shabd-logo

বমাকান্ত চৌধুৰী।

7 December 2023

0 দৰ্শন কৰা হৈছে 0

অভিমন্যু বধ কাব্য।

প্রথম সগ।

দশ দিন যুদ্ধ কৰি ভীষ্ম মহাবলা যেতিয়া শুইল। বাৰে শৰ আসনত, মহাৰণী পাণ্ডবেও, আনন্দ মনেৰে, বঙ্গাইল। ঢাক, ঢোল, শিক্ষা, কৰতাল, জগঝম্প, ভেৰি, দবা। আপুনি শ্রীচাৰ, নিজ বাস্থ্য শঙ্খ লই, ফুরায় বিজয় গোৰ নাদে বুড রায সকল শবদ হৰসিলা পাণ্ডৱক। সাগব সমান অপাৰ কৌৰণী সৈন্ম পুৰিলা শবদে, হাঁতাকাৰ, ৰণ গলি, স্বামী নিধনত। উথলিয়। শব্দ সিন্ধু সেনাব ভিতব পড়ালা পাতাল, স্বর্গ, লড়াল। মেদিনী মেক-দণ্ড সমন্বিতে। শবদে শরদে ভাঙ্গিয়া পড়িল। যেন ধৰাত আকাশ: কপিল। বাস্তকি ভাসে, কানে লাগি তালি স্থলচৰে, ফুলচৰে, জীব জন্তু যত, কর্ণভেদী কিয়াভেদী শবদত সিতে, যেন এশ বজ্রপাতে, চমকি উঠিল।। পড়িলা মাটিত গচি গন্ত্রবর্তী গई, শুত্তি খায় ঘোৰ নদত, তিৰোত। সবাবে।। 

বোরাবী, জিয়াবী সহে, পুত্রবতী যেয়ে সাবতি ধবিল। তয়ে আপোন শিশুক গণিমনে তাছি সাবি। কানফলা বোলে, গণ্ডগণে অকস্মাহ্ পাই মহাযান গড়ি গলা খেনি চেনি নাই আন বিষ বিভ্রম হইযা সবে, আকাশত দেবে। বঙ্গালা হস্তুতি বরে, দিলেক উপলি ববষিয়া পাবিজ্ঞার পাণ্ডব মুৰত। বখানিয়া হর্ষ মনে পাণ্ডব বীৰয় এর চোরা দেবগণে কবিলা সখনে বের যাণি। সম্ভবস্থ আশিস কৰিলা গুণী কিবাটীত নহে, তেওৰ গুণেবে বরদিন বিদ্রোন্তে ভাড়ষ মিলন খুব জানি। পুলকিত মনেৰে গৈইল। তুবন্ধ আমোরি দুই মরেশ মাসেই, নন্দিভূক্তি এগেলই বিবা শৃঙ্গলৈকে, নিম্ন ক্রয় কৈলাসক। দেবগণ্যে হল, অমব ডুকনলৈকে, তেধিয়া তরিতে, দিবা অবসান আক যুদ্ধ অবসান। সেনাপতি শখ শুনি এড়িলা নিনাদ, প্রলয় কালব যেঘ, দুই দল সৈক্স, দুই দিয়ে চলি গন্য পরিহবি বণ তেতিয়াই। যুদ্ধক্ষেত্রে বহিল। কেবল আক অস্ত্র-সন্ত্র হত বীবগণে উভয় কুলব আনিছিলা বাড়ি বান্ধি অস্ত্রাগাৰ পৰা বিষয় মনত আশি। লোহিত বর্ষণে বাবিবাহ নই সন বেগেৰে চলিল। তেজ ধোঁক চাবি জিতে বণর ক্ষেত্রত মৃত শব, ৰথচয়, আক অস্ত্র যত, তাহাতে ভাসিল। যেন হিমধৰ কুলে ঘোৰতৰ বৰষুণে কিব। তিমদ্রবে, শাশুনেবে পাই বল গছ পাত ভাঙি বহিলা প্রবল বেগে। সহিলা ক্ষেত্রত তেজ সোঁতা, ঘৰিয়াল, সিহু, জলজন্স, অসি, বন্ধু, ঢাল, ধনু, উটিলেক তাত।

