shabd-logo

ইন্দিলৰ বৰুৱা।

8 December 2023

0 দৰ্শন কৰা হৈছে 0

জীৱনাদর্শ।

মহাবাজ। বুদ্ধিস্বর্গ নাবায়ণ।

বৃদ্ধিস্বর্গ আসামৰ এজনা ক্ষমতাপন্ন বাঙ্গা আছিল। ১৪৭৪ শকত (১৫৫২ খৃঃ অব্দ) এওঁৰ জন্ম হয়। ১৫৩৩ শকত এওঁর পিতা গোঁড়াবাজা স্বর্গী হলত এওঁ বাজা হল। আহোম মতে এও'ব নাম চচেনা আরু নূঢ়া কালত বাজা হোৱা বাবে বুড়াবাজাও আছিল। এওব এজনা মাথোন কুউবী আছিল। এও বাজাঙ্গৈ দেশব অর্থে বর্ত ভাল কাম কবিলে। সেই বিলাকব ভিতবত এই খিনি প্রধান

তিবো পর্বতৰ ওপৰত নগব আৰু পুগুৰি, দলৌগুড়িত বঙ্গাব; তাওকাকত নগৰ আৰু পুগুবি: জামিবাত নগৰ আৰু ৰূপহী নামে পুখুনি; উবিকাত শিলৰ শাঁকো নগৰ আক বভাব; চিনাতলিত গড; মঙ্গাব পৰা মুবকটা ফাটত লগাই গড় আাক ব্ৰহ্মপুত্ৰৰ পৰা পর্বতলৈকে তিয়কব কটাৰি গামব গড়; বিশ্বনাথ আৰু দেৱৰগাঁৱৰ দল; ফুটুকাতলিত কোবোকা গতাই জয়খ্যমডাংগাট: তেরালব গড। সলালবগড় আৰু সলালফাট, গভগাঁৱৰ পৰা জামিবালৈকে বড় আলি আৰু গাঁৱলৈ চটাই আলি; উত্তৰে দক্ষিণে মেবাই বাজগড়-যাক দক্ষিণে লাদৈ ও কোটহাগড়, মাজুলিত মেড়াগড় আক উত্তবে চোয়াতলৰ গড় বোলে জবকাব আলি, বকতাব আলি, হাৰীপৰা আলি, কুমলিগড়, বাঙ্গলুগড়, আদি অনেক আলি, পদুলি, নগৰ; লুইতৰ পৰা পৰ্বতলৈ চামধৰাগড় দোপদবত কাট; লোন পূৰিয়া কাটলুয়া দি ভাটিৰ লোনৰ বেপাৰৰ বাহিৰেও নামচাং বড়হাট কৰি লোন পূৰিবলৈ লোন পুং উলিয়ালে।

বুদ্ধিস্বর্গ বাজাই দেৱোত্তৰ অংক ব্রহ্মোত্তৰ কবি মাটি দিয়াৰ নিয়ম উলিয়াই আৰু এও'ৰ দিনৰ পৰা আসামত দুর্গোৎসব পূষ্ণ হবলৈ ধৰিছে; ইতিপূর্বের আসামত এই মহোৎসব কৰা নাছিল। এও পবদেশলৈ কটকী চলাচল কৰিবলৈ বামুন কটকা নিযোজন করে, পব দেশব ভাল বন্ধু ও বারতাব গুপ্তভাবে চাবলৈ নাঙ্গঠ ববাগীৰ খেল পাতে অংক তিন্দু আখরোবে কপব গ্রাক সোণৰ মোহৰ মাৰিবলৈ সাচ করায়। এণ্ডৰ দিনতে অনেক বিস্তারও লোক ভাটবসব, আসামলৈ আছে আক পৰ দেশৰ ধোবা, নাপিত, উতি, বাডে আদি শিল্প বিন্ধ্যা গুনা মামুক্ত অনাব নিযম কবিলে।

দিয়াশ্ববে আসাম দখল কবিবলৈ মেয়৮ এবাবর আক সনাজিৎ সেনাপতিক পঠাইছিল। বৃদ্ধিস্বর্গই ২০৩ ৬৪য় সেনাসাহর হকরাই ঝাপোন বন্ডের গুয়াহাটা পর্যান্ত বিস্তাব করিনে। সাজি পরাগং কনি মারা শেনচোরাক 'স্ববি আনিলে, তাবে পরা সক শেনর খেচা চায়। রামরূপর বাচা পধাক্ষিতেবে তেওব সহোদর নানাস হই বিবোর গগাহ পন্ধিদের বায়ান শরণাগত কলছি। বাজাই তেও এ কেকোথা দোলা, আডোরান, নাটি বানি মান্যত দি নামরূপাযা বালা পাতিলে; তাবে পবা নামরূপাযা বাড়া ১.।।

