shabd-logo

বঘুদেৰ গোস্বামী।

8 December 2023

0 দৰ্শন কৰা হৈছে 0

আত্ম পৰিচয়।

মহাদি দিপক তাতে কৰিয়া শকত। বিন্দুগঞ্জ দিয়া পাচে কৰিয়া যুগুত ॥ মিথুন মাসৰ জানা ৰোহিনীক পাই। সমাপতি ভৈল শাস্ত্র পদ সমুদাই। আমি অল্পমতি হুয়া বচিলে। পয়াৰ। গোবিন্দৰ লীলা বুলি কবিয়ো আদৰ। জখলাবন্ধাৰ সত্ৰ কলিয়াবৰত। আমাৰ জনম জানা সেইযে সত্রত। সেই সত্রে মূর্খ নাই গোবিন্দ কৃপাই। ধৰ্ম্মদৌল পাতি হৰি সাক্ষাত আছয়। দেউদামোদৰী সত্ৰ বুলিয়া কহই। অল্পকৰি পৰিচয় দিলোহো বুজাই।

হিতোপদেশী কাব্য।

মগধ দেশৰ ৰাজা অতি মনোহৰ। বলে বীৰ্য্যে পৰাক্রমে নাহি সমসৰ । পুত্র এক আছে তাৰ দ্বিতীয় ভাস্কৰ। বিক্রমে অতুল সিতো ৰাজাৰ কুমাৰ। মৃগয়া কাৰ্য্যত সিতো পৰম নিপুন। মৃগয়া কৰস্তে মন মক্কিল তখন। 

এক দিনা প্রভাততে বাজাৰ কুমাৰ। মৃগয়া কৰিতে গৈলা বনৰ ভিতৰ॥ হৰিণ শুকৰ বহু মাবিয়া তেখনে। বাপেৰ নিকাতে পূস্তু পঠাই আছে মানে। কৃষ্ণ যাড় মুগ'ৰাজ। ফুবিচে বিচাৰি। বাজাক দেখিয়া মুগ গৈলেক অন্তৰি । ঘোৰাত চবিয়া বাজা হৰিণ খেদই। মহাভয়ে মৃগে পাচে লরড়ি পলাই। মহতি অবণ্যে পুস্ত প্রবেশ করিল। মুগক পেদন্তে বাজা হাবাশাস্তি ভৈল। সূয্য অন্ত গৈল পাচে অন্ধকাৰ ৰাতি। বৃক্ষব মূলত বসি গুণে মহামতি। কৈৰ পৰা কৈক আইলো নেদেখে। উপাই। সিংহে বাঘে খাইব আজি জানিলো নিশ্চয়। এহি গুণি উপৰক চক্ষু মেলি চাই। বৃক্ষৰ ওপৰে সসি ভালুক আছই। দেখিয়া কুমাবে পাচে ভয়তে কাম্পই। হাত জুৰি ভালুকক বচন বোলয়। শৰণ লৈহোতে। মই তোমাৰ চৰণে। সখিত্ব কৰিয়া মোক বাখিবা এখনে। শৰণাগতক বক্ষ। ধাৰ্ম্মিকে কৰই। ভক্ষাভক্ষ তুমি আমি জগতে জানই। ভয়ত ৰাখয় শিবা পিতৃ বুলি কই। অন্ন দিয়। পালে ঘিতো সিও পিতৃ তই। এতেকে ভয়ত মোক কৰিবা বক্ষণ। পুত্র বুলি ৰাখি মোক কৰিয়ে। পালন। এহিমতে কহিলন্ত বাজাৰ কুমাৰ। শুনিয়া ভালুকে পাচে কহিলা সত্বৰ । উঠি আসা বাজপুত্র কিছু ভয় নাই। নখাইবো তোহোক মই জানিবি নিশ্চয়। 

