![ছায়েদ আব্দুল মালিক](/_next/image?url=https%3A%2F%2Fshabd.s3.us-east-2.amazonaws.com%2Fusers%2F_65a1383ee535306376bd2e7c_1705064684943.jpg&w=384&q=75)
ছায়েদ আব্দুল মালিক
0 বই (1 অসমীয়াত )
3 লেখা (3 অসমীয়াত)
চৈয়দ আব্দুল মালিক (১৯১৯–২০০০) অসমীয়া সাহিত্যৰ এজন ভাৰতীয় সাহিত্যিক, গোলাঘাটৰ নাহৰণি গাঁৱৰ। ১৯৭৭ চনত অভয়াপুৰীত অনুষ্ঠিত অসম সাহিত্য সভাৰ সভাপতি আছিল। মালিকে পদ্মশ্ৰী, পদ্মভূষণ,[1] সাহিত্য অকাডেমী বঁটা,[2] শংকৰ দেৱ বঁটা, সাহিত্যচাৰ্য আদি বহুতো পুৰস্কাৰ লাভ কৰে।[3] ১৯৭২ চনত মালিকে আঘৰী আত্মাৰ কাহিনী (Tale of a Nomadic Soul) উপন্যাসৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰে।
![ছায়েদ আব্দুল মালিক ৰ ডায়েৰী](/_next/image?url=%2F_next%2Fstatic%2Fmedia%2Fbook.0614cbf5.png&w=384&q=75)
![ছায়েদ আব্দুল মালিক ৰ ডায়েৰী](/_next/image?url=%2F_next%2Fstatic%2Fmedia%2Fbook.0614cbf5.png&w=256&q=75)