শিবসাগৰ হাইস্কুলত হেডমাণ্টৰ চন্দ্রমোহন গোস্বামী, চেকেণ্ড মাণ্টৰ বিষ্ণুচন্দ্র চক্রবর্ত্তী, সংস্কৃতৰ পণ্ডিত প্রসন্নকুমাৰ আচার্য্য আৰু ধর্ম্মেশ্বৰ মাষ্টৰে আজিও পড়ায় নে? নপড়ায় নিশ্চয়, বোধববো তেওঁলোক মবিহাজি গ'ল। সনাতন নন্দীযে তলব শ্রেণীত ঘনে ঘনে আহি একটিং কৰি পঢ়ায় নে ? তেওঁব মাক অসম যা আব, বাপেক বঙালী আছিল। মানুহজন বেছ আমোদপ্রিষ আছিল। অক্ষবকুমাৰ ঘে।য আৰু বিনোদলাল ঘোষে আজিও শিৱসাগৰত ওকালতি কৰে নে? অক্ষষবাবু, হাতমুকলি আবু, বহল মনৰ মানুহ আছিল। তেওঁ প্ৰচুৰ ধন উপার্জন কৰিছিল কিন্তু ৰাখিব নোৱাৰিলে। বৃষ্ণানন্দ গোহাঁইব দেউতাক, আবু, তিৰু কাকতি প্রভৃতি শিৱসাগুবৰ কাষবে পাঁজবে থকা বিশিষ্ট ভদ্রলোকসকলে আমাৰ দেউতাৰে সৈতে দেখা কৰিবলৈ মাজে মাজে ভাহানি আমাৰ ঘৰলৈ আহিছিল। তেওঁলোক নিশ্চয ইহসংসাবত নাই। শিৱসাগৰত থকা আদর্শ-বঙ্গ-বিদ্যালয় আৰু, তাব হেডপণ্ডিত প্রাণবৃষ্ণ কৰ বাবু, ক'ত? তাহানি মই সৰুতে বঙলা স্কুলত পড়োতে এদিন মোৰ পেট কামুৰিছে বুলি তেওঁৰ ওচৰত ছ'টি লবলৈ যাওঁতে, তেওঁ মোক সুধিছিল "আজি তুমি কিমান কোমল চাউল খালা?" দ'লব চিনাই ঠাকুৰ আৰু নগৰ মহল মৌজাদাব এবঠাকুৰ ক'ত? বপুবা টিনাই ঠাকুৰ। তেওঁ দিনৌ দুপৰীয্য খাই বৈ উঠি এঘুমটি শোৱা অভ্যাস কৰি লৈছিল। কেতিয্যবা শুবলৈ নোপোৱাকৈ কৰবালৈ যাব লাগিলে তেওঁ খোজ কাঢ়িবেই টোপনিয়াই গৈছিল। তেওৰ কাৰ্যা প্রণালী আছিল এনেকুরা:-
তেও এশ কি দুশ খোজৰ বাটডোখৰ এবাৰ চকুমেলি চাই লৈ তাৰ পিছত চকু মাদি খোজ কাঢিছিল। যেতিয়াই তেওৰ জোখৰ বাটছোৱা পবে, তেওঁ চকু মেলে আবু, আকৌ এছোরা চাই লৈ চকু মুদি খোজ কাঢ়িবলৈ ধৰে। কামটো বুধিযবব কাম নহয়নে বাৰু? তেতিধাৰ দিনত মটবগাড়ীৰ দৌৰাত্ম্য নাছিল, নতুবা এই প্রণাল। অচল হলহে'তেন নিশ্চয। যাওক। আজিকালি অঞ্জ, নগুৰিত কোন কোন আছে? পূজনীয় প্রাণনাথ বেজবৰুৱা আৰ, তেওঁৰ পুতেক লক্ষত্নীনাথ, কাশীনাথ তাত আছে নে? আহি, আমাৰ ঘবব পুখুৰাঁপাৰত থাকে নে? তেখেতৰ পুতেক শ্রদ্ধাস্পদ শ্রীযুত নিত্যানন্দ গোসাঁই মোৰ সুহৃদ আছিল। বোধকৰো তেওঁ আজিকালি অধিকাবব পদত।
আৰু ক'ত মানুহৰ কথা মনত পৰিল। দিখৌৰ কাষত হৰদেউ খাটনিয়াৰ, বোগৰাম পোন্দাৰ ইত্যাদিলৈ। আমাৰ ঘৰৰ ঘৰাগাৰয়নী ঘিণলাগী বাই, লইভা বেজিনীলৈ। তেওঁলোকে বেজিনৰি ব্যৱসায় আজিও শিরসাগবত কবি ফুৰি নে? আজিও বৃন্দ, ভকতে বাট্রেৰ কাম আৰ, লগে লগে কাছাৰী ঘৰৰ আগত 'টাউট'ৰ কান কৰে নে? মণিৰাম আৰ, ধূলিৰাম ডাক-হৰকৰাই আজিও শিৱসাগৰত ডাকৰ চিঠি বিলায় নে? দিখৌৰ পাৰঘাটত বঙাই ঘাটেয়ে নাও পাৰ কৰিছিল। ইমান দিনে সেই ঘাটে তাত আছেনে? গোলাম পার্টি'ৰ ৰঙামুৱা, পিথ, আব্দ তাৰ পুতেক পানীৰাম মজুৰি লৈ লোকৰ বন বাৰি আগৰ দৰে আজিও কবে ফুৰে নে সিহ'তৰ ঘৰত লগৰীয়া বনুরা হুমনেই বা ক'ত? তাহানি ভিনিহিদেউ মুস্তানাথ ফুকনৰ তাইৰ নাম ভদৰাঁ। ফুকনৰ ল'ৰাটো আমাৰ ঘৰলৈ হ'লে তাই ফুকনৰ ঘবষ পাছফালৰ বাবীব পৰাই আহ ঐ।" আজি আমাৰ শিৱসাগৰব থবলৈ গ'লে তাইৰ সেই বিং শুনিম নে? বিদ্যাধৰ চিৰস্তাদাৰ ভিনিহিৰ ঘৰত দুজনী বেট। আছিল। এজনীৰ নাম সৰুকণ, আনজনীৰ নাম গেলী। সিহ'তলৈকো মনত পৰিল। মৰিদিখৌত আজিকালিও অনেক মানুহ গোট খাই পল বাবলৈ আহে নে? আব্দ তাহানিৰ নিচিনাকৈ উকিযাই চাৰিওফালৰ পল বোরা মানুহক সিহ'তে মাতে নে মই তাহানি মবিদিখৌত