কিন্তু মনু্যুত মিত্র নাথাকে সদায়। চল পাইলে মিত্র ভাব তেখনে এৰয়। অনেক দেখিছো মই শুনিছো বহুত। নাথাকে বিশ্বাস জানা মনুষ্য কুলত। তথাপি ৰাখিলে। তোক ধৰ্ম্ম পথ চাই। বৃক্ষৰ ওপৰ ডালে বসি থাক তই শুনি ৰাজপুত্ৰ গৈয়া গছত উঠিলা। ভালুকক পাচ কৰি আগত বসিলা। এহিমতে ডুয়ো পাছে বৃক্ষত ৰহিলা। সেই কালে ব্যায় আসি তথাতে মিলিলা। চক্ষু ফুৰাই ব্যাঘ্রে পাড়ে উপৰক চাই। ভালুক মনু্য দেখি আনন্দে গুণই। নিদ্রায়ে আকুল হুয়া ভালুক আন্তই। নিদ্রা নাই মনুষ্যুৰ ভয়তে আছই। এহিমতে লাহে লাহে বাঘেও মাতই। ওচৰ চাপিয়া পাচে বচন বোলয়। হিংসক অম্লব জাতি মোত পৰে নাই। তথাপি তোমাক দেখি দায়া উপজই। কিকায্যে থাকাহা তুমি ভালুক সঙ্গত। প্রভাত হৈলেক মাত্রে খাইবেক ভোকত। যিমতে বহিবা তুমি শুনিয়ো উপাই। বৃক্ষ ডালে নখ মাৰি শুতিয়া আছই। নখ একরাই দিলে আপুনি পৰই ॥ মই ধৰি খাইবো তাক তোহৰ কাৰণে। এতেকে পৰিবি বক্ষ। জানিবাহা মনে। আজি ধৰি মিত্র ভৈলো তোমাৰে আমাৰে। নকৰিবা শঙ্কা সখি পেলাও সত্তৰে। শুনি ৰাজপুত্রে পাচে বুলিলা বচন। কেনমতে তযু কথা কৰিবো গ্রহণ। 

পূর্বের সখা কৰি আছো আপোন ইচ্ছাই। কিমতে করিবো হিংসা ধর্শা নস্ট যাই। শুনি বাঘে হাসি পাচে বুলিলা বচন। হিত বুদ্ধি দিলো শেক দাযাৰ কাৰণ। বৃক্ষত উঠিস পাবে মাটিও চলই। হেনয় ভালুক হাতে কিমতে এবাই। নোৱাৰোতো উঠিবাক গছৰ উপৰে। মাটিতে ফুৰিব পাৰে। সবে জানে সাবে। ভূমিত আচয় জন্ম খাবোরে। বিচারি। মোহোর অপ্রিয নবমাস মন্দকাবি। এতেকে নকবা শঙ্কা আমাৰ কথাত। ভালুক মবিলে তুমি থাকিবা ভুমিত। বনপতি বাজা বুলি জগতে জানই। তোমাকে। বোলয় নৰপাত সমুদাই। সমানে সমানে মিন হোরই শোভন। উত্তমে অধমে মিত মধণ লক্ষণ। এহি মতে বাসে যেবে চল বাদ কৈল।। নজানিয়া বাজা পুনে বিশ্বাস কবিলা। পেলাইবাক ইচ্ছা হৈল ৰাজাব কুমাৰ। নখত ধবিয়া পাচে দিলেক আজোব। তেতিক্ষণে ভালুকেও চেতন লভিলা। চাই কাই বুলি ঋক্ষে বচন বুলিলা। শুন অবে বাজপুত্র অধম পামৰ। বাজপুত্র হুয়া পাপ সাঞ্চিলি অপাব। নখাইবোতে। চলিয়াস আপোনাব ঠাই। এহি বুলি চাৰি চৰ গালত মাবই। তেতিক্ষণে বাক্য তার সমস্তে গুছিল। সখেমেব্য বাক। তাৰ মনত ৰচিল। এহি চাৰি অক্ষবৰ অৰ্থক কহয়। এতেকে তোহোৰ বাক্য পুত্র মত হয়। 

