shabd-logo

পূর্ণিমাৰ ৰাতিলৈ চাই।

12 December 2023

0 দৰ্শন কৰা হৈছে 0

জোনাক বাতিটা

রূপহী কাটিী

শুরায় জগত কিনো বিতোপন,

নিচুক জগত

নিদ্রাৰ কোলাত

এনেনো গভীব

নিদিলে আশ্রয়

আজি কিয় মন

নেষাও টোপনি

কোনে মন্ত্র মাতি হবিলে চেতন

কি কারণে আজি টোপনি নাই,

শান্তি কোলা পাতি মোহিণী নিদ্রায়?

কিনো চিন্তাবোৰ আনিলা মাতি,

জন্ম ভূমি দুখে দুখী মন অতি।

ৰজণীত মোব

আজি কিয় হায়!

অপিৰ সঘন

নাচেও টোপনি

পূর্ণিমা জোনটি

রূপহী হাতিটা

এবি, হাত যোৰে। কৰা পলায়ন।

তোমাৰ কিবণ

নকৰে শোভন

দুর্ভগা অসম পাপৰ বদন।

লুকুরা বদন,

অন্ধকাৰ যেন

আহি গৰাসোক অসম ধৰা

ই দুটি নয়নে

যেন চাৰিপিনে

নেদেখৌ অসম এলাকত মৰা।

মেলি চিন্তা চকু

জগতক দেখোঁ

কেনে উলাহিছে সবাও জাতি

নাচিছে ইংলণ্ড

প্রতাপী প্রচণ্ড,

ধনী মানী জ্ঞানী চতুৰ অতি। 

সৌ দেখো চীন,

অসমীয়া সাহিত্যৰ চানেকি।

কানীয়া বুলি যাক জগতে কয়;

অতিকৈ প্রাচীন

বুৰঞ্জীয়ে যাক

ভীক বুলি ডাক

দিছিল এদিন আজি তাৰ জয়;

দেখো যে ব্রিটন

ফৰাছ জন্মান

কোনেও ওচৰ নেযায় ভয়ত।

কালিৰ জাপানে

কেনে ধনে মানে

নাচিছে আলাদে উজলি জগত।

শিল্প বানিজ্যত

দেশ পইনত

সবে নৰ নাৰী সৌভাগ্যে ভৰা;

সবে ৰঙ্গমনে

হাহিছে সঘনে

আহা ওচৰলৈ

দেখো বস্তু কলে

হায় হে অসম কিবাবে মবা।

কোনেনো শিকালে ইমন্ত্র কৌশল।

বঢ়াইছে তাৰ বিভর অতুল।

কেনে শুরনীকৈ সজায় দেশ!

চাও বোম্বাইলৈ

আৰু নানা কলে

বহু ৰত্ন ধন

লভি বোম্বেবাসী

সভ্যতা আচাৰ

কৰিছে প্ৰচাৰ,

জ্ঞানে ধনে সুখী নাই দুখ লেশ।

স্ত্রী শিক্ষা পোহৰ

নীতিৰ প্ৰচাৰ

হইছে কতনো বাতৰি কাকত।

শিক্ষাৰ উন্নতি

বিজ্ঞাৰ উন্নতি

সাধিছে সি দেশে বৰ উচাহত।

ইবোৰ দেখিলে

বৰ হিয়া জলে

অসমৰ দশা পৰেহি মনত,

অসম সন্তান

হেকরাই জ্ঞান

পূণিৰ্মাৰ জোনটি

যেন মৃতপ্রায় এলাহ খাটত।

এৰি হাত যোৰে। কৰা পলায়ন। 

তোমাৰ কিষণ,

লুকুরা বদন

পূণিমাৰ ৰাতিলৈ চাই।

দুর্ভগা অসম পাপ বদন।

আছি গবাসোক অসম ধৰা,

৩৩৫

নকবে শোভন

অন্ধকাৰ যেন

ই দুটি নয়নে

যেন চাৰিপিনে

নেদেখো অসম এলাহত মৰা।

সৌরা দেখো বঙ্গে

হাহিচে বঙ্গেৰে

চৰচিচে কথা সদায় জ্ঞানব।

মহা জ্ঞানবান

নম্বৰ সন্তান

দিনৌ জনমিচে বুধি চোকা বৰ;

বিদ্যাৰ গৌৰবে

গববী হৈ সবে

কৰিছে অনেক সজ আলোচনা,

দেশ বিদেশত

ফুৰি লোক যত

কৰিব ধৰিছে শুখৰ সাধনা।

অসম জননী

জনম দুখিনী

দুখায়া সোৰোপা তাৰ কুসন্তান,

অপমান জ্ঞান

নকবে অলপো

নিজ হীনতাত নাই অভিমান?

কি দেগো অসম

যতেক সন্তান

অতি নিমাখিত লাজলগা নাম,

আনব গোলাম

নাই অপমান

ভাৰতবৰ্ষত আসাৰ দুৰ্ণাম।

সকলো উন্নত

দেখি ইঞ্জগত

তথাপিতো নাই কাণসাৰ,

ভাৰতীয় ভাই

বঙ্গালী কে এগই

ইয়াত উন্নতি কৰিচে অপাব।

ধণী মাৰোৱাৰী

যোগ্য লোক সবে

ভোগীছে অসম পৰম সুখেৰে,

বিধম জঞ্জাল

পাতি ঋণ জাল

কেনেকৈ অসমক ধঞ্চরা কৰে! 

