shabd-logo

হেমচন্দ্ৰ বৰুরা।

6 December 2023

1 দৰ্শন কৰা হৈছে 1

কোরা ভাতুবী।

কোৰখনিয়া সত্ৰৰ গোবন্ধনদেউ আতা পৰম বৈষ্ণর, কংশ বঙ্গাব চন্দন-যোগাতী কুঁঙ্গী-বাইৰ বংশত জাত, সাক্ষাত গুৰুজনব পৰা পৰমাৰ্থৰ ভাগ-পোৱা গোপীনাথদেউ মাতাৰ পৰিনাতি। ঘোষা, কাউন, বত্বারলা, এই তিন খানি শাস্ত্র প্রস্তুব ওষ্ঠাগ; ইয়াত বাজে গুণমালা, ভটিমা, চপয, তোটয়, এই বিলাক মুখে আখৈ ফুটাৰ দৰে ফুটে। বৰগীতত গোঁসাই দেউ এনেহে পার্গত যে, তেওঁ পুর তীযা নিশা গীত ধৰিলে ওচৰৰ গডবিলাকেও পাত-লবোৱাব চলেৰে তাল ধবে, আক কুকুব শিয়ালেও প্রেমত বাউল হৈ বাগ দিয়ে। গোঁসাই ঈশ্বৰৰ উপৰি পুরুষ সকল তিবী-লগীয়া আছিল, কিন্তু গোঁসাই দেউরে মধপুৰ থানৰ ধূলা-মালা লৈ নিৰ্ম্মল উদাসান ধম্মত আশ্রয় কৰিছে, তিবীজাতির মুখকে নেচায়; আন কি। তিবীলগীয়া ভরুতে অনা জলকো গ্রহণ নকৰে। প্ৰভুৰ উপৰি পুৰুষ সকলৰ বৰ মাৰ্চমা গাছিল, তেওঁবিলাকৰ এজনৰ মহিমা দেখি কালশিলা নৈয়ে মানুক্ষর রূপ সবি শরণ ভজন লৈ কৰৰ বাবে বছৰি পাচ বুৰি কালঢাপৰ কনী যোগাই আছিল। আমার গোঁসাই-দেউৰো মহিমা কম নয়, এতিয়া কলিব কাল বুলিও কিসিন্ধ্যাব বান্দবব বজাব কোরব এজনাই গোঁসাই দেউৰ ঠাইত মালা মন্ত্র লৈ বন্ধেবেকত তিনটা লঙ্কাৰ কণমৌ-কৰ দিয়ে। গোসাই-দেউ "মহাপুৰুষগুকৰ শুধ' সত পথবপৰা একাঙ্গুলো লব-চৰ নহয়, "অন্য দেরী দেউব' নাম মুখেৰে লোরা থাকোক, কাণেৰে শুনিলেও কাণত সোপা দিযে, "অইন দেরী দেউৰ" নামেৰে মানুহৰ নাম থাকিলে তাক সলাই "কালিৰামক" "মহিবাম" "দুর্গাবামক" "দহ হতীযাবাম," "শিরনাথক" "জটীয়ানাগ" বুলিহে মাতে। প্রস্তুৱে তিনটা প্রসঙ্গ নকৰাকৈ পানী এটোপাকে। ভোজন নকবে, 

অসমীয়া সাহিত্যৰ চানেকি।

আৰু আঁউহা একাদশী হলে দুকঠা আৰৈ চাউলৰ কেঁচা পিঠা-গুৰি, আৰু তাৰে বাজে আন একো নলয়। গোঁসাইদেউ জোখাই গুড় গাখীৰ আৰু কলাত "বাকসিধ," যি বোলে সেয়ে হয়। "হতশ্রীহো” বুলি তাক শাও দিছিল, ভকত জনে ডেবকুৰি বছৰ মাথোন টানিলে। গোঁসাইদেউ ধৰ্ম্ম শাস্ত্রত বৃহস্পতি, ঘোষা-ৰত্নাৱলীত যিবিলাক টান কথা আছে, মুহূর্ত্ততে সেইবিলাকৰ সংশয় ছেদ কবিদিয়ে। এবেলি এজন পৰমাৰ্থ-বস্তুলৈ আশা-কৰা ভকতে কুৰাল-গুৰি-সত্ৰৰ নাম-ঘৰত ভাগতা বাপুরে কৃষ্ণৰ লীলা কখন কৰোঁতে ভকতসকলক প্রেমত বাউল হৈ বাগৰি ফুৰা দেখি তেরে। দুবাৰ-মান মাটিত লেটি ললে, পাছে নামঘৰলৈ পিঠি দিলতে কৃষ্ণৰ চৰিত্ৰ সকলো-খিনি গাৰ ঘামে সৈতে মনৰ পৰা মাব গল, কেরল "বৃন্দা বিপিনে" এই দুটি কথা মাপোন কথমপি মনব এচুকত লাগি বল। কিন্তু সেই বাক্য-ফেৰিৰ ভারার্থত অলপ সংশয় হোৱাত তেওঁ গোঁসাই-ঈশ্বরৰ গুৰিলৈ গৈ সেৱা কৰি মাত লগালে "প্রভু ইস্পৰ" বিবিন্দ। বুলিলে, জানিবা বিবিণা বনকে বুজায়, তাক সদায়ে দেখিয়েই আছোহঁক এতিয়া বিপিনা বুলিনো কি?" তাতে গোঁসাই-দেউৱে গম্ভীব ভাৱেৰে উত্তর দি বুলিলে, "আতৈ ৰাম সঙ্গ সোধা গৈছে, "বিপিনা” বুলি বিৰিণাৰ কোমল কেওঁখিনি, ই বৰ গুঢ়ার্থ সকলোৱে তাৰ সম্ভেদ নেপায়।" আমাৰ "প্রভু' ইস্পবে" বিদ্ধাৰ কিমানলৈ ভেদিছে, এয়ে তাব চিন। এবেলি এজন ভকতে কিবা দাই কৰাত, গোসাইদেউৰ সেই "বর্জ বাইক" পৰিবৰ পৰা

ভকতসকলে আগৰেপৰা চলি অহা সদাচাৰত প্রবত্তে নে, ভাবপৰা ইফাল- সিফাল হয়, নাম প্রসঙ্গতকৈও আমাৰ গোঁসাই-দেউরে তালৈ অধিক চকু দিয়ে; কিয়নো তাৰপৰা অকল ভকতসকলৰ তবিবব উপায় হয়, এনে নহয়; তেওঁবিলাকক সত্ৰৰ নীতি-নিবন্ধৰপৰা লব চৰ হোৱা ধবিব পাবিলে পানৰ এফেৰি লাভ আছে। আন নহলে তেও শলা-বম্ভিব ধন ফেৰি ওলায়। এবেলি এজন ভকতে ফুবা গাৰে গুরা-ভোজন কৰাৰ কথা আন আন ভকতসকলে কোরাকুই কথাত সেই কথা গোঁসাই দেউৰ কানত পৰিল, তাতে ভকত জনৰ জীৱটিৰ অসদগতি হয় বুলি বৰ ভাবিত হৈ কেৱলীয়া ভকতসকলক চপাই গোঁসাই ঈশ্বৰে মহা সোধ পাতিলে; সোধত পদপ্রমাণেৰে সেই কথা সঁচা নোহোরাতো আতৈজনৰ জীৱব কল্যাণৰ আৰু অপবাদৰ পৰা গাটি শুচি কৰিবৰ ক'ৰণে ৬'পানলৈ কুৰি টকি ৰূপৰ বাব দিবৰ আজ্ঞা হল; আৰু তেওঁ তাকে নিদিলে মানে তেওঁক পাচলৈ হাত কৰি বান্ধি বেলি মুরাকৈ পেলাই থোৱা হৈছিল। এইরূপে আমাৰ প্ৰভু ঈশ্বৰে কত ভকতৰ গা শুচি কৰিছে,তাৰ লেখ নাই। পাপ এটা সোচবা ব্যাধি, নিষ্পাপী মানুহ পাপী মানুহৰ ওচৰ চাপিলেই পাপে জাপ মাৰি নিষ্পাপী মানুহৰ গাত উঠে। যি শিষ্যে জানি বা নেজানি প্রভু ঈশ্ববব দাউ লগাই, তাতকৈ পাপী কেও নাই। এইকাৰণ সি দাই নভঙ্গায় মানে তাৰ পাপ আনব গাত সোঁচবে বুলি প্রভু ঈশ্ববে ভাব দুৱাৰ-মুখত টাব-চিলিঙ্গি মাবি আন শিষ্যক সেই জগবাযা শিষ্যেৰে সৈতে জুই পানীৰো ব্যৱহাৰ কৰিবলৈ নিষেধ কবি গয। শিষ্যব জারটি কেনেকৈ উদ্ধাব হব প্রভুদ্ধর সদায তাকেকে চিন্তে; তাতে শিষাৰ ভাল বস্তু এটি দেখিলেই কেতিয়াবা তাব প্রতি দযা কবি সেই বস্তুটি "গ্রহণীয় ভার" কৰিবলৈ মঙ্গাপ্রভূব ইচ্ছা জনমে, বস্তুটি দুখানি চৰণত শোধালে ইচ পব-লোকত শিষ্যটির কল্যাণ হয়; তাকে নকবিলে নরকৰপৰা তাব নিস্তাব নাই। আমার প্রভু জগন্নাথ যি খানি শিচ-গার ও সোমাই, তাৰ কৰ্ম্ম গুচাবব নিমিত্তে তাক জনীয়ে চোচা পেটতকৈও নাবস কবিকে এবে। দুখানি চৰণে এবাৰ শিষ্যৰ গাৱত পলা পেলাই সকলোকে পবিত্ৰ কৰিবলৈ গৈছিল; গাও পাই শুনিলে, সেই গাণ্ডব মেধিব এজনা ভাল গাই আছে, তাতে মেধিব পরম ভাগ্যব গুণে তেওব প্রতি প্রসন্ন চৈ আতা ঈশ্বরে গাইটালৈ এনেতে ইচ্ছা কবিলে যে, তাকে নেপালে চাউল সিজোরাই নহয়। এই কথা আলধবা-আভৈয়ে গৈ মেধিত কলে, মেধি বিমোৰ। গক নিদিলে গোঁসাই ঈশ্বৰব ভোজন নহয়, গকজনীও মৰমৰ, দিবলৈ গাই নসয়। কিন্তু গোসাই ঈশ্ব লঘোনে পাবিলে, গরু কি বস্তু? দেহ প্রাণবে সব্বনাশ। এই বিলাক কথা ভাবি চাই এফেবি অবি-হণাবে সৈতে নামঘৰৰ খুটাত গরুগুনা বান্ধি দিলতকে প্রভুজগন্নাথে দুপৰীয়া ভোজন কবিলে।