এহিমতে ভক্ষাভক্ষে মিত্র হুয়া যাই। তুমি আমি সেহিমতে থাকিবো সদাই। বৰ দুখে আছো মই ফেটিৰ মাজত। প্রাণীহত্যা পাপে পৰি থাকিবা দুখত। এহিমতে চল বাদে সাপেও কহিলা। নাজানিয়া এন্দুৰেও প্রতিজ্ঞা কৰিলা। ফেটিৰ আছিল জবি কুটিল সকল। পাচে সর্পে আনন্দতে বাহিব হইল। আশ্বাসিয়া এন্দুৰক বচন বোলয়। চল সথা তযু গৃহে চলো সমুদাই। সকলো মিত্রক চিনি থওঁ এহিক্ষণে। ভেবেসে সাম্ফল হই আমাৰ জারনে। সর্প সহ এন্দুবেও গাতক চলই। সবাকো দেখিয়া সর্পে আনন্দ কৰয়। এহিমতে সর্পে পাচে মনত গুণিলা। প্রথমে বুঢ়াক ধৰি ভোজন কবিলা। এভিমতে দুষ্টজনে কাণ্যক সাধয। সবংশে এন্দুৰ সব সর্পে ধৰি খাই । শুনা সভাসদ সবে হৰিৰ চৰিত্ৰ। অজ্ঞানৰ জ্ঞান হই সদায়ে পবিত্র ॥ দুষ্টৰ সঙ্গত মিত্র নকবিয়ে। ভাই। কৰিলে অৱশ্যে দুখ সততে লভই । সোণাৰে সাজিয়া মুখ কথাক কহই। তথাপি বিশ্বাস নাই জানিবা নিশ্চয়। হেনজানি নিৰস্তৰে এৰা দুষ্ট কাম। দ্বিজ গোস্বামীয়ে বোলে জানি ধৰা নাম। পুনৰপি মনে,