কোমল কথাৰে

অসমীয়া সাহিত্যৰ চানেকি।

বুধি ছলনেৰে চলিলে অসম,

মাৰোৱাৰী ভাইয়ে

কাব কোকালিৰ

কথাটি ইতিৰ

ভোদা ডাঙ্গৰীয়াই নেপালে গম

পাছে কেঞ। ভাই

মনটি ভুলাই

দীঘল খাতাটি হাতত তুলিলে

বঢ়াই দুন মূল

বুলি নাই ভুল

নাম লেখাবলৈ ওচৰ চাপিলে,

অসমীয়া ভোদা

ডাঙ্গৰীয়া দেরে

তাতে মান্তি হই দষ্টখত দিলে;

এবে মাৰোৱাৰা

বৰ বঙ্গ কৰি

জনম যুগলৈ গোলাম কিনিলে।

কেৰাণীৰ দলে

কাপ কাঠি ধব।

দৰমহা পালে

মাহৰ প্রথম দিন আজি কি কৰিলে?

হাত শুদা কৰি ধন কাড়ি নিলে।

কেঞায়ো ধৰিলে

বাজিগল চাৰি

কাকত সামৰি

কেৰাণী কৰিলে ঘৰলৈ গতি,

ঘৰ প্ৰবেশিলে

শ্রীমতী বুলিলে

আজি বজাৰৰ নাই পাই এটি।

গল প্রাণ উৰি

চিন্তাত মহৰী

কেঞাঁৰ তলৈ গৈ

শুনি কেঞাদেও

এই কথা শুনি

ইরূপ সন্তান

বিবুধিত পৰি নেদেখি উপায়

আকৌ ধাবে দিয়া আজি একো নাই,

দিগ্ কৰনেকো আয়া হামাৰ ঠাঁই"?

"বোলে বাবু ৰাখাঁ আজি প্রাণ যায়"।

অসম জননী এই জগতত।-

বোলে কাকুতিকৈ

বোলে "ফেৰ কেউ

মহৰীয়ে গুনি

তোমাৰ দুৰ্ণাম 

হায হিযা জ্বলে

পূর্ণিমাৰ ৰাতিলৈ চাই।

পূর্ণিমাই নিদিয়ে সন্তোষ মনত।

৩৩৭

ইগতি দেখিলে

পূর্ণিমা জোনটি

ৰূপহী হাঁহিটা

এৰি হাত যোৰো কৰা পলাযন,

তোমাৰ কিৰণ

নকৰে শোভন

দুর্ভগা অসমাপৰ বদন,

লুকুরা বদন

অন্ধকাৰ যেন

ই দুটি নয়নে

আছি গৰাসোক অসম ধৰা,

নেদেখে। অসম এলাহত মৰা।

যেন চাৰিপিনে

এই নে অসম ১

নহয় শশ্মশান ?

মনুষ্যত্ব হীন যত নাৰী নৰ,

উনৈশ শতিকা

সভ্য জগতত

কি বাবে সকলো ভিখাৰা পৰৰ ।

এই দেশ খান

দোখো সববস্বান

স্বর্ণ প্রসবিণী, জগত বখান।

যি শষ্য কৰিব

উপচি কলির

কিয়নো দৰিদ্র অসম সন্তান ?

এই দেশখান

পর্বতে নিম্মান

কৰিছে বিধাতা কিনো মনোহৰ,

সকলো পর্বরত

দেখিছোহে। যত

মহামূল্যবান বস্তুৰ আকৰ।

তেও অসমীযা

কিয়নো চখাযা

চহকী বিদেশী

এই দেশ খানি

কিয় অসমীয়া

হায় কিনো বাবে কেঞাব ধকর।

হবা ছি! ছি! কিয় নিজে মগনীয়া?

কৰিছে সকলো সামগ্রী ভৰা,

ভগা ঘৰে বাস বৰষুণ পৰা!

স্বর্ণভূমিবাসা

প্রকৃতি নিৰ্ম্মাণ

এনেনো দুখীয়া 

এই দেশ খান

সোণ, ৰূপ, লোহা

অসমীয়া সাহিত্যৰ চানেকি।

যিহকে বিচৰা তাকেই পায়,

বিচাৰিব জানিলে অভার নাই।

প্রকৃতি যোগান

যাকে লাগে বোলা

এই দেশ খান

যোগ্যবান নৰ

জন্মিলে হল হয় সৌভাগ্যে ভৰা,

এই দেশ খান

পবিশ্রমী জন

থাকিলে হল হয় সোণৰ ধৰা।

এই দেশ খান

বিধাতা নিষ্প্রাণ

কৰিছে চৌদিকে নৈয়েবে ভৰা,

ব্রহ্মপুত্র খান

আছে বারমান

সাগৰ পৰ্য্যন্ত হিমাদ্রি পবা।

কতেক বিদেশী

ধনৰ লালসী

আহি দিন দিন কৰিছে বেপাৰ;

সৰিয়হ, চাহ

এৰি, মুগা, মাঙ্গ,

ববৰ, কপাহ বেপাবব সাব,

ভৰাই দিনে দিনে

দেখো ভাটি পিনে

নিছে বিদেশীয়ে সোণৰ ভঁৰাল।

হেজাবো বিদেশী

অসমত আসি

নিয়াইছে পৰম সুখেৰে কাল।

গাঁরে কি নগৰে

মাৰোৱাৰী নৰে

কৰে পকা ঘৰ শুৱনি কেনে।

আনি ঘটি এটি

পকা ঘৰ ভেটী

কৰে আসামত কাৰণো ধনে?