এই জনা যাচাই বাব হুযাক প্যাঙ্গ গ্রহয়ে বাষ্টনে গাহিলে। সম্মানাধারণক দৰঙ্গর আক তেওঁষ অশুরু গহনাবাযগর বোতলার বাগ। পাতি ডিমকণা কর তলাযা কবিলে। এওঁ ডৎ।। গড় করাই ধরুমবিষ। পাতি আাবর, মিবি, ডদলার পচা লগাই সিচতর দেশর উৎপন দবা কর দিশলৈ নিয়ম লগালে, ন নেকে আসাম আক কচাৰা দেশর সামা পাতি ওচাবাংশুক করতলায়। কথিলে থাক নগ্নাগ্রড বন্ধাই নগাধ চরাব ভেদ কবি মাটি কটকা চৌতাদি বড়বি বড়নি নগার উৎপন দরা কর অনাব ধান্য কবিলে।

এওঁয়েই বজাত কচাবার সম্বাদ দিবলৈ বতিয়ারা বকর। পযন্তার বাস্তা জনাবলৈ জাগিযাল গোচাই, কেনিও, সয়দা আক ডিমকরা গাড়োব থবকাপবব দিবলৈ কাজলিমুখায়া গোচাষ্ট, বিসয় নকৈ উলিয়ালে, থাক এই কেগুনাক বাজখোরা মন্যদা দিলে।

এই বাজার পুদের আসামও সংস্ততষ আলোচনা নাছিল বুলিলেও হয়। এওয়েই ঠাইয়ে ঠাইয়ে পড়াশালা পাতি সেই অভার ওয়ালে। এও'ব চিনব পৰাষ্ট ৰাজসভাতে। পণ্ডিত বাখিবে নিয়ম হয়, শাক এও বাঞ্ছনাস্য সকলোবোৰ স্বয নকবি সভাব পরামর্শতে কৰিছিল। তেও গতি দান চথা প্রজাবেও কথা হৈছিল, আক সিহঁতৰ দুখ বেদনা শুনি নিবাকরণব চেস্টা করিছিল।

পূর্বের বঙ্গালেবে বণ চওঁতে বহুত মাশুক লগুণ দি বামন সঙ্গাট যুক্ত কৰিবলৈ পঠোৱা হৈছিল। যুজৰ অন্তত ঘৰলৈ আহি সেইবোৰ মানুতে লগুণ বাগিছে বুলি বুজ পাই, লগুণ গুচাবৰ নিমিত্তে এই বাজাই লেকাই চেটীয়াক আজ্ঞা দিলে। লেকাইয়ে আঠ ঘৰ এৰি বাকি সকলোবোৰৰ লগুণ গুচালে। পাছে সেই আঠ থবক তেনে বামুন বুলি জানিবৰ নিমিত্তে সিহঁতব নামৰ অন্তত "আল” লগাই চিন ৰাখিলে; যেনে পিঠিয়াল, গড়িয়াল ইত্যাদি। এইবাবে এতিয়ালৈকে মানুহে কয় বোলে "লগুণৰ গুৰি লেকাই চেটায়া।"

দেশত ক্রমে নানা উৎপাত আৰু অমঙ্গল হবলৈ ধবাত বুদ্ধিস্বর্গ বাজাই দেৱৰ গাঁরব দেৱালয়লৈ মানুহ পঠাই তেওৰ আয়ুসৰ বাতৰি জানিবলৈ দিলে। সেই মানুহটোক নিশা সপোনও কলে যে দেৱালয়ৰ ফুলনি বাড়াত নাহর ফুল এটা পাবা, সেই ফুলটো বাজাক দিলে বাজাই আয়সব কথা জানিব পাখিব। বাতিপুৱা ফুলনি বাড়াত সেই মানুহটোরে অকালত ফুলি থকা তিনিহায়া নাহৰ ফুল এপাহ পালে। সি সেই ফুল পাহ আনি বাজাক দিলেহি। বাঙ্গাই কূল দেখি তিনি পথ মাথোন জীয়াই থাকিম জানি সকলো প্রজাক চাই লবব মন কৰিলে। এই হেতুকে তেওঁ চবানাওত উঠি দিখৌরে গড়গারব পৰা সোণাৰী নৈব বহাব পর্য্যন্ত অভাঘোরা কৰি দুই পাবে গোটখোর। লৰা বুঢ়া সকলে। প্রজাক চায় কলে, "মোর আয়ুস সমাপত হৈছেহি। তোমালকর্ক প্রতিপাল কবোতে বহুতে সুখো পাইড়। আৰু বহুতে দুখে। পাইছা; কিন্তু এতিয়া সেই বোৰ কথা একে। মনত নেবাসি তোমালোক সকলোরে ক্ষমা কৰি উদাৰভারে মোক বিদাই দিব লাগে।" এনে বোলাত সকলো প্রজাই হৰিধ্বনি কৰি কলে যে "স্বর্গদেরব অর্থে কেঁচাই খাতি আইক আমি এশ নববলী দিম। স্বর্গদের চিবজাবীহৈ পাকোক।" তাতে বাজাই কলে "ঈশ্বৰৰ প্রদত্ত নিয়ম কোনোমতে উলঙ্ঘন হব নোৱাৰে; নববলিয়েও মোৰ আয়ুস বড়াব নোৱাৰে। তোমালোকে মোক যে ইমান ভাল পোরা মই এই কথা পূর্বেল নাজানিছিলো। মোৰ এইয়ে শেষ বিদায়; মোৰ যেন সজ্ঞান মৃত্যু হয়, সকলোরে অকপতে বাক্য বুলিবা।" এই বুলি নগৰলৈ গৈ সাত দিনৰ পাছত ১৫৬১ শকত (১৬৪৯ খৃঃ অঃ) আক ৯৭ বছৰ বয়সত নহাবাজা স্বর্গী হল। ওপৰত লেখা সপোনৰ কথাটোৰ সত্যাসতা মীমাংসা কৰা আমার উদ্দেশ্য নহয়; অতএব যেনে শুনা আছে হুবহু তেনে লেখা হল।

