shabd-logo

সকল


কথাটো স্পষ্ট হৈ পৰিল, আৰু এই বিষয়ে কাৰো সন্দেহ নেথাকিল যে ছবিফ গাঁওবুঢ়া আৰু সৰহ দিন নিজীয়ে। বাবকেও এই কথা বুজিব পাৰিলে। প্রায় সকলোৱে বাবৰক পৰামর্শ দিলে. যে গাঁওবুঢ়াৰ জীৱনৰ শেষ ইচ্ছাটে। পূৰণ কৰাটো তা

মাত্র দুদিনৰ অসুখ-গ্রহণী, তেজ গ্রহণী, তাতেই জালাল বুঢ়া ঢুকাই থাকিল। বিশেষ চিকিৎসা কৰোৱাৰ সময়েই নহ'ল। প্রথম দিনা মুছলিমাই ঠেকেৰা পানী আৰু কিবাকিবি খাবলৈ দিছিল। দ্বিতীয় দিনা ইব্রাহিমে ডাক্টৰ মতাইছিল। কি

মৰীয়মে বিয়াৰ কথা কয়, কামৰাণে বিয়াৰ কথা কয়, গাঁওঢ়াই বিয়াৰ কথা কয়, আনকি কেম্পত ঠিকাদাৰ ভূমিধৰ শৰ্মায়ো বিয়াৰ কথা কয়। বর্তমানত বাবৰৰ কাৰণে যেন একমাত্র কৰিবলগীয়া কাম বিয়া-আৰু একো নাই। টকা পইচাও হৈছে, ঘৰবাৰ

ট্রাকখন আকৌ পিছবেলা আহিব। মিলিটাৰী মাল বোজাই কৰি আনি বাবৰকো লৈ যাব। আগবেলাটো বাবৰৰ হাতত আছে। ৰাতিপুৱা শুই উঠি, চাহু তাহ খাই, বাবৰ গাঁওবুঢ়াৰ ঘৰলৈ, অর্থাৎ বাবৰৰ নিজৰ ঘৰলৈ গ'ল। গাঁওবুঢ়াৰ স্বাস্থ্য আ

featured image

অযোধ্যাৰ ৰাম মন্দিৰৰ ‘প্ৰণ-প্ৰতিষ্ঠ’ অনুষ্ঠানৰ পূৰ্বে উত্তৰাখণ্ডৰ জ্যোতিষ পীঠ শংকৰাচাৰ্য স্বামী অবিমুখেশ্বৰানন্দই মন্দিৰটোক অসম্পূৰ্ণ আখ্যা দি বিতৰ্কৰ সৃষ্টি কৰিছে। সংশয় থকাৰ পাছতো শংকৰাচাৰ্যই প্ৰধান

featured image

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতৰ নেতৃত্বত অনুষ্ঠিত ‘প্ৰণ প্ৰতিষ্ঠা’ অনুষ্ঠানৰ সফল সমাপ্তিৰ পিছত অযোধ্যাৰ বহু প্ৰত্যাশিত ৰাম মন্দিৰে জনসাধাৰণৰ বাবে দুৱাৰ মুকলি কৰিবলৈ সাজু

আকাশখন নতুন। একৈশ ডাৱৰৰ চপৰাবোৰত কৰোবাৰ ঘন ক'লা চুলিৰ আউলি বাউলিব কোমল ছাপ। বহুত ডাৱৰ, সিহঁত ক'ৰবাৰপৰা আহি আহি প খাইছেহি। মেঘৰোবৰ বুকত যেন বুজিব নোৱৰা কিছুমান কথাই গান হ'বৰ কাৰণে উখল-মাখল লগাইছে। ব

কলিকতা মহানগৰীৰ অলিয়ে-গলিয়ে পূব বংগৰ ভোকাতুৰ মানুহৰ অভূতপূর্ব ভিষ। য'তে ত'তে খাবলৈ নেপাই মৰা মানুহৰ মৰা শ। এই মানুহবোৰক কিবা খাবলৈ দি জীয়াই ৰখাৰ সমস্থাটোতকৈ চৰকাৰৰ ডাঙৰ সমস্যা হৈছে য'ত ত'ত মৰি পৰি থকা

ট্রাক এখনত বেত আৰু বাঁহ ভৰাই লৈ এদিন বাবৰ জাগীৰোডৰ ফালৰপৰা আহিছিল। গিবীণ মাষ্টৰৰ ঘৰৰ আগত গাড়ীখন ৰাখি সি সোমাই গ'ল, আজি কিছুদিন সি এইকালে আহিলেও, মাষ্টৰণী বাইদেউৰ খবৰ কৰিব পৰা নাই। মাষ্টৰণী ঘৰতে আছিল।

নারেবে নৈ পাৰ তৈ, মাজে মাজে খোজ কাঢ়ি, আফ এডোখষ কোনোবা মিলিটাৰী ঠিকাদাৰ এটাৰ ট্রাকেবে আহি ছদিনৰ মূর্বত বাববহঁত ঘৰ পালেহি। গোটেই বাটছোৱা যাবৰৰ মনটো আনন্দ কৃর্তিত আছিল। বাটৰ কষ্টবোৰ তাব কষ্ট কেন নেলাগিল।