কত পালে ধন

কিহৰ কাৰণ

কৰিছে অসম বাসীক ধকরা!

কত পালে ধন

কিহৰ কাৰণ

লগায় আসামত হেতা ওপৰা!

কোনে দিলে ধন

কিহৰ কাৰণ

কেক, মণি আদি আভৰণ, 

ধনৰ কাৰণে

অমুকৰ লাই

পূৰ্ণিমাৰ ৰাতিলৈ চাই।

পইছেহি সোঁতা ধৰি অধা দাম!

দেখি বোপাটিয়ে ধৰিলে কান্দোন,

বকরা ফুকনে

জোতা মোজা পিদ্ধ।

মই বোপাটিক

কৰিলো নিচুক

দেউতা আহিলে পিন্ধার দুগুণ।

সৌ যে যুবকে

চাকৰি কৰিছে

দেখিছো কিয়নো বিবস বদন;

বহু ঋণ জালে

চিন্তাৰ অনলে

ব্যাকুল কৰিচে কোমল মন।

সৌ ডেকাইতে

চিঞৰে সমনে

দেশব কাবণে দুখিত মানে,

অসমীয়া কলা

অথবা অর্জলা

তেনে চিঞৰকে। মুশুনে কাণে।

দেশৰ কাৰণে

কোনো কোনো জনে

দেখিছো বর্ণবছে পরম যতন,

দেশা ভাতৃগণে

আত্তকাণ কৰে

কবি ইতিকিং কিহৰ কাৰণ ?

সহিব নোরাবি

দেশব দুর্গতি

দিলে কোনো জনে কামত ভাত,

কিন্তু দেশী ভাই

উভতি নেচায

ঘনে মাতিলেও নলগায মাত।

স্বাধিনতা এবি

চাকৰি নকৰি

কবিলে কোনোরে দেশলৈ মন,

লগুরালি প্রিয

অধীন দেশীয

তুচ্ছ জ্ঞান কবে নকৰে মান।

পূর্ব জনমব

কি পাপে মহত

এই শাপ ফলে

পালে কিবা শাপে অসম দেশ,

নাই অসমীয়াৰ বুধিৰ লেশ। 

এইনে অসম?

উনৈশ শতিকা

অসমীয়া সাহিত্যৰ চানেকি।

মনুষ্যত্ব হীন যত নাৰী নব,

-নহয় শশ্মশান?

সভ্য জগতত

কি বাবে সকলো ভিখাৰী পৰৰ ?

জাতীয় গৌৰৱ।

বুৰঞ্জী লেখক

জাতীয় গৌৰৱ

কিবা চিন পাব। অসম দেশৰ

যত কবিকুল

জাতি পদ্মফুল

লভিলে জনম ফলে কি পাপৰ

হায়! হায়! হায়!

বুকু ফাটি যায়

যি বুজে পুড়িছে হৃদয় সদায়।

উহ! পাহৰণি

যেন বাক্ষসিনী

কোনে উলিয়াব

গিলিলি বহুত অসম গৌৰৱ।

জন্মিছেনে এনে মহা অশুভর ?

ঠিক অসমীয়া মানুহ নহয়,

অসম শ্মশান নোহে কোনে কয়?

কোনে বা দেখাব

অনন্ত কন্দলী

জন্ম ধৰিছিল

কিনো পাপ কৰি অসম মাটিত

নাই তযু নাম,

আদৰ সম্মান,

কাললৈ হুমাল শ্মশান ভূমিত।

পদুমৰ গোন্ধকি গুবকরা লয়,

ভোমোৰাৰ দৰে ফুল কি ৰময়?

কন্দলী শ্রীধব,

কিনোহে সুন্দৰ

গাঁথিছিলা বাচি ফুল মলাধাৰ,

ভাবিছিলা মনে,

অসম সন্তানে

পিন্ধি গুণ গাই থাকিব তোমাৰ। 

কালৰ নিষ্ঠ ব

বাম সৰস্বতী,

কৰিলা বচনা,

জাতীয় গৌৰৱ।

পৰিল সি মল। অনন্ত খালত।

ব্যসিব বাচনি ফলৰ মলা,

নিসিজিল হল লবাৰ খেলা।

বঙ্গত জনম ধন্য কাশি দাস,

দের কার্ত্তিবাস,

তযু কাঁৰ্ত্তি করে অসম প্রকাশ।

ঠিক অসমীয়া মাশুক নহয়,

অসম শশ্মশান নোহে কোনে কয়?

সাজিলে তোমার বঙ্গালী ভাই,

কার্ডির আবাস

এই বামায়ণ

লেখা কবিগুন,

পুপির বতবাৰ নামো নাই।

পুৰণি গৌষরে গণী যেই দেশ

নহয়, নার্চ তার উন্নতি লেশ।

কত পৰিশ্রম

কবি কবিজন

সাজিলে মৌবাহ কেরল বৃথায়,

আজি অসমত,

ডেকাৰ মাজত,

বিচাৰি কোনো তাক খাও'তা নাই,

বাপেকৰ নাম

নজনা সন্তান,

কালে গুল আহি এই মাটিখান!