গোবর্দ্ধন গোঁসাইব নগৰলৈ অচা, আক মর্কটেশ্বব

ফুকনব ঘবত বঙ্গ। কথা।

লোভৰ সমান চস্ট বস্তু নাই, ই কি সন্ত, কি মহন, সকলোকে বশ কৰে। আমাৰ গোঁসাই ঈশ্বৰ যদিও সাক্ষাত ধৰ্ম্মমুর্ত্তি আৰু পৰমাৰ্থৰ ভবাল আছিল, তথাপি লোভৰ হাত সাৰিব পৰা নাছিল; তাতে কোনো এজনৰ এডবা বোৱতী মাটি আপোনাৰ ধৰ্ম্মোত্তবৰ ভিতৰৰ বুলি এখান মিছ। তামৰ ফলি উলিয়াই গোচৰ পাতিছিল আৰু সেই গোচৰৰ কাৰণে গোঁসাই-দেউ নগৰলৈ আহি মর্কটেশ্বৰ ফুকনেৰে চিনাকি হোৱাত তেওৰ তোলতে বহা কৰিলে। মর্কটেশ্বৰ ফুকন এই দেশৰ বৰগোঁহাই-ফৈদৰ সন্তান, বজাৰ দিনত কেইবাখনো ডাঙ্গৰ বিষয় খাইছিল, এতিয়া পেঞ্চন পায়। পূর্ণেব তেও তন্ত্রৰ মতত প্রবর্তিছিল কিন্তু আমাৰ গোসাঁই-দেউৰ এনেছে পৰমাৰ্থৰ বল যে তেওঁ'ৰ লগ পাবৰেপৰা ফুকন-দেওৰ মন একেবাবেই পালটিল, তাতে তেও তন্ত্র-মন্ত্র সকলোকে কাতিকৈ থৈ মহাপুরুষ গুকৰ এজন শুদ্ধ সেরক হৈ পৰিল, ভোবতালৰ কোবত গছৰ পাত সৰাবলৈ ধৰিলে। এও তকৈও এওঁৰ গাভক-দেও-জনাব ভক্তিহে চাৰ। তেওঁ নিতৌ গোঁসাই দেউব মুখে কৃষ্ণ লীলা শুনি ভক্তি-বসৰ সোৱাদ পালে, আৰু পৰমাৰ্থবো মৰ্ম্ম বুজি ললে। এইরূপে পার্কোতে থাকোঁতে গুক-শিষ্যে দুইকে। দুয়ো চিনি পাই প্রেমভার উপজিল। গোসাই-দেউরে নতুন শিষ্যৰ ভক্তিত তুষ্ট হৈ পূর্বের কৃষ্ণৰ যিবিলাক লীলাৰ কথা মুখেবে শুনাইছিল, পাচত ঘবতে বৃন্দাবন পাতি সেইবিলাক দেখাই দিবলৈ ধৰিলে; বস্নহবণকে আদি কৰি মান- ভঞ্জনলৈকে লাহেলাহে সকলো লালা সাঙ্গকৈ দেখালে। ফুকনদেরে এই সকলো লীলাখেলাৰ কথা জানিও সম্ভব, বিশেষত গুকৰ মনত কোপ হব, এই ভয়ত বাধা দিবলৈ সাহ কৰিব নোৱাৰিলে; ববং বাভক-দেরে এনে এজনা পৰম বৈষ্ণৱৰ প্রিয়া শিষ্যা হৈ পৰমাৰ্থৰ মৰ্ম্ম বুজি লোৱাত আপোনাকে। ধ্যহে মানিলে, আক আপোনাৰ পুণাৰ ফলেৰে নোৱাৰিলেও আইচু-দেওৰ পুণ্যৰ ফলেৰেই যেন তৰি যাব পাৰিব, একো বেলি মনত এনে এটা আশাও কৰিছিল। বিশেষ তেওঁৰ পুত্র নাছিল, এই কাৰণ গাভক-দেওলৈ সাধু-জনাব ইমান অনুগ্রহ ভার হোরা হেতু বুঢ়া কালত পুত্ৰৰ মুখ দেখিবলৈ পাব বুলি, তেওঁমনত বৰ বং পাইছিল। ইয়াত বাজে আইচু-দেওৰ গাত বীৰাৰ পাক এটা আছিল, গোঁসাই-দেউৰ আশ্রয় লেৱাৰ পৰা সেইটি গুচিল, এই কাৰণ তেওঁৰ মনৰ সন্তোষ সকলো সীমাৰ পাৰ হৈছিল।

ভণ্ডেশ্বব-বৰুৱাব চবিত্র। তেওঁ'র সভা-বর্ণনা। গোঁসাইদেউব সভালৈ গমন আক শাস্ত্রালাপ।


ভণ্ডেশ্বৰ বকর। তিনিও "মোতালকব" চিবস্তাদার, চাহাবৰ বব খাটনিয়াৰ, অকল তেও'ইতে চাহাবৰ খাটনিযাব এনে নশ্চয়, তেওব ঘবব বোন্দা- মেকুবিটি পিৰ্য্যন্ত চাহাবৰ প্রিয়, এই কাবণ তেও যিহকে কবে। বোলে, তাকে কৰিব পাৰে; ব্যাত কিন্তু "বৃহস্পতি," সেই কথাত তেওর ফালে নিতৌ "শ্রীপঞ্চমী" বুলিলেও বব মিডা কোরা নশ্চয়। কিন্তু ডাঙ্গৰায। আন সকলে। বিজ্ঞাত কৈ এটা বিজ্ঞাত বৰ পাৰ্গত, তাৰ নাম "লোটনি"। এই বিজ্ঞাত তেও এনেছে পণ্ডিত সে হামিক সকলৰ ভবিৰ পৰা তেওঁব হাতব বিচ্ছেদেই নাই, আাক অকল এই বিস্তারেই সকলো হাকিমক বশ করে। বকরা দেউৰ গুবিটোহে বব বিশিষ্ট নাচিল, তেওঁ তাক ঢাকিবব উপায় নকৰি থকা নাই। আমার দেশব সামান্য মানুহে এটা ডাঙ্গৰ কাম পালে আগব হীন অৱস্থালৈ তাৰ ঘিণ লাগে, আক তাক লুকাবর মনেবে পুর্বনি ডাঙ্গৰ খিতাপ এটাবে খ্যাত হবলৈ যতন কবে। আমাৰ বকরাদেরে সেই বুদ্ধিটো জানিছিল। আমার দেশৰ মনুহবিলাক খাটনি-লোটনিত বব পটু, আৰু যেনে মাছ দেখে, তেনে জাল গাবিব পাবে। বকরাদেও যদিও আগেয়ে গুণার পাত্র আছিল, তথাপি এতিয়া ডাঙ্গব বিষয় পোরাত, বিশেষত ঢাকাবব খাটনিয়াব ফোরাত সকলোরে তেও'ত ইস্ট গুকৰ নিচিনাকৈ ভক্তি কৰিবলৈ ধবিলে। কোনো একোজন ভদ্রলোকে কয়, ডাঙ্গৰীয়া শুদা শক্তিব লোক নহয়, যোগ ভস্ট পুস্কস সাক্ষাত ঈশ্বর মুক্তি, নহব কিয়? "শুচিনাং শ্রীমতা গেতে যোগ ভস্টোভিজাযতে"। এনে কথা শুনিবলৈ ডাঙ্গৰীয়াই বৰ ভাল পায় আৰু কোরা জনলৈ প্রসন্ন হয়। ইয়াকে দেখি আমাৰ মানুহবিলাকে সেই বিষয়ত বৰ পাৰ্গতালি দেখাই আপেনাব কার্য্য সিদ্ধি কৰিছিল। এজন গুচবিয়া ভকতে এদিন বাতিপুৱা লৰি আহি ডাঙ্গবীয়াৰ ভৰিত দীঘলহৈ পৰি কবলৈ ধৰিলে, "দেউতা ঈশ্বব! বন্দীক বইখা কৰক, বন্দীয়ে বৰ অপৰাধ কৰিছোঁ। কালি কেনেবাকৈ নেদেখাত দেউতা ঈশ্বৰৰ খথমত উজ্জতি মাবিলো, তাতে ৰাতি শুই থাকোঁতে হাতত সোণৰ লগটি লোৱা আৰু শুকুল। বন্ধ পিন্ধা, পকা থেকেৰা যেন বৃদ্ধ লোক এজনা আছি 'তই মোৰ খৰম কিয় গুবিয়ালি' বুলি বন্দীক গচক। মাৰি ধৰিলে। বন্দিয়ে সপোনতে অনেক কাকুতি মিনতি কৰাত এৰি দি কলে, মই কোন চিনিচনে?" পড়। আমি পপালি চকুর। মনিচ, মিটিকিয়াই হাঁহি দেউতা-ঈশ্বৰব নাও কাঢ়িলে, 'তেরে'ই মই, তেওঁক শুদালোক যেন নেদেখিবি, আৰু তই যে তেওঁৰ খৰমত ভৰি লগালি এই বাবে তেওঁৰ আগত দীঘল হৈ পৰ গৈ' তাতে এতিয়া দেউতাই বাইখ। কৰিলেহে হয়।" ইয়াকে শুনি ডাঙ্গৰীয়া তালৈ বব প্রসঙ্গ হল, আক এই কথা যেন তেওঁজানি আছিল, এনে ভাবেবে ওলপকৈ দাতকেইটি উলিয়াই গম্ভীৰৰূপে বুলিলে বাক গেম। কবিলোঁ যা।" তাতে ভকত জনে ভক্তিভারে ডাঙ্গবীয়াৰ শ্রীচৰণৰ ধুলি লৈ উঠি গল, আক সেই ধুলাব প্রসাদতে গোচবে। জিকিলে, এনে বিলাক কথা শুনি শুনি ডাঙ্গবীয়া ওফন্দি গঙ্গাটোপ হল, আপোনাক শির কি বিষ্ণুব পূর্ণ অবতাব বুলি ভাবিবলৈ ধৰিলে; এই কারণে কোনো কপার সচা-মিছা নিশ্চয় কৰিব লাগিলে, তাব আন সাক্ষা নিবিচাবে, তেওঁব 'চবণত” ধৰি শপত খাবলৈ আজ্ঞা কবে। তাতে ভয়ত কপি কঁপি বন্দীয়ে বুলিলো, প্রভুক কেনেকৈ চিনিম? এই কথা শুনি