আহা! কি দিম্ উপমা, যি দুঃখত দুঃখা হল। বক্ষ-কুল-পতি লঙ্ক: বথিয়াক মেঘনাদ বাৰমণি দেখি অবিহন; ধৃতৰাষ্ট্র-হুত-বাজা শোকাও অন্তৰে ভৰলা জ্বলন্ত ঢাকি পিতামহ বলী, সুমেকৰ চূড়া যেন ধৰ্যতল শায়া, হেৰি আজি শুমুযাই এস্কাবিলা সব দশোদিশ শূণ্য কবি। সবে হাহাকাবে অসংখ্য কৌষবা সৈন্সে সজল নয়নে, হিয়াত চাপৰ মাবি পাতিছে কান্দন। ঢালা সৈন্য সব প্রতি নৃপতি তিলকে, মাতৃ যেন পুত্র মুখ; তেওব মুখক সেনাগণো দেখিলেক, কান্দনিয়া ভাবে। উদয় অকণ হেবি উদয়াচলত হেমন্তৰ সময়ত, পেলায় নিয়াব, শোকৰ লোতক গছে, দুঃখক জনোর। নয়ন পানীত তিতি সৈন্য সকলেয়ো, চালা নূপ মুখলৈকে! মর্ম্মভেদী দুঃখে, অধীৰ হুইয়া আতি ধীব নবপতি পাহৰিলা মনে ধৈর্য্য, কান্দিয়া অন্তবে ঝর্ঝৰে এড়িল। লো! জলিল অগনি শোকত হিয়াৰ মাজে; নোরাবিলা তৈতে ক্ষণকালো ৰহিবাক, দার্ঘশ্বাস ত্যজি নহাতলে চায পাচে গুনিয়া মনত "কি ভৈলেক মোৰ আজি" চলে লাহে ধীৰে, যি ঠাইত বাবশ্রেষ্ট বাজ সুতবলী পৰিহৰি ৰত্ন শয্যা, বত্ন আভবণ নিন্দিয়া ইন্দ্ৰৰ ভূষা দেবতা বাঞ্ছিত, বিসজ্জিছে ধনুঃশৰ, ঘোৰ কালৰূপে প্রলযৰ কালসম শবর চিতাত ৰৈচে পৰি ৰণ ঠাই, তেজেবে বঞ্চিছে গলায সসৰ কাৰ্য, অন্তবালে আজি শান্ত-মত্তি পৰিগ্রহি শান্তনু কোঁৱৰ। চৰণত ধৰি সবে, সিসাদ বদনে কোনে। দণ্ডরত কৰে, কোনো সেবা কৰে দিলা নমস্কাৰ কোনো উচিত যেতেন। অস্টাঙ্গতে দুর্য্যোধনে পডি চৰণত, তিয়াইলা চক্ষুজলে শ্রীপদযুগল, গদ গদ বাক্যোচ্চৰি প্রকাশিযা ভার সম্বোধিযা মোক লিলা শোকৰ ভৰাল "পিতামহ কতভাগ্যে তপস্ক্যা ফালেৰে, পূর্বব জনমৰ কীৰ্ত্তি, দান, পূণ্য কার্য্যে, তুমি হেন বীর বস্তু, বণ-বিশাবদ, পরশু বিজেতা যেই জগতে ঘোষিত যাৰ কীৰ্ত্তি যশ ৰশ্মি, তাপি বৈবাদল নৃপতি-সমাজ ত্রাশ কুরুকক্ষেত্র বণে, পাইছিলো সেনাপতি: কিন্তু ময আপদেউ, দৈবহীন দুর্ভগীয়।। কিকম তোমাক। যশি তুমি কীত্তি ৰাশি প্রতাপি ৰণত নব দিন শত্রু দণি দশম দিনত, কুজী কুমন্ত্রনাত যেন দশৰথাঙ্গজে হৰুৱালে ৰাজ্যধন, হকরালো আপ, যাদব মন্ত্রণে ময়, অকালত আজি, তুমি হেন ৰক্ষকক, তুমি আাবিহনে পৃথিবীব ছত্রদণ্ড তব আাশা বন্ধ হকরালো ই অধীনে। নাকর নিশ্বাসে, রিভুবন ভিতবত, কোনে জানিছিল, হোম-অগ্নি মুমোরাই অঘট ঘটাব। কাব বা বিদিত আগে কৌবব মাঝত হইবে সিক্ষন কাল শিয়াল ভাতত। সবে মম ভাগ্য দোষ। বিধি তৈলা বাম কুষশ কুনাম বল গুক-বধী মোব সাবচ্চন্দ্র দিবাকর ই পোড়া ভালত। ঘটিবৰ যি আছিল ঘটে সেযে আজি, নিচিন্তোহো তাক ময়, কিন্তু পিতামহ কিনোহৰ মোৰ গতি তব বক্ষা বিনে, বিজ্ঞয় পাণ্ডব হতে দলিব বণত: কোন ওব আগুরান বক্ষির কুরুক। জ্বলন্ত অগ্নির কুণ্ডত কোনে দিব ঝাপ জারনৰ আশা এড়ি, পাহৰিয়া যেন স্তখানি পাখাব বলে আপোনাৰ বল নাচনি ফড়িঙ্গ প্রায়। উজ্জয় পাণ্ডবে, পাতিয়া শবৰ জাল বিন্ধির ততিতে সব ভাই সৈতে মোক, সব নৃপ সামে। তুমি নাই সমবত কোনে বা ধাইব যেতিয়াই অভিবাজ বিষৰ জালত আহে বেগে দংশিবাক মযুব ছান্যক, ৰক্ষাহীন, মাতাহীন, বলহীন বণে। আক কোনে ৰাখিবেক ভীম হাতে মোক দুর্জয় ভীষণ ৰণী যেন প্রভঞ্জন, শমন সমান সক্র ই কৌৰবী বণে মহাবলী ধনুর্দ্ধাবী অর্জুন আগত। নিশ্চয় জানিলো মোৰ হুইবে নিধন, নিশ্চয় হবোহো ধ্বংস কুকপুত্রগণ, মজিব নৃপতি বর্গ, নিশ্চয় কইলা বিজয়ৰ আশা আজি দিবাকর মোব অস্তাচল চূড়ালম্বী দিনব শেষত। তোমাৰ নিধনে, আপ, আজি সমবত হাবিল। কৌৰব বুলি ঘোষিবে লোকত, কাবিব আমাক নিন্দ। পাবিবেক গালি পিতৃ-বধী গুক-বধী বুলি সর্বলোকে। কি উপায়ে পিতামহ তবিম ই সব। কি উপায়ে, কোরা পিতা, ত্রিকালজ্ঞ তুমি, তুমি যদি হলা কাতি কবি নিঃসহায় ইতো গোব সমৰত শত ভাই মোৰ, বিপদ সাগবে পাব পাম কেনেকৈ? কৌৰব ভবসা ভানু অকালত আঙ্গি যদি গলা অস্তাচলে, কোরা পিতাবব তম আচ্ছাদন পৰা শতদলে বম? এতেক কহিয়া বীবে কান্দিয়া শোকত, বজোপৰি গড়াগড়ি যায় মহাবাজ দুর্য্যোধন মহামানী গাঙ্গেয়ব নাতি। পাছে ধীবে ধীবে