পড়িছে মিল্টন, পড়ে বাইখণ

দেখোঁ সৌ দলে সলাগ লই,

স্বজাতি অসভ্য

পিতাৰ পুত্ৰৰ নাই পৰিচয়,

গিণি হয় সভ্য

ইকপ বচেৰা সন্তানৰ জ্ঞান

দিলাহে বিধতা এই মাটিখান।

ঠিক অসমীয়া মানুহ নহয়,

অসম শ্মশান নোহে কোনে কয়? 

শঙ্কব দেরব

অসমীয়া সাহিত্যৰ চানেকি।

চৰিত্র কেরল ভকতত সীমা,

দেখোঁ জীৱনৰ

চৈতন্য জীরন

জগত ঘোষণ,

শ্মশানতে লয় শম্ভব মহিমা।

মাধদেউ এক শুকবি প্রধান,

অসভ্য দেশত জন্মি নষ্ট নাম!

"যেন ফুল প্রাণ

হাবিত জনম

হাবিব বতাহে জাবিতে নাশে।"

সভ্য প্রদেশত

জনম হেতেন

কবি মহামতি,

হলা হয় কেনে যশব ভূষণ,

নেজানো কৰিব তোমাৰ পূজন;

মই মুর্গ অতি,

কৰে। কবিতাবে,

দুৰবল সুবে,

চকুৰ পানীবে এবেলি তর্পণ।

কুলাচল নামে

কাব্য কোন জনে

কৰিলে বচন। কৰোতো তর্পণ।

কুৰ্ম্মৱলী পদ,

আক চণ্ডী পদ

বচিলে কোননো কবি দুইজন;

চকুৰ পানীৰে তর্পোতো এবাৰ, দহিলে সুনাম শ্মশানে তোমাৰ।

নাই একেবাৰে ভাৰত মাজে,

ই অসভ্য দেশ

উলঙ্গ দেশব,

মনুষ্যত্ব লেশ

কাম কি বোবাৰ?

নোশোভে লোকক কাপোৰ সাজে।

ঠিক অসমীয়া মানুহ নহয়,

অসম শ্মশান নোহে কোনে কয়? 

পাহবণি।

কোৱা পাহৰণি, তোমাৰ পেটত কতনো বাখিচা বুৰঞ্জী সুমাই, চিন্তিলে এবাৰ মৰে। পুবি দেই। কত জাতি কাঁত্তি খালা গিলি হাব। ই শিল ডুখবি কোনে কাটিছিলে কাৰনো হাতৰ ই পুৰণি চিন? কোনে বান্ধিছিলে শিলৰ আবাস পমিবা সিজাতি কত হল লান? এনে কাৰিকৰী শিলত খটোর।, অসভ্য আছিলনে সিজাতি সিদিন। এই অসমৰ অসভ্য জাতিব পূৰব পুরুষব হয় বা ই চিন! এই লুপ্তচিন পুৰণি নগৰ, বানব নগৰ বুলি যাক কয়, সভা বলরন্ত আছিল নৃপতি, যেন মাতে শিলে বুলি হয় হয়। চিন্তাব নিনাদে শুনিলো ই ধ্বনি, বিন্ধিলে শোকব জোঙাল শেলে, প্রকৃতিয়ে দিয়া দেশৰ স্নেচটি তেজ হই ঘনকৈ ধাবেৰ বলে ই শোনিতপূৰ, দেখোঁ চাৰিপিনে, পুৰণি হাতৰ চিনেৰে ভৰা। নাপাও বিচাৰি অকনো বুৰঞ্জী কর কোনে কাক সুধিম বতৰা ? হে ভোমোৰাগুৰি নেপাওঁ বিচাৰি। তুমি বিনা কাকো দিওঁতা উত্তৰ। শিল খটখটি এই পুখুৰিটা, কোনে পাতিছিলে ইয়াত নগৰ? 

গুজৰিছিলনে সভ্যতাৰ গপে, এতিয়াৰ দৰে খলক কৰি? সি জাতি আছিলনে শিল্প নৈপুণ্যত। ইহঁতৰ দৰে বৰ অহঙ্কাৰী? ইয়াৰ উত্তৰ কাক সুধি পাও? কবানেহে তুমি হে ভৈৰবী আই: ইহেন মন্দিৰ কোনে বিনাশিলে, এই পৰ্ববতৰ গৌৰবকে। হায়! কোনে সাজিছিলে নামো তাৰ নাই, নিৰদয় কাল হায় কি কঠিন! আশাৰ প্রতিমা পুৰণি জাতিব নেৰাখিলা হায় অলপো চিন। কোর। শুনো কাল কোর। ৰিঙ্গিয়াই, মনলৈ আনোহে। বিশ্বাস মাতি। সভ্য বলৱন্ত পূর্বব পিতৃ-ইত আছিল সিদিন। ধবণীব খ্যাতি। শুনা কাণপাতি ভ্রষ্ট আর্ন্যগণ। বতাহ মাতত আকাশী বাণী, চাৰিওপিনে শুনে। বোলে হয় হয়। দুপিয়াই সলাগে গছৰ ঠালি। চিঞৰি কান্দিছে শুনা ব্রহ্মপুত্রে, শিলনি ডৰাত নিৰলে বহি, বিলাপে ই নদে যেই দিন পৰা আৰ্য্যৰ গৌৰব পৰিল খহি। শুনি ই বিলাপ কুকরাই কান্দিছে, পানীৰ কাষৰ গছত পৰি, মনৰ দুখেৰে, হৃদয়-বিদাৰ্য আৰ্য্যৰ কাহিনী স্মৰণ কৰি। হে মহাভৈৰব বিষাদে মলিন, এই দেৱালয় ভগন কিয়? 