দ্বিজত কথা সোধই।

ৰাজ পুত্র গণে

ভালুকে পঠাইল

কুমৰ কি ভৈল

সবে কথা কহিবাই ॥ 

শুনিয়া ব্রাহ্মনে

কহে ওষ্ট মনে,

কুমব আসিল। ঘবে।

পুত্রক দেখিয়া

আনন্দ কৰিযা,

বুকত সাবতি ধৰে।

কি ভৈল কি ভৈল

ৰাজাযে কহিল

কি দোষে মাত নোলাই।

অনেক পণ্ডিত

আসিল সভাতে,

বাজাযে সরাতে কষ্ট।।

কি কার্য্যে নোলায়

বচন জনাই

শাস্ত্র চাই পভামোত।

একোরে প্রকারে

কহিতে নাপাবে

পণ্ডিত আসিন যত।

উপাই নাপাই

বাজায়ে কান্দয়,

পুত্ৰৰ মুখক চাই।

আনা বরকচি

ছত গণ পাচি

তান সম জ্ঞানী নাই।

শুনি মন্ত্রীগণে

হাসে মনে মনে,

বৰকচি কৈত আছে।

কাটিয়া পেলাইলা

বহুকাল হৈল,

যম পূৰ গৈয়া আছে।

শুনিষা ৰাজাই

বচন দুনাই,

শোকত আকুল হই।

আমাৰ পণ্ডিত

ৰাখয় কি মত

ভাৱে পৰি আনা গই।

তথাপি নিদিযে

সম দলে গৈয়ে

যমে সৈতে যুদ্ধ কবি।

জিনিয়া যমক

আনিয়ো গুরুক,

কহিলোহো নিষ্ট কৰি।

ৰাজাৰ বচনে

চলে দ্রুত গণে

বৰকচি আছে যৈত।

বাজাৰ আদেশ

কহিলা বিশেষ,

কাকুতি কৰে পারত।

মন্ত্রীৰ বচন

সুমৰি ব্রাহ্মণ,

দ্রুত সঙ্গ চলি যাই।

বৰকচি আইল

বাজায়ে জানিল

আনন্দব সীমা নাই।

সভাক আনিলা

পরেক দেখাইলা

মুনিযে শুধিবে লৈল।।

সখেমেৰা বুলি

কহিলা সমূলি,

বাবে বাবে তাকে কৈলা।

বৰকচি শুনি

পূর্ণবর কাহিনী,

জানিয়া পাচে কহই।

ভালুক সহিতে

মিত্র পাতি তৈতে,

মিত হিংসা প্রাপ্ত হই।

শগে ভালুকবে

কন্দল পূর্ববৰে,

বাঘেও চলক পাই।

তোমাৰ পুত্ৰত

কহিলা বহুত,

ঋক্ষক দিয়া পেলাই ।

নজানি কুমবে

নখক সহৰে,

পেলাবাক মন শুই।

জানিয়া ভালুক

ক্রোধিল অধিক,

গালত চৰ মাবই ॥

সখেমেৰা বুলি

কক্ষয সমূলি

কান কিছু নোবলই।

চাৰি অক্ষবব

অর্থ শুনা তাৰ

মাতিবেক এতিক্ষণে।

শুনা নবনাৰী

হিতোপদেশী কাবা।

গুক বাকা ধৰা মনে।

२35

গুক মনে ধৰি,

শাস্ত্রতো পাগত

কৃষ্ণতো ভকত,

হেন গুক 'ভজা ভাই।

সাক্ষাতে দেখিলা

কুমৰ তৰিল।

গুরুব কৃপাক পাই।

কেন জানি সরে

হেলা নকবিবে,

গুক স্মবি কথা কাম।

চাবি অক্ষরব অর্থ শুনা নগবন্ধ।

তোবেসে কহিব কথা তোমাৰ পত্ৰব।

শয়নে ভোজনে গুক করিবে সেরন। সেই মতে মিত্র জনে করিবে তোষণ। সেতুবন্ধ তার্থে গৈয। ব্রহ্মা বধি হবে। মিত স্নোহ পাপ তাব ঔগুছে সহরে। মেক সম সোণা যদি দানক সবই। তথাপিতে। মিন দ্রোহ পাপক নোই। ৰাজ পুন শুনা এই আমার বচন। মিষ দ্রোহ নকবিলে থাকিবি কৈল্যান। এতিমতে বরকটি অর্থক কতিলা। তেখনে কমবে পাচে বসাক কহিল।। পূর্বদ মতে ৰাজপুতে কথাক কহই। সবেও দেখিয়া পাচে আনন্দ কষ্ট । পুনৰপি বহুদর্শি দ্বিত সোধই। কিরা দোষে বরকচি অঞ্চ পানে যাই। বাজগুৰু বৰকটি জগতে জনেই। চেন জনে কাটিবাক আজ্ঞাক কবই। অৱশ্যে শুনিব লাগে পূর্বপৰ কাহিনা। বিস্তাবিযা কর। গুরু তুমি সবর জ্ঞানী। শুনি দ্বিজ ববে পাচে কহিবে লাগত। শ্রেষ্ঠ হুয়া বৰকচি সঙ্গত থাকয়। 

পণ্ডিত অনেক থাকে তাহাৰ লগত। গুনে মানে তান সম নাহিকে ভূমিত। একদিনা বৰকচি ভিতবে গণন। ৰাজা কথা শেষ কৰি বসিলা আসন। বাণী সহ ৰাজা তাতে বসিয়া আচয়। গুকক দেখিয়া ৰাজা প্রণাম কৰয়। ৰাণীৰ ভাগ্যক দেখি লক্ষণ চাহিলা। কুলক্ষণ বহু আছে মুনিয়ে জানিলা এক মাত্র সুলক্ষণ যোনিত আছয়। সেই গুণে অর্দ্ধাসনে বসিয়। থাকয়। আত পৰে অন্য গুণ নাহিকে বাণীব। মহা সুলক্ষণ বলে বল্লভ বাজাৰ।। সামান্য কুলত উপজিল এহি কন্যা। এক মাত্র সুলক্ষণে ভৈল আসি ধন্যা । এহি মতে বিচাবিয়া বাণী ভিতি চাই। হাসিলেক বাৰদ্ধাৰ বাণী মুখ চাই। হেন দেখি বাজা পাচে গুরুত সোধই। কি কার্য্যে হাঁহিলা গুৰু কহিয়ো নিচই। শুনি বৰকচি গুক বোলয় বচন। যি কাৰণে হাঁসো মই শুনিয়ো কাৰণ। সামান্যত উপজিয়া ৰাজ বাণী হই। অর্দ্ধাসনে বসি থাকে আনন্দিত হই। বহুত কুলক্ষণ আছে বাণীৰ দেহত। একমাত্র সুলক্ষণ আচয় যোনিত ॥ দুই গুটি ৰক্ত তিল বাম ভাগে আছে। সেই সুলক্ষণে জানা ৰাণী হই আছে। ৰক্ত তিল থাকে যাৰ যোনিৰ বামত। মহা সুখী হুয়া থাকে জানিবা ভূমিত ॥ এতেকে হাঁহিলো মই ৰাণীৰ কাৰনে। মহা ভাগ্যৱতী ভৈল তোমাৰ ভবনে। 