জাবকালি দল চেলাই মাছ ধৰিছিলো। আজিকালিও সেই দবে কোনোবাই মাছ কাছ ধবে নে? মৰিদিখৌৰ পাৰৰ সেই বব পলাশজোপাত আজিও সেইদৰে গছ ভৰি পলাশ ফুল ফুলে নে মান, হব ল'বাকালডোখৰ কল্পনাথ ৰামধন। কত বকম উজ্জ্বল বহণেৰে যে সেই ভোখব কাল ৰহণোৱা হয় তাৰ লেখজোখ নাই। মানুহৰ মুখে শুনিছিলো যে আৰিমত্ত বজাই সোণ আৰু বুপেৰে খুন্দ খুরাই ভৰাই দিযা তেওৰ নাওখন এই মৰিদিখৌতে বুৰাই থৈ পাথিৱী এৰি প্ৰগ লৈ গুচি গৈছিল। এতিয়াও হেনো বিচাৰিলে পানীৰ তলত বোকাত পোত গৈ থকা নাওখন পোরা যাব পাৰে। এডাল সোগর শিকলিবে হেনো নাওখন পাৰৰ হিজল গছজোপাত আজিলৈকে বন্ধা আছে। মই কতদিন মা বদিখৌব পাবে পাৰে সেই নাওখনৰ ফুট উলিবাবলৈ ডাঙৰ ডাঙৰ গছৰ গুৰিত চাই ফুৰিছিলো যদি শিকালডাল চকুত পৰে। মনৰ ভাব এনেটো যে এনাও সোণ-ৰূপ পাই একেবাৰেই মই ধনৰ গছব আগত নিশ্চয উঠিব পাৰিম। কিন্তু মই নিজে উঠিবলৈ মোৰ সেই চেষ্টা নহয়, নোৰ দেউতাক আব, মই ভাল পোরা আমাৰ ঘৰলৈ অহাযোৱা কৰা দেউতাব বন্ধু,- বাম্বর সকলক তুলিবলৈহে। সেইসকলৰ ভিতৰত মান্যবৰ গঙ্গাগোবিন্দ ফুকনো এজন আছিল। আৰু ভাৱিছিলো, দেউতাৰ ধাৰবোৰ মই তেনেহলে মাৰি দি দেউতাক নিশ্চিন্ত কৰিব পাৰিম আব, মোৰ মাতৃদেৱী আৰু, বৌসকলৰ গাবোৰ ভাল ভাল কাপোৰকানি গহনাৰে ভৰাই দিব পাৰিম। এই কেইটা কাৰ্য্যৰ পিছত আনন্দ মনেৰে মই এই পৃথিৱীত ঘুৰি ফুৰিম। আৰু, শেষত বুড়া বয়স ডোখৰৰ তিনি ভাগৰ এভাগ আমাৰ গুৰুষৰ বহুলা আতাৰ থান কমলাবাৰীত আব্দু এভাগ জগন্নাথ ক্ষেত্ৰত আৰু এভাগ বৃন্দাবনত কটাই দিম। এনে মতলব কৰি কাকো নোকোৱাকৈ মই দিনো মৰিদিখৌ পাৰে পাবে হাবিষে-বর্ননিযে বৰ বৰ গছবোৰৰ গুৰিবোৰলৈ চকু দি ঘুৰি ফুবিছিলো। আমিপ্ত ৰজাব সাধুটো যিসকলে জানে, তেওলোকলৈ নহয়, নজনাসকললৈ তাৰ সংক্ষেপ বিৱৰণ তলত দিলোঁ:
মোৰ মাতৃমুখ দর্শন
১১৫
আৰিমত্ত ৰজা মইমত্ত ৰজাৰ পুতেক। মইনন্ত নিজ বাজ্য ৰত্নপূবত বাজর কবি, তেওঁৰ পুতেক আৰিমত্তক বিশ্বনাথত ৰজা কৰি দিলে। আজিকালি যাক মাজুলী বোলে তাতেই ৰত্নপুৰ ৰাজ্য আছিল। অলপ আগৰ পৰা কথাটো কও'। মইমণ্ডব দুজন পুতেক হৈছিল। এজনৰ নাম নাগমণ্ড আবু, আনজনৰ নাম আবিমণ্ড। কিন্তু দুই ভায়েকৰ মাজত মিলাপ্রাতি নথকা দেখি বুঢ়া মইমত্ত ৰজাই ভাবিলে যে তেওঁ জাঁযাই থাকোঁতেই দুই পুতেকক দুখন ৰাজ্যত সুকীযাকৈ বহুৱাই দি যোরা ভাল নতুবা দুয়ো দন্দ-হাই কবি বাজা ধ্বংস কবিব। ইযাকে ভাবি তেওঁ তেওৰ মন্ত্রী মনোছবক পঠিয়াই দি বিশ্বনাথ পর্বতব অলপ পশ্চিমত ব্রহ্মপুত্রৰ উত্তৰত আব, বাঁক বাই নদীৰ কিন্তু, দক্ষিণত এখন নগব সজাই দিযালে। নগৰখনব নাম বিশ্বনাথ থলে। নাগমণ্ডক সেই বাজাও বজা পাতি মইনগুই আবিমণ্ডক নিজব লগত ৰত্নপু,বতে বাখিলে। বুঢ়াবজাই বযবস্তু সবলোকে সমানে দুভাগ কাব দুই পুতেকক দিলে। নাগমত্তেই বিশ্বনাথতে নাগেশ্বর নামে শির স্থাপন কবি বাজত্ব কবিবলৈ ধবিলে। কিন্তু দৈরদ দ্বি'পাকও কুবি বছৰ বয়সতে নাগমও পবলোকলৈ গ'ল। বুড়া বজাই কান্দিবার্টি বৰ শোক কবি তেওঁব দ্বিত যজন পুতেক আবিমণ্ডক বিশ্বনাথত বজা পাতিলে। ৰত্নপুত্রঃ বুড়া বজা মইমণ্ড। আৰিমত্ত অপুত্রক।