ছবিফ গাঁওবুঢ়া হঠাৎ অসুস্থ হৈ পৰিল অব, কাহ, গাৰ বিষ। গাঁওবুঢ়াৰ টান বেমাৰ হোৱাৰ কথা কোনোষে ক'ব নোৱাৰে। বব বেছি কেতিয়াবা পানীলগা অৰ হোৱাৰ বাহিৰে অল্প কোনো টান বেমাৰ গাঁওবুঢ়াৰ হোৱা নাই। কিন্তু এইবাৰ গ

যুদ্ধখনে বহুতৰে বহুত দুর্গতি আনিলে। বহুত শাস্তিবে থকা মানুহৰ লটিঘটি হ'ল। বহুত ভৰগাঁও এৰি মানুহ উঠি যাবলগীয়া হ'ল-গাঁৱত যুদ্ধৰ বিমানঘাটী হ'ল, মিলিটাৰী কেম্প হ'ল, স্কুল কলেজৰ ঘৰবোৰ মিলিটাৰী হস্পিতাল হ'ল।

ভালেমানে কথাটো কৈছে। আনকি এদিন নে দুদিন মোবাৰক মাষ্টৰেও কৈছে। বাবৰে কথাটোত সিমান গুৰুত্ব দিয়া নাছিল। গুরুত্ব দিবলগীয়া কথাও নহয়। কিন্তু সেইদিনা ঈদৰ নামাজ পঢ়ি আহি বাবৰ যেতিয়া কাপোৰ কানি পিন্ধি গাঁৱব অন

featured image

অযোধ্যাত ৰাম মন্দিৰৰ অভিষেক বিশ্বজুৰি হিন্দুসকলৰ বাবে এক ঐতিহাসিক আৰু সাংস্কৃতিকভাৱে উল্লেখযোগ্য মুহূৰ্ত হিচাপে পৰিগণিত হৈছিল। ‘প্ৰণ প্ৰতিষ্ঠা’ অনুষ্ঠানৰ সময়ত শ্ৰী ৰাম লল্লাৰ ভৱিষ্যৎ মূৰ্তি উন্মোচন ক

featured image

অযোধ্যাৰ ৰাম মন্দিৰে সমগ্ৰ বিশ্বৰ লাখ লাখ হিন্দুৰ হৃদয় আৰু মনত এক উল্লেখযোগ্য স্থান দখল কৰিছে। বছৰ বছৰ ধৰি চলি অহা আইনী যুদ্ধ আৰু সামাজিক বক্তৃতাৰ শিখৰত উপনীত হোৱা ৰাম মন্দিৰৰ নিৰ্মাণ ভাৰতৰ বাবে এক ঐ

featured image

অযোধ্যাৰ ৰাম মন্দিৰৰ অভিষেক অনুষ্ঠান বা প্ৰাণ প্ৰাথিষ্ট এক ঐতিহাসিক মুহূৰ্ত যিয়ে সমগ্ৰ দেশৰ লাখ লাখ ভক্তৰ আকাংক্ষা আৰু আৱেগেৰে অনুৰণন ঘটায়। দশক দশক ধৰি চলি থকা আইনী যুঁজ, সামাজিক বিতৰ্ক, আৰু ২০১৯ চন

featured image

ৰাম জন্মভূমি মন্দিৰত ভগৱান ৰাম লল্লাৰ প্ৰাণ-প্ৰতিষ্ঠা (অভিষেক অনুষ্ঠান)ৰ পবিত্ৰ অনুষ্ঠানসমূহে চতুৰ্থ দিনত প্ৰৱেশ কৰাৰ লগে লগে এক গুৰুত্বপূৰ্ণ বিন্দুত উপনীত হৈছে। সপ্তাহজোৰা বৈদিক অনুষ্ঠানৰ সূচনা হোৱাৰ

জববাৰে খেতিবাতিও কৰা নাই, মিলিটাৰীৰ চাকৰি বা ঠিকাদাৰীও কৰা নাই। সি কিন্তু কিছু টকা কৰিছে। একো নকৰাকৈ সি কেনেকৈ টকা কৰিছে সেইটো বহুতৰে গুণাগথাৰ বিষয় হৈছে। মানুহে কোরাকুই কৰিছে যে বাতি বিয়লি তাক মিলিটা

হাটত বাববে ভালেমান চিনাকি মানুহক লগ পালে। প্রায় সকলোৰে মুখত একেটা কথাৰে আলোচনা-যুদ্ধ লাগিছে, জাপানৰ লগত আমাৰ দেশৰ যুদ্ধ লাগিছে। চৰকাৰে কৈছে যুদ্ধত সকলোৱে সহায় কৰা, কংগ্ৰেছে কৈছে সহায় নকৰিবা। বাবৰে আৰ

ৰূপহী গাঁৱত এখন ডাঙৰ ৰাজহুৱা সভা হৈছিল। চৰকাৰৰ ফালৰপৰা জাননী দি কেইবাখনো গাঁৱৰ মানুহ গোটাইছিল। মন্ত্রী আহিছিল, আৰু বহুত ডাঙৰ মানুহ আহিছিল। নেচনেল ৱাৰ ফ্রন্টৰ অফিছাৰ আহিছিল। কেইবাজনো নেতাই ৰাইজক বুজাই

সম্পর্কিত টেগ

এখন কিতাপ পড়ক