মোহিনী পছমী সেই দিনা গধূলি হ'লত মিঙ্গিমাহা সেনাপতিয়ে আকৌ তাৰ ঘৰৰ ভিতৰত শোৱা খোটালিতে আগদিনাৰ দৰে মদ এহাড়ি লৈ বহিল। পদুমীয়ে আকৌ তাৰ কাষত বহিল— আৰু তাক মদ খুৱাবলৈ ধৰিলে। মিঙ্গিমাহাই মদ খাই খ
মানৰ মেল সেই নিশা মানহঁতৰ বাহৰত এইবিলাক ঘটনা হৈ যোৱাৰ পিছদিনা ৰাতিপুৱা সকলোবিলাক মানেই শুই উঠি মুখহাত ধুই চেলুৱই খাই মিঙ্গিমাহাৰ ঘৰলৈ আহিল। মিঙ্গিমাহাই এটাইবিলা- ককে বহিবলৈ দিলে । সিহঁতে দিহ
শান্তিৰাম ভৰুত মিঙ্গিমাহাত বিদায় লৈ পদুমী বন্দীঘৰবিলাকৰ ওচৰলৈ আহিল। আৰু এটি দুটিকৈ বন্দীঘৰবিলাক চাই শাস্তিৰাম ভকত থকা থকা ঘৰটোৰ দুৱাৰমুখত থিয় দিলেহি। তেওঁ দুৱাৰমুখত থিয় হোৱা মাত্ৰেই দ
মানৰ উপদ্ৰৱ বৰনগৰীয়া বৰুৱাৰ গড় আক্ৰমণ কৰিবৰ পিছ দিনা মিঙ্গিমাহাৰ আদেশ মতে হলকান্ত বৰুৱাই ইজাক মান লৈ বৰনগৰৰ আমবাৰী, চক্চকা ইত্যাদি ঠাইলৈ গ'ল। সেই ঠাইবিলাকত লুটপাট কবি মানহঁতে ৰূপসীব
মানৰ উপদ্ৰৱ বৰনগৰীয়া বৰুৱাৰ গড় আক্ৰমণ কৰিবৰ পিছ দিনা মিঙ্গিমাহাৰ আদেশ মতে হলকান্ত বৰুৱাই ইজাক মান লৈ বৰনগৰৰ আমবাৰী, চক্চকা ইত্যাদি ঠাইলৈ গ'ল। সেই ঠাইবিলাকত লুটপাট কবি মানহঁতে ৰূপসীব
নৱৰাত্ৰীৰ ন দিনীয়া উৎসৱৰ অষ্টম দিন মহা অষ্টমীৰ আজিৰ দিনটোত মা মহা গৌৰী পূজা কৰা হয়। ভাৰতৰ বহু ঠাইত গভীৰ ভক্তিৰে উদযাপিত ইয়াৰ এক উল্লেখযোগ্য অনুষ্ঠান। এই দিনটো শক্তি, সাহস, আৰু ঐশ্বৰিক নাৰীত্ব
পমীলা — মনোমতী—মিলিমাহা মানহঁতে পমীলাকে আৰু মনোমতীকে একেলগে থোৱাত মনোমতীৰ দুখতো অলপ সুখ হৈছিল । ৰাঙ্গধালী পমীলাই মনোমতীক নানা তৰহৰ কথা-বতৰা কৈ উছাহ দি আছিল ; আৰু সেই বিপদৰ সময়তো খুহুতীয়া ক
মিজিমাছা আৰু পাছুমী মইনবৰি গাৱঁত মানৰ সেনাপতি মিঙ্গিমাহা যিটো হাউলিত আছিল সেই হাউলিটো ডাঙৰ । তাৰ সমুখতে এখন চোতাল, সেই চোতালৰ দুইওকাষে উত্তৰে আৰু দক্ষিণে দুখন ডাঙৰ বাৰী । হাউলিটোৰ সোঁ
মইনবৰি গাৱঁত বৰপেটা মহকুমাৰ পৰা প্ৰায় পঁচিশ মাইল পশ্চিমে বগুৰিবাৰি মৌজাৰ ভিতৰত মইনবৰি নামে এখন গাওঁ আছে। এই গাওঁখন চাউলখোৱা নৈৰ পাৰত উত্তৰা-দক্ষিণাভাৱে আছে। গাৱঁৰ সমুখতে এখন মুকলি সৰু
দ্বিতীয় খণ্ড প্রথম অধ্যায় নাৱেৰে এইদৰে মিঙ্গিমাহা ক্যাডেউঙে বৰনগৰীয়া বৰুৱাৰ গড় আক্ৰমণ কৰি আৰু বৰুৱাৰ সোণৰ হাউলিক শ্মশানত পৰিণত কৰি তাৰ পিছদিনা বাতি পুৱাই হলকান্ত বৰুৱাক ক্ষন্তেকো জিৰা
