৰে পরিত্র ভাবব চানেকি হৈ পাবে।

জাতিষ নেতাবিলাক মানর জাতির সেরক। গবণীয়ান্ট যেনেকৈ গকজাক বিপথে যাবলৈ নিদিবব নিমিত্তে সদাব চেস্টা করি পাকে, মানব জাতিৰ নেতায়ো মনুষ্য সমাজ যাতে রূপপগামা নহয় তারেতে যত্ন কবে। দেখা যায়, পৃথিবীত যিমান সভাজাতি আছে, প্রত্যেক জাতিবেই ধাম্মিক শ্রেণীর মাশুতে নিজব জীবন উৎসর্গ কৰি মানুহৰ কল্যাণৰ নিমিওে চেস্টা কৰিব লাগিছে। পাঠক, আপুনি যদি কলিকতালৈ আছি এবাব মুক্তিফৌজ (Salvation army) দেখিছে। হি, তেনেহলে আপুনি কেনে আচবিত মানিছে, এবাব চিন্তা কবি চাওক। দেগক কেনে শুরনি শুরনি ইউবোপ বাসা ডেকাবিলাকে সংসাবব সকলে। সুখকেই বিসগুন দি নিজ ধর্ম্মৰ বিশ্বাস মতে মানুষ কল্যাণ সাধিবলৈ স্বলন্ত দৃষ্টান্ত দেগরাইডেতি। যি ইংবাজ বা ইউরোপীয় জাতিয়ে জোটা, মোজা, কোট, ঠেঙ্গা নহলে থাকিব নোরাবে, তেনে জাতিব ডেকাবিলাকে গেস্করা চেলেং, চুবিয়া পিন্ধি সন্ন্যাসীৰ বেশে বাটে বাটে মানুহক সঙ্গ বাটলৈ আনিবৰ নিমিত্তে চেষ্টা কবি সুবিছে। ইয়াতকৈও আচৰিত কথা এই যে দুজনামান পরমা শুন্দবী গাভক ডোরালাও এই মুক্তি ফৌজব দলছুরুক্তা তৈ গেকরা শাড়ী পিন্ধি সন্ন্যাসিনী বেশ ধবি মানুহ জাতি যে মানুষ জাতিব নিমিত্তে জন্মে, এই কথাটোৰ স্বগাঁয় ভাবব দৃস্টান্ত দেগুরাইছেহি। ধন্য ধন্য! এনে মানুহেই স্বর্গব দেরতা। আমার অসমব ধরম শিকোরা গোসাই মহন্ত সকললৈ পাঠক এবাৰ মন কৰক। খান মান দেশব ধম্মশিক্ষক বিলাকে আপোনতিয়াগী হৈ পৰৰ কল্যাণ সাধে। অসমব গোসাইবিলাকে যিমান পাৰে সিমান মিছা, ভণ্ডামী দেখায় শিষ্যৰ পৰা কিলাই উঙ্গনিয়াই নিজস্বার্থ সাধন কৰে। গোঁসাই মহন্ত সকলে যেতিয়া শিষ্যব গাও ফুবিবলৈ আহে, শ্যিক যি সোপা ধর্ম্মজ্ঞান শিক্ষা দিয়ে তাক সকলোবে জনা আছে। কাৰ মাক বাপেক মৰোঁতে গুৰুষৰীয়া দান মেধিৰ হাতত দিবলৈ বাকা আছে, কাব বিয়া পাতোতে খনিয়া কাপড় আদি দক্ষিণা দিয়া হোৱা নাই, কাৰ ঘৰত ফুলা গক আছে, আক কাব কেনেকৈ মিছাই সঁচাই দায় ছিদ্র উলিয়াব পাৰি ইয়াবেইহে তেও লোকে বিচাৰ কৰেহি। এনে অর্থ-পিশাচ ধৰ্ম্ম-শিক্ষকৰ দ্বাৰাই কোন দেশে কেতিয়া পৃথিবীত উন্নতি সাধিব পাৰিছে? ইশ্রায়েল ইতৰ (Israelites) ধৰ্ম্মগুকবিলাকৰ অত্যাচাৰ যিশুশ্ৰীষ্টৰ তেজৰ বিন্দুরে যদি খর্বব নকৰিলেহেঁতেন, তেন্তে পৰপোকাৰী, ধৰ্ম্মপ্রাণ, আক প্রৱল প্রতাপী কোটা কোটা নব নাবী জন্ম গ্রহণ কৰি পৃথিবীত আজি অতি সভা জাতি বুলি পৰিচয় দিব নোৱাৰিলে হেঁতেন। চাবিও পিনে বিপদৰ বজ্রধ্বনি তুচ্ছ কৰি কোবেছইতৰ গোঁসাই মহন্ত সকলৰ অহঙ্কাব যি দিনা মহম্মদে মাটি কৰিলে, সেই দিনাই মছলমানজাতিৰ প্রতাপত পৃথিবা কঁপিবলৈ ধৰিলে।