এদিন ডাঙ্গৰায়া ববচবাত এযোৰ জাপ পাটা-ঢবাত একাঠমান ওখ এটা বৰ গাঁকলৈ কিলিংনৈৰ বালিত বব খবিয়ালটোৰ দবে পৰি আছে, পাবিশদ সকলে চাৰিও ফালে শক শগুনৰ দৰে বেবি আছে ডাঙ্গবীয়াৰ চকু কদাচিত হে আধা মানেই মুকলি হয়। আমাব দেশব মানুহে ভাবে যে, আপোনাৰ গাটো দুর্বল, কণীয়। আৰু সুকুমল বুজাব পাৰিলেহে বৰ মানুহ বোলাব পাবি; এই কাবনে অনেকে হাত থাকোঁতেও কোম্বা, ভবি পার্কোতেও খোবা, আক বল থার্কোতেও দুর্বল যেন দেখাই ফুৰে। আমাৰ ডাঙ্গৰীয়াও সেই বিধব লোক; আগেয়ে যে আহাৰমহীয়া ৰদত পণাবে পথাৰে ফুৰোতেও গাই কেবেপ নকৰিছিল, এতিয়া সেইটো অৱস্থা একেবাৰেই পাহৰি বৰ মানুহ বোলাবৰ মনেৰে মাজে মাজে একোটা হামি মাৰিছে, আৰু মুৰত হাতটো দি বুলিছে আজি কাচাৰিৰ পৰা এফেৰি বেগাই আহিলোঁ, তাতে মুৰৰ বিষে ধৰিচে। ইয়াকে শুনি একুৰিমান পাৰিষদে ডাঙ্গৰীয়াৰ আগৰ অৱস্থা যেন দেখাই নাই, এনে ভারেবে একেবারেই মাত লগালে, "দেউতাঈশ্বৰৰ সুকোমল শৰীল, অলপ দুখেই বৰদুখ; অলপনান নিদ্রা কৰক, তেহে গা স্বস্থ হব।" ডাঙ্গৰীয়াই তাতে হৰিক ভৰদি অমৰা-গুটি দুটি ছালেৰে ঢাকিলে।

ইফালে ডাঙ্গৰীয়াক শোরা দেখি পাৰিসদ সকলে নানা কথাৰ আলাপ কৰিবলৈ ধৰিলে। আমাৰ দেশৰ প্রায় মানুহে লোকক নিন্দা কৰাত বৰ ৰং পাই দুটা মানুহ একে ঠাই হলেই লোকৰ নিন্দা উলিয়াই, পৰৰ নিন্দাত বাজে আন আলাপ কৰিবই নেজানে, বুজি চোরা যদি, সিবিলাকে লোকক যিবোৰ কথাৰ বাবে নিন্দা কবে, তেওবিলাকৰ তাতকৈও বচা কথা আছে, কিন্তু তেনে ক্লাবে তেও বিলাকৰ মনত চক্‌ক্সকে। নকৰে। পাৰিষদ বিলাকব এজনে মাত লগালে, এবব টকীৰ ঘৰৰ বিদ্যাধৰ বোলা লৰাটো গুচিল, সি শুচি, অশুচি, ধুতি, বিধুতি, একো নিবিচাৰে গধুলি গাটো ধুবলৈও এবিলে।" আন এজন মহাপুকষে প্রতিপনিৰ দৰে মাতি উঠিল, "গাজি কালি ইস্কুলত পড়া লৰ। কোনটোবানো ধুতি-বিধুতিৰ জ্ঞান আছে? সিহঁতে কথ বোলে মিচাদগা কোবা, ভেটাগোরা, বিভিচাৰ কৰা, একবোবছে পাপ, বিধতিয়ে খোরাটোনো কি পাপ সেই সভাতে এজন পণ্ডিতো আছিল, তেওৰ বিদ্যাব এনেতে পৰাক্ৰম যে, তেওঁৰ ভযত আত সবস্বতাযেও দেশ এবিছে এই বিলাক কথা শুনি তেওঁ পণ্ডিতালি প্রবাশ নকবি সাদিস নোৱাৰিলে, দুর্বাসা মুনিব নিচিনা গঙ্গেবে মাত লগালে, "কটা বৃষ্টাযনভতে শাস্ত্রর কথা কি জানে? শাস্ত্রত লিখা আছে, বঙ্গাব থবলৈ, বেজব ঘবলৈ, ভাঙ্গন লোকব ঘৰলৈ, 'বিক্ত হস্তে ন গন্তব্য' শুদা ভাতে যাবই নেশায়। হাত ডাঙ্গব লোকে ভেটি খালে দি দোষ ? কোনো সময়ত মিছা করবো শাস্রত বিধান আছে। বিভিচার কামর সে কথা কয়, ডান্সব লোক হলেই অলপ ফ্লাডা- কৌতুক কবিরই লাগে। স্বর্গত ইন্দ্রাদি দেবতাসকলেও তেনে কাম কবে, আৰু ই কি পাপ নিটা সন্ধ্যা যি উপাসা কবে, তাব গুৰিলৈ এনে পাপ চাপিব পাবে নে অবমসণতে তেনে কোটি কোটি পাপ নস্ট হয়। সিহঁত জধামূর্থ, সিইতে আমার শাস্ত্রব কি বুক্ত পায়? আমি এই বুঢ়া কেইটা, ঘাইকৈ এই ডাঙ্গবিযা সবল থাকে মানেহে আমার দেশত ধবম থালিব, ই সকলৰ পাছতে এটাইবোৰ কস্টাযন চব। নচব কিয়? শান্তব কথা মিছা কব নে? ভবিষ্যপুরাণও লিখিছে উম্বলে নির্মূলো ভবেৎ। যেতিয়াই আমাৰ দেশত ইঙ্গুল কবলৈ ধবিলে, তেতিয়াই জানিছো, এই দেশর মাশ্বতব জাতি নেথাকে। কটা কৃষ্ণাযনতক মুখব কথাবে নোবাবি, বা-বাক্ত দি গচকা মাৰি ধবি, তিনি কুবি মান চমটাৰ কোব মাৰিলেহে সিহতৰ জুতি লাগে।"

এইরূপে কথোপকথন হৈ থাকোতেই গোবন্ধন দেউ-অধিকাৰ উপস্থিত হলগৈ। গোঁসাইক দেখি সকলোবে আস্তব্যস্তকৈ বহিবলৈ কলে। আল- ধবাই থঙ্গাপাৰি দিলে, গোসাইদেও "মহাপুৰুষ গুরু" বুলি তাতে বচিল। মহন্ত আহিবৰ গম পাই ডাঙ্গবাযাই অলপৰৈ চৰু চুদি মেলিলে, তাতে গোঁসাই-দেউরে শুকান দমনা আৰু বন-মালা-পাতৰ মেৰ বান্ধি থকা টোবা- সাপটি যেন ঢোপ এধাৰি শৰায়েবে আগবঢ়াই দিলে। ডাঙ্গৰীয়া এজন উঠন ভকত, নাম ঘৰত হৰিকীৰ্ত্তন কৰোঁতে প্রেমে ধৰি পেট-কাম্বীয়া মানুহৰ দৰে বাগৰি ফুৰে, ভোবভালৰ কোবত ওচৰত থাকিবব মানুহৰ সাধ্য নাই। কিন্তু ভগরম্ভ হলে প্রসন্ন হৈ আগতে ওলায় চি। সাধু মহন্তত ডাঙ্গৰীয়াৰ বব ভক্তি বৈষ্ণৱৰ গুলা নোলোৱাকৈ ডাঙ্গৰীয়াই ভোজনকে নকৰে, এই কাবণ মহন্তক দেখিয়েই "নমঃকাৰ" কবি নিম্মালি শিবত ললে, এনেতে আকৌ চকু মুদ গল।

ডাঙ্গৰীয়াৰ টোপনি দেখি পাৰিষদ সকলে গোসাই-দেউৰ সৈতে শাস্ত্ৰৰ আলাপ কৰিবলৈ ধবিলে। গোঁসাই শাস্ত্রব কল্পতক, আই সরস্বতীব ভতিজ্ঞা পুতেক। শাস্ত্ৰৰ কথা শুনিলেই মুখ শুকাই করাই-খোলা যেন হয়, কথা কওঁতে জিভা দোবোল নেখায়, এই দেখি কোনো মতে মান বাখি পলাবৰ উপাই চিন্তিছে; এনেতে ভকতচবণ ডেকাবকরাই মাত লগালে, "গোঁসাই-দেউ! আমাৰ মনত এটা খাশঙ্কা আছে। কোনোরে তাক ভাঙ্গির পরা নাই, আপুনি কৃপা কৰি ভাঙ্গি দিয়ক।"

গোসাই। সঙ্গ, কোরা যাওক ডাঙ্গবীয়া। ভকত। পৰমেশ্ববব ভাত কেই গনি?

গো।ভগৱন্ত চতুর্ভুজ, চাৰিগান হাত। ভকত। ভাল, শাস্ত্রত লিখিছে, "শংখ, চক্র, গদা, পরা, করত তোমাৰ" পরমেশ্বৰ যদি চতুর্ভুজ, তেন্তে শংখ, চক্র, গদা, পদ্ম, এই চাবিটি বস্তু চাবি; হাতত লয়, পাছে কবর্তখনিনো লয় কত?