এও ৩৮ বর্ষ মাথোন বাজাভোগ কৰিলে। ইয়াৰ ভিতৰত তেওঁ আত্মসুখত বিস্মৃত নহৈ দেশৰ অনেক উন্নতি কৰি চিৰকালব নিমিত্তে শুকীর্তি থৈ গৈছে। এওঁৰ পাচৰ মহাৰাজা সকল এওঁ'ৰ নিচিনা হোৱা হলে; আমাৰ দেশৰ ইমান শোচনীয় অৱস্থা নহল হেতেন। 

মোমাই তায়লী বন্ধ বকরা।

২৪৯

১৫০১ শকত (১৫৭৯ খৃঃ অঃ) লুধবাশন আহোমব সংশত মোমাই তাম্বুলাৰ জন্ম হয়। এও অতি দবিদ্র হেতুকে নাজিবাব গণক এঘৰত ভাত কাপোবিয়াকৈ আছিল। তেতিয। তেওৰ বয়স ২৫ বদমান কৈছিল। পুলে আমাৰ দেশত বাজার নগরব বাচিবে ইতব মানুহব ঢাপ মবা বাড়া নাচিল; কিন্তু ভাবি এব বকরায় গণকর ঘবস্তরার এনেদবে ঢাফ চিকন বাপি, বাঙা মেবাই ডাল মাবি টাটি ঢকোরা দি নানা তৰহৰ ফুল লগাই দিলে যে বাটকরাই ও এবাৰ বৈ চাই নগলে নোরাবে। এইদবৈ তেও কুচুত কপট নকৰাকৈ বনবাবি কবি মোমাই নামলৈ গণকৰ ঘণত ৭০৮ বচস্ব কটালে।

ভাগ্যচক্রর পার কাবো বুজিবর সাধ্য নাই। এদিনাখন বৃদ্ধিস্বগ মহাবাজা শেন মেলিবলৈ নাজিবালৈ যায়। যাওঁতে তেও গণকর বাড়া সবগুরার দেখি তধা লাগি বৈ, কাৰ ঘৰ বুলি শুধিলে আক গণকর সব বোলা গণকর মতালে। তেতিযা গণকৰ কণ্ঠত ধাতু নাই, আক সি ভাবিলে, "মই কিবা জগবতে লগালো।" এই চিন্তা কবি ডিঙ্গি আগ বঢ়াই গণকে মহাভাবাজার আগত আর ললেগৈ। মহাবাজাই কিছুমান পবব পাছত শুধিলে "দৈবজ্ঞদেই! তোমার ঘন বাড়া কার জ্বাৰাইনো এনে দবে করাইছা ?" গণকে কলে "স্বৰ্গদেও। মোৰ সবও মোমাই নামে লুধুবাশনীয। লবা এটা আছে, এই সকলোবোর তাবে বন।" বাঙ্গাই তেতিয়াই মোমাহক ঢাবর নিমিত্তে মতালে। মোমাই দেখিবলৈ গতি শুন্দর, মকাবলিষ্ঠ, তেজস্বী আক বৃদ্ধিমান আছিল। দেখিয়েই বাঙ্গাব মৰম লাগিল আৰু বাজাই গণকক কলে বোলে "মি ক্ষয় লৈ লম্বাটো মোক দিয়া। গণকে কলে, "মহাৰাজ ই মাগোন ভাত-কাপোবায়াকৈচে আছে; মোব আন একো লোরা নাই; মহাবাজাব প্রজা, মহাবাজাই নিলে মোৰ কি মাত আছে। পাছে স্বেচ্ছাচাবা ৰাজা বুলিও বৃদ্ধিস্বর্গই গণকক তুষ্ট কবিতে মোমাইক লগত লৈ গল।