অসমত মাউৰত মানুহ মৰাব কোনো এখন ওচৰৰ গাঁওত ধৰ্ম্মগুকবিলাকৰ অন্যায় অত্যাচাবে অসমীয়াক ভীক চবলৈ মাথোন শিক্ষা দিয়ে। মানুহে মানুহক যিমান ঘিণ কৰিব পৰা হব পাবে, গোঁসাইসকলব উপদেশে তাকেইহে শিক্ষণ দিয়ে। দিনত কুবিবাৰ গা ধোৱা বাবে বাবে ধুতি কাপোৰ (সিও ধৌত নহয়, মলি জুখিলে এমোন মান ওলাব) সলোরা; আক কাবো হাতে কেও কটা তামোল এখান নোখোৱা; হু'টা চাউল, গাজি মাহ, গুৰেৰে সানি বন্ধা এধাখুন্দাৰ মিঠৈৰ সবাহ কৰা; ঈশ্বৰ-বিশ্বাস, ভক্তি, প্রেম, কি তাৰ বুজ নোহোৱাকৈ "ৰাম কৃষ্ণ গোপাল ঔ জয় হবি কৃপালঔ," আৰু এই মাহ, চাউল, মিঠৈবিলাকৰ দন্দ-কিলা-কিলি কৰা, এই বিলাকেইহে অসমৰ গোঁসাই মহন্ত সকলে শিষ্যক ধৰ্ম্ম বুলি শিকায়। পাঠক! এই হু'টা চাউল, গাজি মাহ, আৰু এধা খুন্দা পিঠা গুড়িব মিঠের অশেষ গুণ! গাজি মাহ আক মিঠৈও এটা প্রধান কাৰণ। কেনেবাকৈ পেট বৈ এটা বা দুটা মানুহ মৰিলেই চাৰিও ফালে মানুহে বসবাহ পাতি মাহ-চাউল-মিঠৈ পেটত খুন্দিবলৈ ধৰে, আৰু টোপনি খতি কৰি দুপৰ নিশালৈকে নাম ধৰি এধা খুন্দাৰ মিঠে আৰু মাহ চাউলৰ অন্ত কৰে। মাউৰেও দূৰতে গোন্ধ পাই মাহ চাউল মিঠৈৰ লোভত ওচৰ চাপি মানুহৰ হাতৰ পৰা কড়াকড়িকৈ খালে ভোক মুণ্ডচে বুলি একেবাৰে পেটত সোমাই খাবলৈ ধৰে। শিক্ষিত ডেকা সকল, আজি কালিৰ নিচিনা গোঁসাই প্রথা ধ্বংশ নহলে অসমৰ উন্নতি আশা কৰা বিফল। ঈশ্বৰত বিশ্বাস প্রেম, আক ভক্তি, মানুহৰ হৃদয়ত গজিলেই মানুহে কেতিয়াও মানুহক খিণ নকৰে। তেতিয়া মানুক্ত জাতিয়ে ইটে সিটোক সহানুভূতি নকৰাকৈ কেতিয়াও থাকিব নোৱাৰে। আৰু তেতিয়া মানব জাতি সাম্য, মৈত্রী, স্বাধীনতা গুণেৰে ভূষিত হৈ একতা দেৱীৰ কোলাব সন্তান হৈ পৰে। অসমত এনেকুরা ধৰ্ম্মভাব কত? ই নোহোৱাৰ কাৰণ কি? ইয়াৰ কাৰণ পরিত্র ধর্ম্মৰ অভার। অসমত কোনো ধৰ্ম্মই নাই। আচল ধৰ্ম্মৰ ভড়ালটো শুদা, নানা তৰহৰ কুসংস্কাৰৰ উড়ালটো হলে ঠাহি ঠাহি ভবোরা।