হেন মতে গুক যদি কঙ্গিলা বাজাত। মানে মনে বাজা পাচে গুণিলা মনত বাণী সহ প্রিতি আছে কথাতে জানিলে।। দুত্তন ব্রাহ্মণ এই কাটিয়া নিকালো। এহি গুণি ক্রোধ করি আজ্ঞাক কবই। কাটিবাক লৈয়। যাই মন্ত্রাযে শুনই। লোক পঠাই অনাইালেক মন্ত্ৰাৰ ওচৰ। প্রচণ্ড আদেশ কথা শুনি মন্ত্রী বর্ণ। কিমতে বাখিরো গারু মনত গুণিলা। দেশান্তবি কবি পাচে গুরুক পঠাইলা। মন্তীৰ প্ৰসাদে গুক প্রাণ রক্ষ। পাই। কবুদ্ধি বাজার ধম্ম হাততে লুকাই অবিচারে গুরু সখ বাগায়ে দিলেক। সেই দোসে বাজা পাচে পাইনেক নবক। পুরষ নিমিত্তে পাচে গুরুক আনিলা। তেতিয়াহে সবে কথা ৰাঙ্গায়ে ছানিলা।

22
প্ৰবন্ধ
অসমীয়া সাহিত্যৰ চানেকী
0.0
ভাৰতব উজ্জ্বল বহু চাব আশুতোষ মুখাজিব বহু চেষ্টাৰ ফলত্ব কলিকতা বিশ্ববিদ্যালয়ে যেতিয়। ভাৰতীয ভাষ। বিলাকক এম, এ মহলাত ঠাই দিলে, তেতিয়া ভাৰতৰ আন আন ভাষ্য বিলাকৰ লগত অসমীয়া ভাষাকে। সেই শাবিত বহুৱাবলৈ অসমীয়া ভাষা আৰু আসামৰ উচ্চশিক্ষাৰ পৰম বন্ধু চাব আশুতোষ মুখাজিয়েই প্রথমে প্রস্তার কবে। যদিও সেই প্রস্তাবত বিশ্ববিজ্ঞালয়ৰ আন আন বঙ্গালী কণ্ঠ। সকলে বহুত হকাবধ। কৰিছিল তথাপি আসাম-বন্ধু মুখার্জি মহোদযৰ অহে। পুৰুষাৰ্থত তেখেতৰ চেস্টা ফলরতা হল আৰু অসমীয। ভাষাই বিশ্ববিদ্যালয়ব সর্বোচ্চ মহলাত ভাৰতৰ আন আন ভাষাৰ লগত ঠাই পালে। ১৯১৮ চনত "চেডলাব কমিচনৰ" লগত চাৰ আশুতোষ মুখার্জি মহোদয় যেতিয়া গুৱাহাটীলৈ যায় তেতিয়। গুরাহাটীত তেখেতে আসামৰ কেইবাজনা গণ্য মান্ড সাচিত্যিক আক শিক্ষিত মানুতব লগত অসমীয়া ভাষা বিশ্ববিদ্যালয়ৰ এম. এ মঙ্গলাও তোলাৰ সম্বন্ধে আলোচনা কৰে, আৰু সেই উদ্দেশ্যে অসমায়া ভাসাৰ গাদিবে পর্ব। বর্তমান সময়লৈকে প্রধান প্রধান লিখক সকলৰ লিখাব পৰা অলপ অলপ তুলি গোটাই এখন পুথি যুগুত কৰা স্থিৰ হয়। সেই গুক কামৰ ভাব আমার প্ররাণ সাহিত্যিক, আসামর একমাব প্রত্নতত্ববিদ, পণ্ডিতপ্ররব শ্রীযুক্ত হেমচন্দ্র গোস্বামা দেৱক দিনা হয়। গোসাইদেরে বহু পৰিশ্রম কবি ১৯২১ চনত সেই পুপি গোটাই বিশ্ববিস্থ্যালয়ৰ হাতত দিয়েহি। সেই সময়তে আসামৰ কৃতা সন্তান ভাবত বিখ্যাত দর্গার ভোলানাথ বকরাই এই পুথি চপাবলৈ বিশ্ববিদ্যালযক দহাতেজার টকা দিবলৈ প্রতিশ্রুত হয়, আৰু তাৰ ছহেজাৰ তেতিয়াক বিশ্ববিদ্যালযক দিয়ে। সেই টকাবে বিশ্বদ্যিালয়ে নিজৰ প্ৰেচতে পৃথি ছপাবলৈ আৰম্ভ কৰে। আস্ত সেই ঢপা কাস।ব তত্বাবধান কৰিবলৈ বিশ্ববিজ্ঞ্যালয়ৰ পৰা আমাৰ ওপৰত ভাৰ দিয়া হয়। গোটেইখন পৃথি তিনি সণ্ডকৈ ভাগোরা হৈছে। আদিৰে পৰা ইংৰঙ্গী ১৫ শতিকাৰ শেহলৈকে প্রথম এপণ্ড, ১৬ শতিকাৰ আৰম্ভবে পৰা ১৮ শতিকাৰ শেহলৈ দ্বিতীয। খণ্ড, আক. ১৯ শতিকাৰ আৰম্ভৰে পৰা বৰ্ত্তমান সময়লৈ তৃতীয়া খণ্ড। প্রত্যেক খণ্ডই প্রায় ৭০০ পিঠিৰ একোখন বৃহৎ পুথি হব।
1