মোমাইৰ ভাগা-লক্ষনী ক্রমে শুপ্রসন্ন চৈ আছিল। নগব পাই বাজাই মোমাইক কলে, "মোমাই! গণকৰ ঘৰ দুৱাৰ যেনে ঢকুভলগা কবিচিলি মোৰ ফুলনি বাড়াও সেই দৰে কৰিব লাগে আৰু তাকে কৰিবলৈ তোৰ লগত এই ছকুড়ি বাড়ীচোর। দিলো।" মোমাইয়ে ইয়াব পূর্বেন নিজ হাতে বন কবি ভাত মোকোলাইচিল, কিন্তু এই প্রথম লোকক বাবলৈ পাই তেও অতি উৎসাহেৰে ৰাজাৰ মনোমত কৰি গড়গাও আৰু বঙ্গপুৰ নগৰৰ ফুলনি বাডী কৰোৱাত বাজাই ভিতন ঘববোৰ সজাবলৈ ভাব দিতামুলী লিগিৰা' বাস দিলে। মোমাইযে সেই গববোৰ সুন্দবরূপে সজাই সকলো ব্যবস্তু পবিপাটা কৰি বাজাৰ সন্তোষ লগাকৈ ৰাখিলে। পাছে বাজাব ঘৰৰ লা-লিগিবাবোবব কাম কাজত কোনো তাযন নেদেখি মোমাইযে এদিনা বাজাক জনালে যে "স্বর্গদেরে কোনো কাম কৰাবলৈ হলে মানুহ মাতি থাকিব লাগে নেমাতিলে একোকে নেপাই; আনব কথা কি, এনে দস্তুৰ উতব ভদ্রলোকৰ ঘৰতো দেখা নেষায়।" এই কথা শুনি বাঞ্চাই তুষ্ট হৈ কলে, "মোমাই, এই বিষয়ে তুমি যেনে ভাল দেখা তেনে কথা।" তেতিয়াই মোমাইযে কামর দিক। লগাই, অমুক খিনি মানুতে বাজাই গা ধুবনৈ আক পাবলৈ সোন্দোবাদিয়া পানা তপতার, অমুক খিনিয়ে খোৱাৰ কাৰবাব কবিব, অমুক খিনিয়ে বাজান ওচৰত থাকিব ইত্যাদি ক্রমে সকলো বন ভাগ বাটি দিলে। তেতিযাব পৰাতে লা-লিগিবাবোৰৰ আলপিচন ধৰিবলৈ মাতিব নলগাও পৰিছে আৰু তেতিযাব পরাতে বাবব বন বাবে ঠাকঠিককৈ কবি পবলৈ ধবিচে।

বাজঘৰৰ এনে স্তবন্দবস্ত লগোরা দেখি বাজাই যাবপব নাই সান্তোষ পাই মনে মনে ভাবিলে যে এনেকুরা কাসাদক্ষ মানুটাক কি দিনো পুৰস্কাৰ করিম। পাছে অনেক ভাবি চিন্তি বাজ কানাৰ সকলো ভাব দিবব স্তিৰ কৰি "বৰ বকর।" নামে মহাসন্তান্ত বিষয় দি বাজাই তেওঁক বাজমন্ত্রী পাতিলে। তেতিয়াৰ পৰা মোমাই নামগুড়ি তেওঁ 'মোমাই তায়লা বববকরা' নামে প্রখ্যাত গুল। বাজাই এই নতুন মন্ত্রাবে দেশখন ভাগলগাই প্রক্তা সংস্থাপনৰ ভাব দিলে।

সেই কাল বিপৰিত কাল বুলিব লাগে। তেতিযা প্রায় সকলে। ভদ্র মানুহ ইমান দ্বেষ হিংসা পরবশ আছিল যে তেওঁলোকে বিশেষ গুণী লোক দেখিলেই নানান দুর্গতি কৰাইছিল বা যমালয়লৈ পাইছিল। চোরাচোন, এনে দিনতো সামান্য মোমাইয়ে বুদ্ধি বলেৰে কি হৈছে গৈ। পাড়ে দেশ ভাগ কৰা চেন গুৰুতৰ কান্যভাব পাই বৰবকরাই মূৰৰ ওপৰত তৰোৱাল অবা যেন আশঙ্কা কবি কলে, "মহাৰাজ, মই অতিক্ষুদ্র প্রাণী; একেবাবে সকলোৰে ওপৰ কৰা দেখি মনত খুহদুহনি লাগিছে; কাৰণ সকলোবোৰ বৰ বব মানুহৰে মোলৈ হিংসা হব আৰু তেতিয়া মোৰ প্ৰাণলৈ টনাটনি পৰিব।" এই কথা শুনি বাজাই গমি চাই বুঢ়া গোহাই, বৰ গোহাই, বৰ পাত্র গোহাই, আদি সকলো বকরা ফুকন ডাঙ্গৰীয়াক গোটাই মোমাই তামুলী বৰ বৰুৱাৰ কাৰ্য্যভাবৰ আজ্ঞা শুনালে। তাতে সকলোটিয়ে সম্মতি দিলে। 