যি জাতি সিমান মূর্খ, সি সিমান কুসংস্কাৰ এন্ধাৰত পৰি থাকে; আৰু যি জাতি যিমান শিক্ষিত হয়, সি সিমান অজ্ঞানতা-কুসংস্কাৰ এন্ধাৰৰ পৰা জ্ঞানৰ পোহৰলৈ যায়। সত্য যুগৰ মান্ধাতাৰ আমোলৰ পৰা বৰ্ত্তমান কলি যুগৰ ইংৰাজৰ দিনলৈকে বাছিলে তিনি শ্রেণীৰ মানুহ ওলাব। উত্তম, মধ্যম, অধম। যি সকল মানুহে নিজৰ জীৱনক বলি দিও জগতৰ উপকাৰৰ নিমিত্তে খাটিডিল বা খাটিছে, মানৱজাতিৰ কল্যাণ সধাই যাৰ ধৰ্ম্ম, আৰু মানৱজাতিৰ সেবাই যাৰ কৰ্ম্ম, এই উত্তম শ্রেণীৰ মানুহক মহাত্ম। বোলে। এই শ্রেণীব মানুহেই গোঁসাই-মহন্ত, এই শ্রেণীব মানুহেই ঋষি, এই শ্রেণীৰ মানুহেই দেরতা। যিবিলাক লোকে উত্তম শ্রেণীৰ মানুহ অর্থাৎ মহাত্মা বিলাকৰ অনুসৰণ কৰি, মানুহৰ কৰ্ত্তবা কাম পালন কৰি, সংসাৰ পাতি, সকলোকে দয়া চকুৰে দেখে, আক সংসাৰক নৰক নেপাতি স্বৰ্গৰ তুল। সুখময় স্থান কৰে, তেওঁ লোকেট মধ্যম শ্রেণীৰ মামুক্ত। অধম শ্রোণীব মানুহকেই নব-পশু বোলে। এই শ্রেণীৰ মানুহে মানুহৰ কউবা বৃঙ্গ নেপায়। এই শ্রোণীব মানুহেই মানুহ জাতিক যিমান নিকৃষ্ট বারহাব কবিব পাবে সিমান কবে; নিজৰ স্বাৰ্থৰ নিমিত্তে নষ বলি দিয়া পর্য্যন্ত কামও ভাল ভাবি সুখ লাভ কৰে, মানুহ হৈ মানুহৰ স্বাধীনতা অপহৰণ কৰে, পাপ কাম বিলাকেই পুণ্য কাম হেন দেখে, ঈশ্বৰকো নিজৰ স্বভাৱৰ দবে দেখে, কল্পনাৰে সৈতে নানাবিধ দেরতা সাজি অধম স্বভাৱৰ দৰে ঈশ্বৰৰ স্বভাৱকো অধম কৰি, ডকাইতি কৰিবলৈ যাওঁতেই মঙ্গল বা জয় হবলৈ ঈশ্বৰক পূজা দিয়ে। মিল্কা সাথী দিবলৈ যাওঁতেও শান্তি কৰম পাতে, এটা মানুহেৰে সৈতে শত্রুতা আছে, সেই শত্রু মৰিবৰ নিমিত্তে বটুক পাঠ বা চণ্ডীপাঠ করায়। এই শ্রেণীৰ মানুহেই আপোনাক উত্তম শ্রেণীৰ মানুহ জ্ঞান কৰি সংসাৰৰ সকলো মানুহকেই ঘিণ কৰে। আৰু এই শ্রেণীৰ মানুহৰ ভিতৰৰ কিছুমান মানুহে যিমান ঘিণ লাগিব লগা কাম আছে, সিমান জঘন্য কামো কৰে। যিমান কুসংস্কাৰ আছে, এটাইবোৰ এই শ্ৰোণীৰ মানুহতেই আছে। ভূত, পিশাচ, দানর, দৈত্য আৰু ৰাক্ষস, এই শ্রেণীব মানুহৰ ভিতৰতেই ভাগ ভাগ কৰিলে ওলাব? জ্ঞানৰ আলোচনা সি জাতিত নাই সেই জাতিক পশু মুবুলি কি বুলিব পাৰিণ জ্ঞানৰ পোহৰ যি জাতিত যিমান বেছি।

পৰিমানে সোমোৱা দেখা গৈছে, সি ধৰ্ম্ম শিক্ষক গুকবিলাকৰ অনবৰত নিঃস্বার্থ চেষ্টাৰ দ্বাৰাইহে। এই বাবে ধৰ্ম্ম উপদেশ দি ফুৰা প্ৰচাৰক বিলাকক জাতিষ প্রদীপ বুলিব পাৰি। এই ধৰ্ম্ম উপদেষ্টা গুকবিলাকেই জাতীয় জীৱনৰ শিৰৰ মুকুট। এও বিলাক সাত্বিক ভাবৰ মানুহ হব লাগে, আৰু পণ্ডিত হব লাগে। জগতৰ স্বাৰ্থই এওঁলোকৰ নিজৰ স্বার্থ: আৰু আনৰ মঙ্গল সধাই এও লোকৰ জীৱনৰ উদ্দেশ্য। হায়! হায়! অসমৰ গোঁসাই-মহস্ত-সকললৈ মন কৰিলে বৰ শোকে ধৰে। জ্ঞান উপদেশ দিয়া গুকবিলাক নিজে দহ গুণ জ্ঞানী হৈহে আনক এগুণ জ্ঞান শিক্ষা দিব পাৰে। আমাৰ অসম দেশৰ গোঁসাই-মহন্ত সকলৰ পেটত জ্ঞান-বহ্নি এনেহে প্রজ্বলিত হৈ আছে, যে সি কেতিয়াবা ওলাই পৃথিবী পুৰি ভসম কৰে বুলি বৰ ভয়ে ধবে। আৰু এওঁলোক এনেহে বিদ্যাত পাৰ্গত, যে কেতিয়াবা এও লোকে সৈতে সাক্ষাত হলে বাদ-তর্কত হাৰোঁ বুলি, বহুদিন হল, আই স্বস্বতীয়ে অসম দেশ এৰি পলাই পত্রং মাবিলে! এনে মহাবিশ্বান, মহাজ্ঞানী মহস্ত, গো বা বেদস্বামী গোঁসাইবিলাকৰ অসমীয়া মানুহ শিহ্য! এই জাতি পৃথিবীত জ্ঞানত পার্গত নহৈ আৰু এই জাতিয়ে পৃথিবীত উন্নতি সাধন নকৰি কোন জাতিয়ে কৰিব? এই গোঁসাই-মহস্তবিলাকৰ সামাজিক ক্ষমতা অসীম। এও বিলাকে যি বিধি-বিধান দিব তাত অমান্তি হবৰ সাধ্য কাৰ? তুমি পড়ি-শুনি হেজাবো জনা হোরা, এই গোঁসাই-মহন্ত সকলক দায় নধৰিবা। এও বিলাকে যিহকে কৰিবলৈ কব, তাকে কৰিবা। টগব বগৰ কৰিলে কেনেবাকৈ তোমাৰ 'জাত গল' বা 'বঙ্গাল হল' বুলিলেই আৰু তোমাৰ ফালে সাং। আজি কালি শিক্ষিত ডেকাসকলৰ ভয়ানক বিপদ। তেওঁলোকে জ্ঞান লাভ কৰি সমাজৰ নেতৃত্ব ভাৰ হাতত লৈ সমাজ চলাওক থাওক পৰি, ধনী মেধি, মণি বায়ন, আৰু শুকুৰা গাও বুঢ়াৰ ভয়ত কঁপি থাকিব লগীয়াত পৰে। যি দেশৰ ধনী মেধি, মণি বায়নৰ নিচিনা মুর্খ লোকবিলাকৰ হাতত সমাজৰ নেতৃত্ব-ভাব, সেই দেশৰ উন্নতিৰ আশা বহুত দূৰত। যি দেশৰ "ক" ফলাবে সৈতে চিনাকি নথকা ভোকোন্দ মহস্তই কৰা বিধানেই বিধান, তেনে দেশ অজ্ঞানতা অন্ধকাৰত পাৰ নেথাকি আক কোন দেশ থাকিব?