বাবে শান্তশু নন্দনে সম্বোধি তেওঁক, এড়ি দীঘল নিশ্বাস, কহিলা বিবস বাক্যে। "গাস্কাবের ভূপ জানিয়া আগৈয়ে ময় ভবিষ্যত কথা তোমাক কহিলো, বাপু, মিলন যুগতি শুশুনিলা কানে তুমি, নধৰিলা মনে বুড়াৰ বচন বুলি; কর্ণ কথা মানি, মানে যেন অহিবাজে সাপৰিয়া মন্ত্র, অবজ্ঞা কবিল। মোক, এতিয়া কি সোধ্য। জানাহা আপুনি ভীম মহা পৰাক্ৰমী, বীৰকুল চূড়ামনি পার্থ মহাবখা, আৰু যত বাঁবগণে পাণ্ডব পক্ষত ধবে অস্ত্র বাঁধমদে ঘোৰ সমন্বত, বিশেষতে রূদ্ররূপী আপুনি শ্রীংবি আছয় সহায় কই পাণ্ডব পক্ষত, তযুপক্ষে সমরূপী, দলিবে সবাক। তোৰ মোৰ সাধ্য কিবা জিনিবে তেওকি। যদি স্বয়ং শুলপাণি, অধিক কোনোবা বাবকুল চূড়ামণি পার্ববতা যুতক লগে কৰি আন্সিলেও ই ঘোর বণত গিনিব কি পাণ্ডবক তুমি আমি কোন। এতেকতে কও বাপু নৃপতি তিলক গান্ধাবা নন্দন করা, বুঝিয়া, মিলন পাণ্ডু পুত্র ভাই লগে, ওইব সিহঁত, পালে স্বীয় বাক্সা অংশ তব অনুগত, জিনিবাহা শুসভায়ে দিগ্বিজয় কবি, বিপদ গ্রাহৰ মুখে নেপেলাই ভবি কেতিয়াও, মান্ড্যবব, সপ্ত দ্বাপ আদি। সহায়ে কল্পিত শত্রু পাণ্ডব নন্দন তোৰ বৰ মিত্র হুই লভায় জয়াশু বঢ়াব তোমাৰ যশ, বঢ়াব অচিৰে বাজাধন, মান, সেবা, নাম, যশ বাশি। ইতোমূলোপায় বাছা শত্রুক জিনিব; আৰু বিশেষত কও ভাইক জিনিলে বাঁধলে সুহৃদ ভাই ৰাজ্য ধন হেতু কি পৌকষ পাব। তুমি? জানিবা বিশেষ ভাই সম বন্ধু নাই জগত মাজাবে পুৰাণ বিচাবি চোর। শাস্ত্ৰৰ সম্মত। এতদর্থে নরপতি বিচাৰ তৎপৰ কৰাহা উচিত যেই মনত তোমাৰ। এই বুলি প্রাজ্ঞ বুড়া চায় মুথ পানে ৰহিলাহ। মনে মনে, নিৰোত্তৰ তই ৰোলাহা কৌৰব প্রভু। অনন্তৰে তালৈ উদাস ভাবেৰে আহি পাথ উদাসান, পিতামহ পাদ পদ্ম ধবি শোকে বীবে দগুবীযা অষ্টাঙ্গতে, কবি স্তর স্তুতি কান্দিয়া তেওঁক কলে "আতা গুরু দেউ ধিক ধিক ক্ষত্রিয়ক। ধিক দিক মোক নৰাধম পাপী ময়! যিতো মহাজনে পুত্র স্নেহ কৰি মোক কবিলা ডাঙ্গৰ হলা মোৰ দুঃখে দুঃখা সুখত সুখায়। দিছিল আশ্বাস ব্যৰি বিপদ সময কৰিছিল পিতৃস্নেহ, যাক লৰ। কালে হকরালো ভাগ্য দোদে (তেওৰ বিবহ তোমাৰ কাৰণে, আতা, আমি শুভোগিলো) হেন জনক, দুৰাচাৰা কি পাপে ৰণত বধিলো পৰাণে ময়। ওহঃহঃ বিধাতা ধিক মোৰ গৰ্বধাত্ৰী, ধৰে হেন পোক দশ মাস উদৰত। গুৰুক নাশিলো ধিক মোৰ জয় নামে ইয়াৰ গৰবে সাহসিলো তব লগে কৰিবলৈ ৰণ। আপ ময় দশদিন তোমাৰ লগত কৰিলো বিষম যুদ্ধ কিন্তু মৰমতে পুত্র স্নেহে বন্ধা তুমি নাশিবৰ মনে নকৰিলা ঢোকা কাঁৰ, বাঘিনী যেহেন খেলিলা চাওৰ লগে, কিন্তু পাপাধমে শুবুজিলো, মাৰিলোতে। নিজৰ বুকুত দাকণ কুঠাৰ গাও, খইলো কলঙ্ক নিষ্ফলঙ্কা চন্দ্রবংশে। ই জীবন মোৰ পশু যেন নাই জ্ঞান, ধিক পৰাণত। এইরূপে বাবনৰ ধিকাবি আপুনি তিয়াইলা গাৰ বক্স চকুৰ লোতকে। হেন শুনি মিষ্টভাষি গঙ্গার নন্দনে ধাবে ধাবে প্রবোধিলা ইন্দ্র নন্দনক। "বৃথা হে বাহুন-শ্বেত, গঞ্জিড়া আপুনি বৃথায় কান্দিছা তুমি আমাৰ কাৰণে, ক্ষত্রিয়ৰ ধৰ্ম্ম এই তোমাতনো কি দোষ। পিতা পুত্রে যুদ্ধ কৰি এড়য় জারন নাচিকে কাৰও নিন্দা, বিশেষতে ঋণ্ড জানাহ। পয়ান ঘটে, সংসাবৰ পৰা উঠিলে সংসাবা ভোগ, কিয় বাছাধন নিদ্দোষী তোমাক তুমি কৰিচা গঞ্জন তুমি বাছা কুল ভূষা প্রকাশিরা নাম চন্দ্রব বংশত তুমি, যেন পূৰ্ণিমাৰ ষোড়স্ কলা পূর্ণ চাঁদ তবাৰ মাজত। বিদিত জগতে জানা বামক বধিয়া বর্তময় দুটি ভাই। ব্যঘব কোরবে, যেতিয়া শ্রীবাচক্রে অশ্বমেধ পাতি এড়িদিলা যজ্ঞ অশ্ব শ্বেতরূপধাৰা, পাইয়া ধবিলা দুয়ো। ঋষি আশ্রমত কৰিলা বিষম যুদ্ধ বাপেকে সহিত, মাবিলা তেও'ক লবে। এতেকতে শুনা উপৰি যুঁজাৰু বংশে যুদ্ধৰ ঠাইত পিতাৰ নিধন হলে পুত্রব হাতত মুহি জানা নিন্দাস্পদ; পিতৃবধী বুলি নেহাহয় কোন জনে। সংগ্রাম মাঝত আমাক মাৰিলা তুমি বীৰ ধৰ্ম্ম ৰাখি ই নোহে কলঙ্ক তোব, কিন্তু যশবাশি।" এই দৰে বিজ্ঞবৰ প্রবোধি তেও'ক আশিস্ বাণী বুলিলে হও'ক জয় বুলি অতঃপৰ ধৰ্ম্মৰাজে বিনয় কবিয়া (সুজনৰ সদমুখে গুক জন আগে) ভীষ্মৰ চৰণ ধৰি স্তুতিল। বিস্তৰ বিস্তাবিয়া মন ভাব বাজ ধৰ্ম্ম নীতি সুধিলা অশেষ কথা, যুদ্ধ ফলাফল, তৃষ্ণা দূৰ কৈলা শুনি ধর্ম্ম নীতি কথা চাৰি বৰ্গ দায়া যিতো, শুম্বিব লভিলা ধৰ্ম্ম নীতি শুনি ধর্ম্মে। আনন্দিত মনে নীৰব হইলা তেও আক পাণ্ডবায় একে একে সেবা কবি সবে ভক্তি ভাবে পাইল। সম্ভাষাদৰ। পাচে ভাম বাবে যুদ্ধ তৃষ্ণাগ্নিবে হুই ডোওয়া অন্তৰ আৰু ৰক্তশ্রাবে আতি বিকল পর্বান, পিপীয়া চৰাই যেন বাৰিষা কালৰ অম্বৰৰ আশাকৰি চালামেঘ, মুখ দুৰ্য্যোধন নৃপতিৰ। সুবুদ্ধি ভুপালে আকাবে ইঙ্গিতে বুঝি, ইঙ্গিত কৰিল। শত শত দাস বৃন্দক। আদেশে যোগালা পিতামহ শুশ্রষায় শেষ বাঞ্চা তৈতে সুবর্ণ জাৰিত ভৰি, সুশীতল বাৰি কর্পূৰেৰে গোলাপেৰে কৰা সুবাসিত চালে হাবিয়াহ লাগে ফটিক বৰনি। সোঁ ৰাজ-কৰে ধৰি দিবলৈ মুখত বলা বাজ চক্রবর্ত্তী। মুকখালি দেখি মৃদু হাসি গঙ্গামুতে কেবা চকু কৰি লাহে ধীৰে সম্বোধিলা "হেবা জ্ঞানীবৰ ইনো কিনো সুবিচাৰ, পৃথিবাৰ পতি হুয়া সি কালব দিতো যোগ। এড়িয়া তাহাঙ্ক তাব বিপৰিত কিষ কৰিচা বিধান। শৰ আসনত মঘ, কবিছো শয়ন, পড়িছোতো এই দেগা কালৰ হাতত, এড়িছে। সোণৰ খাট চোনাৰ বিচনি নৃপ, বাজ হসতুলি; গাৰ অলঙ্কাৰ গহাইড্রো ই সময়, এতিয়া কি মোর শুরায় ভুঙ্গাব পানা! লাজ পাই নৃপে কলামুখ কবি আতি বঙ্গিলা সি ঠাই মলমূবে। দেখি ভিক্ষে শুকান গলেবে সেহনিয়া মাত লগাই, ইঙ্গিত কবিলা, অর্জুনব পোনে চাই। সেই সমযতে, ভাবতে অন্ধনে বৃদ্ধি ধশু লই হাতে, শুর বি গুকব পাও, টঙ্কাবিয়া ধশু, মাবিলা ত্রিশব, পাতালব পৰা শুচি লল। ভাগীরথী জল। কাঁকব আগেৰে দিলা ঢালি ভাগ্ন মথে স্তনদুগ্ধ ধাবে, পইলা যন্ত্রেবে যত্নে সদা যেন পৰে ঝিবে ঝিবে তেওর মুখে। আশিসিলা ভীষ্মে গনে ঘনে অর্জুনক, যত সাধু সরে বথানিলা বুদ্ধিবল শৰ চালোৱাৰ আচৰিত ভাব দেখি, আক দিলা বাক। বীবৰ অসাধ্য কাম অনায়াসে সাধি নিজ নাম গন্ধে তেও ব্যাপিলা জগত। অতঃপৰে বিজ্ঞবৰ মধুৰ ভাষণে  থাকি শৰাসনে বুড়া বিদায় কৰিলা সমস্ত পাণ্ডবী দল, সমস্ত কৌৰবী। হেন কালে সৌভদ্রেয় সুভদ্রা বল্লভ, বৃদ্ধব আনন্দ মণি আহিয়া তহিত প্রণমিলা অষ্টাঙ্গতে লোটাইয়া শিৰ লইলা চৰণধূলি; বুলিলা সম্বোধি। "বৃদ্ধ পিতামহ তুমি বণ পবিহবি শুলা শৰাসনোপৰি দিব্য শয্যা এড়ি পাণ্ডবব ভাগ্য সূৰ্য্য গল অস্তাচলে, হইয়া এন্ধাৰ ঘোৰ। তুমি বিনা কুক গুড়িয়াল হান হই বিপথ লইব, কৰিবে অন্যায় বণ নেমানিবে কাৰো দৰ্ম্ম উপদেশ কিবা ন্যায়ৰ সঙ্গত। ধৰ্ম্মবল পাণ্ডবৰ অন্যায় হইলে মিশ্চয় মজিব আমি। তুমি কেন বিনে অঙ্কুশ বিহীন শত্রু। দেখায় বাৰহ কৰি ধৰ্ম্মবক্ষ। তুমি দশ দিন যুদ্ধে ৰাখিলা কুলক দুয়ো। ধৰ্ম্ম অনুগত ধৰ্ম্ম পুন যুধিষ্ঠীৰ ধৰ্ম্মত তৎপৰ অন্ত্যায়ত পৰাঙমুগ সদা হ্যায়রতী। কিন্তু কৌৰব পাপিষ্ঠ, ন্যায় পথে অন্ধ, কুঝপতি কুলাঙ্গাৰ কুলৰ কণ্টক দিলে বহু দুঃখ তেও অনাথ পাণ্ডবক। আনিয়া নৃপতি মাজে পঞ্চাল নন্দিনী যাজ্ঞসেনী মাক মোৰ চুলিত ধৰিয়া পাপাশয়ে দুৰাশয়ে দুষ্ট দুঃশাসনে অপমান ল'জ দিলা জানাহা আপুনি, সোরবোতে ফাটে বুকু। তোমাতে বিদিত, দিলেক অৰণ্যে বাসা পাণ্ডব সবাক, কুট পাশা ছলে পাপী কৌবব সমাজে। যেতিয়া আছিল। বনে মম পিতৃ সবে কৰিলাহা যত ফন্দি বাজা দুয্যোধনে নাশিবলৈ সিবিলাকক বিনা অপরাধে, সমস্তকে জানা তু।ম, ময়নে। কিকম। সাধু নম্রমতি ধৰ্ম্মে ক্ষমিলা শতেক পাপৰ নিঠুৰ কাসা আৰু যত সব। দুসোধন চুবাশয়ে সবাক আগ্রহি ঘটাল। ভাবত যুদ্ধ ভাহবন্ধু মাজে। দশ দিন হৈলা যুদ্ধ সৈরা ভিতবও, পড়িল অসংখ্য জন। এতিয়া বণত যদি জিনে পাণ্ডবক ককবাজ পতি. জানিবোকো ধম্ম নাই পাপৰ প্ৰচাৰ। হেন লয় মোৰ মতি অবশ্য জিনিবে অধ্যায় সমবে কুক, কোনে বাধা দিব অধৰ্ম্মাচৰণে তাক, স্রোতস্বতী স্রোত ববিষায় বহি যায় ভাঙ্গি নেয় শুক বিন। মহাধবে কোনে বাধিবে পাবয় আজি সেই মহাধব ধবাতল শায়া। শুনিছো গোবিন্দ মুখে তব বিজ্ঞবব ইচ্ছা মৃত্যু, নপাৰয় মারিবেক তোমাক, জিনিবে তোমাক, কোনে ত্রিভুবন মাঝে। কিন্তু বৃদ্ধ পিতামহ এতিয়া প্রেম।