মোমাই তামুলীয়ে এইরূপে নিঃশঙ্গাচৈ নাচেকার মানুচ লগতলৈ ওলাল। পাটকাইৰ পৰা গুরাগটালৈকে পৃথক পৃথক রূপে মাটি ভাগ কবি গাও পাতি নাম দিলে; প্রত্যেক প্রজ্ঞাৰ বাড়ী মেবাই চাপ মবালে থাক পরে ঘবে পস্তুৰি একোটা খানি লবলৈ করুম শুনালে; প্রতি গারে পঢাশালা পাতি দিবে, ধোবা, নাপিত। কমাব, চমাৰ, কুমাব, কহাব ইত্যাদি বারসাই মানুষ বহুরালে, দক বাব গন গাৱৰ মাজত কাট পতাত দিলে, শাক এখন গারব মন্ত্রতে অরুন এখন গারলৈ সদায় লাগতিয়াল বস্তু বিচাৰিব নলগা করি নিজ নিজ বাড়াত বাই, আম, কাঠাল, তামোল, পান আদি শস্থ্য কই লবর নিয়ম করিলে, গারব সামান্য জগন ভাঙ্গিবর নিম্বিত্তে গাঁরবাবিক, বড়। শংকায়া, গরুবি। পাতি দিলে, বারুমদার শোধব নিমিত্তে ভাঙ্গস ডাক্তৰ জগব বিলাককে মাপোন বাগিলে: প্রজাবিলাকক পরিশ্রমা করাবর মনেবে গসলি মাইকা জনায়ে পতি মটা শুতালাতি কাটিবলৈ আক মতায় ভাও হয় মানে এগন চালনা বা এখন কলা বা এটা গড়াচি বা এটা পাচি বা এখন চরা সাজিবলৈ করুম কবি দিলে; এই ৩মর অ্যথা হলে গাওবাবিকে বড়া শটকায়াক কৈ মধ্য মাষ্টকা সকলোকে চাইটা চাইটা কোর মাবিবর নিয়ম করিলে; বকরা ফুকন, ডাওবায়া প্রভৃতি বিষয়া সকলর প্রবত্তনর নিমিত্তে গণ্ডে আক মানুহ দিয়ালে থাক নগব সৌষ্ঠব ও নগৰ বক্ষাব নিমিত্তে নানা শিল্পকার, কাবা, বাকরতা, হিলৈদাবা প্রভৃতি ভাগে ভাগে মানুক লগাই দিলে। পাউবোর নিয়মেদের আসাম বারুকাসা বাজা থাকে মানে চলি আছিল। এই মহাত্মার শুশাসনব গুন প্রজাবৃদ্ধিতৈ পরবতর দাতিলৈকে বসতি কবি মঙ্গা গুথে কাল নিয়াইছিল।

চোৱাচোন, এই কনা কেনে অসাধারণ পুকস। তেও একালত পেটব ভাত আৰু গাৰ কাপোবৰ নিমিত্তে গনকর গবত পৈসা সাটিছিল, কিন্তু সেই ঘবত থাপোন ঘৰহেন ভাবি চকুত লগাকৈ কাম কৰা বাবে তেও খরাপা-গলপে ওপবলৈ উঠিবলৈ পালে আৰু আপোন যন্ত্র, পরিশ্রম ও বৃদ্ধিবলেরে বাজার ভিতবত সরেবাচ্চ বিষয় পাই কেনে শুখে সম্ভোগে ১৫৭: শকত (১৬৫০ য়ঃ অঃ) সর্বলোক যান। করিলে অতএব যি কামকে করা লাগিলে মন দি চকুত লগাকৈ কৰিব লাগে।