আজিকালি শিক্ষিত ডেকা বিলাকৰ ভিতৰত এটি নতুন ধর্ম্ম সোমাইছে, তাৰ নাম, কপটাচাৰ বা ভণ্ডামী। ই দিনৌ দিনৌ এনেহে প্ররল হৈ উঠিছে, যে বিবেক বুলি এটা শক্তি যে ঈশ্বৰে মানুহক দিছে, তাৰ যিমান দূৰ অপব্যৱহাৰ হব লগীয়া সিমান হৈছে। শিক্ষিত সকলে জানিব পাৰিছে, যে তেওঁলোকর গুরু অর্থাৎ গোঁসাই মহন্ত সকল কিমান জ্ঞানী। অথচ কাপুৰুষৰ দৰে সৎ সাহসক লুকাই বাগি ধনী মেধি আৰু মণি বায়নৰ নিচিনা মানুহৰ সমাজৰ পৰা চ্যুত হবৰ ভয়ত এই গোঁসাইবিলাকত শবণ লয়। তোমাৰ বিশ্বাসে কৰিবলৈ কব এটা, তুমি কৰিবা এটা, ই পাপ নহয় নে? দেশৰ আশা ভৰসা সকলো শিক্ষিতবিলাকৰ ওপৰতেই নির্ভৰ কৰে; তেওঁলোকে সৎসাহসব আছি দেখুৱাই সমাজ সংস্কাৰ কৰা খাওক পৰি, শিক্ষা, বিষ্ঠা, জ্ঞান, বিশ্বাস, সোপাকে পুৰি খাই কপটাচাৰী হৈ ঘুৰি মণি বায়ন ধনী মেধিৰ মততে মত দিয়ে, অথচ তাক বেয়া বুলি মনে মনে জানেও। প্রায় অধিকাংশ কৃতবিহ্য শিক্ষিত ডেকা সকলৰ মুখে আজি কালি এনেহে শুনো, যে "দেখুৱাই কৰা ভাল নহয়, এতিয়া দিন চোরা নাই, দেখাদেখিকৈ কৰিবলৈ হলে সমাজ সংসাৰ কৰিব নোৱাবি; কাবণ সমাজে ভয় খাই আমাৰ ওচৰ নচপা হব!" কপটাচাৰ বা ভণ্ডামীৰ দ্বাৰাই কোন দেশব কোন সমাজ কেতিয। সংস্কাৰ কৰা হৈছে? পৃথিবীৰ পুৰণি ইতিহাস পাত পাতকৈ মেলি চালে কপটাচাৰী বা ভণ্ড কোনো শুধাৰকে কোনো জাতির কোনো সমাজক শোধন কৰিছে বুলি প্রমাণ পোরা নেযায়। সামাজিক নিয়ম একেদবে কেতিয়াও থাকিব নোৱাৰে। সময়ৰ সুবিধা অসুবিধা দেখি মানুহেই মানুহৰ উপকাৰৰ নিমিত্তে আগৰ আচাৰ ব্যৱহাৰ সলাই নকৈ নিয়ম কৰে। যেই সেই নিয়ম বা কাৰ্য্য আগতে শিক্ষিত জ্ঞানীবিলাকে কৰি দেখুবাই চহা মানুহবিলাকলৈ বাট মোকোলাই দিয়ে; পিছে চহাবিলাকে তাৰ অনুসৰণ কৰে, এই কথা প্রমাণ-সিদ্ধ। ধনী মেধি আক মণি বায়নে উপকাৰ অপকাৰৰ কি বৃষ্ণ পায়; আব যিটোক পাইছে সেইটোকেই খামোচ মাৰি ধৰি আছে। কোনোটো নিয়ম বদলি কবিলে তাৰ উপকাৰ যেতিয়া ধনী মেধি আৰু মণি বায়নে দেখা পাব, তেতিয়া তুমি কবই নেলাগে, সিহঁতে আপোন। আপুনি শিক্ষিত বিলাকব পিড ধৰিবই ধৰিব।