ব, হেন দশা দেখি বণে, জানিলো বিশেষে ছলিবলৈ পাণ্ডবক, তবাশ্রিত জন, কবিছা আপুনি মতি। জগতে প্রকাশ আপোন ইচ্ছাত কৈছে আপোন নিধন কিবা দোষ কিবীটিৰ কিবা শিখণ্ডীব যদি ওখ শাল তক ধাৰ বতাহত মলয়ায়, ধবাতলে ঢলিয়া পবয় কেবল বঞ্চিবে ইতো আশ্রয়া লতাক ভাগ্যহীনা। বৃদ্ধ আতা, দাপ্তিমান আশা পাণ্ডবৰ শুমাইলা, আজি তুমি বিনে, উঃ বিধিৰ কি বিপাক"। এইমতে ধাৰে কও তে মনৰ কথা তেওৰ আগত, মুখৰ পোনলৈ চাষ, সজল নয়নে, ওলাল চকুৰ পানা, তিতিল সর্ববাঙ্গ। পাচে উত্তৰিলা ভীষ্মে প্রবোধি তেওক "জযলৈ নাহিকে শঙ্কা বিজয় হবাহ। ধৰ্ম্মৰ সুফল বত্ন, জানিবা নিশ্চয বাছাধন! জয় হৈছে। উচিত বিধানে এই যুদ্ধে পার বুক অদম্মৰ ফল। যতোধৰ্ম্ম ততো জয় গীতাত লেখিছে কেতিয়াও মিছা নোহে শাস্ত্রৰ বচন। কিয় এনে ভয় পাল। কি কবিরে কৃষ্ণ বীৰৰত্ন পাৰ্থ সুত। অন্ত্যায় আচৰি ডেওরায় ধৰ্ম্ম যদি কুকারে কবে বণ, বীৰমদে মত্ত হুই কিবা আশি বড় তেও ভয় নকৰিবা। কৌববক বধি উডিব বিজয় ধ্বজা ধৰ্ম্মৰ আগত"। ইতি শুনি পাচে কলা অৰ্জ্জুন কোঁৱৰ "তোমাৰ প্রসাদে ময় নড়বাও কাকো দুর্য্যোধন এড়ি যদি আহে দেববাজ ঐবাবত আৰোহিয়া, কৰি বঙ্গ কৰে, কিবা দেব মৃত্যুঞ্জয়, শূলপাণি হুই, পিনাকী ৰূপেৰে কিবা দিয়ে আহি বণ তেও তব পৰিনাতি নকৰোহে। ভয়। কি বস্তু কৌৰব ইতো আমাৰ আগত কিন্তু হয় ভয় মোৰ অন্যায় সমৰ।" সৌভদ্রেয় সম্বোধিয়া উত্তবিলা বৃদ্ধে "বীৰবব নাই ভয় ইয়াত তোমাৰ, অন্ত্যায় বাটে খোজ লালে অচিৰে মৰিব নিশ্চয় কৌৰব দল, ফান্দব হবিণ কৰিলে উজাৰ জানা লাগে বান্ধটান এড়াবলৈ দূবে থাক। পাণ্ডবৰ সিল্কি ধৰাবন্ধা, যদি তৈতে কৌৰবে পেলায় আগৈয়ে অন্যায় বাট সিবাটে ভইব অচিৰে পাপিষ্ঠ পাত বুলিলে। তোমাক" এই দবে আশ্বাসিয়া ভীষ্মে শিবোপবি আশীব্বাদ কবি স্নেতে চাই তান পানে মলচিলা চকু পানা বহিছিলা যেন বক্ৰময় দুই হাব নয়নৰ পৰা। সেই সময়তে ভাত গোবিন্দ সহিতে মুনিন্দ্র মানীন্দ্র লোকে যোগান্দ্র তপস্বা আহিলা নাবদ হাতে বীনা যন্ত্র লৈ গাই মুখে সুললিত মাধবৰ গীত, (আহা বীণা বাজনত হবে প্রাণ সবে যিতো জনে ভাগ্যবলে শুনিবাক পারে।) দেখি আথবেথ শুই জাহ্নবা নন্দনে দুজনাক প্রনামিয়া লৈলা পদবঙ্গ, কহিলা মধুৰ ভাষে চায় গোবিন্দক। "প্রভু! ই দাসক আজি দিয়া দবিশন পবিত্রিলা জীর আত্মা, উদ্ধাৰ কবিলা ই পাপ কলুষ দেহ, পূর্বব পুন্যফলে। ক্ষমা কৰা জগন্নাথ বিষ্ণু অবতাৰ, কৰিলো বহুত পাপ আবহ কালত, মাৰিলো অসংখ্য শৰ গ্লাওত তোমাৰ হুই খঙে কনা হেন, সমৰৰ বেলি চাইছিলো, হেৰা প্রভু, খঙৰ চকুৰে, আৰু গৰহিত কথা কতোবা বুলিছে। সুৱৰি বিদবে বুক। ধিক মোৰ কাম ভাৰত যুদ্ধত দেখা শপথ ভঙ্গাই ধবালো তোমাক প্রভু চক্র সুদর্শন। কিন্তু তেও কও নাথ লৰা যদি হয় দুষ্ট, কৰে অপৰাধ হাজাৰ হাজাৰ জননীব, তেও মারে, মা বুলি মাতিয়া আহিলে কোলাক ধায়, লওয় কোলাত মৰমেবে। আজি প্রভু লইলো শৰণ ই পাপী অধম নবে মুচ মতিচ্ছন্নে। ভকত বৎসল তুমি ভকত অধীন বিশ্বৰ কাৰণ হৰি জ্যোতিস্ময় দেব জগতব পিতা, নাগ ক্ষমা গুণশীল করুণা নিধান ক্ষমা আপোনাৰ গুণে শরণাগতক দিয়া ঠাৎ পাদ পাশে, কবোহো প্রার্থনা প্রভু অন্তিম কালত বৌক মোৰ চিত্ত হৰি তবরূপ চিন্তি। কি ভাগ্য কৰিলো মোৰ ইটো পচা দেহে ব্ৰহ্মাৰ বাঞ্চনি তুমি মুমুমূর্ষু কালত দেখিব পালোহো তযু চৰণ যুগল। এই ৰূপে ভক্তি ভাবে স্তবিয়া তুষিলা চিন্তামনি বাসুদেরক গঙ্গাৰ নন্দনে। সন্তোষিলা নাৰদক ধৰি চৰনত, কাকুতি মিনতি কৰি মাগি ললা ক্ষমা। শ্রীহৰি তথাস্তু বুলি তথাস্তু নাৰদ ভৈলা দুয়ো অন্তর্ধ্যান। সেই সময়ত তেওঁৰ লগতে হল ভীষ্ম মোহ মায়া অসাৰ সকলো লুপ্ত নিজ মন পৰা, দিবাকৰ তেজে যেন পানীক শুষিলা অলক্ষিতে, প্রদীপৰ লগে গল ছায়া। কৰি চিত্ত নিমগন চিন্তা নিগূঢ়ত মুদিলা লোচন দুই ধৰ্ম্ম-পিতামহে।

