shabd-logo

কালি ৰাম বৰুৱা।

8 December 2023

0 দৰ্শন কৰা হৈছে 0

কামাখ্যা

কামাখ্যা (কাম + আখ্যা) কাম শব্দে ইচ্ছা আখ্যা শব্দে নাম। যাব নাম হৈছে কাম, এতেকে কামাখ্যা। প্রলয় কালত এই জগত এনে প্রকৃতিত লীন আছিল যেই প্রত্যক্ষ অনুমান আক শব্দ এই তিনি প্রকাৰ প্ৰমাণৰ বিষয় নাছিল। সমস্ত জগত প্রস্তপ্ত অবস্থাত আছে। এনে অন্তভর হৈছিল।

আসা দিদং তমোভুতম প্রজ্ঞাত মলক্ষনং। অপ্রতর্ক মবিজ্ঞেয়ং প্রশ্নপ্ত মিব শর্ববতঃ ।

মনু, ১ম, অ, এম, শ্লোক।

পিচত জগত ধ্বংস অরশেষ ভগ্নআচ্ছাদিত গুপ্ত প্রকৃতি ও মহাদেবর ইচ্ছ। হল। জগত হল, তেও প্রকাশ হল। এতেকে ইচ্ছা বা কামেই আদি শক্তি। যাব ইচ্ছাত এই ভূঃ ভুবঃ সঃ লোক প্রকাশ। যেতিয়া আকৌ তেও ব ইচ্ছা অন্তর্ভ ত হয়, তেতিয়া তেওঁ'ব সংসাৰৰ কাৰ্যা এবাব পাবিব। প্রেমব প্রতিমা কাতি হব। জগত ধংস হব। আকৌ তেও সুপ্ত অবস্থাত গত হব। প্রথমতে কামব উৎপত্তি। তাব পিচত কাব্য, এতেকে কামেই সকলোৰে মুলাধাব। কামেই শক্তি। যেতিয়া মানুহৰ একোলৈ ইচ্ছা নাই কিয়া হয়, তেতিয়া মানুহ শর। শক্তি যুক্ত পুৰুষক, সকামী পুরুষক সকলোরে পূজা কবে। নিষ্কামী পুকষক কোনেও নামানে। কামেই ধোয়, সত্য বস্তু। যেতিয়া কামে কার্য্য কবে তেতিয়া কামৰ চেতন ভাব। যেতিয়া কার্না নকবে তেতিয়া কামৰ আচেতন ভাব, শুপ্ত অরস্থা। ঈশ্বৰৰ সকাম বা কার্য্যকাৰী ভাৱেই প্রকাশ ভার। নিষ্কামী, কাৰ্য্য বহিত ভাবেই অপ্রকাশ ভাব, সুপ্ত অবস্থা। সংসাৰৰ বা ঈশ্বৰৰ কাৰ্য্য কৰিবলৈ এবি অক্ষম হৈ, অচেতন ভারে শুই থকা পুরুষক চাবলৈকে ভাল নেলাগে। কিয়? নোহোরা দেখি কামে হাক দিয়ে। কোনেও ভাল নেপায়। অইন কি চকুৰে কোনে হাক দিয়ে? কাম বহিত দেখি চেতন চেতন স্বরূপ পৰমাত্মাই হাক দিয়ে। মৃতৰ লগত অমৃতব, জারিতণ প্রেম ভার কণ নোরাবে। সখি। সমৰ লগত বিসমৰ কেতিয়াও মিল নহয়। মিল নাসাই। এটাক দেখিলে এটা পলায়। মৃতৰ লগত অয়তৰ কেতিয়াও প্রেম নহয়। জাঁরাই মথাক দেখিব নোখোজে। শক্তিবস্তুষ্ট শক্তিয়ানক দনতে বাগে, হেয় জ্ঞান কবে। কামিলাই অকামিলাক ভাল নাপায়।

ঈশ্ববব নাম রূপ কৰা, ও এটা কাম নব কামনার অনুরূপ কার্য্য, গাৰু লৰা ছোৱালী পিতা মাতা প্রতিপালন করাও এটা কাসা। গচবো জার রূপে কাম বা শক্তি আছে। গড় বিলাকেও কান। কাবে। সসার শোভা বড়া, গাত ফুল ফল জন্মাইছে। গড়ব মূলত কামব রাজ নাথাকিলে কেনেকে বছরে ১ না দি ঈশ্বৰক পূজে। কামের সথ, কাকের ফল। বাম স্বরূপ বসন্তর উদয় গুলেছে কানারূপ গুটি ধবে। গড়ব অন্তর্গত জার শাকুর, ল, জন্মাবৰ কামনা নাপাকিলে মড়ক কিয় ফারাহ বাখির নাটক গবা বিব বন ঢানি গরুক পৃতির। কামৰ আৰু জার শক্তিবে একে ভার। সতে জার, এতে দাম, এতে চেতন শক্তি। সংসাবত সিমান দিন কাম আছে, তিমান দিন প্রেম আছে। তিমান দিন কাৰ্য্য আছে। কাম, প্রেম, কান্য একে, যেনে গদব অঙ্গৰ, দ্রাণ, পাত, কথ, ফল। কামনার দবে কান্য করাই, ঈশ্ববর উপাসনা। মাস ভাব বেলোয়, সংবৃত্তি চৰিতার্থ করাই পুকনৰ কানা।

মনৰ কামনা মতে এক চিত্তেরে বানত প্রকৃওি কালেও মানুহব মঙ্গল হয়। যি কার্য দি আমি স.সাবও সুখ পাও, সেচ কানার চামক শক্তিও বাম। কোনো কাসালৈ কামনা নহলে, কাসার প্রতি প্রেম নচলে, কামও কিচে মন নগার। কার্য রূপ গম্ভব কামনায় অম্বুব, উল্লোগের ডান, পাত, কারণ ভাল পোরায় কাসাব লগত প্রেম করাই ফুল। দলব পিচতেই ৬০। মাগেণে হৃদবত শক্ত'র নঙ্গলে, ডাল পাত কেনেকৈ হব? আগেয়ে হৃদরূপ পঞ্চৎ কমিকস প্রকৃতি দেবার প্রকাশ, তাব পিচতেকে তেত্তব আড্ডা পালন-অর্থাৎ দুয়োগ। অম্ভবও ধবিব নোরাবি, বুজিব নোৱাৰি মোহাৰি পেলালে, নাব বুলিলে, ডাল, পাও দুল, ফল, পাবলৈ বাঞ্ছা কৰা বৃথা। অন্তবো গ৬ব এক অশ। আদি অংশ সুমন, মূল অংশ আদি শক্তি।

গছৰ সুপম মূল অংশ নষ্ট চলে, যেনেকৈ গছ শুর নোরাবে, তেনেকৈ জগত ৰূপ কাৰ্য্যৰ আগেয়ে কামরূপ, ইচ্ছারূপ সাদি কাবণ নহলে জগৎ ৩০ নোরাবে। ইচ্ছা হল তেওঁ প্রকাশ হল। জগ্নত হল। মানুহব কার্য্যবো এই ভার। 

এতেকে ইচ্ছা বা কামেই এই জগতৰ স্বাদি কাৰণ বা জগত প্রস্তুন মাতা, বা আদি শক্তি। প্রসবিতা গায়ত্রী গড়ক মানিলেই যেনেকৈ অঙ্কবক মানিব লাগে, কার্য্যক মানিলেই তেনেকৈ কাৰণক মানিব লাগে। অঙ্কব যেনে দেখিবলৈ সক, কাবণো তেনে বুজিবলৈ শুক্ষা সক। অঙ্কবক, যেনেকৈ গড় ডাঙ্গৰ হলে, আৰু দেখিবলৈ পোৱা নেশায়, তাতে লান হয়,, কাবণকো তেনেকৈ কামের পিচত। বুজিব নোরাবি, কান্যব লগতে লয় হয় গৈ। তাক গণভবতে কৰিব পাৰি। গছৰ ডাল, পাত, ফল, ফলব শোভা দেখি মন ভোল গলে, গম্ভব অঙ্কব বিচাৰিবলৈ ভাল নালাগে। বস্তব স্কুল ভাগ দেখি ভোল গলে, তার শুক্ষাভাগ বিচাবা টান। কিন্তু প্রকৃতি দর্শক পণ্ডিত বিলাকব ইচ্ছা নতৈ নাথাকে তেও বিলাকব মনে অণুব অনুভব করে। গম্ভব এক অন্ত ফুল ভাগ দেখি, অপব মন্ত ফল ভাগ দেখিবলৈ চিন্তাশীল জনব মন নগৈ নাগাকে। নেদেখি থাকিব নোৱারে।

ঈশ্বৰ জগত ৰূপে প্রকাশ। জগতক দেখিলেই ঈশ্ববক দেখা শুধু। 'পিচত জগতক জন্মোর। আদি কারণ আদি শক্তি কাম। যি কামব দ্বাবাই, যি প্রকৃতিব দ্বাৰাই ঈশ্বর চালিত হৈ ঈশ্বৰে যাক বমন কবি এই জগত প্রণয় কৰিলে, এই মাতৃক। শক্তি আত্মা শক্তি কামক বিচাৰিবলৈ মন যায়। কোনো কথাৰে আগ গুৰি ভু নাপালে যেনে কৈ ভাল নেলাগে, বিশ্ব প্রেমীক গুনবে। এই জগতর আদি অন্তব বোধ হলেচে মনৰ হেপাহ পলায়। গছৰ গুৰিত পানী দিলেই যেনেকৈ গোটেই গন্ধ জোপাতেই পানী দিয়া হয়, তেনেকৈ এই জগতৰ আদি কাবণ বিচাবি আড্ডা শক্তিক পূজিলেই জগতকে পূজা করা হয়। কাম অগ্নিবৎ শুদ্ধ স্বলন্ত ভার। এনে কামব আগত অশুদ্ধ চেচা ভার থাকিবই নোৱাৰে। এনে অগ্নিবৎ শুদ্ধ জ্বলন্ত ভারে সিজনক উন্মত্ত কৰে। কার্য্যত নিয়োগ কবে, তেওঁ বাঁব। বাবব দুঃখ কতো নাই। বীৰে সকলে। দুঃখকে জয় কৰি নিতা আনন্দ ভোগ কবে। প্রকৃত কামত আতুৰ হলে শৰীৰে একোকে নেমানে। লক্ষ অগ্নি ভাব গুডিলেই, কামভার গুছিলেই, তেজ গুছিলেই, শক্তি গুছিলেই, চেচা হয়, মবে, আনন্দ গুড়ি কান্দন আছে। দুঃখ হয় হাহাকাৰ হয়। কিহুত দুঃখ হয়? সেই অগ্নি ভার গুছিলে কাম ভার গুছিলে, তেজ গুছিলে, শক্তি গুছিলে, কাক পূজা কৰিলে, কাক প্রেম ভাবে বক্ষা কবিলে সুখ হয়। অগ্নি ভারক, কাম ভাবক, তেজক, শক্তিক। যাক পূজিলে, যাক ধাৰণা কৰিলে, আমার শুখ হয়, তেওঁকেই আমি পূজা কৰিব লাগে। তেওঁকেই আমি উপাসনা কবির লাগে। শক্তিক পূজা করিলে শক্তি বেচি হয়। শক্তি থাকিলেই, শক্তি বেচি চলেই, শক্তিৰ ওচৰত যি কামনা করা যায় সেয়ে সিদ্ধি ক্ষয়। শবাবত শক্তি, ভাল বস্তু গালে, ভাল কথা শুনিলে, গল ঠাইও বাকিলে, কামলৈ যেনেকৈ বাড়ে, দের শক্তিও সেই দৰেই