মানুহে, বেয়া হলেও, আগৰ প্ৰণা এৰি নতুনটিক সতকায় লব নোগোজে; কিন্তু যেতিয়া জনা বুজা লোক বিলাকে কষ্ট সহ। কবিও নতুন প্রণা মতে কার্সা কবি দেখুরাই, তেতিয়া লাহে লাহে এটি দুটিকে তাত সিহঁত লগ লাগি সমাজবদ্ধ তৈ পৰে। বাধা-বিঘিনিলৈ ভয় কবি শিক্ষিত ডেকাবিলাকৰ মুখত লবলৈ হৈছে, -দেখাই কৰিলে সমাজে ভয় খাই ওচব নেচাপে। কপটাচাৰ বা ভণ্ডামা ৰক্ষা কৰি চলিব পাৰিলে দুই কুল বক্ষা পৰে, অর্থাৎ দুফালৰ দুটা ভাগ খাব পাৰি, ইও এটি ভণ্ড হোৱাৰ প্ৰধান কাৰণ। বিশ্বাস, বিবেকক ভৰিৰে ঠেলি পেলাই, যেনে তেনেকৈ খাই-বই সুখেৰে গাকিব পাৰিলেই হল, এনে বিলাক ধাৰণা যি দেশৰ শিক্ষিতবিলাকৰ, সেই দেশৰ ভালৰ আশা কত? পিতা-মাতাৰ স্বভার- চৰিত্ৰক সন্তানবিলাকে অনুকৰণ কৰে। স্বভার অভ্যাসৰ বশ। ভণ্ডামী বা কপটাচাৰে ভবিশ্বাৎ বংশক ভাল বাটলৈ নিব নে? বৰ্ত্তমান সমাজৰ ভয়ানক বিপ্লৱ উপস্থিত। আগৰ মনু, পৰাশৰ, আদি মুনি ঋষিৰ মত ধৰি চলিলেও জাতিভ্রষ্ট হোৱা যায়, বৰ্তমানৰ লাগতিয়ালবিলাক ধৰি চলিলেও কুল যায়, মাজতে ধনী মেধি আক মণি বায়নৰ পোন্ধত ধৰি তলং ভটংকৈ ওপঙ্গি ফুৰাঁ, তেতিয়া হলে তোমাৰ জাত থাকিব।

 