22
প্ৰবন্ধ
অসমীয়া সাহিত্যৰ চানেকী
0.0
ভাৰতব উজ্জ্বল বহু চাব আশুতোষ মুখাজিব বহু চেষ্টাৰ ফলত্ব কলিকতা বিশ্ববিদ্যালয়ে যেতিয়। ভাৰতীয ভাষ। বিলাকক এম, এ মহলাত ঠাই দিলে, তেতিয়া ভাৰতৰ আন আন ভাষ্য বিলাকৰ লগত অসমীয়া ভাষাকে। সেই শাবিত বহুৱাবলৈ অসমীয়া ভাষা আৰু আসামৰ উচ্চশিক্ষাৰ পৰম বন্ধু চাব আশুতোষ মুখাজিয়েই প্রথমে প্রস্তার কবে। যদিও সেই প্রস্তাবত বিশ্ববিজ্ঞালয়ৰ আন আন বঙ্গালী কণ্ঠ। সকলে বহুত হকাবধ। কৰিছিল তথাপি আসাম-বন্ধু মুখার্জি মহোদযৰ অহে। পুৰুষাৰ্থত তেখেতৰ চেস্টা ফলরতা হল আৰু অসমীয। ভাষাই বিশ্ববিদ্যালয়ব সর্বোচ্চ মহলাত ভাৰতৰ আন আন ভাষাৰ লগত ঠাই পালে। ১৯১৮ চনত "চেডলাব কমিচনৰ" লগত চাৰ আশুতোষ মুখার্জি মহোদয় যেতিয়া গুৱাহাটীলৈ যায় তেতিয়। গুরাহাটীত তেখেতে আসামৰ কেইবাজনা গণ্য মান্ড সাচিত্যিক আক শিক্ষিত মানুতব লগত অসমীয়া ভাষা বিশ্ববিদ্যালয়ৰ এম. এ মঙ্গলাও তোলাৰ সম্বন্ধে আলোচনা কৰে, আৰু সেই উদ্দেশ্যে অসমায়া ভাসাৰ গাদিবে পর্ব। বর্তমান সময়লৈকে প্রধান প্রধান লিখক সকলৰ লিখাব পৰা অলপ অলপ তুলি গোটাই এখন পুথি যুগুত কৰা স্থিৰ হয়। সেই গুক কামৰ ভাব আমার প্ররাণ সাহিত্যিক, আসামর একমাব প্রত্নতত্ববিদ, পণ্ডিতপ্ররব শ্রীযুক্ত হেমচন্দ্র গোস্বামা দেৱক দিনা হয়। গোসাইদেরে বহু পৰিশ্রম কবি ১৯২১ চনত সেই পুপি গোটাই বিশ্ববিস্থ্যালয়ৰ হাতত দিয়েহি। সেই সময়তে আসামৰ কৃতা সন্তান ভাবত বিখ্যাত দর্গার ভোলানাথ বকরাই এই পুথি চপাবলৈ বিশ্ববিদ্যালযক দহাতেজার টকা দিবলৈ প্রতিশ্রুত হয়, আৰু তাৰ ছহেজাৰ তেতিয়াক বিশ্ববিদ্যালযক দিয়ে। সেই টকাবে বিশ্বদ্যিালয়ে নিজৰ প্ৰেচতে পৃথি ছপাবলৈ আৰম্ভ কৰে। আস্ত সেই ঢপা কাস।ব তত্বাবধান কৰিবলৈ বিশ্ববিজ্ঞ্যালয়ৰ পৰা আমাৰ ওপৰত ভাৰ দিয়া হয়। গোটেইখন পৃথি তিনি সণ্ডকৈ ভাগোরা হৈছে। আদিৰে পৰা ইংৰঙ্গী ১৫ শতিকাৰ শেহলৈকে প্রথম এপণ্ড, ১৬ শতিকাৰ আৰম্ভবে পৰা ১৮ শতিকাৰ শেহলৈ দ্বিতীয। খণ্ড, আক. ১৯ শতিকাৰ আৰম্ভৰে পৰা বৰ্ত্তমান সময়লৈ তৃতীয়া খণ্ড। প্রত্যেক খণ্ডই প্রায় ৭০০ পিঠিৰ একোখন বৃহৎ পুথি হব।
1

