পিছদিনাৰাতি পুৱাল। সেইদৰে যথা সময়ত পানেয়েআকৌ ভূঁই ৰাখিবলৈ গল।জঙ্কিয়ে আগৰ দিনৰ কথাঅনুসৰি আকৌ তামেন গামৰচুকলৈ বুলি সৰু নাওএখনি লৈ ওলাল। যাওঁতেবাটতে পানেইৰ ভূঁই; পানেযেনো কেলেই মাতিছিল এই কথাকে শুনিযাওঁ বুলি নাও ভূঁইথকা গড়াত লগাই থৈ জঙ্কিওপৰলৈ উঠি গৈ পানেইকলগ ধৰিলে। উভয়ৰে কপাল ভাল। ওচৰতমানুহ-দুনুহ নাছিল। সেই দেখি দুয়োমনৰ হেঁপাহেৰে কথা-বতৰা পাতিবলৈসুবিধা পালে।
পানেইজাঙ্কি। তই আৰু গুচিযাবিগৈ নহয় ?
জঙ্কি-এৰা যামগৈ পানেই।কমুদে মোক ভাল নোপোৱাতপৰিছে। তাৰ ঘৰতে থাকোঁদেখি সি মোক বেয়ামাতেৰে মাতি মনত দুখদিয়ে।
- পানেইজঙ্কি। তই আৰু ইয়ালৈনাহ? জঙ্কি মাজে মাজে আহিথাকিম। তোৰ বুজ লইথাকিম।
সানেইএৰা আহিবি। তই গুচি গলেমোৰ মনটো শুদা শুদালাগিব।
জঙ্কিমইও শুদা মনেৰেহে থাকিবলাগিব কি কৰিম। বিধাতাইআমাৰ কপালত সুখ লেখা নাইহবলৈ। পানেই অঙ্কি তোৰ টকা-সিকা হৈছেনে?
জঙ্কিমুঠেই দুকুৰি টকা গোটাইছোঁ। আৰুদুকুৰিমান মাহমানৰ মূৰতহে গোটাব পাৰিম। তাৰ পাছত আহিতোৰ বাপেৰে সৈতে কোৱা মেলাকৰিম।
সানেইজঙ্কি। ভই এটা কথাশুনা নাইনে? জঙ্কি- কি কথা পানেই?
কচোন।
পানেই-আই-যোগাযে মোককমুদলৈ দিবলৈ মনে মনে আলচিচ্ছে।জঙ্কি দিলে জানো তইযাবি? পানেই কেতিয়াও নাযাওঁ। আমাৰ মিৰি কনেওৰকেতিয়াবা কথা
লৰেনে?
অঙ্কি-
ভোন্তনো কি কৰিবি?
পানেইকই মিলি আই বোপাইকমোৰ ফালে ঘূৰাম।
তাঙ্কিযদি ঘোৰ নাথায়?
পানেই-সেইটো পিছ কথা। তইকিন্তু সদায় মোৰ বতৰা লৈথাকিবি দেই। কেভিয়া কিহয় বুজ লৈ থাকিবিমহলে ভই নথকাত মোকযদি বল কৰি দিয়ে,
তেন্তে মই বিহু খাযেমৰিম।
অপ্তি-
বাৰু পানেই। মই সদায় তোৰবুজ লম। আৰু মইনিজৰ জীৱনটোও ভোৰ নিমিত্তে এৰিদিবলৈ ৰাজি আছোঁ। আৰুকিজানি পানেই তোক ঘৰত মাতলগাব নাপাওঁ সেইদেখি ইয়াতে বিদায় ললোঁ। যাওঁ দেই-
পানেই যাগৈ যা।
এই কথা-বতৰা হৈদুয়ো আঁতৰা আঁতৰি হল। শোকৰ আৱেগত
দুইৰো চকু চলচলীয়া পৰিল। পাছত লাহেকৈ জঙ্কিয়ে
নাৱত উঠিলগৈ। আৰু নিজৰ উদ্দেশ্যলৈ লক্ষ্য ৰাখি তামেন গামৰ চুকলৈ বুলি নাও বাবলৈ ধৰিলে।
কিছুমান পৰ গৈয়েই জঙ্কিয়ে দীঘল সুৰেৰে আই সোৱণশিৰীৰ বুকুত বৰ বেথা লগা মাতে গাবলৈ
ধৰিলে :-
(১৮)
বতিয়াই যামকৈ
মোৰে দন কনে ঐ কেতিয়ানো আয়িমে গুৰি পৰমে কম্পালে যদি তাকোঁ বালে- তিনি দিনত আয়িমে
