shabd-logo

ৰাইজৰ আশীর্ব্বাদ ভিখাৰীৰ বিষয়ে

জ্যোতিপ্ৰসাদ আগৰৱালা (ইংৰাজী: Jyotiprasad Agarwala; ১৯০৩ - ১৯৫১) অসমৰ এগৰাকী প্ৰসিদ্ধ গীতিকাৰ, নাট্যকাৰ, লেখক আৰু প্ৰথমগৰাকী অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা।[1] অসমীয়া ভাষা-সাহিত্যৰ কবিতা, নাটক, প্ৰবন্ধ, সমালোচনা, শিশুসাহিত্য আদি সকলাে দিশতে তেখেতে বৰঙণি আগবঢ়াই গৈছে। অসমীয়া সংস্কৃতিলৈ অনবদ্য অৱদানৰ বাবে তেখেতক "ৰূপকোঁৱৰ" বুলি কোৱা হয়। জ্যোতিপ্ৰসাদ আগৰৱালা অসমীয়া গীতত আধুনিকতাৰ প্ৰৱৰ্তক। ১৯৩৫ চনত তেখেতে প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী নিৰ্মাণ কৰে। তেখেতৰ মৃত্যু তিথি ১৭ জানুৱাৰীক "শিল্পী দিৱস" ৰূপে পালন কৰা হয়।[2][3][4] জ্যোতিপ্ৰসাদৰ দৰ্শনক ‘ৰূপান্তৰৰ দৰ্শন’হিচাপে আখ্যা দিব পাৰি৷ তেখেতে কৈছিল-‘ৰূপান্তৰেহে মাথোঁ জগত ধুনীয়া কৰে এয়ে মোৰ গায়ত্ৰী মন্ত্ৰ’

no-certificate
এতিয়াও কোনো প্ৰমাণপত্ৰ লাভ কৰা হোৱা নাই।

ৰাইজৰ আশীর্ব্বাদ ভিখাৰী ৰ কিতাপ

কাৰেঙৰ লিগিৰী

কাৰেঙৰ লিগিৰী

এই নাটখনি আজি প্রায় দহ বছৰৰ আগতে লিখা। নাটকৰ সকলো চৰিত্ৰ আৰু ঘটনা কাল্পনিক। ইয়াক বিশেষকৈ অসমীয়া গঢ় দি অসমীয়া সাজ-সজ্জাৰে উলিয়াবৰ কাৰণেহে, অসমীয়া বুৰঞ্জী- মূলক নাটকৰ ঠাচত লেখা হৈছে। ৰাজমাও, বুঢ়াগোহাই, ইত্যাদি আহোমীয়া নামবোৰ এই নাটকত ৰাজমাতৃ, মন্ত্রী

1 পাঠকসকল
3 প্ৰবন্ধ

বিনামূলীয়া

কাৰেঙৰ লিগিৰী

কাৰেঙৰ লিগিৰী

এই নাটখনি আজি প্রায় দহ বছৰৰ আগতে লিখা। নাটকৰ সকলো চৰিত্ৰ আৰু ঘটনা কাল্পনিক। ইয়াক বিশেষকৈ অসমীয়া গঢ় দি অসমীয়া সাজ-সজ্জাৰে উলিয়াবৰ কাৰণেহে, অসমীয়া বুৰঞ্জী- মূলক নাটকৰ ঠাচত লেখা হৈছে। ৰাজমাও, বুঢ়াগোহাই, ইত্যাদি আহোমীয়া নামবোৰ এই নাটকত ৰাজমাতৃ, মন্ত্রী

1 পাঠকসকল
3 প্ৰবন্ধ

বিনামূলীয়া

ৰাইজৰ আশীর্ব্বাদ ভিখাৰী ৰ প্ৰবন্ধসমূহ

পঞ্চম অঙ্ক প্রথম দর্শন

27 November 2023
0
0

[ এটা ওখ টিলাৰ ওপৰত এখন অকলশৰীয়া নগা চাং। ওখ ওখ গছে ঠাই ডোখৰ ছাটি থৈছিল। বহুত দুৰণিৰ নামনিৰ দৃশ্য দেখা গৈছিল। আকাশত জোনটো ওলাই পোহৰ দি আছিল। ঠাই ডোখৰ নিজান নিস্তব্ধ। নগা চাঙ্গৰ পৰা অলপ ওপৰত নামনিৰ দৃশ

কাৰেঙৰ লিগিৰী

27 November 2023
0
0

আপোনাৰ সৌন্দৰ্য্যৰ যশ। কুসুম কোমল সুৰভিৰে ভৰা. কত আৰু কতবোৰ পৰিমল বেণু, ফুল মধু আনি তুমি ভৰাই ছকৰ নিজে শিলাকুটি হৈ ভাস্কর্য্য নিপুণ তুমি গড়িছাহে আপোন হাতেৰে নন্দন বিজয়ীবীৰ কুসুম কোঁৱৰ। কবি কল্পনাৰ ইন্

প্রথম অঙ্ক প্রথম দর্শন

25 November 2023
0
0

সুন্দৰ-আইতা, তুমি মোৰ মূৰটো ঘোলা নকৰা মানে নেৰা নেকি? দিন নাই ৰাতি নাই সেই একেটা কথা। তোমাৰ আৰু ভাবিবলৈ কৰিবলৈ একো নোহোৱা হল নেকি? [বৰ বিৰক্তিৰে ৰাজমাওৰ ওচৰৰপৰা আঁতৰি গৈ বৰপীৰাত বহি পুথিবোৰ লৰাই চৰা

---

এখন কিতাপ পড়ক