shabd-logo

সকল


featured image

সাংস্কৃতিক বৈচিত্ৰ্যৰ বাবে পৰিচিত ৰাজ্য মণিপুৰে সীমান্তৱৰ্তী মৰেহ চহৰত উত্তেজনা আৰু অস্থিৰ পৰিস্থিতিৰ সৈতে যুঁজিছে। শেহতীয়াকৈ নিৰাপত্তা বাহিনী আৰু সশস্ত্ৰ দুষ্কৃতিকাৰীৰ মাজত সংঘৰ্ষ তীব্ৰতৰ হৈ পৰাত ভা

featured image

অসমৰ সাংস্কৃতিক হৃদস্পন্দন বিহুত ৰাজ্যৰ চহকী ঐতিহ্য আৰু কৃষি ছন্দৰ সাৰমৰ্ম সন্নিৱিষ্ট কৰা এক উৎসৱ। উদ্যম আৰু উৎসাহেৰে উদযাপন কৰা বিহুত বসন্তৰ আগমনৰ উপলক্ষে ধাৰাবাহিকভাৱে উজ্জ্বল আৰু আনন্দময় উৎসৱৰ সৈত

দৰকাৰী কথাটো এদিন জব্বাৰে বাবৰক ক'লে। কেইবা দিনো চেষ্টা কৰিও বাবৰক অকলে লগ ধৰাৰ সুবিধা কৰিব নোৱৰাৰ কাৰণে মাঘ ফাল্গুন দুমাহত কথাটো কোরা নহ'ল। ইতিমধ্যে গাঁও জুৰি চাৰিওফালে যুদ্ধৰ বাতৰি বিয়পি পৰিব ধৰিলে

চাৰিটা বছৰ পাৰ হৈ গ'ল। খবালি গ'ল, বাৰিষা গ'ল। বাৰিষা গ'ল, খৰালি গ'ল। ইয়াৰ মাজতে এবছৰ ডাঙৰ বান নাহিল। সেইবাৰ খেতিও ভাল হ'ল। বাকীকেবছৰ বববান আহিল, খেতি বাতি নষ্ট কৰিলে, ঘৰ দুৱাৰ ভাঙিলে, গৰু ম'হ উটাই ন

খৰালিৰ দিনবোৰ লাহে লাহে শেষ হৈ আহিল। আকাশৰ বুকত উৰি ফুৰা মেঘবোৰ ডাঠ আৰু ক'লা হৈ আহিল। গছব কুঁহিপাতবোৰ ঘন সেউজীয়া হৈ আহিল। প্রথমে দিনবোৰ আৰু ক্রমে ৰাতিবোৰ গৰম হৈ আহিল। শালি আৰু মৰাপাটৰ খেতিৰ কাৰণে যোজ

featured image

ঐক্য আৰু সমতা গঢ়ি তোলাৰ লক্ষ্যৰে এক প্ৰতীকী যাত্ৰাত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে তেওঁৰ ‘ভাৰত জোডো ন্যায় যাত্ৰা’ৰ অংশ হিচাপে নাগালেণ্ডৰ ৰাজধানী কোহিমাত এক সভাত ভাষণ দিয়ে। নিজৰ ৰাজ্যৰ আকাৰ নিৰ্বিশেষে

featured image

ভোগালী বিহু নামেৰেও পৰিচিত মাঘ বিহু হৈছে উত্তৰ-পূব ৰাজ্য অসমত উদযাপন কৰা এক জীপাল আৰু আনন্দময় উৎসৱ, শস্য চপোৱাৰ বতৰৰ শিখৰত উপনীত হোৱা। মাঘ মাহত (জানুৱাৰী) পতিত হোৱা এই উৎসৱে সাংস্কৃতিক আৰু কৃষিগত তাৎ

দক্ষিণৰ আকাশৰ বুকত ক'ৰবাৰপৰা আহি মেঘবোৰ ৰূপ খাইছেহি। আকাণৰ নীলাই দূৰণিত-হাবিয়নিজৰাৰ সিপাৰে- মাটি ছুইছেহি। গঙাচিলনি, শৰালি আৰু বনৰীয়া ৰাজহাহবোৰ অলসভাৱে শূণ্যত উৰি ফুৰিছে। সিহঁতৰ পাখিৰ কঁপনিয়ে কোনো ৰাইক

মাল্লহ সৰহ নহয়, দুখন গাঁৱৰ ১টা মানুহ। এটা পৰিয়ালৰ তিনিটা-মাক বাপেক আৰু এজনী ছোৱালী, সিহঁতৰ সক ডাঙৰ তিনিখন ভাৰত ঘৰৰ বয়বস্তু লামলাকটু সকলো বান্ধি কান্ধত লৈছে। মাক আৰু ছোৱালীজনীৰ গাইপতি একোটাকৈ কাপোৰকানি

featured image

স্বচ্ছতা আৰু সম্প্ৰদায়ৰ সংযোগৰ পোষকতাৰ দিশত এক সক্ৰিয় পদক্ষেপত সোমবাৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ড° মাণিক সাহা আৰু কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ নেতৃত্বত স্বচ্ছ ভাৰত অভিযান (স্বচ্ছ ভাৰত অভি

featured image

মাঘ বিহু, যাক ভোগালী বিহু বুলিও কোৱা হয়, অসমৰ উত্তৰ-পূব ৰাজ্যত চপোৱাৰ বতৰৰ শিখৰত উপনীত হোৱা এক শস্য চপোৱা উৎসৱ। এই সজীৱ উৎসৱে সম্প্ৰদায়সমূহক একত্ৰিত কৰে, ঐক্য আৰু কৃতজ্ঞতাৰ ভাৱনাক লালন-পালন কৰে। মাঘ