অতঃ স্বযস্কৃভগবানবাক্তে। বাক্তযগ্নিদম। মহা ভুাদি বৃভৌগা: প্রাচবাসাওমোশুদা।

মনন, ১ম, অ. ১৪ শোক।

অর্থ-গ্রলযব পিচত বাঙ্গেন্দিযর অগোচৰ, অব্যাহত গুরি সামণ সম্পন্ন প্রকৃতি প্রেবক ঈশ্বর, সেচ্ছানুসাবে দেশ সাবন কবি এত মাকাশাদি পড়ত ও মদাদি তত্ত্ব যি প্রলয় কালও সুক্ষন রূপে অব্যক্তাবস্তাপন্ন আছিল, তৎ সমস্ত স্কুল বক্ত প্রকাশ তে নিজে প্রতি হল। আগেয়ে গোটেই আসাম দেশরে কামরূপ বুলিছিল।

গুজ। কবিলে বণি দিলে স্তব করিলে বাড়ে। শক্তি থাকিলে কামনা কবিলে শক্তি আক বাড়ে। চার ভবিত শেক আছে, শক্তি আছে, ইচ্ছা কথা কামনা করা হাত ভৰি তুলিব পাবিনা। লাচনা কৰিব পাৰিবা। চাও ভবিত তেজ নাই হাত ভবিক উষ্ণ। কবিলেও তুলির নোবাবা। গাক তেজ দাকিলেও তুলিসব উচ্ছ। নহলে ভাত ভৰি লৰচৰ কবিৰ নোৱাৰা।

তেজর চালক শক্তি, কামনা। কামনার বাহক তেজ। সত্বর জগত নাশ কৰিবৰ কামনা গুল। গত নাশ হল। তেওঁ অপ্রকাশ হল। সব গ সাজিবৰ কামনা চল, জগত চল। তেও প্রকাশ হল। এতেকে কামেকে জগতব মূল শক্তি, আদি শ।ি যি সাইত কামর উদ্ভব হয়, জনম হয়, সি থাক আদবব। গন্ধৰ পদা গোলাপ ফল ফলে, সি গড় আদবব। যার উচ্চবও প্রেমব পুত্র জন্মে সি আদবব। জগত প্রসবিক। প্রকৃতি আদবর। ডাচ অন্মোন। শক্তি অসম দেশর কামরূপর (?) আ৬ল। চাহ জন্মাবলৈ কামনা হোরা নাছিল। চার চক প্ৰাচুৰ কৈ নহৈভিল।

এতিয়া ঢাকব কামনা জগতৰ ঢাবি পাশৰ পৰা হব লাগিছে। ঢাকর ৮০ বাড়িছে। চক্ষন লগতে অসমৰ নাম জগতৰ ভিতবতে প্রচাব হৈছে। অসমব আদর হৈছে অসম অমূলা হৈছে। অসমর মাটিক আগেয়ে কোনেও চকু মেলি চাও তাই নাছিল। এতিয। কেপাত কবিলেও পাবলৈ নাই। অসমৰ ডবববা শক্তিয়ে, জনন শক্তিয়ে অসমর নাম বঢালে। যি ঠাইত জনন শক্তি নাই তাক কোনে সোধে? যি দেশত কামব রূপ হল, যি দেশব শুক্ষন কামনা প্রকৃতি অনুসাবে স্থূলরূপ হয়; সেই দেশৰ নাম কামরূপ। কামরূপ বহু মুলীয়া হোরাব আদি কাবণ ইয়াৰ জন শক্তি কামরূপত কাম মাতৃক। প্রকৃতি কামনা অনুসাবে রূপ ধাবিনী শক্তি কামাখ্য। দেবী। সহ, বজ, তম, ত্রিকোন বেঙ্গিত কাম বিন্দু। সি দবে কামনা কবো, সেই দৰেই রূপ চয।

পকাতে প্রকৃতিৰ মুবতি, মনোমোহিণী তাচৈতনা হয়, নিজব শক্তিক প্রকৃতিব প্রকৃতি দর্শক পণ্ডিত বিলাকে শিলে মহামাযার শোভা দেখি বিমোহিত হয়। পুজাত নিয়োজিত কবে। কামরূপৰ ভিতবত, ব্রহ্মপুভ্রব মধ্যদেশব কঙ্কাল দেশৰ ওচৰত প্রাকজ্যোতিপুর। পশ্চিমে ভিকোন নীলাচলৰ ওপৰত মনোহর গুচাব ভিতৰত লগনা সরস্বতী বেষ্টিত, ভগরতা প্রকৃতি দেবী ভাগারতী নহলে জগত প্রসর নহয়। কামৰ উদয নহয়। চৈতন্য চেতণ নহয়। শক্তিইহে শক্তির মহিমা বুজে। নিশক্তিয়েই শক্তিব মহিমা শুবুজি শক্তিকে। নাই বোলে। ধনরস্তুই হে ধনধ মহিমা বুক্তি আদব কবে। আকৌ যি ধনক আদব কৰে, ভাবেই তে ধন হয়। সেই দবে সি শক্তিক মানে সেয়েহে শাক্ত। শাক্তৰ ওচবততে শক্তি বর্ত্তমান। যেনে আভাব তেনে শক্তি। যেনে পূজা বলি, স্তর, তেনে শক্তি দেবীর আবির্ভাব। পুজা, বলি, স্তৱৰ হাসেষ্ট দের দেরীব হিধোভাব। তেজেদি পুজা করা, শবীবর সাব বস্তুই দি পুজা কৰা, সাৰ বস্তুক পাবা। তোমাৰ তেজ হন। এতেকে বলি দান, কধিব দান।

কাম

মাতবী কাম, কৰিব লগীয়া কাম, পাচ পবি থাকিলে তাক করা টান। পাচ কৰা কাম মৰা। মনাক লাবিবলৈ বেয়া লাগে। বস্তুত গাত দুখ দিলেহে কৰিব পাৰি। বহুত গাত দুখ সহিলেহে মৰাক জগাব পাৰি। কাম শ্রম কৰি কৰিলে যদি সিল্কি হয়, তেন্তে মৰাক জীয়া কৰা টান নহয়। সাধিলেই সিদ্ধি হয়। মৰ' মবিল বুলি ভাবিলেই মবিল। জীৱাবলৈ মন কৰি সাধন কবিলেই জীয়ে। মনেই, ইচ্ছাই সকলোৰে মূলাধাৰ। ইচ্ছা হলে কৰিব নোৱাৰা কাম কি আছে? কৰিবলৈ এৰি কামক যিমান পাচ পেলাই পরা, নকৰিবা, তিমান কাম মবিন তোমাৰ কামক যদি তুমি নাবিলা, তেন্তে কামৰ লগতে তুমিও মবিলা, জানিবা। কামেইতে মানুহক জীরাই বাখে। কর্ম্ম ত্যাগ কৰিলে সংসাৰ ত্যাগ কৰা যেন হয়। 

নিত্য কর্ম্ম নিতে কবিব লাগে। পাচ পৰা কাম কৰিবলৈ গলেই বলক ক্ষয় কৰিব লাগে। সবকৈ বাতিয়ে দিনে খাটিব লাগে। পাচ পৰা কামে মনক অসুখ দিয়ে। কেতিয়া করিম কেতিয়া পাৰিম বুলি মনত পৰি থাকে। কৰি তুলি এটালেহে মনত ভাল লাগে। পাচ পবা কামে মনক সদায় পাচলৈ টানে। আগ বাঢ়িব নিদিয়ে। চকু পিচলৈহে হয়। স্বাগলৈ নহয়। মনক বন্ধি বাগে। মুক্তি কৰি নিদিয়ে। কৰ্ম্ম করাই মুক্তি, নকথাই সন্ধন। নিতা মুক্তি, যি মানুহে নিতাব কবির লগীয়া কাম নকবে মানে নেবে তার মুক্তি হাততে। বন্ধনক এবোরাইতে মুক্তি, যাব সন্ধন নাই, কম্ম নাই, তাৰ মুক্তিও নাই। মুক্তি দিব পবা বন্ধনৰ পৰা। কম্পেই তে মানুঙ্ক বান্ধে। কৰ্ম্ম নকবি কৰ্ম্ম এবোরা নহয়। বন্ধণত পবা হে। কম্ম কবি, কর্তৃব্য কশ্ম করি হে, কম্মক এবা, বন্ধনক এবোরা, মুক্তি পদ লাভা। সি কাম কৰিব নোরাবা তাক কবিন বুলি সংকা নকবিরা। সংকর কবিলেই কম্মত বন্ধন কলা। কশ্ম নকবা মানে তোমার নিস্তাব নাই। কবিব লগীয়া কথা নাপালাৰ বাবে পাপে পশিব। তোমার পাথ বোধ হলে নিস্তাব আছে, নহলে পাগে তোমাক খাব। তুমি মাশ্বত নাথাকিবা। পচা কাঠব দবে কামত নলগা হবা, অকামিলা করা। করিব পবার চে কাম। কৰিব নোৱাবাৰ কাম নাই, কামকে বিচাৰি নাপাই। নি কৰিব পাবে তাৰ কামৰ অন্তই নাই। বায়েই লগনী। অনন্ত কাম, অনন্ত লক্ষনা।

যি মানুহে কামক কমে বুলি জ্ঞান নকাবে, তাব মানত দন আক দিন মিদ্ধা। ধন স্বাক দনক হেলাতে চেকরাই। নিজৰ কৰিব লগীয়া কাম কবিবলৈ এবি পৰৰ কাম কৰিবলৈ যোৱা, নিজব ধন এবি পবব ধন বিচাবাই সৈতে সমান, বা নিজক মাবি পরক জারাবলৈ যোৱাব দবে। কৰ্ম্ম কবিবলৈ সহজ উপায় বিচৰাই বৃদ্ধিমন্তব কৰ্ম্ম। হোলো নাও এখন বাই নিয়াত বহু মানুহ লাগে। বহু মানুহব বল ক্ষয় কৰিব লাগে। জাহাজ এখন বহি থাকিও বুদ্ধিৰে চলাইছে। ডাঙ্গব নাও চলাবলৈ টান বুলি বহি থকা নাই। চলাইছেহে। কর্ম্মক হেচিব দিয়া নাই। কর্ম্মকছে গেচিন্তে। আমি দুর্বল, আমাক কর্ম্মেও হেছে, অইনেতো হেছেই, সেই দেখি আমাব এনে দশা। আমাৰ নিজৰ কৰ্ম্মেইহে আমাৰ পাপ পুণ্যৰ গৰাকী। যেনে কৰ্ম্ম তেনে ফল। জ্ঞান গুকৰ শৰণ লৈ কৰ্ম্ম কৰিলে একো পাপে নষবে। পাপ প্রেতে চুব নোৱাৰে। আনন্দ স্বরূপ পৰম ব্ৰহ্মকহে লাভ হয়। 