এদিন মইমণ্ড বজাই পুতেকক চাবলৈ বিশ্বনাথকৈ গ'ল। পুতেকে বাপেকক পাই অতি আদব ভক্তি কবি বাজাত বাখিলে। এদিন মইমত্তে আমিশুক ক'লে- "বোপা। নাগমণ্ড মৰিববে পৰা মই বেজাবত মগযা কথা নাই। ক্ষত্ৰিধৰ ধৰ্ম্ম মগয়া কৰা সেইদেখি আজি মই তোমাৰ সৈতে মগধ্য কৰিবলৈ যাব ঘ.জিছোঁ, ব'লা। পদ্মবে মাংসৰে মাংস সর্বকা শ্রাদ্ধ কৰিলে অশেষ পূণা হয। বাপেকৰ কথা শুনি আবিমণ্ডই আনন্দেবে বাপেকক লগত লৈ ম,গৰালৈ যাবলৈ প্রস্তুত হ'ল। এই খবৰ শুনি বুঢ়া ম্য। মনোহবে বজাব আগত মিনতি কৰি কলে-"গে দেউ। বন্দীৰ দোষ মবিষণ কবিব, একেযাৰ কথা বর্ত। শাস্ত্রত বৈছে পিতা আৰু, পুরই লগ লাগি ব্যাধব কার্য' কৰাটো গতি'। দ্যুত-ক্রীড়া, ধন ধাৰে দিয়া আব, নিষা, পাশা, দবা আব্দ পাঁচি ইত্যাদি খেল পিতা-পুত্ৰৰ ভিতৰত অকর্ত'বা।" কিন্তু মন্ত্রীৰ এই হাকবচন বাপেক-পুতেক দুয্যে নুশুনি মগবা কৰিবলৈ গ'ল। দুয়ো খাঠী, শেল শূল আব, নানা বকম অস্ত্র লৈ সসৈন্যে ঘোৰ অৰণ্যত প্ৰৱেশ কবি অলেখ জন্তু বখ কবিলে। বাঘ ভালুক, ববা, ম'হ, গড, মেঠোনৰ পবা আৰম্ভ কৰি শহা পহলৈকে মা'ব দমাই পেলালে। ইষাৰ পিছত দৈৱ-দুর্বিপাকত আৰিমত্তই এটা হৰিণা পহলৈ কাঁৰ মাৰি পঠিযালও, পহটোৰ গাত নালাগি কৰিপাত বাপেক মইমত্তৰ গাত লাগিল আবু, বাপেকৰ মৃত্যু ঘটিল। আবিমণ্ডৰ গাত পিতৃবষ পাতক লাগিল। বেই কান্দিকাটি নগবলৈ উভতি আহি ব্রাহ্মণসকলক মাতি আনি তেওঁক পৰাচিত কৰাই পাংকৰ পৰা উদ্ধাৰ কৰিবলৈ কালত, ব্রাহ্মণসকলে একবাক্যে ৰজাক বলে যে আমি ইয়াৰ পৰাচিত কৰিব নোৱাৰে। ইয়াৰ পৰাচিত তুধানলত প্রাণত্যাগ। তাৰ পিছত আৰিমণ্ডই বন্ধুপবত মন্ত্ৰীৰ পুতেক মনোহৰৰ গাত ৰাজ্য পালন কৰিবব ভাব দি আব, বিশ্বনাথত বুঢ়া মন্ত্ৰীৰ গাত ভাৰ দি জগন্নাথ ক্ষেত্রলৈ গ'ল। বাটত সাক্ষিগোপাল পাওঁতেই তেওঁ দেখিলে যে তেওঁৰ গাত কুণ্ঠ ব্যাধিওলাল আৰু স্বপ্নত জগন্নাথে পাণ্ডাক আদেশ দিলে যে পিতৃবধী আৰিমত্তক বেন জগন্নাথলে যাব দিয়া নহয়। আবিমত ব্যর্থ মনোবথ হৈ উভতি আহি গঙ্গাত তেওঁৰ ধনসোণ সমপি পাপৰ পৰা অব্যাহতি পাবৰ চেষ্টা কৰাত গঙ্গাযো তেওঁৰ ধনসোণ দলিবাই পেলাই তেওঁক বিমুখ কৰিলে। ইধাব পিছত তেওঁ নিবংপাষ হৈ বিশ্বনাথলৈ উভতি আহিল। তেওঁৰ মনত সংখ নাই। তেওঁ ভাগিলে তেওঁৰ ভন।ধেক ভেলাদৈক ব্রহ্মপুত্রই বিয়া কবিছে যেতিয়া, ব্রহ্মপুত্রব ওচবলৈকে যাও যদি ব্রহ্মকু ডঃ তেওঁৰ পাপমুল্ল হ'ব পাৰে। ইবাকে ভাবি তেওঁ নাৱেৰে উজাই চৌখান বাজ্য পালেগৈ আৰু, তাৰ পিছত মিছিমিৰ ৰাজ্যত প্রবেশ কৰিলে। লগত অসংখ্য ধনদোণ তেওঁ লৈ গৈছিল, ব্রহ্মপুত্রক দিবলৈ। কিন্তু দুখৰ কথা-রহ্মপুরইও ধনসোণ নলৈ তেওঁক পাপনস্ত কবিবলৈ অস্বীকার কাঁঝলে। বজাই দখে মনেবে উভতি আহি দিখৌত সোনাল। তেওঁ প্রবাদ শুনিছিল যে যেতিষ্য দিখৌব গবা খাঁহব, পানীত কুহিমাছ হব আব, পাৰত স্বাওবন গাঁজা তেতিযা দিখৌ গঙ্গাৰ সমান হ'ব। এই কথা হেনো পূশ্ন'ত বশিষ্ঠ বুনিষে কৈছিল। দিখৌব তেনে হোৱা দেখি, তেওঁ উজাই গৈ শিৱসাগৰৰ (পিছৰ কালত শিৱসাগৰ নাম পোৱা ওচবৰ দিখৌত তেওঁৰ অনা ধনসোণ নাওখনেবে সৈতে বুবাই দি শিকলি এডালেৰে সেই বুৰা নাওখন এজোপা হিজল গছ। বান্ধি থৈ পানাত পৰি মবিল। দিখৌরে সেইদেখি সেই ঠাইক এবি আনকালে বৈ গ'ল আবু, দিখৌৰ সেই দোখবেই মৰিদিখৌ নাম পালে। মই কত দিন সেই হিজলজোপা অকলে অকলে বিচাবিছিলো আৰু নাপায ব্যর্থ মনোৰণ হৈ ঘবলৈ উভতি গৈছিলো। তাহানি দোকু মোকলিতে মই হাতত কুকি লৈ নিজৰ ফুলবাৰী আব, লোকব কুলনিবাবীতো সোমাই গোসাই-সংজালৈ ফুল তুলিছিলো। আজিকালি ল'বাবোৰে তেনে কবে নে? তাহানি মাঘব বিহ, মই