উষাৰ পূজিত, তুমি ইস্টদের, আছিলা এদিন কুৱ'ৰী প্ৰিয়। কোর'। দের কোর। শুধিছে। এবাব শুন্দৰী উদাৰ নগৰনে উ? শ্রদ্ধা ভকতিবে তোমাক পূজিডিলে সদায যতনে বানৰ জীযবি। কি কুটিল গতি নিষ্ঠুৰ কালৰ' আজি উষা কত দের পশুপতি? লাজ নাইকিয়া আছা তুমি কিয় লভি অপমান ইতেন দুর্গত? কেনে বমাপুৰ আছিল মন্দিৰ বেষ্টিত চৌপাশে শুন্দর প্রাচীর, আজি ভগা চিনে দেখায় সবাক শত্রু ইতিকিং-বেব বেসাটিৰ। শত কাঁহ ঘণ্টা বাস্ত্য বাজিছিল আইটা উধাৰ পূজাৰ বেলি, শত ঢাক ঢোল শঙ্খ পাঞ্চজন্য বাজিছিলে আৰু মহৰি কালি। সোগালি পাটিত বহি সেই দিনা পূজিছিলে তযু চবণতল। বেষ্টিত চৌদিকে ৰূপরতী সখী, পদ্মিনীক যেনে হংসিনী মণ্ডল। কিন্তু আজি দের তোমাৰ দুৰ্গতি দেখিলে বিদৰে বিষাদে হিয়া। কত আছে উষা, কত বাণ-বক্তা, কাৰো ঘৰ বাৰি চিনো নাইকিয়া। নাহিক বুৰঞ্জী কিহত বিচাৰি, গাওঁ যশ গান প্রতাপী ৰজাৰ। যাৰ অহঙ্কাৰৰ পড়ো ইতিহাস, আপোন গৌৰবো স্পৰ অধিকাৰ! 

বিচাৰয় আজি কাৰ পৰিচয়! হাঁয় কলিকালে কিহত পেলালে, ভাৰতৰ আজি কিনো দুঃসময়! সিদিনা ৰোমৰ ভগাচিন বিলাকে, নিজ স্বাধীনতা আনিলে মাতি। গ্রীচকো ইদৰে ই চিন বিলাকে, লগালে সিদিনা একতাত গাতি। তেন্তে তুচ্ছ বুলি নেভাবোঁ ই শিল, হৃদয় মাজৰ জপথ ধন, কৰিব এদিন ভাবত সন্তানে পৰাণ প্রতিষ্টা ইয়াৰ সাধন। জন্মিব সিদিনা শতেক ম্যাটছিনি তুচ্ছ পৰি থকা শিলৰ পৰা! শত গৰিবল্ডি জনম লভিব কৰিব পোহৰ ভাৰত ধৰা; সিদিনা বুৰঞ্জী কৰিব উদ্ধাৰ আছে লেখা এই শিলৰ ভিতৰ। চিয়াহিৰে লেখা নহয় পাতত, যুগমীয়া ইটো লেখা শোনিতৰ। কুশিক্ষিত আজি ভাৰত সন্তানে পঢ়িবলৈ এই বুৰঞ্জী আখৰ; নিচিনি অপোন পৰক সলাগে ইহেন দুর্ভাগ্য হাঁয় ভাবতব। ছি! ছি! আশাৰ ছলনা যেন মৰিচীক দেখিলি সপোন মিছায় কল্পনা। জাতীয় বিদ্বেষ ৰাক্ষসী ভকত দিওঁ ইহতক কিহেৰে তুলনা? নাই মিল কাৰো দুৰ্ম্মতি সন্তান, চৌষন্তি, পয়ষষ্টি বেলেগ জাত। ইহেন জাতিক হাঁয় কোন দিনে দিব একতাই সাদবব মাছ?

"পাহৰণি হেবা। তোমাৰ অনন্ত আন্ধার সিম্পূব অতল তল পেলোরানি যেন সবে পাহৰোক।"

