shabd-logo

ছায়েদ আব্দুল মালিকৰ বিষয়ে

চৈয়দ আব্দুল মালিক (১৯১৯–২০০০) অসমীয়া সাহিত্যৰ এজন ভাৰতীয় সাহিত্যিক, গোলাঘাটৰ নাহৰণি গাঁৱৰ। ১৯৭৭ চনত অভয়াপুৰীত অনুষ্ঠিত অসম সাহিত্য সভাৰ সভাপতি আছিল। মালিকে পদ্মশ্ৰী, পদ্মভূষণ,[1] সাহিত্য অকাডেমী বঁটা,[2] শংকৰ দেৱ বঁটা, সাহিত্যচাৰ্য আদি বহুতো পুৰস্কাৰ লাভ কৰে।[3] ১৯৭২ চনত মালিকে আঘৰী আত্মাৰ কাহিনী (Tale of a Nomadic Soul) উপন্যাসৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰে।

no-certificate
এতিয়াও কোনো প্ৰমাণপত্ৰ লাভ কৰা হোৱা নাই।

ছায়েদ আব্দুল মালিক ৰ কিতাপ

ছায়েদ আব্দুল মালিক ৰ প্ৰবন্ধসমূহ

তিনি

13 January 2024
0
0

যিবোৰ মামুহৰ আজৰি আছে, যিবোৰ মানুহৰ সময়ৰ লেখ লোৱাৰ অৱকাশ আছে, সেইবোৰ মানুহে বাহিৰৰ পৃথিৱী আৰু মনৰ ভিতৰৰ পৰিৱৰ্তনবোৰব খৰৰ ৰাখিব পাৰে। সেইবোৰ মানুহৰ কাৰণে বেলেগ বেলেগ ঋতুৰ বেলেগ বেলেগ নাম আছে, বেলেগ বেল

দুই

13 January 2024
0
0

এইয়া ১৯৩৬ চনৰ কথা। মৈমনচিত্তৰ কথা। বংগদেশৰ কথা। দুই নাৱাব জমীদাৰ, জোতদাৰৰ বিলাস প্রভার প্রতিপত্তি দব দবাইব কথা। ভাৰতৰ বৃটিছ ৰাজত্বৰ একচ্ছত্রিতাৰ কালৰ কথা। জমীদাৰব মাটি বুকুত সাবটি প্রাণান্ত সংগ্রা

বৰ জাৰ পৰিছিল।

13 January 2024
0
0

ডাঠ কুঁৱলীও আছিল। মাঘ মাহৰ আগভাগ, জাৰবোৰ কুঁৱলী হৈ আকাশৰ বুকৰপৰা তললৈ নামি আহিছিল। জমীদাৰ মোহম্মদ মোদবিৰ হবিব কিষ বিয়া চৌধুৰীষ তিনি মহলীয়া দালানটো কুঁৱলীৰ মাজত প্রায় অদৃশ্য হৈ পৰিছিল। ফুলনিখনৰ বাওনা

---

এখন কিতাপ পড়ক