এই প্রশ্ন গুনি গোসাইদেউব ধাতু উৰিগল, তথাপি সাহত ভৰ দি বুলিলে, "ডাঙ্গৰীয়া বাপু! এইটি কথা বুজিবলৈ এফেবি টান হওঁতে হয়, তথাপি শাস্ত্রত লিখিছে' কৰত বঙ্গারত বেশ্ব' করত খনি ভগৱন্তে কাষলতিৰ তলত লয়।"

এই কথা শুনি পাৰিষদ সকলে খোঁবাব নিচিনাকৈ ছি ছি ৪ি কবি উঠিছিল, কিন্তু সাধুজনক অপমান কৰাৰ বুজ পালে ডাঙ্গৰীয়াৰ খং উঠে বুলি ভয়ত মুখত সোপা দি হাঁহি ৰাখিলে গোঁসাইদেউৱে মহা লাজ পাই ডাঙ্গৰীয়া শয়ন কৰিছে, পাচে আহিমইক" বুলি লাহেকৈ "পলায়ধ্বং” কৰিলে। 

আত্মজীৱন চর্বিত।

১৭৫৭ শকৰ আগন মাহব ১৪ দিন যাওঁতে মঙ্গলবাৰ কৃষ্ণণ চতুৰ্থীৰ ৰাতি শিৱসাগৰ জিলাৰ বজাবাহৰ নামে ঠাইৰ পৈতৃক ঘৰত মোৰ জন্ম হয়। মোৰ পিতৃৰ নাম মুক্তাৰাম বকরা। তেও সংস্কৃত ভাষাৰ আৰু বৈঘ্ন শাস্ত্রব পাৰদশিতাৰ নিমিত্তে প্রখ্যাত আছিল। আমার পূর্বব পুরুষ সকলে অসম ৰক্ষাৰ পৰা যি যি বিষয় পাইছিল, সেই বোরব কথা লিখিবব সকাম নাই, কিয়নো সেই কথাৰ অলপ অচৰপ' এই দেশব প্রায় সকলো লোকৰ জনা আছে। অসম ই'ৰাজৰ বাজা হোৱাৰ কিছুমান বছবব মুৰত মুক্তারাম বকরা নিম্ন মিডামবা মৌজার মৌজাদাব হয়। আৰু মৰণ কাললৈকে সেই বিষয়কে ভোগ কবি আছিল।

তেও দুজনা ভাষ্যা বিয়া কবিচিল। প্রথম জনাই এটি পুতেকক সূণ্যৰ পোহবলৈ আনিয়েই এই জগতৰ পৰা বিদায় লোরাত লবাটি বুডামাকৰ পৰা প্রতি পালিত হৈ ডাঙ্গৰ হয়। তেওব নাম যোগেশ্বৰ আছিল। তেও বহুকাল সংসারব সুখ ভোগ কৰিবলৈ নেপালে, ১৮ বড়ব বয়সত বিযাব জৰীৰ বান্ধ নৌলও তেই বন্ধুবর্গক শোকব জুইত পেত্রাই জীবন এৰিলে। এই কালৰ ভিতবতে তেও পিতাকৰ উত্তম শিক্ষার, আক নিজৰ ঢোকা বুদ্ধিৰ গুণে সংস্কৃত ভাষা আৰু বৈছা বিদ্যাত বৰ পাৰ্গত হৈছিল।

যোগেশ্বৰৰ মৃত্যুৰ কিছু বছবৰ আগেয়ে পিতৃযে মোব আইক দিয়। করাত তেওৰ এটি কন্যা হোৱাৰ পাচত মই জন্ম ধবো। আক জেষ্ঠৰ পৰকাল প্রাপ্তিৰ সমযত বছৰেকীয়া লৰা আছিলো। তেওক হেকরাই পিতৃযে ইমান শোক পাইছিল যে মই বিছ্যা শিকিবব বযস পোৱাৰ কেউবা বছৰ পাচলৈকে মোৰ আগত শিক্ষাব নামকে শুলিয়াইছিল। এই কারণে ৭ কি ৮ বছৰ মান ব্যসলৈকে মই লোকৰ মুখে শুনি বর্ণমালাব আখর কেইটা মাতিব পরা হোরাত বাজে আন একোকে নেজানিছিলো, আক পোনেই মাকব গর্ভব পব। ওলোরা লবাতকৈ আখবের সৈতে মোৰ অধিক চিনাকী নাছিল। কোনোরে পিতৃক মোৰ শিক্ষাত ইমান আওহেলা কবার কাবণ সুধিলে তেও এইদবে কৈছিল যে "এটাক বহুত যত্নেবে বিদ্যা শিকোৱাব পরা কি লাভ পালো? কেরল শোকৰ অগ্নিব তাপ দুগুণ হল মাথোন; শিক্ষাৰ অন্তত ইয়াৰো তাৰ নিচিনা দশ্য চলে সেই জুইয়ে যোক পুবি মাবিণ; এই ভয়তে মনে মনে আছো, আক কিছুদিন বাট চাই পাচে

যেনে উচিত বুজে। কৰিম।

এই দলে থাকোতে মোৰ ৯ বছব মান বয়স হোৱাত পিতৃয়ে মোক এদিন বিদ্যাবন্ত করালে, অথাৎ বর্ণমালাৰ সৈতে ভেটাভেটি নকৰোৱাকৈয়ে একেবাদেই শব্দ সধাত লগালে, আক শব্দ সধ্যওতেই এইরূপে মোক আগৰ চিনালে যেনে, এখান ফলিত বিভক্তি বিলাকেরে সৈতে সাধিব লগিয়া শব্দটে। লিসি দি তেও মোক কয় "এইটো দের শব্দ, এইটো দ তাতে এইটে একাব, দত একাবে দে, এইটো র দের।" এই প্রকাবে আান বিলাক শব্দবো আখববোব চিনাই দিয়াত শব্দ সাধনব অন্তর মত প্রায সমৃদান আধর মাতির পবা হলো। ঘি অলপ বাকী আছিল, ধাতু সাধোতে সেই বিলাকতো মোর অধিকাধ জন্মিল। কিন্তু ভালে- মান বয়সলৈকে মই অঙ্ক শাস্ত্রব আদি ফলাােব ক্রম লগাই মাতির নোরাবিছিলো। পূর্বের সেই বিলাক নিশিকাই সেই অজ্ঞতাব কাবণ আছিল। শব্দ ধাতু সধাৰ পাচত মাহচাবেক দ্রোণপূর্বর কর্ণপবদ আদি অসমীয়। পদ পুথি, আকে বঙ্গালা আখৰ চিনিবর কারণে, নীতিকণ। আঞ্চ মনোবগুন কিতাপ পড়ান্ত নিযুক্ত আছিলো। পাচে পিতৃর শিক্ষাব অধানে ব্যাকৰণ পঢ়িবলৈ আবস্ত করে।। ১৭৬৯ শকৰ কাতি মাহলৈকে ব্যাকৰণ পঢ়ি সঞ্চিত কিছু ব্যুৎপত্তি জন্মিছিল। সেই মাহব আদিতে বা তাব আগৰ মাহব শেষ ভাগত বঙ্গাবাহুর আক তবে ওচনৰ গাওঁবিলাকত বিস্তৃচিকা বাক্ষসীয়ে উগ্রমূত্তি ধবি দেখা দিয়ে; তাতে তেও'ব বহু কালব আশ্রিত ওচৰ চুবুবিয়া বোবক সেই পিশাচাব দাঁতৰ পৰা বক্ষ। কবিবৰ মনেৰে পিতৃয়ে সিবিলাকক কয় যে সেই ৰাক্ষসীযে কোনো মানুহৰ তেজ শুহিবলৈ ধবাব চিন গুলোর। মাত্রেই তেও'ক সম্বাদ দিলে, তেওঁ ভাব প্রাণবক্ষাৰ কাৰণে যত্ন কৰিব আৰু ঈশ্ববব অনুগ্রহ হলে, কিবাজানি সি তাইব হাতব পবা; সাবিস; আৰু বাতিয়ো যেন কোনো জনক চাহনীয়ে ধবাব সম্বাদ তেওঁ সহজে পার পাবিন, এই কাবণে তেও তেওঁৰ শষ্যা চৰাগবত পাতি ললে, আক এমাহ মান দিনে বাতিয়ে জহনীত পৰা ৰোগীৰ চিকিৎসাত নিযুক্ত পাকি ভালেমান মানুহ সেই ডুবন্ত বোগৰপৰা মুক্ত কৰিলে। কিন্তু জহনীয়ে শাম কটাত যেতিয়া গাও'ব সকলো মানুহ নিশ্চিন্ত হৈছিল, সেই সময়ত এদিন বাতিপুরা সেই বাক্ষসীয়ে তেওক প্রবলরূপে আক্রমণ কবাত আবেলি ৩ বজা মানত পষ উশাহলৈ তেও স্বভাবৰ ধাৰব পৰা মুক্ত হল। 

সেই সমযত মোর দদাইদেও লমনীনার বকর। শিরস্যগবত কলে বাব চিবস্তাদাব আছিল। পিতৃব মৃত্যুব সংশাদ পাই তেও আমার গরনৈ গৈ আমাৰ পবিয়ালব সকলোকে শিবসাগবলৈ নিগে। গাক চরকারী কাম শিকিবর নিমিত্তে মোক মাহে ও টকা বেতনত নরিচ নিযুক্ত কবিলে। তাতে মই নিখৌ দিনত কাছাবিত বঙ্গালা লিখিব পাচিবলৈ শিকি পরা "রণির উপাধা শিবসাগবায়া বকরাধ পঢ়াশালিত সংস্কৃত পড়িবলৈ ধসিনো। দদাইদেও ও বাসা শিক্ষার গোটেই বিবোবা আছিল। এই কারণে সেই বিদ্যাব আভ্যাস পবিবলৈ আগ বাচিব নোরাবিলে।। কিন্তু মাঝে মাঝে সেই সমযর শিরসাগর স্ক্রিলার অবিপত্তি কাপ্তান ব্রোড়া চাহাবৰ সবলৈ গৈ দেবনাগবা আাগবেস লিখা চিন্দা, অথাৎ প্রজভাযা শিকিছিলো। তেও সব বিদ্যোৎসাকা আছিল, মাক বিদ্যা শিক্ষাত যত্ন করা ডেকাবিলাকক মরম করিছিল। চিন্দা শিকিবলৈ মোর বর আগত দেখি তেও মোক উৎসাহেবে সেই ভাবা শিকাইছিল। তেওঁৰ গনু গ্রহতে মই প্লেন সাগবব আদি পুথি বিমাক ভালকৈ পড়ির আক বুজিব পবা হলো, আৰু এতিয়া বঙ্গভাষাত মোব জি অলপ ব্যুৎপত্তি গাছে সি তেওব কথা'বচে যা মাগোন।

যদিও দদাইদেণ্ডা কভার বিবো।সে দেখাশুনাটক "রাজা শিকা নোর পক্ষে অসম্ভব আছিল, তবাসি গোপনে তার অভ্যাস করা একোটান নকল, মোর মনত এনে এটা ভাব হোরাত এদিন নও রোডা ঢাগবা গবলৈ গৈ এখন বাবা- বিণ্যাসৰ পুথি গজিলো। তাতে তেও বদ বঙ্গেবে মোক এখান পুথি দিলে, আক প্রতি দেওবাবে তেওক মোর শিমার মহলা দিবলৈ করে। ই বাগী পুথি পালো হয়; কিন্তু তাক গঢ়িবলৈ সময় পোনা শুন কথা নাচিল। কিয়নো বাতিগুরা দশ বঙ্গা মানলৈ সংস্কৃত পড়া, পাচে এঘাৰ বজাত বাছাবিগৈ গৈ পুনবাস চাবি বহু। মানব পবা আঠ কিন বক্তা মানলৈকে সংস্নহব অনুশীলন করা মোর দৈনিক কাস্য আছিল। সন্ধ্যা সমযত মাপোন আনপ আজবি পাইছিলে।। তাতে ঢৌতে খর দি সমযৰ আগচুলিত খামোচমারি বরিছিলো। খাদ মোৰ সমান বয়স'বা ব বিলাকব সাহায্যেবে, দুই সপ্তাহ মানব ভিতবত, উৎবাজা বর্ণমালার ওয়ে। বিধব আখৰ বিলাকেবে সৈতে চিনাকি হৈছিলো। এনেতে মোর বিদ্যাস যশহাব পনি শিৱসাগৰীয়া বকরাব কাণ চুলেগৈ। তেও সেই কথা দাউদেওক নজনাই থাকিব নোৱাৰিলে। এই সম্বাদে তেওঁক পানিৰ ছাট পোরা পকা তেপদ দবে জনালে। আৰু মোৰ কলি পুথি বান্ধিলৈ গবগৈ উলটি অভা আক টংবাজা শিক্ষাক বিসর্জন দিয়াই তাব ফল হল। এই সময়ত সংস্কৃত বিদ্যাত মোৰ যি অধিকাৰ জন্মিছিল, এতিয়া তাতকৈ অধিক হোরা নাই।