অসমীয়া সাহিত্যৰ চানেকি।

28 November 2023
0
0
0

  সুর্য্য খড়ি দৈবজ্ঞ। [এই লিখক জনৰ জন্মভূমি মঙ্গলদৈ আছিল। তেওঁ ইংবাজী ১৮ শতিকাৰ শেহ ভাগত জন্মগ্রহণ কৰিছিল। তেওঁ সেই কালৰ এজন বিখ্যাত পণ্ডিত আছিল। তেওঁ অসমীয়া ভাষাত দৰঙ্গবাজবংশাৱলী আৰু সংস্কৃত ভাষাত ব

2

রতিকান্ত দ্বিজ।

29 November 2023
1
0
0

এই জন কবি মঙ্গলদৈ অঞ্চলৰ এজন ব্রাহ্মণ আছিল। তেওঁৰ পূৰ্ব্বপুৰুষ আদিৰ বিষয়ে কোনো কথা এতিয়াও জানিত্ব পৰা নাই তেওঁ দৰঙ্গ ৰজাৰ সভাৰ এজন বিখ্যাত পণ্ডিত আছিল। তেও গড়ঙ্গনাৰায়ণ ৰজাৰ আদেশত “ৰাজবংশাৱলী" নামেৰে এ

3

পশু ৰাম দ্বিজ।

30 November 2023
0
0
0

ধৰ্ম্ম পুৰাণ। দ্বিজ সকলোরে একদিনা সুবেকত, কৰিলেক ধৰ্ম্ম প্রশ্ন ব্যাসৰ আগত ॥ দ্বিজগণ নিগদতি ব্যাস মুনিবৰ। পূণ্যতো উত্তম পুণ্য উত্তম ধৰ্ম্মৰ । কোন নামে হস্ত ইহু কাহাক আচবি, অক্ষয় স্বর্গক পারে পাপক সংহ

4

শ্রীকাশীনাথ ভামুলি ফুকন।

30 November 2023
2
0
0

আসাম দেসব ডাঙ্গবিযা গণ প্রভৃতি বিসযাব নিবন্ধ ॥ সম্প্রতি মহুদানুসাবে, বিসযাব নাম লিখা জাই। জি জি একে মর্জাদাৰ সেই সকলক একে চেদব মাজতেই লিখা জাব; তাতে লিখাৰ আগ পাচ ক্রমে মর্জদাতো আগ পাচ আচে। সেই আগ পাচ

5

অৰুণোদয়।

1 December 2023
0
0
0

জাত্রিকব জাত্রা। The Pilgrim's Progress. এই জগতব অবণ্যৰ মাজে মই ফুৰি জাওতে জি এখন ঠাইত এটা গাঁত আচিল, এনে ঠাই পালোঁহি। তাতে পৰি সুই থাকোঁতে এক সমাজিক দেখিলোঁ। গাত ফটাচটা কাপব পিন্ধি, আপোনাৰ ঘৰৰ ফালল

6

শ্রীযুত বাবু আনন্দিৰাম ফুকন কর্তিক।

1 December 2023
0
0
0

এই অসম দেশ নিবাসি লোক সকলে স্বদেশত বাজে পৃথিবীত আন আন যি সকল বব সব দেশ আছে তাৰ একো কথাৰ ভু নেপাই, সেই হেতুকে সিবিলাকে আপোনাৰ দেশ অতি চৰ অৱস্থাত আছে বুলি নেজানে, এতেকে সম্প্রতি পৃথিবীব ভিতৰত অতি আচবিত

7

নিলিবাম ফেয়াবউবেল

2 December 2023
2
0
0

History of Hindustan, From the Dig Dorson. গজনিৰ বাদস্যা মহমদব দোআবাই হৃষ্ট কবাব পরা মচলমান লোকৰ বাজ্য নস্ট কবি ইংলণ্ডিযাবিলাকৰ বাজ্য পাপন তোমালৈকে হিন্দুস্থানব বৃবঞ্জি ইযাত আক পাচতো লিখা জাব। জি নান