22
প্ৰবন্ধ
অসমীয়া সাহিত্যৰ চানেকী
0.0
ভাৰতব উজ্জ্বল বহু চাব আশুতোষ মুখাজিব বহু চেষ্টাৰ ফলত্ব কলিকতা বিশ্ববিদ্যালয়ে যেতিয়। ভাৰতীয ভাষ। বিলাকক এম, এ মহলাত ঠাই দিলে, তেতিয়া ভাৰতৰ আন আন ভাষ্য বিলাকৰ লগত অসমীয়া ভাষাকে। সেই শাবিত বহুৱাবলৈ অসমীয়া ভাষা আৰু আসামৰ উচ্চশিক্ষাৰ পৰম বন্ধু চাব আশুতোষ মুখাজিয়েই প্রথমে প্রস্তার কবে। যদিও সেই প্রস্তাবত বিশ্ববিজ্ঞালয়ৰ আন আন বঙ্গালী কণ্ঠ। সকলে বহুত হকাবধ। কৰিছিল তথাপি আসাম-বন্ধু মুখার্জি মহোদযৰ অহে। পুৰুষাৰ্থত তেখেতৰ চেস্টা ফলরতা হল আৰু অসমীয। ভাষাই বিশ্ববিদ্যালয়ব সর্বোচ্চ মহলাত ভাৰতৰ আন আন ভাষাৰ লগত ঠাই পালে। ১৯১৮ চনত "চেডলাব কমিচনৰ" লগত চাৰ আশুতোষ মুখার্জি মহোদয় যেতিয়া গুৱাহাটীলৈ যায় তেতিয়। গুরাহাটীত তেখেতে আসামৰ কেইবাজনা গণ্য মান্ড সাচিত্যিক আক শিক্ষিত মানুতব লগত অসমীয়া ভাষা বিশ্ববিদ্যালয়ৰ এম. এ মঙ্গলাও তোলাৰ সম্বন্ধে আলোচনা কৰে, আৰু সেই উদ্দেশ্যে অসমায়া ভাসাৰ গাদিবে পর্ব। বর্তমান সময়লৈকে প্রধান প্রধান লিখক সকলৰ লিখাব পৰা অলপ অলপ তুলি গোটাই এখন পুথি যুগুত কৰা স্থিৰ হয়। সেই গুক কামৰ ভাব আমার প্ররাণ সাহিত্যিক, আসামর একমাব প্রত্নতত্ববিদ, পণ্ডিতপ্ররব শ্রীযুক্ত হেমচন্দ্র গোস্বামা দেৱক দিনা হয়। গোসাইদেরে বহু পৰিশ্রম কবি ১৯২১ চনত সেই পুপি গোটাই বিশ্ববিস্থ্যালয়ৰ হাতত দিয়েহি। সেই সময়তে আসামৰ কৃতা সন্তান ভাবত বিখ্যাত দর্গার ভোলানাথ বকরাই এই পুথি চপাবলৈ বিশ্ববিদ্যালযক দহাতেজার টকা দিবলৈ প্রতিশ্রুত হয়, আৰু তাৰ ছহেজাৰ তেতিয়াক বিশ্ববিদ্যালযক দিয়ে। সেই টকাবে বিশ্বদ্যিালয়ে নিজৰ প্ৰেচতে পৃথি ছপাবলৈ আৰম্ভ কৰে। আস্ত সেই ঢপা কাস।ব তত্বাবধান কৰিবলৈ বিশ্ববিজ্ঞ্যালয়ৰ পৰা আমাৰ ওপৰত ভাৰ দিয়া হয়। গোটেইখন পৃথি তিনি সণ্ডকৈ ভাগোরা হৈছে। আদিৰে পৰা ইংৰঙ্গী ১৫ শতিকাৰ শেহলৈকে প্রথম এপণ্ড, ১৬ শতিকাৰ আৰম্ভবে পৰা ১৮ শতিকাৰ শেহলৈ দ্বিতীয। খণ্ড, আক. ১৯ শতিকাৰ আৰম্ভৰে পৰা বৰ্ত্তমান সময়লৈ তৃতীয়া খণ্ড। প্রত্যেক খণ্ডই প্রায় ৭০০ পিঠিৰ একোখন বৃহৎ পুথি হব।
1

অসমীয়া সাহিত্যৰ চানেকি।

28 November 2023
0
0
0

  সুর্য্য খড়ি দৈবজ্ঞ। [এই লিখক জনৰ জন্মভূমি মঙ্গলদৈ আছিল। তেওঁ ইংবাজী ১৮ শতিকাৰ শেহ ভাগত জন্মগ্রহণ কৰিছিল। তেওঁ সেই কালৰ এজন বিখ্যাত পণ্ডিত আছিল। তেওঁ অসমীয়া ভাষাত দৰঙ্গবাজবংশাৱলী আৰু সংস্কৃত ভাষাত ব

2

রতিকান্ত দ্বিজ।

29 November 2023
1
0
0

এই জন কবি মঙ্গলদৈ অঞ্চলৰ এজন ব্রাহ্মণ আছিল। তেওঁৰ পূৰ্ব্বপুৰুষ আদিৰ বিষয়ে কোনো কথা এতিয়াও জানিত্ব পৰা নাই তেওঁ দৰঙ্গ ৰজাৰ সভাৰ এজন বিখ্যাত পণ্ডিত আছিল। তেও গড়ঙ্গনাৰায়ণ ৰজাৰ আদেশত “ৰাজবংশাৱলী" নামেৰে এ

3

পশু ৰাম দ্বিজ।

30 November 2023
0
0
0

ধৰ্ম্ম পুৰাণ। দ্বিজ সকলোরে একদিনা সুবেকত, কৰিলেক ধৰ্ম্ম প্রশ্ন ব্যাসৰ আগত ॥ দ্বিজগণ নিগদতি ব্যাস মুনিবৰ। পূণ্যতো উত্তম পুণ্য উত্তম ধৰ্ম্মৰ । কোন নামে হস্ত ইহু কাহাক আচবি, অক্ষয় স্বর্গক পারে পাপক সংহ

4

শ্রীকাশীনাথ ভামুলি ফুকন।

30 November 2023
2
0
0

আসাম দেসব ডাঙ্গবিযা গণ প্রভৃতি বিসযাব নিবন্ধ ॥ সম্প্রতি মহুদানুসাবে, বিসযাব নাম লিখা জাই। জি জি একে মর্জাদাৰ সেই সকলক একে চেদব মাজতেই লিখা জাব; তাতে লিখাৰ আগ পাচ ক্রমে মর্জদাতো আগ পাচ আচে। সেই আগ পাচ