কৰিব লগীয়া কাম কবি এটালে যে কি শুণ বোধ হয়, তাক কৰিব লগীয়া কাম করা মানুহেতে জানে। বক্তি পকা মানুষব, কাম নোহোরা বা নকৰা মানুক্ষর কতো সুখ নাই। যলৈকে যায় তবে পৰ। তাৰ শুখ পলাই।"

ভাব লহরী।

উঃ ইকি ময় কত আছো ই সেই গুৱাহাটী নচষ নেকি? উত্তৰ গুরাহাটা আক গুরাগটীৰ মাকে দি ব্রহ্মপুত্র সিতো হয়ই। কামাখ্যাব, উমানন্দব, অশ্বক্রান্তব, শুক্রেশ্ববব, জনাদনও, মনিকর্ণেন্মবব, উগ্রতাবাব, ছত্রাকাবর, ছিনাচলব দেৱালযৰ পদত ইযাতে মন্দির বিলাকে। ঠিয় দি আছে উবশীশে আছে। বাটে পদুলিয়ে মানুহ, বঙ্গালে কঙ্গালে ভরা। তেও কিয় শন্য বোধ হৈছে। মনত শুদা শুদা লাগিছে। ইয়ার মাশুহ বিলাক কলৈ গল দেখি যোরার এটাকে। নোদেখো দেখোন। কবালৈ পলাল নেকি? এই ঠাইক কিয়, ইয়াব বধ বব মানুহ বিলাকে একে বাবে এবি গল? এই ঠাইক মানুহ থকাতে। কিয় মবা ঠাই যেন বোধ হয়।

ইমান বিলাক মাশুক থকাতো কিয় কিবা নাই যেন, কিবা নাই যেন মনত লাগিছে? যেই পিনেই চাও সেই পিনেই শুরু। মঠ মন্দিববিলাক ভাঙ্গি যাব ধৰিছে। সি বোবব গথাকা নাই। নামঘৰ বিলাক ভাঙ্গি গল। এতিযাৰ মাশুতে তার কথা কবই নোৱাৰে। ভাল ভাল মানুৰ ঘৰ বিলাক শুদা। কতবাভ ঘবেই নাই। কাবাব ভেটীত কোনোবাই ঘব কৰিছে, চৰাঘৰ নাই ববঘব নাই। চিনাকী মানুহ নাই। কি হল কাক সুধিম। সুধিলেও কব নোরাবে। আগব ঘৰ নাই পঙ্গুলি নাই। মানুহবিলাক কলৈ গল এতিয়াৰ লবাহতে বাটে যাওতে কথা সুধিলেও উত্তৰ নিদিয়ে। একোকে নেজানে হবলাই নহলেনো কিয় নামাতে। ইমান অলপ দিনতে ইমান পৰিবৰ্ত্তন। কতু বঙ্গ নাই। সুখ নাই। চাবি পিনে হাহাকাৰ। যি পিনেই দেখা সেই পিনেই শ্মশানৰ নিচিনা। আগৰ মানুহবিলাক দেৱতাব দবে আছিল। এই হাহাকাৰ শুনিব লাগে বুলি, ভুত প্ৰেতৰ উপদ্রব বেঢি হব বুলি তেওঁবিলাক আটায়ে মিলি কোনোবা দেরঠাইলৈ গল হবলা? যি ঠাইত দের তুল্য লোক থাকে, সেই ঠাইয়েই দেরলোক। দেরতা নাই, আনন্দ স্বরূপ ব্ৰহ্মৰ বিৰাজ নাই। সেই দেখি এই ঠাই এতিয়া মৰী ঠাই যেন বোধ হৈছে, মৰী ঠাইত, শ্মশানত যি, থাকিব লাগে সেই বিলাক আছে। ইতবব উপদ্রর আছে। ককুব শৃগালৰ আবার আছে। হুমুনিয়াহ আছে। ভালব কান্দন আছে। শুদা কলত কটূতিহৈ পাবি আছে। অমঙ্গলণ চিন আছে। দৌল দুর্গোৎসবর ভস্ম আছে। স্বাগৰ কাজিনী কওতা নাই। ভালব নাতি পো চখত পবি কান্দি উঠিব নোৱাৰা হৈছে। বৰণ হেৰাইছে। বেয়াই তেও বিলাকক উপহাস কবি গুচ্চিগৈড়ে। সুধি পৃতো কর্বোতা কোনো নাই। বক্তাব ঘৰ বব কুকনৰ ঘন, কলৈ গল। পাতায়া গোসাইব গব, নাতি গোসাই, ন গোসাইব সৰ, স্তৱবায়া বৰুৱাৰ ঘৰ, মজুন্দারব ঘৰ, বব কটকাক ঘৰ, এর দলের ঘব, কলৈ গল। এই বিলাকৰ ঘৰব মহা পুরুষ বিলাক কণৈগল, তেও বিলাকৰ দবে শিয়াল পলাইছিল। সিংহ গল শিয়াল গাহিল। এই শ্মশান ক্ষেণত এতিয়া শিয়ালৰ বাজ্য। ঘৰ, বাবি, বাট, পদলি, মন্দিববিলাকতে ইয়াব চিন। গান গুড়িল, বাজনা গুছিল, ভারন। গুন্তিল, নাট গুছিল, নড়রা গুছিল, নাচনায়াব গুছিল, ওঝাপালা গুছিল, ধুন গুড়িল, পূজা পাবরণ গুছিল, বঙ্গ তামসা গুছিল, সকলো গুছিল।

২৫৯

ইমান অলপ দিনতে ইমান বিলাক গুছিল। গোলাম গুড়িল, বেটা বন্দি গুচিল। বন্ধা লগোরা লিকচৈ গুছিল। কি আছে একো নাই। আক রা কি হয়। ইমান সোনকালে ভাল গুঁড়ি বেয়া চোরা কোনো দেশত নাই। ইয়াত যেনে হৈছে। হবই পাই। কিয়নো ই দেশ সকলো কথাতেই অসম। উঃ! অসমব কি বিদম ভাব। সকলোরে আমাক এবা দিলে। কোন এনে পূর্ণাভিসেক সাধক আছে যে, এই শ্মশানত বহি সাধনা করিব। প্রভো! দয়াময়! অভাবৰ ভাৱনা আৰু কিমান দিন ভাবিম। কিমান দিন কান্দিম। হে শ্মশান বাসিনা! সকলো তোমাৰ ইচ্ছা।

আমি দুর্ব্বলা কিয়।

আমি বহুত শাস্ত্রব অধানে, সেই দেখি আমি ইমান নির্বদলা। নাইবা প্রকৃত শাস্ত্রৰ মৰ্ম্ম মতে নচলো সেই দেখি আমি ইমান নির্ঝলা। আমি শাস্ত্র অশাস্ত্র সকলোৰে অধীন, সেই দেখি আমাৰ ইমান বলহান। প্রকৃত শাস্ত্ৰৰ অধীন হৈ অপ্রকৃতৰ পৰা মুক্তি লভিলেই আমি বলরন্ত। তাকে জানিবা প্রকৃত কি অপ্রকৃত কি বাচি লোৱা জ্ঞানৰ কৰ্ম্ম। শৰীৰত জ্ঞান নহলে, অজ্ঞানে বল কৰে। 

আৰু সেয়ে আমাক দুঃখ দিয়ে। দিনে, বাতি, বাটে, ঘাটে, ঘবে, বাহিৰে অজ্ঞানীৰ চলাচল আচাৰ ব্যৱহাৰ। তাকে দেখি শাস্ত্রব কথা পাহৰি, বা ধৰিব নোৱাৰি অশাস্ত্রীয় আচাৰ ব্যৱহাৰ ধৰা যায়। বুলি বোধ হলেও অভ্যাসব গুণে এবা টান। যি আচাব ব্যৱহাব ধবা, তাক বেয়া এতেকে সি বল কবে।

আক ভাল কবিবলৈ উপদেশ দিয়ে এতিয়া দিনক দিনে দুঃখ হব লাগিছে, বেয়াৰ পৰা যি আমাক শাসন বাগে, সেয়ে আমার শাস্ত্র। পিচে আমাৰ যে শাস্ত্র মতে নচলাই ঘাই কাৰণ। শাস্ত্রব বাহিবে অশাস্ত্রব মতে চলাই আমাৰ বল হীনৰ কাৰণ। আমাৰ দুখৰ কাবণ। বা আমাৰ মুর্গত। দোষত সেয়ে যে কয় তাকে শাস্ত্র বুলি মানিব লগা তোৱাত ভাল বেয়া বার্টি লবলৈ অসমর্থ হোরাত সংসাবব যাত্রাত খালে জ্বলে পৰি দুঃখ পাও। আমার প্রকৃত কৰ্ম্ম কবিবলৈ বল ভাঙ্গে বা আজবি নেপাও. আমি দিনব ভিতবত কেতিয়াবা চিন্দু, কেতিয়ানা মুচলমান, কেতিয়াবা গৃহা, কেতিয়াবা সন্ন্যাসা। এক শাস্ত্র মতে চলিবলৈ আমাৰ সাধ্য গুঢিছে বহু শাস্ত্রই আমাক শাসন করিছে। বক্ত কথাই আমাক শাসন কৰি আমার কোনো পিনে উপায় নাই। সি পিনে সেই পিনেই বন্ধন। এই বিলাকেই আমার কর্ম্ম বন্ধন।

প্রকৃত কৰ্ম্ম আচবি মুক্তি লভিবলৈ এই বন্ধন বিলাকৰ বাবেই নোরাবি। যি মহা পুরুষে এই কৰ্ম্ম বন্ধন বিলাক এবাইছে। সংসাবব কেল কেলিগৈ কাণ কৰা নাই তেওঁ প্রকৃত কৰ্ম্মত এক মতে ভক্তি ভাবব বাবে মুক্তি পাইছে। কর্ম্মক নকৰি মুক্তি বাঞ্চিলে মুক্তিক নাপাই। অপ্রকত কর্ম্মব বন্ধন এবাই ঈশ্বৰৰ কৰ্ম্মত মতি কৰাই মুক্তি। আমি বহুত বাধাৰ অধীন হৈ থকাৰ বাবেই আমাৰ এনে দুৰ্দ্দশ্য। বাধাই কলঙ্ক ভয়ব বন্ধন এবিয়ে। এক মনে কৃষ্ণক ভজিলে। সেই দেখি কৃষ্ণৰ প্রকৃতি বাধা। কৃষ্ণে শত সহস্র গোপীব বন্ধন এবাৰ পাৰিছিল। সেই দেখি কৃষ্ণ ঈশ্বৰ। দ্রৌপদীয়ে সত্যৰ অৰ্থে লাজৰ বন্ধন এৰি পাচ পতি ভজিছিল। সেই দেখি তেওঁ সতী। সীতাই সংসাৰৰ বাজ সুখব বন্ধন এবিও স্বামীৰ সহবাস কৰিছিল। সেই দেখি তেও সতী। অর্জুনে মোহ শাস্ত্ৰৰ বন্ধন এৰি যুদ্ধত জয় লভিছিল সেই দেখি তেওঁ মহাবীৰ আৰু কৃষ্ণৰ সখা। কৃষ্ণে প্রভাস যজ্ঞত বাজ বন্ধন এবিও দুখায়া আতুৰ গোপীবিলাকক দুৱাৰত আহি দেখা দিছে, সেই দেখি কৃষ্ণ প্রকৃত ৰাজা। সকলোতে আছে আৰু একোতে নাই। সেইয়ে সংসাবত প্রকৃত পুরুষ। যি যত আছে, তাৰ নামিব বা উঠিব নোৱাৰে সি মুর্ণ। যাক এটা বন্ধনেই বান্ধিছে সি নির্ব্বলী। শত বন্ধনেও যাক বান্ধিব পৰা নাই তেও মহা পুরুষ। তেও বিশ্ব প্রেমিক। তেওঁয়েই প্রকৃত শাস্ত্রর অধান। তেও যেই মহাবীৰ। তেও জগতকে জয় কবিব পাবিছে।