এই ঠাইতে এটা কথা কোরা উচিত যে উল্লিখিত সময়ত অসমত বঙ্গালী ভাষাৰ বৰ আদৰ আছিল; মাতৃ ভাষাক সকলোরে ঘিনাইছিল-ইস্কুলত বঙ্গালী কাছাৰিত বঙ্গালী ডেকাবিলাকৰ আলাপত বঙ্গালী আৰু তেওলোকৰ চিঠিতো বঙ্গালী ভাষাহে চলিছিল; সকলোরেই বঙ্গিনী বঙ্গিয়াক সঙ্গিনী কৰি লৈছিল। অৱশ্যে মইয়ো এই নিয়মৰ বাহিৰা নাছিলো, বঙ্গভাষা মোৰ বুকুৰ কুটুম আছিল; তাৰ পৰা মই এটা শুভ ফলে। পালো। উব্বীধব বকরা বঙ্গলা ছিলাইস্কুলৰ অধ্যাপক আছিল, আক যদিও মই তেওব বঙ্গালী স্কুলত নহয়, সংস্কৃত পঢ়াশালিত- হে পঢ়িছিলো; তথাপি তেও মোৰ নামটো ইস্কুলৰ প্রথম শ্রেণীত লিখি গৈছিল, এই কাবণ তেতিয়াব ইস্কুল ইনস্পেক্টব ববিন্সন চাহব ইঙ্গুল চাবলৈ যোৱাত মই দুবাৰ স্কুললৈ গৈ মহলাত উঠি প্রথম শ্রেণীৰ প্রথম পুরস্কার পাইছিলে।।

বৰুৱাৰ পঢ়াশালি এবি ঘৰলৈ যোৱাত মোব সংস্কৃত পঢ়াৰ শেষ হল বুজির লাগে। কিয়নো যদিও দদাইদেওৰ মুখে তেওব বব পুতেক পদ্মনাথৰ লগত কিছুদিন ব্যাকৰণ পঢ়িছিলো, তথাপি পদ্মনাথৰ পঢ়া অতি অলপ থকা হেতু ভাবে সৈতে একে লগে পঢ়াৰ পৰা মোৰ একো লাভ নহল। আৰু মোক বেলেগে পঢ়াবলৈ তেওঁৰ আজবি নাছিল। পাচে তেওঁ যদুনাথ নামেবে এজন। অধ্যাপকক আনি আমাৰ ঘৰৰ আগতে এখান পঢ়াশালি পাতি আন আন কিছুমান ছাতবৰ লগত পদ্মনাথ আৰু মোক, দুইকে। পঢ়িবলৈ দিছিল। কিন্তু তাত পড়াব পৰাও মোৰ একো উপকাৰ নহৈ অধ্যাপকেৰে সৈতে তর্ক কৰা মাথোন সাব হল। এবছৰ মানৰ মুৰত জহনী বাক্ষসীয়ে অধ্যাপক আৰু পদ্মনাথ দুইকো গ্রাস কৰিলে, পঢ়াশালি ভাগিল, আৰু মই সম্পুন্ন মুক্তারস্থা পালো। তেতিয়া দিনত কাছাবিলৈ গৈ কাম কৰাত আক পুরা গধূলি মুকলি মূবে গাঘেলাই ফুৰাত, বাজে মোৰ একো ব্যবসায় নাছিল। এদিন মোৰ এজন বন্ধু, ইংৰাজী ইস্কুলৰ প্রথম শ্রেণীৰ ছাত্র শ্রীযুত কুশৰাম গগৈৰে সৈতে সাক্ষাত হোৱাত তেওঁ মোক ইংৰাজী পঢ়িবলৈ পৰামর্শ দিলে, আৰু তেওঁৰ উপদেশকে সাবোগত কৰি ইংৰাজী বিদ্যা অভ্যাস কৰিবলৈ স্থিৰ কৰিলে। কিন্তু এই সময়ত মোৰ বয়স প্রায় কুৰি বছৰ হৈছিল, আৰু ইংৰাজী বর্ণমালাৰ আখৰ কেইটাত বাজে মই তাৰ একোকে নেজানিছিলো। এই আপত্তিৰ উত্তৰত তেও মোক (Render no I)। প্রথম সংখ্যক ইংৰাজী পাঠোপকাৰক নামেৰে পুথি পড়ি তাতে ইংবাজী বর্ণ বিণ্যাস আক ভাষা দুইকে। শিকিব পাৰিবা বুলি এখান পুপি দিলে, আক মোব পড়াত সাহায়া কৰিবলৈ গাতললে। এই উপকাৰৰ বাবে মই অন্তকাললৈকে তেওব ধকর। হৈ পাকিম। পাচে তেওৰ আক অন্যান্য বন্ধুবিলাকৰ সাহাযোবে কিছুকাল উৎবাজা শিক্ষা কবি ইম্বুল মাস্টাৰ শ্রীযুত পরমানন্দ উড়ালীব সাহায্য বিচাৰিলো। আৰু মই তেওঁৰ শলাগলৈ কও যে তেও মোক সকলে। সময়তে উৎসাহেবে সাহায্য কবিছিল। শ্রীযুত প্রিয়লাল বকরাব পৰাও কিছু উপকাৰ পাইছিলো। কিন্তু তেওঁ নিজ কামা উপলক্ষ্যে ফুৰি থাকিবলৈ বাধ্য হোৱাত তেওব সাহায্যব পবিমান অধিক নাছিল।

পৰিশেষত আমেবিকাব মিম্নস্তানেবি বিলাকৰ ওচৰ চাপিলো। আক তেও লোকেও মোক দুয়ো বাহুরে সাবটি ধবি শিক্ষার বিষযত বহুত সহায়তা কবিলে। বিছ্যা শিকান্ত মোব সদায় বর উৎসাহ আছিল। আক সেই কার্যত মই বব পবি শ্রম কবিছিলো। কিন্তু যেতিয়া চাবি সংখ্যক ই'বাজা পাঠেঃপকাবকত (A sler- ping fox catches no Poultry) "শুষ্ট পকা শিয়ালে চাহ কুরুবা ধবিব নোরাবে" এই উপদেশ পূর্ণ পটণ্টৰটি পালে। তেতিযাব পরা মোর উৎসাহ তিনি গুণমান বাড়িল, এগন্তকে। নিবর্ণকত গলে মনত বব জগ পাবলৈ ধবিলো। আমাব ডেকাবিলাকে যেন এই উত্তম বাক্যটি মনত ৰাখে। আৰু হাব ভাবব দবে কায্য কবে, এয়ে মোব বাপণ, আক সেই বাঞ্চান পবা পরিচালিত তৈাহে মষ্ট এই ঠাইত তাব উল্লেখ কৰিছো।

এই সমঘৰ ভালেমান দিন আগৰে পৰা মই মিস্তনেবিবিলাকব মাহেকায়। কাকত অকণোদয়ত লেখিছিলো; কিন্তু যেতিয়া মিস্তানেবি বিলাকব গুবিলৈ নিতৌ যাবলৈ ধৰিলো, তেতিযাব পবা অকণোদয়েবে সৈতে মোৰ সম্বন্ধ আৰু দৃঢ় হল। তাতে মই তার বর্ণবিণ্যাস সংশোধনব নিমিত্তে যত্ন কবিবলৈ ধৰিলো। মোৰ এই চেষ্টাত নিধিবাম ফেয়াবোরেল নামেবে এটা দেশী প্রাধাযানব পৰা বৰ বাধা পাইছিলে।। সি তাৰ গুক ব্রাউন চাহাবৰ বর্ণবিদ্যাসব প্রণালীৰ পৰা এক আঙ্গুলো লৰচৰ হোৱাক মহা পাপ যেন ভাবিছিল। পৰিশেষত মোৰ যত্ন সফল হল হয়, তথাপি র আখৰটোৰ ব্যৱহাৰ চলোরা অসম্ভব ধেন বোধহল। তাৰ কথাত নিধিয়ে জন চাৰেক প্ৰাচান ডাঙ্গৰীযাবো মত লৈছিল। সেই বিষয়ত ঘাই আপত্তি আছিল এইটো যে, সেই আগৰ আমেৰিকাৰ পৰা চলাই আনিব লাগিব; কিন্তু মিস্তান সভাই অধিক ব্যয় কৰিবলৈ মান্তি নহয়। মই গুয়াহাটিলৈ অহাৰ পিচত পাদ্রী ডক্টৰ কম্পট চাহাবৰ সহায়তাব ছাবা এই বিষয়ব সকলো আপত্তিব গণ্ডন হল। জাক "র"ব বারহাব চলিল। মোৰ আদিপাঠ ছপাৰ সময়ত ইস্কুল ইনস্পেকটৰ মার্টিন চাহাবেও সেইটো আগবব সারহাবব বিষয়ত বব বাধা জন্মাইছিল। পাচে বিস্তব লেখালেখিৰ অন্তত তেওঁ নিজব ভ্রম বুজিব পাবিলে, আক ইস্কুলৰ কিতাপত তার ব্যরহাবব নিমিত্তে চিফকমিশনবব আজ্ঞা ললে।