5

অৰুণোদয়।

1 December 2023
0
0
0

জাত্রিকব জাত্রা। The Pilgrim's Progress. এই জগতব অবণ্যৰ মাজে মই ফুৰি জাওতে জি এখন ঠাইত এটা গাঁত আচিল, এনে ঠাই পালোঁহি। তাতে পৰি সুই থাকোঁতে এক সমাজিক দেখিলোঁ। গাত ফটাচটা কাপব পিন্ধি, আপোনাৰ ঘৰৰ ফালল

6

শ্রীযুত বাবু আনন্দিৰাম ফুকন কর্তিক।

1 December 2023
0
0
0

এই অসম দেশ নিবাসি লোক সকলে স্বদেশত বাজে পৃথিবীত আন আন যি সকল বব সব দেশ আছে তাৰ একো কথাৰ ভু নেপাই, সেই হেতুকে সিবিলাকে আপোনাৰ দেশ অতি চৰ অৱস্থাত আছে বুলি নেজানে, এতেকে সম্প্রতি পৃথিবীব ভিতৰত অতি আচবিত

7

নিলিবাম ফেয়াবউবেল

2 December 2023
2
0
0

History of Hindustan, From the Dig Dorson. গজনিৰ বাদস্যা মহমদব দোআবাই হৃষ্ট কবাব পরা মচলমান লোকৰ বাজ্য নস্ট কবি ইংলণ্ডিযাবিলাকৰ বাজ্য পাপন তোমালৈকে হিন্দুস্থানব বৃবঞ্জি ইযাত আক পাচতো লিখা জাব। জি নান

8

যজ্ঞৰাম দেওলাই বৰুৱা।

2 December 2023
1
0
0

আহোম ভাষার পর। ভঙ্গা পুৰণি বৃবঞ্জা। কোচবণ:-লালি বাইচান (১৪) সকত চূড়-কুড়ম আক ডেপু নামে দুজন কোচ বজাৰ সেনাপতিযে আতি শলা পালেছি, আমার লোকেও গৈ শলাত থাকিল গৈ। পাচে সিহঁত দুযো লুইতে উজাই দিখৌ মুখ পালেহি।

9

পূর্ণানন্দ ডেকা বৰুৱা।

4 December 2023
0
0
0

১৮৫৮ সন পবহিতৈষিতা অর্থাৎ পরোপকাব "নোপকাবাং পরোধম্মঃ”। আসাম দেস হিতৈসিনি সভাব বচনাব সাব সংগ্রহ। জি দেসৰ মানুহব বুদ্ধি বৃতি অলপমান মার্জিত হৈছে, আাক জি দেসব মানুহৰ কিঞ্চিত ধর্মাধর্মব বোধ আঢ়ে, তেওঁবি

10

হেমচন্দ্ৰ বৰুরা।

6 December 2023
0
0
0

কোরা ভাতুবী। কোৰখনিয়া সত্ৰৰ গোবন্ধনদেউ আতা পৰম বৈষ্ণর, কংশ বঙ্গাব চন্দন-যোগাতী কুঁঙ্গী-বাইৰ বংশত জাত, সাক্ষাত গুৰুজনব পৰা পৰমাৰ্থৰ ভাগ-পোৱা গোপীনাথদেউ মাতাৰ পৰিনাতি। ঘোষা, কাউন, বত্বারলা, এই তিন খানি

11

পাই-মালা।

6 December 2023
0
0
0

সম্মান। ঈশ্বর, পিতৃ-মাতৃ, শিক্ষক, দেশর অধিকার আক বুঢ়া লোক, এই সকল সন্মানর পাত্র। যি আদি কাবণব পরা এই পবিদৃশ্যমান জগতব উৎপত্তি হৈছে, সেই কাৰণৰ নামেই ঈশ্বব। তেওঁ সকলোবে আদি, কিন্তু তেওঁর আদি নাই; সকলো

12

গুনাভিৰাম বৰুৱা।

7 December 2023
0
0
0

সৌমার ভ্রমণ। এই অসম দেশ আমাৰ মাতৃভূমি। আমি ইয়াতেই উপজিছো। ইয়াতেই শিক্ষা পাইছো। এই দেশব নামেই আমি সংসার হাটত বিকা হই আছো। জননী যেনে আদবনীয়া আক পূজনীয়া এই আমাৰ জন্মভূমিও আমাৰ পক্ষে তেনে মৰম আৰু সেরাব থ

13

বমাকান্ত চৌধুৰী।

7 December 2023
0
0
0

অভিমন্যু বধ কাব্য। প্রথম সগ। দশ দিন যুদ্ধ কৰি ভীষ্ম মহাবলা যেতিয়া শুইল। বাৰে শৰ আসনত, মহাৰণী পাণ্ডবেও, আনন্দ মনেৰে, বঙ্গাইল। ঢাক, ঢোল, শিক্ষা, কৰতাল, জগঝম্প, ভেৰি, দবা। আপুনি শ্রীচাৰ, নিজ বাস্থ্য শঙ