অসমীয়া সাহিত্যৰ চানেকি।

28 November 2023
0
0
0

  সুর্য্য খড়ি দৈবজ্ঞ। [এই লিখক জনৰ জন্মভূমি মঙ্গলদৈ আছিল। তেওঁ ইংবাজী ১৮ শতিকাৰ শেহ ভাগত জন্মগ্রহণ কৰিছিল। তেওঁ সেই কালৰ এজন বিখ্যাত পণ্ডিত আছিল। তেওঁ অসমীয়া ভাষাত দৰঙ্গবাজবংশাৱলী আৰু সংস্কৃত ভাষাত ব

2

রতিকান্ত দ্বিজ।

29 November 2023
1
0
0

এই জন কবি মঙ্গলদৈ অঞ্চলৰ এজন ব্রাহ্মণ আছিল। তেওঁৰ পূৰ্ব্বপুৰুষ আদিৰ বিষয়ে কোনো কথা এতিয়াও জানিত্ব পৰা নাই তেওঁ দৰঙ্গ ৰজাৰ সভাৰ এজন বিখ্যাত পণ্ডিত আছিল। তেও গড়ঙ্গনাৰায়ণ ৰজাৰ আদেশত “ৰাজবংশাৱলী" নামেৰে এ

3

পশু ৰাম দ্বিজ।

30 November 2023
0
0
0

ধৰ্ম্ম পুৰাণ। দ্বিজ সকলোরে একদিনা সুবেকত, কৰিলেক ধৰ্ম্ম প্রশ্ন ব্যাসৰ আগত ॥ দ্বিজগণ নিগদতি ব্যাস মুনিবৰ। পূণ্যতো উত্তম পুণ্য উত্তম ধৰ্ম্মৰ । কোন নামে হস্ত ইহু কাহাক আচবি, অক্ষয় স্বর্গক পারে পাপক সংহ

4

শ্রীকাশীনাথ ভামুলি ফুকন।

30 November 2023
2
0
0

আসাম দেসব ডাঙ্গবিযা গণ প্রভৃতি বিসযাব নিবন্ধ ॥ সম্প্রতি মহুদানুসাবে, বিসযাব নাম লিখা জাই। জি জি একে মর্জাদাৰ সেই সকলক একে চেদব মাজতেই লিখা জাব; তাতে লিখাৰ আগ পাচ ক্রমে মর্জদাতো আগ পাচ আচে। সেই আগ পাচ

5

অৰুণোদয়।

1 December 2023
0
0
0

জাত্রিকব জাত্রা। The Pilgrim's Progress. এই জগতব অবণ্যৰ মাজে মই ফুৰি জাওতে জি এখন ঠাইত এটা গাঁত আচিল, এনে ঠাই পালোঁহি। তাতে পৰি সুই থাকোঁতে এক সমাজিক দেখিলোঁ। গাত ফটাচটা কাপব পিন্ধি, আপোনাৰ ঘৰৰ ফালল

6

শ্রীযুত বাবু আনন্দিৰাম ফুকন কর্তিক।

1 December 2023
0
0
0

এই অসম দেশ নিবাসি লোক সকলে স্বদেশত বাজে পৃথিবীত আন আন যি সকল বব সব দেশ আছে তাৰ একো কথাৰ ভু নেপাই, সেই হেতুকে সিবিলাকে আপোনাৰ দেশ অতি চৰ অৱস্থাত আছে বুলি নেজানে, এতেকে সম্প্রতি পৃথিবীব ভিতৰত অতি আচবিত

7

নিলিবাম ফেয়াবউবেল

2 December 2023
2
0
0

History of Hindustan, From the Dig Dorson. গজনিৰ বাদস্যা মহমদব দোআবাই হৃষ্ট কবাব পরা মচলমান লোকৰ বাজ্য নস্ট কবি ইংলণ্ডিযাবিলাকৰ বাজ্য পাপন তোমালৈকে হিন্দুস্থানব বৃবঞ্জি ইযাত আক পাচতো লিখা জাব। জি নান

8

যজ্ঞৰাম দেওলাই বৰুৱা।

2 December 2023
1
0
0

আহোম ভাষার পর। ভঙ্গা পুৰণি বৃবঞ্জা। কোচবণ:-লালি বাইচান (১৪) সকত চূড়-কুড়ম আক ডেপু নামে দুজন কোচ বজাৰ সেনাপতিযে আতি শলা পালেছি, আমার লোকেও গৈ শলাত থাকিল গৈ। পাচে সিহঁত দুযো লুইতে উজাই দিখৌ মুখ পালেহি।

9

পূর্ণানন্দ ডেকা বৰুৱা।

4 December 2023
0
0
0

১৮৫৮ সন পবহিতৈষিতা অর্থাৎ পরোপকাব "নোপকাবাং পরোধম্মঃ”। আসাম দেস হিতৈসিনি সভাব বচনাব সাব সংগ্রহ। জি দেসৰ মানুহব বুদ্ধি বৃতি অলপমান মার্জিত হৈছে, আাক জি দেসব মানুহৰ কিঞ্চিত ধর্মাধর্মব বোধ আঢ়ে, তেওঁবি

10

হেমচন্দ্ৰ বৰুরা।

6 December 2023
0
0
0

কোরা ভাতুবী। কোৰখনিয়া সত্ৰৰ গোবন্ধনদেউ আতা পৰম বৈষ্ণর, কংশ বঙ্গাব চন্দন-যোগাতী কুঁঙ্গী-বাইৰ বংশত জাত, সাক্ষাত গুৰুজনব পৰা পৰমাৰ্থৰ ভাগ-পোৱা গোপীনাথদেউ মাতাৰ পৰিনাতি। ঘোষা, কাউন, বত্বারলা, এই তিন খানি

11

পাই-মালা।

6 December 2023
0
0
0

সম্মান। ঈশ্বর, পিতৃ-মাতৃ, শিক্ষক, দেশর অধিকার আক বুঢ়া লোক, এই সকল সন্মানর পাত্র। যি আদি কাবণব পরা এই পবিদৃশ্যমান জগতব উৎপত্তি হৈছে, সেই কাৰণৰ নামেই ঈশ্বব। তেওঁ সকলোবে আদি, কিন্তু তেওঁর আদি নাই; সকলো