বাবৰ আৰু জাফৰে মৰীয়ম আৰু চফিকাক জেঠাইৰ ঘৰত চমজাই এক অনির্দিষ্ট পথত খোজ আগবঢ়ালে। আজিলৈকে জমীদাবন ঘৰৰ চাকৰ চাকৰৰ এটিলৈও কোনোরে আঙুলি এটা টোওরা নাই, তেনেস্থলত জমীদাৰৰ মূৰত টোকোনৰ দাষ পোষাই কোন সাৰি যায়?

ভাৰতত বৃটিছ সম্রাটৰ ৰাজত্ব। বংগদেশ, অসমত বৃটিছৰ হৈ শাসন কৰিছে ভাবতীয় শাসকে। বংগত ফজলুল হকে, অসমত চাৰ চাহুল্লাই। বংগদেশত প্রাদেশিক চৰকাৰৰ তলত একাধিপত্য চৰকাৰ চলিছে নাৱাব আৰু জমীদাবব। বৃটিছৰ শাসন কটকট

আয়োজন দেখিয়ে সকলোৱে বুজিব পাৰিলে যে এইবাৰৰ জমিদাৰবাৰীৰ গানৰ আসন আগে হোৱাতকৈ বহুত ডাঙৰ আৰু বেলেগ হ'ব। বিৰাট ৰভা দিয়া হৈছে, বহুত মানুহ বহিব পৰাকৈ ঠাই উলিউল্লা হৈছে, গায়ক গায়িকা বহিবৰ কাৰণে ওখ মঞ্চ সজা হ

featured image

ডিমা হাছাও জিলাত অনুষ্ঠিত উত্তৰ কাছাৰ পাহাৰ স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি বিজয়ী হৈ উত্থাপিত হোৱাৰ লগে লগে অসমৰ ৰাজনৈতিক পৰিৱেশে এক উল্লেখযোগ্য উন্নয়নৰ সাক্ষী হ’ল। শাসকীয় সংস্

featured image

ভোগালী বিহু নামেৰেও পৰিচিত মাঘ বিহু হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যত অপৰিসীম আনন্দ আৰু উদ্যমেৰে পালন কৰা এক শস্য চপোৱা উৎসৱ। মাঘ মাহত (জানুৱাৰী-ফেব্ৰুৱাৰী) পতিত হোৱা এই উৎসৱত চপোৱাৰ বতৰ শেষ হয় আৰু অসম

যিবোৰ মামুহৰ আজৰি আছে, যিবোৰ মানুহৰ সময়ৰ লেখ লোৱাৰ অৱকাশ আছে, সেইবোৰ মানুহে বাহিৰৰ পৃথিৱী আৰু মনৰ ভিতৰৰ পৰিৱৰ্তনবোৰব খৰৰ ৰাখিব পাৰে। সেইবোৰ মানুহৰ কাৰণে বেলেগ বেলেগ ঋতুৰ বেলেগ বেলেগ নাম আছে, বেলেগ বেল

এইয়া ১৯৩৬ চনৰ কথা। মৈমনচিত্তৰ কথা। বংগদেশৰ কথা। দুই নাৱাব জমীদাৰ, জোতদাৰৰ বিলাস প্রভার প্রতিপত্তি দব দবাইব কথা। ভাৰতৰ বৃটিছ ৰাজত্বৰ একচ্ছত্রিতাৰ কালৰ কথা। জমীদাৰব মাটি বুকুত সাবটি প্রাণান্ত সংগ্রা

ডাঠ কুঁৱলীও আছিল। মাঘ মাহৰ আগভাগ, জাৰবোৰ কুঁৱলী হৈ আকাশৰ বুকৰপৰা তললৈ নামি আহিছিল। জমীদাৰ মোহম্মদ মোদবিৰ হবিব কিষ বিয়া চৌধুৰীষ তিনি মহলীয়া দালানটো কুঁৱলীৰ মাজত প্রায় অদৃশ্য হৈ পৰিছিল। ফুলনিখনৰ বাওনা

featured image

ভাৰতীয় জনতা পাৰ্টি আৰু কংগ্ৰেছৰ মাজত ৰাজনৈতিক বিভাজন উন্মোচন কৰি অযোধ্যাৰ ৰাম মন্দিৰৰ আগন্তুক অভিষেক অনুষ্ঠান চৰ্চাৰ কেন্দ্ৰবিন্দুত পৰিণত হৈছে। কংগ্ৰেছ নেতৃত্বই এই ঐতিহাসিক অনুষ্ঠানত অংশগ্ৰহণৰ আমন্ত্

সম্পর্কিত টেগ

এখন কিতাপ পড়ক