14

বঘুদেৰ গোস্বামী।

8 December 2023
0
0
0

আত্ম পৰিচয়। মহাদি দিপক তাতে কৰিয়া শকত। বিন্দুগঞ্জ দিয়া পাচে কৰিয়া যুগুত ॥ মিথুন মাসৰ জানা ৰোহিনীক পাই। সমাপতি ভৈল শাস্ত্র পদ সমুদাই। আমি অল্পমতি হুয়া বচিলে। পয়াৰ। গোবিন্দৰ লীলা বুলি কবিয়ো আদৰ। জখলাবন

15

ইন্দিলৰ বৰুৱা।

8 December 2023
0
0
0

জীৱনাদর্শ। মহাবাজ। বুদ্ধিস্বর্গ নাবায়ণ। বৃদ্ধিস্বর্গ আসামৰ এজনা ক্ষমতাপন্ন বাঙ্গা আছিল। ১৪৭৪ শকত (১৫৫২ খৃঃ অব্দ) এওঁৰ জন্ম হয়। ১৫৩৩ শকত এওঁর পিতা গোঁড়াবাজা স্বর্গী হলত এওঁ বাজা হল। আহোম মতে এও'ব নাম

16

কালি ৰাম বৰুৱা।

8 December 2023
0
0
0

কামাখ্যা কামাখ্যা (কাম + আখ্যা) কাম শব্দে ইচ্ছা আখ্যা শব্দে নাম। যাব নাম হৈছে কাম, এতেকে কামাখ্যা। প্রলয় কালত এই জগত এনে প্রকৃতিত লীন আছিল যেই প্রত্যক্ষ অনুমান আক শব্দ এই তিনি প্রকাৰ প্ৰমাণৰ বিষয় নাছ

17

গোপীনাথ চক্রবর্তী।

9 December 2023
0
0
0

কলঙ্ক ভঞ্জন। কৃষ্ণের চরণ ধবি, বোলে বাধা বজেশ্ববা শুনাচে মুবলা দাবী, মোর মনো দুঃখ। গাও ত সিগিলা আছে গিরি, সকলে বলে বাচরা ভিবি, এই দুঃখে উল্যারা নবো মুখ। যদি ফুৰিবা যান্ড করবো বাড়া, আতিল যেঢ় বব গ

18

বলিনাৰায়ণ বড়া।

11 December 2023
0
0
0

উচ্চশিক্ষা। আসাম ভাৰতবৰ্ষৰ পিচ পৰিণাকা প্রদেশবিলাকৰ ভিভবত গল্প। বাস্তবিকে যি দেশত সুশিক্ষিত, ধনী আক ব্যবসায়ী মাশুহব সংখ্যা তাকৰ সি আজি কালিৰ সভ্য আৰু আগবাঢ়া দেশবিলাকৰ সমকক্ষ হব নোৱাৰে। অসমীয়া মানুহ অ

19

মাধবচন্দ্ৰ বৰদলৈ। (বায়বাহাদুৰ)

11 December 2023
1
0
0

অসমীয়া সাতকাণ্ড ৰামায়ণ। BIR BIKRAM LIBRARY. E Agartala w অতিপূর্বের গোটেই অসম দেশকে কামৰূপ বুলিছিল ইয়াৰ সীমা পূবে দিকৰাই আক পশ্চিমে করতোরা, সুতৰাং বর্ত্তমান সময়ৰ ব্ৰহ্মপুত্ৰৰ উপত্যকা প্রদেশ খণ্ডকে ক

20

কমলাকান্ত ভট্টাচার্য্য।

12 December 2023
1
0
0

অসমৰ উন্নতি। শিতানত আঁকা প্ররন্ধটি আজি আপোন দেশী ভাই সকলৰ ওচৰত আলচ পাতি চাও। "অসমৰ উন্নতি" এই কথাষাৰি এবাৰ উশাহ নিশাহত অন্য নিয়া কৰোঁতেই ওৰ পৰে। চিন্তাৰ বাটত হতাশে টানকৈ ভেঙ্গাৰ মাৰি আগচি ধৰে। শিক্ষি

21

কমলাকান্ত ভট্টাচার্য্য।

12 December 2023
0
0
0

অসমৰ উন্নতি। শিতানত আঁকা প্ররন্ধটি আজি আপোন দেশী ভাই সকলৰ ওচৰত আলচ পাতি চাও। "অসমৰ উন্নতি" এই কথাষাৰি এবাৰ উশাহ নিশাহত অন্য নিয়া কৰোঁতেই ওৰ পৰে। চিন্তাৰ বাটত হতাশে টানকৈ ভেঙ্গাৰ মাৰি আগচি ধৰে। শিক্ষি

22

পূর্ণিমাৰ ৰাতিলৈ চাই।

12 December 2023
0
0
0

জোনাক বাতিটা রূপহী কাটিী শুরায় জগত কিনো বিতোপন, নিচুক জগত নিদ্রাৰ কোলাত এনেনো গভীব নিদিলে আশ্রয় আজি কিয় মন নেষাও টোপনি কোনে মন্ত্র মাতি হবিলে চেতন কি কারণে আজি টোপনি নাই, শান্তি কোলা পাতি ম

---

এখন কিতাপ পড়ক