মা কামাখ্যা! মা ষোডশী! মা বাজেশ্ববা! তোমার মহিমা বাজাই বুজে। শক্তিহীন প্রজাই কি বুজিব তুমি বাজাব ঈশ্ববা বাঙ্গ গৃহ ব্যসিনা। তোমাৰ মহিমা সুবগ বজাই বুজিছিল। তোমার মহিমা বারণে বুজিছিল। তোমাৰ মতিমা বামচন্দ্রে বুজিছিল'। বাবাচাবা পঞ্চচাবায়েও তোমাৰ মচিমা বুজে। দম্মবীব বাজবীবতকৈও বাব। বামচন্দ্র যেনে বাজবাৰ আছিল, তেনে ধম্মবাবো আছিল। সেই দেখি বারণ বজান গৃহলক্ষণাতৈও বামচন্দ্রব সহ গুণত বশ কলা। বারণ বজ। বঙ্গো গুণত শ্রেষ্ঠ আছিল।

বাজা বামচন্দ্র সৎ, বঙ্গ দুয়ো গুণতে গতুল্যা আছিল। বামচন্দ তমোগুণে। নাইকিয়া নাছিল। বারণর বাশ নাশেই তাব প্রমাণ। তেওব স্থিতি সহ গুণত, প্রকাশ বজো গুণত, প্রলয় তমো গুণত। ব্যঙ্গ। বামচন্দ্র চেন মভাবাবে যেনে তোমাক বুজিছিল, তুমি তেওক তেনে বব দিছিল। বুজিব নোৱাৰিলে পূজিব নোরাবিলে আমি তোমার বব কেনেকৈ পাম। আমার নাইনে নাই একোয়ে নাই, ভার নাই, ভক্তি নাই, সত প্রিযতা নাই, আচার নাই। মাঙ্গলা বস্তুলৈ আদব নাই। কিয়েদি তোমাক পুজিম আমার বঙ্গ নাই, তেজ নাই, সেই দেখি আমার প্রকাশ নাই। আমাশ এতিয়া সকলো পিনে নাশব ভার। আমি তমো ভাবাপন্ন, আমাৰ ভাৱ এতিয়া ঢেটা আন্ধার। মুর্ণতা দাবিদ্রতাই আমাক আন্ধাৰত পেলাই চেঁচা কবি বাখিতে। আৰু তোমাৰ সাধক বিলাকে আমাক উঠিব নিদিয়ে। উঠিব নোরাবাকৈ দিনক দিনে বান্ধিব লাগিছে। আমি আহ্মাবত থকাৰ বাবে চণ্ডার আখব নমনো। ভাব শুরক্তো। তোমার ভার লালা আমাৰ মনত নেখেলাই। মন চলিলর গতিকে তোমাৰ ভাৱক ধবি বাখিব নোৱাৰে।। বল অলপ হলে তাক অনিযম কবি অকশুঁত ক্ষয় কর্বে।। কর্ম্মত বলক লগাবলৈ বলক নাচাওঁ।

আমাৰ ধনবে। সঞ্চয় নাই বলবো সঞ্চয় নাই। খৰচৰ অভ্যাসত পৰি সমূলি মৰিলো। আয় নাই বায় দণ্ড স্বরূপ হৈছে। দেবীক পূজিবলৈ বল নাবাঞ্চে।। প্রেতিনীক পুজোতেই বল যায়। ইষ্টদেরতাক মুপূঞ্জি অনিষ্টকৰি দেৱতাক পূজিবলৈ যাও। আমাৰ ইষ্ট অনিষ্টৰ বোধ নাই। অনিষ্টৰ উৎপাতত নিজৰ কৰ্ম্ম কৰিবলৈ আজবি নাই। বাজ ৰাজেশ্বৰাৰ পূজাৰ কৰ্ম্ম কৰিম কেতিয়া। তেওঁৰ ডাকিণী যোগিণী ভূত প্রেত বিলাকেই তত নিদিয়ে। আমাৰ ইন্দ্রিয় বিলাকক বিকল কৰি বাখে। আমি যেনে সক তেনে সক আমাৰ লগ। ডাঙ্গৰ কলেজে ডাঙ্গব লগ পাম। নহৈ ডাঙ্গৰক পূজিবলৈ ডাঙ্গৰ হবলৈকে। যতন নাই। ইচ্ছা নাই। ডাঙ্গৰ গলে বিপদত পৰিব লাগে। ৰাজা নহৈ বাজ বাজেশ্বৰক পূজিবলৈ গলে বং নাই। সক মানুহে ডান্সবক পোহ দিবলৈ গলে কেনে টান। সৰুৰ সুখ নহব তাত দুঃখতে হয। আমি বঙ্গ-গুণে প্রকাশ হলেহে মা তোমাক পূজিবলৈ সমর্থ হুম। তেতিয়াহে তোমাৰ মতিমা বুজিম। তোমাক বুজিম। এতিয়া তোমাক পূজিবলৈ আমার সাধ্য হোৱা নাই। আগেযে সাধনা লাগে। তেহে তোমাৰ পূজাৰ সিদ্ধি চব। তুমি সামান্তাব দেবা নহয়। তুমি বাজ বাজেশ্ববী, সামান্তহৈ তোমাক পুজা করা, তোমাক লাঞ্ছনা কথা সমান। সামান্য হৈ তোমাক পূজি সুথ নাপালে তোমাততে দায় পও। ই আমার বর মর্ণালি। মুর্খ দোষ দুৰ কৰিলেই তেওঁক দেখা পোৱা যাব।

সত্যবীৰ ধৰ্ম্মবীব হলেই তেও আমার পুজা গ্রহণ কৰিব। সভা সঞ্চতকৈও সক। নাইরা ডাঙ্গৰতকৈও ডাঙ্গব। সতাব আরবণ সর্প। সত্যক উদ্ধাটন কৰিবলৈ যোৱা, সর্পে খাব। সত্য বাবব মগ্ন। বাব নচলে সতাক পালা টান। সত্য ষোড়শী বাজ বালা। বাব ববেইছে এওঁব পতি। সভাব বহুত শত্রু। সতা স্বর্ণ স্বরূপ। বীবেইহে মানুহক দেখুৱাই সতা স্বরূণ স্বর্ণ কঙ্কণ ধাবণ কৰিবলৈ, অইনৰ সাধ্য কি? সত্য সুন্দবা কণ্ঠ্যা সর্পব আবরণ নচলে অম্ভবব আক্রমনৰ পবা বক্ষা কৰা টান। বীব নচলে এই সুন্দৰী কণ্যাক পৰৰ অত্যাচাৰৰ পৰা বৃক্ষ। কথা টান। সতা দুর্গারূপা। এনেতেন মূর্ত্তিণ নিমিত্তে সকলোকে লাগে যদি এৰিব, বীৰ নহলে একোকে এৰিব নালাগে। [বীবব গাত একোরে বিন্ধিব নোরাবে, সত্যক পালিব খোজা, বাব হোরা, নাইবা মহাদেৱৰ দবে বারার্জী হোরা। সতা সীতাৰ স্বামী ৰামচন্দ্ৰইছে। বামচন্দ্র কেনে বীৰ তাৰ পৰীক্ষা কৰ্ত্তা বারণ। দুৰ্গাৰ ভৰ্ত্তা কালকুট ভক্ষণ কাবী মহাদের। লক্ষমীৰ পতি গৰুড় আৰোহী বিষ্ণু। ৰাধাৰ পতি কংস মদনকাৰী কৃষ্ণ।

আমাৰ সম্পদ।

আমি ধন সম্পত্তিৰ অধিকাৰী নহয়। আমি ধন সম্পত্তিৰ যোগ্য লোক নহয়। পূণ্য ভূমি ভাৰতবৰ্ষৰ অতুল বিভৱ আমাৰ নহয়। ধান ধন যেনে অচেতন বস্তু আমিও এই ভাৰতবৰ্ষৰ অচেতন বস্তু ক্লাস। ইয়াৰ ধন ধানৰ যেয়ে অধিকাৰী আমাৰো তেও যেই অধিকারী। যদিও আমি কেতিয়াবা ইযাব বিভৱৰ অধিকারী আছিলো। কিন্তু সেই অধিকাৰা পদব পৰা গুছিবব, পঠিত ভবব বহুদিন হল। অধিকাবী পদত পাকিলে যি বিলাক গুণ অলঙ্কাৰ আমাৰ থাকিব লাগে সেই বিলাক আমি ভাবোরাবর বক্ত দিন গুল। এতিযাও আমাণ সি এফেবা অমূল্য বস্তু আছে আমি তাবো মোল নাজানো। তাক কোনেকৈ ব্যবহার কবিন লাগে তাক নাজানো। সেই দেখি সিয়ে। লাকে লাভে টুটি যাব ধবিচে। সিযো আমার পবা মনে মনে পবব হাতলৈ নাব সবিছে। যেতিয়া আমাব সি অলপ সম্পাও গাড়ে সোয়া মনে মনে গৈ আমাক একেবাবে রায়ট। কবিব, আমি বিহর যোগ। তাকে কবিব, তেতিযাও আমার হত চাপে নেচাপে ঠিকনা নাই, তত নাচাপিবর গানে। কিয়নো গামি পতিত যগে যাবলৈ ধবিড়ো। তই চাপি উজান মুখে মুখ পবা করো ব বিলো ক্ষয়। উঙ্গান মণে মুগ নিবাবব ইচ্ছা নাই। নাম মুখে ভাব বা ৮ দেখিয়েই বোধ নাইরিয়া গুনেই মোহ গৈ আৰু দ মুখে পতিত মুখে বার ধরিছে।। আমার আান আন যোর। বস্তুর কথাকে নকও এতিযা নি আছে ভাবে কাবা বে এটা বি কামিলা বস্ত আমি তার ভূনাপাও। কালে কালকৈ যেতিয়া আমাক কিলাই তেতিয়া অ্যাপ ৩৪ চাপে। আমি মুর্গ। আমার ভুত ভবিষ্যত জ্ঞান নাই। কাল নিত্য বুলি জানি আমিও নিত্য বুলি ভাব্যে। আমি যে অনিতা, কালব বরাহে যে কেতিয়া আমালৈ কি ডৰাই আনি, কালেক্ট আমালৈ অকাল হৈ উঠে, নিজব পাল মন্ত্রি দবি গায়ে ঠিকনা নায়। এতেকে কাল থাকো।, এই কাম করি এটাব লাগে। ভাবতবদব পবিত্র স্থানব নদ, নদা, হৃদব পবিত্রতাব মহিমা মুবুজে।। সেই বিলাকক চেসন্ধান করায় আমার দুর্গতি মিলিছে। পবিন চিন্দ শাস্তক হেয় করিডো। কাঞ্চনক এবি কাচ লৈছো। সেই দেখি দুখায়। হৈছো। আমার দলপতি ব্রাহ্মণস, দেবতাব আজ্ঞা অরহেলা কবি পবৰ হাতত ধবা পরি দাস হৈছো।