8

যজ্ঞৰাম দেওলাই বৰুৱা।

2 December 2023
1
0
0

আহোম ভাষার পর। ভঙ্গা পুৰণি বৃবঞ্জা। কোচবণ:-লালি বাইচান (১৪) সকত চূড়-কুড়ম আক ডেপু নামে দুজন কোচ বজাৰ সেনাপতিযে আতি শলা পালেছি, আমার লোকেও গৈ শলাত থাকিল গৈ। পাচে সিহঁত দুযো লুইতে উজাই দিখৌ মুখ পালেহি।

9

পূর্ণানন্দ ডেকা বৰুৱা।

4 December 2023
0
0
0

১৮৫৮ সন পবহিতৈষিতা অর্থাৎ পরোপকাব "নোপকাবাং পরোধম্মঃ”। আসাম দেস হিতৈসিনি সভাব বচনাব সাব সংগ্রহ। জি দেসৰ মানুহব বুদ্ধি বৃতি অলপমান মার্জিত হৈছে, আাক জি দেসব মানুহৰ কিঞ্চিত ধর্মাধর্মব বোধ আঢ়ে, তেওঁবি

10

হেমচন্দ্ৰ বৰুরা।

6 December 2023
0
0
0

কোরা ভাতুবী। কোৰখনিয়া সত্ৰৰ গোবন্ধনদেউ আতা পৰম বৈষ্ণর, কংশ বঙ্গাব চন্দন-যোগাতী কুঁঙ্গী-বাইৰ বংশত জাত, সাক্ষাত গুৰুজনব পৰা পৰমাৰ্থৰ ভাগ-পোৱা গোপীনাথদেউ মাতাৰ পৰিনাতি। ঘোষা, কাউন, বত্বারলা, এই তিন খানি

11

পাই-মালা।

6 December 2023
0
0
0

সম্মান। ঈশ্বর, পিতৃ-মাতৃ, শিক্ষক, দেশর অধিকার আক বুঢ়া লোক, এই সকল সন্মানর পাত্র। যি আদি কাবণব পরা এই পবিদৃশ্যমান জগতব উৎপত্তি হৈছে, সেই কাৰণৰ নামেই ঈশ্বব। তেওঁ সকলোবে আদি, কিন্তু তেওঁর আদি নাই; সকলো

12

গুনাভিৰাম বৰুৱা।

7 December 2023
0
0
0

সৌমার ভ্রমণ। এই অসম দেশ আমাৰ মাতৃভূমি। আমি ইয়াতেই উপজিছো। ইয়াতেই শিক্ষা পাইছো। এই দেশব নামেই আমি সংসার হাটত বিকা হই আছো। জননী যেনে আদবনীয়া আক পূজনীয়া এই আমাৰ জন্মভূমিও আমাৰ পক্ষে তেনে মৰম আৰু সেরাব থ

13

বমাকান্ত চৌধুৰী।

7 December 2023
0
0
0

অভিমন্যু বধ কাব্য। প্রথম সগ। দশ দিন যুদ্ধ কৰি ভীষ্ম মহাবলা যেতিয়া শুইল। বাৰে শৰ আসনত, মহাৰণী পাণ্ডবেও, আনন্দ মনেৰে, বঙ্গাইল। ঢাক, ঢোল, শিক্ষা, কৰতাল, জগঝম্প, ভেৰি, দবা। আপুনি শ্রীচাৰ, নিজ বাস্থ্য শঙ

14

বঘুদেৰ গোস্বামী।

8 December 2023
0
0
0

আত্ম পৰিচয়। মহাদি দিপক তাতে কৰিয়া শকত। বিন্দুগঞ্জ দিয়া পাচে কৰিয়া যুগুত ॥ মিথুন মাসৰ জানা ৰোহিনীক পাই। সমাপতি ভৈল শাস্ত্র পদ সমুদাই। আমি অল্পমতি হুয়া বচিলে। পয়াৰ। গোবিন্দৰ লীলা বুলি কবিয়ো আদৰ। জখলাবন