আনবে সৈতে হাঁহকণী ফালাই- ছিলে।। চ'তৰ বিহুতে প্রাধ গোটেই মাহ জবি পাঁচ খেলিছিলো। এতিষা তেনে বং-থেনালি শিৱসাগবও আছে নে বাজংরা নামঘৰত বৰসবাহ পুজো আদি উৎসব হবনে? নিশ্চয় কালৰ গৰাহত এইবোৰৰ সৰহখিনি সোমাই নাইকিয়া হৈছে চাগৈ। যি হওক আজি শিৱণাগব মোৰ মনত তীর্থস্থান হৈ পৰিছে। শিৱসাগৰৰ সীমা পালেই, মই এবাব মটবগাডীৰ পৰা নামি মোৰ শিৰত শিৱসাগৰৰ গুলি এচিকটা লম। নিশ্চয মোৰ কাৰ্যা দেখি লগৰীয়াসকলে হাঁহিব। হাঁহে হাঁহিব তথাপি লন।
এনেবোৰ ভাবে মোব মনটো তলওপব কৰি গৈছে। এনেতে দিছাং নৈ পালোঁগৈ। দিছাং শব্দটো শুনিয়েই মোৰ মনটে। প্রসন্ন হৈ পৰিল। এই নৈখনেই নে সেই দিছাং- যাৰ মুখত মই ডাকজাহাজত উঠি ১৮৮৬ খৃষ্টাব্দত কলিকতালৈ গৈছিলোঁ। শির- সাগৰৰ ঘৰৰ পৰা দিছাংমুখলৈ আহোঁতে আৰু তাৰ পৰা মাজে মাজে কলিকতাৰ পৰা মাজে মাজে কলিকতাৰ পৰা আহি শিরসাগবলৈ যাওঁতে প্রত্যেক বাৰতে মোৰ কি কি দুখ হৈছিল সকলোবোৰে শাৰী পাতি মোব মনৰ আগত থিয় হ'ল। ঘাইকৈ, বিবাৰ দিছাং মুখৰ পৰা পাৰিছিলো আব; যিটো গমনৰ কথা মই কৃপাবৰ বৰুৱাৰ ওভতনি কিতাপত ওলোৱা "অশ্বাৰোহণ পদ্ধ'ত" লেখিছিলো। দিছাং পাৰ হোৱাৰ পিছৰ পৰাই মোৰ শিৱসাগৰ পালোঁহি পালোঁহি লাগিল। কিছুমান বেলিৰ মবেত সাঁচাকৈরে বর্ষপ বাঁৰ পাৰৰ ডাকবগুলাত আমাৰ গাড়ীখন ৰ'লগৈ। আমি গাড়ীব পৰা নামি ডাকবগুলাত সোমাই তাতে থাকিবৰ দিহা কৰিলোঁ। ছব ডিভিজনেল অফিচৰ হাকিম ভুঞা সহধর্মিণীৰে সৈতে দিনচেৰেকৰ নিমিত্তে তাতে আছিল। তেওঁ- লোকেই আমাক আদব অভ্যর্থনা কৰি আমাৰ ডাকবঙলা বাস সুখকৰ কৰি দিলে।
মোৰ হেপাহৰ বৰপুখুৰীটো দেখিলোঁ। তাৰ পানী আগৰ দৰেই চপচপীযা আবু, সুনিৰ্ম্মল। আগব দবেই তাত বনবীযা বাজহাহ চবি আছে. আবু, সেই দশাই দর্শকব মন মোহিছে। কিন্তু তাৰ পাব কেইটাব কি দূরস্থা। যি বৰপূবাঁৰ ইটাগ,বাঁধা বঙা পাবব বাটত বেজী এটা পৰিলেও সেই আগৰ আমাৰ দিনত অনাযাসে বুটলি লব পাৰি তেনে পাৰব, ঘাইকৈ উত্তৰ আৰু, পশ্চিমব পাবব বাট দুটাব অরস্থা কি লৈলৈ, থৈথৈ। পাৰৰ কাষৰ পানীত চাৰিওফালে ঘাঁহবনব মহা পযোভব। সেইবোৰে জবি সিহ'তব অথণ্ড প্রতাপ বিস্তাব কৰি ববপুখুৰীৰ পুতে আশাবাদিঃ শিরসাগবব মনহে কি জাবকালি, কি ঘামকালি কি বাৰিষাকালি সুস্থ শবীৰ আৰ, সুদীর্ঘ জীরন লাভ কবি আছে, সেই বব পুখ,বাঁধ প্রতি শিরসাগবীযা বজাঘৰ আব, প্রজাঘবব এনে আওহেলা সেই বেজাইব কথা থবলৈ ঠাই নাই। শিৱসাগৰ প্রধান চহৰ গুচি মহকুমা হ'ল যদি হ'ল, সেইবুলি শিৱসাগৰীযাই শিৱসাগবখন আব বর্ষপূবেবি পাবকেইটা বাতিধ্বতি অ'তাইপিতাই চিকুণাই বাখির নোরাবিলে, শিৱসাগবীযাৰ মান কোনটো আমাৰ ভিতবও থাকিব হেবা শিৱসাগৰীযা। তুমি নোক কোরাচোন তোমাক সুধিছো জয়মতী উৎসর কবোতে শিৱসাগৰীযাৰ জযসাগৰ আজিও জহম্লানলৈ যোব্য অবস্থাতে। শিরসাগরকো তেওঁলোকে বাসেক জয়সাগৰৰ বাটলৈ ঠেলি পঠিয়ালে শিৱসাগৰীযাৰ যশস্যা শিকিযাত তুলি থ'ব লাগিব। মিউনিছিপেলিটী আৰু ডিঃি বোর্ডব সভ্য আব, সভাপতি প্রকৃত Civic duty লৈ অথাৎ নাগৰিক কর্ত'বালে পিঠি দি আন প্রকাবে প্রভুসকলৰ প্রিযপাত হৈ উপাধি আব, যহলৈ হাত বেলাটোরেই শিৱসাগবীযাব এক মাথোন কর্ত্তব্য নে ছৌল ংিনিটাক জানিবা দৌলৰ ভিতৰবৰ অধিষ্ঠাতৃ দেৱতা তিনিজনেই আগৰ দবেই বাখি থৈছে, পৰপুখুৰীটোক বক্ষাৰ ভাৰ ভিতৰত থকা জলকোরবৰ হাতত দিষেই শিৱসাগবীয। নিশ্চিন্ত নেকি?