বনগৰ আক্ৰমণ পমীলাই মনোমতীৰ তাৰ পৰা ওলাই আহি ফুলনিত বহি অলপ পৰ শোক কৰি নিজৰ মনক প্রবোধ দি চণ্ডী বৰুৱাৰ চৰাঘৰলৈ আহিল । পমীলা যেতিয়া এইদৰে আহিছিল তেতিয়া চণ্ডী বৰুৱাই চৰাঘৰত বৰ ওখ গাৰু এটাৰে
সপ্তমী মা কলৰাত্ৰিৰ দিন ৷ মা দূৰ্গাৰ আৰু এটা ৰূপ মহা সপ্তমী দেৱী দুৰ্গা আৰু মহিষ মূৰৰ অসুৰ মহিষাসুৰৰ মাজত হোৱা তীব্ৰ যুদ্ধৰ আৰম্ভণিৰ প্ৰতীক। হিন্দু পৌৰাণিক কাহিনী অনুসৰি মহিষাসুৰে পৃথিৱীত
যুগীৰ পাম যুগীৰ পামৰ পৰা ডেকা-বৰুৱা বৰনগৰলৈ যাবৰ দিনাই গধূলি চেঙ্গা গাৱঁৰ হলকান্ত বৰুৱাই পঠোৱা সেই মানুহ কেইটা আহি “যুগীৰ পাম” পালে আৰু বৰুৱানীৰ আগত মান যে ভটিয়াই আহিব লাগিছে এই কথাটো
ডেকা-গাভৰু বৰনগৰীয়া বৰুৱানীৰ অনুমতি লৈ পমীলা মনোমতী দুয়ো হাতত ধৰাধৰি কৰি ফুলনি পালেগৈ । তাত দুয়ো জোনৰ পোহৰত পুখুৰীটোৰ পাৰত বহি পুখুৰীৰ পানীলৈ, নিৰ্ম্মল আকাশলৈ আৰু ফুলগছ বিলাকলৈ চাবলৈ ধৰিল
নাৱত মানহঁত সেই নিশা চেঙ্গা গাৱঁতে থাকি তাৰ পাছ দিনা ৰাতিপুৱাই আকৌ নাৱত উঠি চাউলখোৱা নৈৰে ভটিয়াবলৈ ধৰিলে। মিঙ্গিমাহাই হলকাস্তুক নারত তুলি ললে আৰু সুধিলে—“সখি! এই নৈৰে গৈ আমিনো ক'ত উঠিম ?” হ
নৱৰাত্ৰিৰ প্ৰথম দিন বুলিও জনাজাত মহা সাস্তিয়ে ভাৰতৰ অন্যতম উদযাপিত হিন্দু উৎসৱৰ আৰম্ভণি কৰে। নৱৰাত্ৰিৰ অনুবাদ "ন ৰাতি" হৈছে নাৰী শক্তি আৰু ঐশ্বৰিক শক্তিৰ প্ৰতীক দেৱী দুৰ্গাৰ পূজাৰ বাবে উৎসৰ্গিত
পাতনি কংগলী বিহু নামেৰেও পৰিচিত কাতি বিহু উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যত পালন কৰা অন্যতম বিশিষ্ট আৰু অনন্য উৎসৱ। অধিক জনপ্ৰিয় বিহু উৎসৱ ব’হাগ বিহু (ৰঙালী বিহু) আৰু মাঘ বিহু (ভোগালী বিহু)ৰ বিপৰ
ৰাজধানী পমীলা কদম গছৰ তলৰ পৰা পমীলা, শান্তিৰাম ভকত, আৰু লক্ষ্মীকান্ত ডেকা বৰুৱা, তিনিও আহি প্ৰায় সাজ লাগোঁতে বৰুৱাৰ হাউলি পালে। তাতে শাস্তিৰাম ভকতে আৰু পমীলাই আলচ কৰি লক্ষ্মীকান্ত ডেকা বৰ
অহম-বঙাল হলকান্ত বৰুৱাক মানহঁতে নি যেতিয়া সিহঁতৰ সেনাপতিৰ আগ কৰিলে তেতিয়া মানৰ সেনাপতি মিঙ্গিমাহাই তাৰ চকু দুটা ওৰফুল যেন ৰঙা কৰি হলকান্তক সুধিলে— “তই কোন ? কেলেই মোৰ নাওখন ৰাখিবলৈ কৈছিল
পমীলাৰ দৌত্য শাস্তিৰাম ভকতে লক্ষ্মীকান্ত ডেকা বৰুৱাক যুগীৰ পামত দেখি আহিবৰ পিছদিনা পমীলাই দুপৰীয়া খাই বৈ উঠি মনোমতীৰ ঘৰত সোমাই নিজৰ পেৰাৰ পৰা ধুনীয়া ধুনীয়া কানিকাপোৰ বিলাক উলিয়াই পিন