15

ইন্দিলৰ বৰুৱা।

8 December 2023
0
0
0

জীৱনাদর্শ। মহাবাজ। বুদ্ধিস্বর্গ নাবায়ণ। বৃদ্ধিস্বর্গ আসামৰ এজনা ক্ষমতাপন্ন বাঙ্গা আছিল। ১৪৭৪ শকত (১৫৫২ খৃঃ অব্দ) এওঁৰ জন্ম হয়। ১৫৩৩ শকত এওঁর পিতা গোঁড়াবাজা স্বর্গী হলত এওঁ বাজা হল। আহোম মতে এও'ব নাম

16

কালি ৰাম বৰুৱা।

8 December 2023
0
0
0

কামাখ্যা কামাখ্যা (কাম + আখ্যা) কাম শব্দে ইচ্ছা আখ্যা শব্দে নাম। যাব নাম হৈছে কাম, এতেকে কামাখ্যা। প্রলয় কালত এই জগত এনে প্রকৃতিত লীন আছিল যেই প্রত্যক্ষ অনুমান আক শব্দ এই তিনি প্রকাৰ প্ৰমাণৰ বিষয় নাছ

17

গোপীনাথ চক্রবর্তী।

9 December 2023
0
0
0

কলঙ্ক ভঞ্জন। কৃষ্ণের চরণ ধবি, বোলে বাধা বজেশ্ববা শুনাচে মুবলা দাবী, মোর মনো দুঃখ। গাও ত সিগিলা আছে গিরি, সকলে বলে বাচরা ভিবি, এই দুঃখে উল্যারা নবো মুখ। যদি ফুৰিবা যান্ড করবো বাড়া, আতিল যেঢ় বব গ

18

বলিনাৰায়ণ বড়া।

11 December 2023
0
0
0

উচ্চশিক্ষা। আসাম ভাৰতবৰ্ষৰ পিচ পৰিণাকা প্রদেশবিলাকৰ ভিভবত গল্প। বাস্তবিকে যি দেশত সুশিক্ষিত, ধনী আক ব্যবসায়ী মাশুহব সংখ্যা তাকৰ সি আজি কালিৰ সভ্য আৰু আগবাঢ়া দেশবিলাকৰ সমকক্ষ হব নোৱাৰে। অসমীয়া মানুহ অ

19

মাধবচন্দ্ৰ বৰদলৈ। (বায়বাহাদুৰ)

11 December 2023
1
0
0

অসমীয়া সাতকাণ্ড ৰামায়ণ। BIR BIKRAM LIBRARY. E Agartala w অতিপূর্বের গোটেই অসম দেশকে কামৰূপ বুলিছিল ইয়াৰ সীমা পূবে দিকৰাই আক পশ্চিমে করতোরা, সুতৰাং বর্ত্তমান সময়ৰ ব্ৰহ্মপুত্ৰৰ উপত্যকা প্রদেশ খণ্ডকে ক

20

কমলাকান্ত ভট্টাচার্য্য।

12 December 2023
1
0
0

অসমৰ উন্নতি। শিতানত আঁকা প্ররন্ধটি আজি আপোন দেশী ভাই সকলৰ ওচৰত আলচ পাতি চাও। "অসমৰ উন্নতি" এই কথাষাৰি এবাৰ উশাহ নিশাহত অন্য নিয়া কৰোঁতেই ওৰ পৰে। চিন্তাৰ বাটত হতাশে টানকৈ ভেঙ্গাৰ মাৰি আগচি ধৰে। শিক্ষি

21

কমলাকান্ত ভট্টাচার্য্য।

12 December 2023
0
0
0

অসমৰ উন্নতি। শিতানত আঁকা প্ররন্ধটি আজি আপোন দেশী ভাই সকলৰ ওচৰত আলচ পাতি চাও। "অসমৰ উন্নতি" এই কথাষাৰি এবাৰ উশাহ নিশাহত অন্য নিয়া কৰোঁতেই ওৰ পৰে। চিন্তাৰ বাটত হতাশে টানকৈ ভেঙ্গাৰ মাৰি আগচি ধৰে। শিক্ষি

22

পূর্ণিমাৰ ৰাতিলৈ চাই।

12 December 2023
0
0
0

জোনাক বাতিটা রূপহী কাটিী শুরায় জগত কিনো বিতোপন, নিচুক জগত নিদ্রাৰ কোলাত এনেনো গভীব নিদিলে আশ্রয় আজি কিয় মন নেষাও টোপনি কোনে মন্ত্র মাতি হবিলে চেতন কি কারণে আজি টোপনি নাই, শান্তি কোলা পাতি ম

---

এখন কিতাপ পড়ক