১৭৮০ (ইং ১৮৬০) শকত মোৰ অসমীয়া ভাষার ব্যাকরণ প্রকাশিত হয়। তাক লিখা সময়ত ডাঙ্গবায়া শ্রীযুক্ত গুণাভিবাম বকরা কলিকাতাত আছিল, আক তার বচনার বিষয়ত লেগাব দ্বার। তেওঁ মোক বর্তত প্রবামর্শ দিছিল। অধিক কি? সেই বিষয়ত তেওঁ মোব অকল উৎসাহ দাতা আক উপদেশক আছিল। অসমীয়া ডেকাবিলাক যে বঙ্গালী বাইব সলনি অসমীয়া মাতুক আদব কৰিবলৈ আগ বাঢ়িল তাতো মহাত্মা। আনন্দবাম ঢেকিয়াল ফুকনৰ পাচতে গুণান্তিবাম বকর। পথ প্রদর্শক হৈছিল। সেই বাবে তেওঁ ধন্যবাদব পায়।

ইংবাজী ভাষাত মোৰ ভালরূপে বুৎপত্তি নোহোৱালৈকে দদাইদেরে মই তাক শিকার কথা নেজানি ছিল। মই অতি গোপনে তাব অভ্যাস কবিছিলো। পাচে তাত মোৰ কিছু অধিকার জন্মিলত গোপন কৰিবলৈ এৰি দেখা শুনাকৈ তাব চর্চ্চা কৰিবলৈ ধবিলোঁ। তেতিয়া তেও মোক তার বাবে ভিবস্রাব নকৰি ববং কাছাবিত ইংৰাজীব পবা ভাঙ্গি বঙ্গালী বা বঙ্গালীৰ পধ্য ভাঙ্গি ইংৰাজী কৰিবলৈ কোনো কোনো কাকত দিছিল। ইং ১৮৫৮ শকত গোলাঘাটৰ বেবনিউ পেচবাব বিদ্রোহত লিপ্ত থকা অপৰাধত চসপেণ্ড হোৱাত মই তেওঁৰ মুবে ছমাহ মান কাম কবে।। তাব পৰা উলটি অহাৰ পিচত শিৱসাগৰৰ ইংবাজী ইস্কুলব দ্বিতীয় শিক্ষক শ্রীযুক্ত পৰমানন্দ ভৰালিয়ে মেলানি লোৱাত তেওঁ ব বাবে একটিং হও। এয়ে মোৰ ইস্কুলত প্রথম আক, অৱশ্যে শেষ প্রবেশ। ইয়াৰ পাচত মাহে ২৫ টাকা বেতনত বেবনিউব মহাফেচ নিযুক্ত হৈ ইং ১৮৬২ শকলৈকে সেই কামত আছিলো। সেই বছৰৰ আগষ্ট মাহত অসমৰ জুডিহোল কমিশানৰ মেজৰজেনবেল (তেতিয়াৰ মেজৰ) এগনিউ চাহাবে মোক গুারহাটালৈ আনি তেওঁৰ আদালতৰ টেন্ডলেটৰ বা ভাষা ভাঙ্গা কাকতি পাতিলে। মই ইংৰাজী পঢ়িবলৈ ধৰোতে সেই ভাষাৰ কাম কৰিব লগায়া বিষয় লবৰ মোৰ সপোনতো ইচ্ছা নাছিল। ইংৰাজীত থকা জ্ঞানব কথা বিলাক শিকিবৰ কাৰণে মাগোন সেই ভাষাৰ অনুশীলন কৰিছিলো। কলেক্টবীব চিবস্তাদাৰ হৈ মন্‌চুপ হোৱাই মোৰ অকল উচ্চাভিলাষ আছিল। আক এই কারণেই মই মোর উংবাজী আগর ভাল কবিবলৈ একো সঙ্গ নব বিলো। ববব সকাম নাই যে সেই কালত ঢিবস্থাদাৰ মনরূপ গাদি ডাঙ্গাযা সকলব উ-বাজা জানিবৰ বা লিখিব একো প্রযোজন নাছিল। গ্রাক কেন্দ্রণীত বাজে সান সকলোরেই ইংবাজা বিছ্যাক সিনাইছিল।

ইং ১৮৬২ শকব পবা সড়িয়ে।না কমিশানব ঢাকানর অফিচত কাম করি কমে সেই অফিচৰ চুপবইন্টেন্ডেন্টর পদ পাও, গাফই ১৮০১ শণর প্রথম জলনুযাগীত সেই পদ উঠি দোরা লৈকে তাও নিযুক্ত খাছিলো। ই বাঙা ১৮৬১ শকত এগনিউ চাহাব কোেেবহাবর কামিশ্যনর হৈ যোৱাত কামরূপ। ডেপুটীকমিশানবর অধিচষ্ট এবছৰ টনসেটার কাম কবে। এই রানত থাকোতে দেতিয়ার: অসমর ইস্কল বিলাকর ইনস্পেকটর পোর্টব ঢাভাবে মোর উপমাটি নাতে ১০০ টকাত শিরস। গবষ ডেপুটী ইনস্পেকটর নিযুক্ত বরাত ডিণেরুণ চাঙ্গাবে সেই নিযোগ অনুমোদন করিছিল কিন্তু সেই সমবতে এগনিউ ঢাকার উলটি গাছি মোর মাকে ১২০ টকা বেতনত ড্এেচিস্টেন্ট পাতি তেওব অঙ্কিতনৈ নিয়াও ডেপুটি ইনস্পেকঊবতৈ যোরা নহল। জুডিস্কেন কমিশনৰ চাওাবর অফিচৰ টুপবইন্টেন্ডেন্ট কৈ পাকোতে প্রথমে টং ১৮-৭৫ শকত তিনি মাহৰ নিনিওে মেকে একঙ্গা এচস্টেটর পদ যডা কৈচিল কিন্তু চিবস্তাযারূপে নেপালে সেই পদ নলও বুলি শক এবলৈ মই অমান্তি হলো। পাচে আকৌ ৪০ ১৮৩ শরত তিনি মারুত্ব নিমিনে সেই পদ মোক যচা হয় কিন্তু পূর্বের এবার অচিবশ্বায়ী প৮ নাবলৈ অঙ্গাকার বৰি পাচে তেনে পদ লোরা অযুগুত, ঘাইকৈ আগৰ বার এগনিউ ঢাজাবর অনুবোধও সেই পদ মোক যচা তৈছিল, তেতিয়া তাত অমান্তি চৈ পাচে ঢেক্রেটিবা চাাবে নিজে দিয়াও তাক ললে এগনিউ চাহাবব অবমাননা হব, এনে ভাবছোরাও তাক ত্যাগ কবিবলৈ বাধ্য হলো। এই কারণে তেতিয়া মোর মনত অলপ অসন্তোয় জন্মিডিল। কিন্তু এতিয়া সেই বাবে সন্তোষতে পাইছো। কিয়নো মোর বিবেচনাত একষ্টা এচিষ্টেন্ট জোরাত কৈ মই বহুত শুখে আছো। মনর সন্তোসের শুখ। ই ১৮৭৩ শকত তেতিযাব লেরটেনেন্ট গবর্ণব স্ল্যাব জন্ত কেম্বেল চাহারর জাননী অনুসৰি আন অনেকব দবে মই আদি পাঠ নামেবে এখান অসমায। ভাসাব প্রথম শিক্ষাব পুগি লেখো। এই প্রকাবব খন মান পুথি লিখা হৈছিল। সেই বিলাকৰ গুণাগুণৰ বিবেচনা করিবব বাবণ বঙ্গা সমঞ্জুবা বিলাকে আদিপাঠক সকলোতকৈ শ্রেষ্ঠ বোলায় ৫০০ টকা বঁটা পাও। তাব পাচতো পুণি আদি লিখাব বাবে গবর্ণমেন্টৰ পৰা সকলোৱে মুলি ১,১০০ এঘাৰশ টক। পুরস্কার পাইছে।। মই চৰকাৰা কামৰ পৰা অবসব পোৱাৰ পাচত (ই° ১৮৮২ শকত) দেশহিতৈষী কিছু- মান অসমীয়া ভদ্রলোকে আসাম নিউচ নামেবে এখান ইংবাঙ্গী অসমীয়া, সাপ্তাহিক বাতবি কাকত চলাবলৈ স্তিব কবি মোক তাব সম্পাদক নিযুক্ত করাত মই তিনি বছৰ মান আনব পবা অধিক সহায়তা নোপোৱাকৈ, একে হাতে সেই কাকত চলাও; কিন্তু কও'তে বেজাব লাগে যে সি চিবঙ্গারী নহল। কিছুমান বক্তবব আগেয়ে অসমীয়া ভাষার এগান ডাঙ্গব, অসমীয়া ইংৰাজী অভিধান লিখিছিলো। সি সম্পন্ন হৈ পৰি আছে এতিয়ালৈকে পোহর দেখা নাই।

মই গুরাকাটালৈ অহাৰ আগয়েই বিয়াকৰি মোৰ ভাগ্যাক দবলৈ আনিছিলো, আক মই শিরসাগব এৰি অহাব সময়ত তেও সগর্ভা আছিল। পাছে ই ১৮৬৩ শকত এটা ছোৱালী পাই ১৮৬৫ শকব নবেম্বর মাহত জঙ্গনা বোগব হাতত প্রাণ সমর্পিলে। মই। পুনরায় বিয়া নকৰিলো। আঙ্গি কালি আমার সমাজব অৱস্থালৈ চাই ভাৰ্য্যা মবা পুরুষে পুনবায় বিয়া করা গোটেই নিন্দনীয়। মই ভাবি চালো - "মোব ভাৰ্য্যাব নহৈ মোব মৃত্যু গেরা হলে তেওব কি অরস্তা হল হেতেন? তেও মবিছে, তথাপি মোব ইচ্ছা হলেই মই এটা কিয়? তিনটা বা অাধিক বিয়া কৰিব পাৰে।; কিন্তু বিধবা হোৱাৰ পাচত পুনৰ বিয়াব নাম লোরা মাত্রেই তেওৰ জাতি গল হেতেন-সমাজে বঞ্চিলে সেতেন আৰু তেও জীয়ন্ততে মধা যেন চৈ পাকিল হেতেন। ই কেনে অসঙ্গত কেনে অযুগুত!!! এতেকে পুনরায় বিয়া কৰা মোব উচিত নহয়"