22
প্ৰবন্ধ
অসমীয়া সাহিত্যৰ চানেকী
0.0
ভাৰতব উজ্জ্বল বহু চাব আশুতোষ মুখাজিব বহু চেষ্টাৰ ফলত্ব কলিকতা বিশ্ববিদ্যালয়ে যেতিয়। ভাৰতীয ভাষ। বিলাকক এম, এ মহলাত ঠাই দিলে, তেতিয়া ভাৰতৰ আন আন ভাষ্য বিলাকৰ লগত অসমীয়া ভাষাকে। সেই শাবিত বহুৱাবলৈ অসমীয়া ভাষা আৰু আসামৰ উচ্চশিক্ষাৰ পৰম বন্ধু চাব আশুতোষ মুখাজিয়েই প্রথমে প্রস্তার কবে। যদিও সেই প্রস্তাবত বিশ্ববিজ্ঞালয়ৰ আন আন বঙ্গালী কণ্ঠ। সকলে বহুত হকাবধ। কৰিছিল তথাপি আসাম-বন্ধু মুখার্জি মহোদযৰ অহে। পুৰুষাৰ্থত তেখেতৰ চেস্টা ফলরতা হল আৰু অসমীয। ভাষাই বিশ্ববিদ্যালয়ব সর্বোচ্চ মহলাত ভাৰতৰ আন আন ভাষাৰ লগত ঠাই পালে। ১৯১৮ চনত "চেডলাব কমিচনৰ" লগত চাৰ আশুতোষ মুখার্জি মহোদয় যেতিয়া গুৱাহাটীলৈ যায় তেতিয়। গুরাহাটীত তেখেতে আসামৰ কেইবাজনা গণ্য মান্ড সাচিত্যিক আক শিক্ষিত মানুতব লগত অসমীয়া ভাষা বিশ্ববিদ্যালয়ৰ এম. এ মঙ্গলাও তোলাৰ সম্বন্ধে আলোচনা কৰে, আৰু সেই উদ্দেশ্যে অসমায়া ভাসাৰ গাদিবে পর্ব। বর্তমান সময়লৈকে প্রধান প্রধান লিখক সকলৰ লিখাব পৰা অলপ অলপ তুলি গোটাই এখন পুথি যুগুত কৰা স্থিৰ হয়। সেই গুক কামৰ ভাব আমার প্ররাণ সাহিত্যিক, আসামর একমাব প্রত্নতত্ববিদ, পণ্ডিতপ্ররব শ্রীযুক্ত হেমচন্দ্র গোস্বামা দেৱক দিনা হয়। গোসাইদেরে বহু পৰিশ্রম কবি ১৯২১ চনত সেই পুপি গোটাই বিশ্ববিস্থ্যালয়ৰ হাতত দিয়েহি। সেই সময়তে আসামৰ কৃতা সন্তান ভাবত বিখ্যাত দর্গার ভোলানাথ বকরাই এই পুথি চপাবলৈ বিশ্ববিদ্যালযক দহাতেজার টকা দিবলৈ প্রতিশ্রুত হয়, আৰু তাৰ ছহেজাৰ তেতিয়াক বিশ্ববিদ্যালযক দিয়ে। সেই টকাবে বিশ্বদ্যিালয়ে নিজৰ প্ৰেচতে পৃথি ছপাবলৈ আৰম্ভ কৰে। আস্ত সেই ঢপা কাস।ব তত্বাবধান কৰিবলৈ বিশ্ববিজ্ঞ্যালয়ৰ পৰা আমাৰ ওপৰত ভাৰ দিয়া হয়। গোটেইখন পৃথি তিনি সণ্ডকৈ ভাগোরা হৈছে। আদিৰে পৰা ইংৰঙ্গী ১৫ শতিকাৰ শেহলৈকে প্রথম এপণ্ড, ১৬ শতিকাৰ আৰম্ভবে পৰা ১৮ শতিকাৰ শেহলৈ দ্বিতীয। খণ্ড, আক. ১৯ শতিকাৰ আৰম্ভৰে পৰা বৰ্ত্তমান সময়লৈ তৃতীয়া খণ্ড। প্রত্যেক খণ্ডই প্রায় ৭০০ পিঠিৰ একোখন বৃহৎ পুথি হব।
1

অসমীয়া সাহিত্যৰ চানেকি।

28 November 2023
0
0
0

  সুর্য্য খড়ি দৈবজ্ঞ। [এই লিখক জনৰ জন্মভূমি মঙ্গলদৈ আছিল। তেওঁ ইংবাজী ১৮ শতিকাৰ শেহ ভাগত জন্মগ্রহণ কৰিছিল। তেওঁ সেই কালৰ এজন বিখ্যাত পণ্ডিত আছিল। তেওঁ অসমীয়া ভাষাত দৰঙ্গবাজবংশাৱলী আৰু সংস্কৃত ভাষাত ব

2

রতিকান্ত দ্বিজ।

29 November 2023
1
0
0

এই জন কবি মঙ্গলদৈ অঞ্চলৰ এজন ব্রাহ্মণ আছিল। তেওঁৰ পূৰ্ব্বপুৰুষ আদিৰ বিষয়ে কোনো কথা এতিয়াও জানিত্ব পৰা নাই তেওঁ দৰঙ্গ ৰজাৰ সভাৰ এজন বিখ্যাত পণ্ডিত আছিল। তেও গড়ঙ্গনাৰায়ণ ৰজাৰ আদেশত “ৰাজবংশাৱলী" নামেৰে এ

3

পশু ৰাম দ্বিজ।

30 November 2023
0
0
0

ধৰ্ম্ম পুৰাণ। দ্বিজ সকলোরে একদিনা সুবেকত, কৰিলেক ধৰ্ম্ম প্রশ্ন ব্যাসৰ আগত ॥ দ্বিজগণ নিগদতি ব্যাস মুনিবৰ। পূণ্যতো উত্তম পুণ্য উত্তম ধৰ্ম্মৰ । কোন নামে হস্ত ইহু কাহাক আচবি, অক্ষয় স্বর্গক পারে পাপক সংহ