গৰব ভাত পৰে খাইচে। আমি গণ্ডি খাইছো। পেটব ভোকত আঙুব তৈ পৰিছো। যেয়ে যি কবিবলৈ দিছে তাকে কবি কাল চেকরাইডে।। নিম্নব কাল এফেৰিও নোহোরাত পরিছে। নিজব উপাক্স দেরভাব যাব চিন্তিদব কাল নাইকিযাত পৰিছে। এইদবে বঙ্গত কাল চেকরাই এতিযা কালৰ হাতত পবিষ্ঠোহি। এতিয। কালে ধবি কিলই ব' চাই কোনে? আমাব পূর্ব পুরুষব পবিত্র স্থান বিলাকক হেযজ্ঞান কথাত সেই বিলাক আমালোকৰ পৰা যাব ধৰিছে, আমি অপবিত্র হৈ পতিত হৈ ভূত প্রেত তুল্য তৈ ভূত প্রেত সকা ঠাইৰ নিবাসী হৈছোঁ। পবিত্র গানৰ গবাকী আমি নাই, আন হৈছে। আমি এই বিলাকক হেলাতে হেৰুৱালে।। পূর্ব-পুরুষ বিলাকে আমার গতি মতি দেখি আমাৰ দুখ হওক বুলি শাপিলে। আমাৰ কৰ্ম্মৰ ফল আমি এতিয়া ভুঞ্জিব ধৰিছো। যেনে কৰ্ম্ম তেনে ফল। এতিয়াৰ মানুহৰ দুঃখ হাহাকাবেই কৰ্ম্ম ফলৰ পৰিচয়। এয়ে কি হৈছে। আৰু হবলৈ আছে। আগেয়ে মাপুকয় কৰ্ম্মও ডাঙ্গৰীযাব আছিল। আহিলা পাতিও ডাঙ্গৰীয়াৰ আছিল। এতিয়া আমি নাম ডাঙ্গবায়াতেই উফন্দি পৰে।। এজনে আমাক এতিয়া ডাঙ্গৰীয়া বুলি মাতিলেই আমাৰ গা চাবিগন পাচখন কবে। ইপিনে আকৌ পূর্ণবব ডাঙ্গবায়াবিলাকৰ আহিল। পাতিক, যি বিলাক বস্তু বিষয়লৈ তেও বিলাক আনত কৈ ডাঙ্গর হৈছিল, ডান্সবায়া হৈছিল সেই বিলাকক ঘিনাও। এতিয়া নিজৰ দণ্ড ছত্র নিজর হাতে ধবিয়েই ডাঙ্গবায়া, দেওয়া। এতিযা আমাৰ বৃদ্ধিৰ আয়তন সক। সেই দেখি আমাৰ বস্তু দ্রব্যৰ ভবালে। সক। লগৰ লিগিবা লগোরাও নাইকিয়া। আমি এতিষ। জ্ঞান স্বরূপ দেরতাব স্বর্গব পতিত।

দেৱালয়ৰ পৰা প্রেতালয়ত পতিত। কাঞ্চণৰ পৰা কাচত পতিত। সর্বন- এই যে শ্রুতি স্মৃতিব বাক। এই শ্রর্ণত স্মৃতি পুবাণ তন্তব পবা পতিত। পুণ্য ভূমিব পবা পতিত। পুণ্য ভূমিব ধন সম্পত্তির পবা পতিত। জন্মভূমিব পূর্বর পুকম বিলাকৰ ভাল পোরাব পবা পতিত। সুখ হাহাকাবত পতিত। পবিত্র বাবিধিব পৰা জঠবালয়ত পতিত। প্ৰকাৰ সুখৰ পৰা সনদ প্রকাৰ দুখত পতিত। যে পুৰণা পুৰাণৰ অপুর কাহিনী, এই যে পবিত্র পথম শিৱৰ আত্মাৰ তত্ত্ব বাকা। এই যে পতিত জনব নিজব দোষ জ্ঞাপক বাক্য। এয়ে পতিত জনৰ প্রায়শ্চিত্তর মূল সূত্র। এই শ্রুতি স্মৃতি পুৰাণ তম্ভব মন্ত্রক হৃদয়ত অতল অচল ৰূপে ধবি, সংসাৰৰ মায়া মোহক পিঠি দি থাকিলেই পতিত, আনব পবা, উঠিবলৈ শকতি হল। দেৱতাৰ কৃপা হব। পূর্ব মহাপুরুষ বিলাকৰ কৃপা হব।

গুক সেরা।

যাৰ লঘু গুৰুৰ বিবেচনা নাই। যাৰ লঘু কি গুক কি বোধ নাই। বি ভাল বেয়া নাজানে। তাৰ গুক সেরা কি? জ্ঞান হৈ গুক সেরা নহলে জনম বৃথা। তাৰ এই মানব জনমত একো উন্নতি শ্রীবৃদ্ধি নাই। যি জনে জ্ঞানব আদেশত গুৰুৰ পদত শিৰ বিকিছে, সি আনৰ পদ সেরা কৰিব নোৱাৰে। গুকৰ আশ্রয় নহলে এই সংসাৰত মবণ। পানাত উটি অহা কাঠব দবে সোভব ঠেলাত ভাঙি ফুৰিব লাগে। গুকক নভজা জন মবা। সি পরব দাস। দাস হৈ যাক সেরা কৰা যায়, তাকে গুরু বুলি নামানিলে তাৰ এই সংসাবত উদ্ধাব নাই। এজনক সেরা কবি আৰু এজন সেরিবলৈ গলেই চযোবো খঙ্গত পবা যায়। তাব কোনো পিনেই গতি নহয়। জনের গুকত যি শবণ লৈছে সেই গুরুক একান্ত মনে সেরা কবিলেই মুক্তি, সুখ, আনন্দ, বহ্মানন্দ। তাব একোতে অশুখ অহিব মোরাবে। আত্মজ্ঞান যাব গুরু যাব এই গুরুত অচণে ভক্তি তাব আপদ কত? গুকক এবি নায়ক ভজিলেট পাপ, দুখ, মবণ। গুরুক দেখিবর অর্থে দিনে বাতি জানব অদণ্ড প্রদাপ জলাষ্ট বাখিব লাগে। গুরু চিন্তা, গুক সেরা, নিঙ্গ কল্ম। এই কর্ম্ম কবিবর আগে নিরুন স্থান লাগে। যি গুরু ভক্তিব সোৱাদ বুজিছে সেয়ে নিঘন ঠাই বিচাবে।

যি কনব গুকজ্ঞান নাই, যি জনে গুক পদব মশ্চিমা বৃন্ধ নাই সি নিওন পাব, পবিত্র গলব কি সোরাদ বুজিব। জ্ঞানা গুনে গুরুর আদেশ শুনিবলৈকে, গুক সেরা কবিবলৈকে পরিষ নির্গুন গল বিচাৰি লয়। গুরু সেরা কবি, গুরুব আদেশ শুনি, আদেশৰ দবে আচবিবলৈ বাবব দবে চলে। বিহুৰ বাবে বার। গুকব আাদেশ আচবিবলৈ বাব। যাব জ্ঞান গুরুত অচলা ভক্তি তেও গুকৰ নাপালি পাকিবচ নোবাবে। যি জনে গুরুক অরচেলা কবি লমুক লসব সবগোবে পাবে চাবে। নদু সেৱা কৰিছে সি লঘুক পাইছে, লঘু হৈছে। তুলাপাততকৈও পাতল। গুক হিমালয়ৰ দবে অটল, গম্ভাব, বাব, মহান। প্রকৃতে গুরুক যি ভজিছে, সি অবশ্যই মহান কব। সি যাক ভাবে সি সেই দবেই হয়। সকক ভাবা সক হবা, ডান্সবক ভাবা ডান্সব চদা। আমার মান্ডাতে নাম মাস গুরু সেরা কবে। প্রকৃত গুক সেরা জনা চলে আমার এনে দশ্য নহল হয়। প্রকৃত গুরু সেরা কৰিবলৈ আমার মতি নাই। অলপ আজবি বা উপায় নাই। সংসাবব দাস, আমি নাম মাত্র গুরু সেরাত তুষ্ট। অলপ মতি হলেও দাস হোৱাৰ বাবে সমাজব দাস, কুসংস্কাৰব দাস। পোটব দায়ত পরা আনব দাস। দাসব আকৌ গুক সেরা কি? যাব দাস সেয়ে গুরু। দাসব ভিন্ন গুরু আক নাই। দাস হৈছো, সকলো ধৰ্ম্মকে পরিত্যাগ কবি যাৰ দাস কৈছো, এক মনে তেওঁব শৰণ লোৱা, বা দাস বৃত্তি এবি, সংসাৰব সর্বব ধৰ্ম্ম এবি, এক মনে জ্ঞান গুরুব শরণ লোরা। ব্রহ্মত শবণ লোরা, ব্রাহ্মণ হোরা। এক দের এক সের এক বিনে নাই কের। ব্রাহ্মণো নহয় দাসো নহয়। এইখন লুণ্ড ভণ্ডব আরণ্যক কি? এক হোরা, এক পদ গোর।। তেকে আগ বাঢ়িব পৰিবা। আগ বাঢ়িব নোৱাৰিলেই পিচুরাই যাব লাগিব। সংসাবত একভাবে থাকিবৰ নিয়ম নহয়। নিতা নতুন চোরাই সংসাবৰ ধৰ্ম্ম। নিত্য পবিবর্ত্তন এই সংসাবব কশ্ম। হয় উন্নতি, নহয় অধোগতি। এই সংসাবত এক ভাবেই একো বস্তুই নাথাকে।