শাস্ত্র নেলাগে যুক্তিলৈ চালেই বিধবাব বিয়াত যে কোনো দোষ নাই তাক বুজিব পাৰি, আৰু শাস্ত্ৰবে। যুক্তিয়েই মূল; কিয়নো সেই শাস্ত্রতে লিখা আছে, "যুক্তিহীন বিচাবেণ ধৰ্ম্মহানিঃ প্রজায়তে" এতিয়া চাওঁহকচোন মতা, তিবোতা ছুটা সমান জীব, ভোক, পিয়াহ, টোপনি, বোধ, ইচ্ছা, অঙ্গ, প্রতাঙ্গ, জন্ম, মবণ, দুইবো সমান। তথাপি এটাৰ যি স্বহ আছে, আনটোব সি নাই বোলা কথাটে। কিমান অধ্যায়, ইয়াক যাব অলপ মান জ্ঞান আছে, সিও বুজিব পাবে। ঈশ্বৰৰ বা স্বভাৱৰ নিয়ম মতে বিধবাৰ বিয়া নিষিদ্ধ হোরা হলে স্বামীৰ মৃত্যুৰ পাচত তিৰোতাৰ মনৰ পৰা সহবাসব বাঞ্ছা গুচি গল হেতেন, কিন্তু সকলোরেই জানে তেনে কেতিয়াও নহয়। হিন্দু শাস্ত্ৰৰ মতে ভাৰ্য্যা স্বামীৰ অৰ্দ্ধাঙ্গ, আৰু হিন্দু বিলাকে তেও লোকৰ বিয়াত অগ্নিৰ আগত দেরতা আৰু পিতৃ বিলাকক সাক্ষী কৰি ভাৰ্য্যাক এইরূপে কয়-তোমার প্রাণে সৈতে মোব প্রাণক, তোমাৰ হাড়ে সৈতে মোৰ হাড়ক, তোমার মঙ্গহে সৈতে মোব মঙ্গহক, আৰু তোমাৰ ছালে সৈতে মোৰ ছালক মিলাও।

ইয়াৰ দ্বাৰা দেখা যায় যে ভার্য্যা আক স্বামীব একে দেহ, একে প্রাণ, দুইব ভিতৰত একো প্রভেদ নাই। এনে স্থলত যেতিয়া পুকষে ভার্য্যা মবি গলে, অর্থাৎ তেওৰ শৰীবৰ এভাগ নষ্ট হলে তাক পুবাই লব পাৰে, তিৰোতা সেই স্বত্বব পৰা বঞ্চিত হয় কিয়? বিধবা বিবাহব- বিৰোধি বিলাকে ইয়াৰ কি উত্তৰ দিব? অবশ্যে তেওঁলোকে কব যে বিধবা বিবাহ শাস্ত্রব নিষিদ্ধ; কিন্তু তেনে কথা করব এতিয়া সময় নহয়, সেই আপত্তি অনেক দিনব আগেয়ে খণ্ডিত তৈ গৈছে। বিধবাব বিয়াৰ মই পক্ষপাতি; কিন্তু মই এনেকৈ নকও যে তিৰোতা বাবি হলেই অবশ্যে আকৌ বিয়া কবিব বা দিব লাগে। মোব মতে বিধবা বিয়াব দুৱাৰত যি এডাল ডাঙ্গৰ ডাঃ আছে সি গুছি বাটটো মুকলি হব লাগে, সেয়ে হলে এতিয়া যেনেকৈ ঘৈনিয়েক মবা মতাই ইচ্ছা আৰু সুচল হলে অবাধে পুনবায় বিয়া কৰে, তেনেকৈ গিৰিয়েক মবা তিৰোতাইয়ো কবিব। যি বিলাক ছোৱালী-ফুলতে বাবি চয় বা সন্তান তোরাব আগেয়ে স্বামীক হেকরাই, সেই বিলাকৰ বিয়াই-প্রশস্ত। কিন্তু আন বিধবার বিয়াতো বাধা থাকিব নেলাগে। আমাৰ শিক্ষিত ডেকাবিলাকব মুবত এটা বৰ গধুৰ বোজা আছে, সেই কথা সিবিলাকে ভাবিচোরা উচিত। ইযাব পাচত তেওঁবিলাক সমাজৰ নায়ক আৰু সাধাবণ মতৰ স্রস্টা হব তেতিয়া তেও লোকে যেন কুসংস্কাৰ আৰু দেশাচাবৰ দাস তৈ নেথাকে, আৰু বিধবাব বিয়াৰ বাটটো বহলায়, এয়ে মোৰ আন্তবিক ইচ্ছা আক প্রার্থনা। পূজনীয় বিদ্যা- সাগৰে বিধবা বিবাহ যে শাস্ত্র সিদ্ধ ইয়াকে সপ্রমান কবিয়েট-মনে মনে নেথাকিল। আপোনাৰ পুতেকেবে সৈতে বিধবাৰ বিয়া দিলে। কালৰ সোঁতত তেও উটি গল। কিন্তু তাৰ বালিত তেও যি খোজব সাঁচথৈ গৈছে, সি চিৰকাললৈকে থাকিব, লুপ্ত নহয়; সেই খোজৰ পাচত চলোত। মানুহ আমাৰ দেশত ওলাব কেতিয়া। প্রতিধ্বনিয়ে শুধিছে কেতিয়া? 


22
প্ৰবন্ধ
অসমীয়া সাহিত্যৰ চানেকী
0.0
ভাৰতব উজ্জ্বল বহু চাব আশুতোষ মুখাজিব বহু চেষ্টাৰ ফলত্ব কলিকতা বিশ্ববিদ্যালয়ে যেতিয়। ভাৰতীয ভাষ। বিলাকক এম, এ মহলাত ঠাই দিলে, তেতিয়া ভাৰতৰ আন আন ভাষ্য বিলাকৰ লগত অসমীয়া ভাষাকে। সেই শাবিত বহুৱাবলৈ অসমীয়া ভাষা আৰু আসামৰ উচ্চশিক্ষাৰ পৰম বন্ধু চাব আশুতোষ মুখাজিয়েই প্রথমে প্রস্তার কবে। যদিও সেই প্রস্তাবত বিশ্ববিজ্ঞালয়ৰ আন আন বঙ্গালী কণ্ঠ। সকলে বহুত হকাবধ। কৰিছিল তথাপি আসাম-বন্ধু মুখার্জি মহোদযৰ অহে। পুৰুষাৰ্থত তেখেতৰ চেস্টা ফলরতা হল আৰু অসমীয। ভাষাই বিশ্ববিদ্যালয়ব সর্বোচ্চ মহলাত ভাৰতৰ আন আন ভাষাৰ লগত ঠাই পালে। ১৯১৮ চনত "চেডলাব কমিচনৰ" লগত চাৰ আশুতোষ মুখার্জি মহোদয় যেতিয়া গুৱাহাটীলৈ যায় তেতিয়। গুরাহাটীত তেখেতে আসামৰ কেইবাজনা গণ্য মান্ড সাচিত্যিক আক শিক্ষিত মানুতব লগত অসমীয়া ভাষা বিশ্ববিদ্যালয়ৰ এম. এ মঙ্গলাও তোলাৰ সম্বন্ধে আলোচনা কৰে, আৰু সেই উদ্দেশ্যে অসমায়া ভাসাৰ গাদিবে পর্ব। বর্তমান সময়লৈকে প্রধান প্রধান লিখক সকলৰ লিখাব পৰা অলপ অলপ তুলি গোটাই এখন পুথি যুগুত কৰা স্থিৰ হয়। সেই গুক কামৰ ভাব আমার প্ররাণ সাহিত্যিক, আসামর একমাব প্রত্নতত্ববিদ, পণ্ডিতপ্ররব শ্রীযুক্ত হেমচন্দ্র গোস্বামা দেৱক দিনা হয়। গোসাইদেরে বহু পৰিশ্রম কবি ১৯২১ চনত সেই পুপি গোটাই বিশ্ববিস্থ্যালয়ৰ হাতত দিয়েহি। সেই সময়তে আসামৰ কৃতা সন্তান ভাবত বিখ্যাত দর্গার ভোলানাথ বকরাই এই পুথি চপাবলৈ বিশ্ববিদ্যালযক দহাতেজার টকা দিবলৈ প্রতিশ্রুত হয়, আৰু তাৰ ছহেজাৰ তেতিয়াক বিশ্ববিদ্যালযক দিয়ে। সেই টকাবে বিশ্বদ্যিালয়ে নিজৰ প্ৰেচতে পৃথি ছপাবলৈ আৰম্ভ কৰে। আস্ত সেই ঢপা কাস।ব তত্বাবধান কৰিবলৈ বিশ্ববিজ্ঞ্যালয়ৰ পৰা আমাৰ ওপৰত ভাৰ দিয়া হয়। গোটেইখন পৃথি তিনি সণ্ডকৈ ভাগোরা হৈছে। আদিৰে পৰা ইংৰঙ্গী ১৫ শতিকাৰ শেহলৈকে প্রথম এপণ্ড, ১৬ শতিকাৰ আৰম্ভবে পৰা ১৮ শতিকাৰ শেহলৈ দ্বিতীয। খণ্ড, আক. ১৯ শতিকাৰ আৰম্ভৰে পৰা বৰ্ত্তমান সময়লৈ তৃতীয়া খণ্ড। প্রত্যেক খণ্ডই প্রায় ৭০০ পিঠিৰ একোখন বৃহৎ পুথি হব।
1

অসমীয়া সাহিত্যৰ চানেকি।

28 November 2023
0
0
0

  সুর্য্য খড়ি দৈবজ্ঞ। [এই লিখক জনৰ জন্মভূমি মঙ্গলদৈ আছিল। তেওঁ ইংবাজী ১৮ শতিকাৰ শেহ ভাগত জন্মগ্রহণ কৰিছিল। তেওঁ সেই কালৰ এজন বিখ্যাত পণ্ডিত আছিল। তেওঁ অসমীয়া ভাষাত দৰঙ্গবাজবংশাৱলী আৰু সংস্কৃত ভাষাত ব

2

রতিকান্ত দ্বিজ।

29 November 2023
1
0
0

এই জন কবি মঙ্গলদৈ অঞ্চলৰ এজন ব্রাহ্মণ আছিল। তেওঁৰ পূৰ্ব্বপুৰুষ আদিৰ বিষয়ে কোনো কথা এতিয়াও জানিত্ব পৰা নাই তেওঁ দৰঙ্গ ৰজাৰ সভাৰ এজন বিখ্যাত পণ্ডিত আছিল। তেও গড়ঙ্গনাৰায়ণ ৰজাৰ আদেশত “ৰাজবংশাৱলী" নামেৰে এ

3

পশু ৰাম দ্বিজ।

30 November 2023
0
0
0

ধৰ্ম্ম পুৰাণ। দ্বিজ সকলোরে একদিনা সুবেকত, কৰিলেক ধৰ্ম্ম প্রশ্ন ব্যাসৰ আগত ॥ দ্বিজগণ নিগদতি ব্যাস মুনিবৰ। পূণ্যতো উত্তম পুণ্য উত্তম ধৰ্ম্মৰ । কোন নামে হস্ত ইহু কাহাক আচবি, অক্ষয় স্বর্গক পারে পাপক সংহ