4

শ্রীকাশীনাথ ভামুলি ফুকন।

30 November 2023
2
0
0

আসাম দেসব ডাঙ্গবিযা গণ প্রভৃতি বিসযাব নিবন্ধ ॥ সম্প্রতি মহুদানুসাবে, বিসযাব নাম লিখা জাই। জি জি একে মর্জাদাৰ সেই সকলক একে চেদব মাজতেই লিখা জাব; তাতে লিখাৰ আগ পাচ ক্রমে মর্জদাতো আগ পাচ আচে। সেই আগ পাচ

5

অৰুণোদয়।

1 December 2023
0
0
0

জাত্রিকব জাত্রা। The Pilgrim's Progress. এই জগতব অবণ্যৰ মাজে মই ফুৰি জাওতে জি এখন ঠাইত এটা গাঁত আচিল, এনে ঠাই পালোঁহি। তাতে পৰি সুই থাকোঁতে এক সমাজিক দেখিলোঁ। গাত ফটাচটা কাপব পিন্ধি, আপোনাৰ ঘৰৰ ফালল

6

শ্রীযুত বাবু আনন্দিৰাম ফুকন কর্তিক।

1 December 2023
0
0
0

এই অসম দেশ নিবাসি লোক সকলে স্বদেশত বাজে পৃথিবীত আন আন যি সকল বব সব দেশ আছে তাৰ একো কথাৰ ভু নেপাই, সেই হেতুকে সিবিলাকে আপোনাৰ দেশ অতি চৰ অৱস্থাত আছে বুলি নেজানে, এতেকে সম্প্রতি পৃথিবীব ভিতৰত অতি আচবিত

7

নিলিবাম ফেয়াবউবেল

2 December 2023
2
0
0

History of Hindustan, From the Dig Dorson. গজনিৰ বাদস্যা মহমদব দোআবাই হৃষ্ট কবাব পরা মচলমান লোকৰ বাজ্য নস্ট কবি ইংলণ্ডিযাবিলাকৰ বাজ্য পাপন তোমালৈকে হিন্দুস্থানব বৃবঞ্জি ইযাত আক পাচতো লিখা জাব। জি নান

8

যজ্ঞৰাম দেওলাই বৰুৱা।

2 December 2023
1
0
0

আহোম ভাষার পর। ভঙ্গা পুৰণি বৃবঞ্জা। কোচবণ:-লালি বাইচান (১৪) সকত চূড়-কুড়ম আক ডেপু নামে দুজন কোচ বজাৰ সেনাপতিযে আতি শলা পালেছি, আমার লোকেও গৈ শলাত থাকিল গৈ। পাচে সিহঁত দুযো লুইতে উজাই দিখৌ মুখ পালেহি।

9

পূর্ণানন্দ ডেকা বৰুৱা।

4 December 2023
0
0
0

১৮৫৮ সন পবহিতৈষিতা অর্থাৎ পরোপকাব "নোপকাবাং পরোধম্মঃ”। আসাম দেস হিতৈসিনি সভাব বচনাব সাব সংগ্রহ। জি দেসৰ মানুহব বুদ্ধি বৃতি অলপমান মার্জিত হৈছে, আাক জি দেসব মানুহৰ কিঞ্চিত ধর্মাধর্মব বোধ আঢ়ে, তেওঁবি

10

হেমচন্দ্ৰ বৰুরা।

6 December 2023
0
0
0

কোরা ভাতুবী। কোৰখনিয়া সত্ৰৰ গোবন্ধনদেউ আতা পৰম বৈষ্ণর, কংশ বঙ্গাব চন্দন-যোগাতী কুঁঙ্গী-বাইৰ বংশত জাত, সাক্ষাত গুৰুজনব পৰা পৰমাৰ্থৰ ভাগ-পোৱা গোপীনাথদেউ মাতাৰ পৰিনাতি। ঘোষা, কাউন, বত্বারলা, এই তিন খানি

11

পাই-মালা।

6 December 2023
0
0
0

সম্মান। ঈশ্বর, পিতৃ-মাতৃ, শিক্ষক, দেশর অধিকার আক বুঢ়া লোক, এই সকল সন্মানর পাত্র। যি আদি কাবণব পরা এই পবিদৃশ্যমান জগতব উৎপত্তি হৈছে, সেই কাৰণৰ নামেই ঈশ্বব। তেওঁ সকলোবে আদি, কিন্তু তেওঁর আদি নাই; সকলো

12

গুনাভিৰাম বৰুৱা।

7 December 2023
0
0
0

সৌমার ভ্রমণ। এই অসম দেশ আমাৰ মাতৃভূমি। আমি ইয়াতেই উপজিছো। ইয়াতেই শিক্ষা পাইছো। এই দেশব নামেই আমি সংসার হাটত বিকা হই আছো। জননী যেনে আদবনীয়া আক পূজনীয়া এই আমাৰ জন্মভূমিও আমাৰ পক্ষে তেনে মৰম আৰু সেরাব থ

13

বমাকান্ত চৌধুৰী।

7 December 2023
0
0
0

অভিমন্যু বধ কাব্য। প্রথম সগ। দশ দিন যুদ্ধ কৰি ভীষ্ম মহাবলা যেতিয়া শুইল। বাৰে শৰ আসনত, মহাৰণী পাণ্ডবেও, আনন্দ মনেৰে, বঙ্গাইল। ঢাক, ঢোল, শিক্ষা, কৰতাল, জগঝম্প, ভেৰি, দবা। আপুনি শ্রীচাৰ, নিজ বাস্থ্য শঙ