আবেলি আমাৰ পুৰণি ঘৰ চাবলৈ গ'লোঁ। দৌলৰ মুখব পৰা আনোলাপটিব ফালে যোৱা পোন বাটটোক পাহৰিবব উপায় নাই। কি? যেতিয়া বোহিণীকুনাব বোপাই মটৰ গাড়ীখন বাঁওফালৰ এপিনে সমাবলৈ নিলে, মই তেওঁক সুধিলোঁ ক'লৈ নিছা? তেওঁ ক'লে-"আপোনালোকৰ থবলৈ যোৱা এইটোরেই বাট।" মই দড়- ভাবে কলো "নহয"। তেওঁ ক'লে-"হয়"। তথাপি মোৰ সন্দেহ নগল। এঘবব দুরাষমুখত যেতিয়া গাড়ীখন বলগৈ, মই নামি মানুহ এটাক সুধিলোঁ, "এইটো কাৰ ঘৰ ককাই ?" সি মোৰ ককাইদেউৰ নাম কল'তহে মোৰ ভ্ৰমদুৰ হ'ল। হৰি হৰি। এযেই নে প্রকাণ্ড টোলেৰেঘৰবাৰৰি অৱস্থা আমাৰ টোললৈ সোমোৱা বাটৰ মুখত থকা সেই ওথ বাটচৰাটো ক'লৈ গ'ল তাৰ পৰা ঘৰলৈকে দীঘলীয়া বাটৰ দুই কাষে থকা দুশাৰী নাহৰ গছ নেদেখোঁ দেখোন বাটৰ মুখৰ সেই প্রকাণ্ড জৰী গছজোপা কোনে চুৰ কবিলে দেউতাব দববব ঘৰ, চৰাঘৰ, গোসাঁইঘৰ, ৰান্ধনিঘৰ, মাবলঘৰ, বৰঘৰ প্রভৃতি ক'ত মাব গল? নববব ঘৰৰ সমুখত থকা কাঞ্চনফুল গছজোপাৰ দেখোন চিনমোকাম নাই। বৰঘৰৰ মুধব ফালে থকা বর্ষ আম গছজোপা দেখোন লুপ্ত। তাৰ পবা পাবি ডাঙৰ পকা আম খোৱা মোৰ এতিয়াও মনত আছে। ভিতবৰ ফালে সোমাই গৈ দেখিলোঁ পুখুৰীটোব নাক্সং নরসাং নাবাবিপারং অবস্থা। তাব দেখোন জকাটোহে বাকাটোহে বাকী। পুখুৰীৰ পাব বেইটা খাহ জহি পুখুৰীটো দেখোন পুখুবী গুচি ডাঙৰ কিবা এটাতহে পৰিণত হবলৈ গ'ল। মোব সবংকালও এই পুখ বাঁধেই অশেষ ল লাখেলাৰ থল আছিল বুলি আজি মই শপত খাই ক'ব পাবো নে যিটো পশুবতি নই শপত খাই ক'ব পাবো নে। যিটো পৃংখবে।ত মই সাঁতুৰি, জপষাই খুব মাৰি বুব মাবি, নাও খেলাই তোলপার লগাই দিছিলো, সেইটো পুখবে। সচাকৈযে এইটোৱেই নে? পাবব তোঁতেলীজোপাই বা গল কলে? তামোল গছ আৰু বঠাল গছজোপাক বা কোন অজগবে গিলিলে যি তে'তেলীজোপাৰ ডালত মই দুপর্ব।যা ফস্তি জবি শুই থাকি, আবেলি সেই আৰাম পবিহাব কবি উঠি তাব পবা জাপ মাবি পুংখুবতি পবি নানা বিষ জলক্রীডা কৰিছিলো, সেই তোঁতেলাব অন্তস্কান মোব পক্ষে নিতান্ত অসহা। আনাব ঘৰব কাক স.ধিম-হেবা অনুক। হেবা ওমকে। তোমালোকে জানা যদি কোৱাচোন এই পুখুৰীৰ আদখিনি গা আববি থকা সেই নোব মবনব তোঁতেল জোপা ক'লৈ গল ১ এনে বেজাৰ বুকুত লৈযেই বঙালী পবিব্রাজক কৃষ্ণপ্রসন্ন সেনে যমুনা নৈখন দেখি গাইছিল "যমনে। এই কি তুনি সেই ধন্ন। প্রবাহিনী।" ইত্যাদি। ইবাব পিছও আমাৰ মাজ ককাইদেও বাষছাহাব শ্রীযুত জগন্নাথ বেজাবাবা আব, তেওঁব পুতেক নাতিয়েকহ'তক চাই, তেওঁৰ তাতে অলপ বহি জিবাই শতাই বাহিবলৈ আহি চ-ব ঘ,বিবলৈ গ'লোঁ। কিন্তু চহবব ফলৈকে যাওঁ, ত'তে আগব চিনচাব একো নেদেখে।। অৱশ্যে উৎগতিৰ ফলত যে পুর্বাণ চিন-চাব নাই।কথা হৈছে নহয অধোগতিৰ বলতছে। ডিব্ৰুগডৰ পৰা আহোঁতে বাটত মই যিবোব চিত্র মনত আঁকি আহিলো, সেইবোৰ সোপাই মচ খালে। মোৰ আগত এখন আহরা ডালদবিদ্র শিৱসাগৰ হাজিব হ'লহি। বিবস্ত হৈ মনব ভিতবতে ক'লোঁ-"রেল হাম এহি শিৱসাগৰ নাহি মাংতা। হামাৰা পুৰণা শিৱসাগবন্ধু দেখলেও কোনে মোব কথা খুনে। কোনেই বা এই ফপহংরা হাকিমৰ হকুম তামিল কবে "
আগৰ তৰফৰ মান,হ যাক মই চিনিছিলে। জানিছিলো, তাব দুজন কি এজনৰ বাহিৰে কোনো নাই। মোৰ মনৰ পটত চিত্রিত হৈ থকা শিৱসাগৰক কালব অন কোটী উবে খাই ধ্বংস কৰিলে। মোৰ বুকুৰ জপাত সুমাই থোৱা শিৱসাগৰক নির্গান শলিয়াই কুটি খাস্তাং কবিলে। মোৰ হেপাহব শিৱসাগব বৃন্দাবন পূৰি ছাই হল। সেই প্রকাণ্ড সেৰ বাতৰি মোক দিবলৈ তাৰ ছাইবোবহে মোৰ চাৰিওফালে উখি ফুৰিছে। শ্লোক মনত পৰিল:
বহুপতেঃ কগতা মথৰাৰোঁ।
বন্ধু,পতেঃ জগতোণ্ডৰ কোশল।
যৎপৎ থকা ঠাইলে উলটি গ'লোঁ।