22
প্ৰবন্ধ
অসমীয়া সাহিত্যৰ চানেকী
0.0
ভাৰতব উজ্জ্বল বহু চাব আশুতোষ মুখাজিব বহু চেষ্টাৰ ফলত্ব কলিকতা বিশ্ববিদ্যালয়ে যেতিয়। ভাৰতীয ভাষ। বিলাকক এম, এ মহলাত ঠাই দিলে, তেতিয়া ভাৰতৰ আন আন ভাষ্য বিলাকৰ লগত অসমীয়া ভাষাকে। সেই শাবিত বহুৱাবলৈ অসমীয়া ভাষা আৰু আসামৰ উচ্চশিক্ষাৰ পৰম বন্ধু চাব আশুতোষ মুখাজিয়েই প্রথমে প্রস্তার কবে। যদিও সেই প্রস্তাবত বিশ্ববিজ্ঞালয়ৰ আন আন বঙ্গালী কণ্ঠ। সকলে বহুত হকাবধ। কৰিছিল তথাপি আসাম-বন্ধু মুখার্জি মহোদযৰ অহে। পুৰুষাৰ্থত তেখেতৰ চেস্টা ফলরতা হল আৰু অসমীয। ভাষাই বিশ্ববিদ্যালয়ব সর্বোচ্চ মহলাত ভাৰতৰ আন আন ভাষাৰ লগত ঠাই পালে। ১৯১৮ চনত "চেডলাব কমিচনৰ" লগত চাৰ আশুতোষ মুখার্জি মহোদয় যেতিয়া গুৱাহাটীলৈ যায় তেতিয়। গুরাহাটীত তেখেতে আসামৰ কেইবাজনা গণ্য মান্ড সাচিত্যিক আক শিক্ষিত মানুতব লগত অসমীয়া ভাষা বিশ্ববিদ্যালয়ৰ এম. এ মঙ্গলাও তোলাৰ সম্বন্ধে আলোচনা কৰে, আৰু সেই উদ্দেশ্যে অসমায়া ভাসাৰ গাদিবে পর্ব। বর্তমান সময়লৈকে প্রধান প্রধান লিখক সকলৰ লিখাব পৰা অলপ অলপ তুলি গোটাই এখন পুথি যুগুত কৰা স্থিৰ হয়। সেই গুক কামৰ ভাব আমার প্ররাণ সাহিত্যিক, আসামর একমাব প্রত্নতত্ববিদ, পণ্ডিতপ্ররব শ্রীযুক্ত হেমচন্দ্র গোস্বামা দেৱক দিনা হয়। গোসাইদেরে বহু পৰিশ্রম কবি ১৯২১ চনত সেই পুপি গোটাই বিশ্ববিস্থ্যালয়ৰ হাতত দিয়েহি। সেই সময়তে আসামৰ কৃতা সন্তান ভাবত বিখ্যাত দর্গার ভোলানাথ বকরাই এই পুথি চপাবলৈ বিশ্ববিদ্যালযক দহাতেজার টকা দিবলৈ প্রতিশ্রুত হয়, আৰু তাৰ ছহেজাৰ তেতিয়াক বিশ্ববিদ্যালযক দিয়ে। সেই টকাবে বিশ্বদ্যিালয়ে নিজৰ প্ৰেচতে পৃথি ছপাবলৈ আৰম্ভ কৰে। আস্ত সেই ঢপা কাস।ব তত্বাবধান কৰিবলৈ বিশ্ববিজ্ঞ্যালয়ৰ পৰা আমাৰ ওপৰত ভাৰ দিয়া হয়। গোটেইখন পৃথি তিনি সণ্ডকৈ ভাগোরা হৈছে। আদিৰে পৰা ইংৰঙ্গী ১৫ শতিকাৰ শেহলৈকে প্রথম এপণ্ড, ১৬ শতিকাৰ আৰম্ভবে পৰা ১৮ শতিকাৰ শেহলৈ দ্বিতীয। খণ্ড, আক. ১৯ শতিকাৰ আৰম্ভৰে পৰা বৰ্ত্তমান সময়লৈ তৃতীয়া খণ্ড। প্রত্যেক খণ্ডই প্রায় ৭০০ পিঠিৰ একোখন বৃহৎ পুথি হব।
1

অসমীয়া সাহিত্যৰ চানেকি।

28 November 2023
0
0
0

  সুর্য্য খড়ি দৈবজ্ঞ। [এই লিখক জনৰ জন্মভূমি মঙ্গলদৈ আছিল। তেওঁ ইংবাজী ১৮ শতিকাৰ শেহ ভাগত জন্মগ্রহণ কৰিছিল। তেওঁ সেই কালৰ এজন বিখ্যাত পণ্ডিত আছিল। তেওঁ অসমীয়া ভাষাত দৰঙ্গবাজবংশাৱলী আৰু সংস্কৃত ভাষাত ব

2

রতিকান্ত দ্বিজ।

29 November 2023
1
0
0

এই জন কবি মঙ্গলদৈ অঞ্চলৰ এজন ব্রাহ্মণ আছিল। তেওঁৰ পূৰ্ব্বপুৰুষ আদিৰ বিষয়ে কোনো কথা এতিয়াও জানিত্ব পৰা নাই তেওঁ দৰঙ্গ ৰজাৰ সভাৰ এজন বিখ্যাত পণ্ডিত আছিল। তেও গড়ঙ্গনাৰায়ণ ৰজাৰ আদেশত “ৰাজবংশাৱলী" নামেৰে এ

3

পশু ৰাম দ্বিজ।

30 November 2023
0
0
0

ধৰ্ম্ম পুৰাণ। দ্বিজ সকলোরে একদিনা সুবেকত, কৰিলেক ধৰ্ম্ম প্রশ্ন ব্যাসৰ আগত ॥ দ্বিজগণ নিগদতি ব্যাস মুনিবৰ। পূণ্যতো উত্তম পুণ্য উত্তম ধৰ্ম্মৰ । কোন নামে হস্ত ইহু কাহাক আচবি, অক্ষয় স্বর্গক পারে পাপক সংহ

4

শ্রীকাশীনাথ ভামুলি ফুকন।

30 November 2023
2
0
0

আসাম দেসব ডাঙ্গবিযা গণ প্রভৃতি বিসযাব নিবন্ধ ॥ সম্প্রতি মহুদানুসাবে, বিসযাব নাম লিখা জাই। জি জি একে মর্জাদাৰ সেই সকলক একে চেদব মাজতেই লিখা জাব; তাতে লিখাৰ আগ পাচ ক্রমে মর্জদাতো আগ পাচ আচে। সেই আগ পাচ