12

গুনাভিৰাম বৰুৱা।

7 December 2023
0
0
0

সৌমার ভ্রমণ। এই অসম দেশ আমাৰ মাতৃভূমি। আমি ইয়াতেই উপজিছো। ইয়াতেই শিক্ষা পাইছো। এই দেশব নামেই আমি সংসার হাটত বিকা হই আছো। জননী যেনে আদবনীয়া আক পূজনীয়া এই আমাৰ জন্মভূমিও আমাৰ পক্ষে তেনে মৰম আৰু সেরাব থ

13

বমাকান্ত চৌধুৰী।

7 December 2023
0
0
0

অভিমন্যু বধ কাব্য। প্রথম সগ। দশ দিন যুদ্ধ কৰি ভীষ্ম মহাবলা যেতিয়া শুইল। বাৰে শৰ আসনত, মহাৰণী পাণ্ডবেও, আনন্দ মনেৰে, বঙ্গাইল। ঢাক, ঢোল, শিক্ষা, কৰতাল, জগঝম্প, ভেৰি, দবা। আপুনি শ্রীচাৰ, নিজ বাস্থ্য শঙ

14

বঘুদেৰ গোস্বামী।

8 December 2023
0
0
0

আত্ম পৰিচয়। মহাদি দিপক তাতে কৰিয়া শকত। বিন্দুগঞ্জ দিয়া পাচে কৰিয়া যুগুত ॥ মিথুন মাসৰ জানা ৰোহিনীক পাই। সমাপতি ভৈল শাস্ত্র পদ সমুদাই। আমি অল্পমতি হুয়া বচিলে। পয়াৰ। গোবিন্দৰ লীলা বুলি কবিয়ো আদৰ। জখলাবন

15

ইন্দিলৰ বৰুৱা।

8 December 2023
0
0
0

জীৱনাদর্শ। মহাবাজ। বুদ্ধিস্বর্গ নাবায়ণ। বৃদ্ধিস্বর্গ আসামৰ এজনা ক্ষমতাপন্ন বাঙ্গা আছিল। ১৪৭৪ শকত (১৫৫২ খৃঃ অব্দ) এওঁৰ জন্ম হয়। ১৫৩৩ শকত এওঁর পিতা গোঁড়াবাজা স্বর্গী হলত এওঁ বাজা হল। আহোম মতে এও'ব নাম

16

কালি ৰাম বৰুৱা।

8 December 2023
0
0
0

কামাখ্যা কামাখ্যা (কাম + আখ্যা) কাম শব্দে ইচ্ছা আখ্যা শব্দে নাম। যাব নাম হৈছে কাম, এতেকে কামাখ্যা। প্রলয় কালত এই জগত এনে প্রকৃতিত লীন আছিল যেই প্রত্যক্ষ অনুমান আক শব্দ এই তিনি প্রকাৰ প্ৰমাণৰ বিষয় নাছ

17

গোপীনাথ চক্রবর্তী।

9 December 2023
0
0
0

কলঙ্ক ভঞ্জন। কৃষ্ণের চরণ ধবি, বোলে বাধা বজেশ্ববা শুনাচে মুবলা দাবী, মোর মনো দুঃখ। গাও ত সিগিলা আছে গিরি, সকলে বলে বাচরা ভিবি, এই দুঃখে উল্যারা নবো মুখ। যদি ফুৰিবা যান্ড করবো বাড়া, আতিল যেঢ় বব গ

18

বলিনাৰায়ণ বড়া।

11 December 2023
0
0
0

উচ্চশিক্ষা। আসাম ভাৰতবৰ্ষৰ পিচ পৰিণাকা প্রদেশবিলাকৰ ভিভবত গল্প। বাস্তবিকে যি দেশত সুশিক্ষিত, ধনী আক ব্যবসায়ী মাশুহব সংখ্যা তাকৰ সি আজি কালিৰ সভ্য আৰু আগবাঢ়া দেশবিলাকৰ সমকক্ষ হব নোৱাৰে। অসমীয়া মানুহ অ

19

মাধবচন্দ্ৰ বৰদলৈ। (বায়বাহাদুৰ)

11 December 2023
1
0
0

অসমীয়া সাতকাণ্ড ৰামায়ণ। BIR BIKRAM LIBRARY. E Agartala w অতিপূর্বের গোটেই অসম দেশকে কামৰূপ বুলিছিল ইয়াৰ সীমা পূবে দিকৰাই আক পশ্চিমে করতোরা, সুতৰাং বর্ত্তমান সময়ৰ ব্ৰহ্মপুত্ৰৰ উপত্যকা প্রদেশ খণ্ডকে ক

20

কমলাকান্ত ভট্টাচার্য্য।

12 December 2023
1
0
0

অসমৰ উন্নতি। শিতানত আঁকা প্ররন্ধটি আজি আপোন দেশী ভাই সকলৰ ওচৰত আলচ পাতি চাও। "অসমৰ উন্নতি" এই কথাষাৰি এবাৰ উশাহ নিশাহত অন্য নিয়া কৰোঁতেই ওৰ পৰে। চিন্তাৰ বাটত হতাশে টানকৈ ভেঙ্গাৰ মাৰি আগচি ধৰে। শিক্ষি

21

কমলাকান্ত ভট্টাচার্য্য।

12 December 2023
0
0
0

অসমৰ উন্নতি। শিতানত আঁকা প্ররন্ধটি আজি আপোন দেশী ভাই সকলৰ ওচৰত আলচ পাতি চাও। "অসমৰ উন্নতি" এই কথাষাৰি এবাৰ উশাহ নিশাহত অন্য নিয়া কৰোঁতেই ওৰ পৰে। চিন্তাৰ বাটত হতাশে টানকৈ ভেঙ্গাৰ মাৰি আগচি ধৰে। শিক্ষি

22

পূর্ণিমাৰ ৰাতিলৈ চাই।

12 December 2023
0
0
0

জোনাক বাতিটা রূপহী কাটিী শুরায় জগত কিনো বিতোপন, নিচুক জগত নিদ্রাৰ কোলাত এনেনো গভীব নিদিলে আশ্রয় আজি কিয় মন নেষাও টোপনি কোনে মন্ত্র মাতি হবিলে চেতন কি কারণে আজি টোপনি নাই, শান্তি কোলা পাতি ম

---

এখন কিতাপ পড়ক