ওপৰত উল্লেখ কৰা বিষাদৰ কথাবোৰ আঁতৰাই থৈ কউ যে মই শিৱসাগৰ সোমোৱা মুহতাব পরা মোব প্রতি শিৱসাগবব মানুহৰ মৰমচেনেহ আদব অভ্যর্থনাব অশ্ব নপৰিল। সাহিত্য সভা, বিদ্যাপীঠ, শঙ্কৰ সমিতি প্রভৃতি কেইবাখনো সভা- সমিতিত তেওঁলোকে মোক সমাদৰ আব, মৰম বিতৰণ কৰি ধন্য কৰিছিল। তেওঁলোকব আগত মই কৃতাঞ্জলি কৰি কৃতজ্ঞতা জনাবলৈ থিষ হ'লোঁ।
১৫ অঙোবৰব দিনা আমি শিষনাগৰ পাইছিলোগৈ। ১৭ অক্টোবৰৰ দিনা শিৱসাগৰ এবি নটবেবেই যোবহাটনৱা হ'লোঁ। অক্টোবৰব সোতব তারিখে যোবহাট পালোগৈ। যোবহাট পাবলৈ তিনিমাইলমান
বাট আছে, এনেতে দেখিলো, সেইফালব পবা খনচেবেক মটৰগাড়ী আমাৰ ফালে আহিব লাগিছে। অলপর পিছওে দেখিলো, যোৰহাটব গণ্যমান্যসকলব ভিতব৩, মোব পূর্বণি গন্ধ জনচেবেক আমাক আগবঢ়াই নিবলৈ আহিছে। তেওলোকৰ মোব প্রতি মবম আব, আগ্রহ দেখি সাঁচাকৈয়ে নোব চিত্ত আনন্দত গদগদ, হল। ঈশ্ববব অশেষ করণে। যে তেওঁলোকব এই নগন। বন্ধুত্বে তেওঁব দীঘল প্রৱসূরা জীবন। কোনো গহি ও কাম কৰি তেওঁব অসমীয়া ভাই বন্ধুসকলব স্নেহ আৰু, শ্রদ্ধা হেব, রা নাছিল সচাকৈষে অসমব ভিতবলৈ মই যিমান সোমাই গৈছিলো মোৰ প্ৰদেশ। ভাই সকলৰ মোৰ প্রতি সবল সদয আব, স্নেহপূর্ণ ব্যৱহাৰ দেখি মোব বুকুখন দিনকদিনে ডাঠ হৈ গৈছিল।
যোবহাট ডাকবগুলাও আমি উঠিলে।হকগৈ। ডাকবঙলা পোরা মুহূর্তের পবা আমাক লগ ধৰিবলৈ অহা যোবহাটবাস। ভাই বন্ধুসকলব অবিবাম সোঁত আমি তাও থকা বেইদিন আমাৰ ফালে বৈছিল। পিছ দিনা ওঠৰ তাৰিখে চন্দ্রকান্ত সন্দিকৈ এলত বিষাট সভা পাতি মোক অভ্যর্থনা কবিবব আয়োজন কবা হ'ল। সেই সভালৈ গৈ নই দেখিলো যে মান,হেবে সভাঘব অকল ভবি পবিছে এনে নহয়, সভাঘবব বাহিবতো মান,হে ছাটি পৰিছে। সভাঘবব ভিতৰত মানুহব ছাটি পৰিছে। সভা- ঘ।ব ভিতবত মানুহেব যেনেকৈ পয়োভব সঙ্গতি বিয়াহ গোৱা ইত্যাদি উৎএরবো তেনেকৈ পয়োভৰ। মই অকলে নিমন্ত্রিত হৈ গৈছিলোঁ। মোৰ সহধর্মিনী, জাঁহ' আবু, জোঁৱাই নিমন্ত্রি হোরা নাছিল। কিয় ক'ব নোৱাবো। সভাত বৰধলব নিচিনা সেই আনন্দোৎসর দেখি, তাৰ ভাগ মোব সহধাৰ্ম্ম'নী আবু, জাঁ-জোরায়ে
• বাঁহী-২০ বছৰ, ৮ম সংখ্যা, বহাগ ১৮৫২ শক। অহা
নোপোৱাত মোৰ মন অলপ ঋন্ন হৈছিল আব, সেই কথা মই উদ্যোগ কল্লাসকলক জনাইছিলো। বোধকৰোঁ তেও'লোকৰ পাহৰণি নাইবা মতামান, হেবে সৈতে তিৰোতা- সকল একে সভাতে নংহা কিবা নিবনব নিমিত্তে কিজানি তেনে হৈছিল। যি হওক সভাব কার্যা, অতি আনন্দকল্লোলব ভিভবত সম্পাদিত হৈ গ'ল। বদন বৰফুকনৰ সম্পর্কে এটা গীত শ্রীয, ও শশীচন্দ্র বববব, রাকে প্রন খা কবি জনচেবেক ডেকাই বিধাহ গোৱাব গঢেবে গাইছিল। বস্তুটি অতি উপাদেয হৈছিল। পাহৰণিৰ দৌৰাত্মা মোব ওপৰত অতি ভীষণ। সেই গাঁত বা কবিতাটোর বচনাৰ কথাবোৰ মোৰ চিনাকি চিনাকি যেন লাগিছিল অথচ কোনো পধ্যে ননও পেলাব নোৱাৰিছিলো, আগেরে ক'ত শুনিছিলো। সভা ভাগিযোৱাৰ পিছত যেতিয়া শ্রীযুত শশীন্দ্র ববববহাক তেওঁ- লোকৰ গাঁত-ন, তা আৰু, অভিনয়ব উৎকর্ষ ব বিষযে কৈ মই তেওঁক সেই গাঁতটো কাৰ দ্বাৰা ৰচিত বুলি সুধিলোঁ।, তেওঁ ক'লে যে সেইটো হেনো মোৰ বচনা। মই অবাক হলো। তেতিযাহে নোৰ মনত পৰিল যে কথাটো হয়। কিন্তু এই লেখকৰ প্ৰতি পাহৰণিৰ কি পেংলাই।
১৯ অক্টোবৰত সেই চন্দ্রকান্ত হলতে ৰাজহর। চাহ-জলপানৰ আয়োজন বুজন- কৈবে হৈছিল। সেই দিন। অৱশ্যে মোৰ সহধর্মিনী আবু, জাঁ-জোঁৱাইহ'তো নিশ্চিত হৈ গৈছিল। সেই দিনাও যোৰহাট বাসীৰ আনন্দ আৰু, মোলৈ শ্রদ্ধা তেওঁ- লোকৰ সঙ্গীত, অভিনয আবু, বস্তু তাদিত সম্বতোভাৱে পৰিস্ফুট হৈপ্রকাশ পাইছিল। সঙ্গীতজ্ঞ বন্ধুবৰ শ্ৰীযুত কাঁপ্তি নাথ বৰদলৈয়ে আগদিনাৰ দৰে অননীযা পুৰণি ৰাগ- ৰাগিণীক প্রতিমন্তি প্রদান কৰি তেওঁৰ ছাত্ৰীসকলৰ স্বাবাই গোৱাই আমাক মুগ্ধ কৰিছিল। ঈশ্ববৰ ওচবত প্রার্থনা যেন তেওঁক দাঘ জীরী কবি ৰাখি অসমীয়া পুৰণি গীত-মাতক আৰ, সজীৱ কৰি তুলিব পবা