5

অৰুণোদয়।

1 December 2023
0
0
0

জাত্রিকব জাত্রা। The Pilgrim's Progress. এই জগতব অবণ্যৰ মাজে মই ফুৰি জাওতে জি এখন ঠাইত এটা গাঁত আচিল, এনে ঠাই পালোঁহি। তাতে পৰি সুই থাকোঁতে এক সমাজিক দেখিলোঁ। গাত ফটাচটা কাপব পিন্ধি, আপোনাৰ ঘৰৰ ফালল

6

শ্রীযুত বাবু আনন্দিৰাম ফুকন কর্তিক।

1 December 2023
0
0
0

এই অসম দেশ নিবাসি লোক সকলে স্বদেশত বাজে পৃথিবীত আন আন যি সকল বব সব দেশ আছে তাৰ একো কথাৰ ভু নেপাই, সেই হেতুকে সিবিলাকে আপোনাৰ দেশ অতি চৰ অৱস্থাত আছে বুলি নেজানে, এতেকে সম্প্রতি পৃথিবীব ভিতৰত অতি আচবিত

7

নিলিবাম ফেয়াবউবেল

2 December 2023
2
0
0

History of Hindustan, From the Dig Dorson. গজনিৰ বাদস্যা মহমদব দোআবাই হৃষ্ট কবাব পরা মচলমান লোকৰ বাজ্য নস্ট কবি ইংলণ্ডিযাবিলাকৰ বাজ্য পাপন তোমালৈকে হিন্দুস্থানব বৃবঞ্জি ইযাত আক পাচতো লিখা জাব। জি নান

8

যজ্ঞৰাম দেওলাই বৰুৱা।

2 December 2023
1
0
0

আহোম ভাষার পর। ভঙ্গা পুৰণি বৃবঞ্জা। কোচবণ:-লালি বাইচান (১৪) সকত চূড়-কুড়ম আক ডেপু নামে দুজন কোচ বজাৰ সেনাপতিযে আতি শলা পালেছি, আমার লোকেও গৈ শলাত থাকিল গৈ। পাচে সিহঁত দুযো লুইতে উজাই দিখৌ মুখ পালেহি।

9

পূর্ণানন্দ ডেকা বৰুৱা।

4 December 2023
0
0
0

১৮৫৮ সন পবহিতৈষিতা অর্থাৎ পরোপকাব "নোপকাবাং পরোধম্মঃ”। আসাম দেস হিতৈসিনি সভাব বচনাব সাব সংগ্রহ। জি দেসৰ মানুহব বুদ্ধি বৃতি অলপমান মার্জিত হৈছে, আাক জি দেসব মানুহৰ কিঞ্চিত ধর্মাধর্মব বোধ আঢ়ে, তেওঁবি

10

হেমচন্দ্ৰ বৰুরা।

6 December 2023
0
0
0

কোরা ভাতুবী। কোৰখনিয়া সত্ৰৰ গোবন্ধনদেউ আতা পৰম বৈষ্ণর, কংশ বঙ্গাব চন্দন-যোগাতী কুঁঙ্গী-বাইৰ বংশত জাত, সাক্ষাত গুৰুজনব পৰা পৰমাৰ্থৰ ভাগ-পোৱা গোপীনাথদেউ মাতাৰ পৰিনাতি। ঘোষা, কাউন, বত্বারলা, এই তিন খানি

11

পাই-মালা।

6 December 2023
0
0
0

সম্মান। ঈশ্বর, পিতৃ-মাতৃ, শিক্ষক, দেশর অধিকার আক বুঢ়া লোক, এই সকল সন্মানর পাত্র। যি আদি কাবণব পরা এই পবিদৃশ্যমান জগতব উৎপত্তি হৈছে, সেই কাৰণৰ নামেই ঈশ্বব। তেওঁ সকলোবে আদি, কিন্তু তেওঁর আদি নাই; সকলো

12

গুনাভিৰাম বৰুৱা।

7 December 2023
0
0
0

সৌমার ভ্রমণ। এই অসম দেশ আমাৰ মাতৃভূমি। আমি ইয়াতেই উপজিছো। ইয়াতেই শিক্ষা পাইছো। এই দেশব নামেই আমি সংসার হাটত বিকা হই আছো। জননী যেনে আদবনীয়া আক পূজনীয়া এই আমাৰ জন্মভূমিও আমাৰ পক্ষে তেনে মৰম আৰু সেরাব থ

13

বমাকান্ত চৌধুৰী।

7 December 2023
0
0
0

অভিমন্যু বধ কাব্য। প্রথম সগ। দশ দিন যুদ্ধ কৰি ভীষ্ম মহাবলা যেতিয়া শুইল। বাৰে শৰ আসনত, মহাৰণী পাণ্ডবেও, আনন্দ মনেৰে, বঙ্গাইল। ঢাক, ঢোল, শিক্ষা, কৰতাল, জগঝম্প, ভেৰি, দবা। আপুনি শ্রীচাৰ, নিজ বাস্থ্য শঙ