4

শ্রীকাশীনাথ ভামুলি ফুকন।

30 November 2023
2
0
0

আসাম দেসব ডাঙ্গবিযা গণ প্রভৃতি বিসযাব নিবন্ধ ॥ সম্প্রতি মহুদানুসাবে, বিসযাব নাম লিখা জাই। জি জি একে মর্জাদাৰ সেই সকলক একে চেদব মাজতেই লিখা জাব; তাতে লিখাৰ আগ পাচ ক্রমে মর্জদাতো আগ পাচ আচে। সেই আগ পাচ

5

অৰুণোদয়।

1 December 2023
0
0
0

জাত্রিকব জাত্রা। The Pilgrim's Progress. এই জগতব অবণ্যৰ মাজে মই ফুৰি জাওতে জি এখন ঠাইত এটা গাঁত আচিল, এনে ঠাই পালোঁহি। তাতে পৰি সুই থাকোঁতে এক সমাজিক দেখিলোঁ। গাত ফটাচটা কাপব পিন্ধি, আপোনাৰ ঘৰৰ ফালল

6

শ্রীযুত বাবু আনন্দিৰাম ফুকন কর্তিক।

1 December 2023
0
0
0

এই অসম দেশ নিবাসি লোক সকলে স্বদেশত বাজে পৃথিবীত আন আন যি সকল বব সব দেশ আছে তাৰ একো কথাৰ ভু নেপাই, সেই হেতুকে সিবিলাকে আপোনাৰ দেশ অতি চৰ অৱস্থাত আছে বুলি নেজানে, এতেকে সম্প্রতি পৃথিবীব ভিতৰত অতি আচবিত

7

নিলিবাম ফেয়াবউবেল

2 December 2023
2
0
0

History of Hindustan, From the Dig Dorson. গজনিৰ বাদস্যা মহমদব দোআবাই হৃষ্ট কবাব পরা মচলমান লোকৰ বাজ্য নস্ট কবি ইংলণ্ডিযাবিলাকৰ বাজ্য পাপন তোমালৈকে হিন্দুস্থানব বৃবঞ্জি ইযাত আক পাচতো লিখা জাব। জি নান

8

যজ্ঞৰাম দেওলাই বৰুৱা।

2 December 2023
1
0
0

আহোম ভাষার পর। ভঙ্গা পুৰণি বৃবঞ্জা। কোচবণ:-লালি বাইচান (১৪) সকত চূড়-কুড়ম আক ডেপু নামে দুজন কোচ বজাৰ সেনাপতিযে আতি শলা পালেছি, আমার লোকেও গৈ শলাত থাকিল গৈ। পাচে সিহঁত দুযো লুইতে উজাই দিখৌ মুখ পালেহি।

9

পূর্ণানন্দ ডেকা বৰুৱা।

4 December 2023
0
0
0

১৮৫৮ সন পবহিতৈষিতা অর্থাৎ পরোপকাব "নোপকাবাং পরোধম্মঃ”। আসাম দেস হিতৈসিনি সভাব বচনাব সাব সংগ্রহ। জি দেসৰ মানুহব বুদ্ধি বৃতি অলপমান মার্জিত হৈছে, আাক জি দেসব মানুহৰ কিঞ্চিত ধর্মাধর্মব বোধ আঢ়ে, তেওঁবি

10

হেমচন্দ্ৰ বৰুরা।

6 December 2023
0
0
0

কোরা ভাতুবী। কোৰখনিয়া সত্ৰৰ গোবন্ধনদেউ আতা পৰম বৈষ্ণর, কংশ বঙ্গাব চন্দন-যোগাতী কুঁঙ্গী-বাইৰ বংশত জাত, সাক্ষাত গুৰুজনব পৰা পৰমাৰ্থৰ ভাগ-পোৱা গোপীনাথদেউ মাতাৰ পৰিনাতি। ঘোষা, কাউন, বত্বারলা, এই তিন খানি

11

পাই-মালা।

6 December 2023
0
0
0

সম্মান। ঈশ্বর, পিতৃ-মাতৃ, শিক্ষক, দেশর অধিকার আক বুঢ়া লোক, এই সকল সন্মানর পাত্র। যি আদি কাবণব পরা এই পবিদৃশ্যমান জগতব উৎপত্তি হৈছে, সেই কাৰণৰ নামেই ঈশ্বব। তেওঁ সকলোবে আদি, কিন্তু তেওঁর আদি নাই; সকলো

12

গুনাভিৰাম বৰুৱা।

7 December 2023
0
0
0

সৌমার ভ্রমণ। এই অসম দেশ আমাৰ মাতৃভূমি। আমি ইয়াতেই উপজিছো। ইয়াতেই শিক্ষা পাইছো। এই দেশব নামেই আমি সংসার হাটত বিকা হই আছো। জননী যেনে আদবনীয়া আক পূজনীয়া এই আমাৰ জন্মভূমিও আমাৰ পক্ষে তেনে মৰম আৰু সেরাব থ

13

বমাকান্ত চৌধুৰী।

7 December 2023
0
0
0

অভিমন্যু বধ কাব্য। প্রথম সগ। দশ দিন যুদ্ধ কৰি ভীষ্ম মহাবলা যেতিয়া শুইল। বাৰে শৰ আসনত, মহাৰণী পাণ্ডবেও, আনন্দ মনেৰে, বঙ্গাইল। ঢাক, ঢোল, শিক্ষা, কৰতাল, জগঝম্প, ভেৰি, দবা। আপুনি শ্রীচাৰ, নিজ বাস্থ্য শঙ

14

বঘুদেৰ গোস্বামী।

8 December 2023
0
0
0

আত্ম পৰিচয়। মহাদি দিপক তাতে কৰিয়া শকত। বিন্দুগঞ্জ দিয়া পাচে কৰিয়া যুগুত ॥ মিথুন মাসৰ জানা ৰোহিনীক পাই। সমাপতি ভৈল শাস্ত্র পদ সমুদাই। আমি অল্পমতি হুয়া বচিলে। পয়াৰ। গোবিন্দৰ লীলা বুলি কবিয়ো আদৰ। জখলাবন

15

ইন্দিলৰ বৰুৱা।

8 December 2023
0
0
0

জীৱনাদর্শ। মহাবাজ। বুদ্ধিস্বর্গ নাবায়ণ। বৃদ্ধিস্বর্গ আসামৰ এজনা ক্ষমতাপন্ন বাঙ্গা আছিল। ১৪৭৪ শকত (১৫৫২ খৃঃ অব্দ) এওঁৰ জন্ম হয়। ১৫৩৩ শকত এওঁর পিতা গোঁড়াবাজা স্বর্গী হলত এওঁ বাজা হল। আহোম মতে এও'ব নাম

16

কালি ৰাম বৰুৱা।

8 December 2023
0
0
0

কামাখ্যা কামাখ্যা (কাম + আখ্যা) কাম শব্দে ইচ্ছা আখ্যা শব্দে নাম। যাব নাম হৈছে কাম, এতেকে কামাখ্যা। প্রলয় কালত এই জগত এনে প্রকৃতিত লীন আছিল যেই প্রত্যক্ষ অনুমান আক শব্দ এই তিনি প্রকাৰ প্ৰমাণৰ বিষয় নাছ

17

গোপীনাথ চক্রবর্তী।

9 December 2023
0
0
0

কলঙ্ক ভঞ্জন। কৃষ্ণের চরণ ধবি, বোলে বাধা বজেশ্ববা শুনাচে মুবলা দাবী, মোর মনো দুঃখ। গাও ত সিগিলা আছে গিরি, সকলে বলে বাচরা ভিবি, এই দুঃখে উল্যারা নবো মুখ। যদি ফুৰিবা যান্ড করবো বাড়া, আতিল যেঢ় বব গ

18

বলিনাৰায়ণ বড়া।

11 December 2023
0
0
0

উচ্চশিক্ষা। আসাম ভাৰতবৰ্ষৰ পিচ পৰিণাকা প্রদেশবিলাকৰ ভিভবত গল্প। বাস্তবিকে যি দেশত সুশিক্ষিত, ধনী আক ব্যবসায়ী মাশুহব সংখ্যা তাকৰ সি আজি কালিৰ সভ্য আৰু আগবাঢ়া দেশবিলাকৰ সমকক্ষ হব নোৱাৰে। অসমীয়া মানুহ অ

19

মাধবচন্দ্ৰ বৰদলৈ। (বায়বাহাদুৰ)

11 December 2023
1
0
0

অসমীয়া সাতকাণ্ড ৰামায়ণ। BIR BIKRAM LIBRARY. E Agartala w অতিপূর্বের গোটেই অসম দেশকে কামৰূপ বুলিছিল ইয়াৰ সীমা পূবে দিকৰাই আক পশ্চিমে করতোরা, সুতৰাং বর্ত্তমান সময়ৰ ব্ৰহ্মপুত্ৰৰ উপত্যকা প্রদেশ খণ্ডকে ক

20

কমলাকান্ত ভট্টাচার্য্য।

12 December 2023
1
0
0

অসমৰ উন্নতি। শিতানত আঁকা প্ররন্ধটি আজি আপোন দেশী ভাই সকলৰ ওচৰত আলচ পাতি চাও। "অসমৰ উন্নতি" এই কথাষাৰি এবাৰ উশাহ নিশাহত অন্য নিয়া কৰোঁতেই ওৰ পৰে। চিন্তাৰ বাটত হতাশে টানকৈ ভেঙ্গাৰ মাৰি আগচি ধৰে। শিক্ষি

21

কমলাকান্ত ভট্টাচার্য্য।

12 December 2023
0
0
0

অসমৰ উন্নতি। শিতানত আঁকা প্ররন্ধটি আজি আপোন দেশী ভাই সকলৰ ওচৰত আলচ পাতি চাও। "অসমৰ উন্নতি" এই কথাষাৰি এবাৰ উশাহ নিশাহত অন্য নিয়া কৰোঁতেই ওৰ পৰে। চিন্তাৰ বাটত হতাশে টানকৈ ভেঙ্গাৰ মাৰি আগচি ধৰে। শিক্ষি

22

পূর্ণিমাৰ ৰাতিলৈ চাই।

12 December 2023
0
0
0

জোনাক বাতিটা রূপহী কাটিী শুরায় জগত কিনো বিতোপন, নিচুক জগত নিদ্রাৰ কোলাত এনেনো গভীব নিদিলে আশ্রয় আজি কিয় মন নেষাও টোপনি কোনে মন্ত্র মাতি হবিলে চেতন কি কারণে আজি টোপনি নাই, শান্তি কোলা পাতি ম

---

এখন কিতাপ পড়ক