কৰে। অসমত প্রচলিত পুৰণি বাগ-বাগিণীৰে সৈতে অসমীষা সঙ্গতি পুনর্জীবিত হৈ উঠাটো দেখি গ'লে মোৰ জীবন ধন্য হ'ব বুলি মই নিশ্চয়কৈ ভাবো। কুৰি অটোবৰৰ দিনা বেজবৰুৱা হাই- স্কুল'ব ছাত্র আব, শিক্ষকসকলৰ অভ্যর্থ না, অভিনন্দন ইত্যাদি মহোৎসৱৰ বৰষুণেবে সৈতে প্রকৃতিষে ববষ। বৰষুণকো আমি শিবোধার্য। কবিলোঁ। দুটাৰ অতিশয্যা আমাৰ অন্তৰ বাহিব অভিষিক্ত হৈ পৰিছিল। কিন্তু প্রকৃতিৰটো যেই কিবা নহওঁক ছাতৰ আৰু, শিক্ষকসকলৰ বৰণত মৰম শ্রদ্ধা আবু, আন্তৰিকতাব জীজ থকা নিমিত্তে প্রকৃতিৰ নিষ্ঠুৰ ববহুতো আমি সেঙেতা লগা নাছিলোঁ। বাহিৰৰ ধাৰাসাৰ বৰণৰ যেতিযা ওৰ পৰিল, ভিতৰত বৰণত তপত হৈ থকা আমি বাহিৰলৈ ওলাই প্ৰকৃতিৰ উণ্ডব, দক্ষিণ, পাব, পশ্চিম চাৰিওফালে আমাৰ বৃদ্ধাঙ্গুষ্ঠ প্রদর্শ'ন কবি আমাক মৰমৰ উমেৰে তপত কবি থোৱা ছাতৰ আৰু, শিক্ষক বন্ধুসকলক আমাৰ শলাগ জনাই, বাহিৰত থাকি তিতিবুৰি জুলা হৈ কানীয়াৰ দৰে চকু মুদ্দি থকা মটৰক কদর্থ'না কবি তাতে উঠি গোলাঘাটলৈ যাত্রা কৰিলোঁ।
গধূলি গোলাঘাট পালোঁগৈ। তাতো গোলাঘাটবাসী বন্ধু-বান্ধৱৰ মহাসমাৰোহ গোলাঘাটব ডাকবগুলাতে অবস্থান কবি, ভতিজা কৃষ্ণনাথৰ ঘৰত নানা বিধ অসমীয়া আল্লাৰ সহায়েৰে ভাত উদৰন্থ কৰি তৃপ্তি লাভ, তাৰ পিছত বাতি গোলাঘটীয়া ডেকা- সকলৰ বঙ্গশালাত অভিনয দেখি সন্তোষ আব, পণপ্ৰমৰ ভাগৰ আৰু তাৰ ফল টোপনিক বুকুত বান্ধি লৈ উলটি আহি শুই থাকি ৰাতিটো পৰমানন্দেৰে কটাই দিলৌহক।
পিছ দিনা আবোল গোলাঘাটত পবষে আধ, মাঁহলাসকলব সম্মিলিত সভাৰ অধিবেশন। গুল বাগিচাৰ মাজঃ মুকাল আকাশ আৰু মকেলি বতাহৰ বিপুল অথচ মহুব মদুল সাহায্যত আমি সনবেত ভদ্রলোক ভদ্রর্নহিলা আবু, ছাতসকলৰ মাজ: বহি চাহ-পিঠাপনা প্রভৃতি সুমিষ্ট আহাবেবে সৈতে সুনবে সঙ্গ।ত আব ডেকা আব, ল'বা এটিযে লালাগি কৰা হাস্যৰসপূণ ভাও উপভোগ কবি পূবেষ মহিলা আব, ছাত্রনকলব প্রদও অভিনন্দন পত্র গ্রহণ কবি সন্ধ্যা লাগি ভগ্য সমষত যোৰহাটলৈ উভতি আহিবৰ নিমিত্তে পুনব মটবাবোহন কবিলো। সেইদিন। দঃপা- গিতা আছিল। বাটৰ মানুহৰ ঘৰৰ আগত দিযা নানা ৰকম চাকিব হিতোপন পোবে চাই চাই, বাতি ন মান বজাত আমি আকৌ যোৰহাট পালোঁহি।
যোৰহাটত সেই দিনা ৰাতি আমাৰ ডেকা বন্ধুসকলে মহা আড্ডাববে থিয়েট।ব পাতি আমাক অতি আগ্রহেবে নিমন্ত্রণ কৰিছিল দেখি আমি গোলাঘাটত আবু, নাথাবি ততাতৈয়াকৈ সেই বাতিযৈই গোলাঘাটব পৰা যোব্যাটলৈ উভতি আহিছিলোঁ। মোব ভতিজা শ্রীধান দেবেন্দ্রনাথব ঘবত আমি খাইবৈ বাতি এঘাবমান বজাত থিযেটাব চাবলৈ গলোঁহক। থিবেটাব ঘবত মানুহ খোদ খোৱা। যোবহাটব শাষস্থানীয গণ্যমান। মানুহব পবা আবন্ধ কবি সকলো এবপৰ মানুহেবে সভাঘব পাবপূর্ণ। কেইবাটাও বছা বছা দশাব অভিনয় কবি দেখুৱাই অভিনেতাসকলে দশ কসবলব মন ম.হি পেলাইছিল। শ্রীমান পার্শ্বতী প্রসাদ ববুরাই নটবাজব ন.তা দেখুৱাই সাঁচাকৈযে আমাৰ বিস্ময় আবু, শ্রদ্ধা আকর্ষণ কাবছিল। অসমীয়া ডেকা এজনব এনে কৃতিত্ব দেখি সাঁচাকৈয়ে মই নিজকে গৌবরাশি: বিবেচনা কবিছিলো আব, মোব সর্য এন।ক কৈছিলোঁ যে তেওঁলোকৰ বঙ্গদেশও পার্বতি প্রাসাদে এই কার্য'াত তেওঁব সহধর্মি' সকলেৰে সৈতে সমানে জোৰ মাৰিব পাবিব। পার্বতী বোপাক মই অস্তবেৰে সৈতে আশীদি কবি সূচাওঁ, অসমৰ ডাঙৰ ডাঙৰ সৱবোৰত, ঘাইকৈ কমলা- বাব। সরত পূর্বণি কালৰে পৰা প্রচলিত Classic চালিনাচ, জন্মব্য নাচকে আদি কাঁৰ নটরাব নাচবোৰ তেওঁ আয়ম্ভ কৰি সেইবোৰ সম্ভব চাবিবেৰৰ ভিতৰৰ পৰা বাহিবলৈ আনি অসমীয়া অতুলনীয নৃত্যকলা জগতবাসীৰ চক্ষ গোচৰ কৰে যেন।