গুৰি ঐ লায়ৰী
তিনি দিনত আয়িমে
গুৰি।
লাহে লাহে পানেই
ৰ চকুৰ আগৰ পৰা নাওখন নেদেখাত পৰিল। শূন্য মনে কলামুখে পানেযে আকাশলৈ চাবলৈ ধৰিলে।
আৰু আকৌ এধাৰ চকুলো টুকি নিজৰ কার্যত মন দিলে। এইদৰে দিনটো ভূঁই ৰখি গধূলি হলত, পানেয়ে
আকৌ নিয়মিত ৰূপে ঘৰলৈ উভতি গল । তাত গৈ দেখে যে মাক বাপেকে চাঙঘৰৰ মূখত বহি আছে। তেওঁৰ
কাষতে কমুদৰ বাপেক নমেন গাম দুখন ভাৰে সৈতে বহি মাক বাপেকৰ সৈতে কথা-বতৰা পাতিছে। মোৰ
আজলী মিৰি জীয়ৰীয়ে বুজিব পাৰিলে তাইৰ কপাল শুদা। কি কৰিব চকুৰ লো টুকি শুনে। সাজ
লাগি যোৱাৰ পিছত নমেন গাম গুচি গলগৈ। ভামেদ আৰু নিৰমাই ভিতৰলৈ সোমাই গৈ দুয়ো জুইৰ কাষত বহিল।
নিৰমাযেপানেইক মাতিলে "পানেই। এই সাজতে তোৰটোপনি লাগিল নেকি? উঠি আহচোন।”
খোতমোতকৈ পানেই উঠি আহি জুইৰকাষত বহিল। ভেভিয়া মাকে পানেইক কলে,
“বাছা, তই বুজিব পাৰিছনে?
তই কমুদলৈ যাব লাগিব। আজিতাৰ বাপেকে ভাৰ পেলালে।'
সানেই-
"আই মই কালৈকো নাযাওঁ।ঘৰত সদায় থাকিম।
নিমা-মুখতাই কৈছ। বাৰু বাঘাকমুদ ভान হयान? পানেই-আই, মই একোকব নোৱাৰো।
নিমাইহয়। তই কব নোৱাৰ?
সি এটা গামৰ লৰা।তাৰ ধন-বিতো বহুতআছে। তই তাৰ ঘৰলৈগলে বৰ সুখেৰে
থাকিবি।
পানেই-আই, ধন-বিতেইতহঁতৰ দৰা ভাল বেয়াৰচিন হলনে? নিমা বানা কেলেই?
আজিকালি এটায়ে সুখীয়াত পৰিলেহে সুখ পায়।
সানেইমই সইতে কৈছোঁ মইকমুদলৈ নাযাওঁ।
নিমাতেন্তেনো তই কালৈ যাবি?
পানেইমই কালৈকো নাযাওঁ। নিমা ভই কমুদলৈকেহেযাব লাগিব।
পানেইমই তালৈ নাযাওঁ ।
নিমাতেৱেনো তই কালৈ যাবি?
পানেইমই ঘৰতে থাকিম।
পানেইৰএনেবিলাক কথাত মাকৰ মনতসন্দেহ হল। বুঢ়া তামেদৰখং উঠিল।
সি কবলৈ ধৰিলে নিমামনে মনে থাক। তাইৰসুখেই সুখ হব।”
পানেইবোপাই। মোক থং কৰিছকেলেই ?
তামেদ-ভইনো কোলই জীয়ৰীহৈ আমাৰ বাপেৰ
মানৰকথা
শুনাতপৰিদ?
পানেইমইনো কি কথা শুনানাই? তামেদ মনে মনে থাক।কমুদলৈ ভই যাব লাগিব।
পানেযেএই কথাৰ কোনো উত্তৰদিবলৈ নাপালে। বুঢ়া তামেদৰ থাও চাং দপদপাবধৰিলে। হৃদয়ৰ অভ্যন্তৰে সৈতে পানেযে কান্দিশুই থাকিল।
এই ঘটনাৰ ছয়-সাত দিনমানৰমূৰতে কমুদ ডেকা সাজি-কাছি জোঁৱাই খাটিৰআহিল আৰু দত্ত মতেক্রিয়াকলাপ কৰি সেইদিনাৰে পৰাবুঢ়া তামেদৰ ঘৰত জোঁৱাই চাপিল।