14

বঘুদেৰ গোস্বামী।

8 December 2023
0
0
0

আত্ম পৰিচয়। মহাদি দিপক তাতে কৰিয়া শকত। বিন্দুগঞ্জ দিয়া পাচে কৰিয়া যুগুত ॥ মিথুন মাসৰ জানা ৰোহিনীক পাই। সমাপতি ভৈল শাস্ত্র পদ সমুদাই। আমি অল্পমতি হুয়া বচিলে। পয়াৰ। গোবিন্দৰ লীলা বুলি কবিয়ো আদৰ। জখলাবন

15

ইন্দিলৰ বৰুৱা।

8 December 2023
0
0
0

জীৱনাদর্শ। মহাবাজ। বুদ্ধিস্বর্গ নাবায়ণ। বৃদ্ধিস্বর্গ আসামৰ এজনা ক্ষমতাপন্ন বাঙ্গা আছিল। ১৪৭৪ শকত (১৫৫২ খৃঃ অব্দ) এওঁৰ জন্ম হয়। ১৫৩৩ শকত এওঁর পিতা গোঁড়াবাজা স্বর্গী হলত এওঁ বাজা হল। আহোম মতে এও'ব নাম

16

কালি ৰাম বৰুৱা।

8 December 2023
0
0
0

কামাখ্যা কামাখ্যা (কাম + আখ্যা) কাম শব্দে ইচ্ছা আখ্যা শব্দে নাম। যাব নাম হৈছে কাম, এতেকে কামাখ্যা। প্রলয় কালত এই জগত এনে প্রকৃতিত লীন আছিল যেই প্রত্যক্ষ অনুমান আক শব্দ এই তিনি প্রকাৰ প্ৰমাণৰ বিষয় নাছ

17

গোপীনাথ চক্রবর্তী।

9 December 2023
0
0
0

কলঙ্ক ভঞ্জন। কৃষ্ণের চরণ ধবি, বোলে বাধা বজেশ্ববা শুনাচে মুবলা দাবী, মোর মনো দুঃখ। গাও ত সিগিলা আছে গিরি, সকলে বলে বাচরা ভিবি, এই দুঃখে উল্যারা নবো মুখ। যদি ফুৰিবা যান্ড করবো বাড়া, আতিল যেঢ় বব গ

18

বলিনাৰায়ণ বড়া।

11 December 2023
0
0
0

উচ্চশিক্ষা। আসাম ভাৰতবৰ্ষৰ পিচ পৰিণাকা প্রদেশবিলাকৰ ভিভবত গল্প। বাস্তবিকে যি দেশত সুশিক্ষিত, ধনী আক ব্যবসায়ী মাশুহব সংখ্যা তাকৰ সি আজি কালিৰ সভ্য আৰু আগবাঢ়া দেশবিলাকৰ সমকক্ষ হব নোৱাৰে। অসমীয়া মানুহ অ

19

মাধবচন্দ্ৰ বৰদলৈ। (বায়বাহাদুৰ)

11 December 2023
1
0
0

অসমীয়া সাতকাণ্ড ৰামায়ণ। BIR BIKRAM LIBRARY. E Agartala w অতিপূর্বের গোটেই অসম দেশকে কামৰূপ বুলিছিল ইয়াৰ সীমা পূবে দিকৰাই আক পশ্চিমে করতোরা, সুতৰাং বর্ত্তমান সময়ৰ ব্ৰহ্মপুত্ৰৰ উপত্যকা প্রদেশ খণ্ডকে ক

20

কমলাকান্ত ভট্টাচার্য্য।

12 December 2023
1
0
0

অসমৰ উন্নতি। শিতানত আঁকা প্ররন্ধটি আজি আপোন দেশী ভাই সকলৰ ওচৰত আলচ পাতি চাও। "অসমৰ উন্নতি" এই কথাষাৰি এবাৰ উশাহ নিশাহত অন্য নিয়া কৰোঁতেই ওৰ পৰে। চিন্তাৰ বাটত হতাশে টানকৈ ভেঙ্গাৰ মাৰি আগচি ধৰে। শিক্ষি

21

কমলাকান্ত ভট্টাচার্য্য।

12 December 2023
0
0
0

অসমৰ উন্নতি। শিতানত আঁকা প্ররন্ধটি আজি আপোন দেশী ভাই সকলৰ ওচৰত আলচ পাতি চাও। "অসমৰ উন্নতি" এই কথাষাৰি এবাৰ উশাহ নিশাহত অন্য নিয়া কৰোঁতেই ওৰ পৰে। চিন্তাৰ বাটত হতাশে টানকৈ ভেঙ্গাৰ মাৰি আগচি ধৰে। শিক্ষি

22

পূর্ণিমাৰ ৰাতিলৈ চাই।

12 December 2023
0
0
0

জোনাক বাতিটা রূপহী কাটিী শুরায় জগত কিনো বিতোপন, নিচুক জগত নিদ্রাৰ কোলাত এনেনো গভীব নিদিলে আশ্রয় আজি কিয় মন নেষাও টোপনি কোনে মন্ত্র মাতি হবিলে চেতন কি কারণে আজি টোপনি নাই, শান্তি কোলা পাতি ম

---

এখন কিতাপ পড়ক