বঙ্গশালত অভিনয আবু, ন,তাৰ সামৰণিৰ পিছত দুর্ভাগ্যক্রমে এটি ঘটনা ঘটিল। অভিনেতা ডেকাসকলে "কৃপাবব বহুৱাব ওভতনি" বুলি এটা প্রহসন নে কি সেই বঙ্গ- মঞ্চতে আৰম্ভ কৰি দিলে। দর্শ' কসকলে ভাবিছিল আৰু ময়ো ভাবিছিলো যে মোব স্বাৰাই ৰচিত কৃপাবৰ বৰুৱাৰ ওভতনি নাম দি প্রহসনৰ নিচিনা কিবা এটা নতুন বস্তু, বচনা কৰি তাৰে অভিনয় কৰি আমাক দেখুৱাইছে। তেওঁলোকৰ উদ্দেশ্য যে সজ আৰু আমাক আমোদ দিবলৈকে যে তেওঁলোকে সেই নতুন কৃপাবৰবৰুৱাৰ ওভোচনি চন্দ্র'ন কৰিছিল, তাত মোৰ এধানমানো সন্দেহ নাই। কিন্তু বঙালীযে কোৱাৰ দৰে শিৱ গাচোঁতে বান্দৰ হৈ উঠিল। মই যিমান দূৰ বুজিছো তেওঁলোকে প্রথমডোখৰত বোধকবে। কৃপাবৰ বৰুৱাৰ বিপক্ষ দল, এটা সৃষ্টি কবি সেই দলৰ হতুবাই কৃপাবৰ বচোঁতাৰ গ্লানি গোৱাই তাৰ পিছত গ্লানিকাবকণোবক কথাই জোবাই জোখাই উত্তৰ কৃপাণবান,বাগী এসব হতুৱাই দিবাই চুঙা চাই মোশা দিব খজিছিল। কিন্তু প্রথম দলৰ বাকাবচন শ,নি আব; সেই অনুযায। অভিনয় দেখিযেই দশ কসকলে পিছলৈ বাট নাচাই উত্তেজিত হৈ উঠিল। বাস্তবিগুণে তেওঁলোকৰ ভিন্নৰত প্রবল চাঞ্চল্যই দেখা দিলে। খঙ্গেকতে থিযেটবঘব ইবোজতি কাব নিচিনা Regular Pandemonium অর্থাৎ উচ্ছঙ্খলতাব স্থান হৈ উঠিল। ফলত সেই প্রহসনব অভিনব ততালিকে বন্ধ কৰি দিযা হ'ল। অভিনেতানকসব অনেকে বঙ্গমঞ্চৰ পৰা নামি আহি মোৰ ওণ্ডব: দুখে আব; অনাশাচনা প্রকাশ কবিঃলৈ ধবিলে। কদবেব শ্রীয়তে পূর্ণোনন্দ পাঠকে যোবহাটব ভদ্রলোকসকলব হকে সেই কার্যান্ড দখে প্রকাশ কৰি থিষ হৈ কিছ; কথা ক'লে। ময়ো তেওঁলোকৰ অন, শোচনাত সহানুভূতি প্রকাশ কবি কলো যে মই সমলি দেখা পোৱা নাই, কাবা মই বুজিছোঁ যে ওেঁলোকৰ অনিচ্ছাতে কৰবাত কিবা অলপ কেবোগ লগাও এনে হৈ উঠল। তেওঁলোকে সজ উদ্দেশ্য লৈ তেনেকুৱা কবিবলৈ গৈছিল। কিন্তু দৈবারুনে গাব ফল বিপব। হৈ পবিল। বাস্তরিকতে আনন্দব এবা গাখীৰ ক'বীযাত দৈবাৎ গোবৰ পৰি গাখীৰ ক'বীয। নষ্ট হ'ল বুলি মই নিশ্চয় বুজিছিলো। তেওঁলোকে ইমান আগ্রহকে তেওঁ লোকৰ মাজলৈ মোক মাতি আনি যে নোব কিবা অপমানজনক কার্যা কবিরলৈ যাব, এনেটো ভবাই ভয়ানক ভুল। তেওঁলোকৰ অনেকক মই ভালকৈ জানো আব, তেওঁ- লোকৰ মৰম আৰু, শ্রদ্ধা মই সদাষ পাই আহিছোঁ। এতিযাও কওঁ যে দর্শ কসকলে প্রহসনটোৰ পাছৰছোৱালৈ যদি ধৈর্যা ধৰি অপেক্ষা কৰি থাকিব পাবিলেহেতেন যি হওঁক যোৰহাটৰ আদব অভ্যর্থনা আনোদ আহহ্লাদব অস্ত্র সেই বাতিষেই পবিল আবু, পিছদিনা পুরাই মোৰ ল'বাকালব পবা অন্তবঙ্গ বন্ধ বাধ বাহাদুৰ শ্রীযুতে কৃষ্ণকুমাৰ বহুৱা ভাঙৰীয়াৰ ঘৰত অতি আনন্দবে জা-জলপান খাই আমি শিৱসাগৰলৈ উভতি গলৌহক।
এইখিনিতে কওঁ যে গোলাঘাটত যদিও আমি ২৪ ঘণ্টাহে আছিলোঁ, তাৰ ভদ্রলোক ভদ্রমহিলা আৰু ছাতৰসকলৰ আতিথা আব, সমাদৰ আমি পাহবিণ নোৱাবো। আমি গোলাঘাট পোৱা দিনাৰ বাতিষেই ডেকাসকলৰ বঙ্গশালত 'নবকাসবে' নাটৰ অভিনয় দেখিলো আৰু পিছদিনা আমি উভতি যোৰহাটলে বুলি মটৰ গাড়ীত উঠালৈকে তেওঁলোকৰ মৰণ শ্রদ্ধা আব, সমাদব সাগৰত বহুবি আহিলো। সেই স্মৃতি অতীব সুখকৰ। গোলাঘাটত মোৰ মাতৃদেরীব তিৰোভাব। তাতে নোখ অতি চেনেহৰ ককাইদেউ শ্রীনাথ তেওঁৰ সহধৰ্ম্মিনী আব; সন্তানেৰে সৈতে ইনফ্ল, যেজ্ঞা ৰোগত পৰি অকালতে ঢুকায়। তাতে তেওঁৰ সুকীৰ্ত্তি "শ্রীনাথ বেজবৰুৱা স্কুল" স্থাপিত আৰু তেওঁৰ সৌম্যদর্শন পুতেক শ্রীমান কৃষ্ণ নাথব দ্বাৰাই পৰিচালিত হৈ আছে। তাতে মোৰ জ্যেষ্ঠ সহোদৰ গোবিন্দ বেজবৰুবাই প্রথমতে ডাঙৰকৈ স্কুল পাতে। ইত্যাদি কাবণও গোলাঘাট মোৰ পক্ষে তীর্থস্থান বুলিয়েই হয। অতি সম্বোধব কথা যে গোলাঘাটবাসীৰ ডেকাসকলৰ যত্নত আগৰ হাবি-বর্ননিবে গোকার্ড যেন দেখা গোলাঘাট আজি সুন্দব চহব হৈ পৰিছে। সচাকৈযে গোলাঘাটব শ্রীবন্ধি দেখি নোব বব সন্তোষ আবু, সস্কোযব কথা যে গোলাঘাটতো ভদ্রমহিলাসকল ডির, গডীষা ভরণহিলাসকলৰ Progressive অর্থাৎ ক্রংশঃ অগ্রগামী।*