পৰিমাণে দাস যদি প্রস্তুৰ মনত যা হব পৰৰ চাকৰা কৰি আমি যিমান পরিমাণে ব্রাহ্মণ হৈ থাকিবলৈ গুজিম তিমান হোরা, দাসহ কর্ম্মত এটা হব। দাসও কর্ম্মত ত্রুটি হলেই তোমার উন্নতি নচয়। যি চাকরী করে সি আকৌ ব্রাহ্ম!! ব্রাহ্মণ বা ব্রাহ্ম বুলি, নিজক পরিচয দিলে ব্রাহ্মণ বা ব্রাগা শব্দব অর্থব ব্যতিক্রম করা হয়। বি দাস সি সাহ্মণ হব নোরাবে। প্রকৃতিষ বিকৃতি মাপোন। ব্রাহ্মণ কেৱল পৰম জান, পৰম গুরুর অধান আন কাবে। গধান হব নোৱাবে।

প্রভু আাক ভৃত্য।

এই পৃথিবীত অনাদি অনন্ত কালৰ পণ্য প্রভু থাক ২৩০ শক্তিব প্রচেভাদ চলি আহিছে। তাইন ধম্মত প্রঙ্গ আক ভূতা ভিন্ন পবিবাৰ ভুক্ত, ভয়, পান্তে প্রভু ভৃত্যৰ লগত মিহলি তৈ যাই। উদাব চিন্দুব প্রভু ভৃত্য এক পৰিবাব ভুক্ত। ব্রাহ্মণ ক্ষত্রিয় বৈশ্য শুদ্র হিন্দু জাতিব এক অঙ্গ। হিন্দুব প্রভুব ভাগ্য ইমান মহান যে ভৃত্যৰ লগত মিহলি তোরাত ভূতাৰ লগত কথাবাত্তা কোরাত এক পবিবাৰব মানুহৰ দৰে ব্যৱহাৰ কৰাত, ঘৃণা বোধ নকৰে। হিন্দুব প্রভু ওখতকৈও ওখ আৰু সৰুতকৈও সক। মহততকৈও মহত। আক অণুতকৈও অণু। ডাঙ্গৰৰ লগত কেনেকৈ বারহাব কবিব লাগে আৰু সকৰ লগত কেনেকৈ ব্যৱহাৰ কৰিব লাগে দুয়োকো ভালকৈ জানে। হিন্দুব প্রভু একেবাৰে উচ্চস্থানীয়।

ব্রাহ্মণৰ লবা ব্রাহ্মণ। ক্ষত্রিয়ৰ লৰা ক্ষত্রিয়। ডাঙ্গৰীয়াৰ লবা ডাঙ্গৰীয়া। বিষয়াৰ লৰা বিষয়া। মানীৰ লৰা মাননীয়। আজিকালি আগতকৈও যদিও উদাব ভার চলিছে, আজি কালিব ভারক যদিও উদাব ভার বোলে, কিন্তু কাৰ্য্যত উদাব ভার নহয়। আজি কালি এজন সামান্য যাৰ পিতা প্রপিতামহ সামান্য শ্রেণীভুক্ত সি যদি গ্রহগুণে ডাঙ্গৰ বিষয় পায়, তেন্তে সি বৰতকৈও বৰ হয়। পৃথিবীত ভৰিকে নিদিয়ে। সকলোকে সামান্য জ্ঞান কৰে। যাৰ তাৰ লগত কথা একাথাৰ কালেও যেন আপোনার ডাম্ববঙ্গ ভাঙ্গে এনে ভারে। এই শ্রেণীব মানুহেও আকৌ আজি কালি কালর গতিকে উদাব ভার প্রতিপোসক, উদাব ভাষালম্বা।

ব্রাহ্মণ বৈশ্য দলনকাবা, একাকার করণকাবা, ইপিনে নিজে সকলোতকৈও ওপৰ ঢকুরা। আপোনাৰ মান বৃদ্ধিব আশয়ে পবব আওম্মর মান হানি কারক। স্বত্তিব আদিবে পবা যাৰ মান চলি আগিছে। বি প্রভূবন্ত প্রড়। সেই প্রড়ব মান আজি কালি অলপ রন্ধিব পদ দলিত। হে প্রভু চা বিধাতা! আছি সেরক। সেই প্রভৃরে আজি কালি পেত্র ছালাত কি নকবিচে। যার ৭০০ বশর পরা সংসাবত মান চলি আঙ্গিড়ে তাণ মান বা সি স সাবত নেতা তোরা, গ্যাপ দিনব 'বা এক পুরুধীযা মানিত সহজ। সহজ পথ পবি ত্যাগ কবি কঠিন শ্রম সাধ্য গগ অৱলম্বন কৰা মুর্গব কাথ। হে সেবকবৃন্দ। সি প্রভাবে গেমালোকক এক পরিবার এক অঙ্গভুক্ত জ্ঞান কবে, সি আদবণায়নে, বি প্রভুত্রে গেমাণোকর লগত শেমালোক ভাঙ্গবহৈও কাল ধম্ম বশত, সেরক পদ অবলম্বা গুলে বা করথৈ সনা কবে, সেও প্রভু আদরণায়। যাক বহুদিনব পৰা মান কবি সাহিল, যাক তোমার উপৰি মহাপুরুষ বিলাকে মান কবি আচিড়ে, তাক অলপ দোষব বাবে অপমান কবিবলৈ আগ বঢ়া অজ্ঞানব কৰ্ম্ম। গ্রড় সেরকক একে প-িযান ভাবিয়েই নাব গল। নিজে সেবক শ্রেণীভূক্ত জন্ম। প্রভব বশব মহাপকষ বিয়াক মবি গৈ প্রভু সেরকর ভিন নোােরাও পবিল গ্রন্থ সেবক একাকার কথা। নো নাতি শুন্য চৈ নস্ট হল। সংসাব প্রন্ট চল। জাতি শক্তির প্রাসর পূলত শুক্তাতি শক্তির প্রতাপ প্রতিষ্ঠিত জন। প্রভু ভুতার শক্তি এতিয়া স্বাগতকে দৃঢ়রূপে ভিন্নকৃত হল। এতিয়া সেরকর সেবক হৈও বদ। নায়। কি সক। কি ব্রাহ্মণ তি শুদ্র। তনু বক্ষাত পৰিছে। এতিয়া যদিও সকরে আগত বৈ অলপ ভাল চোরা বুলি ভাবিছে কিন্তু কিছুদিন অন্তৰে ইণ্ডগিনি ভাল নাপাকির। অঙ্গগেব সর্পে তোমাৰ সুখক লাহে লাতে গিলির সবিছে। স্বাগতকৈ এতিয। কিমান দুঃখ করা ভাবি দেখা চোন? সভা মহোৎসব দেখিবর আজবি আছেনে ? ভাবি দেখা চোন। কি মুনিও কি তিবোন্ন। সবঘোণে দিন ভিক্ষা

এই দবে শুথ চরুক বাকরে একেবাবে গ্রাস কবি একেবাবে সসাব আন্ধাব কৰি পেলাব। সকলোরে সুখব অভারত, দুখব এহ্মাবত, ভূত প্রেতব দবে হব। দেব ভাব একেবাৰে নোহোৱা হব। সকলোৱে পৰব নিতে ভবি ধরালে তোমাৰ নিতব চাউল কঠা মুকলি হব। হে প্রভু সকল! প্রভুষ ভাব কি ভৃত্যৰ ভাৱ কি ভাবি দেখা। নিজৰ ভাব পবৰ ভাবত মজি নাপাহবিবা। নিজব সামা এবি নিদিবা। নেতাহৈ নিজব নীতি প্রাণ গলেও নেৰিবা। স্বধর্ম্মে নিধনো শ্রেয়, তেওঁ পৰৰ বৰ্ম্ম ভয়াবহ। অলপ সুখব অর্থে পৰৰ ধৰ্ম্ম নলব।। নিজে কিমান ওখ আসনত ঠাই পাইছা ভাবি দেখা। পৰে মায়া কৰি তোমাক সেই ওখ ঠাইৰ পৰা নমাই আনিবলৈ যতন কবে, কিন্তু তুমি জ্ঞান বলে সেই মায়া জাল চেদন করা। নিজৰ ধৰ্ম্ম বক্ষা কৰা। নিতে প্রভুভার বক্ষা কৰি ফুৰিবা। তেহে সকলোৰে মাক্স হৈ থাকিবা। প্রভৃৰ ধৰ্ম্ম মহান ধৰ্ম্ম। সেই মহান ধৰ্ম্ম কিরূপে আচৰিলে বক্ষা হয় তাক শিক্ষা করা।

পব ধৰ্ম্ম।

পৰৰ বশ চলেই পৰৰ বাটে দি যাব লাগে। নিজব বাটে দি যাবৰ উপায় আৰু অৱসব নাই। পৰৰ বাটে দি গলেই তুমি নাকিবিন্ধামহ। পবব বাটে দি গলেই পৰৰ কথা শুনিব লাগে। পৰৰ কথা শুনি শুনি যাব কাণ কলা হৈছে, যি জনে পৰব কথাক জ্ঞান নকবে সিয়ো মানুহনে? তাবো গাত কিবা তত আছে নে? নিজৰ বাট'কাটি লবলৈ যাৰ সমর্থ নাই, নিজব বাটে দি অহা যোৱা কৰাত যি অকলসৰায়া বুলি জানে, গাত বল নোহোরা বুলি লগ নোহোৱা বুলি জানে, তাব গাত আৰু মনত মুঠে বল নাই। আমি পবব হাতত পুতলা। পুতলা কিবা তত থকা বস্তু নে? যাব তত নাই তাৰ লাজেই বা কি? লাজ নোহোৱাৰ জ্ঞান কত? আমি পৰব হৈ কৰিব নেবে! মানে আমাৰ ইস্ট দেৱতাৰ পূজা কৰা নহয়। পৰৰ ইষ্ট দেৱতাব পূজাৰ নিমিত্তে আয়োজন কৰি দিয়াতেই আমাৰ দিন যায়। আমাৰ ইস্ট দেৱতাক পূক্তিম আৰু কেতিয়া? দাসবো ইস্ট দেরতা আছে নে! দাসৰ ইষ্ট দেৱতা প্রভু। যেতিয়ালৈকে তোমাৰ আত্মজ্ঞান ইষ্ট দেৱতাৰ শবণ নলয়, তেতিয়ালৈকে তোমাৰ মঙ্গল নাই। দাসৰ আত্মা নাই। দাস জন্তু স্বরূপ। যেতিয়া খাবৰ সময় নাই, শুবৰ সময় নাই, বন্ধু বান্ধবৰ লগত কথা বার্তা কবৰ সময় নাই, তোমাৰ দেৱতাৰ পূজাৰ সময় নাই, যেতিয়া তোমার অমূল্য সময় ধনৰ নিমিত্তে পৰৰ তত বেচিছা, তেতিয়া তোমাৰ কি আছে? তুমি দিনে ৰাতি পৰৰ গোলাম। বিমান মানুহে মূলত পঢ়িছে, তিমানে মানুহ চাকৰিৰ লুভীয়া হৈছে। চাকৰি নহলে ভাল নলগাত পৰিছে। ইয়াকো পড়া বোলেনে? ইয়াকো জ্ঞান অর্ডা বোলেনে? নিজৰ হাতে কৰি খাবলৈ এবি, পৰৰ ঘৰত চাকৰি কৰিবলৈ শিকাই যদি আমাৰ শিক্ষাৰ প্ৰকৃত উদ্দেশ্য হয়, তেন্তে এনে শিক্ষা আমাক নালাগে। 