14

বঘুদেৰ গোস্বামী।

8 December 2023
0
0
0

আত্ম পৰিচয়। মহাদি দিপক তাতে কৰিয়া শকত। বিন্দুগঞ্জ দিয়া পাচে কৰিয়া যুগুত ॥ মিথুন মাসৰ জানা ৰোহিনীক পাই। সমাপতি ভৈল শাস্ত্র পদ সমুদাই। আমি অল্পমতি হুয়া বচিলে। পয়াৰ। গোবিন্দৰ লীলা বুলি কবিয়ো আদৰ। জখলাবন

15

ইন্দিলৰ বৰুৱা।

8 December 2023
0
0
0

জীৱনাদর্শ। মহাবাজ। বুদ্ধিস্বর্গ নাবায়ণ। বৃদ্ধিস্বর্গ আসামৰ এজনা ক্ষমতাপন্ন বাঙ্গা আছিল। ১৪৭৪ শকত (১৫৫২ খৃঃ অব্দ) এওঁৰ জন্ম হয়। ১৫৩৩ শকত এওঁর পিতা গোঁড়াবাজা স্বর্গী হলত এওঁ বাজা হল। আহোম মতে এও'ব নাম

16

কালি ৰাম বৰুৱা।

8 December 2023
0
0
0

কামাখ্যা কামাখ্যা (কাম + আখ্যা) কাম শব্দে ইচ্ছা আখ্যা শব্দে নাম। যাব নাম হৈছে কাম, এতেকে কামাখ্যা। প্রলয় কালত এই জগত এনে প্রকৃতিত লীন আছিল যেই প্রত্যক্ষ অনুমান আক শব্দ এই তিনি প্রকাৰ প্ৰমাণৰ বিষয় নাছ

17

গোপীনাথ চক্রবর্তী।

9 December 2023
0
0
0

কলঙ্ক ভঞ্জন। কৃষ্ণের চরণ ধবি, বোলে বাধা বজেশ্ববা শুনাচে মুবলা দাবী, মোর মনো দুঃখ। গাও ত সিগিলা আছে গিরি, সকলে বলে বাচরা ভিবি, এই দুঃখে উল্যারা নবো মুখ। যদি ফুৰিবা যান্ড করবো বাড়া, আতিল যেঢ় বব গ

18

বলিনাৰায়ণ বড়া।

11 December 2023
0
0
0

উচ্চশিক্ষা। আসাম ভাৰতবৰ্ষৰ পিচ পৰিণাকা প্রদেশবিলাকৰ ভিভবত গল্প। বাস্তবিকে যি দেশত সুশিক্ষিত, ধনী আক ব্যবসায়ী মাশুহব সংখ্যা তাকৰ সি আজি কালিৰ সভ্য আৰু আগবাঢ়া দেশবিলাকৰ সমকক্ষ হব নোৱাৰে। অসমীয়া মানুহ অ

19

মাধবচন্দ্ৰ বৰদলৈ। (বায়বাহাদুৰ)

11 December 2023
1
0
0

অসমীয়া সাতকাণ্ড ৰামায়ণ। BIR BIKRAM LIBRARY. E Agartala w অতিপূর্বের গোটেই অসম দেশকে কামৰূপ বুলিছিল ইয়াৰ সীমা পূবে দিকৰাই আক পশ্চিমে করতোরা, সুতৰাং বর্ত্তমান সময়ৰ ব্ৰহ্মপুত্ৰৰ উপত্যকা প্রদেশ খণ্ডকে ক

20

কমলাকান্ত ভট্টাচার্য্য।

12 December 2023
1
0
0

অসমৰ উন্নতি। শিতানত আঁকা প্ররন্ধটি আজি আপোন দেশী ভাই সকলৰ ওচৰত আলচ পাতি চাও। "অসমৰ উন্নতি" এই কথাষাৰি এবাৰ উশাহ নিশাহত অন্য নিয়া কৰোঁতেই ওৰ পৰে। চিন্তাৰ বাটত হতাশে টানকৈ ভেঙ্গাৰ মাৰি আগচি ধৰে। শিক্ষি

21

কমলাকান্ত ভট্টাচার্য্য।

12 December 2023
0
0
0

অসমৰ উন্নতি। শিতানত আঁকা প্ররন্ধটি আজি আপোন দেশী ভাই সকলৰ ওচৰত আলচ পাতি চাও। "অসমৰ উন্নতি" এই কথাষাৰি এবাৰ উশাহ নিশাহত অন্য নিয়া কৰোঁতেই ওৰ পৰে। চিন্তাৰ বাটত হতাশে টানকৈ ভেঙ্গাৰ মাৰি আগচি ধৰে। শিক্ষি

22

পূর্ণিমাৰ ৰাতিলৈ চাই।

12 December 2023
0
0
0

জোনাক বাতিটা রূপহী কাটিী শুরায় জগত কিনো বিতোপন, নিচুক জগত নিদ্রাৰ কোলাত এনেনো গভীব নিদিলে আশ্রয় আজি কিয় মন নেষাও টোপনি কোনে মন্ত্র মাতি হবিলে চেতন কি কারণে আজি টোপনি নাই, শান্তি কোলা পাতি ম

---

এখন কিতাপ পড়ক