আৰু ঢাকৰি কৰিম বুলি শিক্ষা করাও অধমব কৰ্ম্ম। পৰৰ মায়া জালত বন্ধ নাই নিজ ইস্ট দেরতাক চিন্তাই আমাব প্রকৃত কৰ্ম্ম। আমার ইস্ট-দেৱতাক আমি কত- বাতেই এবিলোঁ। আমাৰ কি ইস্ট কি অনিষ্ট বিচাবিববা চিন্তিত্ব আজৰি নোচোৱাত পবিল। এতিয়া দাস চোরাই ইস্ট কচ্ছু হৈছে। এতিয়া ব্রাহ্মণেই দাস গুল। শূদ্রে দাস বুনিবলৈ ঘিণ কবে, কি ঘিণর কথা। এতিয়া ঘোর কলি কাল। জ্ঞান অজ্ঞানব ভেদাভেদ নাই। ভাল বেষাব বিচাব নাই। জাতি অাতির বোধ নাই। আত্মা পৰ জ্ঞান নাই। নিজব হিন্দু জাতিষ শ্রেস্ট পুকষ ব্রাহ্মণৰ দাস কলেই লাজ। অজাতিৰ দাস চলে দাস চোরা নহয়। ডাম্ববায়াব দেত্তত। গেরা। প্রতো! কিনো মুর্গালীয়ে আমাৰ মানুহক চলে। এতিয়া তোমার লবা কত ছোৱালী কত। তিৰোতা কত? পিতা কত, মাতা কত, বন্ধু গান্ধর কর্ত ঠিকনা নাই। বাবুটা সদাই পবৰ হৈ গাটোতেই তোমাৰ দিন যায় তুমি আকৌ ডাঙ্গৰায্য দেওতা? তোমাৰ ডাঙ্গধীয়া হোৱাৰ আহিলা পাতি তোমার লগত আছে নে নটি এবাব ভাবি নোচোরা কিয়? তুমি কিজানি ডাঙ্গবাযাব আতিলা পাতিকেই দেখা নাই। তুমি সকও- কৈও সঞ্চ নহলে তুমি ডান্সবায়া বুলি মাতিলো কিয় দিকি পা? আত্ম জ্ঞান নহলে, স্বাধান চিন্তা নহলে, নিজব চাট দেরতার পূজ্য নহলে, জানময় গুরুব আদেশ, উপদেশ পালন নকৰিলে আমাৰ মহাজন বিলকের বাট নললে, পবন সম্ম ভয় জনক জ্ঞান নহলে, স্বধম্ম নিধন তোরাঁ শ্রেষ্ঠ বুলি জ্ঞান নহলে, আমাৰ কেতিয়াও শ্রীবৃদ্ধি নহয়। আমি এতিয়া লক্ষণান্তাৰ।। লক্ষমা ছাব দিলে যি হব লাগে আমাৰ সেযে হৈছে। আজি গালে কালি খাবলৈ নাই। হাতাকাবেই আমাৰ এতিয়া হবিব নাম ঘবত লক্ষী পাকিলেতে চবিব নাম মুখেদি ওলান। লক্ষা যত হৰি তত, আনন্দ তত।

তোমাৰ আনন্দ কৰিবলৈ কি আছে? অলপ মান চিন্তা কবি দেখাচোন। বান্দী গোলাম মুক্ত কৰিলে কিন্তু এতিয়। আমি আমার বান্দি গোলামত কৈ বান্দি গোলাম হলো। অধম হলো। নকবিলেই খাবলৈ নাই। এতিয়া গাড়ি থাবলৈ শিকনিব ঠাইত শিকাই লোরা। তোমার গার্জনেবে তোমাৰ তিৰোতাক পুহিবলৈ নুজুৰিব। নিজে লৰাই তিৰোতাই আঞ্জিব পাৰিলেহে যদি এমুঠা পাবলৈ পোরা। নহলে মৰণ। এনে দুখত থকাতকৈ মৰি যোরাও ভাল। কিয়। অমূল্য মানব জীৱন ধৰি মৰণ চিন্তাতকৈ জীৱন উপায় চিন্তাতে জ্ঞানীব কৰ্ম্ম, প্রকৃত পুৰুষৰ পৌৰুষালী। যেতিয়ালৈকে দুঃখজনক দাস বৃত্তিলৈ আমাৰ ঘিণ নালাগে তেতিয়ালৈকে আমাৰ শ্রীবৃদ্ধি নহয়। 

আপোনাৰ জীবনৰ উপায় আপুনি বিচাৰি লোৱা, পৰৰ মুখলৈ চাই থক। পৰে দিলে খাম এই অভ্যাসটো এবা। দুখত পৰিও দুখৰ পৰা উঠিবলৈ যতন কৰা। পাৰে দিযা শুখ দুদিনীয়া। নিজৰ লৰাক সক কালৰে পৰা স্বাধীন বৃত্তি- শিক্ষা দিয়াহে প্রকৃত শিক্ষা। আগলৈ চাই আগবাঢ়া। এতিয়া কি কবিকে আগলৈ কি হব তাকে ভাবি চলা। দুখ দূৰ কৰিবৰ উপায় আজি চিন্তি তাব মতে আচৰিলেহে কালিলৈ তাৰ ফল ধবিব। আজি গুটী কলেহে কালিলৈ গাজ মেলিব। হয়, কঠীয়া পাবিবা আাজিয়ে তাব আলচ কৰা। দহজনে যি বাটে চলে সেই বাটে স্বধৰ্ম্ম এৰি নচলিব।। অবশ্যে উন্নতি, শ্রীবৃদ্ধি হব।

22
প্ৰবন্ধ
অসমীয়া সাহিত্যৰ চানেকী
0.0
ভাৰতব উজ্জ্বল বহু চাব আশুতোষ মুখাজিব বহু চেষ্টাৰ ফলত্ব কলিকতা বিশ্ববিদ্যালয়ে যেতিয়। ভাৰতীয ভাষ। বিলাকক এম, এ মহলাত ঠাই দিলে, তেতিয়া ভাৰতৰ আন আন ভাষ্য বিলাকৰ লগত অসমীয়া ভাষাকে। সেই শাবিত বহুৱাবলৈ অসমীয়া ভাষা আৰু আসামৰ উচ্চশিক্ষাৰ পৰম বন্ধু চাব আশুতোষ মুখাজিয়েই প্রথমে প্রস্তার কবে। যদিও সেই প্রস্তাবত বিশ্ববিজ্ঞালয়ৰ আন আন বঙ্গালী কণ্ঠ। সকলে বহুত হকাবধ। কৰিছিল তথাপি আসাম-বন্ধু মুখার্জি মহোদযৰ অহে। পুৰুষাৰ্থত তেখেতৰ চেস্টা ফলরতা হল আৰু অসমীয। ভাষাই বিশ্ববিদ্যালয়ব সর্বোচ্চ মহলাত ভাৰতৰ আন আন ভাষাৰ লগত ঠাই পালে। ১৯১৮ চনত "চেডলাব কমিচনৰ" লগত চাৰ আশুতোষ মুখার্জি মহোদয় যেতিয়া গুৱাহাটীলৈ যায় তেতিয়। গুরাহাটীত তেখেতে আসামৰ কেইবাজনা গণ্য মান্ড সাচিত্যিক আক শিক্ষিত মানুতব লগত অসমীয়া ভাষা বিশ্ববিদ্যালয়ৰ এম. এ মঙ্গলাও তোলাৰ সম্বন্ধে আলোচনা কৰে, আৰু সেই উদ্দেশ্যে অসমায়া ভাসাৰ গাদিবে পর্ব। বর্তমান সময়লৈকে প্রধান প্রধান লিখক সকলৰ লিখাব পৰা অলপ অলপ তুলি গোটাই এখন পুথি যুগুত কৰা স্থিৰ হয়। সেই গুক কামৰ ভাব আমার প্ররাণ সাহিত্যিক, আসামর একমাব প্রত্নতত্ববিদ, পণ্ডিতপ্ররব শ্রীযুক্ত হেমচন্দ্র গোস্বামা দেৱক দিনা হয়। গোসাইদেরে বহু পৰিশ্রম কবি ১৯২১ চনত সেই পুপি গোটাই বিশ্ববিস্থ্যালয়ৰ হাতত দিয়েহি। সেই সময়তে আসামৰ কৃতা সন্তান ভাবত বিখ্যাত দর্গার ভোলানাথ বকরাই এই পুথি চপাবলৈ বিশ্ববিদ্যালযক দহাতেজার টকা দিবলৈ প্রতিশ্রুত হয়, আৰু তাৰ ছহেজাৰ তেতিয়াক বিশ্ববিদ্যালযক দিয়ে। সেই টকাবে বিশ্বদ্যিালয়ে নিজৰ প্ৰেচতে পৃথি ছপাবলৈ আৰম্ভ কৰে। আস্ত সেই ঢপা কাস।ব তত্বাবধান কৰিবলৈ বিশ্ববিজ্ঞ্যালয়ৰ পৰা আমাৰ ওপৰত ভাৰ দিয়া হয়। গোটেইখন পৃথি তিনি সণ্ডকৈ ভাগোরা হৈছে। আদিৰে পৰা ইংৰঙ্গী ১৫ শতিকাৰ শেহলৈকে প্রথম এপণ্ড, ১৬ শতিকাৰ আৰম্ভবে পৰা ১৮ শতিকাৰ শেহলৈ দ্বিতীয। খণ্ড, আক. ১৯ শতিকাৰ আৰম্ভৰে পৰা বৰ্ত্তমান সময়লৈ তৃতীয়া খণ্ড। প্রত্যেক খণ্ডই প্রায় ৭০০ পিঠিৰ একোখন বৃহৎ পুথি হব।
1

অসমীয়া সাহিত্যৰ চানেকি।

28 November 2023
0
0
0

  সুর্য্য খড়ি দৈবজ্ঞ। [এই লিখক জনৰ জন্মভূমি মঙ্গলদৈ আছিল। তেওঁ ইংবাজী ১৮ শতিকাৰ শেহ ভাগত জন্মগ্রহণ কৰিছিল। তেওঁ সেই কালৰ এজন বিখ্যাত পণ্ডিত আছিল। তেওঁ অসমীয়া ভাষাত দৰঙ্গবাজবংশাৱলী আৰু সংস্কৃত ভাষাত ব

2

রতিকান্ত দ্বিজ।

29 November 2023
1
0
0

এই জন কবি মঙ্গলদৈ অঞ্চলৰ এজন ব্রাহ্মণ আছিল। তেওঁৰ পূৰ্ব্বপুৰুষ আদিৰ বিষয়ে কোনো কথা এতিয়াও জানিত্ব পৰা নাই তেওঁ দৰঙ্গ ৰজাৰ সভাৰ এজন বিখ্যাত পণ্ডিত আছিল। তেও গড়ঙ্গনাৰায়ণ ৰজাৰ আদেশত “ৰাজবংশাৱলী" নামেৰে এ

3

পশু ৰাম দ্বিজ।

30 November 2023
0
0
0

ধৰ্ম্ম পুৰাণ। দ্বিজ সকলোরে একদিনা সুবেকত, কৰিলেক ধৰ্ম্ম প্রশ্ন ব্যাসৰ আগত ॥ দ্বিজগণ নিগদতি ব্যাস মুনিবৰ। পূণ্যতো উত্তম পুণ্য উত্তম ধৰ্ম্মৰ । কোন নামে হস্ত ইহু কাহাক আচবি, অক্ষয় স্বর্গক পারে পাপক সংহ

4

শ্রীকাশীনাথ ভামুলি ফুকন।

30 November 2023
2
0
0

আসাম দেসব ডাঙ্গবিযা গণ প্রভৃতি বিসযাব নিবন্ধ ॥ সম্প্রতি মহুদানুসাবে, বিসযাব নাম লিখা জাই। জি জি একে মর্জাদাৰ সেই সকলক একে চেদব মাজতেই লিখা জাব; তাতে লিখাৰ আগ পাচ ক্রমে মর্জদাতো আগ পাচ আচে। সেই আগ পাচ

5

অৰুণোদয়।

1 December 2023
0
0
0

জাত্রিকব জাত্রা। The Pilgrim's Progress. এই জগতব অবণ্যৰ মাজে মই ফুৰি জাওতে জি এখন ঠাইত এটা গাঁত আচিল, এনে ঠাই পালোঁহি। তাতে পৰি সুই থাকোঁতে এক সমাজিক দেখিলোঁ। গাত ফটাচটা কাপব পিন্ধি, আপোনাৰ ঘৰৰ ফালল

6

শ্রীযুত বাবু আনন্দিৰাম ফুকন কর্তিক।

1 December 2023
0
0
0

এই অসম দেশ নিবাসি লোক সকলে স্বদেশত বাজে পৃথিবীত আন আন যি সকল বব সব দেশ আছে তাৰ একো কথাৰ ভু নেপাই, সেই হেতুকে সিবিলাকে আপোনাৰ দেশ অতি চৰ অৱস্থাত আছে বুলি নেজানে, এতেকে সম্প্রতি পৃথিবীব ভিতৰত অতি আচবিত

7

নিলিবাম ফেয়াবউবেল

2 December 2023
2
0
0

History of Hindustan, From the Dig Dorson. গজনিৰ বাদস্যা মহমদব দোআবাই হৃষ্ট কবাব পরা মচলমান লোকৰ বাজ্য নস্ট কবি ইংলণ্ডিযাবিলাকৰ বাজ্য পাপন তোমালৈকে হিন্দুস্থানব বৃবঞ্জি ইযাত আক পাচতো লিখা জাব। জি নান

8

যজ্ঞৰাম দেওলাই বৰুৱা।

2 December 2023
1
0
0

আহোম ভাষার পর। ভঙ্গা পুৰণি বৃবঞ্জা। কোচবণ:-লালি বাইচান (১৪) সকত চূড়-কুড়ম আক ডেপু নামে দুজন কোচ বজাৰ সেনাপতিযে আতি শলা পালেছি, আমার লোকেও গৈ শলাত থাকিল গৈ। পাচে সিহঁত দুযো লুইতে উজাই দিখৌ মুখ পালেহি।

9

পূর্ণানন্দ ডেকা বৰুৱা।

4 December 2023
0
0
0

১৮৫৮ সন পবহিতৈষিতা অর্থাৎ পরোপকাব "নোপকাবাং পরোধম্মঃ”। আসাম দেস হিতৈসিনি সভাব বচনাব সাব সংগ্রহ। জি দেসৰ মানুহব বুদ্ধি বৃতি অলপমান মার্জিত হৈছে, আাক জি দেসব মানুহৰ কিঞ্চিত ধর্মাধর্মব বোধ আঢ়ে, তেওঁবি

10

হেমচন্দ্ৰ বৰুরা।

6 December 2023
0
0
0

কোরা ভাতুবী। কোৰখনিয়া সত্ৰৰ গোবন্ধনদেউ আতা পৰম বৈষ্ণর, কংশ বঙ্গাব চন্দন-যোগাতী কুঁঙ্গী-বাইৰ বংশত জাত, সাক্ষাত গুৰুজনব পৰা পৰমাৰ্থৰ ভাগ-পোৱা গোপীনাথদেউ মাতাৰ পৰিনাতি। ঘোষা, কাউন, বত্বারলা, এই তিন খানি

11

পাই-মালা।

6 December 2023
0
0
0

সম্মান। ঈশ্বর, পিতৃ-মাতৃ, শিক্ষক, দেশর অধিকার আক বুঢ়া লোক, এই সকল সন্মানর পাত্র। যি আদি কাবণব পরা এই পবিদৃশ্যমান জগতব উৎপত্তি হৈছে, সেই কাৰণৰ নামেই ঈশ্বব। তেওঁ সকলোবে আদি, কিন্তু তেওঁর আদি নাই; সকলো

12

গুনাভিৰাম বৰুৱা।

7 December 2023
0
0
0

সৌমার ভ্রমণ। এই অসম দেশ আমাৰ মাতৃভূমি। আমি ইয়াতেই উপজিছো। ইয়াতেই শিক্ষা পাইছো। এই দেশব নামেই আমি সংসার হাটত বিকা হই আছো। জননী যেনে আদবনীয়া আক পূজনীয়া এই আমাৰ জন্মভূমিও আমাৰ পক্ষে তেনে মৰম আৰু সেরাব থ

13

বমাকান্ত চৌধুৰী।

7 December 2023
0
0
0

অভিমন্যু বধ কাব্য। প্রথম সগ। দশ দিন যুদ্ধ কৰি ভীষ্ম মহাবলা যেতিয়া শুইল। বাৰে শৰ আসনত, মহাৰণী পাণ্ডবেও, আনন্দ মনেৰে, বঙ্গাইল। ঢাক, ঢোল, শিক্ষা, কৰতাল, জগঝম্প, ভেৰি, দবা। আপুনি শ্রীচাৰ, নিজ বাস্থ্য শঙ

14

বঘুদেৰ গোস্বামী।

8 December 2023
0
0
0

আত্ম পৰিচয়। মহাদি দিপক তাতে কৰিয়া শকত। বিন্দুগঞ্জ দিয়া পাচে কৰিয়া যুগুত ॥ মিথুন মাসৰ জানা ৰোহিনীক পাই। সমাপতি ভৈল শাস্ত্র পদ সমুদাই। আমি অল্পমতি হুয়া বচিলে। পয়াৰ। গোবিন্দৰ লীলা বুলি কবিয়ো আদৰ। জখলাবন

15

ইন্দিলৰ বৰুৱা।

8 December 2023
0
0
0

জীৱনাদর্শ। মহাবাজ। বুদ্ধিস্বর্গ নাবায়ণ। বৃদ্ধিস্বর্গ আসামৰ এজনা ক্ষমতাপন্ন বাঙ্গা আছিল। ১৪৭৪ শকত (১৫৫২ খৃঃ অব্দ) এওঁৰ জন্ম হয়। ১৫৩৩ শকত এওঁর পিতা গোঁড়াবাজা স্বর্গী হলত এওঁ বাজা হল। আহোম মতে এও'ব নাম

16

কালি ৰাম বৰুৱা।

8 December 2023
0
0
0

কামাখ্যা কামাখ্যা (কাম + আখ্যা) কাম শব্দে ইচ্ছা আখ্যা শব্দে নাম। যাব নাম হৈছে কাম, এতেকে কামাখ্যা। প্রলয় কালত এই জগত এনে প্রকৃতিত লীন আছিল যেই প্রত্যক্ষ অনুমান আক শব্দ এই তিনি প্রকাৰ প্ৰমাণৰ বিষয় নাছ

17

গোপীনাথ চক্রবর্তী।

9 December 2023
0
0
0

কলঙ্ক ভঞ্জন। কৃষ্ণের চরণ ধবি, বোলে বাধা বজেশ্ববা শুনাচে মুবলা দাবী, মোর মনো দুঃখ। গাও ত সিগিলা আছে গিরি, সকলে বলে বাচরা ভিবি, এই দুঃখে উল্যারা নবো মুখ। যদি ফুৰিবা যান্ড করবো বাড়া, আতিল যেঢ় বব গ

18

বলিনাৰায়ণ বড়া।

11 December 2023
0
0
0

উচ্চশিক্ষা। আসাম ভাৰতবৰ্ষৰ পিচ পৰিণাকা প্রদেশবিলাকৰ ভিভবত গল্প। বাস্তবিকে যি দেশত সুশিক্ষিত, ধনী আক ব্যবসায়ী মাশুহব সংখ্যা তাকৰ সি আজি কালিৰ সভ্য আৰু আগবাঢ়া দেশবিলাকৰ সমকক্ষ হব নোৱাৰে। অসমীয়া মানুহ অ

19

মাধবচন্দ্ৰ বৰদলৈ। (বায়বাহাদুৰ)

11 December 2023
1
0
0

অসমীয়া সাতকাণ্ড ৰামায়ণ। BIR BIKRAM LIBRARY. E Agartala w অতিপূর্বের গোটেই অসম দেশকে কামৰূপ বুলিছিল ইয়াৰ সীমা পূবে দিকৰাই আক পশ্চিমে করতোরা, সুতৰাং বর্ত্তমান সময়ৰ ব্ৰহ্মপুত্ৰৰ উপত্যকা প্রদেশ খণ্ডকে ক

20

কমলাকান্ত ভট্টাচার্য্য।

12 December 2023
1
0
0

অসমৰ উন্নতি। শিতানত আঁকা প্ররন্ধটি আজি আপোন দেশী ভাই সকলৰ ওচৰত আলচ পাতি চাও। "অসমৰ উন্নতি" এই কথাষাৰি এবাৰ উশাহ নিশাহত অন্য নিয়া কৰোঁতেই ওৰ পৰে। চিন্তাৰ বাটত হতাশে টানকৈ ভেঙ্গাৰ মাৰি আগচি ধৰে। শিক্ষি

21

কমলাকান্ত ভট্টাচার্য্য।

12 December 2023
0
0
0

অসমৰ উন্নতি। শিতানত আঁকা প্ররন্ধটি আজি আপোন দেশী ভাই সকলৰ ওচৰত আলচ পাতি চাও। "অসমৰ উন্নতি" এই কথাষাৰি এবাৰ উশাহ নিশাহত অন্য নিয়া কৰোঁতেই ওৰ পৰে। চিন্তাৰ বাটত হতাশে টানকৈ ভেঙ্গাৰ মাৰি আগচি ধৰে। শিক্ষি

22

পূর্ণিমাৰ ৰাতিলৈ চাই।

12 December 2023
0
0
0

জোনাক বাতিটা রূপহী কাটিী শুরায় জগত কিনো বিতোপন, নিচুক জগত নিদ্রাৰ কোলাত এনেনো গভীব নিদিলে আশ্রয় আজি কিয় মন নেষাও টোপনি কোনে মন্ত্র মাতি হবিলে চেতন কি কারণে আজি টোপনি নাই, শান্তি কোলা পাতি ম

---

এখন কিতাপ পড়ক